Dwijendra Nath Pathak Nagara Naam ( হৰ পাৰ্বতীৰ বিয়া ) Contact- 9613317877

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 พ.ย. 2024

ความคิดเห็น • 145

  • @kamaladeka5450
    @kamaladeka5450 ปีที่แล้ว +2

    অতি সুন্দৰ।

  • @BalinKalita-i1g
    @BalinKalita-i1g ปีที่แล้ว

    অতি সুন্দৰ, আপোনাৰ পৰা জানিবলগা বহুত আছে

  • @SangitaKalita
    @SangitaKalita ปีที่แล้ว

    Bhut besi Val Lagise aponar kanthat xunib pay kaka saran sui kheya jnaysu 🙏

  • @hargobindasarma100
    @hargobindasarma100 ปีที่แล้ว

    এইয়াই নাম। আজিকালিৰ পাঠক সকলে অলপ শিকক এখেত সকলৰ পৰা।বৰ ভাল লাগিল। বহু বছৰৰ মূৰত নাম এটা শুনিলো। ধন্যবাদ।

  • @JatinchDas-ck3yo
    @JatinchDas-ck3yo ปีที่แล้ว

    এইজনা নাগাৰা নামৰ পাঠকৰ দীৰ্ঘায়ু কামনা কৰি ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতে সদায় নাগাৰা নাম গায় থাকে ।

  • @sanjaydeka4417
    @sanjaydeka4417 ปีที่แล้ว

    অতি সুন্দৰ নামটি শুনি ভাল লাগিল ।

  • @Mantudekakalitapara
    @Mantudekakalitapara ปีที่แล้ว

    ভাল লাগিল শুনি সহশ্ৰ প্ৰনাম

  • @dhanjitbarman861
    @dhanjitbarman861 ปีที่แล้ว

    বহুত বহুত ভাল লাগিল

  • @angkurdeka7981
    @angkurdeka7981 ปีที่แล้ว

    নাগাৰা নামৰ প্ৰকৃত অৰ্থ ফুটি উঠিছে 🕉️🙏

  • @nikondeka3789
    @nikondeka3789 ปีที่แล้ว

    সুন্দৰ হৈছে চাৰ আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘযু কামনা কৰিলোঁ🙏🏻🙏🏻🙏🏻

  • @kailashdeka3526
    @kailashdeka3526 ปีที่แล้ว

    সেৱা জনালো ককা। অত্যাধুনিক নকৰিলেও যে নাগাৰা নাম সুমধুৰ হয় এয়াই এক উদাহৰণ। আজিৰ দিনত আপুনি এজন আদৰ্শবান লোক যুবকসকলৰ বাবে। আপুনি দেখাই দিলে যে পুৰণি সুৰবিলাকো ভালেই লাগে। আপোনাৰ সুস্থ শৰীৰ আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ

  • @dharmendrabaishya636
    @dharmendrabaishya636 ปีที่แล้ว +3

    সুন্দৰ লাগিল নাম টি শুনি , কাৰণ এই নামৰ সুৰ আজিৰ পৰা প্ৰায় ৫০-৬০ বছৰ আগৰ , আছলতে নাগাৰা নাম এনেকুৱা হৱ লাগে , প্ৰণাম আপোনাৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিলো 🙏🙏🙏🙏

    • @namaskar6406
      @namaskar6406  ปีที่แล้ว

      অন্তৰৰ পৰা ধন্যবাদ জনালো

  • @BhusanChSarma
    @BhusanChSarma ปีที่แล้ว

    অতি উত্তম।মন প্ৰাণ জুৰ পৰি গʼল। আগলৈ আৰু আশা কৰিলো।🙏🙏🙏

  • @diptikalita4833
    @diptikalita4833 ปีที่แล้ว

    বৰ ধুনীয়া লাগিল,, আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো।

  • @SanjibDas-nn1cc
    @SanjibDas-nn1cc ปีที่แล้ว

    বহু বহু ভাল লাগিল নাম শুনি।

  • @nipandeka1042
    @nipandeka1042 ปีที่แล้ว +3

    এইজন শিল্পীৰ পৰা আজিৰ নৱপ্ৰজন্মৰ পাঠকসকলে বহুতো শিকিব লগা আছে অনুগ্ৰহ কৰি সকলো নৱপ্ৰজন্মৰ পাঠকে যেন এই নামতো ভালকৈ শুনে তেতিয়াহে আমাৰ মৰমৰ নাগাৰা নামৰ কৃষ্টিটো জীয়াই থাকিব নহলে চব কৰিশ্মাৰ পে পে পে হৈ যাব।🙏🙏🙏

    • @namaskar6406
      @namaskar6406  ปีที่แล้ว +1

      তোমাক অন্তঃকৰনেৰে ধন্যবাদ জনালোঁ

  • @satyajitdeka9770
    @satyajitdeka9770 ปีที่แล้ว +1

    Bohut xukhi anuvob krisu jethar nam xuni.. mur jetha hoi nijr... ❤❤❤

  • @chabinchandrabaishya9729
    @chabinchandrabaishya9729 ปีที่แล้ว +2

    সুন্দৰ পৰিবেশন হৈছে খুৰা। আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘয়ু কামনা কৰিলোঁ।

  • @KushalBaruah-kt5cs
    @KushalBaruah-kt5cs ปีที่แล้ว

    পাঠক বৰদেউতা আমাৰ গাঁও তথা অঞ্চলৰ গৌৰৱ ৷ তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ৷

    • @namaskar6406
      @namaskar6406  ปีที่แล้ว

      ধন্যবাদ বাবা

  • @ranjandas3024
    @ranjandas3024 หลายเดือนก่อน

    অতি সুন্দৰ লাগিল🙏

    • @namaskar6406
      @namaskar6406  หลายเดือนก่อน

      ধন্যবাদ

  • @raktimamulyabhaktisubash.2293
    @raktimamulyabhaktisubash.2293 ปีที่แล้ว

    NAMASKAR SIR. 🙏🙏🙏🌷🌷🌷

  • @biswajitkalita1263
    @biswajitkalita1263 ปีที่แล้ว +2

    সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।🙏🙏

  • @BhusanChSarma
    @BhusanChSarma ปีที่แล้ว

    অতি উত্তম।মন প্ৰাণ জুৰ পৰি গʼল। সুন্দৰ কণ্ঠ।আগলৈ আৰু আশা কৰিলো ।

  • @mrinaldeka8732
    @mrinaldeka8732 11 หลายเดือนก่อน

    Bhut vl lgil❤

  • @ranjandas3024
    @ranjandas3024 หลายเดือนก่อน

    বহুত ভাল লাগিছে🙏

    • @namaskar6406
      @namaskar6406  หลายเดือนก่อน

      ধন্যবাদ

  • @diptikalita4833
    @diptikalita4833 ปีที่แล้ว

    বৰ ভাল লাগিল,,আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো। আৰু আগলৈও এনেকুৱা নাম শুনিব পাম বুলি আশা কৰিলো।

  • @kanakroy6339
    @kanakroy6339 ปีที่แล้ว +3

    সহস্ৰ প্ৰণাম জনালোঁ এই মহান শিল্পী জনক ❤

    • @namaskar6406
      @namaskar6406  ปีที่แล้ว

      আপোনাক অন্তঃকৰনেৰে ধন্যবাদ জনালো

    • @kalikantadas
      @kalikantadas ปีที่แล้ว

      ​@@namaskar64064:38

  • @ToraliToralideka-ce8bc
    @ToraliToralideka-ce8bc 6 หลายเดือนก่อน

    So superb

  • @LifeTraders-e5c
    @LifeTraders-e5c ปีที่แล้ว

    Bhut val lagil

  • @assameseculturenagaranaam5555
    @assameseculturenagaranaam5555 ปีที่แล้ว

    অতি সুন্দৰ আৰু সুশ্ৰুত হৈছে।আশী দশকৰ সময়ছোৱাত এনে ধৰণৰ মধুৰ, অন্তৰ পৰশা নামবোৰ শুনিছিলো। এই নামটো অবশ্যে আশী দশকৰ ও আগৰ। মই শুনা নাছিলো। আন এটা লিখনিৰ এই নামটো শুনা যেন পাওঁ। মুঠতে সকলো দিশ সামৰি নামটো ভাল পাইছোঁ। নিজস্ব পদ্ধতিৰে গাইছে।

  • @pbaruah8293
    @pbaruah8293 ปีที่แล้ว

    Maje maje anekoa naam xunibo pale
    Amar dharmio sanskritie jiyai thoka jen lage...
    Beleg nakao, naam to Bahut val lagil pathak aati... 🙏🙏🙏🙏🙏

  • @prasanjitnath1711
    @prasanjitnath1711 11 หลายเดือนก่อน

    Bhut val hoise kaka.

  • @jatindeka6978
    @jatindeka6978 ปีที่แล้ว

    অতিকে আপ্লুত হ'লো। পাঠকদেৱৰ লগতে এই মহৎ কাৰ্যৰ লগত জড়িত প্ৰতিগৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম।

    • @namaskar6406
      @namaskar6406  ปีที่แล้ว

      আপোনাক বহুত বহুত ধন্যবাদ

  • @gobindadeka2410
    @gobindadeka2410 ปีที่แล้ว

    বহুত ভাল লাগিল পেহা ৷ পূৰণি নিভাজ সুৰ ৷ সুললিত আৰু স্পষ্ট কণ্ঠ ৷ আজিকালি নাগাৰা নামত আধুনিকতাৰ পৰশ পৰিল ৷ এনেধৰণৰ প্ৰচেষ্টাই নাগাৰা নামৰ স্বকীয়তা বজাই ৰখাত অৰিহণা যোগাব ৷

  • @hargobindasarma100
    @hargobindasarma100 11 หลายเดือนก่อน

    নতুন প্ৰজন্মই এনে লোকৰ পৰা শিকক । এনে নাম সঘনে প্ৰচাৰ কৰিবৰ বাবে অনুৰোধ জনালোঁ।

    • @namaskar6406
      @namaskar6406  11 หลายเดือนก่อน

      Namto share kri dib son

  • @hemenbaishya8456
    @hemenbaishya8456 ปีที่แล้ว +1

    প্ৰণাম

  • @jagannathkalita6887
    @jagannathkalita6887 ปีที่แล้ว

    'প্ৰণাম মান্যবৰ ৷এয়াই নাগাৰা নাম ৷য'ত ভক্তি ৰসৰ মৌচাক ভক্তপ্ৰাণ নামধৰ্মী ৰাইজে বিচাৰি পায় ৷ নাই কোনো বাহল্য ,নাই কোনো কৃত্ৰিমতা সকলোতে কেৱল মাত্ৰ শ্ৰদ্ধাৰ পাঠক দেৱৰ অন্তৰ নিগৰি বৈ অহা ভক্তি ৰস সুৰহে বিৰাজমান আছে ৷ মান্যবৰ আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ৷

    • @namaskar6406
      @namaskar6406  ปีที่แล้ว

      মান্যবৰ আপোনাক অন্তৰৰ পৰা অন্তঃকৰনেৰে ধন্যবাদ জনালো

  • @SekharKakati-vb8wj
    @SekharKakati-vb8wj ปีที่แล้ว +2

    So nice video

  • @rununathsarma4822
    @rununathsarma4822 ปีที่แล้ว +1

    🙏🙏

  • @Raghavvvvvv622
    @Raghavvvvvv622 ปีที่แล้ว

    প্ৰকৃত নাগাৰা নাম। বৰ আনন্দ পাইছোঁ । কুশল কামনা কৰিছোঁ । আৰু আগলৈ ও এনেকুৱা নাম পাই থাকিম বুলি আশা থাকিল ।❤

    • @namaskar6406
      @namaskar6406  ปีที่แล้ว

      আপোনাক বহুত বহুত ধন্যবাদ জনালো

  • @jibeswarkalita7214
    @jibeswarkalita7214 ปีที่แล้ว +1

    সুন্দৰ 🙏

  • @jyotishkalita9444
    @jyotishkalita9444 ปีที่แล้ว

    Legend 💙

  • @kushalchandrabarman9400
    @kushalchandrabarman9400 ปีที่แล้ว

    Very nice 🎉🎉

  • @MadhabRajbongshi-l1c
    @MadhabRajbongshi-l1c หลายเดือนก่อน

    Val hoise aru 84 bassr jiai thakak

  • @premadadeka2015
    @premadadeka2015 ปีที่แล้ว

    আপোনাৰ কণ্ঠত সচাকৈ যাদু আছে দাদা। বহুত দিনৰ পিচত আপোনাৰ কণ্ঠত নাম শুনি অভিভূত হ'লো।আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘাযু কামনা কৰিলো।

    • @namaskar6406
      @namaskar6406  ปีที่แล้ว

      আপোনাক বহুত বহুত ধন্যবাদ

    • @gobindadeka2410
      @gobindadeka2410 ปีที่แล้ว

      বহু দিনৰ মূৰত আপোনাৰ কণ্ঠত নাগাৰা নাম শুনি অভিভুত হৈ পৰিলোঁ ৷
      ঈশ্বৰেই আপোনাক সদায় সুস্বাস্থ্যৰে কুশলে ৰাখক

  • @anitatalukdar2307
    @anitatalukdar2307 ปีที่แล้ว

    Bht ধুনীয়া হৈছে ❤

  • @cultureofassam208
    @cultureofassam208 ปีที่แล้ว +1

    প্ৰণাম জনালোঁ

  • @deepjyotiroy7573
    @deepjyotiroy7573 ปีที่แล้ว

    Hei Mohan silpi apunk satokouti bar pronam jonalo

  • @himankshukalita2925
    @himankshukalita2925 ปีที่แล้ว

    প্ৰণাম জনাইছোঁ

  • @dipikadeka3926
    @dipikadeka3926 ปีที่แล้ว

    Very nice

  • @pranabsarma2994
    @pranabsarma2994 ปีที่แล้ว

    বহত ধন্যবাদ, প্ৰণাম জানিব। আকৌ এনেকুৱা নাম এটি আশা কৰিলো আপোনাৰ পৰা, যত পদখিনিও আপুনি আগতে গোৱাৰ দৰে গায়। পুৰণি ঠাচত গোটেই নামটো ধুনীয়া কৈ বন্ধা থাকে, আশা ৰাখিছো বান্ধটো নভগাকৈ আগতে আপোনালোকে গোৱাৰদৰে নাম এটি গাব। নতুন প্ৰজন্মক দিয়ক পুৰণি নামৰ সোৱাদ অলপ। বৰকৈ মনত পৰিছে আজি কুশল আৰু মহেন্দ্ৰ পাঠকলৈ।

    • @namaskar6406
      @namaskar6406  ปีที่แล้ว

      আপোনাক বহুত বহুত ধন্যবাদ জনালো । পুনৰ নাম এটি দিবলৈ নিশ্চয় চেষ্টা কৰিম

  • @SekharKakati-sj8nu
    @SekharKakati-sj8nu ปีที่แล้ว +2

    Nice video

  • @biswadas3278
    @biswadas3278 ปีที่แล้ว +1

    Koka mzzaa❤❤❤

  • @ghanashyamdas7438
    @ghanashyamdas7438 4 หลายเดือนก่อน

    ❤❤❤❤❤

  • @sanjaydas781
    @sanjaydas781 ปีที่แล้ว

    Khundar🛕🪔🌼🌼🌼🙏🙏🙏
    Har har Mahadev om namah shivay 🙏🙏🙏

  • @ManjuDas-q1j
    @ManjuDas-q1j 2 หลายเดือนก่อน

    nice❤❤❤

  • @SatyajitDas-c6h
    @SatyajitDas-c6h ปีที่แล้ว +1

    Moja koka

  • @anitatalukdar2307
    @anitatalukdar2307 ปีที่แล้ว +1

    🙏🙏

  • @ThaneswarDas-i5y
    @ThaneswarDas-i5y ปีที่แล้ว

    শিল্প পেনঞ্চ প্ৰাপ্ত ,আধুনিক নাগাৰা নামৰ লিখক,আৰু নাগাৰা নামৰ পিতৃ স্বৰূপ পাঠক দেৱলৈ শুভেচ্ছা জনালো। আগলৈ কীৰ্ত্তনৰ নাম শুনিবলৈ আশা থাকিল।

  • @saratdeka3948
    @saratdeka3948 ปีที่แล้ว

    পদুম বোকাত ফুলিলেও পবিত্ৰ মূল্যবান ফুল। আমাৰ এই পিছপৰা অঞ্চলত প্ৰতিভাবান পাঠক দাৰ আদৰ্শক প্ৰণাম.....

  • @manashjyotypathak8071
    @manashjyotypathak8071 ปีที่แล้ว +1

    mozaa koka😊

  • @mridulkmix5174
    @mridulkmix5174 ปีที่แล้ว

    🙏

  • @juribaruah
    @juribaruah ปีที่แล้ว

    Moja 👍

  • @hiramonikumar6753
    @hiramonikumar6753 ปีที่แล้ว

    ❤🙏🙏🙏

  • @ABC-gh5us
    @ABC-gh5us ปีที่แล้ว +1

    anekua mohan silpir poramorkha lua dorkar prokita nagara nm utdhar hk❤❤❤❤

  • @nipandeka1042
    @nipandeka1042 ปีที่แล้ว

    Mja mja mja

  • @ankurbaishya9233
    @ankurbaishya9233 ปีที่แล้ว +1

    anakua naam ata r bor prouojon asil bortoman xonoiot

  • @umeshdas8765
    @umeshdas8765 ปีที่แล้ว

    Khuraa

  • @BharatchDas-rc4rn
    @BharatchDas-rc4rn ปีที่แล้ว

    Maja

  • @umeshdas8765
    @umeshdas8765 ปีที่แล้ว

    51:11

  • @shivamsarmah6174
    @shivamsarmah6174 3 หลายเดือนก่อน

    নাম ধৰি থকা ভিডিঅ টো পাৰিলে দিব।এই নাম বিলাক পুনৰ ঘূৰাই আনক নতুন পাঠক পাঠিকাই।

    • @namaskar6406
      @namaskar6406  3 หลายเดือนก่อน

      হয় দিয়ক

  • @umeshdas8765
    @umeshdas8765 ปีที่แล้ว

    Khura
    Apunar
    Dirghau
    Kamana
    Karilu 53:03

  • @RameshKumar-pf7is
    @RameshKumar-pf7is ปีที่แล้ว

    Pathak baal ai bantu vidio karibasun

  • @dikuentertainment7768
    @dikuentertainment7768 ปีที่แล้ว

    বহুত সুখী হ’লোঁ #dkdipakkumar

  • @ToraliToralideka-ce8bc
    @ToraliToralideka-ce8bc 6 หลายเดือนก่อน

    So superb

  • @BhusanChSarma
    @BhusanChSarma ปีที่แล้ว

    অতি উত্তম।মন প্ৰাণ জুৰ পৰি গʼল। সুন্দৰ কণ্ঠ।আগলৈ আৰু আশা কৰিলো ।🙏🙏🙏