কিবাকে বাছিলো আজি - Voyonak bipod hoisil Guwahati t 😟
ฝัง
- เผยแพร่เมื่อ 8 ก.พ. 2025
- Get Your Dream Job In 15 Days For Free! relvl.co/22ur
Note (You only need 50% score to qualify the Relevel test)
Bihu dal phone no
9101214401
6900820213
nikumani channel
/ @nikumanikalita258
Get Your Dream Job In 15 Days For Free! relvl.co/22ur
Note (You only need 50% score to qualify the Relevel test)
Please pin my comments
relvl ap tu computer dib lagib niki mobile nori niki dimpu da
th-cam.com/video/9ZOdVrbZVtk/w-d-xo.html
তোমাৰ ভিডিঅ ভাল লাগে মোৰ ভিডিঅ চাবা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ,
@@kaustabdas1506 I'm
সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ,,Dipmu da Tumi jui 🔥🔥🔥
সকলো লৈকে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো 💔💔💔আৰু সকলোয়ে মোৰ চেনেল টু অলপ গুৰি আহক আৰু মোক অলপ ছাপ্ট কৰক 🙏🙏🙏🙏
এটা উপায় আৰু পাব পাৰে মনে বিচাৰা প্ৰেমিক প্ৰেমীকা ৷ One Can Get the desired love by taking a remedy.
TH-cam Link ::: th-cam.com/video/iJf4pe1SFW4/w-d-xo.html
Makar Rashi 2022-23 Assamese Yearly Rashifal ৷ Assamese Yearly Horoscope Prediction for Capricorn
TH-cam LINK ::: th-cam.com/video/wwgHDv4sVfE/w-d-xo.html
দিম্পু দা তুমালৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।
Love from মহন্তৰ বাৰীৰ পিছফাল💚💕
আগন্তুক বিহুৰ হিয়া ভাৰা শুভাচ্ছ থাকিল গোটেই অসম বাসিলৈ
সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল।।।🙏🙏🙏
th-cam.com/channels/G7eGWO1-r09q6EKRm9VapQ.html
I am from Jammu and Kashmir. I don't understand the language but I love to see your videos I know that your festival Bihu is coming. Happy Bihu from myself
Misolia... 😂😂
What you are saying.
@@unictukharyt9284 watch his hindi channel ...
@@spacedas915 😂😂
ডিম্পু দাৰ লগতে সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
Summary of this video girls bihu group so incredible girl performers something extraordinary appreciate it, petrol gift and the one and only most dangerous roads in the world can be found in Assam.
সকলোলৈ আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিলে❤❤❤❤❤❤❤❤❤❤❤❤❤❤
th-cam.com/channels/G7eGWO1-r09q6EKRm9VapQ.html
সমগ্ৰ অসম বাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো
11:05 Dimpu dar birat bhoy lagsil 😂Mrinmoy da full confidence ot 🔥🔥Moja _ Val basisa_ aru Gift tu Tamam 😂
ত মাৰি পেলাম
মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ডিম্পু দা।☘️
সমূহ অসমবাসী লৈ ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জ্ঞাপন জনালোঁ 🥰
শিৱসাগৰ আৰু যোৰহাটত আছে ছোৱালী হুঁচৰি বিহু দল।। 🌚❤️
LOTS OF LOVE FROM JORHAT ASSAM 🌚❤️
মজা লাগছে বিহু নৃত্য ধলীয়া খনক congratulations
বাচি থাকিলা বাবে আজি ভিডিঅ চাব পাৰিছোঁ.. Dimpu ভাইৰ ওপৰত আমাৰ ৰাইজৰ আশীৰ্বাদ আছে, একো নহয় দিয়া।
ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোলৈকে ❤️
#niyorneelbora
Extremely Proud Monent to watch the Bihu group who are only girls.👏👏👏👏❣❣❣
মোৰ তৰফৰ পৰা সমূহ অসমবাসিক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো❤️❤️❤️
Happy bihu
@@SupriyaKhan-t4q আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল 🙏🙏🙏
সকলো লৈকে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো 💔💔💔আৰু সকলোয়ে মোৰ চেনেল টু অলপ গুৰি আহক আৰু মোক অলপ ছাপ্ট কৰক 🙏🙏🙏🙏
লঘুন দানী মানে কি ও dimpu da.
Sem 2 you
দিম্পু দা মোৰ ফালৰ পৰা তোমালোক লৈ হিয়া ভৰা শুভেচ্ছা থাকিল
Proud of Assam girls are rocking💥
Hats off to those... Girls bihu dol 🔥🔥🔥
সকলো লৈকে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো 💔💔💔আৰু সকলোয়ে মোৰ চেনেল টু অলপ গুৰি আহক আৰু মোক অলপ ছাপ্ট কৰক 🙏🙏🙏🙏🙏
এটা উপায় আৰু পাব পাৰে মনে বিচাৰা প্ৰেমিক প্ৰেমীকা ৷ One Can Get the desired love by taking a remedy.
TH-cam Link ::: th-cam.com/video/iJf4pe1SFW4/w-d-xo.html
যিখিনি সময়ত কুলিৰ মাত শুনি মন মতলীয়া হব লাগিছিল, এতিয়া সেই সময়ত ভেকুলীৰ সমবেত সংগীত শুনি আছোঁ।
😐🙈
কংগ্ৰেছৰ দিনত কিন্তু এনে হোৱা নাছিল
সকলো মামাৰ চাল এইয়া 😛😒
Hoi dei 😄😄😄🙏
দিম্পূ দাৰ লগতে সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ।ধন্যবাদ
congratulations dimpu da for new life😢😂😂
swali keijoni dhul bojaute gar num hiori uthil kosom 😅❤️
ji2 josh😍😍😍😍😍😍.
happy bihu hokoluloike
মৰম লগা ছোৱালীজনী দিম্পু দা লখিমপুৰৰ পৰা হিয়া ভৰা মৰম যাচিলোঁ আৰু বিহু শুভেচ্ছা জনালো দে আ😍❤😘
সকলো লৈকে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো 💔💔💔আৰু সকলোয়ে মোৰ চেনেল টু অলপ গুৰি আহক আৰু মোক অলপ ছাপ্ট কৰক 🙏🙏🙏🙏
তোমালোকৰ পৰিয়াললৈ ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা জনালোঁ 😍মোৰো চাবা দে আ।
happy rongali bihu❤
Makar Rashi 2022-23 Assamese Yearly Rashifal ৷ Assamese Yearly Horoscope Prediction for Capricorn
TH-cam LINK ::: th-cam.com/video/wwgHDv4sVfE/w-d-xo.html
সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ।
Amazing girls ❤ something very unique and beautiful 😍 Such a powerful performance by them...❤❤❤
সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ দিম্পু দাদা 💞💝💖❤️💗♥️
Gari solawte seat belt logabo lage..tate apuni mobile u hatot loi thake.. olp holeu traffic rules follow korok dada...apunar karone val hobo
ঢুলীয়া ছোৱালী কেইজনী তামাম ফালি দিছে 💚💙😍
Love your energy Dimpu! May you continue to spread smiles!
Pl do take care of the following and do educate your viewers also-
1. It is very risky and dangerous to drive with Camera on one hand and shooting simuataneously.
2. It is dangerous to keep camera or use mobile near petrol pump dispensing unit
3. It is also not recommended to fill petrol in a plastic bottle because there is high chance of ignition through static charges
Pl do take care of above so that wrong message doesnt go to your viewers and fans. All the best!
INDEED!!
আমাৰ ছোৱালী সকলোতে পাকৈত 🌚❤️
Bah ..Manojk dekha pai vl lagil...Amr clzr lgr hy...Vl bihu......Jona hy ....Lora jn....Mja....Val lagil dimpu..Tmr videor mjot nijor log ajnk dekha pai vl Lagil...
Dimpu da আপোনাক বহুত ভাল পাওঁ কিন্তু গাড়ী চলাই থকা অৱস্থাত video নবনাব
Mon jai aponar dore hoboloi .
Muru ata horu channel asa akha koru Abar sabo
আপোনালো সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ❤️
সকলো লৈকে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো 💔💔💔আৰু সকলোয়ে মোৰ চেনেল টু অলপ গুৰি আহক আৰু মোক অলপ ছাপ্ট কৰক 🙏🙏🙏🙏🙏
এটা উপায় আৰু পাব পাৰে মনে বিচাৰা প্ৰেমিক প্ৰেমীকা ৷ One Can Get the desired love by taking a remedy.
TH-cam Link ::: th-cam.com/video/iJf4pe1SFW4/w-d-xo.html
Makar Rashi 2022-23 Assamese Yearly Rashifal ৷ Assamese Yearly Horoscope Prediction for Capricorn
TH-cam LINK ::: th-cam.com/video/wwgHDv4sVfE/w-d-xo.html
Wah dimpu da bhut voy loga experience dei, Bhagya val tumi okle nasila, logot mrinmoy hteo asil, Savdhan google mapk eman believe nkoriba, ketiava google map ye bhul direction dekhai😑 Astrologer ye koisil nhoi olop savdhan thakibo
মোৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক চড়ক পূজা আৰু বিহুৰ আন্তৰিক শুভেচ্ছা জনালো 💞💞💞
🔥🔥👌ke kom ru Dimpu Da bapre Respect🙇♂🙇♂
ৰঙালীৰ ৰং চ'তে গৈৱে গৈৱে পালেহি বহাগ চ'তৰ শেষত আহিলে ৰমকে জমকে সাজি কাঁচি ন ৰূপ ধৰি ৰঙালী বিহুটি অসমীয়া শিপিনীয়ে তাত শালত বোৱা ভোমোকা ফুলীয়া বিহুৱাখন মূৰত বান্ধি লৈ ককালত টঙালি বান্ধি সাজি কাঁচি ওলাইছে ঢুলীয়াকাই হতে সাজু হৈছে বিহুৰ হুচৰি গাবলৈ। মূগা ৰিহা মেখেলাৰে নাচনীও সাজি কাঁচি খোপাত কপৌ ফুল গুজি আহিছে ওলায় বিহু তলিলৈ বুলি , অসমীয়াৰ অতি চেনেহৰ ৰঙালী বিহুটি অসমীয়াৰ হেপাঁহৰ বিহুটি অতি সাদৰেৰে লয় সকলোৱে আদৰি । ঢুলীয়াৰ ঢোলৰ চেওঁত গা মন কৰে ৰাই জাই , ডেকা গাভৰু, চেমনীয়া ঘৰৰ মুৰব্বী জনৰো থৌ কি বাথৌ মন । মন গগৈ।।
ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনালো ডিম্পু দা...
Dimpu da bhut Val lagil ❤️❤️🔥🔥
Happy ragali Bihu ❤️
Sklowe mor video boro sab so 🙏🙏
Dimpu dada tumak rongali bihur bohut bohut huvessa jonalu❤️❤️❤️🙏
""" Let's Pray for those people who doesn't
have food to eat on lock down and for
corona' patient """❤💚💙💜💛🖤💖💙 ...
Ab kaha Lockdown aur kaha Corona😂
Dimpu da video to xai bihu bihu feeling ahi gol ❤️❤️❤️
মোৰ তৰফৰ পৰা সমূহ অসমবাসিক ৰয়ালি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ❤️❤️❤️
বানানবোৰ অলপ চাব
চাই ছিলু কিন্তু মোৰ ইয়াত kibot টো বেয়া সেই কাৰণে চাগে
Makar Rashi 2022-23 Assamese Yearly Rashifal ৷ Assamese Yearly Horoscope Prediction for Capricorn
TH-cam LINK ::: th-cam.com/video/wwgHDv4sVfE/w-d-xo.html
বৰ সুন্দৰ পদখেপ ছোৱালীৰ বিহু দ'ল ভাল লাগিছে 👍🥰🥰
Mastermind Dimpu Barua❤️🙌
Mrinmoy da Havy driver 😁😁😁😁🔥🔥🔥💝
সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ❤️✨ dimpu da tumi jui ❤️ and love you bro❤️
Nice
এটা উপায় আৰু পাব পাৰে মনে বিচাৰা প্ৰেমিক প্ৰেমীকা ৷ One Can Get the desired love by taking a remedy.
TH-cam Link ::: th-cam.com/video/iJf4pe1SFW4/w-d-xo.html
Hi Dimpu Daaaa Mur Falor Pora Hokololoi Rongali Bihur Aagotiyakoi Aantorik Xubha Kamona thakil Love You All Gyzz....
In this risky hilly terrain, Driver should drive very slowly and driver should not keep gap in his Right Side and should not be over confident, Dimpu you can ask any expert Driver. God saved you all
Everyone , including Dimpu Daa . Welcome Rongali Bihu . 💕
The best thing about this dude this guy never take any promotional products and services industry or loge 👍🙏
Are vai comments copy kiya , samajh nahi aya kya😂
@@godblessyou3767 😂 dude mn
Olop besi naihua janu
Kitna our copy karega bro
😂😂😂 copy main
Dimpu dada rongali bihur khubhessa jasilu 🙏🏻🙏🏻🙏🏻
11:15 Dimpu darr reaction 😂😂
😂😂😂🤣🤣🤣🤣🤣🤣
Dimpu da apuni sinta nokori bo apunar logot 2.10 million manuhor aakhir bad ase aku nhi 🥰
সকলোকে বহাগ বিহুৰ শুভেচ্ছা জানালো। বিহু খাব আহিবা পিচত আকৌ নকবা মাতা নাই বুলি ❤❤
মোৰ ফালৰপৰা বিহুৰ আন্তৰিক শুভেচ্ছা জনালো Dimpu da ❤️❤️❤️🔥🔥🔥
সকলো লৈকে মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Makar Rashi 2022-23 Assamese Yearly Rashifal ৷ Assamese Yearly Horoscope Prediction for Capricorn
TH-cam LINK ::: th-cam.com/video/wwgHDv4sVfE/w-d-xo.html
Gaar num xiyori gol dhulor maat xuni aru ekdom ki josh wow great 😍
Next Level Family brother....
GOD BLESS YOU BROTHER...
🌸🌸🥀নতুন সূর্য, নতুন প্রান। নতুন সুৰ, নতুন গান। নতুন পোহৰ, নতুন প্ৰভাত। 💛💛💛❤💖নতুন বছৰ হওক ভাল। শেষ হওঁক বিষাদ, শুভ হওক নৱবর্ষ। সকলোকে নৱবর্ষৰ শুভেচ্ছা জনালো।🎊🎊💛💛💛
হিয়া ভরা রঙালী বিহুর শুভেচ্ছা ❤️
Eman voi loga thai.. Tumaluk j vale vale guri ahila.. God is great👍
You legend Assam love you dada ❤️❤️
ৰঙালী বিহু ৰ সকলো লৈ শুভকামনা জনালোঁ
মোৰ ফালৰ পৰা সকলোকে।ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো।।
লগতে মোৰ চেনেলটোৰ যোগেদি ।।
😍🙏😘❤🥰😍
বিহু দলটি ভাল লাগিল 😍😍
Next level 🔥
সকলো লৈকে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো 💔💔💔আৰু সকলোয়ে মোৰ চেনেল টু অলপ গুৰি আহক আৰু মোক অলপ ছাপ্ট কৰক 🙏🙏🙏🙏🙏
সমূহ অসমবাসীলৈ our Assam 2022 you tube channel তৰফৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ
Beautiful ❤❤❤
Bahut vall lagil aaji pratham sabo palu akol sualir bihu dall ❤️
খাদ্যৰ challenge চাওক: th-cam.com/video/HwgcoLsPsY4/w-d-xo.html
👍👍
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ অসম বাসি ৰাইজলৈ মোৰ ফালৰ পৰা ❤️❤️
Dimpu da aapuni amar khub priya.
Apunar kina huatu aami nibisaru so please seat belt mari lobo 🙏
অভিনন্দন
সকলো লৈকে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো 💔💔💔আৰু সকলোয়ে মোৰ চেনেল টু অলপ গুৰি আহক আৰু মোক অলপ ছাপ্ট কৰক 🙏🙏🙏🙏🙏
এটা উপায় আৰু পাব পাৰে মনে বিচাৰা প্ৰেমিক প্ৰেমীকা ৷ One Can Get the desired love by taking a remedy.
TH-cam Link ::: th-cam.com/video/iJf4pe1SFW4/w-d-xo.html
Mur falor pra hmuh akhom bakhi raijok rongali bihu huveisha jonalu.... Dimpu da ku koisu... Happy rangali bihu
"life is short thing"
"Girlfriend is nothing"
"Mother and father is Everything!
"Ajjubai fans "
👇👇👇👇
sudscrider 😭
😂😂😂😂😂
সকলোবোৰলে বিহুৰ আন্তৰিক শুভেচ্ছাৰ জনাইছো ,ভন্টি জনীক ভাল লাগিছে
O M G তামা ভয়লগা ঘটনা
I respect everyone who were involved in this, seriously the best piece that l' ve ever seen on TH-cam ,hats off to well all love your videos!!!!
Dimpu da bohut val lage apunak💟💟
fIRST VIEW
Me first view
ভাল লাগিল চাই
Love how his voice is fricking deep,but his personality is a whole different level,from sounding mean and rude to actually being sweet and nice."""❣️❣️❣️❣️❣️
Copy and paste comments 😂
@@godblessyou3767 no bro original comment bro 😂😂😂😂😂😂
এটা উপায় আৰু পাব পাৰে মনে বিচাৰা প্ৰেমিক প্ৰেমীকা ৷ One Can Get the desired love by taking a remedy.
TH-cam Link ::: th-cam.com/video/iJf4pe1SFW4/w-d-xo.html
Love from Majuli❤️ Happy Bihu
"My Dad is ill
"And I have not job and money"
"TH-cam not giving me views"
"I want to handle my family"
"Ya I m worse than others"😭,
spam keile kora nu
Vai aur kuch kaam dhanda nahi hai
@@godblessyou3767 haituate tu ane comment section tu ganda kori dise...
Excellent dhulia❤️...mon bhori gol dada
"বহাগ মাথো এটি ঋতু নহয়
নহয় বʼহাগ এটি মাহ;
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ ।''
সচাকৈয়ে আমিবোৰ বিহু বলিয়া।🌼🌼 বিহু আমাৰ জাতীয় উৎসৱ।এই অতিকৈ চেনেহৰ বিহুটিক বাৰু নপতা কৈনো কেনেকৈ থাকো । এতিয়া সকলো সাজু হৈছে ৰঙালীক আদৰণি জনাবৰ বাবে ।ঢোল-পেঁপাৰ মাতত চৌপাশ ৰজনজনাই উঠিছে ।ডেকা-গাভৰু সকলো ব্যস্ত হৈ পৰিছে আখৰা তলিত ।মুঠতে এই ৰঙালীৰ ৰঙত কাৰোৱেই আজৰি নাই, মাথো এতিয়া সকলো সাজু হৈছে ৰঙালীক আদৰাৰ বাবে।🫐🫐
শেষত সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত সুভকামনা জনালো আৰু লগতে নতুন বছৰটোত যেন সকলোৰে মনৰ আশাবোৰ পূৰণ হয় , আৰু ৰঙালীৰ ৰঙেৰে যেন সকলোৰে জীৱনটো সাতোৰঙী ৰামধেনুৰ দৰে জিলিকি উঠে তাৰে কামনা কৰিলো।🌈🌈🥰
.. ধন্যবাদেৰে ..
. #Birajcreation
ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা যাচিছো
সকলোলৈকৈ আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ
I lave from goalpara agia ❤️ video tu sai val lagil dimpu da
Pura full experience driver👍👍
Mrinmoy da heavy driver
*সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো ।✨💐🌷*
*ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহ-মন আৰু আগন্তুক দিনবোৰ ।🍂🍂*
*হৈ পৰক ৰঙলীৰ দৰে ৰঙীন সুখ শান্তিৰে ভৰি পৰক সকলোৰে জীৱন🔥🔥💫🔥🔥 ।*
@ABHILASH 💞
Enakua uniq bihu dol life main pehli bar dekhisu 😃
Azara a suwali tu dhuniya lgixE dimpu daa❤️❤️
Dimpu da apuni bihu dolok akoman manoni disa na ? Dhuniya lagise