ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

মাজুলীৰ সত্ৰ সুৰভি | খণ্ড ১ | MAJULIR SATRA SURABHI | EP 1

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 มี.ค. 2021
  • Majulir Satra Surabhi | Ep 1
    Producer : Debabrata Goswami

ความคิดเห็น • 21

  • @japanchandrabora7502
    @japanchandrabora7502 2 ปีที่แล้ว +3

    মাজুলীৰ নিৰ্মল আকাশ, আধ্যাত্মিক বতাহ, অৰ্হনিশে গুঞ্জৰিত সত্ৰৰ হৰিনাম ধ্বনি, ভক্তি বিগলিত গদগদ কণ্ঠৰ সত্ৰাধিকাৰ প্ৰভুসকলৰ আধ্যাত্মিক চিন্তা-ভাৱনা, শিশু ভকতসকলৰ সাংস্কৃতিক সাধনা, এই সকলোবোৰৰ সাৱলীল বৰ্ণনা আৰু ভিডিঅ'ৰে মহাপুৰুষ গুৰু দুজনাৰ স্মৃতি বিজড়িত প্ৰৱিত্ৰ মাজুলীক উপস্থাপন কৰা গোস্বামী দেৱক অশেষ ধন্যবাদ। জয় গুৰু শংকৰ সৰ্ব গুণাকৰ যাকেৰি নাহিকে উপাম । তোহাৰি চৰণক ৰেণু শতকোটি বাৰেক কৰোহো প্ৰণাম ।

  • @pranjitdas9681
    @pranjitdas9681 3 หลายเดือนก่อน

    Srimanta Sankardev Gurujona amar asomiya jati r babe ek ishwar'r aashirbaad ❤️ Jai Guru Sankar... Krishno Krishno..

  • @samarhaz8608
    @samarhaz8608 9 หลายเดือนก่อน

    Proud majulian

  • @somethingnew6691
    @somethingnew6691 2 ปีที่แล้ว

    Val lagil👍

  • @pradipgogoi3182
    @pradipgogoi3182 ปีที่แล้ว +1

    মাজুলী সত্ৰলৈ কুটি কুটি বাৰ প্ৰণাম জনাইছো কৃষ্ণ, কৃষ্ণ, কৃষ্ণ বাপ।

  • @junumech653
    @junumech653 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏প্ৰভূ ঈশ্বৰপণাম অতি সুন্দৰ কৃষ্ণ কৃষ্ণ

    • @BabolDas-er4zg
      @BabolDas-er4zg 4 หลายเดือนก่อน

      গীতাত লিখা আছে কৰ্মকাণ্ড আৰু ব্ৰত উপবাস,প্ৰিণ্ডদান ,শ্ৰাদ্ধ,পৃতপূজাক নিষেধ বুলি । ইয়াৰ পৰা কোনো শান্তি ,সিদ্ধি আৰু গতি নাই । তথাপিও জনসমোদায়ে ইয়াকে কৰি আছে।

  • @ChakradharSaud-qq1rj
    @ChakradharSaud-qq1rj 11 หลายเดือนก่อน

    Very nice video.

  • @shyamantabora6421
    @shyamantabora6421 3 ปีที่แล้ว

    Real peaceful place

  • @porikhitaboruah5125
    @porikhitaboruah5125 2 ปีที่แล้ว

    সত্ৰ নগৰী মাজুলীলৈ কৌটি কৌটি প্ৰণিপাত ।কৃষ্ণ কৃষ্ণ।

  • @mrigankacreation1955
    @mrigankacreation1955 ปีที่แล้ว

    I love my majuli

  • @rupamdas4885
    @rupamdas4885 2 ปีที่แล้ว +1

    Krishna

  • @nilutpolsaikia3678
    @nilutpolsaikia3678 3 ปีที่แล้ว +2

    Kune kobo jjjjj sootradikar only goswami sarma kioo hoo

    • @user-dx3fd7xh2n
      @user-dx3fd7xh2n 3 ปีที่แล้ว +1

      প্ৰথমতে আপুনি কক সকলো ভকত হব পাৰে জানো ?

    • @NEBOY7
      @NEBOY7 3 ปีที่แล้ว +3

      হয় , বহুত সত্ৰ আছে যি গুৰুজনাৰ আদৰ্শ ত চলি আছে যেনে শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰ বৰঙাজুলি

    • @nilutpolsaikia3678
      @nilutpolsaikia3678 3 ปีที่แล้ว

      Bht ase bokot jun brhmn nhoi teuluk tu nhoi and sotradikar fod tu father hola tr pist mhn jono r son hoi kihr Kotha abur re

    • @nilutpolsaikia3678
      @nilutpolsaikia3678 3 ปีที่แล้ว

      Really thnx dada kua krna Moi reach kri Sam bru