যদি ভুল কৈছোঁ ক্ষমা কৰিব || My Opinion - TENGA NIDIBA

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 พ.ย. 2021
  • যদি ভুল কৈছোঁ ক্ষমা কৰিব
    জয় আই অসম ❤️
    #TENGA_NIDIBA
  • บันเทิง

ความคิดเห็น • 4K

  • @tenganidiba9970
    @tenganidiba9970  2 ปีที่แล้ว +2142

    যদি ভুল কৈছোঁ ক্ষমা কৰিব
    জয় আই অসম❤️

    • @barshabaruah8426
      @barshabaruah8426 2 ปีที่แล้ว +42

      তুমি aku ভুল কোৱা নাই দাদা 👍😊

    • @ranjansaikia7743
      @ranjansaikia7743 2 ปีที่แล้ว +22

      You are right . Tumar kothat jukti asee 👍👍👍🙏🙏🙏

    • @bornalikachari5661
      @bornalikachari5661 2 ปีที่แล้ว +16

      Tumi bhut vl hoi dada tumr aku vul hua ni❤

    • @barshadas2023
      @barshadas2023 2 ปีที่แล้ว +13

      Tumi aku vul kuwa nai dada right kotha koisa 👍

    • @user-ni7tv7wc6m
      @user-ni7tv7wc6m 2 ปีที่แล้ว +13

      Tumi aku vhull kotha kua nai dada 🙏🏻🥺

  • @mousombhuyan7216
    @mousombhuyan7216 2 ปีที่แล้ว +148

    বহুত বেয়া লাগিল কথা টো শুনি😭 , তেওঁৰ আত্মাই শান্তি পাওক😭

  • @nitukarmakar8170
    @nitukarmakar8170 2 ปีที่แล้ว +12

    তাৰ আত্মাই চিৰ শান্তি পায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিচু🙏🙏🙏😭😭😭

  • @beautykonwar427
    @beautykonwar427 2 ปีที่แล้ว +15

    ভাল মানুহ হক বেয়া মানুহ হওঁক সকলোকে বিপদত সহায় কৰাটো কৰ্তব্য। মই হোৱা হ'লে মাজতে সোমাই দিলোঁ হেতেন

  • @hiiirok...05
    @hiiirok...05 2 ปีที่แล้ว +220

    ঠিক কৈচা তুমি ভাই , সচাই বহুত দুখ লাগিল , তেখেতৰ আত্মাই যাতে শান্তি পাওক , 😥

  • @wasimahmed6834
    @wasimahmed6834 2 ปีที่แล้ว +87

    অনিমেষ দাদাৰ আত্মাই চিৰ শান্তি লাভ কৰিবৰ বাবে প্ৰাৰ্থনা কৰিছোঁ 🙏

  • @GGMixer
    @GGMixer 2 ปีที่แล้ว +23

    একদম সছা কথা কৈছা দয়া।
    বহু দুষৰ কথা ।
    এইবোৰ মানুহ ৰুপি দানৱ হয়।
    মানুহৰ মুখা পিন্ধা দানৱ হয়।
    তেখেতৰ বিদেশী আত্মাই সতগতি পাওক তাৰেই কামনা কৰিলো 🙏🙏
    #ggmixer

  • @mridusmitaborah6819
    @mridusmitaborah6819 2 ปีที่แล้ว +26

    দিনক দিনে কি হ'ব ধৰিছে অসম খন🥺🥺... তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰে জেন🥺🙏

  • @missmajuli334
    @missmajuli334 2 ปีที่แล้ว +144

    সচাঁকৈ বহুত দুখ লগা কাৰোবাক সহায় কৰিবলৈ গৈ নিজে মৰিবলগীয়া হল..
    পৃথিৱীত মানৱীয়তা হেৰাই গল কাকো এৰি দিব নালাগে বনৰাকিটাক মাৰি পেলাব লাগে.. কাৰোবাৰ জীৱন বৰবাদ কৰিবলে কাৰো অধিকাৰ নাই গতিকে সেই বনৰাকিটাকো জীয়াই ৰাখিব নালাগে😥🙏🙏

    • @rupjyoti1156
      @rupjyoti1156 2 ปีที่แล้ว

      Ki Karibi pariba aru comment a diya 😡

    • @missmajuli334
      @missmajuli334 2 ปีที่แล้ว

      @@rupjyoti1156 are bhai tumer ako ki hol
      Kiyo tumer vl lagisenki😡😡

    • @pinku8307
      @pinku8307 2 ปีที่แล้ว +1

      তুমি ঠিক কৈছা অনিমেশদাৰ আত্মাই চিৰশান্তি লাভ কৰক

    • @namborvlog8874
      @namborvlog8874 2 ปีที่แล้ว

      Kukur gitak fashi diboi lagai

    • @missmajuli334
      @missmajuli334 2 ปีที่แล้ว +2

      @@namborvlog8874 mm hoxake

  • @neharikachetia5677
    @neharikachetia5677 2 ปีที่แล้ว +165

    আপুনি ঠিকেই কৈছে দাদা যেতিয়া লৈকে মানুহৰ নিজৰ লগত এনেকুৱা নহয় তেতিয়া লৈকে কোনো বুজি নাপায় মানুহৰ জীৱনৰ মূল্য কিমান... সকলোৱে কেৱল নিজকে শুদ্ধ বুলি ভাৱে.. একো চালি জাৰি নোহোৱাকৈ সিদ্ধান্ত লৈ লয় কোনোবাই যদি কাৰোবাক মৰা দেখিছে , কাৰোবাৰ লগত যদি কাজিয়া কৰা দেখিছে সেই কাজিয়া ৰোৱাৰ সলনি তাত আৰু কাজিয়া লগাবলৈ হে যায় ..... সেইদিনা যদি মানুহবোৰে অলপ কথাবোৰ বিচাৰ কৰি চালে হয় তেন্তে আজি অনিমেষ দাদা আমাৰ মাজত জীয়াই থাকিলে হয় 😭............. অনিমেষ দাদা তুমি যতেই আছা তোমাৰ আত্মাই যেন চিৰশান্তি লাভ কৰে🙏🙏

  • @Junmoni702
    @Junmoni702 2 ปีที่แล้ว +13

    সচাকৈ বৰ আচৰিত ঘটনা, এইখন আমাৰ অসম এই হয় নে কি আচৰিত আৰু বেছি দিন নাই মানুহেই মানুহক কামোৰি খাব 🥺🥺🥺 মানে একো ক'বলৈ ভাষা নাইকীয়া হৈছে 😟🥺🥺 অনিমেষ দাৰৰ আত্মাই শান্তি কামনা কৰিলোঁ 🙏🙏 জয় আই অসম ✊✊

    • @pritidas2271
      @pritidas2271 2 ปีที่แล้ว +1

      তুমি থিক কৈছা ভাইতি

  • @assamcutegirlsinstagram8691
    @assamcutegirlsinstagram8691 2 ปีที่แล้ว +4

    দাদা আপুনি বৰ ভাল কৈছে । ঘটনা টো হোৱা খুব বেছি এমাহলৈ ৰৌজাল বৌজাল হৈ থাকে কাৰ কিমান কথা কাৰ কিমান আন্দোলন কিন্তু তাৰ পিছত একো চান চিত নোহোৱা হয় খবৰেই নাই গতিকে ইহঁতক পালেই লগত লগত মাৰি পেলাৱ লাগে। যিখন অসম সমন্বয়ৰ স্থলী এতিয়া সেই অসমতেই আজি এটা পাছত এটা লজ্জিত ঘটনা। এইবোৰ দেখি ভয়েই লগা হৈছে।

  • @biyahobanaki6716
    @biyahobanaki6716 2 ปีที่แล้ว +527

    মনত বহুত কষ্ট পাইছোঁ এজন সতীথক আজি এইখন অসমতে এনেদৰে দিন দুপৰতেই হেৰুৱাই____🥺😢😢 from ❤️🇩 ㋛︎🇾 🇦 ✔︎ Official Fan Club❤️

    • @rahulaxm661
      @rahulaxm661 2 ปีที่แล้ว +2

      Bohut Bea lagise

    • @pihuriyan3427
      @pihuriyan3427 2 ปีที่แล้ว +3

      Ek dom dhunya answer disa tme ....aituk koi answer 👍👍👍👍👍.... always support u bro.....joy ai axom..

    • @biyahobanaki6716
      @biyahobanaki6716 2 ปีที่แล้ว +2

      @@pihuriyan3427 🙏

    • @pranabjyotibhai5521
      @pranabjyotibhai5521 2 ปีที่แล้ว

      th-cam.com/video/W4Rfojv8-ec/w-d-xo.html

    • @bhabeshkaibarta1202
      @bhabeshkaibarta1202 2 ปีที่แล้ว +1

      Sam to you

  • @debasishborah6824
    @debasishborah6824 2 ปีที่แล้ว +261

    তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক🥺😞😔😭

  • @lunasvlogassam3995
    @lunasvlogassam3995 2 ปีที่แล้ว +5

    বহুত ভাল লাগিল তোমাৰ কথাখিনি শুনি, অনিমেষৰ আত্মাই চিৰসান্তি পাই যেন

  • @ghanashyamtaye1636
    @ghanashyamtaye1636 2 ปีที่แล้ว +7

    তোমাৰ কথা কোৱা টো বহুত ভাল কথা হৈছে। কাৰ ভুল কাৰ ভুল নহয় ইটো উদি লব লাগে। আৰু পুলিচে নিয়া দিব নোৱাৰে পাব্লি ক দিয়া । আমি আজো আছোঁ।

  • @bobyphukonbobyphukon4048
    @bobyphukonbobyphukon4048 2 ปีที่แล้ว +116

    তেওঁৰ আত্মাই যাতে শান্তি পাওক 🥺🙏

  • @ankurjyotihazarika1777
    @ankurjyotihazarika1777 2 ปีที่แล้ว +55

    Doya দা তুমি যি কৈছা একদম সঁচা কথা কৈছা। এনেকুৱা মানুহক ফাঁচী দি দিব লাগে। এনেকুৱা মানুহ জীয়াই থকাৰ একো অৰ্থ নাই। যদি সহায়ৰ হাত আগবঢ়াব নোৱাৰে তেনেহলে জীয়াই থাকি একো লাভ নাই এইবোৰ মানুহৰ। Love from Lakhimpur❤️.....
    ✊জয় আই অসম✊

  • @akasha2z35
    @akasha2z35 2 ปีที่แล้ว +5

    সচাই ভাই তুমি যি বোৰ কথা কৈচা একেবাৰে সত্য ॥ জয় আই অসম😘❤

  • @sumanpator188
    @sumanpator188 2 ปีที่แล้ว +28

    আমাৰ অসম বেছি দিন নাযায় আৰু যেন পাইছোঁ 😭
    জয় আই অসম কৈ ও লাভ নাই
    যত মানুহৰ কোনো মূল নাই ।
    কিমান দিন আৰু এনেকুৱা ঘটনা দেখা দিব অকো ধৰিব পৰা নাই 😭 i love assam ❤️

  • @3bparaghazarika685
    @3bparaghazarika685 2 ปีที่แล้ว +83

    "যিদিনা বুজিবা, সেইদিনা বিচাৰিবা"
    সৰুৰে পৰা এচাতো মাৰ নোখোৱা ল'ৰাটো আনৰ মাৰ খাই তেজ বমি কৰি আজি গুচি গ'ল এখন অচিন দেশলৈ। সপোনবোৰ যেন থমকি ৰ'ল মাথো এৰি থৈ গ'ল বহূ প্ৰশ্ন যাৰ উওৰ নাই কাৰো ওচৰত, আনক সহায় কৰি ভাল পাইছিল আনৰ দূখত দুখী হৈছিল কিন্তু আজি সেই ল'ৰাজনে আনক সহাঁয় কৰিব গৈ কেইজনমান নৰ পিশাচৰ অত্যাচাৰত নিজৰ প্ৰাণ ত্যাগ কৰিব ল'গা হ'ল। থমকি ৰ'ল মাতৃৰ কোমল হৃদয়খন, থমকি ৰ'ল নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে কৰা প্ৰবল কষ্টবোৰ। গুচি গ'ল মাতৃৰ বুকু ওদং কৰি।।
    কিমান আৰু এনেকৈ হাজাৰ হাজাৰ মাতৃৰ বুকু ওদং হ'ব। অভি-নীল, নন্দিতাই ন্যায় নাপাঁওতে আকৌ একেখন অসমতে সংঘটিত হ'ল এক জঘণ্য কাণ্ড। জীৱ শ্ৰেষ্ঠ মানুহে আজি পশুৰ দৰে কৰে আচৰণবোৰ, এনেকৈ আৰু ন'হব আমিও বিচাৰো এখন সভ্য সমাজ য'ত নাথাকিব কোনো হিংসা, ভেদ-ভাৱ আৰু অমানৱীয় কৰ্মবোৰ থাকিব কেৱল মৰম-ভালপোৱা, শান্তি আৰু মানবীয়তাবোৰ। প্ৰশাসনক এটাই অনুৰোধ দোষীক উচিত শাস্ত্ৰি দিওঁক।। ন্যায় দিওঁক "অভি-নীল, নন্দিতা আৰু অনিমেষ" ৰ দৰে সপোন দেখি ভালপোৱা কেইজনক।
    শেষত,
    -----চিৰবিদায় অনিমেষ দা-----
    তুমাৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছো।
    অচিন দেশখনত ভালকৈ থাকিবা।🥺💔

    • @pinku8307
      @pinku8307 2 ปีที่แล้ว +2

      🙏😭😭😭😭

    • @sangla948
      @sangla948 2 ปีที่แล้ว

      😭😭

  • @junbhrali7636
    @junbhrali7636 2 ปีที่แล้ว +6

    তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰা🙏🙏

  • @dhmajiloravolge9780
    @dhmajiloravolge9780 2 ปีที่แล้ว +1

    সছা কথা । অসমৰ ল'ৰা হয় কাকো খাতী নকৰোঁ কেলা । ভালকৈ ফালন দিয়ক । আজিকালি মানুহবোৰ অকল ভিদিয় বনোৱাত ব্যৱস্থ এটা ল'ৰা মৃত্যু হৈ গ'ল আৰু আমাৰ অসমৰ মানুহৰ কাম ভিদিয় বনাই aplot কৰিব লাগে । এনেদৰে আৰু মৃত্যু হ'ব দিব নোৱাৰি আমাৰ অসমত । ধেমাজি পৰা মৰম জাচিলো 🙏

  • @Hiyamani-mh9ed
    @Hiyamani-mh9ed 2 ปีที่แล้ว +175

    আজিৰ শিক্ষিত সমাজত জন্তুৰ দৰে আচৰণ কৰে 😔 তেখেতৰ আত্মাই যেন শান্তি পায় 🙏

    • @Uddipanbailung54
      @Uddipanbailung54 5 หลายเดือนก่อน +1

      Kebol hikhito kintu gyani nohoi. Kevol sakori lage.🤬🤬🤬

  • @manchi2340
    @manchi2340 2 ปีที่แล้ว +49

    আগতে ঘৰৰ বাহিৰত ছোৱালীবিলাক unsafe আছিল, এতিয়াতো লৰা মানুহো unsafe হল 😔... মানবতাৰ খাটিৰত বেলেগ এজনক help কৰিবলৈ যাবলৈও ভয় হল 🙂.....
    অনিমেষ দা ৰ আত্মীয় শান্তি লাভ কৰক 😔🙂
    We want justice.....

  • @bakharbori_3bhurbandha44
    @bakharbori_3bhurbandha44 2 ปีที่แล้ว +5

    তেখেতৰ আত্মাই যেন শান্তি পাই
    আৰু বাকী নৰ পিসাচ কেইটাক
    ভাল শাস্ত্ৰী দিয়ে যে ন

  • @manishabaishya8375
    @manishabaishya8375 2 ปีที่แล้ว +9

    তুমি ঠিকেই কৈছা দাদা 😒তেওঁৰ আত্মাই চিৰশানতি পাওক😢😢

  • @NatroGaming-f7b
    @NatroGaming-f7b 2 ปีที่แล้ว +57

    সেই নৰপিশাচ কেইটাক অতি সোনকালে ধৰি ফাঁচী দিয়ে যেন🤕😔😖
    নৰপিশাচ কেইটাক যাতে প্ৰশাসনে টকাৰ বাবে মুক্ত কৰি নিদিয়ে পশাসনলৈ এইটোৱেই অনুৰোধ😖😔//সিহঁতক যদি মুক্ত কৰি দিয়ে আকৌ এনেকুৱা ঘটনা কৰিবলৈ কোনেও ভয় নকৰিব গতিকে সিহঁতৰ ফাঁচী হোৱাটো বিচাৰোঁ.......🤧🤧😠
    অনিমেষ ভূঞাৰ আত্মায়ে চিৰশান্তি লাভ কৰক😔😥

  • @arpitasharma6716
    @arpitasharma6716 2 ปีที่แล้ว +71

    Right 👍মানৱতা নামৰ একোৱেই নাই আজিৰ দিনত 🙂🙂

    • @lxpriyankaofficial6495
      @lxpriyankaofficial6495 2 ปีที่แล้ว

      rip ..hanti pawk . dadajne. ✨✨✨😢😢😢😢😢😢😢😢😢

  • @mainusarma7098
    @mainusarma7098 2 ปีที่แล้ว +14

    ঠিকেই কৈছে আপুনি দাদা👍👍👍

    • @madhabdas1118
      @madhabdas1118 2 ปีที่แล้ว +1

      Mur bhut val lagiss tumr kotha huni

    • @mainusarma7098
      @mainusarma7098 2 ปีที่แล้ว

      @@madhabdas1118 Thanks dada😍

  • @sibanidevi9865
    @sibanidevi9865 2 ปีที่แล้ว +1

    Ekdom thik kotha koisa tumi....জয় আই অসম....

  • @jaandas8565
    @jaandas8565 2 ปีที่แล้ว +71

    ভাল কথা কৈছা তুমি সকলো মানুহৰ মন, চিন্তা চৰ্চা বোৰ যদি তোমাৰ নিচিনা হল হয় অসমখন আজি আৰু আগবাঢ়ি গ'ল হয় ।😔

  • @pranitaboiragi4781
    @pranitaboiragi4781 2 ปีที่แล้ว +11

    এতিয়া কোনোবাই কিবা কলেও তলমুৰকৈ উভতি আহিব লাগিব এইখন অসমত🥺তাৰবাদে একো উপায় নাই 😢 জয় আই অসম 🙏

  • @partho2.3official32
    @partho2.3official32 2 ปีที่แล้ว +7

    বহুত ভাল কথা কৈছে আপুনি 🥺

  • @chittakamalbora1332
    @chittakamalbora1332 2 ปีที่แล้ว +4

    তোমাৰ দৰে আমাৰো হৃদয় জলি আছে 💝🙏

  • @madhujyamd3393
    @madhujyamd3393 2 ปีที่แล้ว +123

    অনিমেষ দাদাৰ লগত সমগ্ৰ অসমবাসীৰ আশিৰবাদ আছে , তেওঁ যতেই থাকিব শান্তিৰে থাকিব ।। 🙏🙏🙏🙏🙏🙏

    • @akashchutiaformdhakuakhana1078
      @akashchutiaformdhakuakhana1078 2 ปีที่แล้ว +3

      Lura hoi hai gita maksuda hoi haigita Jona maresa haigita rastar majot langta kore mareba laga

    • @madhujyamd3393
      @madhujyamd3393 2 ปีที่แล้ว +1

      @@akashchutiaformdhakuakhana1078 akdom hosa klaaa 🤬

    • @pranabjyotibhai5521
      @pranabjyotibhai5521 2 ปีที่แล้ว

      th-cam.com/video/W4Rfojv8-ec/w-d-xo.html

    • @jyoshnadutta2023
      @jyoshnadutta2023 2 ปีที่แล้ว

      🙂🙂😔😔😔🥺🥺

  • @mrpartho9338
    @mrpartho9338 2 ปีที่แล้ว +64

    কি কম আৰু কুকুৰ হতক তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক 🙏🥺

  • @AsifAli-qj4gi
    @AsifAli-qj4gi 2 ปีที่แล้ว +2

    আমি ‌একমত , বহুত ভাল কথা ক‌ইচা ভাইটি

  • @buliborah5758
    @buliborah5758 2 ปีที่แล้ว +3

    সঁচা কথা কৈছা।যদি কিছুমান মানুহ আগবাহি আহিল হেঁতেন হয় টো লৰাটো বা ছিলহেঁতেন।

  • @swagata_deka
    @swagata_deka 2 ปีที่แล้ว +39

    একদম সছা কথা কৈছা তুমি ❤️😭✌️✌️✌️

  • @luckydutta2012
    @luckydutta2012 2 ปีที่แล้ว +10

    Justices নালাগে নিজৰে দেশত অলপ মুকলি উশাহ লাগে, যদি দিব পাৰে ক'ব!
    নিজৰে ককাইদেউক মৰিয়াই মাৰি পেলালে ভনী জনীৰ সুৰক্ষা দিব পাৰে যদি ক'ব।।।
    গৰ্বৰে স্বৰাজৰ গান গাম বুলি কন্ঠ নলী যিদৰে উদাত্ত কৰিছিলো, এতিয়া সেই কণ্ঠনলীৰেই স্বৰাজৰ নহয় সিংহৰ কলিজা লৈ আন্দোলনৰ ধ্বজা উৰুৱাম, আন্দোলনৰ জয় গান গাম।।
    ৰখাব পাৰিলে আহিব!!
    মানৱৰ মাজত যদি দানৱে আকৌ হুংকাৰি উঠে, এইবাৰ দানৱৰ শেষকৃত্য সম্পন্ন নিজ হাতে কৰিম।।।
    We went Justices লিখি ভাগৰি পৰিছো, যদি জীৱনত কেতিয়াবা সুযোগ পাঁও, এটা নৰপিশাচক জীয়াই জীয়াই জ্বলাম, আৰু সেইদিনা মই চিঞৰিম
    'This Is JUSTICE'

  • @thelbgff
    @thelbgff 2 ปีที่แล้ว +2

    জয় এই🇮🇳

  • @bhaswatisarma1370
    @bhaswatisarma1370 2 ปีที่แล้ว +5

    সচাঁ কথা কৈছে দাদা , 😔 এতিয়া এনেকুৱা হৈছে আৰু পিছৰলে কি কি হয় সেইটো কোনেও নাজানে , rap কৰা আৰু এনেকে মাজমজিয়াত মাৰাধৰা কৰা , অসমখন মানে বহুত বেয়ালৈ গৈ আছে 😖😖

  • @pmpfun8624
    @pmpfun8624 2 ปีที่แล้ว +4

    মনৰ কথা কৈছে দাদা। যি কেই জন এ এই ঘটনাটোত জড়িত হৈ আছিল কুকুৰহঁতক অসম বাসী বুলি ক'লে আমাৰ অসমখনক অপমান কৰা হ'ব

  • @santanusvlogs7520
    @santanusvlogs7520 2 ปีที่แล้ว +58

    তোমাৰ কথা একদম সঁচা ❤️💔

  • @korobidas5121
    @korobidas5121 2 ปีที่แล้ว +1

    তুমি ঠিক কথাই কৈছা👍👍👍👍👍

  • @ringkikhonikor6968
    @ringkikhonikor6968 2 ปีที่แล้ว +2

    Mojaa🥺👏

  • @bornalikachari5661
    @bornalikachari5661 2 ปีที่แล้ว +27

    Joi ai axom✊❤🥺bhut bya lgile kisumn mnuhr krone amr axom khn bodnam hoi porise hai mnuh bhut hasti dibo lge🙏

  • @Memories.896
    @Memories.896 2 ปีที่แล้ว +50

    সঁচাকৈ মানৱীয়তা হেৰাই গ'ল
    সহায় কৰিবলৈ গৈ নিজৰ জীৱন হেৰুৱাব লগীয়া হ'ল🥺😥.
    ৰঘু দা তোমাৰ আত্মাই শান্তি পাই যেন🙏🏻🥺🥺

    • @shadowdodgaming2007
      @shadowdodgaming2007 2 ปีที่แล้ว

      Nice bro

    • @lolboys1181
      @lolboys1181 2 ปีที่แล้ว

      শান্তি পাবলি আমি বুৰ লাগিব

  • @anurekhadas5278
    @anurekhadas5278 2 ปีที่แล้ว +4

    তুমি কোৱা প্ৰত্যেকটো কথা এ সঁচা । গোটেই দৃশ্যটো চাই থকা কেইজনক ও শাস্তি দিব লাগে মোৰ মতে ।।।

  • @manashipriya8120
    @manashipriya8120 2 ปีที่แล้ว +1

    একদম সচা কথা কৈছা 👍

  • @tutuupadhaya2671
    @tutuupadhaya2671 2 ปีที่แล้ว +58

    যোৰহাট!!
    শিক্ষাৰ পোহৰত জিলিকি উঠা চহৰ যোৰহাট।।
    কিন্তু আজি প্ৰমাণ কৰিলে যে সেই শিক্ষাৰ সীমাবদ্ধতা কেৱল কিতাপৰ পাততেই,সেই শিক্ষা কেৱল মাৰ্কশ্বিট খনত।
    গোটেই যোৰহাটবাসীৰ কথা নকওঁ, ভাল মানুহবোৰ এতিয়াও হৃদয়ৰ একোণত,
    কিন্তু সেই দলবদ্ধ হত্যাকাৰীবোৰ।
    বৰ্বৰতা চাই নিমাতে থকা আন সেই পশুবোৰ।।
    আজিৰ একবিংশ শতিকাত হাই হাই যোৰহাট....

    • @devilisback7043
      @devilisback7043 2 ปีที่แล้ว +10

      যোৰহাট জিলাখনক দোষী আৰোপ নকৰিব । প্ৰতিখন সমাজত ভাল আৰু বেয়া দুই ধৰণৰ মানুহ আছে । পৰা হ'লে বেয়াবোৰক সমাজৰ পৰা দলিয়াই পেলালো হয় ।

    • @madhusmitanath13
      @madhusmitanath13 2 ปีที่แล้ว +5

      যোৰহাট খনক উদেশ্য কৰি নকব শুনি দুখ পাওঁ কাৰণ মইও যোৰহাটৰ ৰে ছোৱালী 🥺কথা টো শুনি মইও দুখ পাইছোঁ । সকলোৱে টো এইটো কাম কৰা নাই

  • @munukalita8711
    @munukalita8711 2 ปีที่แล้ว +135

    তেখেতৰ আত্মাই শান্তি পাই যে 😔🥺🙏কথাটো শুনি বহুত বেয়া লাগিল 🥺😔

    • @ajmolhoque6482
      @ajmolhoque6482 2 ปีที่แล้ว +2

      Tmi ktha khini bhut vle kola daya bt hay 50 tak abar log pua hoi

    • @pranabjyotibhai5521
      @pranabjyotibhai5521 2 ปีที่แล้ว

      th-cam.com/video/W4Rfojv8-ec/w-d-xo.html

  • @prastutidas7167
    @prastutidas7167 2 ปีที่แล้ว +2

    ❤vl lagil 👍

  • @digantabourah4199
    @digantabourah4199 2 ปีที่แล้ว +2

    জয় আই অসম🙏👍

  • @rinigogoi2297
    @rinigogoi2297 2 ปีที่แล้ว +9

    আজি কালি কিছুমান মানুহক বিশ্বাস কৰিবলৈ তান হল অনিমেষ দাৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে কামনা কৰিলোঁ 😥😥😥😭😭

  • @dikshadevi372
    @dikshadevi372 2 ปีที่แล้ว +5

    মাৰো বুলিয়েই মানুহ মাৰি দিয়ে।আৰু চবেই কেলা ভিদেও কৰি থাকে মোবাইল উলিয়াই দানৱ হয় টামাছা দেখি থকা গোটেইবোৰ কেলা।তেতিয়াই ভূপেনদাই কৈছে অসম ৰখাটলে যাব বুলি আৰু আজি সেই দিন আহি গল।মানুহ বোৰ দানৱ হল।নন্দিতাৰ কেচ একো নহল অভি নীল দাৰ কেচ একো নহল আৰু অনিমেষ দাৰ কেচ ও একো নহয় 100% গেৰাণ্টি।আৰু অনিমেষ দা তুমি এই দানৱ বোৰৰ মাজৰ পৰা গুচি গলা
    বহুত ভাল হল যতে থকা শান্তিৰে থকা।😢😭😭😭😭😭😭😭😭

  • @abontiborgohain6198
    @abontiborgohain6198 2 ปีที่แล้ว +5

    তুমি কোৱা কথা খিনি একেবাৰে সঢা সদায় স্পষ্ট বালী হৈ থাকা

  • @ankusvlog5150
    @ankusvlog5150 2 ปีที่แล้ว +2

    Lots of love from nalbari❤

  • @porisaikia52
    @porisaikia52 2 ปีที่แล้ว +27

    কেইটামান দানৱৰ কাৰনে যোৰহাট খনৰ সন্মন মাটিত মিলি গল। আমি যোৰহাট বাসী বুলি কবলৈ লাজ লগা হৈছে। সেই দানৱ কেইটাৰ অতি সোনকালে ফাঁচি হোৱাতো বিচাৰো। অনিমেষ দা আত্মাই শান্তি পাওঁক। 🙏🙏🙏

  • @priyankshuborchetia9927
    @priyankshuborchetia9927 2 ปีที่แล้ว +17

    Tumi thik koisa bro 🤜.... We went justice ✊✊

  • @lalmedhi8139
    @lalmedhi8139 2 ปีที่แล้ว +13

    👏👏🙏🙏🙏

  • @theassam05rider4
    @theassam05rider4 2 ปีที่แล้ว +1

    Tik koiso bhai ❤

  • @pratyushsaikia1430
    @pratyushsaikia1430 2 ปีที่แล้ว +9

    ঠিক কৈছা দাদা সচাকৈ বহুত বেয়া লাগিল আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক যেন আৰু দুখীয়ে যাতে শাস্তি পাই যাতে 😔

  • @ANIMESH_GAMERZ
    @ANIMESH_GAMERZ 2 ปีที่แล้ว +29

    কিছুমানে আমাৰ যোৰহাট ৰ মানুহক বহুত বেয়া কে কৈছে দাদা। তোমাৰ কথা বোৰ ভাল লাগিল শুনি।🙂❤️

  • @himashridas1852
    @himashridas1852 2 ปีที่แล้ว +2

    Dada Tumi thika koisa🥺😭

  • @papugogoi2247
    @papugogoi2247 2 ปีที่แล้ว +1

    তুমি ঠিকেই কৈছা 🔥👍

  • @bibekboruah137
    @bibekboruah137 2 ปีที่แล้ว +17

    Yes you are right ✅

  • @user-ri8nw2rr8e
    @user-ri8nw2rr8e 2 ปีที่แล้ว +23

    অসম আৰু ভাল নহয়। 😔😔😔
    আজি ক'ব ভাল হম ।
    কালি আকৌ একে। কি হ'ব আৰু অসমত ।
    ২০১৯ ত মোৰ ইমান মনত নাই Diphu ত এনেকৈ দুজন ল'ৰাক মাৰিছিল । ছুতমাৰাণি সকল তহঁতক
    কেলা ফাছি দিম ।
    কিবা ভুল ক'লো হ'লে ক্ষমা কৰিব ।🙏🙏🙏😔😔

  • @runumeeborah4417
    @runumeeborah4417 2 ปีที่แล้ว

    বহুত ভাল কথা তোমাৰ দৰে হাজাৰ জন মাত মতা ডেকা ওলাওক

  • @priyankakarmakar6410
    @priyankakarmakar6410 2 ปีที่แล้ว

    দাদা আপুনি একো ভুল কোৱা নাই 👍👍👍 জয় আই অসম 🙏🙏🙏🙏

  • @pubaliduttasaikia4160
    @pubaliduttasaikia4160 2 ปีที่แล้ว +12

    যোৰহাট অত জন্ম বুলি সদায় গৰ্বিত কৰিছিলোঁ কিন্তু এতিয়া ঘিণ লাগিছে.. এতিয়া গম পালো যোৰহাটৰ যিটো ঘটনা হৈ গল তাত যিমান মানুহ হে ঘটনা তো প্ৰত্যক্ষ কৰিছিল চাই থকা মানুহ খিনি কি hijra আছিল নেকি. তাত তো অন্তত 200 মানুহ আছিল সেই 50 60 টা মানু্হক ৰখাব বা উদ্ধাৰ কৰিব নোৱাৰিলে.. ৰং চাই থাকক এনেকৈ নিজৰ যেতিয়া আপোন জন হেৰুৱাব তেতিয়া বুজি পাব.. শেষত এটা কথা কওঁ অনিমেশ এই খন অসম ইয়াত আৰু দ্বিতীয় জনম noloba...

  • @jahnobidhunu1810
    @jahnobidhunu1810 2 ปีที่แล้ว +24

    আমাৰ যোৰহাটত কেতিয়াও এনেকুৱা হোৱা নাই এইবাৰে প্ৰথম হৈছে এই পশু কেইটাৰ sry পশু বুলি কলেও ভুল হ'ব নৰপিসাচ কেইটাৰ কাৰণে আজি আমাৰ যোৰহাট বদনামী হৈছে মানুহৰ troold পাব লগা হৈছে। হেয়াটো আজি গোটেই অসমৰ মানুহে কান্দিব লগীয়া হৈছে। ফাঁচি দিয়ক ইহঁতক । আৰু অনিমেষ দাদা তুমি য'তেই আছা শান্তীত থাকা

  • @shikhamonidekaentertainmen4078
    @shikhamonidekaentertainmen4078 2 ปีที่แล้ว +2

    আপুনি ঠিকে কৈচে দাদা মানুহ বিলাক বহুত নিচ কোনে ও কাৰো মৰম দয়া নুবুজে অ 😭😭

  • @mridusmitasaikia83
    @mridusmitasaikia83 2 ปีที่แล้ว

    ঠিক কথা koisa vaity,like কৰিছোঁ যিহেতু আমি Agree তোমাৰ সৈতে। আমি ও যোৰহাট বাসিন্দা কিন্তু বহুত লাজ পালোঁ যোৰহাট ৰ বুলি কবলৈ সেই ঘটনা ৰ পৰা। চাই থকা মানুহ খিনি খাৰু পিন্ধা মাইকী আছিল নেকি বাৰু? আমি তিৰোতা হৈ উ কিন্তু কিবা উপা়য় ৰাস্তা ভাবি ভাবি আধা মৰা হলো হয় সেই মূহুৰ্তত। কিন্তু সেই মানুহ খিনি ইমান কাতৰ হোৱা লৰা এজন ক বচাব চেষ্টা নকৰিলে। 🥺🥺

  • @user-od6qp1jh9n
    @user-od6qp1jh9n 2 ปีที่แล้ว +66

    Justice for Animesh Bhuyan 🥺✋🏼👍🏻

    • @rupjyoti1156
      @rupjyoti1156 2 ปีที่แล้ว +1

      Fancy Diya set 😡😡😡

    • @user-od6qp1jh9n
      @user-od6qp1jh9n 2 ปีที่แล้ว

      @@rupjyoti1156 morile aji hi 🌚

    • @pranabjyotibhai5521
      @pranabjyotibhai5521 2 ปีที่แล้ว

      th-cam.com/video/W4Rfojv8-ec/w-d-xo.html

  • @bornaliphukon7669
    @bornaliphukon7669 2 ปีที่แล้ว +18

    দয়া দা তুমি ভুল কোৱা নাই মই Deepjyoti phukon 😭😭😭🙏🙏🙏🙏

  • @Koushikkalita-uu10000ml
    @Koushikkalita-uu10000ml 2 ปีที่แล้ว +2

    জয় আই অসম ✊✊

  • @BABITADEKAUA-
    @BABITADEKAUA- 2 ปีที่แล้ว

    ঠিক কৈছা দাদা. I agree with you.

  • @dreamqueen6621
    @dreamqueen6621 2 ปีที่แล้ว +8

    Right❤️🥺..মানৱতা নামৰ বস্তটোৱে নাই আজিকালি

  • @ahomboy4877
    @ahomboy4877 2 ปีที่แล้ว +8

    50 তা নৰপীসছে গোটেই যোৰহাটৰ নাম বদনাম কৰি দিলে । এতিয়া বাহিৰৰ মানুহ যোৰহাট আহিবলৈ ভয় কৰিব । নিজকে যোৰহাটৰ নাগৰিক বুলি কবলৈ আজি সাহস হোৱা নাই । 2019 ত TEOK ত Dr. এজন , 2020 ত দেবাসীস দাদা আৰু 2021 ত এইয়া । মাটি কেইটা মান নৰপিশাসৰ কাৰণে আজি যোৰহাট বাসী লজ্জিত ।। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ।।

  • @djbhikkharigaming8881
    @djbhikkharigaming8881 2 ปีที่แล้ว +2

    You are great doya da❤️❤️

  • @BiswajitDas-br1cu
    @BiswajitDas-br1cu 2 ปีที่แล้ว +1

    দাদা আপুনাৰ কথা বুৰশুনি ভাল লাগিল

  • @manasprotim5989
    @manasprotim5989 2 ปีที่แล้ว +29

    বহুত কষ্ট পাইছো মনত এই খবৰ শুনি 🥺🥺🥺🙏।যে,ইমান এখন ভাল অসমত এনেকুৱা ঘটনাৰ খবৰ শুনি 🙏😔।সচাকে, নীল দা‌ আৰু অভিদাৰ আত্মাই আজিলৈকে চিৰশান্তি লাভ নকৰিলে আৰু নকৰে😔🙏 যেতিয়ালৈকে,অসমত জ্ঞান নথকা নৰপিশাচবোৰ জীয়াই থাকে তেতিয়া লৈকে অসমত অনিমেষ দাৰ লিখিয়া ভাল মানুহবোৰ safety ত নেথাকে। অনিমেষ দা তোমাৰ আত্মাই যেন চিৰ শান্তি লাভ কৰক🙏❤️🥺

    • @rupjyotidas2912
      @rupjyotidas2912 2 ปีที่แล้ว

      Oi guteu tu joli poki asa

    • @rupjyotidas2912
      @rupjyotidas2912 2 ปีที่แล้ว

      Khong uthiboi atiya ami aituyi protibad korib lagib baki keitaku jate fasi diye aru anekuwa Animex jate herai najai amar pora

  • @user-km1zy5sy5z
    @user-km1zy5sy5z 2 ปีที่แล้ว +31

    কেলা চোৱাখুৱা হতৰ লাজ নাই বণৰা হঁতৰ কেলা অসমৰ মানুহ হৈ অসমীয়াকে মাৰে মানে একেবাৰেই মাৰিয়েই পেলাই । কেলা ভিডিও কৰিছে কেলা সুত মাৰণি হতে কাইজা খন ভাঙিব যাব নোৱাৰিলে আজি কালি এনেকুৱা মানুহৰ কাৰণেই ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে মানুহ ।এনেকে আৰু কিমান দিন থাকিব মানুহ সিহঁতক আচলতে ফাঁচী দিব লাগে ।আৰু এই নিঠৰোৱা দাদা জনে যাতে আত্মাই চিৰসান্তি লাভ কৰক 🥺🙏

    • @monalisagogoi3063
      @monalisagogoi3063 2 ปีที่แล้ว

      সচা কেনেকুৱা ফতুৱা মানুহ বোৰ

  • @pageoflife7578
    @pageoflife7578 2 ปีที่แล้ว +3

    ভাল দিছাঁ 🙏🙏🙏

  • @momihazarika6750
    @momihazarika6750 2 ปีที่แล้ว

    ভাল কথা কৈছে দাদা নিজৰ লগত তেনেকুৱা নোহোৱালৈকে বুজিয়ে নাপাই এইবোৰ মানুহে

  • @switynath2006
    @switynath2006 2 ปีที่แล้ว +20

    তুমি একেবাৰে সঁচা কথা কৈছে 😭😭বহুত দুখ লাগিল কথা টো শুনি সিহঁতৰ গা নকপিল নে এনেকুৱা কে মাৰিবলৈ😭😭😭

  • @deepcreationsop9601
    @deepcreationsop9601 2 ปีที่แล้ว +3

    ঠিকেই কৈছে DADA

  • @junmonisaikia6790
    @junmonisaikia6790 2 ปีที่แล้ว +2

    দাদা তোমাৰ কথা একদম সচা💔💔

  • @srimontabora3894
    @srimontabora3894 2 ปีที่แล้ว

    thek koise dada .ai bur munuh nhoi tu dada aibur jontu he gom pai nai. aiburor karone val manu buror bodnam hoise.👍👍👍👍👍👍👍👍👍joi i asom

  • @dhirajborah2840
    @dhirajborah2840 2 ปีที่แล้ว +4

    দুখিয়ে উপযুক্ত শাস্তি পাব লাগে। । জয় আই অসম। ।

  • @protikshagondhia14
    @protikshagondhia14 2 ปีที่แล้ว +24

    You are right 🙏tewar atmai hanti pai😥

    • @nilakhiborah5809
      @nilakhiborah5809 2 ปีที่แล้ว +1

      Xosake bohut dukh lagil bujabo nuari

  • @SanyBlogger
    @SanyBlogger 2 ปีที่แล้ว

    ধনিয়া দয়া দাদা এনে কয় কোৱা তোই উচিত 🙏🙏🙏🙏🙏

  • @pinkugogoi295
    @pinkugogoi295 2 ปีที่แล้ว

    💯 Right Daya da👍
    Moi apunar canalr new sascriber .bahut val lagil Daya da I❤️you💓💓💓

  • @Saikiaaaa
    @Saikiaaaa 2 ปีที่แล้ว +12

    Jorhat or buli kobo laj lgise aji 🙂upai ny kisumn Ch*tia mnuh r krne gutai jorhat r mnuhe laj paise🙂.... rip Animesh da❤😢

  • @rishagogoi7502
    @rishagogoi7502 2 ปีที่แล้ว +26

    ঠিক কৈছা,,,মানৱতা শেষ হ'ল 🙂😕 মানৱ হৈ পৰিছে দানৱ 😌

  • @elakalita6484
    @elakalita6484 2 ปีที่แล้ว

    Doya da mojja aru lga next video kita dba joldi lga

  • @rimriya312
    @rimriya312 2 ปีที่แล้ว +3

    তেখেতৰ আত্মাই চিৰ সানতি পাই যেন

  • @shantasingha5381
    @shantasingha5381 2 ปีที่แล้ว +11

    Really its very upset for the people of Assam.And its an imporrtant question for accuesed persons whether they are the son of this land ?