Besan ladoo এটা ১৫টকাত কিনি খোৱাতকৈ সহজে কম খৰছত |ইমান perfect ভাৱে দেখুৱাই দিছো |বিহুৰ পিছতহে দৰকাৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 ม.ค. 2023

ความคิดเห็น • 43

  • @renugautam2729
    @renugautam2729 4 หลายเดือนก่อน +1

    আপুনি বস্তুবোৰ ইমান Simple কৈ বনায় আৰু কথাখিনিও ইমান clear কৈ বুজাই দিয়ে, খুউব ভাল লাগে বনাবলৈও সহজ হয়৷ ৰৈ থাকো আপোনাৰ নতুন ৰেচিপিৰ বাবে৷

    • @TaruPhukan
      @TaruPhukan  3 หลายเดือนก่อน

      নিশ্চয় দিম …

  • @swapnalibaruah8488
    @swapnalibaruah8488 ปีที่แล้ว +1

    আপোনাৰ ৰেচিপি বোৰ বৰ সহজ ধৰণে দেখুৱাই দিয়ে। বৰ ভাল লাগিল।

  • @boinicreations8031
    @boinicreations8031 11 หลายเดือนก่อน

    Khube val lagil.tasty

  • @Yohaner_Rannaghar
    @Yohaner_Rannaghar ปีที่แล้ว

    khub valo hoeche ladoo recipe ta

  • @moongogoi5894
    @moongogoi5894 ปีที่แล้ว +1

    Nice recipe 👌

  • @Swasmitaskitchen
    @Swasmitaskitchen ปีที่แล้ว +2

    বহুতেই ভাল লাগিলে ❣️ ♥️ ❤️

  • @DoliKhound-oj9up
    @DoliKhound-oj9up 6 หลายเดือนก่อน

    Nice ❤

  • @rumisaikia7970
    @rumisaikia7970 ปีที่แล้ว

    খুব ধুনীয়া হৈছে।

  • @Nijara
    @Nijara ปีที่แล้ว

    Mojahhhhh 👍🌷

  • @JustWatchSwapna
    @JustWatchSwapna ปีที่แล้ว

    Dhunia

  • @lakhikantasutradhar4474
    @lakhikantasutradhar4474 ปีที่แล้ว

    বহুত ধুনিয়া লাগিল ধন্যবাদ 👍👍❤❤

  • @Xxxxxxxxxx924
    @Xxxxxxxxxx924 ปีที่แล้ว

    Duyuta recepia val lagise baideu, apuni eman sundor sundor recpe diye baideu, bohut bohut dhonyabad,,

  • @ritakalita6066
    @ritakalita6066 ปีที่แล้ว

    সুন্দৰ ❤️👌

  • @sitadevisingha
    @sitadevisingha ปีที่แล้ว

    সঁচা ইমান দাম।বৰ ধুনীয়া বনাইছে👌

  • @rashiskitchen6555
    @rashiskitchen6555 7 หลายเดือนก่อน

    Bohut bhal lagil basonor ladu recipe tu, muru video sabosun.moi🤝👍🔔 korilu.

  • @Harshita_kalitaofficial
    @Harshita_kalitaofficial ปีที่แล้ว

    ভাল লাগিছে চাই ।দুটাই ভাল লাগিছে

  • @mayadevisonowal8440
    @mayadevisonowal8440 ปีที่แล้ว

    বাইদেউ আপোনাৰ ৰেচেপিবোৰ বৰ ভাল লাগে naturallyতু ভাল লাগিছে

  • @runubhagawati7635
    @runubhagawati7635 ปีที่แล้ว

    আপোনাৰ ৰেচিপি বোৰ ভাল লাগে বনাবও সহজ

  • @rupasvlogs527
    @rupasvlogs527 ปีที่แล้ว +1

    So sweet 🎂.

  • @juribordoloi2107
    @juribordoloi2107 ปีที่แล้ว

    Vnice

  • @mainadeka314
    @mainadeka314 ปีที่แล้ว

    Baidew apunak bohut Miss korisu.❤

  • @AbdulBasit-xk6lv
    @AbdulBasit-xk6lv ปีที่แล้ว

    বাইদেউ আপোনাৰ মোৰ বহুত ভাল লাগে

  • @anjalibora1050
    @anjalibora1050 ปีที่แล้ว

    বহুতেই ভাল লাগিল লাডু কেইটা besonor পদ্ধতি তো লিখি দিব নেকি বাৰু মানে অকণমান কাণেৰে কম শুনো

  • @rukminibora3783
    @rukminibora3783 ปีที่แล้ว

    Duyoto vl lagise

  • @nitusworld5887
    @nitusworld5887 ปีที่แล้ว

    আপোনাৰ হাতত সকলো পাৰফেক্ট হয়

  • @sunnukoly6414
    @sunnukoly6414 ปีที่แล้ว +1

    Val lagil sai borma

  • @rumibora276
    @rumibora276 ปีที่แล้ว

    Val lagil try kori Sam

  • @Siri_miri
    @Siri_miri ปีที่แล้ว +1

    Baido bohut din hol eku video diya nai je

  • @ChanditaBordoloi-CB
    @ChanditaBordoloi-CB ปีที่แล้ว

    বাইদেউ এটা খেজুৰ নামৰ বস্তু আছে ময়দা আৰু নাৰিকলৰ গুৰি দি বনাই,, তাৰ ৰেচিপি দিবছোন বাইদেউ মোৰ বাবে বহুত প্ৰয়োজন হৈছে.

  • @aradhyabarman2345
    @aradhyabarman2345 ปีที่แล้ว

    বাইদেউ বৰ ভাল লাগিছে, বৰা চাউলৰ কাৰাই বনোৱা ভিডিঅ দিব

    • @TaruPhukan
      @TaruPhukan  ปีที่แล้ว +1

      দিয়া আছে …

    • @aradhyabarman2345
      @aradhyabarman2345 ปีที่แล้ว

      Link দিলে ভাল আছিল , please, please

  • @maavlogsaaa.2645
    @maavlogsaaa.2645 ปีที่แล้ว

    নেমু কলপছলা পদিনা ciken bonabo.

  • @momi6989
    @momi6989 ปีที่แล้ว

    Baa gur d bonabo pari ne

  • @arpanabaghri6359
    @arpanabaghri6359 ปีที่แล้ว

    বাইদেউ বহুত দিন video দিয়া নাই যে।।

    • @TaruPhukan
      @TaruPhukan  ปีที่แล้ว +1

      ঘৰখন বনাইছো…অকলশৰে গোটেইবোৰ টানিবই নোৱাৰিছো…দিম আৰু …ভালে আছা

  • @puspadevi9866
    @puspadevi9866 ปีที่แล้ว

    baideu ajikali video kio dia nai apuni

    • @TaruPhukan
      @TaruPhukan  ปีที่แล้ว

      ঘৰখন দেৰিকৈ বনাইছো যে সময়ে দিব নোৱৰা হৈছো…অকলশৰীয়া যে…ভালে আছা নে ?

  • @boinicreations8031
    @boinicreations8031 11 หลายเดือนก่อน

    Khube val lagil.tasty

  • @arunadevi4184
    @arunadevi4184 10 หลายเดือนก่อน

    বৰ ভাল হৈছে বাইদেউ

  • @sagarikabordoloi1407
    @sagarikabordoloi1407 ปีที่แล้ว

    বাইদেউ এটা খেজুৰ নামৰ বস্তু আছে ময়দা আৰু নাৰিকলৰ গুৰি দি বনাই,, তাৰ ৰেচিপি দিবছোন বাইদেউ মোৰ বাবে বহুত প্ৰয়োজন হৈছে.

    • @TaruPhukan
      @TaruPhukan  2 หลายเดือนก่อน

      নিশ্চয় দিম