Ranoj Pegu News: কলেজ-বিশ্ববিদ্যালয়সমূহেই নহয়, এতিয়াৰে পৰা দেশৰ প্ৰতিখন বিদ্যালয়ৰে হ'ব মূল্যায়ন

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 พ.ย. 2024

ความคิดเห็น • 227

  • @Sankarjitcreation
    @Sankarjitcreation 2 หลายเดือนก่อน +117

    মন্ত্ৰী বিধায়কৰ পৰীক্ষা পাতিলে বহুতেই নামটোকে ভূল কৰিব ।

    • @wrestlingindia2865
      @wrestlingindia2865 หลายเดือนก่อน

      ভুল

    • @subhambhardwaj2133
      @subhambhardwaj2133 หลายเดือนก่อน

      @@wrestlingindia2865 😂😁 what answer

    • @agkr4658
      @agkr4658 หลายเดือนก่อน

      Right

    • @allaksmi5137
      @allaksmi5137 หลายเดือนก่อน

      Right

    • @sureshchandrakalita5769
      @sureshchandrakalita5769 หลายเดือนก่อน

      অসমৰ জিলা কেইখন ৰ নাম কবলৈ নোৱাৰিৱ বহু কেইজন মন্ত্ৰী বিধায়কে ।

  • @akshaydas3990
    @akshaydas3990 หลายเดือนก่อน +13

    প্ৰতিটো কথাতে শিক্ষকসকলক জগৰীয়া কৰাটো ৰাজনৈতিক নেতাৰ স্বভাৱ।এটা কাম কৰক বছৰেকৰ ছমাহ আপোনালোকে বিদ্যালয়ত ল'ৰা -ছোৱালী পঢ়োৱাক আৰু বাকী ছমাহ শিক্ষকসকলক ট্ৰেনিংত ৰাখক।

  • @brinchipegu1837
    @brinchipegu1837 2 หลายเดือนก่อน +42

    মন্ত্ৰী বিলাককো পৰীক্ষা লোৱা উচিত।

  • @pradipkalita3161
    @pradipkalita3161 2 หลายเดือนก่อน +49

    মন্ত্ৰী বিধায়কৰ মূল্যায়ন হ'ব লাগে। তাৰোপৰি টেট পৰীক্ষাৰ দৰে এটা পৰীক্ষা লৈ ইলেকচন খেলিব দিব লাগে ইহঁতক

  • @Bishop533
    @Bishop533 2 หลายเดือนก่อน +110

    Minister Or exam patibo lage

    • @prabhaadhikari1425
      @prabhaadhikari1425 หลายเดือนก่อน +5

      Nice

    • @dibyojyotiray6715
      @dibyojyotiray6715 หลายเดือนก่อน +6

      Vote tu marks hisape lobo 😂

    • @mousumiray9329
      @mousumiray9329 หลายเดือนก่อน +3

      Ekdom thik

    • @Amm23008
      @Amm23008 หลายเดือนก่อน +1

      Correct

    • @biswamoynath8059
      @biswamoynath8059 หลายเดือนก่อน +1

      If u have a social, financial, administration, political , 4th powers media... ..
      Hope, ..... Anything to cheerfulness.

  • @jbmusicproductions
    @jbmusicproductions 2 หลายเดือนก่อน +37

    Useless MLA / Minister bilakor o assessment hobo lage..
    Like if u agree

  • @bhargabacharja1778
    @bhargabacharja1778 2 หลายเดือนก่อน +30

    মন্ত্ৰী ,MLAসকলোৰো 2 1/2 বছৰত মাধ্যমিক (mid term) পৰীক্ষা পাতিব লাগে তাৰো ফলাফল ৰাজহুৱা কৰিলে আমি বুজিব পাৰিম 5 বছৰৰ বাবে কাক নিযুক্তি দিলো। কেৱল 5 বছৰত final পৰীক্ষা পতাটোহে নিয়ম হৈ আছে।

  • @bablurajkhowa2718
    @bablurajkhowa2718 หลายเดือนก่อน +14

    পৰীক্ষা পাতক, যিসকলে ভালকৈ পাছ কৰে, সেইসকলৰ প্ৰমোচন দিয়াৰ ব্যৱস্থা কৰক। নহলে পৰীক্ষা পাতি লাভ হ'ব বুলি নাভাবো ।

  • @nilutpalchaudhary2565
    @nilutpalchaudhary2565 หลายเดือนก่อน +9

    শিক্ষা ব্যৱস্থা কেৱল শিক্ষকৰ ওপৰত নিৰ্ভৰশীল নহয়। বাকী ক্ষেএ সমূহতো চৰকাৰে ভালকৈ চকু দিব লাগে। আজিৰ শিক্ষক যথেষ্ট শিক্ষিত, জ্ঞানী, পাৰ্গত, অভিজ্ঞ, কৰ্তব্যপৰায়ণ।

  • @MalinaNarzary-no6zs
    @MalinaNarzary-no6zs หลายเดือนก่อน +5

    চৰকাৰে ভাত খোৱাৰ পৰিবেশ টো উঠাই দিলে শিক্ষাৰ পৰিবেশ ভাল হব

  • @mintukalita213
    @mintukalita213 หลายเดือนก่อน +8

    মন্ত্ৰী/বিধায়কৰও মূল্যায়ন ল'ব লাগে ।

  • @biswajittalukdar2048
    @biswajittalukdar2048 หลายเดือนก่อน +8

    প্ৰতিটো Dept. ৰ কৰ্মচাৰীৰ মূল্যায়ন হ'ব লাগে।

  • @PrasannaHazari-s1q
    @PrasannaHazari-s1q หลายเดือนก่อน +2

    আছলতে শিক্ষক সকলত কৈ বৰ্তমান নেতা সকলৰ হে মূল্যায়নৰ প্ৰয়োজন বেচি আছে |

  • @mihirbaruah3453
    @mihirbaruah3453 2 หลายเดือนก่อน +21

    শিক্ষকৰ ইমানদিনে মূল্যায়ন যদি হোৱাই নাছিল-তেনেহলে কিহৰ ভিত্তিত তেওলোকৰ বাৰ্ষিক মূল্যাংকন (ACR) কৰা হয়-?

  • @daimarig6076
    @daimarig6076 2 หลายเดือนก่อน +12

    We demand same assessment for Ministers and MLAs

  • @minubegum311
    @minubegum311 หลายเดือนก่อน +3

    মাননীয় মহোদয়লৈ অনুৰোধ
    প্ৰয়োজনীয়তা সাপেক্ষে শিক্ষকক নিযুক্তি দিয়ক🙏 বহুত নিম্ন প্ৰাথমিক বিদ্যালয় এগৰাকী বা দুগৰাকী শিক্ষকৰ দ্বাৰা পাঠদান প্ৰক্ৰিয়া চলি আছে, য'ত নেকি ৫ টা শ্ৰেনীৰ বাবে ৫ গৰাকী শিক্ষকৰ প্ৰয়োজন!উক্ত সমস্যাৰ সমাধান কৰি বাকী পদক্ষেপবোৰ ল'লে ছাত্ৰ ছাত্ৰী সকল বেছি লাভান্বিত হ'ব বুলি বোধ কৰোঁ।

  • @bidyadharmilik7427
    @bidyadharmilik7427 หลายเดือนก่อน +2

    বিষয় শিক্ষক পৰিপূৰ্ণ কৰক।প্ৰা.বিদ্যালয়ত শ্ৰেণীয়ে প্ৰতি একোজনকৈ শিক্ষক নিযুক্তি দিয়ক।

  • @susilmahato6276
    @susilmahato6276 2 หลายเดือนก่อน +12

    শিক্ষকৰ দৰে জন প্ৰতি নিধি হ'ব বিছৰা সকলোৰো পৰীক্ষা পাতিব লাগে।

  • @mrinmoykalita3811
    @mrinmoykalita3811 2 หลายเดือนก่อน +11

    পেগু ডাঙৰীয়া ৰাজনৈতিক নেতা বা বিধায়ক হ'বৰ বাবে পৰীক্ষা দিয়াৰ এটা ব্যৱস্থা কৰিলে কেনেকুৱা হয়???

  • @rajibsut2207
    @rajibsut2207 หลายเดือนก่อน +2

    মন্ত্ৰী বিলাকৰ পৰীক্ষা পাতিলে 90% য়েই ফেইল কৰিব । 100 ৰ ভিতৰত 10 নম্বৰো নাপায়।

  • @chandralimbu8
    @chandralimbu8 2 หลายเดือนก่อน +6

    কেৱল ট্ৰেইনিং দি দিয়েই গোটেই চাকৰি জীৱন পাৰ কৰিব পৰা সুবিধা দিব লাগে।

  • @haquechaudhury2399
    @haquechaudhury2399 หลายเดือนก่อน

    ধন্যবাদ শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ

  • @sangitafoodie2432
    @sangitafoodie2432 หลายเดือนก่อน +1

    তেতিয়া হ'লে গুণোৎসৱৰ প্ৰয়োজন নাই

  • @TRAssameseEducation
    @TRAssameseEducation 2 หลายเดือนก่อน +13

    আগতে শ্ৰেণী অনুপাতে শিক্ষক দিয়ক। পিছত কি কৰে কৰি থাকক

  • @Pratim_2024
    @Pratim_2024 หลายเดือนก่อน +1

    প্ৰতিটো বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰীৰ মূল্যায়ন, বিধায়কৰ মূল্যায়ন কৰা হওঁক ৷
    অকল চৰকাৰী স্কুলকেইখনকে খাম বুলি ভাবি আক্ৰমণ কৰি থাকিব নালাগে ৷

  • @rudrachoudhury9403
    @rudrachoudhury9403 หลายเดือนก่อน +2

    মন্ত্ৰীৰ পৰীক্ষা হ'ব‌ই লাগিব ১০০% । প্ৰথম পৰীক্ষাত বহিব লাগিব ৰোনজ পেগু। HSLC ৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰে তাক গম নাপায় শিক্ষা মন্ত্ৰীয়ে। লাজ নাপায়।

  • @dhormendradoley7382
    @dhormendradoley7382 หลายเดือนก่อน +4

    মন্ত্ৰী বিধায়ক সকলৰো মূল্যায়ন হ'ব লাগে কাৰণ ৰাজ্যৰ জনসাধাৰণৰ বাবে কাম কৰিব পৰা নাই।

  • @demon12899
    @demon12899 2 หลายเดือนก่อน +13

    Earlier ,teachers were not recruited on merit basis.there was no Tet exam. But now a days teacher quality has increased atleast upto a some level.

  • @josh6714
    @josh6714 2 หลายเดือนก่อน +22

    Class wise teacher diok school nijei vl hobo

  • @ganeshsarma706
    @ganeshsarma706 หลายเดือนก่อน +1

    দৰমহা আপুনিও লয়, শিক্ষা ব্যক্তিগত কৰণ কৰা মন্ত্ৰী বিষয়াই ডিপিইপিৰ দিনৰ পৰাই কৌটি কৌটি টকাৰ কেলেংকাৰী শিক্ষা বিভাগত হৈছে।আমিও চাই আছো স্কুল নহ'লে অফিচাৰ নো ক'ত হ'ব ?

  • @learnhub8361
    @learnhub8361 หลายเดือนก่อน +3

    আগতে merit basis recruitment হোৱা নাছিল কাৰণে fail কৰিছে... Tet থকা teachers বোৰৰ পাতক কোনো fail নকৰে... MLA minister বোৰৰ বাদে চবৰে পাতক পৰীক্ষা.

  • @Dhruba7856
    @Dhruba7856 2 หลายเดือนก่อน +8

    Apuniu already amar karone fail candidate.... December t advertisement d ajiloike exam tu patibo pora nai......big failure

  • @nilimkumarsenai6773
    @nilimkumarsenai6773 2 หลายเดือนก่อน +23

    Apunalukr objective ki Toka maara...😊

  • @RuhinikrNath-md4dw
    @RuhinikrNath-md4dw หลายเดือนก่อน +1

    কামত নলগা কিছুমান কথা কৈ একো লাভ নাই ।শিক্ষকৰ নিযুক্তিৰ আগতে প্ৰাৰ্থী সকলৰ শিক্ষাৰ যোগ্যতা চায়হে ,পৰীক্ষা লৈহে নিযুক্তি দিয়া হয় ।আৰে ৰাজনীতি মন্ত্ৰী -এমেলে সকলৰতো একো যোগ্যতা চোৱা নহয় ।এইসকলৰ হে এতিয়া পৰীক্ষা অনুষ্ঠিত কৰিব লাগে । লগতে ৫ বছৰ কাৰ্যকালৰ ভিতৰত কেনেকৈ কোটি টকাৰ মালিক হয়,বিশাল সম্পত্তিৰ মালিক হয় , গাৱৰ পৰা গৈ কেনেকৈ গুৱাহাটী, দিল্লীত মাটি কিনি ফ্লেট নিৰ্মাণ কৰে এইবিলাকৰ পৰীক্ষা ল'ব নালাগে নেকি?

  • @manashigogoi6608
    @manashigogoi6608 หลายเดือนก่อน +7

    Continuous teacher training di thakile teacher kom thoka school buror teacher a pohabo ketiya... Etiyai dekhun trainingr upori trainng

  • @rajeshdeka1644
    @rajeshdeka1644 2 หลายเดือนก่อน +9

    MLA ru minister evaluation hobo ne

  • @PrasantaHazarika-wi3cu
    @PrasantaHazarika-wi3cu 2 หลายเดือนก่อน +5

    গাওঁ বুঢ়া মন্ত্ৰী..ই সঁচাকৈ কলেজত কাম কৰিছিল নে? 😂😂

  • @nilamonidas4384
    @nilamonidas4384 2 หลายเดือนก่อน +12

    জহৰা

  • @kamleswarrabha1995
    @kamleswarrabha1995 หลายเดือนก่อน +1

    ডাঙৰ ডাঙৰ কথা কোৱাৰ আগতে বিদ্যালয়ত শিক্ষকৰ সমস্যা শেষ কৰক। কথা ক'ব পালে নিজকে minister যেন লাগে।

  • @Dhruba7856
    @Dhruba7856 2 หลายเดือนก่อน +7

    First apuni seriously louk amak.....govt schl teacher nai...... student r ki hoise heibur tu gomei napai ......politics tu dhunia kri ase😊

  • @teachershelpguru9848
    @teachershelpguru9848 หลายเดือนก่อน +4

    Minister r exam Kune lobo....

  • @debabratachakravarty6566
    @debabratachakravarty6566 หลายเดือนก่อน +6

    BJP sarkar only against the employees

  • @MRN943
    @MRN943 2 หลายเดือนก่อน +5

    Ebar MLA standard upgradation evaluation eta patok raijok dekhuai. 98% MLA e medical leave loi asom r bahir pabogoi

  • @jadusarkar4837
    @jadusarkar4837 หลายเดือนก่อน +1

    Case thakilew election khelibo pare aru jiki goi minister hoy qualification nathakile election khelibo pare aibor ketia thik hobo

  • @munindradas621
    @munindradas621 2 หลายเดือนก่อน +4

    মন্ত্ৰী- বিধায়কৰো মূল্যায়ন হব লাগে ৷

  • @satyalakshmeesarma3934
    @satyalakshmeesarma3934 หลายเดือนก่อน +2

    Yes. Our school DPS Numaligarh, already conducted Exams for the Teachers on NCF-FS & NCF SE 2023. There was also a PPT presentation program by the Teachers on NEP 2020 . Attending 50 hours Workshop is already made compulsory for us.

  • @pabitraroy6675
    @pabitraroy6675 2 หลายเดือนก่อน +15

    Kukur pegur exam moi lom

    • @KrishnaPayeng-n4s
      @KrishnaPayeng-n4s 2 หลายเดือนก่อน

      Nonsense pabitraroy

    • @learnhub8361
      @learnhub8361 หลายเดือนก่อน +1

      😂

    • @subhambhardwaj2133
      @subhambhardwaj2133 หลายเดือนก่อน

      😂you must be teacher, who failed in examination

  • @bksworld4751
    @bksworld4751 2 หลายเดือนก่อน +4

    Minister r exm ketiya hbo... officer r exm ketiya hbo...teacher a ghos nakhai...tohote ghos khai xompooti gorhiso

  • @pranjalg3209
    @pranjalg3209 หลายเดือนก่อน +1

    2oi kiman number paise he.... MLA buroru hobo lage exam.. raijor agot bohok, raije open question xudhibo...

  • @durgeswarrabha8006
    @durgeswarrabha8006 หลายเดือนก่อน +3

    1000 ta problem school borot kheitu khobor nai...

  • @goutamrabha3388
    @goutamrabha3388 หลายเดือนก่อน +1

    Only training only training no pupil to teacher ratio in school basis. We are deprived to give quality education only we are engaged in training and others...

  • @burningtopicbodo
    @burningtopicbodo 2 หลายเดือนก่อน +5

    Minister r o exam hbo lge

  • @pragyanchutia-l6f
    @pragyanchutia-l6f หลายเดือนก่อน +3

    All teachers angry at comment section

  • @Dhruba7856
    @Dhruba7856 2 หลายเดือนก่อน +4

    Common dialogue ata ase apunar ....joldi exam hbo...
    ...cm r samsa

  • @italiutta-s9o
    @italiutta-s9o 2 หลายเดือนก่อน +15

    6 month par hoi gol atealoike evaluation copy nai oha hei tu bikhoyot bivage ki kobo

    • @PrasUrjya_
      @PrasUrjya_ 2 หลายเดือนก่อน +5

      evaluationr copy durore kotha kitape pua nai

  • @kalpanadeka7490
    @kalpanadeka7490 หลายเดือนก่อน

    প্ৰাইভেট স্কুলৰ দৰে প্ৰতিটো বিষয়ৰে শিক্ষক নিযুক্ত দিয়ক

  • @Aman-bc3rs
    @Aman-bc3rs หลายเดือนก่อน +2

    Sob mla/mp r exam hobo lage..fail kora burok dismiss koribo lage.

  • @tarundaimari7922
    @tarundaimari7922 หลายเดือนก่อน +3

    Belegor exam Pati thake parliament ot tu exam patok

  • @ashokchakraborty333
    @ashokchakraborty333 หลายเดือนก่อน +1

    Apunalukor exam lobo lage

  • @pratapbasumatary405
    @pratapbasumatary405 หลายเดือนก่อน +1

    Should be given classwise teacher specially in primary school then we'll give you best results.

  • @dhrubajyoti2341-c9k
    @dhrubajyoti2341-c9k 2 หลายเดือนก่อน +8

    Jdi teacher assessment hobo laage then teacher promotion system u dibo laage according to NEP

  • @MintuDoley-gq2kp
    @MintuDoley-gq2kp หลายเดือนก่อน +3

    পেগু দা😂

  • @dinamonibhuyan8530
    @dinamonibhuyan8530 หลายเดือนก่อน +1

    First class wise teacher is very essential

  • @travellingworld6401
    @travellingworld6401 หลายเดือนก่อน +4

    Mla exam patibo lage

  • @MalinaNarzary-no6zs
    @MalinaNarzary-no6zs หลายเดือนก่อน

    শিক্ষকক ট্ৰেনিং দিবলৈ লৈ গ'লে ছাত্ৰ-ছাত্ৰীৰclass ক্ষতি হয়।মাননীয় শিক্ষা মন্ত্ৰী অলপ দকৈ ভাবি চাব

  • @samarjitkakati3919
    @samarjitkakati3919 2 หลายเดือนก่อน +2

    গ্ৰেছ নম্বৰ দি আপোনালোকে বা বা লোৱা নাছিল জানো নিযুক্তি দি । তাৰ পাছত 2019 ৰ পৰা নিযুক্তি পৰীক্ষা পতাৰ নাম গোন্ধ নাই ।দায়ী কোন ?

  • @Unknown-yz2kr
    @Unknown-yz2kr หลายเดือนก่อน

    চৰকাৰী বিদ্যালয়সমূহ আৰূ অলপ তললৈ যাব

  • @bhubannath6092
    @bhubannath6092 หลายเดือนก่อน

    মন্ত্ৰী বিধায়কৰ পৰিক্ষা আমি লম। ইহঁত তো পঞ্চায়তৰ সদস্যৰো যোগ্য নহ'ব।

  • @niranjanray9960
    @niranjanray9960 หลายเดือนก่อน +1

    About judge appointment, political leaders appointment, should also be examined.

  • @prasantarai3921
    @prasantarai3921 หลายเดือนก่อน +2

    R.peguea sorkari doctor pohar babe doctor nohal.uttar diak.

  • @gargi-vr9tv
    @gargi-vr9tv หลายเดือนก่อน +1

    Besi besi nokoribo, siskhakak jokai nolobo . Besi korile 26 t gom pabo .

  • @pushparajan9084
    @pushparajan9084 2 หลายเดือนก่อน +10

    Okol training di thikile pohabo kune..?

  • @kazirangastudycentre8953
    @kazirangastudycentre8953 หลายเดือนก่อน +1

    This is the long term policy for privatization

  • @MiraDuttaboruah
    @MiraDuttaboruah หลายเดือนก่อน +1

    Ai je sir jone anoki kole teu baru janene sorkari bidyaloyot kunburl lora suwali aporhe? Teu lukor abhibhabok sokol kene poribesot bash kore . Private school r l.P.pojayot 5 xreni dujon ba ajon xikshoke path dan Diya .tene school r prodhan jone Lou aloo bag loi bojare bojare furene? Baro mahot chorkaror nirdekhona mani terota divash patene? Apuni baru janene Ane school t l.p t ajon teacher akiman somoi dibo pare ? Amiu agote private school r teacher a achilu . L.P School akhonot 5 jon teacher diyar pisot hisabor training atakoi bhaldore dilai hoi jai .Aji kali sokolu expart teacher.Agor dinor dore teacher nai buliboi pari ami he agor dinor. Mobile borkoi cholabo najanu. Ami prhuwa lora chuwali u bhal manuh hol. Jot l.P School r lora suwali bhalkoi upor class loi pothabo pora najai tat kibhal axa koribo . Parile ahibosun sir

  • @biswamoynath8059
    @biswamoynath8059 หลายเดือนก่อน

    Great sir....
    First u deserve... 80% marks holders training...
    Then 70%....
    Then 69%......
    Then 59%.......
    Then 50%.........
    Then 45%............
    Then.... 40%...........
    Then...... 33%............

  • @kuhusvlog4everyone590
    @kuhusvlog4everyone590 หลายเดือนก่อน +1

    First Minister o exam di adharkho dekhuwabo lage

  • @tapanchandrakalita6420
    @tapanchandrakalita6420 หลายเดือนก่อน

    শিক্ষক সকলৰ লগত M.L. A পৰীক্ষাত বহীলে হে প্ৰকৃত মূল্যায়ণ হব কোনে উত্তীৰ্ণ হয়

  • @AshishChakraborty_JorhatAssam
    @AshishChakraborty_JorhatAssam หลายเดือนก่อน

    Great initiative. Go ahead...

  • @rajubasumatary8840
    @rajubasumatary8840 หลายเดือนก่อน +2

    l p teacher avilable korok

  • @সেঁতুবন্ধন-ঘ২ঝ
    @সেঁতুবন্ধন-ঘ২ঝ หลายเดือนก่อน

    ল'ৰা নথকা স্কুলত শিক্ষক জমা কৰক ৷
    আৰু য'ত ল'ৰা বহুত তাত কমাই দিয়ক ৷
    আৰু শেষ কৰি নিয়ক

  • @mrinaljyotinath9402
    @mrinaljyotinath9402 หลายเดือนก่อน +1

    আমি আজি ১১ তাৰিখলৈকে দৰমহা পোৱা নাই। তথাপি নিজৰ কাম কৰি আছোঁ। চাই চিতি কথা কব

  • @mukundadas9892
    @mukundadas9892 หลายเดือนก่อน +3

    এজন দুজন শিক্ষকে যেতিয়া ২৬ টা বিষয়ৰ ওপৰত প্ৰতি দিনাই পাঠদান কৰিব লগীয়া হয় আৰু অফিচৰ কামকাজ আছেই তেতিয়া কেনেকৈ আশা কৰা ধৰণৰ ফল পাব

  • @biswamoynath8059
    @biswamoynath8059 หลายเดือนก่อน

    HSLC... Exam and HS Exam makes it very heard as your time's... EM sirs.

  • @MalinaNarzary-no6zs
    @MalinaNarzary-no6zs หลายเดือนก่อน

    মাহৰ মুৰত দৰমহাটো আমি পায়েই। গুৰুত্ব সহ শিক্ষা দান কৰিব লাগে।

  • @KORUNBASUMATARY
    @KORUNBASUMATARY หลายเดือนก่อน

    আইন প্ৰনেতা MLA মন্ত্ৰী সকলৰ পৰীক্ষা কেতিয়া হব ? চৰকাৰী বিদ্যালয় সমূহৰ মানদণ্ড উন্নত কৰিব নোৱাৰাৰ বাবে আপুনি বিফল শিক্ষা মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব নে ?

  • @assamopedia3284
    @assamopedia3284 2 หลายเดือนก่อน +4

    MLA r kiba accountability ase ne baru???

  • @mukundasarma449
    @mukundasarma449 2 หลายเดือนก่อน +2

    CLASS WISE TEACHER and CLASSROOM!!????

  • @SukumarShil-g4u
    @SukumarShil-g4u หลายเดือนก่อน +1

    Welcome

  • @hiranyarabha2484
    @hiranyarabha2484 หลายเดือนก่อน

    Congress government ahile hokolu thikhoi jabo
    Vote for Gaurab Gogoi
    We love INC
    We love Rahul ji...
    Tetiahe ehotor atayachatr komibo

  • @0007Gobi
    @0007Gobi หลายเดือนก่อน +1

    Agote veku vaona otsab bilak bndha korak school ot pota

  • @pradipbaishya3783
    @pradipbaishya3783 2 หลายเดือนก่อน +2

    Truth .

  • @SumitBhumij-vu8op
    @SumitBhumij-vu8op 2 หลายเดือนก่อน +3

    Apuni kiman pale%

  • @dhanjitkalita2495
    @dhanjitkalita2495 หลายเดือนก่อน

    ND24 education r bohu video thake, bohut thank you

  • @assamgreentubelight4038
    @assamgreentubelight4038 หลายเดือนก่อน +2

    Amar LP School t 2 lage val Teacher Mat kai ahe Teacher aru baki keijon aku najane 806 No Chumoni Medak LP School P O Bilmukh Under of Ghilamara Lakhimpur plz News ata kri diyok

  • @prasannadas1321
    @prasannadas1321 หลายเดือนก่อน

    Exam pati teacher promotion aru salary increase koribo lage as apsc exam.tetiahe aponar kotha value thakibo

  • @akangsyaborah5311
    @akangsyaborah5311 2 หลายเดือนก่อน +11

    সচা কথা । কিছুমানে পূৰনৰ সৰু নেওতা খন আৰু স্বৰবৰ্ন কেইটাকে নাজানে

    • @khagenbhuyan6727
      @khagenbhuyan6727 หลายเดือนก่อน +1

      Good News,Thanks

    • @kamleswarrabha1995
      @kamleswarrabha1995 หลายเดือนก่อน +2

      আপুনি কি জানে? দুটা বাক্যত পাঁচটা ভুল লিখিছে। আপোনালোকৰ দৰে মানসিকতাৰ বাবে আজি শিক্ষক সমাজক সকলোৱে সমালোচনা কৰে। নিজে একো নাজানি আনৰ দোষ বিচাৰি ফুৰা মানুহ।

    • @elishmedak5354
      @elishmedak5354 หลายเดือนก่อน

      ​@@kamleswarrabha1995Kinu misa kole bohut teacher anekuwa ase jiye purn newtauke bhaldre najane

  • @krishnadas8189
    @krishnadas8189 2 หลายเดือนก่อน +2

    Tar agt school burot teacher diok...ajon teacher a duta duta class porhabo loga hole tu anekua hbo a...private school t sun ata teacher a ata class he porhai

  • @MalinaNarzary-no6zs
    @MalinaNarzary-no6zs หลายเดือนก่อน

    কিছুমান শিক্ষকে শুদ্ধ কৈ অসমীয়া কথ কব নোৱাৰে। ছাত্ৰ/ছাত্ৰীক ভাল সম্বন্ধ ধৰি কথা কব নেজানে।তুমি /মই বুলি কব নজানে

  • @biswamoynath8059
    @biswamoynath8059 หลายเดือนก่อน

    Need BED degrees....
    Bachelor's 50%.............
    H. S.... Com, science.......
    Art's needs 75% above marks..

  • @TargetCgl-fj2ld
    @TargetCgl-fj2ld 2 หลายเดือนก่อน +2

    Private koribo goi ase😂 gom pua goise aru