ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
ধন্যবাদ চাৰ।
বহুত কথা শিকিলোঁ,ভাল লাগিল।পুনৰ নতুন নতুন জানিব লগীয়া কথা পাম বুলি আশা কৰিলোঁ।
বহুত ভাল লাগিল স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ' টো শুনি বহু নজনা কথা জানিলোঁ,খাদ্য সম্পৰ্কে,বিশুদ্ধ পানী কিমান খাব লাগে, বিষৰ তেবলেত কিমান বেয়া তাৰোপৰি টোপনি নহলে কিডনী বেমাৰীৰ কাৰণে কিমান ক্ষতিকাৰক,ব্লাড আমি কিডনীৰ পৰাও পাব পাৰো।বছৰত প্ৰায় ২লাখ মানুহ মৃত্যুমুখত পৰে।শিশু অৱস্থাৰ পৰা কিডনী সমস্যা,জন্মগত ভাৱে এটা কিডনী লৈও জন্মগ্ৰহণ কৰিব পাৰে।থোৰত বহুখিনি কথা শুনি উপকৃত হলো।কিডনী আমাৰ শৰীৰৰ অতি দৰ্কাৰী অঙ্গ,শু
বহুত বহুত ধানাবাদ চাৰ
ছাৰ বহুত ধুনীয়া কে কোৱাৰ বাবে ধন্নবাদ , বহুত কিবা কেবি শিকিব parilu আজি
Apuner video tu Sai,xuni khub bhal lagil.
Bohut val lagil apunar kathabur
খুব সুন্দৰকৈ বুজাই দিছে ।ধন্যবাদ ।
চাৰ , ভি ডি অ টো চাই আজি ভাল লাগিল । সাধাৰণতে ৰোগ সম্পৰ্কীয় ভি ডি অ চোৱা নহয় । আমাৰ পৰিয়ালত যিহেতু কাৰো নামজ্বলা অসুখ নাই । কিন্তু সেহতীয়াকৈ মোৰ সাত বছৰীয়া ছোৱালী জনীৰ কিডনীয়ে প্ৰটিন ধৰিৰাখিব নোৱাৰা ৰোগ দেখা দিয়াত আমি সকলো চিন্তাত পৰিছো । চিকিৎসকৰ পৰামৰ্শ লৈছো । পুনৰ আপোনাক ধন্যবাদ জনাই শিশুৰ এনেধৰনৰ ৰোগৰ এটা ভি ডি অ আশাকৰিলো ।
Vadodara diabetes patient ki exercise
বৰ প্ৰয়োজনীয় আৰু মহান কৰ্ম আগবছে আপুনি ৷ ধন্যবাদ জনাইছোঁ ৷
বহুত ভাল লাগিল ছাৰ ।বহুমূলীয়া পৰামৰ্শ আগবঢ়ালে ।অশেষ ধন্যবাদ জনালোঁ 🙏🙏
অতি সুন্দৰ উপস্হাপন , আমি বহুত নজনা কথা শিকিলোঁ,চাৰ বহুত ধন্যবাদ জনাইছো।
বহুত ভাল লাগিল চাৰ.ধন্যবাদ. নমস্কাৰ ❤
বহুত ভাল লাগিল ।অতি দৰকাৰী ভিডিঅ ।আপোনাক বহুত ধন্যবাদ
Bohut bhal lagil,Sir,apunar video bur chai bohut bechi upokrito hoisu,dhanyawad jonaisu.
Most valuable, educative and nicely explained on the subject "how to maintain a healthy kidney".
Yes
বহুত dr দেখিলোঁ সব dr কম দাকো বেছি,, আপোনা ৰ কথা আপোনাৰ ব্যক্তিত্ব টোৱেই বেলেগ,,বিহুত কম সংখ্যক dr আছে যি মানৱ সেৱা ৰ বাবে আগ বাঢ়ি আহে,, আৰু হেই সকলেই ভগবান সুৰুপ।।।আপোনাৰ ভাল হওঁক আগ barhok।।আপোনাৰ আই মাতৃ পিতৃ দেবলৈ হাজাৰ salam যি নিকী আপোনাৰ দৰে এজন সন্তান মানৱ জাতিৰ বাবে উচৰ্গা কৰিলে,, সময়ৰ পাক চক্ৰত পৰি এই কোমল হৃদয় টি কলুষিত নকৰে যেন।।।
বহুত বহুত ধন্যবাদ চাৰ
Emanei bhal lage je, hunile huni thakiboloi mon jai. Bohut bohut thanks, Patektu word huni bhal lage.
বহুত ভাল লাগিছে ভিডিঅ'টো ছাই ধন্যবাদ চাৰলৈ
তোমাৰ প্ৰতিটো কথা খুব প্ৰয়োজন আৰু তোমাৰ কথাৰ অভিজ্ঞতাই আমাক বহুত প্ৰেৰণা যোগাই , বহুত বহুত ধন্যবাদ থাকিল তোমালৈ।
ধন্যবাদ sir কিবা এটা জানি ভাল পালো
Bhal lagil thanks.
Good khobar tomar video tu suni bohut val lagil thanks you sir .......
ভি ডি অ টো বনোৱাৰ আগতে points বোৰ লিখি লবচোন । ইমান ধুনীয়াকৈ কয় । আপোনাৰ উপদেশে বহুত কাম আহিছে মোৰ জীৱনটোত ।
চাৰ বহুত সুন্দৰকৈ স্বাস্থ্য সম্পৰ্কে পৰামৰ্শ খিনি আগবহালে। ডাক্তৰ ভগবানৰ ৰূপ হয়। প্ৰভু ভগৱন্তই আপোনাক ভালে ৰাখক। কৃষ্ণ🙏
Bohut val lagil
@@prabhatkalita5250 .!.
সুন্দৰ পৰামৰ্শ 🙏
Bohut bohut dhanaybad sar kothabur jonai diary babe ❤❤❤
Thank you sir. Bahut bhal advice dile sir..
Bohut val lagile thankyou sir ❤️❤️❤️❤️💞💞💞💞
Sarma. Sr. Apunak. Bohut. Donybad. Agoloyw. Ane. Vidio. Bur. Di. Thakile. Ami. Upokit. Hom. God. Blase. You.
ধন্যবাদ চাৰ ।আপোনাৰ ভিডিও চাই বহুত কথা জানিব পাৰিছো ।
Sandeep Sir Bhalne bohudinor pisot apunar Drs Poramorkha palu bha lagil Sir
ধন্যবাদ চাৰ আপোনাৰ পৰা বহুত শিকিলোঁ
চাৰ নমস্কাৰ ।বহুত বহুত চিকিৎসা কৰি ভাগৰি কৰিছো গৈ আছো আপোনাৰ ওচৰলৈ চিৰাং ৰ পৰা ।।
Thank you so much sir ei video tor pra bhu khini ktha xikilo🙏🏻 mor olp problems hoi asile so aponr lgt ktha patib bisaro
বহুত ধন্যবাদ থাকিল 👍👍🙏
বহুত বহুত ধন্যবাদ ছাৰ ,ইমান সুন্দৰকৈ বুজাই দিছে ।🙏
বহু ভাল কথা কলে। ধন্যবাদ আপোনাক।
বহুত ভাল লাগিল ছাৰ, বুজাই দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ 👍
অশেষ ধন্যবাদ জনালোঁ আপুনি ছাৰ ইমান সুন্দৰকৈ বুজাই দিলে ভাল লাগিল 🙏
Bohut upokari kotha.....
জানিব লগীয়া কথা ক'লে ।বহুত ভাল লাগিল ।
Bohut val lagil...Axomiya Doctor ajone Eman dhuniya ke kothabur Bujai Diye bemar Anei Thik hoi jabo...Aru Apunar tat goi Tretment korile to kothai nai... Agoli aru val Val kotha janibo Parim buli axa thakil....Thanks...4m Udalguri....
Bohut val lagil apunar kotha tu suni .......
সুন্দৰ কৈ কথা খিনি কৈছে। শুনি উপকৃত হৈছোঁ
ধন্যবাদ চাৰ!
Thank you sir. Bahut bhal kotha janibo parilu apunar pora.
বহুত ভাল লাগে আপোনাৰ ভিদেও বোৰ ছাই ইমান ধুনীয়াকৈ বুজাই দিয়ে বৰ ভাল লাগে। আপোনালৈ অশেষ ধন্যবাদ থাকিল ছাৰ।
সুন্দৰ পৰামৰ্শ। ধন্যবাদ
বহুত ভাল লাগিল।
Dr:Sandipan Sarma thank you so much for Latest information❤
I am very much appreciated of your valuable advice regarding health .
Thanks
ভাল লাগিল।ডাইবেটিছৰ ওপৰত এটি ভিডিও প্ৰচাৰ কৰিবলৈ অনুৰোধ কৰিলো।
Bahut bhal lagil janilo bahut kotha
Thankyou sir.kathakhini valke bujai diyar krne
sunddar explain ,thanks 🌷
Thank you so much sir .Very very important topic & your advice is also important for now a days .
আপুনি এগৰাকী ভাল শিক্ষক ৷ শিক্ষকৰ দৰে সুন্দৰকৈ বুজায়৷
অতি সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিলে ধন্যবাদ থাকিল ভাল লাগিল সাহস পাই গৈছো
@@rupamchandradas6933aaaaa
Àpunàr videobur sai bor bhal lage.❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Morom loga doctor.❤
খুব সুন্দৰকৈ বুজাই দিছে । Thank sir
Good khobar sir .......
শৰ্মা। চাৰ আপোনাক অশেষ ধন্যবাদ আপোনাৰ বহুমূলীয়া কথা খিনি ৰচনা পৰা মই উপকাৰ পাইছোঁ। আগলৈও এনেকৈয়ে দৰকাৰী ভিডিঅ' দি থাকে যেন।
Thanks you sir.
Sir amul taja gakhir khua valne janabosun
Dr Sandia thank u. Your deliberation is very good. To maintain good health we all should follow doctors advice.
Thank you sai❤
Bohut vl lagisa video tu sai sir
The speech is so gently and simple love from barpeta pls update this types of health advice
কি বস্তু আছে , আমাকো দিব নেকি ?@khirodkalita7306
ভাল লাগিল আপোনাৰ কথা বোৰ শুনি ।
ধন্যবাদ ঢাৰ
ডাক্তৰ সকলে মানৱ সেৱা কৰিবলৈ প্ৰথম পঢ়ে বেছি ভাগেই টকা কথাহে ভাবে আপুনি কিন্তু ওলোটা সকলো বেমাৰৰ ভি দি অ যোগেদি হ'লেও মানুহক ভাল কৰিবলৈ ধুনীয়া কৈ বুজাই দিয়ে আপুনি সচাই ভগৱান ৰুপী ডাক্তৰ
Apunar video bur Sai bohut janibo Parisu.... thankyou.
Derikoi holeu apunar poramorxo sai val lagil.khub hohojkoi bujai dise..dhoniyobad sir
Bohut bhal lagil eman val dore bujai dile dhanybad sir
At free of cost have people received valuable tips regarding human health.Certainly,you deserve thanks.
অতি সুন্দৰ পৰামৰ্শ জানিবপুনৰ লোচনাপুনৰ আখাকৰিলো পাৰিলো ;এনে আ
Thank you sir আমি নজনাত বহুত কেলিমেলিত দৰৱ খাও সঁচা আপুনি এজন ভাল শিক্ষক দেই আৰু এইদৰে নজনাক জানিবলৈ আশা ৰাখিলোঁ ধন্যবাদ
Thank you so much sir
শিকিলোঁ বৰ ভাল লাগিল
Sir apuni bohut vl Kori bujai very good .
Thank you very much for your valuable medical awareness.
সূন্দৰ🎉 😊
বহুত ধন্যবাদ
Bhu val kotha koise sirmur j kidney t pathor hoise n urine infection paise
Mur Hepatits C hoisile 2013 sonot Treatment korilu bhal hoi gol Dr Bhaja nimokh kabo dise plz jonabo sun.🙏🙏🙏
Bahut val sir.....
Sir bhal lagil vidio tu sai
Please Subscribe and share this video with your friends and family members
Bohut val lagile bohut kotha buji paisu apunar video tu sai sir
Thank u sir ..kotha bur jani bohut happy holu...
মোৰো বাওঁফালে মাজে সময়ে বিষ হয় থাকে কি কৰিব লগিব চাৰ ? আপোনাৰ আদেশসমূহ শুনি বৰ ভাল লাগিল চাৰ ।ধন্যবাদ 18:58
আপোনাৰ ভিডিঅ চাই বহুত ভাল লাগিল আৰু বহুত উপকৃত হলোঁ ৷ বিশেষ কৈ খাদ্যৰ তালিকাটো কৈ দিয়া বাবে ধন্যবাদ ৷মই বৰ্তমান Kidney Stoneত ভুগি আছোঁ ৷ GMCHৰ চিকিৎসা লৈ আছোঁ ৷ মোৰ cretinine আছে 1.3 .বাকী Uric acid ,BP ,sugar আদি চৱ Normal.কিন্তু আমলখী আৰু কৰ্দৈ টেঙা Lifetimeৰ বাবে বাদ দিৱ দিছে সেয়া হেনো kidneyৰ বাবে বহুত বেয়া ৷ আপুনি আকৌ আমলখী ভাল বুলি ক’লে কথাটো বুজি নাপালোঁ ৷বাকী আপোনাক বহুত বহুত ধন্যবাদ এনেবোৰ video দি থকা বাবে ৷চাৰ পাৰিলে এদিন চাইনাচাইটিচ আৰু Dust Allergy বিষয়ে ক’ৱ চোন ৷ বহু বছৰ ধৰি মই ভুগি আছোঁ ৷এদিন মই আপোনাৰ chamberত নিশ্চয় জাম ৷
Ok
Good advice.Thnk u
Good khobar apunar
Khub Val lagile janiboloipai
Thank you sir bohut val lagil
Bahut dhanyabad sir bahut kotha janilu agoloyu jonai thakibo buli assa thakil
ভাল লাগিল জানিব পাৰি ।
ধন্যবাদ আপোনাক
আপোনাৰ পৰামৰ্শ ভাল লাগিল ।আগলৈ এনে ভাল পৰামৰ্শ পাম বুলি আশা থাকিল ।
Bhut val lagil sir anekuwa poramorkhor hodai pai thaku jen
Thanks for supporting please share this video with your friends.
বহুত বহুত ধন্যবাদ চাৰ । মোৰ creatinine 130 আপোনাক ক'ত লগ পাম
Xosai apuni amak xokoloke bahut xohai kori ase ,,,May Allah bless u forever
please publish a book collecting all videos,it will certainly help us more, would you do it? Best wishes to you.God will provide you a sound health.
ধন্যবাদ চাৰ।
বহুত কথা শিকিলোঁ,ভাল লাগিল।পুনৰ নতুন নতুন জানিব লগীয়া কথা পাম বুলি আশা কৰিলোঁ।
বহুত ভাল লাগিল স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ' টো শুনি বহু নজনা কথা জানিলোঁ,খাদ্য সম্পৰ্কে,বিশুদ্ধ পানী কিমান খাব লাগে, বিষৰ তেবলেত কিমান বেয়া তাৰোপৰি টোপনি নহলে কিডনী বেমাৰীৰ কাৰণে কিমান ক্ষতিকাৰক,ব্লাড আমি কিডনীৰ পৰাও পাব পাৰো।বছৰত প্ৰায় ২লাখ মানুহ মৃত্যুমুখত পৰে।শিশু অৱস্থাৰ পৰা কিডনী সমস্যা,জন্মগত ভাৱে এটা কিডনী লৈও জন্মগ্ৰহণ কৰিব পাৰে।থোৰত বহুখিনি কথা শুনি উপকৃত হলো।
কিডনী আমাৰ শৰীৰৰ অতি দৰ্কাৰী অঙ্গ,শু
বহুত বহুত ধানাবাদ চাৰ
ছাৰ বহুত ধুনীয়া কে কোৱাৰ বাবে ধন্নবাদ , বহুত কিবা কেবি শিকিব parilu আজি
Apuner video tu Sai,xuni khub bhal lagil.
Bohut val lagil apunar kathabur
খুব সুন্দৰকৈ বুজাই দিছে ।ধন্যবাদ ।
চাৰ , ভি ডি অ টো চাই আজি ভাল লাগিল । সাধাৰণতে ৰোগ সম্পৰ্কীয় ভি ডি অ চোৱা নহয় । আমাৰ পৰিয়ালত যিহেতু কাৰো নামজ্বলা অসুখ নাই । কিন্তু সেহতীয়াকৈ মোৰ সাত বছৰীয়া ছোৱালী জনীৰ কিডনীয়ে প্ৰটিন ধৰিৰাখিব নোৱাৰা ৰোগ দেখা দিয়াত আমি সকলো চিন্তাত পৰিছো । চিকিৎসকৰ পৰামৰ্শ লৈছো । পুনৰ আপোনাক ধন্যবাদ জনাই শিশুৰ এনেধৰনৰ ৰোগৰ এটা ভি ডি অ আশাকৰিলো ।
Vadodara diabetes patient ki exercise
বৰ প্ৰয়োজনীয় আৰু মহান কৰ্ম আগবছে আপুনি ৷ ধন্যবাদ জনাইছোঁ ৷
বহুত ভাল লাগিল ছাৰ ।বহুমূলীয়া পৰামৰ্শ আগবঢ়ালে ।অশেষ ধন্যবাদ জনালোঁ 🙏🙏
অতি সুন্দৰ উপস্হাপন , আমি বহুত নজনা কথা শিকিলোঁ,চাৰ বহুত ধন্যবাদ জনাইছো।
বহুত ভাল লাগিল চাৰ.ধন্যবাদ. নমস্কাৰ ❤
বহুত ভাল লাগিল ।অতি দৰকাৰী ভিডিঅ ।আপোনাক বহুত ধন্যবাদ
Bohut bhal lagil,Sir,apunar video bur chai bohut bechi upokrito hoisu,dhanyawad jonaisu.
Most valuable, educative and nicely explained on the subject "how to maintain a healthy kidney".
Yes
বহুত dr দেখিলোঁ সব dr কম দাকো বেছি,, আপোনা ৰ কথা আপোনাৰ ব্যক্তিত্ব টোৱেই বেলেগ,,বিহুত কম সংখ্যক dr আছে যি মানৱ সেৱা ৰ বাবে আগ বাঢ়ি আহে,, আৰু হেই সকলেই ভগবান সুৰুপ।।।আপোনাৰ ভাল হওঁক আগ barhok।।আপোনাৰ আই মাতৃ পিতৃ দেবলৈ হাজাৰ salam যি নিকী আপোনাৰ দৰে এজন সন্তান মানৱ জাতিৰ বাবে উচৰ্গা কৰিলে,, সময়ৰ পাক চক্ৰত পৰি এই কোমল হৃদয় টি কলুষিত নকৰে যেন।।।
বহুত বহুত ধন্যবাদ চাৰ
Emanei bhal lage je, hunile huni thakiboloi mon jai. Bohut bohut thanks, Patektu word huni bhal lage.
বহুত ভাল লাগিছে ভিডিঅ'টো ছাই ধন্যবাদ চাৰলৈ
তোমাৰ প্ৰতিটো কথা খুব প্ৰয়োজন আৰু তোমাৰ কথাৰ অভিজ্ঞতাই আমাক বহুত প্ৰেৰণা যোগাই , বহুত বহুত ধন্যবাদ থাকিল তোমালৈ।
ধন্যবাদ sir কিবা এটা জানি ভাল পালো
Bhal lagil thanks.
Good khobar tomar video tu suni bohut val lagil thanks you sir .......
ভি ডি অ টো বনোৱাৰ আগতে points বোৰ লিখি লবচোন । ইমান ধুনীয়াকৈ কয় । আপোনাৰ উপদেশে বহুত কাম আহিছে মোৰ জীৱনটোত ।
চাৰ বহুত সুন্দৰকৈ স্বাস্থ্য সম্পৰ্কে পৰামৰ্শ খিনি আগবহালে। ডাক্তৰ ভগবানৰ ৰূপ হয়। প্ৰভু ভগৱন্তই আপোনাক ভালে ৰাখক। কৃষ্ণ🙏
Bohut val lagil
@@prabhatkalita5250
.
!.
সুন্দৰ পৰামৰ্শ 🙏
Bohut bohut dhanaybad sar kothabur jonai diary babe ❤❤❤
Thank you sir. Bahut bhal advice dile sir..
Bohut val lagile thankyou sir ❤️❤️❤️❤️💞💞💞💞
Sarma. Sr. Apunak. Bohut. Donybad. Agoloyw. Ane. Vidio. Bur. Di. Thakile. Ami. Upokit. Hom. God. Blase. You.
ধন্যবাদ চাৰ ।আপোনাৰ ভিডিও চাই বহুত কথা জানিব পাৰিছো ।
Sandeep Sir Bhalne bohudinor pisot apunar Drs Poramorkha palu bha lagil Sir
ধন্যবাদ চাৰ আপোনাৰ পৰা বহুত শিকিলোঁ
চাৰ নমস্কাৰ ।বহুত বহুত চিকিৎসা কৰি ভাগৰি কৰিছো গৈ আছো আপোনাৰ ওচৰলৈ চিৰাং ৰ পৰা ।।
Thank you so much sir ei video tor pra bhu khini ktha xikilo🙏🏻 mor olp problems hoi asile so aponr lgt ktha patib bisaro
বহুত ধন্যবাদ থাকিল 👍👍🙏
বহুত বহুত ধন্যবাদ ছাৰ ,ইমান সুন্দৰকৈ বুজাই দিছে ।🙏
বহু ভাল কথা কলে। ধন্যবাদ আপোনাক।
বহুত ভাল লাগিল ছাৰ, বুজাই দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ 👍
অশেষ ধন্যবাদ জনালোঁ আপুনি ছাৰ ইমান সুন্দৰকৈ বুজাই দিলে ভাল লাগিল 🙏
Bohut upokari kotha.....
জানিব লগীয়া কথা ক'লে ।বহুত ভাল লাগিল ।
Bohut val lagil...Axomiya Doctor ajone Eman dhuniya ke kothabur Bujai Diye bemar Anei Thik hoi jabo...Aru Apunar tat goi Tretment korile to kothai nai... Agoli aru val Val kotha janibo Parim buli axa thakil....Thanks...4m Udalguri....
Bohut val lagil apunar kotha tu suni .......
সুন্দৰ কৈ কথা খিনি কৈছে। শুনি উপকৃত হৈছোঁ
ধন্যবাদ চাৰ!
Thank you sir. Bahut bhal kotha janibo parilu apunar pora.
বহুত ভাল লাগে আপোনাৰ ভিদেও বোৰ ছাই ইমান ধুনীয়াকৈ বুজাই দিয়ে বৰ ভাল লাগে। আপোনালৈ অশেষ ধন্যবাদ থাকিল ছাৰ।
সুন্দৰ পৰামৰ্শ। ধন্যবাদ
বহুত ভাল লাগিল।
Dr:Sandipan Sarma thank you so much for Latest information❤
I am very much appreciated of your valuable advice regarding health .
Thanks
ভাল লাগিল।ডাইবেটিছৰ ওপৰত এটি ভিডিও প্ৰচাৰ কৰিবলৈ অনুৰোধ কৰিলো।
Bahut bhal lagil janilo bahut kotha
Thankyou sir.kathakhini valke bujai diyar krne
sunddar explain ,thanks 🌷
Thank you so much sir .Very very important topic & your advice is also important for now a days .
আপুনি এগৰাকী ভাল শিক্ষক ৷ শিক্ষকৰ দৰে সুন্দৰকৈ বুজায়৷
অতি সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিলে ধন্যবাদ থাকিল ভাল লাগিল সাহস পাই গৈছো
@@rupamchandradas6933aaaaa
Àpunàr videobur sai bor bhal lage.❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Morom loga doctor.❤
খুব সুন্দৰকৈ বুজাই দিছে । Thank sir
Good khobar sir .......
শৰ্মা। চাৰ আপোনাক অশেষ ধন্যবাদ আপোনাৰ বহুমূলীয়া কথা খিনি ৰচনা
পৰা মই উপকাৰ পাইছোঁ। আগলৈও এনেকৈয়ে দৰকাৰী ভিডিঅ' দি থাকে যেন।
Thanks you sir.
Sir amul taja gakhir khua valne janabosun
Dr Sandia thank u. Your deliberation is very good. To maintain good health we all should follow doctors advice.
Thank you sai❤
Bohut vl lagisa video tu sai sir
The speech is so gently and simple love from barpeta pls update this types of health advice
কি বস্তু আছে , আমাকো দিব নেকি ?@khirodkalita7306
ভাল লাগিল আপোনাৰ কথা বোৰ শুনি ।
ধন্যবাদ ঢাৰ
ডাক্তৰ সকলে মানৱ সেৱা কৰিবলৈ প্ৰথম পঢ়ে বেছি ভাগেই টকা কথাহে ভাবে আপুনি কিন্তু ওলোটা সকলো বেমাৰৰ ভি দি অ যোগেদি হ'লেও মানুহক ভাল কৰিবলৈ ধুনীয়া কৈ বুজাই দিয়ে আপুনি সচাই ভগৱান ৰুপী ডাক্তৰ
Apunar video bur Sai bohut janibo Parisu.... thankyou.
Derikoi holeu apunar poramorxo sai val lagil.khub hohojkoi bujai dise..dhoniyobad sir
Bohut bhal lagil eman val dore bujai dile dhanybad sir
At free of cost have people received valuable tips regarding human health.Certainly,you deserve thanks.
অতি সুন্দৰ পৰামৰ্শ জানিবপুনৰ
লোচনাপুনৰ আখাকৰিলো
পাৰিলো ;এনে আ
Thank you sir আমি নজনাত বহুত কেলিমেলিত দৰৱ খাও সঁচা আপুনি এজন ভাল শিক্ষক দেই আৰু এইদৰে নজনাক জানিবলৈ আশা ৰাখিলোঁ ধন্যবাদ
Thank you so much sir
শিকিলোঁ বৰ ভাল লাগিল
Sir apuni bohut vl Kori bujai very good .
Thank you very much for your valuable medical awareness.
সূন্দৰ🎉 😊
বহুত ধন্যবাদ
Bhu val kotha koise sirmur j kidney t pathor hoise n urine infection paise
Mur Hepatits C hoisile 2013 sonot Treatment korilu bhal hoi gol Dr Bhaja nimokh kabo dise plz jonabo sun.🙏🙏🙏
Bahut val sir.....
Sir bhal lagil vidio tu sai
Please Subscribe and share this video with your friends and family members
Bohut val lagile bohut kotha buji paisu apunar video tu sai sir
Thank u sir ..kotha bur jani bohut happy holu...
মোৰো বাওঁফালে মাজে সময়ে বিষ হয় থাকে কি কৰিব লগিব চাৰ ? আপোনাৰ আদেশসমূহ শুনি বৰ ভাল লাগিল চাৰ ।ধন্যবাদ 18:58
আপোনাৰ ভিডিঅ চাই বহুত ভাল লাগিল আৰু বহুত উপকৃত হলোঁ ৷
বিশেষ কৈ খাদ্যৰ তালিকাটো কৈ দিয়া বাবে ধন্যবাদ ৷
মই বৰ্তমান Kidney Stoneত ভুগি আছোঁ ৷ GMCHৰ চিকিৎসা লৈ আছোঁ ৷ মোৰ cretinine আছে 1.3 .
বাকী Uric acid ,BP ,sugar আদি চৱ Normal.
কিন্তু আমলখী আৰু কৰ্দৈ টেঙা Lifetimeৰ বাবে বাদ দিৱ দিছে সেয়া হেনো kidneyৰ বাবে বহুত বেয়া ৷ আপুনি আকৌ আমলখী ভাল বুলি ক’লে কথাটো বুজি নাপালোঁ ৷
বাকী আপোনাক বহুত বহুত ধন্যবাদ এনেবোৰ video দি থকা বাবে ৷
চাৰ পাৰিলে এদিন চাইনাচাইটিচ আৰু Dust Allergy বিষয়ে ক’ৱ চোন ৷ বহু বছৰ ধৰি মই ভুগি আছোঁ ৷
এদিন মই আপোনাৰ chamberত নিশ্চয় জাম ৷