ফাগুনেও উতলা এই মন -কিয় আজি উচাতন/Mohendra Hazarika/Assamese songs/Stage program morigaon/PDR Vlogs

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ธ.ค. 2024

ความคิดเห็น • 8

  • @sgogoi459
    @sgogoi459 ปีที่แล้ว +1

    ইমান বয়সৰ পাছতো ইমান ভালকৈ পৰিবেশন কৰিছে, ভাল লাগিল❤ তেওঁৰ গানবোৰ শুনিলে শুনি থাকিবৰ মন যায়।কেঁচা মাটিৰ গোন্ধ থকা গীতবোৰ❤ মহেন্দ্ৰ হাজৰিকা দেৱৰ প্ৰতিটো গীতেই মোৰ প্ৰিয়, হৃদয় চুই যোৱা❤❤শৈশৱৰ সেই সোণালী দিনবোৰলৈ মনত পৰি যায় গানবোৰ শুনিলে। সেই সময়ত Super Duper Hit আছিল🔥🔥
    ইমান ধুনীয়া গীতবোৰ উপহাৰ দিয়াৰ বাবে মহেন্দ্ৰ হাজৰিকা দেৱলৈ বহুত বহুত ধন্যবাদ❤ 🙏 তেওঁৰ কুশল তথা দীৰ্ঘায়ো কামনা কৰিলোঁ🙏

  • @DharmaKantaHazarika
    @DharmaKantaHazarika ปีที่แล้ว

    মোৰ এটি অতি প্ৰিয় গীত। ককাইদেউলৈ হিয়াৰ ওলগ জনালোঁ 🙏🌿

  • @rubuldas841
    @rubuldas841 9 หลายเดือนก่อน

    ❤❤🎉

  • @bornalivlogs2279
    @bornalivlogs2279 ปีที่แล้ว +1

    মহেন্দ্ৰ হাজৰিকা গোটেই বোৰ ভিদেও দিয়া চাব ৰয় আছোঁ Please

  • @munindraenter1081
    @munindraenter1081 ปีที่แล้ว

    সুন্দৰ

  • @jimihazarika9483
    @jimihazarika9483 ปีที่แล้ว

    Dada
    Khub
    Dhunia
    Hoice
    Pragaram
    Akoi
    Ahib
    Logib
    Morigaon