পাপনৰ সৈতে গীত পৰিবেশন কৰা সহ: শিল্পীগৰাকী কোন? ক'ত কেনেকৈ লগ পালে পাপনে | | PAPON KAMALPUR | |

แชร์
ฝัง
  • เผยแพร่เมื่อ 19 เม.ย. 2022
  • LIKE | SHARE | COMMENT | SUBSCRIBE
  • บันเทิง

ความคิดเห็น • 615

  • @AnkurJoyti123
    @AnkurJoyti123 2 ปีที่แล้ว +28

    পাপন দাৰ ব্যক্তিত্বটো মই খুবেই পচন্দ কৰো। বহুত ভাল পাওঁ‌❤️

  • @jamunavlogs755
    @jamunavlogs755 2 ปีที่แล้ว +34

    পাপন দাদাক বহুত বহুত ধন্যবাদ জনাইছোঁ ছোৱালীজনীক শিল্পী জগতলৈ আগুৱাই লৈ যোৱাৰ বাবে ।
    Love from Barpeta ❤️ পাপন দা

  • @bhubenthakuria9006
    @bhubenthakuria9006 2 ปีที่แล้ว +19

    শিল্পী সমাজে অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষা কৃষ্টিক সজীৱ কৰি ৰাখে আৰু এক গোট হোৱাত সহায় কৰে, ধন্যবাদ শিল্পী সমাজ।

  • @khanindrabora7829
    @khanindrabora7829 2 ปีที่แล้ว +368

    এনে ধৰণৰ গীতৰ সুৰে আজীৱন দেহৰ ৰন্ধে ৰন্ধে শিহৰন জগাই তোলে, জাতীয় মিঠা মিঠা সুৰৰ সমাহাৰ,, ধন্যবাদ জনালোঁ নতুন প্ৰজন্মক আকৰ্ষিত কৰা বাবে

    • @dwipensarma5090
      @dwipensarma5090 2 ปีที่แล้ว +10

      1

    • @Baba-sl5kb
      @Baba-sl5kb 2 ปีที่แล้ว +8

      Akdom monor kotha kole...

    • @dipaligogoi5308
      @dipaligogoi5308 2 ปีที่แล้ว

      On PP PP PP PP PP k PP km Fri Fri Fri Fri Fri Fri m Fri no Fri o Fri Fri m OK Fri

    • @dipaligogoi5308
      @dipaligogoi5308 2 ปีที่แล้ว +4

      The The same way way way to our km website website website design design kino

    • @dipaligogoi5308
      @dipaligogoi5308 2 ปีที่แล้ว

      Kkkk pommel and I and k on and and in and on and and and n lb m lb k l l l l l l only kkkk please

  • @paniramyein3705
    @paniramyein3705 2 ปีที่แล้ว +35

    এনে ধৰণৰ গীত গালে শুনি থাকিবৰ মন যায় । নতুন প্ৰজন্মৰ বাবে এটি অন্তৰ চুই যোৱা গীত । দিনত প্ৰায় 10/12 বাৰ শুনিয়েই থাকো । আমনি নলগা এটি গীত ।তাতকৈ আৰু ভাল লাগে লক্ষীনন্দনৰ বাহীৰ যি মিঠা মাতৰ সুৰ ।কবলৈ ভাষা নাই ।

    • @runudeka9816
      @runudeka9816 2 ปีที่แล้ว +1

      খুউৱ সুন্দৰ

  • @Bhabeshborboruah123
    @Bhabeshborboruah123 2 ปีที่แล้ว +71

    ছোৱালীজনীৰ সুৰটো ধুনীয়া।লগতে লক্ষীনন্দন ককাইৰ বাঁ‌হীৰ সূৰে মন জুৰ পেলাইছে।

  • @thestrong1412
    @thestrong1412 2 ปีที่แล้ว +12

    Mur favourite singer papon da
    মই পাপন দাৰ ব্যক্তিত্বটো ভাল পাও
    তিনিচুকীয়াৰ পৰা মৰম জাছিলো

  • @aminparakhowa2788
    @aminparakhowa2788 2 ปีที่แล้ว +99

    সঁচাকৈয়ে এই গীতটিয়ে হৃদয় জিনিছে। এইবাৰৰ বিহুত পাপন আৰু শ্ৰেয়া ঘোষালৰ, অসমবাসীৰ বাবে সঙ্গীত প্ৰেমি সকলৰ বাবে অমূল্য অৱদান ।
    SO EXCELLENT COMPOSSING

  • @_BabA_RaiDeR625
    @_BabA_RaiDeR625 2 ปีที่แล้ว +56

    এই গানটো কিমান বাৰ সুনিলো গণা নাই কিন্তু শুনি থাকিলে শুনি থাকিব মন যায় লাভ you papon daa

  • @nayanmonisarma7303
    @nayanmonisarma7303 2 ปีที่แล้ว +58

    কি সুন্দৰ বাহী বজাইছা দাদা..ভগবানে মঙ্গল কৰক..আৰু তুমি আগুৱাই যোৱা🙏🙏

  • @nipulchandraghorphalia8836
    @nipulchandraghorphalia8836 2 ปีที่แล้ว +39

    ভাল লাগিল। নতুন শিল্পী আগবঢ়োৱাত সহায় কৰা বাবে। ধন্যবাদ,পাপন।

  • @jyotisaikia7552
    @jyotisaikia7552 2 ปีที่แล้ว +28

    কিমান যে প্রিয়💚💚গানৰ গভীৰতা,সুৰ,শব্দ,অৰ্থ...."অংগৰাগ পাপন"❤️❤️

  • @saratchandramahanta8372
    @saratchandramahanta8372 2 ปีที่แล้ว +20

    এই বছৰৰ সকলোতকৈ ভাল লগা গীত। মাটি আৰু মানুহৰ গীত। শিহৰণ জাগে আবেগত।।।।

  • @rtakashpritomofficial1514
    @rtakashpritomofficial1514 2 ปีที่แล้ว +76

    ভদ্ৰ মানুহ এজন ভাল আচৰণ কৰা এজন অসমৰ শিল্পী।।

    • @rupamkalita2274
      @rupamkalita2274 2 ปีที่แล้ว +8

      সচাকে এজন ভদ্ৰ মানুহ। তেখেতৰ কথাৰ মোজাই সুকিয়া। কিছুমানৰ দৰে নিজকে ৰজা বুলি নাভাবে। মই বহুত ভাল পাপন দাক।

  • @kushalkurmi5242
    @kushalkurmi5242 2 ปีที่แล้ว +51

    গানটোৱে হৃদয় চুই গল । সুন্দৰ কণ্ঠ ।❤️

  • @bijaykaman2138
    @bijaykaman2138 2 ปีที่แล้ว +75

    মোৰ হৃদয় চুই গল এই পaপon দাৰ গানে ! যিমান বাৰ শুনিলেও আমনি নালাগে !শুনি থাকিব মন যায়!,..i love you papon daa song!

  • @moynulhoque8029
    @moynulhoque8029 2 ปีที่แล้ว +21

    আমাক যিমানে তুচ্ছ তাচ্ছিল্য নকৰক কিয় আমি সদায় অসমীয়া ভাষা সংস্কৃতি সংগীত নিত্য হৃদয়ৰ মাজত সাঁচি ৰাখিম।
    "জয় আই অসম"

  • @udaynath1819
    @udaynath1819 2 ปีที่แล้ว +80

    ইমান শুৱালা গান শুনিলে শুনি থাকিবৰ মন যায়।We are proud of Papon.

  • @apurbahazarika9059
    @apurbahazarika9059 2 ปีที่แล้ว +9

    প্ৰাণস্পন্দন থকা গীত । পাপন সচাঁকৈয়ে অনন্য ।

  • @balendas4259
    @balendas4259 2 ปีที่แล้ว +206

    পাপনে এনে সময়ত গীতটো উলিয়াই দিলে যি সময়ত ডেকা-গাভৰুৰ মণ কমোৱা তুলাৰ দৰে উৰি ফুৰে যি সময়ত যৌৱনে যৌৱনক আকৰ্ষণ কৰে । বহাগ বুলি ক'লে অসমীয়া মানুহৰ মণটো কি যে মিঠা মিঠা লাগে সকলোৱে লাগে । এই গীতটো সঁচা প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন । ভাল পোৱাৰ পাছতো খুলি কব নোৱাৰি মণতে ভাল পাই থাকে তেতিয়ানো কি হয় গীতটোত স্পষ্টকৈ প্ৰকাশ কৰি গীতটো শ্ৰুতি মধুৰ ভাৱে কৈছে । বৰ্তমান তথাকথিত কোনো কোনো গায়কৰ সস্তিয়া গীতৰ বিপৰীতে এই বহাগৰ ২০২২ চনৰ এটি উৎকৃষ্ট তথা লেখত লবলগীয়া গীত হৈছে । গীতটো বাৰে বাৰে শুনি থাকিলেও বিৰক্তি নালাগে । গীতবোৰ এনে হব লাগে ।বেবেৰিবাং কোনো মেচেজ দিব নোৱাৰা গীত গাই পৃৰ্বৰ অসমীয়া গীতৰ আভিজাত্যৰ ৰি ধাৰা তাক ম্লান কৰাটো উচিত নহয় । গীতিকাৰ নয়ন কেশৱলৈ অশেষ মৰম যাঁচিছো । তেওঁৰ কাপৰ পৰা এনে সুন্দৰ গীতৰ কলি আৰু সৃষ্টি হওক কামনা কৰিছো । লাহণৰ বাঁহীয়ে গীতটো শুনি থাকিলে কোনো পাহাৰীয়া অঞ্চললৈ লৈ যায় মণটো । কি বাহীৰ সুৰ ¡ মজা লাগে দে । সুন্দৰ প্ৰগ্ৰেম হৈছে পাপনৰ। লাইভ পাইছো। কোনোৱে যদি চোৱা নাই সুযোগ সুবিধা হ'লে চাই আহক । ৩০ তাৰিখৰ পৰা পাপনে বোলে অসমত নাথাকে টি, ভি, ৰ পৰা গম পাইছো ।
    গতিকে পাপনৰ লাইভ প্ৰগ্ৰেমৰ কথাই সুকিয়া । ধন্যবাদ ।

    • @pahi2865
      @pahi2865 2 ปีที่แล้ว +1

      Umm...hbo pre sge Mumbai t jbo .

    • @atulboruah6182
      @atulboruah6182 2 ปีที่แล้ว

      Piche honkhar korar pichat beleg

    • @minadas7202
      @minadas7202 2 ปีที่แล้ว +3

      ঠিকেই লিখিছে । অসমীয়া গীতৰ সুদিন ঘূৰি আহিছে বুলি অনুভৱ হৈছে ।

    • @alpanagogoi5429
      @alpanagogoi5429 2 ปีที่แล้ว +4

      গান টো সছাকৈ প্ৰেমৰ মিঠা, মিঠা সাজ সোমাই আছে | তাতে আমাৰ লশীন্দন বাহী সুৰ বোয়াইছে...

    • @aminparakhowa2788
      @aminparakhowa2788 2 ปีที่แล้ว +7

      আপুনি উপযুক্ত সন্মান আগবঢ়াইছে
      Right

  • @pranabdas1902
    @pranabdas1902 2 ปีที่แล้ว +4

    সচাকৈ বহুত ধুনীয়া কণ্ঠ😍 আৰু পাপন দাৰ কথাটো নকওঁয়েই বাৰু

  • @pinkvilla8552
    @pinkvilla8552 2 ปีที่แล้ว +5

    Very unique sir.papon is real pride of Assam. Truly decent.

  • @biswajitgogoi7747
    @biswajitgogoi7747 2 ปีที่แล้ว +21

    পাপন দাক আকৌ অসমৰ আমাৰ বাপতি সাহোন ৰঙালী বিহুৰ অনুষ্ঠানত দেখা পাই বহুত ভাল লাগিলে । বহুত সুন্দৰ অনুষ্ঠান । ❤️

  • @prabhatkumargogoi2717
    @prabhatkumargogoi2717 2 ปีที่แล้ว +10

    মনোমোহা সুৰৰ বন্যাত চালে চকুৰোৱা মঞ্চসজ্জাই মনৰ পৰা দুখ ভগৰ বোৰ আঁতৰি গ’ল ৷ ভাল লাগিল ৷

  • @chinmaysarmah2573
    @chinmaysarmah2573 2 ปีที่แล้ว +11

    বহুত ধন্যবাদ ৷ এনেকুৱা এটি সুমধুৰ গীত অসমবাসীক উপহাৰ দিয়া বাবে ৷

  • @namsainamgarkishnajatmasto8208
    @namsainamgarkishnajatmasto8208 2 ปีที่แล้ว +41

    বহুত ভাল লাগিল পাপন দা
    মই Arunachal Pradesh Namsai পৰা কৈছো | মই আপুনাক মই লিখা এটি গীত দিব বিচাৰো আপুনাৰ ফুন নম্বটো পালে নিশ্চয় ভাল পাম |

    • @DAllrounder98
      @DAllrounder98 2 ปีที่แล้ว +1

      contact directly with papon da or his pa😮

    • @UrbanRider0082
      @UrbanRider0082 2 ปีที่แล้ว +1

      Follow him on Instagram nd chat

  • @jugantamoran8033
    @jugantamoran8033 2 ปีที่แล้ว +37

    সুন্দৰ গীত আৰু কণ্ঠ.. ভাল লাগিল ❤️❤️

  • @babikalita819
    @babikalita819 2 ปีที่แล้ว +7

    বহুত বহুত ধন্যবাদ জনাইছো আপোনাক এনেদৰে প্ৰতিভা সমূহক উলিয়াই অনা বাবে।দুয়োজনলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏🏻

  • @ankitaneog7285
    @ankitaneog7285 2 ปีที่แล้ว +8

    Maje maje Papon dar "Kiya bat heyyyy" buli koi thokatu morom lgse🥰

  • @saminnath4209
    @saminnath4209 2 ปีที่แล้ว +11

    Perfect যিটো হিন্দীত Super se v uper আৰু অসমীয়া সংগীত জগতত এনে মধুৰ গীত অনাগত দিনত পাম বুলি আশা ৰাখিলোঁ।।

  • @nelsonpegu7447
    @nelsonpegu7447 2 ปีที่แล้ว +28

    Lakhinandan da what fabulous flute realy amazing u r 🙏🙏🙏 100 and 1000 time salute u I'm a big fan e one of u..

  • @uttamkumarroy2583
    @uttamkumarroy2583 ปีที่แล้ว +2

    অতিশয় মনপৰশা গীত।পাপন দাৰ চিৰসেউজ গীতটিয়ে হীয়া আলোড়িত কৰিলে।

  • @ganeshnath7155
    @ganeshnath7155 2 ปีที่แล้ว +19

    অসমৰ মাটিৰ সুন্দৰ সুৱলা সুৰ বৰ ভাল লাগিল🙏🙏🙏👌👌

  • @kray3759
    @kray3759 2 ปีที่แล้ว +8

    বাহঃ কি মিঠা বাহীঁৰ সুৰ ভাল লাগিল।

  • @bishalvlogs3790
    @bishalvlogs3790 2 ปีที่แล้ว +2

    বহুত ধুনীয়া লাগিলে পাপন দা love you ❤️❤️🙏🙏

  • @arnabboruah1635
    @arnabboruah1635 2 ปีที่แล้ว +15

    Like for lakhi da......hats off bro what a journey

  • @chandangogoi9318
    @chandangogoi9318 2 ปีที่แล้ว +205

    লক্ষীনন্দনৰ বাঁহীয়ে গানটোত সোণত সুৱগা চগাইছে!!

    • @bulugoswami2153
      @bulugoswami2153 2 ปีที่แล้ว +1

      Bor xundor Lagsa Suni thakobor Mon jai👌👌💕❤😀😃

    • @bulugoswami2153
      @bulugoswami2153 2 ปีที่แล้ว

      Bor xundor Lagsa Suni thakobor Mon jai👌👌💕❤😀😃

  • @voppa5045
    @voppa5045 2 ปีที่แล้ว +1

    Protiva burok aguai onat papon dai hodai hohai kore,, love you papon da

  • @mridulgohain4587
    @mridulgohain4587 2 ปีที่แล้ว +2

    অতি বেছি ভাল লগা গীত এটি পালো। আটাইকেইগরাকী শিল্পীলৈ ধন্যবাদেরে বহাগর শুভেচ্ছা জনালো।

  • @PDas-fi4hx
    @PDas-fi4hx 2 ปีที่แล้ว +4

    সচাকৈ গানটো ইমান মিঠা, ইমান শুৱলা। খুব ভাল লাগিছে। হৃদয় চুই গল।

  • @gargidas7970
    @gargidas7970 2 ปีที่แล้ว +3

    লক্ষী নন্দন ৰ বাঁহীৰ সুৰ টো সচাকৈ মন মুহি গৈছে ধন্যবাদ দাদা

  • @dhaneswarkalita9423
    @dhaneswarkalita9423 2 ปีที่แล้ว +2

    পৃথিৱীখন সুন্দৰ কৰি তোলে আপোনালোকেই 🙏🙏🙏

  • @alakeshsvlog
    @alakeshsvlog 2 ปีที่แล้ว +14

    বাহী বাদকজন 💥💥❣️❣️❤️❤️❤️

  • @dpboruah2998
    @dpboruah2998 2 ปีที่แล้ว +8

    বাঁহী সুৰতোৱে মন চুই গল

  • @bobysahariah2016
    @bobysahariah2016 2 ปีที่แล้ว +16

    ছোৱালী জেনীৰ কম সৌভাগ্য নহয় দেই পাপন মহন্ত লগত প্ৰথম বাৰেই গান গাইছে

    • @deepdeka2853
      @deepdeka2853 2 ปีที่แล้ว +1

      Vale he valk Pai ako

    • @boonsaikia8526
      @boonsaikia8526 2 ปีที่แล้ว +1

      Kirtika tezpur or buli janu. Marwari suwali.

  • @santonutaye8797
    @santonutaye8797 2 ปีที่แล้ว +3

    One of my favorite singer!.. love you Papon da😍😍🤗

  • @anup5535
    @anup5535 2 ปีที่แล้ว +1

    Bohut dhuniya gaise dei
    Koone Kobo Marwari sampradai buli
    👏👏👍

  • @bhaswatimahanta1737
    @bhaswatimahanta1737 2 ปีที่แล้ว +3

    বাঁহীৰ সুৰ টোৱে মন আছন্ন কৰি তুলিলে।গানটোৰ বিষয়ে কি ক'ম। ইমানেই বেছি ভাল লাগিল,, বাৰে বাৰে শুনি থাকিবৰ মন যায়।

  • @anjanabaro447
    @anjanabaro447 2 ปีที่แล้ว +2

    Bahi bojuwa bhaity eman dhunia bojaisa.Aguyaijuwa agoloi bhal hobo♥️♥️♥️

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 2 ปีที่แล้ว +2

    সুন্দৰ..সুন্দৰ..দেহ মন জোৰ..পেলাই জাই এনেধৰণৰ গীতে.. 👍👍👏👏

  • @pranjitster
    @pranjitster 2 ปีที่แล้ว +11

    being non assamese she sings so fluently.Flawless. marwardi suwali Axomiya gaan dhuniya ke gaise.

    • @nabinbora7146
      @nabinbora7146 2 ปีที่แล้ว

      She was born and brought up in Assam. So essentially she is an Assamese girl.

  • @rakeshgogoi5095
    @rakeshgogoi5095 2 ปีที่แล้ว +4

    Love from Jammu and Kashmir ❤️

  • @ebslowliving4033
    @ebslowliving4033 ปีที่แล้ว +3

    Nice to see everyone is happy there, thank you for sharing, Greeting from Canada😊

  • @gayatrimahanta7238
    @gayatrimahanta7238 2 ปีที่แล้ว +1

    Love you papon da🥰..mon sui joa geet

  • @pranjaldutta6163
    @pranjaldutta6163 2 ปีที่แล้ว +2

    লক্ষী দা , পাপন দা অতিশয় সুন্দৰ 🥰🙏

  • @promilagogoi2326
    @promilagogoi2326 2 ปีที่แล้ว +10

    বৰ কোমল আৰু মিঠা সুৰীয়া গীত তু , বৰ মজা লাগিছে শুনি

  • @aryalitan
    @aryalitan 2 ปีที่แล้ว +1

    ইমান ধুনীয়া গীত টো উপহাৰ দিয়াৰ বাবে ধন্যবাদ পাপন দা

  • @air33-ias53
    @air33-ias53 2 ปีที่แล้ว +7

    Papon da your voice is so mesmerising 💙...
    Love you dada 🔥

  • @nivagogoi9859
    @nivagogoi9859 2 ปีที่แล้ว +2

    হৃদয় জুৰাই যোৱা গীত

  • @Biman_Gogoi
    @Biman_Gogoi 2 ปีที่แล้ว +8

    Love you papon da😍. Love From Golaghat, Assam

  • @footballindia4061
    @footballindia4061 2 ปีที่แล้ว +3

    papon voice have so relaxing and melodious

  • @jhumasikdar3641
    @jhumasikdar3641 2 ปีที่แล้ว +5

    What a performance bro..nd 👏 🙌 to u Kritika.

  • @saidulroy5184
    @saidulroy5184 2 ปีที่แล้ว +2

    কি সুন্দৰ গীত পাপন দা

  • @rumibashya3987
    @rumibashya3987 2 ปีที่แล้ว +4

    Soalijoni Papon dar logat khub vl lgise

  • @jumansarma2032
    @jumansarma2032 2 ปีที่แล้ว +1

    3 bar mn salo moi blg blg stage t Krithika ru papan r ei song to...papon dar ktha to kboi nlage...kintu Krithika is just wow wow...ekebare same gaise sobte😋😋😋😍😍😍😍

  • @sachindrabarmansachin1708
    @sachindrabarmansachin1708 2 ปีที่แล้ว

    বাহি সুন্দৰ বজাইছে বঢ়িয়া পাpoন দা সুন্দৰ গীত

  • @pramoddas6499
    @pramoddas6499 2 ปีที่แล้ว +1

    নতুন প্ৰজন্মই এনেকৈ আগুৱাই লৈ গলে বহুত ভাল লাগে,, ❤️

  • @ruplekhasaikia9591
    @ruplekhasaikia9591 2 ปีที่แล้ว +3

    ভাষা নাই ৷অতি মনোমোহা ৷

  • @nikhilphukan8279
    @nikhilphukan8279 2 ปีที่แล้ว +2

    ধন্যবাদ পাপন দা ।বহুত ভাল লাগিল ।

  • @rollingstonetc2343
    @rollingstonetc2343 2 ปีที่แล้ว +3

    Papon the great singer as his extraordinary voice 👍👍👍

  • @bobybaruah6151
    @bobybaruah6151 2 ปีที่แล้ว +1

    Nice dada gaan tu jiman bar huni thakileu aamoni nalage moi dine ratiye huni huni hui jau den apunar gaan bur mur bohut bhle pau 😍❤❤❤

  • @kabitahazarika179
    @kabitahazarika179 2 ปีที่แล้ว +2

    Wow bahi buli hunile mur Lakhinandan Daar bahi huni bohut bohut bohut val paw..

  • @digantakhataniar7793
    @digantakhataniar7793 2 ปีที่แล้ว +3

    পাপন দা ভাষা নাই । কি কম🤔🤔❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @kishorkakati722
    @kishorkakati722 2 ปีที่แล้ว +4

    Val lagil kamalpur't rati progrem sai...

  • @B.S7200
    @B.S7200 2 ปีที่แล้ว +1

    Bht val loga ati gan palu bht dinor murot ...💕💕💕💕💕💕💕

  • @nishamoni1133
    @nishamoni1133 2 ปีที่แล้ว +1

    So sweet ..lakshi dar bahir mat xosai koi bhut val lga

  • @biplablovesima1592
    @biplablovesima1592 10 หลายเดือนก่อน

    আমি কোচবিহার থেকে ।আসাম গান আমার খুব ভালো লাগে। জুগিন দা গান আমার খুব ই ভালো

  • @tafiquejaman9173
    @tafiquejaman9173 2 ปีที่แล้ว +5

    লক্ষীনন্দন লাহনৰ বাঁহিৰ সুৰত পৰিও ৰব নোৱাৰে ,পাপনৰ গানৰ অৰ্থত প্ৰকৃত প্ৰেমিক প্ৰেমিকাও ৰব নোৱাৰে অৰ্থা মই নিজক কও।

  • @banajyotigogoi2211
    @banajyotigogoi2211 2 ปีที่แล้ว

    Bohut val lagise ,Bohut dinor pasot
    assamese sirohauj gan ata hunibolu palu
    Thanks papon with all

  • @bjpatowary2711
    @bjpatowary2711 2 ปีที่แล้ว +9

    Outstanding performer papon da

  • @rupjyotigogoi9744
    @rupjyotigogoi9744 2 ปีที่แล้ว +13

    Great musicians..🔥

  • @biswajitpegu6387
    @biswajitpegu6387 2 ปีที่แล้ว +2

    অতি সুন্দৰ গীত

  • @sanandadebbarma7370
    @sanandadebbarma7370 2 ปีที่แล้ว +2

    Yeh gana jitne bar sono itni bar sun ne ka man karta hai from tripura

  • @nilamanidas1372
    @nilamanidas1372 2 ปีที่แล้ว

    গীত বাদ্য নৃত্য এই তিনিও কলাৰ সমন্বয়ক সংগীত বোলে।গতিকে সকলো সুন্দৰ পৰিৱেশন হৈছিল সেয়ে গীতটো সুন্দৰ হল।

  • @banikantabori5083
    @banikantabori5083 2 ปีที่แล้ว +4

    এনেধৰণৰ গীতে জীৱন যৌৱন জিপাল কৰি তোলে।

  • @dhanukavlogs6783
    @dhanukavlogs6783 2 ปีที่แล้ว +16

    Suali joni voice to xosake morom loga ..nice sister ..keep it up

  • @trishadatta3927
    @trishadatta3927 2 ปีที่แล้ว +2

    ❤️💚💛🧡💜bor Val lagil💜🧡💛💚❤️

  • @tonmoideuritaf9968
    @tonmoideuritaf9968 2 ปีที่แล้ว +1

    Papon Da my all time fav... Love you da

  • @pareshdas2570
    @pareshdas2570 2 ปีที่แล้ว +6

    বাহীৰ সুৰটোৱে মনটো পুলকিত কৰিলে৷

  • @anilgour5343
    @anilgour5343 2 ปีที่แล้ว +1

    Bohut bohut dhuniya lagise papapda

  • @Bornali_gardening
    @Bornali_gardening 2 ปีที่แล้ว +1

    বৰ সুন্দৰ গীত।শুনি আপ্লুত হলো।

  • @nsofficial1848
    @nsofficial1848 2 ปีที่แล้ว +2

    Really love u papon sir from heart

  • @binitagoswami394
    @binitagoswami394 2 ปีที่แล้ว

    ধুনীয়া হৈছে পাপন দা আৰু কৃতিকা বা

  • @panchamiphukon9206
    @panchamiphukon9206 2 ปีที่แล้ว

    বহুত ধুনীয়া বাঁহী বজাইছে।excellent excellent

  • @kishordas9129
    @kishordas9129 2 ปีที่แล้ว +1

    Gan2 huni val lagise papon da love you🤟❤😘 papon da

  • @sangitacookingchannel7620
    @sangitacookingchannel7620 2 ปีที่แล้ว +3

    গানটো শুনিয়েই থাকিব মন যায়।

  • @sureshpao4799
    @sureshpao4799 2 ปีที่แล้ว +2

    Love you papon da from tezpur

  • @diptimedhi9376
    @diptimedhi9376 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল ।

  • @dasaccessories9165
    @dasaccessories9165 2 ปีที่แล้ว +4

    Only one off the best Flod 🥰🥰🥰🥰

  • @manujkr.brush.7445
    @manujkr.brush.7445 2 ปีที่แล้ว

    God bless you lakhinandan. Keep it up. Me with u., 4RM DIBRUGARH.