Hatot gojal mari vorit gojal mari //ranjan chutia//WHPC

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024
  • whpc gospel song
    Singer : Ranjan Chutia ( pastor )
    Music composer : Lakhiranjan Datta
    Chorus : Juli hazorika
    SUN STUDIOS DIBRUGARH

ความคิดเห็น • 384

  • @sabitagogoi665
    @sabitagogoi665 10 หลายเดือนก่อน +17

    ঈশ্বৰৰ প্ৰশংসা হওঁক
    গুৰুজনাৰ আৰু গুৰুমা প্ৰৱীএ শ্ৰী চৰনত সেৱা আৰু ধন্যবাদ জনাইছো
    সে প্ৰভু যীচু পিতা তোমাৰ এই প্ৰৱীএ আত্ম গীতেৰে গুৰুজনাৰ যুগেদি আমাক সকলোকে আশীৰ্বাদ কৰিছে আৰু আবেগিক কৰি তুলিছে
    ধন্যবাদ পিতাই ✝️🛐✝️😭😭😭😭😭😭😭

    • @lakhigogoi5243
      @lakhigogoi5243 10 หลายเดือนก่อน +1

      ঈশ্বৰৰ মহিমা হওঁক গুৰুজনা জয় হওঁক হালেলৈয়া হালেলৈয়া হালেলৈয়া🛐❤🛐

  • @deeptiphukan5656
    @deeptiphukan5656 10 หลายเดือนก่อน +7

    Praise the lord. Thank you Jesus 💟✝️🙏🏻🛐

  • @bibhabaruah8345
    @bibhabaruah8345 10 หลายเดือนก่อน +2

    Praise the Lord,halleluijah

  • @Bittuborah-sn4wo
    @Bittuborah-sn4wo 10 หลายเดือนก่อน +2

    Praise the lord pitai❤❤❤

  • @neepasahu735
    @neepasahu735 10 หลายเดือนก่อน +11

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏 হে প্ৰভু তোমাৰ পৱিত্ৰ শ্ৰীচৰনত সেৱা জনাইছো🙏🙏এই গীতটো শুনি বলৈ বহুত ভাল লাগে। লগতে আমাৰ মহান ঈশ্বৰ প্ৰভু যীছুয়ে আমাক পাপৰ পৰা উদ্ধাৰ কৰিব😊 কাৰণে কালবাৰী ক্ৰুচত আমাৰ বাবে শত হল । ঈশ্বৰে যে মানব জাতিক ইমান প্ৰেম কৰে এই কথা আমাৰ গুৰুজনাৰ যোগেদি গম পালো। ঈশ্বৰে গুৰুজনাক বহুত বহুত শক্তি দিয়ক🙏🙏

    • @leenagogoi9664
      @leenagogoi9664 10 หลายเดือนก่อน

      Hallelujah .Amen 🙏🙏

  • @radhakrishnachowdhury4682
    @radhakrishnachowdhury4682 10 หลายเดือนก่อน +6

    😢ঈশ্বৰ পশংসা হওক হে গৰু পিতা এই গীতটো যৰীয়তে সকলো দাস দসী আাশীবাদ কৰে যেন আমেপ✝✝✝✝💓💓💓💓🌺🌺🌺🌺

  • @gitanjoligogoi6279
    @gitanjoligogoi6279 10 หลายเดือนก่อน +11

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏গুৰুপিতাৰ চৰনত প্ৰনাম জনাইছো 🙏ঈশ্বৰৰ আত্মাৰ গীতৰ যোগেদি সকলোকে আৰ্শীবাদ কৰক 🙏🙏🙏

  • @lakhigogoi5243
    @lakhigogoi5243 10 หลายเดือนก่อน +4

    ঈশ্বৰৰ প্রশংসা হওঁক🛐
    হে প্রভু এই আত্মাৰ গীতটী বহুত বহুত ভাল লাগিলে গুৰুজনা ইমান সুন্দৰকৈ আত্মাত গাইছে❤
    ❤ হে প্রভু গুৰুজনা এই আত্মাৰ গীতটী যোগেদি সকলো ৰোগী- দুখী আৰু সকলো দাস-দাসীক আশীর্বাদ কৰে আৰু গোটেই পৃথিৱীত মহিমা হওঁক🛐
    আৰু লগতে যিসকলে এই আত্মাৰ গীতটী লগত জড়িত থকা সকলোকে গুৰুজনা যোগেদি ঈশ্বৰে বহুত বহুত আশীর্বাদ কৰিছে আৰু শক্তি দিছে ❤❤
    🛐হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া
    🛐❤❤❤❤❤❤🛐

  • @rekhamonibharali383
    @rekhamonibharali383 10 หลายเดือนก่อน +7

    ঈশ্বৰৰ প্ৰশংসা হওক। গুৰুজনাৰ চৰণত সেৱা জনাইছো আমাক অতি সুন্দৰ গীতেৰে মন ভৰাই তুলিলা ।ধন্যবাদ পিতা ধন্যবাদ গুৰুদেৱ।আমাৰ গুৰুজনাক দীৰ্ঘজীৱি কৰা আমেন

  • @mrinmoytalukdar6601
    @mrinmoytalukdar6601 10 หลายเดือนก่อน +1

    Pita tumak pranam gaan tu dhunia lagise ❤❤❤pita aamak aakhirbad kora 🙏🙏🙏 praise the lord 🙏🙏🙏

  • @hemontauran5346
    @hemontauran5346 10 หลายเดือนก่อน +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক।
    হয় পিতাই তুমিয়েই আমাৰ একমাত্র আশা আৰু ভৰষা।কুটি কুটি বাৰ ধন্যবাদ জনাইছো 🙏🙏🙏

  • @hirengogoi5527
    @hirengogoi5527 10 หลายเดือนก่อน +3

    ঈশ্বৰৰ প্ৰশংসা হওঁ‌ক।
    প্ৰভু যীচুলৈ ধন্যবাদ।গুৰুজনাৰ শ্ৰীচৰনত সেৱা জনাইছো।
    ঈশ্বৰে এই গীতৰ কথাৰে দিয়া শুভবাৰ্তা গোতেই মানৱ জাতিৰ মাজত আৰু পিথীৱীৰ সীমালৈকে যেন প্ৰচাৰিত হওঁ‌ক ।
    গুৰুজনাক ঈশ্বৰে আৰু শক্তি ,জ্ঞান ,বুদ্বি প্ৰদান কৰি দীৰ্ঘায়ু কৰি ৰাখক।❤❤

  • @rinagogoi4853
    @rinagogoi4853 10 หลายเดือนก่อน +10

    ঈশ্বৰৰ প্ৰশংসা হওক 🙏🙏
    মহান গুৰুপিতাইক আৰু গুৰুমাক কোতি কোতি বাৰ সেৱা জনাইছো 🙏🙏এই গীতটীয়ে সকলো দাস দাসিক আৰ্শিৱাদ কৰক 🙏🙏
    Hallelujah 🙏🙏🙏

    • @lakhigogoi5243
      @lakhigogoi5243 10 หลายเดือนก่อน

      ঈশ্বৰৰ মহিমা হওঁক গুৰুজনা জয় হওঁক হালেলৈয়া হালেলৈয়া🛐❤🛐

    • @ShankarSarkar-mu7bp
      @ShankarSarkar-mu7bp 3 หลายเดือนก่อน

      Ooooooooollkkllloloo

  • @enoshpatho5522
    @enoshpatho5522 10 หลายเดือนก่อน +1

    Ranjan.sir nice 👌 amar prabhur jayjay hok hallelujah Amen 🙏 👏

  • @momtatamang6741
    @momtatamang6741 10 หลายเดือนก่อน +4

    Praise the Lord 🙏🙏🙏🙏hallelujah hallelujah

  • @luckydutta3391
    @luckydutta3391 10 หลายเดือนก่อน +6

    ঈশ্বৰৰ প্ৰশংসা হ‌ওঁক ✝️🛐🙏❤️💖😭😭 প্ৰভু তোমাৰ অসীম প্ৰেমৰে আমাক বান্ধি ৰাখিবা প্ৰভু ✝️🛐🙏 ৰোগৰ, দুখৰ,পাপৰ পৰা আমাক মূত্ত্ব কৰি ৰাখিবা প্ৰভু ✝️🛐🙏 তোমাৰ চনতৰ পৰা দূৰ‌ নকৰিবা প্ৰভু ✝️🛐🙏 তোমাৰ জীৱন্ত বাক্যৰে আমি দেউতাৰ যুগেৰে আৰু যেন নতুন নতুন গীত সুনিবলৈ পাওঁ প্ৰভু ✝️🙏 আমেন 🙏❤️

  • @manoojhazarika3909
    @manoojhazarika3909 10 หลายเดือนก่อน +6

    Praise the Lord ✝️🛐❤..

  • @_Debashri_
    @_Debashri_ 10 หลายเดือนก่อน +5

    Praise the lord❤🙏

  • @santoshsahu-pz3yy
    @santoshsahu-pz3yy 10 หลายเดือนก่อน +3

    Praise the Lord ✝️🙏🏻

  • @minotisobor6069
    @minotisobor6069 10 หลายเดือนก่อน +4

    Praise the lord pitai❤❤❤❤❤ 🙏🙏🙏🙏

  • @aparajitaborbora1668
    @aparajitaborbora1668 10 หลายเดือนก่อน +8

    ঈশ্বৰৰ প্ৰশংসা হওঁক, ঈশ্বৰৰ গীতে সকলোকে আশীৰ্বাদ কৰক । আমেন ❤✝️👏

  • @binuhazarika2535
    @binuhazarika2535 10 หลายเดือนก่อน +1

    ঈশ্বৰৰ প্ৰশ‍ংসা হ‌ওক । পিতাইলৈ সেৱা জনাইছো। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক 🙏🙏🙏🙏

  • @buluphukangogoi3603
    @buluphukangogoi3603 10 หลายเดือนก่อน +3

    ঈশ্বৰৰ প্রশংসা হওঁক।গুৰু পিতাই আৰু গুৰু মাৰ চৰণত প্ৰণাম জনাইছোঁ।হে প্ৰভু পিতাইক সদায় সুস্থ কৰি ৰাখিবা।লগতে গুৰুমা তথা পৰিয়ালৰ সকলোকে তথা সকলো কৰ্ম কৰ্তাক সুস্থ কৰি ৰাখিবা।হে প্ৰভু পিতাইৰ এই পবিত্ৰ গীতৰ জৰিয়তে আমাৰ সকলো পাপ মোচন কৰা আৰু আমাক আশীৰ্বাদ কৰা।আমেন

  • @lizabhuyangogoi8773
    @lizabhuyangogoi8773 10 หลายเดือนก่อน +3

    Praise the Lord... Amen 🙏🙏🙏🙏

  • @minusaikia5131
    @minusaikia5131 10 หลายเดือนก่อน +6

    Praise the Lord 🙏✝️🙏

  • @rekhamonibharali383
    @rekhamonibharali383 10 หลายเดือนก่อน +7

    শুনিলে হেপাহ নপলোৱা মন ভৰাই তোলা গুৰুজনাৰ এই গীতেৰে সকলোৰে মঙ্গল কৰক আমেন

  • @Junmonigogoi-be9fs
    @Junmonigogoi-be9fs 10 หลายเดือนก่อน +2

    ঈশ্বৰৰ প্ৰসংশা হওঁক 🙏 হে প্ৰভু তোমাৰ তেজেৰে কিনা সকলো দাস দাসী ধৰি ৰাখিবা 🙏 হে গুৰু পিতা আপোনালৈ মোৰ সহস্ৰ কোটি প্ৰণাম 🙏🙏🛐✝️🙏🙏❤❤❤❤❤

  • @studypointforclassxenglish6649
    @studypointforclassxenglish6649 10 หลายเดือนก่อน +4

    Praise the Lord...

  • @pankajdey5363
    @pankajdey5363 10 หลายเดือนก่อน +6

    Praise the lord ❤

  • @pranab79038
    @pranab79038 10 หลายเดือนก่อน +5

    Praise the lord Jesus 🙏🙏🙏

  • @nobajyotinobajyoti-eh1lq
    @nobajyotinobajyoti-eh1lq 10 หลายเดือนก่อน +5

    Praise the Lord Hallelujah Amen

  • @BastobGogoiArt
    @BastobGogoiArt 10 หลายเดือนก่อน +4

    Beautiful lyrics 🤩🤩🙌

  • @BREGLEANGLE
    @BREGLEANGLE 10 หลายเดือนก่อน +4

    Praise the Lord 🙏 Aman

  • @borahmintu200
    @borahmintu200 10 หลายเดือนก่อน

    ঈশ্বৰৰ প্রশংসা হওঁক
    ঈশ্বৰৰ গৌৱব হওঁক
    ঈশ্বৰৰ মহিমা হওঁক
    হে গুৰু তোমাৰ চৰণত শতকোটি সহস্র প্রণাম
    এই ঈশ্বৰৰ গীত গান যোগেদি যি অমৃত চালি ভক্তি ৰস বোৱালা অতিকে সুন্দৰ!
    প্রভু পিতা যীচুৰ দয়া প্রেম সদায় গুৰুদেৱ গুৰুমাতা পুত্র জী সকলো পৰিয়াল দাস দাসী বিশ্বসীজন আৰু মণ্ডলীৰ প্রতি জনৰ লগত থাকক!
    গুৰুপিতা আৰু গুৰুমা সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ❤❤❤❤❤❤❤❤❤❤
    আমেন

  • @bandanabhatta7713
    @bandanabhatta7713 10 หลายเดือนก่อน +3

    Praise the Lord, amen ❤❤❤

  • @JitulChutia-xp9bk
    @JitulChutia-xp9bk 10 หลายเดือนก่อน +5

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 প্ৰভূ যীচুৰ জয় হওঁক 🙏✝️

  • @mousumiboruah9661
    @mousumiboruah9661 10 หลายเดือนก่อน +6

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏🙏। পিতাইৰ এই প্ৰাৰ্থনাৰ যোগেদি আমাৰ সকলোকে আশীৰ্বাদ কৰিব প্ৰভূ 🙏🙏🙏🙏 আমেন।

  • @TinsukiaAssam-nb3up
    @TinsukiaAssam-nb3up 10 หลายเดือนก่อน +1

    Praise the lord pati 🙏❤🙏❤🙏❤🙏❤🙏❤🙏❤🙏🙏🙏🙏🙏❤❤❤❤❤🙏🙏🙏

  • @rajdutta5094
    @rajdutta5094 10 หลายเดือนก่อน +3

    PRAISE THE LORD 🙏🙏🙏 HALLELUJAH 🙏🙏🙏 AMEN 🙏 AMEN 🙏 AMEN 🙏

  • @sangitasaikia5374
    @sangitasaikia5374 10 หลายเดือนก่อน +3

    ❤ praise the Lord ❤

  • @NibhaChangmai-jz7xo
    @NibhaChangmai-jz7xo 10 หลายเดือนก่อน +4

    প্ৰভূ, আপোনাৰ চৰণত কোটি কোটি প্ৰণাম।,🙏🙏✝️✝️

  • @Bhaskarjp11
    @Bhaskarjp11 10 หลายเดือนก่อน +5

    Praise The Lord🙏❤️

  • @junaliborsaikia9697
    @junaliborsaikia9697 10 หลายเดือนก่อน +6

    Praise the lord 🙏🙏🙏

    • @rumenbegum8131
      @rumenbegum8131 9 หลายเดือนก่อน

      praise the lord, Hee pita amaar xokolure pap khoma kori bipod, xomossar pora udhdhar kora . hallilujah,, amen.

  • @RuskinGogoi-sz1dx
    @RuskinGogoi-sz1dx 10 หลายเดือนก่อน +3

    Praise the Lord 🙏🏻🌹💖🎵🎸🎸🎸✝️🎸🎸🎸🎵💖🌹🙏🏻

  • @lakhigogoi5243
    @lakhigogoi5243 10 หลายเดือนก่อน

    ঈশ্বৰৰ প্রশংসা হওঁক🛐
    গুৰুজনা এই আত্মাৰ গীতটী যোগেদি গোটেই পৃথিৱীত আশীর্বাদ কৰিলে সকলো পাপ ক্ষমা কৰিদিলে ❤গুৰুজনা জয় হওঁক হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া🛐❤🛐

  • @rikirajchitrakor7506
    @rikirajchitrakor7506 10 หลายเดือนก่อน +5

    ঈশ্বৰৰ প্ৰশংসা হওক
    এই গীতৰ কাৰণে বহুত অপেক্ষা কৰি আছিলো

  • @jituboruah564
    @jituboruah564 10 หลายเดือนก่อน +4

    praise the lord❤

  • @bosontaborah565
    @bosontaborah565 10 หลายเดือนก่อน +4

    Praise the Lord.

  • @rimjimvlog9400
    @rimjimvlog9400 10 หลายเดือนก่อน +5

    Praise The Lord 🙏

  • @aratidevi4519
    @aratidevi4519 10 หลายเดือนก่อน +3

    Amen 🙏 praise the Lord 🙏🙏

  • @DeVheart108
    @DeVheart108 10 หลายเดือนก่อน

    Thnk u god ! Amar babe tew rokto dan korile!!❤ Praise the lord

  • @kabitamoran6158
    @kabitamoran6158 10 หลายเดือนก่อน +4

    ঈশ্বৰৰ প্ৰসংশাৰ হওক 🛐🛐🛐❤️❤️❤️ঈশ্বৰৰ গৌৰব হওক ✝️✝️✝️আমেন 🙏🙏🙏

  • @annerajjak4621
    @annerajjak4621 10 หลายเดือนก่อน +4

    Prise the lord 🙏 Hallelujah 🛐✝️ pitai

  • @simaurang4390
    @simaurang4390 10 หลายเดือนก่อน +2

    Praise the lord 🙏🙏🙏 amen

  • @lipikagogoi4434
    @lipikagogoi4434 10 หลายเดือนก่อน +2

    Praise the Lord 🙏🙏🙏🙏🛐🛐🛐🛐

  • @manashpratimgohain210
    @manashpratimgohain210 10 หลายเดือนก่อน +2

    Amen❤praise the Lord❤✝️🛐

  • @jyotibaruah7954
    @jyotibaruah7954 10 หลายเดือนก่อน +3

    Praise the Lord 🙏🙏🙏🌼🌸🌻

  • @sumisingha62day98
    @sumisingha62day98 10 หลายเดือนก่อน

    Praise the Lord provu 😭🙏🏻✝️❤he pravu muk soitane parthona hunibo nidiye 😭🙏🏻✝️muk roikha kora provu abr dekha diya 😭🙏🏻✝️

  • @jyotibikashsaikia4683
    @jyotibikashsaikia4683 10 หลายเดือนก่อน +2

    Praise The Lord🙏🏻✝️❤

  • @nijaragogoi2552
    @nijaragogoi2552 10 หลายเดือนก่อน +3

    Praise the lord pitai 🙏✝️🛐🙏

  • @HelenRay-py6lr
    @HelenRay-py6lr 10 หลายเดือนก่อน

    Praise the lord gurupita 🙏🙏🙏 geetor jogedi prahbu hokoluke akhirbad korok ❤❤❤amen❤❤❤

  • @manturajbongshimanturajbon1122
    @manturajbongshimanturajbon1122 10 หลายเดือนก่อน +1

    Hallelujah praise the lord Amen

  • @nitubarua3352
    @nitubarua3352 10 หลายเดือนก่อน +5

    ঈশ্বৰৰ প্ৰশংসা হওক, আমেন🙏✝️🙏

  • @tulshirdas2985
    @tulshirdas2985 10 หลายเดือนก่อน

    Praise the Lord🙏✝🙏 Esworor gite hokuluke
    Akhirbad korok🙏🙏🙏🙏🙏
    Hallelujah🙌🙌 amen🛐🛐

  • @nirupoma5935
    @nirupoma5935 10 หลายเดือนก่อน +2

    ঈশ্ৱৰৰ প্ৰশংসা,গৌৰৱ আৰু মহিমা সকলোতে বিয়পি পৰক। প্ৰভু গুৰুজনাৰ মুখেৰে উচ্চাৰিত এই গীতেৰে সকলোকে আশীৰ্বাদ কৰিবা🙏 আমেন,🙏✝️🛐

  • @porinitaphukon1752
    @porinitaphukon1752 10 หลายเดือนก่อน +2

    Praise the lord Amen🙏😭❤️

  • @moromirisong5157
    @moromirisong5157 10 หลายเดือนก่อน +2

    Praise the lord Aman 🙏

  • @rumenbegum8131
    @rumenbegum8131 10 หลายเดือนก่อน +2

    praise the lord, amen.

  • @rubiburagohain635
    @rubiburagohain635 10 หลายเดือนก่อน

    Praise the lord 🙏🙏🙏✝️ Eshore hokoluloike akhirbad korok amen ✝️🙏🙏🙏

  • @SunilBabu-zp9pt
    @SunilBabu-zp9pt 10 หลายเดือนก่อน +3

    Praise the lord petai❤️❤️🙏🙏🙏

  • @user-mv3qd4pr6f
    @user-mv3qd4pr6f 10 หลายเดือนก่อน +7

    Praise the Lord amen🙏❤

  • @RajuNath-nu3lk
    @RajuNath-nu3lk 10 หลายเดือนก่อน +1

    Praise the lord jesus provu joi 🙏 🙏❤️halleluya 🙏 ❤amen 🙏 ❤

  • @hemarisong5764
    @hemarisong5764 10 หลายเดือนก่อน

    Praise the lord pitai amen ✝️ 🛐 🙏🏻💚💚💚

  • @trailukyaborah1915
    @trailukyaborah1915 4 หลายเดือนก่อน

    ঈশ্বৰৰ প্রসংশা হওঁক ,গুৰু জনালৈ সেৱা জনাইছো ,ঈশ্বৰে সকলোকে আশীর্বাদ কৰক আমেন✝️✝️🙏🙏

  • @deepagogoi6337
    @deepagogoi6337 10 หลายเดือนก่อน +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক পিতাই 🙏🙏

  • @neberitatopno687
    @neberitatopno687 4 หลายเดือนก่อน

    Almighty Jesus Christ my saviour..... Hallelujah praise the God AMEN ❤❤❤

  • @abhijeethdr5920
    @abhijeethdr5920 10 หลายเดือนก่อน +2

    PRAISE THE LORD,THANK YOU DEAR 😘 LORD JESUS, DHANYABAD GURUPITA, HALLELUJAH,AMEN❤

  • @user-ly9ww6ir3q
    @user-ly9ww6ir3q 8 หลายเดือนก่อน +1

    Thank you so much for good song sing may God always bless you forever and ever for your family and ministry' life.let it be glorify to God hallelujah amen Hallelujah .

  • @gargeedoley
    @gargeedoley 10 หลายเดือนก่อน +6

    Praise the Lord Jesus Amen 🙏🛐🙏✝️🙏🛐❤❤❤

  • @parijatsaikia184
    @parijatsaikia184 10 หลายเดือนก่อน +1

    ঈশ্বৰৰ প্ৰশ্ংসা হওঁক। আমেন 🙏🙏🙏

  • @monishagogoi4596
    @monishagogoi4596 10 หลายเดือนก่อน +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️🛐 আমেন

  • @munmigogoi5359
    @munmigogoi5359 10 หลายเดือนก่อน +1

    Praise the lord 🙏🙏 Amen ✝️

  • @leenagogoi9664
    @leenagogoi9664 4 หลายเดือนก่อน

    Praise the Lord .Hallelujah .Amen 🙏🙏

  • @businesswithmoyur
    @businesswithmoyur 10 หลายเดือนก่อน +1

    Praise the Lord Pitai amen 🙏🙏

  • @monisaikia9087
    @monisaikia9087 10 หลายเดือนก่อน

    Thanku so much gurudev thanku parampita parameshwara ❤❤❤

  • @trishnaranigogoi236
    @trishnaranigogoi236 10 หลายเดือนก่อน

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️🙏 গুৰুজনালৈ সেৱা জনালোঁ 🙏✝️🙏

  • @pratimphukan9810
    @pratimphukan9810 10 หลายเดือนก่อน +6

    praise the lord 🙏✝🚹

    • @hirensaikia3810
      @hirensaikia3810 10 หลายเดือนก่อน

      Amen 🙏🙏🛐✝️

  • @xutradharpuwali-hx2ge
    @xutradharpuwali-hx2ge 10 หลายเดือนก่อน +1

    Praise the Lord pita

  • @mousumirajkonwarsonowal362
    @mousumirajkonwarsonowal362 10 หลายเดือนก่อน +2

    Priase the Lord 🙏🙏🙏

  • @JSBMCreativeAngel
    @JSBMCreativeAngel 10 หลายเดือนก่อน +1

    ঈশ্বৰৰ প্ৰসংশা হওক 🙏✝️❤️

  • @digantakonwar8175
    @digantakonwar8175 10 หลายเดือนก่อน +2

    🙏🏻Praise the lord 🙏🏻😇

  • @Prernaira_
    @Prernaira_ 10 หลายเดือนก่อน +1

    Praise the lord 🙏🏻💫

  • @MinakshiVlogs1219
    @MinakshiVlogs1219 10 หลายเดือนก่อน +17

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏
    প্ৰভু তুমি আমাৰ মহান গুৰু পিতাক সদায় সুস্থ কৰি ৰাখিবা আৰু তেওঁৰ লগতে তেওঁৰ পৰিয়ালকো দীৰ্ঘায়ু কৰিবা,🛐🙏
    এই পৱিত্ৰ গীতৰ দ্বাৰা আমাৰ সকলো পাপ অপৰাধ ক্ষমা কৰি দিবা পিতা🙏🛐😭
    আমেন ✝️🛐

  • @user-om9xh3sr1f
    @user-om9xh3sr1f 10 หลายเดือนก่อน

    Praise the Lord dada
    Aru jishue anugarah korak

  • @debajitkonwar-bp5fs
    @debajitkonwar-bp5fs 10 หลายเดือนก่อน +3

    ঈশ্বৰৰ প্ৰশংসা হওক ❤️❤️❤️✝️✝️✝️

  • @simarekhagogoi3558
    @simarekhagogoi3558 10 หลายเดือนก่อน +3

    Praise the Lord, Amen Amen.

  • @citumoniphukan4872
    @citumoniphukan4872 10 หลายเดือนก่อน +1

    ঈশ্বৰৰ প্রশংসা হওঁক🛐🛐🛐

  • @smitabhattacharyya481
    @smitabhattacharyya481 2 หลายเดือนก่อน

    Hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah❤

  • @SkMarak-m7w
    @SkMarak-m7w 2 หลายเดือนก่อน

    Praise the Lord pastor God bless you all the time Amen

    • @SkMarak-m7w
      @SkMarak-m7w 2 หลายเดือนก่อน

      ❤😢

  • @deepdutta6846
    @deepdutta6846 10 หลายเดือนก่อน +1

    বহুত সুন্দৰ হৈছে পিতায় 🎉 ❤❤