ছাগলীক কি কি বেমাৰ হয় আৰু কেনেকৈ বেমাৰৰ পৰা বচাব পাৰি
ฝัง
- เผยแพร่เมื่อ 14 ต.ค. 2024
- ছাগলীক কি কি বেমাৰ হয় আৰু কেনেকৈ বেমাৰৰ পৰা বচাব পাৰি।
Goat Diseases
#Sudden fever and death
#Abortion during late pregnancy
#Wound in foot region
#Swelling of udder, change in milk
#Occular and nasal mucous discharge
#Kid mortality #Reduce growth
Feed management for goat
• এজনী ছাগলীক কিমান দানা...
দাদামোৰছাগলীপোৱালিতোআঠমাহ,,, হৈছে,,গাল,,দুখন,,ফুলিগৈচে,,কি,,কৰিব,,লাগিবজনাবচোন
Thank you sir most important information to us 🙏
Bhut val lagile dada agloi aru anekua vedio pam buli axa rakhilo
Good advice,
Sagoli puwali tu theng tu ukhohi goi khuj kahib pora ny..kio enekua hoi ru ki korile val hoi jonabosn
Dada local sagoli r 1dey r pora moment year hy vaccine list khon diba
Good advice
Dada sagolir thengor khura barhi ahile ki koribo lage ghoruwa upay dibo sun
ছাগলী পাইখেনা হৈ মৰি গৈছে এই ৰোগত মোৰ বহুত ছাগলী মৰিলে তাৰ ওপাই কিবা দিবনেকী চাৰ
দাদা বজাৰত গৈ কেনে ছাগলীৰ দৰ দাম দেখাৱচোন।
dada amar sagoli keijonimanor jiman khaleu weight nai Borha elboma buli pelur dorob khuwai thaku kintu ekei hoi ase kiba homadhan dbo neki. vaccine dyar boyokh kimanor pora dbo pari jonabosun parile.
Sir মোৰ ছাগলী এজনী আজি একো খোৱা নাই আৰু মুখেদি অলপ লেলাটি ওলাই আছিল।কি হৈছে কব চোন
Dewarming ketiya korisil
দাদা মোক ফোন নম্বৰ তু দিব নেকি আপোনাৰ লগত অলপ কথা পাতিব লাগিছিল
ধন্যবাদ দাদা, মই নতুনকৈ সৰুকৈ ছাগলীৰ ফার্ম আৰম্ভ কৰিছো, মোৰ এটা শাহীৰ মুখৰ দোয়ো কাউৰীত গুটি গুটি ওলাই হৈ ঘা হৈছে, কি ঔষধ ব্যৱহাৰ কৰিম?
Sagolir powalir sus pesab kora ni . Ki dile val hoba . Koba sn
ছাগলীৰ ঘুৰনী বেমাৰ হলে কি কৰিব লাগে
Dada 15 ta asil 5 ta moril
Ppr kot pam
মোৰ ছাগলীজনী আজি একো খোৱা নাই আৰু কানডা নাই নাই জনাবচোন
ছাগলীৰ ইমান বেমাৰ দেখা নাই৷
pH number tu dile val hoy
8638035590