শৰণ ললে মুণ্ডন কৰা নহয় কিয়

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ก.ค. 2024
  • #pranjitgogoi #pranjalprotimborah #ভাগৱতপাঠ

ความคิดเห็น • 62

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 27 วันที่ผ่านมา +3

    কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 27 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ বাপজনা সন্ধিয়া ভক্তি ভৰাসেৱাভাগি নিবেদিলো।

  • @poragboruah4156
    @poragboruah4156 27 วันที่ผ่านมา +2

    🙏কৃষ্ণ কৃষ্ণ🙏 জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @pallabikagohain5720
    @pallabikagohain5720 27 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🌹🙏

  • @pallabikagohain5720
    @pallabikagohain5720 27 วันที่ผ่านมา +3

    ভকত বৈষ্ণৱ হবৰ শ্ৰী চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ

  • @dhireswarray8159
    @dhireswarray8159 26 วันที่ผ่านมา +1

    Ram Ram Krishna Krishna probhu joy shree krishnay govindo Hore murari hay natho narayono nomo nomo 🙏🙏🙏🙏🙏

  • @keshabbora7742
    @keshabbora7742 27 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @khirodbhuyan5967
    @khirodbhuyan5967 27 วันที่ผ่านมา +2

    Krishna 🙏

  • @nayanjyotisandilya8864
    @nayanjyotisandilya8864 19 วันที่ผ่านมา +2

    Jai Bhole nath, jai maa kamakya ...

    • @rupamsaikia4383
      @rupamsaikia4383 17 วันที่ผ่านมา

      Joy Shri Krishna

    • @asomiaasom6008
      @asomiaasom6008 2 วันที่ผ่านมา

      হৰ হৰ মহাদেৱ ।

  • @gunamaidevi4570
    @gunamaidevi4570 27 วันที่ผ่านมา

    Krishna 🙏 Krishna 🙏 Krishna 🙏 Bap sotkowti pranam janalu Krishna 🙏

  • @junumech7558
    @junumech7558 27 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ বাপ,,‌, 🙏🙏👏👏 কৃষ্ণ

  • @HareshDowarah
    @HareshDowarah 27 วันที่ผ่านมา

    Krishna, krishna, krishna Prabhu.

  • @ujjalbaruah81
    @ujjalbaruah81 27 วันที่ผ่านมา +1

    🙏🙏🙏🙏

  • @user-fn3hx6rf8q
    @user-fn3hx6rf8q 27 วันที่ผ่านมา +1

    Krishna Krishna

  • @user-zu1dk5pc9e
    @user-zu1dk5pc9e 25 วันที่ผ่านมา

    Krishna krishna krishna bap 👌👌👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤❤

  • @sunilborah9320
    @sunilborah9320 12 วันที่ผ่านมา +1

    আমি,সকলোকে, সন্মান জনাই কব বিছাৰিছো যে আপোনি, আপোনাৰ নিজৰ, ধৰ্ম কম,সমাজ,ঘৰ, পৰিয়ালৰ উপৰত, সতৰ্ক হৈ,চলিব,

  • @ProfullaSaikiaOfficial
    @ProfullaSaikiaOfficial 25 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম নাৰায়ণ

  • @RumiKonch-ni2zp
    @RumiKonch-ni2zp 6 วันที่ผ่านมา

    Krishna

  • @ritagohain2552
    @ritagohain2552 27 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @gautamdas5705
    @gautamdas5705 14 วันที่ผ่านมา

    Krishna Krishna Krishna Krishna bap

  • @madhujyagogoi9721
    @madhujyagogoi9721 27 วันที่ผ่านมา

    কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম

  • @swapnagogoi8702
    @swapnagogoi8702 27 วันที่ผ่านมา +9

    Krishna Krishna probhu apunar choronot hoto kuti pronam jonaisu Krishna Krishna

  • @RumiDas-te2ul
    @RumiDas-te2ul 27 วันที่ผ่านมา

    Krishna krishna🙏🙏🙏🙏🙏🌺

  • @ranukalita1790
    @ranukalita1790 26 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম 🙏🙏🙏🙏

  • @user-xd7zw9gm9r
    @user-xd7zw9gm9r 27 วันที่ผ่านมา

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @BobitaDas-ww9pc
    @BobitaDas-ww9pc 27 วันที่ผ่านมา

    Krishna Krishna Krishna 🙏🙏🙏

  • @prahladchetia4233
    @prahladchetia4233 26 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @padumkakati2938
    @padumkakati2938 15 วันที่ผ่านมา +1

    সমাজ ভঙাটুকুৰা টুকুৰ কৰা কথা।

  • @monujda238
    @monujda238 25 วันที่ผ่านมา

    ৰাম ৰাম কৃষ্ণ কৃষ্ণ বাপ জনাৰ চৰণত সেৱা জনাইছো

  • @ElamoniHazarika
    @ElamoniHazarika 27 วันที่ผ่านมา

    Krishna Krishna 🙏🙏🙏

  • @suhaniborah2809
    @suhaniborah2809 27 วันที่ผ่านมา

    Krishna Krishna 🙏🙏

  • @nomitagohain3546
    @nomitagohain3546 27 วันที่ผ่านมา

    krishna bap krishna

  • @KhanindraTalukdar-zk5ps
    @KhanindraTalukdar-zk5ps 27 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ

  • @asomiaasom6008
    @asomiaasom6008 23 วันที่ผ่านมา +2

    মায়া শাস্ত্ৰ ভাগৱতৰ মায়াত প্ৰভাবিত হৈ মতিভ্ৰম হৈ মায়াবী গুৰু শংকৰ মাধৱে প্ৰকৃত সনাতন বেদধৰ্মক বিকৃত কৰি ধৰ্ম আচৰণ প্ৰচাৰ কৰি গৈছে । মায়া শাস্ত্ৰ ভাগৱতৰ প্ৰভাৱত প্ৰভাবিত হৈ মায়াবী গুৰু শংকৰদেৱে প্ৰকৃত শুদ্ধ সত্য সনাতন বেদধৰ্ম কৰ্ম আচৰণ এৰুৱাই বেদবিৰোধী আচৰণীয় ভক্তি ধৰ্ম প্ৰচাৰ কৰি অসমবাসীৰ একাংশক দি যি একাংশই মায়াবী গুৰু শংকৰদেৱক গুৰু ভজি একশৰণীয়া কৃষ্ণ ভক্তি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছে তেওঁলোকে বেদ পুৰাণ গীতা ভাগৱতৰ ঈশ্বৰ বিষ্ণু ৰাম কৃষ্ণৰ বিৰোধ কৰি আছে ।মায়াবী গুৰু শংকৰদেৱে নিজে প্ৰকৃত শুদ্ধ সত্য সনাতন বেদধৰ্মৰ আচৰণ বেদবিহিত কৰ্ম ভক্তি ধম আচৰণ কৰিছিল যেনে ব্ৰাহ্মণৰ দ্বাৰা বেদমন্ত্ৰ পাঠ কৰি মুৰ্তি পূজা কৰিছিল ,পিতৃ মাতৃৰ শ্ৰাদ্ধ পিণ্ড দান ব্ৰত মুণ্ডন কৰিছিল ,পবিত্ৰ তীৰ্থস্থান দৰ্শন,পবিত্ৰ তীৰ্থ জলত স্নান ,গয়াৰ বিষ্ণু পদদ পিণ্ড দান মুণ্ডন ,ব্ৰাহ্মণ্য কৰ্ম বেদমন্ত্ৰ পাঠ কৰি ঈশ্বৰভক্তি প্ৰেতকৰ্ম কৰিছিল কিন্তু শিষ্ম সকলৈক প্ৰকৃত সনাতন বেদধৰ্মৰ বেদ বিহিত কৰ্ম ভক্তি আচৰণ বাৰণ কৰি কেৱল কৃষ্ণ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিবলৈ উপদেশ দিছিল ।কেবল কৃষ্ণত একশৰণ ভাগৱতী নাম ধৰ্ম কৰাৰ লগতে শংকৰদেৱৰ শিষ্য সকলে শংকৰ মাধৱ ৰচাত গীত পদ ঘোষা তাল খোল নেগাৰা চাপৰি বজাই গাই ভাগৱত কীৰ্তনঘোষা নামঘোষা গুণমালা পাঠ শ্ৰৱণ কীৰ্তন কৰি সনাতন বেদধৰ্মৰ বেদ বিহিত তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান ব্ৰত মুণ্ডন আদি কাৰ্যক কৰ্মকাণ্ড পাপকৰ্ম বুলি আৰু বেদ পুৰাণ উপনিষদ শাস্ত্ৰক অদকাৰী জ্ঞান কৰি শিৱক দেৱ দেৱীক নিন্দা ঘৃণা অবজ্ঞা হেয়জ্ঞান তুচ্ছ-তাচ্ছিল্য অপমান কটু সমালোচনা কৰি আন গুৰু দেৱ নাম ভকতক অপমান হেয়জ্ঞান নিন্দা পৰচৰ্চা কৰা ভক্তি ধৰ্ম দি গল মায়াবী গুৰু শংকৰ মাধৱে যি প্ৰাণজিত গগৈ হতে শংকৰী সকলে তেনে আচৰণ কৰি আছে ।

    • @nayanjyotisandilya8864
      @nayanjyotisandilya8864 19 วันที่ผ่านมา

      Thik koise eht r murt gyanr namt gubor axupa vorai prithibit aborjona hbole jiai ase jukti di ata kothau kobo nuare.. ehte dhormo nosto kori ase

    • @RumiKonch-ni2zp
      @RumiKonch-ni2zp 6 วันที่ผ่านมา

      😂

    • @ArunaBhuyan-ob1ey
      @ArunaBhuyan-ob1ey 6 วันที่ผ่านมา

      Bhagawat mayabi shastro , Sankor - Madhab mayabi guru , tetiahole apuniai bhogawan neki ?

    • @asomiaasom6008
      @asomiaasom6008 2 วันที่ผ่านมา

      ​@@ArunaBhuyan-ob1eyমই ভগৱান হলেহে ভাগৱত মায়া শাস্ত্ৰ শংকৰদেৱ মাধৱদেৱ মায়াবী হব নেকি ? ভাগৱতৰ ১ম স্কন্ধৰ প্ৰথমতে ভাগৱত যে মায়া আৰু ভক্তি ধৰ্মযুক্ত শাস্ত্ৰ তাৰ উল্লেখ আছে আৰু ভাগৱতৰ কিছুমান বেদ পুৰাণ গীতা ঈশ্বৰৰ উপদেশৰ বিপৰীত পদ উপদেশ আছে সেই বোৰ জানিহে ভাগৱত মাজাবী কাস্ত্ৰ বুলি কৈছো ।শংকৰদেৱ মাধৱদেৱ মায়াবী গুৰু বুলি কৈছো গুৰু দজনাই নিজেই কৰা কৰ্ম আচৰণ আৰু ৰচিত পুথিত লিখা উপদেশৰ লগত বেদ পুৰাণ গীতা আদি শাস্ত্ৰৰ নিৰপেক্ষতা উদাৰতা উপদেশ মিলাই চালে বহুত অমিল দেখা যায় সেয়ে

  • @manujgogoi9497
    @manujgogoi9497 27 วันที่ผ่านมา

    Hanuman sirnjive bap

  • @RatulGayon
    @RatulGayon 10 วันที่ผ่านมา

    কৃষ্ণ ।আজিলৈকে শুনি আহিছো কলিযুগত ঈশ্বৰ অৱতাৰি পূৰুষগুৰু জনাৰ নামৰ আগত ' জয় জগত গুৰু দৰে শব্দ পাইছো কিন্তু আজিলৈকে কতো মায়াবি শংকৰ মাধৱ বুলি পোৱাও নাই শুনাও নাই' যি জনে comment ত এই শব্দটো লগাছে তেখেতক ধন্যবাদ নিদি নোৱাৰিলো ।

  • @rinjumonisaikia6527
    @rinjumonisaikia6527 25 วันที่ผ่านมา

    Apunar onusthanor khobor palei bht duroloikeu huniboloi jau.Karon Apunar byakha huni val pau. Kintu hepahere apunar onusthan uthaboloi juat apuni badha dile buli huni bht dukh palu Bap......
    Apuni badha diya pariborte utsah dia hole vagabaneu val pale hoy .....Krishna dukh hole kshoma koribo ....

  • @krishnakakaty2624
    @krishnakakaty2624 วันที่ผ่านมา +1

    Krishna Krishna provu beya. Napabo. Dei. Koli. Jugot. Xokolu. Guru. Xisso. Nai.

  • @kjeng9809
    @kjeng9809 27 วันที่ผ่านมา +1

    যোগী সকলে লগুণ কিয় লব লাগে?

  • @asomiaasom6008
    @asomiaasom6008 23 วันที่ผ่านมา +1

    বেদ হৈছে ঈশ্বৰৰ নিজ মুখৰ বাণী জ্ঞান উপদেশ ।ঈশ্বৰৰ বাণী বেদৰ বিহিত কৰ্ম ভক্তি আচৰণ উপদেশ যদি ভুল পালন কৰিব নালাগে তেন্তে ঈশ্বৰক ভক্তি কৰি কি লাভ প্ৰাণজিত গগৈ ?ঈশ্বৰৰ বাণী জ্ঞান উপদেশ কৰ্ম ভক্তি আচৰণ যদি ভুল দুৰাচাৰ অকৰণীয় তেন্তে ঈশ্বৰ কৃষ্ণৰ নাম গুণ গোৱাও ভুল অকৰণীয় দুৰাচাৰ নহয়নে প্ৰাণজিত গগৈ ? ঈশ্বৰৰ বাণী জ্ঞান উপদেশ আজ্ঞাৰ ঈশ্বৰ ভক্তি কৰ্ম আচৰণ বেদমন্ত্ৰ পাঠ পূজা যদি অশুদ্ধ ভুল তেন্তে শংকৰ মাধৱ ৰচিত গীত পদ ঘোষা গাই কৃষ্ণ নাম গুণ গোৱা ভক্তি ধৰ্ম কেনেকৈ শুদ্ধ হয় ?তঁহতে মায়াবী গুৰু শংকৰ মাধৱৰ প্ৰভাবত পৰি যি বেদ পুৰাণ উপনিষদ গীতা তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান ব্ৰত মুণ্ডন কাৰ্য ,ব্ৰাহ্মণ্য বেদমন্ত্ৰ পাঠ কাৰ্য দুৰাচাৰ বুলি অকৰণীয় বুলি বিৰোধ কৰি কটু সমালোচনা কৰি আছা তহঁতে ঈশ্বৰ বিষ্ণু বেদ পুৰাণ ৰাম কৃষ্ণকে বিৰোধ কৰি কটু সমালোচনা কৰা নহলনে ???বেদ সনাতন ধৰ্মৰ লোকৰ মুল ধৰ্ম গ্ৰন্থ ।বেদক আৰু বেদবিহিত ভক্তি কৰ্ম ধৰ্ম আচৰণ ত্যাগ কৰিলে শুদ্ধ সনাতন ধৰ্ম কৰা হয়নে ?বিকৃত ভ্ৰষ্ট ধৰ্ম হলনে নহল প্ৰাণজিত গগৈ ?গীতাত কৃষ্ণই বেদধৰ্ম কৰ্ম ত্যাগ কৰিব দিছে নে বেদৰ বিহিত কৰ্ম ধৰ্ম কৰিব দিছে ?মায়া শাস্ত্ৰ ভাগৱতকে একমাত্ৰ শ্ৰেষ্ঠ শুদ্ধ ধৰ্ম গ্ৰন্থ বুলি মানিলে মতিভ্ৰম হৈ বিকৃত ভক্তি ধৰ্ম আচৰণ নকৰি কি কৰিবা প্ৰাণজিত গগৈ ?

  • @TrishnaGogoi-nl2eu
    @TrishnaGogoi-nl2eu 27 วันที่ผ่านมา

    কৰ্মত বিশ্বাস যাৰ,হিয়াত থাকনতো হৰি দূৰতে বিদূৰ হোৱনতো তাৰ।আতিশয় দূৰ হোৱনতো তাৰ।অহংকাৰ থাকনতেও, সাক্ষাৎতে কৃষ্ণক পালে , শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ।।😅😂😊 কৃষ্ণ।

  • @ManabDeka-sd9mz
    @ManabDeka-sd9mz 12 วันที่ผ่านมา

    ধৰ্মক ভাগ ভগবানে কৰিছিল নে মানুহে কৰিছিল আপুনি জানে যদি কৃপা কৰি জনাঁবছোন।

  • @bishwajitphukon4188
    @bishwajitphukon4188 27 วันที่ผ่านมา +1

    Krishna Krishna Krishna.

  • @padmaluchanbrphukan5300
    @padmaluchanbrphukan5300 26 วันที่ผ่านมา +1

    HARITU PAKITI HE .

  • @padumkakati2938
    @padumkakati2938 15 วันที่ผ่านมา

    অন্ন ব্ৰহ্ম অন্ন মূল অন্নৰ সমান নাই তুল মোৰ অন্ন পৰাই আমুকৰ প্ৰাণ চট ফট কৰি প্ৰাণ যায় জম ৰজাৰ বাক্য নহে অন্যথা কোন শাস্ত্ৰত আছে জানিবলৈ দি বাপ প্ৰাঞ্জিত।

  • @mridulgogoi3377
    @mridulgogoi3377 13 วันที่ผ่านมา

    সন্তান জন্ম হলে শুদ্ধি সবাহ কিয় পাতে , ....

  • @Beware_Of_Me_001
    @Beware_Of_Me_001 27 วันที่ผ่านมา

    Hanumaan buli he janu......Hanumanto aru kuni haa bapukon😊😊😊

  • @padmaluchanbrphukan5300
    @padmaluchanbrphukan5300 26 วันที่ผ่านมา

    BEDA PARA BHAGAWAT UTPATI .GATIKE BED KATHA KIY NEMANIM .

  • @JituManiNathNath
    @JituManiNathNath 4 วันที่ผ่านมา

    Kamban nai ajatha Katha kaba.ahe. ....

  • @padmaluchanbrphukan5300
    @padmaluchanbrphukan5300 26 วันที่ผ่านมา

    Chuli DARI MITTU pasat ake nethake adin NASH HABA pakiti deh.

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 27 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @pijush1376
    @pijush1376 25 วันที่ผ่านมา

    Krishna 🙏

  • @profullaborah4487
    @profullaborah4487 27 วันที่ผ่านมา

    Krishna

  • @Beridabon
    @Beridabon 26 วันที่ผ่านมา

    Krishna