Lyrics with translation- • Haasi Rokha Meetha Huworoni (Stored Sweet reminders from past) • Loralite Oka Sobi Khoni (A picture drawn by me during my childhood) • Monere Ubhoti Sao (My mind recalls those pictographic memories) • Loralire Geet Gao (I sing the song of my childhood) • Mon Praan Utola Kora, Hopune Haboti Dhora (Certainly my mind and soul gets ebullated and my dreams hug me all of a sudden) • Smriti Papori Hiya Bhori Ase Jana (My heart is filled with petals of memories) • Bukur Umere Bhora, Hurore Shruti Dhaara (Hearing the tune filled with enormous love) • Aabege Bhora Murchona (My cadence is filled with emotions.) • Bhawonate Jilike Mukh Khoni (Every thought of yours makes my face glitter) • Loralire Hongi Tumi Joni (You're my childhood love) • Jetiya Ubhoti Sau, Horogi Hurobhi Pau (Whenever I look back I sense a fragrance from heaven) • Mon Praan Utola Kora, Hopune Haboti Dhora (Certainly my mind and soul gets ebullated and my dreams hug me all of a sudden) • Smriti Papori Hiya Bhori Ase Jana (My heart is filled with petals of memories) • Bukur Umere Bhora, Hurore Shruti Dhaara (Hearing the tune filled with enormous love) • Aabege Bhora Murchona (My cadence is filled with emotions) 👍
Jubin da aru Papon dar baahire beleg r geet khuniboi vaal nupuwa hoisilu. Kintu atiya bohutu vaal vaal geet uliyaise atiyar notun axomiya deka saam a. Xosai Axomiya geet atiya hai besi vaaldore thon dhori uthibo.
গানটি শুনাৰ আগত Like এটা প্ৰথমতেই মাৰি দিলোঁ , তাৰ পাছত হে শুনিবলৈ লৈছোঁ । কাৰণ Sannidhiya Da ই গালে সেইটো গান Super Hit হ'ব । আগলৈও এনেকোৱা ভাল ভাল গান গায় যোৱা । ❤️❤️❤️❤️ Best wishes 🎉🎉
Bozropat music is new to production right? But it feels like they've been doing this for ages. It's sooooo soothing. Aru ki Jana.. the flute part.. it just just gave me goosebumps. Lyrics toh Kobo e nalage-- Rajib sir hats off to you! Aru vocals... Heitu toh Kobo e nalage. For some time it felt like I was in heaven!! Such a heavenly feeling. Bozropat music!!!! U have a great great great future ahead.. hats off to y'all!!!!❣️🔥
Lyrics with translation-
• Haasi Rokha Meetha Huworoni
(Stored Sweet reminders from past)
• Loralite Oka Sobi Khoni
(A picture drawn by me during my childhood)
• Monere Ubhoti Sao
(My mind recalls those pictographic memories)
• Loralire Geet Gao
(I sing the song of my childhood)
• Mon Praan Utola Kora, Hopune Haboti Dhora
(Certainly my mind and soul gets ebullated and my dreams hug me all of a sudden)
• Smriti Papori Hiya Bhori Ase Jana
(My heart is filled with petals of memories)
• Bukur Umere Bhora, Hurore Shruti Dhaara
(Hearing the tune filled with enormous love)
• Aabege Bhora Murchona
(My cadence is filled with emotions.)
• Bhawonate Jilike Mukh Khoni
(Every thought of yours makes my face glitter)
• Loralire Hongi Tumi Joni
(You're my childhood love)
• Jetiya Ubhoti Sau, Horogi Hurobhi Pau
(Whenever I look back I sense a fragrance from heaven)
• Mon Praan Utola Kora, Hopune Haboti Dhora
(Certainly my mind and soul gets ebullated and my dreams hug me all of a sudden)
• Smriti Papori Hiya Bhori Ase Jana
(My heart is filled with petals of memories)
• Bukur Umere Bhora, Hurore Shruti Dhaara
(Hearing the tune filled with enormous love)
• Aabege Bhora Murchona
(My cadence is filled with emotions)
👍
Lyrics... Amazing wow
💚💚
♡♡♡
Bhal le laqe Se Lyrics 🙏❤️
I actually wanted this. Lots of love for translating the lyric. You did a wonderful job as the English lyric is also awesome.
কমেণ্টত সকলোৱে অসমীয়াত লিখা বাবে ভাল লাগিছে। অসমীয়া ভাষাটো এনেকৈয়ে সকলোৱে জীয়াই ৰাখক ❤️বাকী গানটোৰ কথা নো কি কম সকলোৱে জানে সান্নিধ্যৰ গান সদায় SUPERHIT ❤️🔥
Mojja dada♥️♥️😘
❤️
সচা দেই
Priyo gaan or prothom xarit rakhisu ai gaan tu
😪😪😪😪😪
Pure Magic ❤️
♥️সাঁচি ৰখা মিঠা সোঁৱৰণী 🖤
🖤ল'ৰালিতে অঁকা ছবিখনি♥️
🖤মনেৰে উভতি চাঁও♥️
♥️ল'ৰালিৰে গীত গাঁও।।🖤
Changmai daa
@@dipankarbharali9377 😳
Nomoskar Sir🙏Big Frnd Apunar😊
@@prokashmili390 babu🖐
অন্য এখন জগতলৈ লৈ যায় এনে গীতে 💚
ৰাজীৱ ভূঞা আৰু সান্নিধ্য ভূঞালৈ ধন্যবাদ আৰু এটি অনন্য সুন্দৰ গীত আমাক উপহাৰ দিয়া বাবে…
অসমৰ বাহিৰৰ মানুহবোৰে যেতিয়া আমাৰ গীতবোৰৰ ইমান প্ৰসংশা কৰে, গৌৰৱত মনটো উথলি উঠে! 😊
💖💖
😡😡😡😡😡😡😡😡
🤮🤮🤮🤮🤮🤮🤮
😾😾😾😾😾
😑😑😑😑😑
অসমীয়া সংগীত জগত খনক ধ্বংসৰ পথৰ পৰা ঘূৰাই আনিছাঁ তোমালোক কেইজন মান প্রতিভাভান অসমীয়া যুৱকে । ধন্যবাদ আৰু শুভেচ্ছা । আশা ৰাখিছোঁ আগলৈও এনেদৰে ভাল ভাল গীত সৃষ্টি কৰিবা ।❣️❣️❣️❣️
সান্নিধ্য মানেই সুৰৰ বৰষা , তাতে মিঠা বাঁহীৰ সুৰে উন্মনা কৰিছে । এই হেতা পৰা মন প্ৰাণ আকৌ জীপাল কৰি তুলিলে 😍😍😍
ভাই এটা কি ভাষা???? বাংলা না অন্য?
❣️
@@ytuer4024 Assamese brother...
Rajib Bhuyan Rajat ছাৰ হৃদয় চুই যোৱা এটা গান ❤️ এই সুন্দৰ গানটিয়ে আজি সন্ধিয়াৰ জীপাল কৰি তুলিলে,,, ভৱিষ্যত লৈও এইদৰে সদায় সান্নিধ্য কন্ঠত আৰু আপোনাৰ হাতৰ পৰশত যেন প্রান পায় উঠক অসমীয়া গানৰ জগত খন 💗💗
বাঁহীৰ মাতে পাগল কৰিছে,,তাতে সান্নিধ্য ৰ মাত❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
😘😘😘
উফ বাহীঁৰ সুৰে বেছি পাগল কৰি দিছে গানটো.....
th-cam.com/video/WSL4ZaHYYbU/w-d-xo.html
বাঁহীৰ মাত লগতে সান্নিধ্যৰ মাত 😍😍😍
হৃদয় চুই গ'ল ❤❤❤
হিমাংশু বৰাৰ বাঁহীৰ সুৰে গানটোক অধিক প্ৰাণৱন্ত কৰি তুলিছে...
Are u bts lvr?
🤢🤢🤮
❤❤❤❤❤
পুৱাই শুনি দিনটোলৈ সান্নিধ্যৰ কণ্ঠই জিপাল কৰি দিলে । সুৰৰ কথাই ক'মনে, লিৰিক্স,নে মিউজিক নে বাঁহীৰ সুৰটো😍😍😍শব্দহীন । অসমীয়া সংগীত জগতলৈ আকৌ এটা বিশেষ ব্যতিক্ৰমী গান উপহাৰ দিয়াৰ বাবে বহু বহু ধন্যবাদ ।আগুৱাই যোৱা ।ৰাজীৱ ভূঞা চাৰৰ শব্দবোৰে মন ভৰাই তুলিলে।
I love you
th-cam.com/video/WSL4ZaHYYbU/w-d-xo.html
বহু অপেক্ষাৰ অন্তত পুনৰ এটি মনপৰশা গীত শুনিবলৈ পালো। সান্নিধ্য দাৰ গীতবোৰত শাস্ত্ৰীয় সংগীতৰ সান্নিধ্য থাকে সদায়ে। তোমাৰ গীত সদায়েই প্ৰিয়। আগুৱাই যোৱা ........
ধন্যবাদ সান্নিধ্য আৰু এটি ধুনীয়া গান অসমবাসী ৰাইজলৈ আগবঢ়োৱাৰ বাবে। এনেদৰেই আগুৱাই যোৱা।
I made a Lyrics video of this Awesome song Smriti❤️
th-cam.com/video/o6-tzsVL3RM/w-d-xo.html
Hope u will like it 🥺🥺❤️
কিছুমান গানে বুকু খন কপাই
সঁচাই আজি হে অনুভৱ কৰিছো কি কি এৰি থৈ আহিলো । লৰালিৰ ধেমালি, মাৰ মৰম বোৰ .....😢😢
সৰুতে ভাবিছিলো কেতিয়া ডাঙৰ হম, এতিয়া ভাবোঁ কিয় ডাণৰ হলো
বাকী গানটো আজি হে শুনিছোঁ, বহুত ভাল লাগিল
কিমান যে ভাল লাগে এই গানটো কব নোৱাৰো 😍😍বাঁহীৰ সুৰে আৰু সুন্দৰ কৰিছে গানটো।মন প্ৰাণ ভৰি যায়❤️
I'm literally obsessed with the flute part❤️
Nich bro
🥺🥺❤️❤️❤️
❤️❤️💓💓💓💓❤️
Yeah, I'm also❤️
I'm literally obsessed with the flute part same bro ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Hats off to RAJIB BHUYAN sir (Sannidhya's father) what a lyrics man!!🖤
Yes you're right
কি কম শব্দৰ অভাৱ গান শুনি তাহানিৰ কথাবোৰ মনত পৰি গৈছে তোমালোকৰ প্রত্যেকটো গীতে হৃদয়ত থিতাপি লৈছে 💚❤💚
চকুৰ সন্মুখতে অসমীয়া সংগীত জগতত ইমান ধুনীয়া পৰিবৰ্তন😄💕ধন্যবাদ দাদা 🙏অসমীয়া সংগীতক পুনৰ জীয়াই তোলাৰ বাবে😇অনেকৰ বাবে আদৰ্শ হৈ ৰোৱা তুমি।
Best wishes❤✌
কি ক'ম আৰু...... কবলৈ একো বাকী নাই 🙌😍... সকলো মাত, সুৰ,কথা ই হৃদয় চুই গ'ল আৰু বাহীৰ সুৰটো......❤🤩
ঘৰতে আছিলো শুই
Notifications ৰ শব্দত সাৰ পাই উঠিলো মই
Mobile টো অন কৰি দেখিলো সান্নিধ্য দা তুমি জুই🔥🔥🔥🔥
এ দিয়ক না জল্দি
@@ultimatecreation.... yes bro🤙
কভিদ হৈ পৰি আছো। দিন নাযায় নুপুৱাই হৈছে। কিন্তু গান টো শূণি দেহা মন ভাল লাগি গল।
Update: মই জীয়াই আছো দিয়ক ৰাইজ 😁
Take care ❤️..more power to you 💪
Take care of your health
Take care of your health sir
Get well soon
Get well soon
খুব সুন্দৰ। সান্নিধ্য ভূঞা আৰু team ক বহুত শুভেচ্ছা থাকিল। অসমীয়া গানৰ ভঁৰাল চহকী কৰি যাওক এনেকৈয়ে।
ভাষা বিচাৰি পোৱা নাই বন্ধু বহুত ভাল লাগিল গানটো শুনি শুনি কেতিয়া টোপনি আহি যায় গমেই পোৱা নাযায় হৃদয়ৰ কোনোবা এটা কোণত যেন আকৌ প্ৰেমে জিপাল হৈ উঠিব লৈছে ❤️❤️❤️
আমৰ ভাষাত ক’বলৈ গ’লে অগ্নি হৈছে গানটো . ....
শুনি সৰু কালৰ কথাবোৰ মনত আহিছে ......
আপুনৰ গানৰ পাৰা আজি বহুত পাহৰা কথা মনত পৰি ল ৷
এই গৰমত ব্ৰজপাতৰ দৰকাৰেই আগৰবোৰ শুনি শুনিয়েই শান্তি লৈ আছিলো আজি আকৌ এটা বাঢ়িব❤️শুভকামনা🌼😌
Xosa dei 😌
Tanmoy r instagram story t tumr cmmnt tu ase😀😀
@@parthapratimsarma795 Oo moi atia saute dekhisilu❤️😁
@@Lovemusic0133 😁
Xosai de Vai😌❤️
শব্দবোৰ কেতিয়াবা আৱেগ হৈ যায়
কিতাপ আৰু পঢ়া টেবুলৰ সংগ্ৰামৰ বাবে ৰবলৈ সময় নাই...
স্বীকৃতিৰ জেতুঁকাৰ পৰশৰ নিচাই আগবঢ়াই দি যায় স্মৃতিৰ খোৰাক..
জিৰাবলৈ সময় নাই
থমকিব হোৱা নাই
কিয়নো পদুলিৰ নঙলাই
এতিয়াও আশা আৰু সাহস
হেৰুওৱা নাই..
😊❤
সকলো দুখ ভাগৰ শেষ হৈ নাযা়য় যদিও এইবিলাক গানে মনটো মুকলি কৰি দিয়ে😌😌😌
ধন্যবাদ সান্নিধ্য দা
1st time hunilu..val lagil.. Bahi music huni bhut val lagil
অপুৰ্ব অতুলনীয়। অসমীয়া সংগীতক অন্য এক মাত্ৰা প্ৰদান কৰিছে।।।
আগৰ গান কেইটা শুনি ইমানেই ভাল লাগিল যে আৰু আহালৈ বাত হে চাই আছিলোঁ। এতিয়া মাথোঁ অপেক্ষা "স্মৃতি" ৰ♥️♥️♥️
সঁচাকৈয়ে স্মৃতি ৰোমন্থন কৰিব পৰা এটি গীত ...🍃
Quite soothing...🌸
বাঁহীৰ সুৰত গাৰ নোম শিয়ঁৰি উঠিছে।
উফ কি দিছা এইটো ♥️ কথা-সুৰ Music উফ ভাষাহীন ❤️💜❤️
ধন্যবাদ সান্নিধ্য ইমান সুন্দৰ গীত এটা এটাকৈ আমাক উপহাৰ দিয়া বাবে। বহুত সুন্দৰ কি কম। উফ তোমাৰ কন্ঠৰ বিষয়ে যিমান লিখিলেও শেষ নহব জানা। সুৰ , সংগীত, কন্ঠ, আৰু বাহীৰ সুৰত সচাকৈয়ে আকৌ এবাৰ তোমাৰ প্রেমত বহুত বেয়াকৈ পৰিলো। আৰু আগুৱাই যোৱা শুভকামনা থাকিল ব্র।
হৃদয় চুই গল্
স্মৃতিৰ পাতত সাঁজ বহুৱাবলৈ অপেক্ষা কেৱল এটি মিঠা ' স্মৃতি '
So soothing
Hi jyotish man
খৰাং বতৰত এজাক বৰষুণে মনটো যেনেকৈ জীপাল কৰেহি ,ঠিক তেনেকৈয়ে সান্নিধ্যৰ প্ৰতিটো গানে জীপাল কৰিথৈ যায় সকলো....। প্ৰতিটো শব্দ , প্ৰতিটো লহৰে স্পৰ্শ কৰি যায় হৃদয়...।🔥🔥❤️❤️💚
এই গেলা গৰমত....ঠাণ্ডা ঠাণ্ডা ভাইব ❤️😌🌻.........#আগুৱাই যোৱা তোমালোক🙏🏻👍🏻
বসুত ভাল লাগিল 🥰👍❣️
দেহ মন ভাল লাগি যাই এই গানটো শুনিলে ❤️🤞
হৃদয় চুই গৈছে ❤️❤️❤️ কিছুমান দুখ যেন আজি ও স্মৃতি হৈ আছে ❤️
🫀💓💯
Uuufff hannttii , finally oxomiya music industry secure hoi gol.. nhole tu duta man a borbad a disil.. aru aag barhi juwa .. bht bhal lagil
Dutaman r example
@@knowledgeistruth3693 yes example
Jubin da aru Papon dar baahire beleg r geet khuniboi vaal nupuwa hoisilu. Kintu atiya bohutu vaal vaal geet uliyaise atiyar notun axomiya deka saam a. Xosai Axomiya geet atiya hai besi vaaldore thon dhori uthibo.
বহুত ভাল লাগিল গান টো শুনি,,,অসমীয়া গানৰ এনেধৰণৰ গতিয়ে অসমক আৰু আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ,,,,,লগতে শিল্পী সকলৰ উজ্জ্বল ভবিষ্যত কামনা কৰিছোঁ❤️❤️❤️
Bohut vall lage gantu..... kisuman honsake smriti ghuri ahe monole gan tu hunile ..💓💓💓
Hodai check kori asu 1M views huwale 😊
মানুহে মোক কয় কি এটাকে গান শুনি থাক মই বোলো সান্নিধ্য দাৰ গান হৈ আবেগ জড়িত আছে তহঁতে নুবুজিবি ❤️❤️
Hosake pai ki bujibo kiman abeg jorito hoi ase sanidhya dar gan buror logot☺☺☺
@@anupam4644 umm
Man,the flute!! literally healed me
Gantur bahir mat2 a deha Mon jur pelai dile dei...sannidhya daa tmi agbahi jua😍😍🥰 god bless you
Gan xunile xuni a thakibor mn jai😌😌😌😌😌😌😌😌😌😌😌😌😌😌😌😌😌😌❤️❤️❤️
শুনি শুনি আমনি নালাগে । গান বোৰ😍😍😍😍
Sannidhya daar smriti eei sokolure motolia Mon jipaal korile ✨❤️
কিমানবাৰ শুনিলো হিচাপ নাই, তথাপি হেঁপাহ পলুৱা নাই শুনি 💕
Hi baby
😑
Moi u sam 🤭😝
Hoineki
Really 😍😍
কি সুন্দৰ 😭❤️সঁচাকৈ তোমাৰ গীত শুনি কিবা বেলেগ অনুভূতি এটা পোৱা যায়💝
ইমান ভাল পোৱা 😇
Gantu bohut huni bhal lagil
কিবা এটা ভাল লাগে। হেৰোৱা সময় বোৰ আকৌ বিচাৰি পাও। 😊😊
Dada moja গাইছে💕💕💕💕💕so lovely to beautiful to nice song 💕💕💕💕
ৰাজীৱ ভূঞা ছাৰৰ বাবে এটা like❤️
আপুনি অনুপম❤️
Good evening
Wowww😍....such a beautiful song ❤....aebar hunaa pasot huni ee thakibo mon goiseee
Mja aata hbdo hunisu 💖💖💖💖😘😘
ধুনীয়া music 🎶
কথা, সুৰ, সংগীতে হৃদয় চুই গ'ল আৰু বাঁহীৰ সুৰটো আহ্ ||❤❤❤
গানটি শুনাৰ আগত Like এটা প্ৰথমতেই মাৰি দিলোঁ , তাৰ পাছত হে শুনিবলৈ লৈছোঁ । কাৰণ Sannidhiya Da ই গালে সেইটো গান Super Hit হ'ব । আগলৈও এনেকোৱা ভাল ভাল গান গায় যোৱা । ❤️❤️❤️❤️ Best wishes 🎉🎉
অধীৰ আগ্ৰহেৰে বাট চাই মিঠা স্মৃতিক অনুভৱ কৰিবলৈ খনচেৰেক হৈ আছোঁ ৰৈ!
স্মৃতিৰ পাপৰি এ মন ক্লান্ত কৰি তুলিলে সান্নিধ্য দা ❤️
গানটো শুনি বৰ ভাল লাগে সকলোৱে এটা এটা like কৰক ❤😊
This song is soo beautiful and soothing! & this is my 1st time listening this genre of assamese song! Love this❤️
Greetings from Bangladesh🇧🇩
ইমান এটা সুন্দৰ গীতেৰে মন চুই গল❤️❤️, গানটোত ল'ৰালি কালটো উপলব্ধি কৰিব পাৰিছো
ধন্যবাদ সুন্দৰ গীতটো আমালৈ প্ৰেৰণ কৰা বাবে
❤️❤️❤️❤️❤️❤️❤️❤️❤️
তুমি আমাৰ অসমৰ গৌৰৱ sannidya Dada 😍😍😍😍 tumi aru অাগুৱাই যোৱা.
আজি 7:00 কেতিয়া বাজিব দিনটো দীঘলীয়া হৈ গৈছে। @sannidhya and Bozropat music 😍
नेपाल बाट सुन्न आउने जति यता है । मलाइ त सरै मन पर्यो ।
Tumar gan bor bahut bhal lage xuni 😊☺️
The flute piece is really heart touching one.Sannidhya Bhuyan’s voice always can touch anyone heart and also Rajib bhuya’s lyrics.
Really Love it ❤️❤️
ঘৰত সান্নিধ্যৰ এ গান বাজি থাকে মাই কয় পাগলৰ দৰে এটা গীত এ শুনি থকা যে 😂😂😂
Same bro
@@axomron589👍❤️❤️
Same 😅😅
@@abhilashadas2081 😂😂👍👍
😂same condition
But amoni nlage ❤️❤️
মন-প্ৰাণ শাত পেলাই দিব পৰা গান.. বাঁহীৰ সুৰ আৰু তাবলাটো icing on cake. ❤❤ just Wow!congratulation Sannidhya and the team Bozropat ❤❤
বুকুত জীপাল হৈ ৰোৱা গান বোৰ 😘😘
বহুত। ভাল লাগিছে
Sannidhya and Bozropat Music, I will never be able to thank you enough for this masterpiece 🖤🖤
গীতৰ কথাৰ মাধুৰ্য আছে, সেয়া অনস্বীকাৰ্য। কিন্তু তোমাৰ প্ৰতিটো গীতৰ সুৰ আৰু সংগীতৰ মাজত সাদৃশ্য পৰিলক্ষিত হৈছে। সেয়া পৰৱৰ্তী গীতবোৰত যাতে ফুটি নুঠক।😊 আগলৈও এনেদৰে ভাল গান উপহাৰ দিবা বুলি আশা ৰাখিলো।👍
Sivsagar kun kun asa like ata de jua❤
🔥🔥🔥
Best Assamese song ❤
জয় আই অসম ❤
Xosake imn dhunia lagise song Tu aru bahir xurtu imn dhunia mon Tu val lagi gol 😘😘😘😘😍😍😍🥰🥰🥰🥰
অৱশেষত "স্মৃতি" য়ে মনৰ আশা পূৰণ কৰিলে। আকৌ এটা অসমীয়া গানৰ প্ৰেমত পৰিলোঁ।❤️❤️❤️
বহু অপেক্ষাৰ মোৰত এই গীতটি পালোঁ। ধন্যবাদ সান্নিধ্য আৰু বজ্ৰপাত MUSIC ❤️❤️🙏🙏
গীতৰ কথা , সুৰ , বাহীঁৰ সুৰে সঁচাকৈয়ে মনলৈ এক শান্তিৰ বাৰ্তালাপ কঢ়িয়াই আনিছে 🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍
Ultimate voice ❤❤
keep rising Assam Sanindhiya da
Love It 💙 Flute Hitting Hard Lord Krishna Would Be Happy Listening To This.
BTW love from Odisha 🕉️😉
The badluck of you is that you can't understand the meaning 🙁but the good thing, you know what? You can feel it
❤😌❤
That's the universality of good music 🎶
Why? I am understanding..the outside of assam people will not understand
There's a new pin comment in this video, you will get the English subtitles,go check it out,you will love it
@@amlanjyotikalita3742 Thanks ☺.. I check it out🌻
@@iiseritesri Welcome
হৃদয়ৰ অনুৰণন জাগৰি গানৰ ভাৱনাত 😍 বৰ ভাল লাগিল গানটো শুনি❣❣ । কিয় ডিছলাইক মাৰা লাইক এটা মাৰি দিয়া 👍👍👌👌
কবলৈ ভাষা নাই আৰু ইমান সুন্দৰ। তোমালোকৰ গীত বিলাকে আকৌ পুৰণি দিনৰ কথা সোৱৰাই দিয়েহি।
It is not just a song,🎧it is a medicine💊 for relax 😌💞
Rajib bhuyan Sir is an underrated Gem of Assam 💎 Sannidhya Da Is really lucky to have him as his father 🍀
❤
Xxx 🎉🎉🎉🎉🎉🎉
গানটো শুনি নিজকে সেই পৰিবেশৰ লগত থকা যেন উপলব্ধি কৰিব পাৰি 🎧😊
মনটো জীপাল হৈ উঠে
তোমালোকৰ হাতত অসমীয়া সংগীত সুৰক্ষিত। এনেকুৱা কথা আৰু সংগীত আগলৈও শুনিবলৈ পাম বুলি আশাৰে অপেক্ষা কৰিম। মাত্ৰ এটা অনুৰোধ, লাগিলে বছৰত এটা বা দুটাই গানেই বনোৱা কিন্তু মানদণ্ড উন্নত ৰাখিবা। বাকী তোমালোক মানে , সান্নিধ্য-তন্ময়-শঙ্কুৰাজ অসমৰ একো একোটা নক্ষত্ৰ।
ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালে আপোনাৰ গানেৰে দিনটো পাৰ হৈ যায়। আগ্ৰহৰ অন্তত গানটো পালোঁ। কব ভাষা নাই,বহুত ভাল লাগিল।
The flute part is “UNREAL” ♥️🍂
অতি সোনকালে লাগে 🥺❤️🔥
Bozropat music is new to production right? But it feels like they've been doing this for ages. It's sooooo soothing. Aru ki Jana.. the flute part.. it just just gave me goosebumps. Lyrics toh Kobo e nalage-- Rajib sir hats off to you! Aru vocals... Heitu toh Kobo e nalage. For some time it felt like I was in heaven!! Such a heavenly feeling. Bozropat music!!!! U have a great great great future ahead.. hats off to y'all!!!!❣️🔥
Baideo apunar channel ot avumuki marilu
@@handsomesingle2202 ki pale channel Tut????
@@_.anushkaborah._8753ekue nepalu ...youtube gelai thuar babe dhonnyabad
@@handsomesingle2202 ahaaa.. thanks... Etu mur talent
@@_.anushkaborah._8753 Ohh👍👍👍
ভাল লাগিচে দেই