Pranjit Gogoi||Bhagwot||ভাগৱত ব্যাখ্যা||Vagwot Path||
ฝัง
- เผยแพร่เมื่อ 16 เม.ย. 2024
- Pranjit Gogoi || Pranjit Gogoi Bhagwot
@jyotimoy6018 @ikklive5333 @sashiborah3303 @bhaktirsagor @bhakatibhandar-6378 @অনুপমবিতোপন @sumitsaikiaofficial2991
#pranjit_gogoi_bhagawat #pranjit #kamala
#2024
Copyright Notice :- Please do not copy this video or you will be given a copyright strike
অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হব
নিজৰ ধৰ্মৰ দোষবোৰ দোষ হৈয়ে থাকক। আমি মাছক মাছ হিচাপেই খাও । আপনালোকে মাছক মাছ বুলি নাখায় ,জিজি বুলি খায় । আন ধৰ্মক সমালোচনা কৰাটো আইন মতে দণ্ডনীয় মনত ৰাখিব। নিজক সমালোচনা কৰিবলৈ শিকক। যিসকল ভাগৱত ব্যাখ্যাকাৰে ব্যাখ্যা কৰে , সেই সকলে প্ৰথমতে তেওঁলোকৰ নিজৰ লৰা ছোৱালী কেইটাক সঠিক পথৰ গৰাকী কৰি লওক । তাৰ পিছত ব্ৰাহ্মণীয়া পন্থৰ ধৰ্মক সমালোচনা কৰাটো ভাল হ'ব বুলি ভাবো।
মুঠতে মানৱ ধৰ্ম আচল ধৰ্ম
ইয়াত শংকৰীয়া বামুণীয়া বুলি কোনো কথা নাই।
Ji pontha ra bhogoban ok prarthna krok apunar Karona apunar tu val amar karona amar tu val
কৃষ্ণৰ ভাষাত "যজ্ঞ সুতৰ" আৰু জগত গুৰু শ্রী শ্রী শংকৰ দেৱৰ ভাষাত "যজ্ঞ সুত্র বা লগুণ " ভাগক "ৰছীডাল " --বুলি হীন ভাষাত ,কৃষ্ণদ্রোহী,গুৰুদ্রোহী মহামুর্খইহে ক'ব পাৰে |
হৰি ওঁ,হৰি ওঁ,হৰি ওঁ||
উচিত কথা কৈছে আপুনি
Sankar sangha r gorami besi karone sanghar prosar komi goice. Jonopriyota komi goice. Moi nije sanghar vokot. Moi anuvob koricu. Sanghar manuhe gharat maas mangkho khai, kintu biyat dibo nuware. Biyar next dina maas mangkho khai. Tetia somalosona hoi
Right.gahuri.vogoban osrt hopt lowa aru namana ovihap hy lagbo sagy .hindu dhormo birudhi jyn lagy honghota
সজ,আছাৰ,নিয়মহে,,কামনা,ইয়াত,নাম,বাহমণ,সমাজ,বুলি,একো,নাই,
কৃষ্ণ কৃষ্ণ
Krishna baap
কৃষ্ণ কৃষ্ণ বাপ
কৃষ্ণ 🙏
❤❤ dhunia😮😮
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
🙏🙏🙏🤵
Krishna ❤❤❤🙏🙏🙏
Krishan 🙏🙏bap
Krishna Krishna
Krishna Krishna ❤❤❤❤
বাপ জন আপোনাৰ ভাগবত ভাগনি শুনি আলপুত হলো কিন্তু আনক নিন্দা নকৰিব নিন্দা কৰিলে তাৰ ফল আপুনিও ভোগ কৰিব । লগুনৰ সসম্মান আছে ৰছী বুলি নকব । চকুৰ আগতে দেখি আচো মনে মনে আই সকাম পতা বামুনৰ ঘৰত গৈ খোবা । কাকো নিন্দা নকৰাকে অৰ্থা ভাঙনি তৰিব বুলি আশা কৰিলে৷ ।
Thank you so much
Pap hy lagbo
ধৰ্ম এটা পোছাক।
কৃষ্ণ বাপ ❤
Krishna Krishna hori ram 🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚 jai guru Sankar 🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚 hadhu hadhu Krishnar akanta vhokat 🦚🦚🦚🦚🦚Ami dakhe parnam jonalu 🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚
jai provo jai ho
কৃষ্ণ প্রভুজন।
provu jon😂😂😂😂
কৃষ্ণ ৰাম
Tothakothito bap dev aapuni jijon manuhor nam loi dharmar bojar khon solai aase, teur bibah kun pontha mote hoisile ebar gobexona kori sabo... Apunar dharma ki kobosun . Xonbidhanot srikriti pua dharma tu jonabo... Bemar hole khali bamunia ponthar doctor usorot morileu najabo. Tetiahe manim xuddho xonkori buli.
Ramkrisnaramkrisna
Krishna prvu🙏
Krishna krishna krishna bap 👌👌👌👌👌👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
কৃষ্ণ কৃষ্ণ ❤❤❤
ভগৱানে কৈছে সকলো মোৰ ইছাতেই হয়। ভগৱান Krishna ৰ দিনতো বাহমোন আছিল। যি নেকি তেওৰ সখা আছিল চুদামা এজন বাহমোন।
ধন্যবাদ🙏🙏
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
কৃষ্ণ বাপ
🙏 কৃষ্ণ, 🙏 কৃষ্ণ, 🙏 কৃষ্ণ, 🙏
কৃষ্ণ বাপ বিভিন্ন ধৰণৰ উদাৰণ দি মানুহক বিভেদ নকৰাব । আপোনাৰ মতে মানুহ দুইবিধ । সংঘত থকিলে শুদ্ধ বাকী সকলো মিছা । কি যে কয় আৰু .....সমালোচনাৰ পাত্ৰ নহ'বা ।
বৰ বেয়া কথা কৈছে, বামুণীয়া মানুহলৈ ছোৱালী নিদিবা, বামুণীয়া ছোৱালী তোমালোকে নিনিবা, আমি নিদিওঁ আৰু নানোঁ, শংকৰ সংঘৰ কথা বোৰ বহুত বহুত বেয়া, বিভেদ কামি কামবোৰ কৰি বা কৈ ভাল পায়
Ibilak bivajon Kora manu karhino boly papi hoby
বাপ জনাৰ ভাগৱত ব্যাখ্যা শুনি হৃদয় শাত পৰি গৈছে। কৃষ্ণ, কৃষ্ণ প্ৰভু, আপোনাৰ শ্ৰী চৰণত সেৱা নিবেদিলো।🙏🙏🙏
jay shree krishna
দুখন হৃদয় মিলন হলে বিবাহ হয়.তাত শঙকৰি মাহেকীয়াৰ কথা নাই .
Krishna krishna he bapjana bamunia panthar manuh bur bhal nahayi naki ❤janaba krishna
কৃষ্ণ, কৃষ্ণ প্ৰভু। বাপ জনাৰ ব্যাখ্যা ই হৃদয় খন শাত পৰি গৈছে।🙏🙏🙏🙏🙏🙏
অন্তত: ৰছীডাল বুলি নকব,, কৃষ্ণ বাপ সেৱা নিবেদন কৰিলো,,।
Yes, you are right
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna Krishna Krishna bap 🙏🙏🙏🙏🙏
শাস্ত্ৰৰ নিতী নিয়ম নামানিলে কি দুস্ত হয় নেকি ? কেনেকুৱা আৰু কি বুজাব বিছাৰিছে । কি যে ব্যখ্যা কৰিছে । ইয়াৰ ওপৰত আৰু ভালকৈ অধ্যয়ন কৰিব আপুনি । ব্যখ্যাটো অলপ বেলেগ ধৰণে দিব ।
Krishna joy guru Sankar.
যুগৰ পৰিবৰ্তন হল। মানুহ মানুহৰ বাবে জীয়াই থাকে। আপুনি বিভেদ নকৰিব কৃষ্ণৰ নাম লৈ। আমিও কৃষ্ণৰ পুজা কৰো। কৃষ্ণৰ নামত মানুহৰ মনত বিভ্ৰান্তি নকৰাৱ।
Joy guru Shankar krishna
Hea wa Nheili
কৃষ্ণ বাপ আমাৰ সেৱা হে 🙏🙏
কৃষ্ণ ❤❤❤❤
কৃষ্ণ কৃষ্ণ🙏
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ ।
Krishna,hatan
আপোনাৰ যুক্তি একেবাৰে শুদ্ধ নহয় । মানুহক ভাগ ভাগ নকৰিব ।
Krishna Krishna Krishna
Krisnhna Krishna bap.
Krishna Krishna prabhu 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বা প জয়গৰু শঙকৰ
Krishna Krishna bap jaigoro khangkr
Krishna 🙏🙏🙏
কৃষ্ণ,বাপ আপোনাৰ এই যুক্তি গ্ৰহণ যোগ্য নহয়। কাৰণ ছোৱালীৰ উপযুক্ত পাত্ৰ স্ৱধৰ্মৰ নহ'বও পাৰে।।তাৰ প্ৰমাণ আপুনি নিজেই।
আমিও sonatoni dhormor মানুহ but ami লৰা ছোৱালীক enekoi hikuwa নাই, আনৰ ধৰ্মক ঘৃণা কৰিবলৈ, অত নাখাবি, তত নাজাবি, কি কথা কৈছে বাৰু নিজেই বুজি নাপায় হবলা,
Ibilak sala kiba koba mon Jai .
Krishna Krishna Krishna Krishna hare Krishna Krishna hare Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna ১০০০বাৰ, লোৱা, উচিত
Xuni bahut basi val lagil ❤❤❤
Krishna 🙏
Krishna bap jona Jay Guru Sankar Madhav ram 🙏 Krishna Krishnan🙏🙏
Ram Krishna 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Sumitra Gogoi
Krishna Bap Derikoi hale Aaponasabe Path kari yowa Bhagawatar katha khini ai Maha Adhameeye sunilo bar val lagil kathabor suni Krishna Jai Gagat Guru Sri Manta Sankardev anekoi Sattradeekare kaba lagate Satya katha Guru janak nusumarar para manot bar Aaghat lagil Krishna Pranam janalo Bapjanar legate Samasta Bap Aai Sakalak Krishna 🙏🤔
Krishno. Krishno bap. Hewa Nibedon. Koriso
কৃষ্ণ বাপ আমাৰ সেৱা জনাইছো।
Diganta basumatary 🙏 krishna krishna krishna
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙৰ দেৱ🙏
😊krishan krishan
Krishna krishna bap
কৃষ্ণ কৃষ্ণ কৃষ্ণ আমাৰ সেৱা ল'ব
Krishna Krishna 🙏🙏🙏🙏
গুৰুজনা থকা সময়ত গুৰুজনাৰ মতে নচলি সাত দিন সাত ৰাতি শাস্ত্ৰ পঢ়ি থকাকে গুৰুজনাক ভজনা কৰা বুজায় নেকি ? এনে আচৰন আচলতে কোন সংঘৰ নাজানোদেই .....
, , বাপ আপোনাৰ মতে একে খন গাৱতে যদি বিভিন্ন ধম্মীয় লোক বসবাস কৰি থাকে ইজনে সিজনৰ লগত মিলা মিচা কৰিব নালাগে। ধৰি লোৱা হওক এখন গাওত ৫০ ঘৰ মানুহ আছে তাৰে ২০ ঘৰ সংঘৰ আৰু ৩০ ঘৰ আনা সংঘৰ আপোনাৰ মতে সংঘৰ লৰা ছোৱালী বোৰ আনী সংঘৰ লৰা ছোৱালী বোৰে একে লগে খেলা ধুলা পঢ়া শুনা ইত্যাদি ইত্যাদি কৰিব নালাগে? কি যে কয় বাপ জনা?
এই সকল শংকৰদেৱ মাধৱ দেৱতকৈও ওপৰৰ
আচাৰ/ আচৰণ ৰ কথা হে কৈছে
সুন্দৰ,, বাপ চিৰন্তন সত্য কথা ব্যক্ত কৰিলে হৃদয় চুই গ'ল সেৱা ধৰিলোঁ গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤️🙏🙏🙏🙏🙏🟣::::.......🥀
🙏🙏 কৃষ্ণ কৃষ্ণ বাপ , ব্যাখ্যা ভাগ শুনি বহুত ভাল লাগিল ।
Jai Guru Sankar Brahma Vishnu Maheswar Jai shree krishna Jai shree krishna Jai shree krishna Jai shree krishna
কৃষ্ণকৃষ্ণ বাপ আপোনাক প্রণাম
গুৰুজনকৈউপৰ
Krishn oii hokokule kripya kre jen ❤
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻 সেৱা নিবেদন কৰিছোঁ 🙏🏻🌹
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু ইশ্বৰ চৰন পঙ্কজ প্ৰনাম 🙏🙏🙏🙏
Roshi nohoi Loguun
কৃষ্ণ
Krishna krishna 🙏🙏
❤❤❤
Krishna 🙏 bap আন্তৰিক অভিনন্দন জনালো আগুৱাই যাওঁক অভিনন্দন জনালো জয় গুৰু শংকৰ
বাপু তুমি ভাগৱত ধৰ্মৰ নামত এইবোৰ কি কৈছা।তুমি দিহিঙ্গীয়া গাৱঁত দুটা ভুল ব্যখ্যা দিলা।"ভগৱান"মানে কি আৰু "প্ৰকৃতি পূৰুষ হৈবা এক মতি"।এই পন্থ কি ,ৰাজনৈতিক দলৰ দৰে?গুৰুজনাই পন্থৰ কথা কোৱা নাছিল।মই যদি এটা পন্থত থাকি আন এটা পন্থক ঘৃনা কৰো হবনে ? গুৰুজনাই কোৱা " প্ৰসাদো নাখাইবা"ৰ অৰ্থতো ভুলকৈ বুজি কাৰোবাৰ অনুষ্ঠানত থাকি মই যদি তাত দিয়া শৰাই প্ৰসাদ নাখাও তেন্তে তালৈ গৈ কি দেখুওৱা হ'ব।পন্থা যিয়েই নহওঁক ই "ব্ৰাহ্মণ্যবাদৰ" এক আধুনিক স্বৰূপ।পন্থাৰ কথা ভাগৱত ব্যাখ্যাত স্থানেই পাব নালাগে।কাৰণ ভাগৱতে পৰম ধৰ্মৰহে কথা কৈছে।বিয়া বাৰু এইবিলাক ধৰ্মৰ কথাহে।
শংকৰ সঙ্ঘৰ সদস্য কিমান আছে নো আমাৰ বামুণীয়া সদস্য বহুত আছে শংকৰ সঙ্ঘৰ প্ৰন্থা টো অকল অসমত হে আছে আমাৰ বামুণী প্ৰন্থা মানুহ বহুত আছে অকল আমাৰ বামুণীয়া মানুহ অসমতে গোটেই ভাৰত বষতে আছে আৰু আৰু গোটেই জগত খনতে আছে ৰাছিয়া লৈকে আছে আমেৰিকা আফ্ৰিকা লণ্ডণ গোটেই জগততে আছে যদি তেখেত লোকৰ ধৰ্ম টো যদি ইমানেই শুদ্ধ আঁতৰত গৈ প্ৰচাৰ কৰিব কিয় পৰা নাইতেখত লোক ধৰ্ম টো আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড0 পীতাম্বৰ দেৱ গোস্বামীয়ে গৈ বেংলুত আমেৰিকাত লণ্ডণত গৈ আমাৰ ধৰ্ম প্ৰচাৰ কৰি আহিছে নে কি কয় বাৰু
কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভাগৱত পাঠ অনুষ্ঠানত আপোনাৰ শ্ৰী মুখেৰে অমৃতময় বাখ্যাৰ দ্বাৰা সমাজৰ প্ৰায় সকলো দিশেই চুই গৈছে তথাপিও জীৱৰ ভাগ অনুসৰিহে সংস্কাৰ সাধন হব।যি জীৱ ই কৃষ্ণৰ চৰণত ভক্তিভাৱেৰে শৰণাগত হৈ ভকতৰ সংগত নিজৰ কুশল বিচাৰি জীৱন নিৰ্বাহ কৰাৰ চেষ্টা কৰে, গুৰু দুজনাৰ কৃপাত সফল হয়। সেয়ে আপোনালৈ অশেষ ভক্তি ভৰা সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
শংকৰি সংঘৰ মানুহ বিলাকে সদায় ভাগৱত পঢে 70/ ভাগৱতৰ জ্ঞান লব পৰা নাই | প্রথমতে নিজৰ ঘৰখন ভাগৱত মুখি হৈছে নে নাই আৰু খাদ্য শৃংখল হৈছে নে নাই লগতে নিজৰ লৰা ছোৱালিবোৰ পৃতি মাতৃৰ কথা শুনে নে নাই সেইটো আগতে চিন্তা কৰক তাৰ পাছতহে আনৰ কথা ভাবিলে ভাল হয় | নিজক শুদ্ধ বুলি ভাবি আনক অশুদ্ধ বুলি কোৱা সকল ভকত হব নোৱাৰে | গুৰুৱে লগ কৰি গল সেই গুৰুৰ কথা নেমানি আমি নিজেক ভাগ ভাগ কৰি গুৰুক অৱমাননাহে কৰা হৈছে | আমাৰ ধৰ্ম কি সেইটোকে আমি আজিলৈকে বুজি পোৱা নাই | সেইকাৰণে আমি ধৰ্মৰ নামত আমাৰ সকলোৱে পৰিচয় বেলেগ বেলেগ যিটো আমাৰ গুৰুজনাৰ আদৰ্শ নহয় |
@@bitulphukan6914right
লগুণ গুচি ৰচি হল ? লগুণক অপমান নকৰিব দেই ? ৰচি যদি তুমিও পিন্ধি নোলোৱ কিয় ?
কৃষ্ণ
বাপজন, আপোনাক মই নাজানো বাবে এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কথাটো হ'ল নামঘৰৰ খুটাত সৰ্প ফনা লগাব পাইনে নাপায় জনাবচোন।
Apuni bakhya kara katha bilak puthit tenekoi kua nai .. Apuni alop bchikoiche nki.. Apuni banai kobo khikese nki
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏
কৃষ্ণ
কৃষ্ণ বাপ ক্ষমা কৰিব মোৰ দুটামান প্ৰশ্ন আছিল ।মোৰ প্ৰশ্ন হল শৰণ নললে ভাগৱত পাঠ কৰিব নোৱাৰে নেকি ? আৰু কিয় ? আপুনি কৈছে যে বেয়া সংগ লগত থাকিলে বেয়া হয় ,কিন্তু মন কৰিব ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ জীৱন কাল ।কিন্তু কত তেওঁলোক অসুৰ বা অভক্ত নহল কিয় ?
ধৰিব লাগে এনেকুৱা যুক্তি বোৰ ধৰক তেখেত লোকক
Ram krishna RAm krishna
কৃষ্ণ
ভাগৱতৰ ব্যাখাৰ মাজেদি সমাজ পৰিচালনাৰ দিশ সামৰি কোৱা কথা খিনি যুক্তি সংগত ।
বাপ! বামুনিয়া হোৱাটোতনো কি ভুল হয়। কৃপা কৰি মোক বুজাই দিবচোন। মানে আপুনি পোন প্ৰথমে পাপৰ কথা কৈছিল মই বুজা নাই
আৰুকিবাখুচৰীথাকাচোন
Ami akhomia nohoi niki !