ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏
কৃষ্ণ🙏 সন্ধ্যাৰ ভক্তি ভৰা সেৱা ভাগ সমস্ত জনৰ চৰণত নিবেদিছো🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
হে কৃপালু প্ৰভু, ভকত আৰু ভগৱন্তৰ এক তত্বৰ,শুকমুনিৰ জন্ম তত্বকে ধৰি ভাগৱতৰ একাদশ স্কন্ধৰ অতি গূঢ়তত্বৰ তাৎপৰ্যপূৰ্ণ বিশ্লেষণ সহজ সৰল ৰূপত আগবঢ়ায় আমাকো মহাভাগ্যৱান কৰি পৰম কৃপা কৰিলে। অনন্য অতুলনীয় আপোনাৰ আধ্যাত্মিক তাত্বিক পৰ্যালোচনা।হে কৃপালু সন্তজন আপোনাৰ শ্ৰীচৰণত কৌটি কৌটি প্ৰণাম নমস্কাৰ আৰু প্ৰণিপাত জনাইছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🪔🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🌹🌹🙏🙏🙏🙏
Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedisu, aporadh khama koriba.
ৰাম কৃষ্ণ প্ৰভু। সন্ধিয়াৰ ভক্তিৰ সেৱাভাগি সমস্তজনৰ শ্ৰীচৰণত অৰ্পণ কৰিছোঁ কৃপায়ে গ্ৰহণ কৰে যেন।জয় গুৰু শঙ্কৰ কৃষ্ণ 🙏🙏🙏🙏
Jay Shree Krishna 🙏🙏🙏🙏🙏🙏💛💛💛💛
Namu namu narayion.pranam mur prabu jona.
Krishna Krishna KrishnaGaneshguri
কৃষ্ণ বাপ জনা জয় গুৰু শংকৰ মাধৱ ৰাম l জগতৰ হৰি দৈৱকী নন্দন প্ৰভু কৃষ্ণৰ চৰণত আমি কৃষ্ণ নামে কৰোঁ প্ৰণাম কৃষ্ণ
জয় গুৰু । কৃষ্ণ কৃষ্ণ প্ৰভু । আমাৰ শত শত কোটি সেৱা আৰু প্ৰযণিপাত গ্ৰহণ কৰিব
কৃষ্ণ বাপৰ চৰণত ধৰি প্ৰাৰ্থনা কৰিছো-দৈৱকী নন্দন কৃষ্ণৰ ২১টা লক্ষনযুক্ত-ঈশ্বৰ কৃষ্ণৰ শুনিয়ো মহা পুৰুষৰ লক্ষন সাৰ।ত্ৰিগম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ উন্নত ছয় প্ৰকাৰ।কৃষ্ণ বাপৰ সাধনময় যি জ্ঞান আমাক দান কৰি আছে বাপৰ বচন গম্ভীৰ গমন গম্ভী আৰু নাভি প্ৰদেশ গম্ভীৰ।বচন যদি অলপ লাহে ধীৰে হয় আমিবোৰে আৰু উপকৃত হোৱা যেন লাগিব।বাপক এইখিনি বাবে ক্ষমা ভিক্ষা মাগিছো।কৃষ্ণ হৰি ৰাম ৰাম 🙏❤️ 🙏❤️ 🙏❤️
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏
কৃষ্ণ🙏 সন্ধ্যাৰ ভক্তি ভৰা সেৱা ভাগ সমস্ত জনৰ চৰণত নিবেদিছো🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
হে কৃপালু প্ৰভু, ভকত আৰু ভগৱন্তৰ এক তত্বৰ,শুকমুনিৰ জন্ম তত্বকে ধৰি ভাগৱতৰ একাদশ স্কন্ধৰ অতি গূঢ়তত্বৰ তাৎপৰ্যপূৰ্ণ বিশ্লেষণ সহজ সৰল ৰূপত আগবঢ়ায় আমাকো মহাভাগ্যৱান কৰি পৰম কৃপা কৰিলে। অনন্য অতুলনীয় আপোনাৰ আধ্যাত্মিক তাত্বিক পৰ্যালোচনা।হে কৃপালু সন্তজন আপোনাৰ শ্ৰীচৰণত কৌটি কৌটি প্ৰণাম নমস্কাৰ আৰু প্ৰণিপাত জনাইছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🪔🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🌹🌹🙏🙏🙏🙏
Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedisu, aporadh khama koriba.
ৰাম কৃষ্ণ প্ৰভু। সন্ধিয়াৰ ভক্তিৰ সেৱাভাগি সমস্তজনৰ শ্ৰীচৰণত অৰ্পণ কৰিছোঁ কৃপায়ে গ্ৰহণ কৰে যেন।জয় গুৰু শঙ্কৰ কৃষ্ণ 🙏🙏🙏🙏
Jay Shree Krishna 🙏🙏🙏🙏🙏🙏💛💛💛💛
Namu namu narayion.pranam mur prabu jona.
Krishna Krishna Krishna
Ganeshguri
কৃষ্ণ বাপ জনা জয় গুৰু শংকৰ মাধৱ ৰাম l জগতৰ হৰি দৈৱকী নন্দন প্ৰভু কৃষ্ণৰ চৰণত আমি কৃষ্ণ নামে কৰোঁ প্ৰণাম কৃষ্ণ
জয় গুৰু । কৃষ্ণ কৃষ্ণ প্ৰভু । আমাৰ শত শত কোটি সেৱা আৰু প্ৰযণিপাত গ্ৰহণ কৰিব
কৃষ্ণ বাপৰ চৰণত ধৰি প্ৰাৰ্থনা কৰিছো-দৈৱকী নন্দন কৃষ্ণৰ ২১টা লক্ষনযুক্ত-
ঈশ্বৰ কৃষ্ণৰ শুনিয়ো মহা
পুৰুষৰ লক্ষন সাৰ।
ত্ৰিগম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ
উন্নত ছয় প্ৰকাৰ।
কৃষ্ণ বাপৰ সাধনময় যি জ্ঞান আমাক দান কৰি আছে বাপৰ বচন গম্ভীৰ গমন গম্ভী আৰু নাভি প্ৰদেশ গম্ভীৰ।বচন যদি অলপ লাহে ধীৰে হয় আমিবোৰে আৰু উপকৃত হোৱা যেন লাগিব।বাপক এইখিনি বাবে ক্ষমা ভিক্ষা মাগিছো।কৃষ্ণ হৰি ৰাম ৰাম 🙏❤️ 🙏❤️ 🙏❤️