Gita path,গীতাপাঠ!!দ্বিতীয় অধ্যায়!!দ্বিতীয় অংশ!!

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ค. 2024
  • ◆জয় গুৰু শ্ৰীমন্ত শংকৰ দেৱ◆
    #podmakakoti
    #জ্যোতিময়
    #jogotboniya
    #vagwotpth
    #দেৱজিত
    #শ্ৰৱনকীৰ্তন
    #ভক্তিৰসাগৰbhaktirsagar
    #Bpositive
    #Motivatiornironjon
    #জ্যোতিময়Jyotimoi
    #Sashiborahআধ্যাত্মিক
    #অমিতকথন(lohithandique)
    #DGMUSIC.IN
    #Shyamal'svlogs
    #CultureofAssam
    #dimpuboruah
    #anupambitupon
  • เพลง

ความคิดเห็น • 13

  • @AjjuBhai-zo9tw
    @AjjuBhai-zo9tw 24 วันที่ผ่านมา +2

    Krishna krishna bohut val lagil

  • @jitendas64
    @jitendas64 28 วันที่ผ่านมา +2

    কৃষ্ণ🙏🙏🙏

  • @LakhimiGohain
    @LakhimiGohain 27 วันที่ผ่านมา +1

    Krishna Krishna Ram Ram 🙏🙏🙏🙏

  • @lakhigogoi4618
    @lakhigogoi4618 28 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @KeshabPhukon-nj2du
    @KeshabPhukon-nj2du 16 วันที่ผ่านมา +1

    Krishna krishna krishna bap krishna

    • @VagowotPath-mz2iz
      @VagowotPath-mz2iz  16 วันที่ผ่านมา

      কৃষ্ণ ।প্ৰভু জনা🙏🏻

  • @RONTU684
    @RONTU684 29 วันที่ผ่านมา +1

  • @munindraborgohain6054
    @munindraborgohain6054 29 วันที่ผ่านมา +2

    Krishna. Krishna. Krishna. Krishna. Ram. Ram. Ram. Ram. Ram. Ram..Narayan 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @SusantaB-2023
    @SusantaB-2023 21 วันที่ผ่านมา +1

    🙏

  • @ashokkumardutta7850
    @ashokkumardutta7850 29 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো বাপ

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t 26 วันที่ผ่านมา +2

    ঈশ্বৰক কেতিয়াবা ধন্যবাদ দিছে নে ? ঈশ্বৰক ধন্যবাদ দিবলৈ ঈশ্বৰক চিনি পাইছে জানো? চাৰি বেদৰ অন্তত বেদান্ত বা উপনিষদ সমূহ। গীতা ও উপনিষদ। উপনিষদৰ সাৰ বেদান্ত দৰ্শন।ই অদ্বৈত বাদ আৰু দ্বৈত বাদ আদি বিভিন্ন ধৰণৰ ‌আছে। যি কি নহওঁক বেদান্ত দৰ্শনৰ যুক্তি আৰু বিতৰ্ক লগতে দাৰ্শনিক চিন্তাশীল দূৰদৰ্শন আৰু সত্যতা নিৰূপিত উপলব্ধ আছে। বেদান্ত দৰ্শনৰ মতে ব্ৰহ্ম সত্য জগৎ মিথ্যা। ইয়াৰ অৰ্থ জীৱ বা জীৱাত্মা বা চেতনা বা আত্মা একেই ব্ৰহ্মৰ লগত অভিন্ন। বিশুদ্ধ চেতনাই আত্মা বা ব্ৰহ্ম । ব্ৰহ্ম সবাৰো উদ্ধত। ব্ৰহ্ম ৰ ওপৰত কোনো নাই। জগৎ খন মায়াময় মিছা ভ্ৰম আৰু বিনাশ শীল। অথাৎ ক্ষেত্ৰজ্ঞৰ বা আত্মা বা ব্ৰহ্ম অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত কল্পনাতীত কালৰ অতীত চৈতন্য সনাতন ইত্যাদি। গতিকে ব্ৰহ্ম সত্য। কিন্তু জগত মানে প্ৰকৃতি অনন্ত কোটি ব্ৰহ্মাণ্ড খন জীৱ বিলাকৰ দেহ বিলাক একেই জগত প্ৰকৃতি দেহ। ইহঁতৰ জীৱ বা চেতনা বা আত্মা নাথাকিলে কাম নাই। গতিকে ইহঁত মিছা মায়াৰ ভ্ৰম মানে বিনাশ শীল। কিন্তু ব্ৰহ্ম বা আত্মা অনন্ত কল্পনাতীত কালৰ অতীত চৈতন্য সনাতন হৈ জীৱিত থাকে। গতিকে ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্মক জানিলে একো জানিবলৈ বাকী নাথাকে। ভগৱান ও ব্ৰহ্মৰ ওপৰত নহয। গতিকে ব্ৰহ্মক ধন্যবাদ জ্ঞাপন কৰক। ব্ৰহ্ম কতো লাগি নাথাকে। ব্ৰহ্মৰ কোনো জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ ভেদ নাই। মাখিটোৰ জীৱ আৰু হাতীটোৰ জীৱ একেই। মানুহৰ জীৱ আৰু মানুহৰ পেটত সোমায় থকা পেলু ক্ৰিমিৰ জীৱ বোৰো একেই। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সবব্যাপী থকা মহাকাশ খন দেখাত নিৰৱিচ্ছিন্ন শান্ত প্ৰকৃতিৰ হ'লেও অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সমষ্ট ঘটনা পৰিঘটনা মহাকাশতেই ঘটে। আত্মা বা ব্ৰহ্ম সত্য আৰু এক। অনন্ত কোটি নহয়। ব্ৰহ্ম অনন্ত মহাকাশ বিৰাজমান। চাৰি মুঠি দেহত চাৰি মুঠি জীৱ বা চেতনা হিচাপে বা consiousness হিচাপে আছে। যিদৰে আকাশৰ এটুপাল নিয়ৰ অনন্ত মহাসাগৰৰ জলৰাশিৰ লগত সংযোগ আছে বাস্পীভৱনৰ দ্বাৰা ঠিক একেই চাৰি মুঠি দেহত থকা চেতনা আৰু অনন্ত মহাকাশত বিয়পি থকা পৰম ব্ৰহ্মৰ মাজত থকা স্বতফ্টোত সম্বন্ধ টো। গতিকে ব্ৰহ্ম সবব্যাপী নিগূন চৈতন্য সনাতন কল্পনাতীত কালৰ অতীত আৰু জগৎ মিথ্যা মায়া ময় বিজুলীৰ চমক। সেই বোৰতো ব্ৰহ্মৰ পৰা উৎপত্তি হোৱা অপৰা প্ৰকৃতিৰ ভৌতিক পদাৰ্থৰে গঠিত মায়াময় প্ৰাকৃতিক মাটি পানী বায়ু আকাশ জুই আৰু ২৪তত্ত্বৰ প্ৰকৃতিৰ দেহ। চেতনা বা পৰা প্ৰকৃতিৰ ও ব্ৰহ্মৰ পৰাই উদ্ভৱ হোৱা। কিন্তু ই ব্ৰহ্মৰ প্ৰতিবিম্ব মাএ। গতিকে ব্ৰহ্ম চাৰি মুঠি জীৱিত দেহাবিলাকৰ ভিতৰত থকা চেতনা আৰু পৱিত্ৰ চেতনা ই আত্মা বা ব্ৰহ্ম। ই স্বক্ৰিয় সীমা হীন দৃষ্টিৰ অগোচৰ। কিন্তু অনাদি অনন্ত। ধন্যবাদ। প্ৰদীপ গগৈ অসম গুৱাহাটী ্

  • @amanborah1893
    @amanborah1893 29 วันที่ผ่านมา +2

    🙏🙏