Media editor(chief) is anti BJP. Studio arrangement of seats clearly points in that direction. Questions repeated thousand times in various talk shows shamelessly by anchor and congress leaders.
Ripon borah xongbad melot nijei koisil jetia teo xobhapoti asil tetiacongress or bidhan khonhar candidate or list xon bole himanta biswa sarmai disil aru xei mormei election o hoi gol ...hai re rajniti
Oi nitumoni Saikia tur pettu I conggress bahirarkhon hol niropaykha na nitumoni Ali . Protidin time chanelor news saboloi nepai . Ehathol complately I conggress supporter hoi .
অতি সুন্দৰ যুক্তি পূৰ্ণ অভিমত শুনি ভাল লাগিল। দুই গৰাকী প্ৰবীন ৰাজনীবিদক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।এনেকুৱা পৰিৱেশত অভিমত অনুষ্ঠান পৰিবেশন কৰিব বুলি আশা কৰিলো।
এনেদৰে অভিমত যুদ্ধ হোৱা তো ৰাজনৈতিক অৰ্থনৈতিক সামাজিক দিশতো গুৰুত্ব আৰোপ কৰা তো বাঞ্চনীয় ধন্যবাদ
ইমান সুন্দৰ পৰিবেশ আজিৰ অভিমতত। ভদ্ৰ লোকে ভদ্ৰ ভাষাত ভদ্ৰ ভাবে যুক্তি দিয়ে। দুয়ো ভদ্ৰ লোক। এখেতসকলৰ পৰা উত্তৰ পুৰুষে শিকিব লগা আছে। নিতুমনি ডাঙৰীয়াক ভবিষ্যতে অভিমতলৈ এনে ভদ্ৰ ভাবে আলোচনা কৰা মানুহক নিমন্ত্ৰণ কৰাৰ বাবে অনুৰোধ জনালো।
দুয়োজনৰ ভদ্ৰ আৰু নম্র সমালোচনা শুনি ভাল লাগিল।
সাংবাদিক জন কংগ্ৰেজৰ যেন লাগিছে
সিদ্ধাৰ্থ ভট্টাচাৰ্য খুউব ভদ্ৰ ৰাজনীতিবিদ।
সাংবাদিক সকল নিৰপেক্ষ। কিন্তু নিতুমনি ডাঙৰীয়া সাংবাদিক ক্ষেত্ৰখনত আপুনি কিমান নিৰপেক্ষ নিজকে সুধি চাওকচোন ! আপোনাৰ মতামত ৰাইজে সকলো বুজে। ভট্টাচাৰ্য্য ডাঙৰীয়া আপোনাক বহুত বহুত ধন্যবাদ। সঠিক জবাব দিছে।
নিতুমনি বোলা জনক নিৰপেক্ষ সাংবাদিক বুলি কোনোবাই কব পাৰিবনে ? এনে ধৰণৰ তথাকথিত সাংবাদিকে সেই "বিশেষ" ৰাজনৈতিক দলটোত যোগদান কৰাই শ্ৰেয়। তেওঁৰ কথা বতৰাত ; এজন সাংবাদিক হিচাপে লোৱা পক্ষপাতিত্বৰ কাৰণে সেই বৃত্তিৰ বাবে তেওঁৰ অযোগ্যতাহে প্ৰকাশ কৰে।
চাৰ আপুনি তৃনমূল কংগ্রেসলৈ যাওতে কি কৈছিল বতমানে পাহৰি গৈছে নেকি।
নিতুমনি নিৰপেক্ষ নহয় ।তেখেতে কংগ্ৰেছ ৰ পক্ষত মাজত বহিছে ।
কেতু মনি শইকীয়াই ঠিকঅজিত কুমাৰ ভূঞাৰ দৰে আচৰণ কৰিবলৈ লৈছে। ইয়াৰ বহুত অন্তৰ্নিহিত অৰ্থ আছে। বৰ্তমান কংগ্রেসৰ প্ৰতি তেওঁৰ চফ্ট কৰ্ণাৰ যে আছে সেয়া স্পষ্টকৈ প্ৰকাশ পাইছে। তেওঁৰ লক্ষ্য উদেশ্যে নিশ্চয়ই আছে। সেয়েহে মানুহে কয় এদেও দুদেও লোটা নিয়া চেও অৰ্থাৎ চকুতো ৰাজ্য সভাৰ সাংসদ।
নিগুমনি বাবু কংগ্ৰেছৰ ভবিচ্যত ৰাজ্য সভাৰ সংসদ। চাব্বছ নিতিয়ামনি
Hemanta is always powerful minister.....
sidhartha sir a great person
নিতুমনি শুনা বাল্মিকী এজনেই হয় ঠিকেই কিন্ত বাল্মীকিৰ দৰে হাজাৰ লাখ মানুহে নিজকে পৰিৱৰ্তন কৰিব পাৰে।।।।নিতুমনিয়ে এটা কথা নাজানে আজি যদি এজন ছাত্ৰ মূৰ্খ সেইজন কিন্ত ডাঙৰ হৈ প্ৰধানমন্ত্ৰী হয়।।গতিকে নিতুমনিয়ে এই সাধাৰণ কথাকে নাজানে।।।মানুহ সদায় পৰিৱৰ্তনশীল।।।
সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ ৰিপ্লাইক সন্মান জনাইছো।
লগৰ এজনে যদি নিজতকৈ যদি বহুত বেছি আগুৱাই যায় আন জনৰ ঈৰশা লগাটো ধ্ৰুৱ
বৰ ভাল লাগিল
Bhattachary sir ৰ লগত নিটো ৰ বেয়া কৈ মুখ মেল খুৱাই দিলে । Bhattachary sir , excellent
Ripun Bora are you actually a politician?
ৰিপুন বৰা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যক সমুখত লৈ নিতুমণিয়ে কথাবোৰ ক'লৈ পোনাইছে সাধাৰণ লোকেও বুজি পাইছে। নিতুমণিৰ পক্ষপাত বাৰু কেতিয়া শেষ হ'ব?
Nitumoni is a courageous, fearless repoter
An anchor is underrated if he indulges in biasness. Let the audience themselves judge the opinions put forward by the participants .
Tihar babu harise aru ripun da uttor dibo para nai.
আজিৰ তাৰিখত কংগ্ৰেছক (অখিল গগৈ)ভোট দিয়া আৰু পাকিস্তানক ভোট দিয়া একে।
Ripun bora trinomul Congressat kio goisil
ৰিপুণ বৰা "নীলা শিয়াল" আৰু নিতুমনি "অসংকাৰী" সাংবাদিক।নিতুমনিয়ে নিজকে অসমৰ জ্ঞানী বুলি পৰিচয় দিববিছাৰে। অন্যমানুহ বোৰ জ্ঞান শূন্য ১০০%।
একেবাৰ শুদ্ধ ময়ো ভাৱো।
Nitumani saikia tumio gakhiredi ga dhuwa nai
আজি nitu moni harile ,teo kajiya logabo nuwarile , আমিও জানো বাল্মিকী 1জনে আছিল ,but বাল্মিকীৰ আদৰ্শ লব পাৰি টো
বৰা মহাশয় চল চাই কঠিয়া পাৰা।
সাংবাদিকজন নিৰপেক্ষ নহয়৷তেওঁ কংগ্ৰেছৰ পক্ষত আছে
দুয়ো জনৰ কথা শুনি এটাই ৰিজাল্ট দিব পাৰি যে waching machine ত সোমাই CID ,ED,CBI, Income tax আদি আদালতৰ ওচৰ চপা টো নিস্প্ৰয়োজন ।
কংগ্ৰেছৰ দিনত কোনো চছিয়েল মিডিয়া ৰ ভাল বেয়া প্ৰচাৰ হোৱা নাছিল।।কংগ্ৰেছৰ সময়ত তেতিয়াৰ ইমান দূৰ্ণীতি আছিল যে পিছত চছিয়েল মিডিয়াত কংগ্ৰেছৰ দূৰ্নীতিবোৰ প্ৰচাৰ হোৱাৰ পিছত কংগ্ৰেছ ডুবি গল।।।এতিয়া অসমৰ মানুহ বুৰ্বক নহয়।সকলোৱে ৰাজনীতি বুজি পায়।এই সময়ত ৰাজনৈতিক পাৱাৰ থকাটোহে বহু ডাঙৰ কথা।।।ৰিপুন বৰাই ভাৱে যে হিমন্ত কংগ্ৰেছ এৰাৰ পৰা কংগ্ৰেছ ক্ষতি হৈছে,গতিকে বিজেপি এৰি কংগ্ৰেছত আহিব লাগে বুলি ভাৱে।।।আজিৰ জনগনৰ মতে মই এইখন চৰকাৰৰ পৰা কি পাইছো আৰু ৰাইজে কি পাইছে? যদি দুয়োটাই অলপ হলেও পোৱা বুলি ৰাইজে ভাৱে তেন্তে চৰকাৰখন ভাল বুলি ভাৱে।আজিৰ দিনত এইটোৱেই।।
BJP jindabad BJP jindabad CM sir jindabad Sidartha jindabad
Nitumoni nirapekha nohoi.teo congressi
সংবাদীক জন কংগ্ৰেছৰ মালিক |
Descent and logical argument .
Himanta is good person
Nitu Moni Ali namto bhal habo na
ৰিপুন বৰা ডাঙৰীয়াই নিজৰ পুৰণি কথা বিলাক পাহৰি বতমান চৰকাৰৰ দোষ দেখি থাকিলে নহয়। কাৰণ তেও কি কাৰণে তৃণমূল কংগ্রেসত যোগ দিছিল।
Both are appreciated 👍
কঙগেছৰ মানুহৰ মুখত দুৰ্নীতিৰ বিৰুদ্ধে কোৱা কথা শুনিলে হাঁহিহে উঠে ।
B J Pৰ এজন ভাল মানুহ
বুলী ভট্টাচাৰ্য দাঙৰীয়া কুৱা
হয় কিন্ত আজী কথাখনী
ৰাইজৰ মনপুত হোৱা নাই
Both leader are great
Nitu moni coges manuh
Borhia hoise
ত্ৰেতাযুগৰ ৰাৱণ এজনেই আছিল,
কিন্তু এই যুগত ঘৰে ঘৰে ৰাৱণ জম্ম
হ'ল। এই ৰাৱণ সকলক ভাল কৰা
যিবিলাকে নিজকে শিক্ষিত বুলি ভাৱে, তেওঁ সেই সকলক ভাল কৰাটো প্ৰচেষ্টা কৰক।
পিছৰ আলোচনাখিনিৰ ফুকনৰ তুলুঙা বক্তব্যৰপৰা শিকিবলৈ একো নাই।
Good
যুক্তি কেতিয়াও তৰ্ক নহয়, যুক্তিৰ ব্যাক্ষা যুক্তিয়ে হয়, নিৰবে চাই থকাজনহে জ্ঞানী ৷ অন্ধবোৰে নুবুজে
Bhattachargy you are gain
মই ভাবো ৰিপন ইমানেই ভাল আছিল তেতিয়া হ'লে তেওঁ কংগ্ৰেছ এৰি কেলৈ অন্য দলত যোগদান কৰিছিল। আকৌ টিনমুল এৰি কংগ্ৰেছত যোগদান কৰিলে। কিয় মাত্ৰ গাদীৰ কাৰণে ৰাজনীতি কৰি আছে নেকি । আৰু আজি সেই কাৰণে কংগ্ৰেছৰ অসমত নাম নাইকীয়া হৈছে। আৰু হ'ব।
হেইজনে বৰ দূৰলৈ দেশে হেই কাৰণে ?
Nitumoni Saikia tumi olop niropskhya hoi kotha kowatu bhal
Bora please be try to maintain to stand in your future position
Ripun Bora Tihar jail Kanakia kuasun
নিতুমনি শইকীয়া ডাঙৰীয়া আপুনি প্ৰশ্ন কিয় কৰিছে। প্ৰশ্ন তেখেত সকলৰ মাজত হব আৰু উত্তৰটো তেখেত সকল দুই জনৰ মাজত হব। আপুনি কংগ্ৰেছৰ পক্ষত আছে। সেইটো নকৰিব।
সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কথাবোৰ ভাল নালাগিল। তেখেতৰ কথাত এটা বুজি পালোঁ তেখেতে খোলা খুলিকৈ থকা কলে ২৬ ত বিধানসভাৰ টিকট নাপাব বুলি ভাবি প্ৰকৃত কথা লুকালে
প্ৰয়াত তৰুণ গগৈয়ে তেওঁৰ শাসন কালত এষাৰ কথা তেওঁ কৈছিল বহাগ আহিলেই কুলিয়ে মতাদি ইলেকচন আহিলেই বিজেপি দলে মাত দিয়ে। সেয়া তেখেতৰ অহমিকা আৰু বিজেপি দলক তুচ্ছ তাচ্ছিল্য কৰা ব্যবহাৰ নাছিল নে? কংগ্রেস দলে আন দলক স্বাধীনতাৰ পিছৰ পৰা দবাই ৰাখিলে। ৰিপুন বৰা ডাঙৰীয়াৰ বক্তব্য বোৰ ওপৰলৈ পানী চতিয়াই গাতে পৰাৰ দৰেই হৈছে।
Ripun Ali
নিতুমনি কংগেছৰ মানুহ
Tihari babu
🦮🐕🦺🐈⬛🐩🐈 ৰ নেজ কেতিয়াও চিধা নহয় ⁉️💯
নিতুমনি শইকীয়াক অসমৰ ৰাইজে ভাল দৰে জানে প্ৰকৃত reporter হয় নে নাই? তেওঁ এজন ঘৰ ভঙা মানুহ। কিয় কলো কি বিষয় ওপৰত তেওঁ ৰিপুন বৰা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত protidin time বাক বিতৰ্ক মাজলৈ আনিল ? কাম নাই বিষয় বস্তু নাই।
Nitumonik P .M bonaba Lage
Hidartha ডাঙৰীয়াই মনৰ কথা খুলি কব পৰা নাই,,
তপ্পৰ কথা মণত পৰে নে?
এতিয়াৰ বিজেপি আদানিৰ বিজেপি ।
Gentle talk show by gentle and respected people. In another talk show I feel, some monkey fighting and somebody enjoying it. Very shameful
Media editor(chief) is anti BJP. Studio arrangement of seats clearly points in that direction. Questions repeated thousand times in various talk shows shamelessly by anchor and congress leaders.
Iman daikhya manuhal mantri nideo kio
Nitumoni to congres hoi
Jiman. Kalao. B. J. P. Jikiba. B. J p. A. Jiman. Kam. Karisa. Koño. Sarkara. Kariba. Para. Nasil. 70. Basara
Ripon borah xongbad melot nijei koisil jetia teo xobhapoti asil tetiacongress or bidhan khonhar candidate or list xon bole himanta biswa sarmai disil aru xei mormei election o hoi gol ...hai re rajniti
Letera kapur duwar karaney kak aanisey kun letera manuah
Nitu mani e smayar prasangik prasna karise uttarar he khelimei karise karise bhatta sire
😊
Congress zindabad
Oi nitumoni Saikia tur pettu I conggress bahirarkhon hol niropaykha na nitumoni Ali . Protidin time chanelor news saboloi nepai . Ehathol complately I conggress supporter hoi .
Ripon Bora tamar kam nai
Xosa kotha raije kobo
Duyo ekei.Xuni kaam nai
Duyutai expiry joa maal.
Ripun Bora eta dollar Bogari.Tar eko Kam nai.
কিয়, আপুনি দেখুন --মমতাৰ ভৰি চেলেকি খালে, ভাৰতীয় ৰাজনীতিত আটাইতকৈ বদমাছ -গুণ্ডা হৈছে মমতা বন্দ্যোপাধ্যায়