ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
এই বতৰত জ্বৰ ,চৰ্দ্দি ,কাহ সকলোৰে হয়। ই্য়াৰ মানে কভিদ নহয়। এইবোৰ ফটুয়া বাতৰি বন্ধ কৰিলে ভাল পাম
লকডাউন কেতিয়া দিব, সেইটো খবৰ আগতে দে , নহ'লে এইবাৰ কভিদত নমৰো, মৰিলে ভোকত মৰিব লাগিব।
এই বোৰ বেমাৰ অসুৰ বিলাকৰ মাজত হওক তেতিয়া সেই অসুৰবিলাক মৰক আৰু পৃথিবীখন শান্তি হওক
ভালে হৈছে কেইদিনমান টেটূ ফালি চিঞৰি চিঞৰি বাতৰি পৰিবেশন কৰিব পাৰিব আপোনালোকে ।।
😂😂😂
Election aahi ase
বাতৰিটো গোটেই খনতে বিয়পাই দিয়ক । ক'ভিদ বিয়পাৰ আগত ।
হব দিয়ক । মানুহ ক ভয় খোৱাব নেলাগে ।
Aku school bondo hob 😊😊
ভালে হ'ল। Chief ministerৰ order অলপ বন্ধ হব। শিক্ষকৰ training বোৰ বন্ধ হব।সকলোবোৰ কৰ্মচাৰী অলপ সকাহ পাব।
Sorkari salary lobo bhalKam koribo echa nai
দেখাত ইমান ধুনীয়া মানুহ টো এই আদকাৰি বাতৰি বিলাক কবলে লাজ নালাগে নে
Mojja
মাঘ বিহু বহাগ বিহুত ওচৰতে হয় নেকি কৰুণা। এতিয়া গৰম দিনৰ পৰা ঠাণ্ডা দিন আহিছে মানুহৰ জ্বৰ কাঁহ হয়, সেইবুলি covid নহয়
Sarkare ako kowa nai je....😊
Lockdown dile khobor tu dibo dei😅😅
আপুনি বৈজ্ঞানিক নেকি..!
কংগ্রেসের প্রতিবাদ দেখে কোভিড 19 আসতে বাধ্য হয়েছে ইতিপূর্বে কোভিড 19 এই কথা বলে বিদায় নিয়েছিল যে তোমরা শান্ত থাকো তা না হলে আমি আবার আসতেছি
Apuni bohut all ball boki thake.
আপুনি কি কৰিবলৈ কভিডৰ বাতৰি পৰিৱেশন কৰিছে। যদি লক দাউন হয় তেতিয়া হ'লে আপোনাৰ মানুহ জনীৰ পৰাওঁ 1 মিটাৰ দুৰত্বত থাকিব লাগিব।
১২২ জন মানুহ ক'ত মৰিলে ? মানুহৰ মাজত আতঙকৰ বাহিৰে অন্য একো নহয়।
Kot news pai ane bur please jonohadharonk ane hahakar koriboloi ji ti news nidiba
ৰচনা পাঠ কৰিছে নেকি? পাতেনিখন ইমান বহলকৈ মেলে কিয় ?আমনি লাগে নহয়।
ইহঁতৰ যেতিয়া কোনো Breaking News নাথাকে, তেতিয়া TRP ৰ কাৰণে COVID ৰ বাতৰি পৰিৱেশন কৰিব ধৰে
ইলেক চন আহি আছে নহয় , মামাৰ ভালে হব
Aku COVID nohoi,,,nimuniya ..COVID buli voy koribo nelage
Good news I like your name
পুৰণি বেমাৰ থাকিলে সেইবিলাকৰ দৰৱ খাবলৈ নাপায়।অকল কভিডৰ দৰৱ খাই থাকোতেই যায়। গতিকে যি কেইটা দৰৱে ইমান দিনে থিয় কৰাই থৈছিল সেই কেইটা খাবলৈ নাপালে বেকা হবই। উপায় নাই আৰু!!!😢😢😢
আপুনাৰ ভাল নে ? খোৱা লোৱা ভালদৰে কৰি আছে !
PADI DIM EIBAR COVID DOK
Jldi aha amr exm ahise 😂
Kelz he bulilu aru dai
আপোনালোকে বহুত ভুৱা বাতৰি সম্প্ৰচাৰ কৰে। কেইদিনমান আগতে মোবাইল ফোন ১৮ বছৰ বয়সৰ তলৰ শিশুক দিয়াটো নিষিদ্ধ বুলি ভুৱা বাতৰি সম্প্ৰচাৰ কৰিছিল।কভিদ মামে অহা বুলি তেওঁক কৈছে
COVIDe ahk ba kibai ahk aibar beji lowat ni duta ly postai asu aru nalage mrileo morim
ক+ভীতি=কভিত বা কভিদ তাতেই কি হ'ল !
E himanrar samsa.
Government VACCINE koi dise soboke Je Next COVID ahile o ako nhoi
Ate news channel bilakoru lav ase masks company bure bheti dise add vetais koribole
Moi kalir porai thali bojua armva kari disu.
সত্য যুগ আৰম্ভ অৰ্থাৎ বিনাশ কল্কি অৱতাৰৰ অসমত জন্ম হয় গতিকে অসমীয়া লগতে পৃথিৱীৰ মানৱ সমাজ সমাপ্ত পথত সত্য যুগ আনিবলৈ পৃথিৱীত ঐশ্বৰ্য্য শক্তি ব্যবহাৰ কৰা হয় যোৱা 2017 চনৰ পৰা উদাহৰণ স্বৰূপে এতিয়া 2025 ৰাৱণ সমাপ্ত পথত।
লকদাউন দিব লাগে,
Amr nohoi covied beji loisu
😅😂😂😂😂😂😂😂😂😂😅Tamma mojaaaa
Yeh to letest news hai 😅
Mukhasta karise neki
Aibor nokowi vl covid dada
Hoi naki dada bupre bup ki hobo atia
ঘটিৰ বাতৰি
Beji enei lolu ni
Ahibo lage😆
Apunalukor news bur nasao aru 💯🙏
😮😮😮😮😮😮😮😮😮
COVID t nomru.....vscsin loi he torpi torpi mori asu ....
Kovidot manuh nomore kovid buli misate diya beji buror babehe manuh morise.
মজা
Lockdown lage..
Lock down lage
Aibar vaccine nolou ni hoi hob
Election or loge loge sitor loge loge nhi😂😂aru bondho napai raije sinta korbo nlge😂😅
You guys have lost all your credibility with random comedy. You all are going to loose your audience. Focus on good content, Good presentation to servive longer.
bhale hoise hslc diboloi xohoj hobo
apuna lokor batori nasaw a bad disu saboloi
News chanel borar kaam nai aro
COVID + CORONA = झूकेगा नई छाला 😂😂😅😅
Bang or varient 😂😂😂😂
Voki asa Kia, bamon bodhi.
Use L hist mont tablet,
Pagal😂
😂😂😂 coming soon again
Ako nakhi moribo lagibo mane.bihu ahise ase tu
Kat kala nakwa kala
Faltu news
Shikhar dam barhibo vle hobo
Tor matha ko matha
😂😂😂😂😂😂
😅😅😅😅😅
যেনে তেনে ক'ৰবাৰ ফতুৱা বাতৰি অলপ গোতালি,অজিনপাতকি ।
এই বতৰত জ্বৰ ,চৰ্দ্দি ,কাহ সকলোৰে হয়। ই্য়াৰ মানে কভিদ নহয়। এইবোৰ ফটুয়া বাতৰি বন্ধ কৰিলে ভাল পাম
লকডাউন কেতিয়া দিব, সেইটো খবৰ আগতে দে , নহ'লে এইবাৰ কভিদত নমৰো, মৰিলে ভোকত মৰিব লাগিব।
এই বোৰ বেমাৰ অসুৰ বিলাকৰ মাজত হওক তেতিয়া সেই অসুৰবিলাক মৰক আৰু পৃথিবীখন শান্তি হওক
ভালে হৈছে কেইদিনমান টেটূ ফালি চিঞৰি চিঞৰি বাতৰি পৰিবেশন কৰিব পাৰিব আপোনালোকে ।।
😂😂😂
Election aahi ase
বাতৰিটো গোটেই খনতে বিয়পাই দিয়ক । ক'ভিদ বিয়পাৰ আগত ।
হব দিয়ক । মানুহ ক ভয় খোৱাব নেলাগে ।
Aku school bondo hob 😊😊
ভালে হ'ল। Chief ministerৰ order অলপ বন্ধ হব। শিক্ষকৰ training বোৰ বন্ধ হব।সকলোবোৰ কৰ্মচাৰী অলপ সকাহ পাব।
Sorkari salary lobo bhal
Kam koribo echa nai
দেখাত ইমান ধুনীয়া মানুহ টো এই আদকাৰি বাতৰি বিলাক কবলে লাজ নালাগে নে
Mojja
মাঘ বিহু বহাগ বিহুত ওচৰতে হয় নেকি কৰুণা। এতিয়া গৰম দিনৰ পৰা ঠাণ্ডা দিন আহিছে মানুহৰ জ্বৰ কাঁহ হয়, সেইবুলি covid নহয়
Sarkare ako kowa nai je....😊
Lockdown dile khobor tu dibo dei😅😅
আপুনি বৈজ্ঞানিক নেকি..!
কংগ্রেসের প্রতিবাদ দেখে কোভিড 19 আসতে বাধ্য হয়েছে ইতিপূর্বে কোভিড 19 এই কথা বলে বিদায় নিয়েছিল যে তোমরা শান্ত থাকো তা না হলে আমি আবার আসতেছি
Apuni bohut all ball boki thake.
আপুনি কি কৰিবলৈ কভিডৰ বাতৰি পৰিৱেশন কৰিছে। যদি লক দাউন হয় তেতিয়া হ'লে আপোনাৰ মানুহ জনীৰ পৰাওঁ 1 মিটাৰ দুৰত্বত থাকিব লাগিব।
১২২ জন মানুহ ক'ত মৰিলে ? মানুহৰ মাজত আতঙকৰ বাহিৰে অন্য একো নহয়।
Kot news pai ane bur please jonohadharonk ane hahakar koriboloi ji ti news nidiba
ৰচনা পাঠ কৰিছে নেকি? পাতেনিখন ইমান বহলকৈ মেলে কিয় ?আমনি লাগে নহয়।
ইহঁতৰ যেতিয়া কোনো Breaking News নাথাকে, তেতিয়া TRP ৰ কাৰণে COVID ৰ বাতৰি পৰিৱেশন কৰিব ধৰে
ইলেক চন আহি আছে নহয় , মামাৰ ভালে হব
Aku COVID nohoi,,,nimuniya ..COVID buli voy koribo nelage
Good news
I like your name