Bauli Fagun [ বাউলী ফাগুন ] || Ep - 484 || 18/09/2024
ฝัง
- เผยแพร่เมื่อ 18 ก.ย. 2024
- ফুটফুটিয়া ফ্ৰ'ক পিন্ধি, মূৰত দুডাল বেণি গাঁঠি দেউতাকৰ কোলাত উঠি কোনোবা শিশুৱে গোঁসানী পুজা চাবলৈ যোৱা দেখিলে কুঁহিৰ মনটো সেমেকি উঠে । কুঁহিৰ মনলৈ আহে তাইৰ শৈশৱটোৰ কথা । কত যে ধুমুহা পাৰ হৈ গ'ল জীৱনৰ মুধচৰে .....। ক'ত বাৰ তাইৰ সপোনৰ বালি ঘৰ ভাঙি থান বান কৰি থৈ গ'ল । কেতিয়াবা জীৱনৰ দুখৰীয়া ছৱি বোৰৰ কথা ভাবি ভাবি কঁপি উঠে । কুঁহি কিন্তু এতিয়াও ভাগৰি পৰা নাই । তাই জীৱনটো এদিন সঁজাৱ । হেৰাই যোৱা জীৱনৰ ৰংবোৰ এদিন বুটলি আনিব । এখন সপোনৰ ঘৰ সাজিবলৈ তাই সংগ্ৰাম কৰিব । কাৰণ তই মাকক কথা দি থৈছে ।
Follow Rengoni TV :-
Facebook: / rengonitv
TH-cam: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#RENGONITV #BauliFagun #ENTERTAINMENT #assameseviralvideo
Fast comant ❤
Gunjan xosakoie bht val - akebare sohoj sorol 🏵️
Kuhir jonir obostha 2 dekhi xosakoie bht bea lage ketiaba ru khongu uthe ketiaba 🥰
Next episode die jen ru dei 🌺
Thank u so much - Rengoni T.V 💐
Full episode diar babe.🌺
0 Ankit dada ❤❤❤
Good night all friends 🌃
Darkhak main darkhakr ktha sunibo lage so,, thanks..
❤❤❤
Runjhun atia prostabi wait Kori thak aia aromvo he ru ase pasoloi 😊
Bauli fagun lage
Kuhi gunjank aadari lua happy hoba
Ankite atia Gunjanor mukhor pora Kuhir kotha bur janibo pari nijor vul bur upolobdhi koribo jen lagise dei 🌺
Tumar lock bahut Val pol video diya
Hodai dibi sun 🎉❤
আমি আশাবাদী "সম্ভৱ হলে সদায় দিয়াৰ বিৱস্থা কৰিবলৈ নাপাহৰিব" ধন্যবাদ ❤❤
মাজতে বন্ধ কৰিছিলে কিয়?
সদায় চাব পালে - - আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Plz hadai debo sun
Jui kot gl
Gunjan da hsai bhut badro manuh.
13 September hiyar epahi gulap aru 14 September adarar ashore aru bauli fagun khone diyok please
A
Aji valkoi diye kali valkoi nidie kio
ৰুনজুনৰ ককায়েকতো মাইকি তলপিয়াতো
আপোনালোকে সদাই কিয় নিদিয়ে৷আমাৰ টিভিতো বেয়া হৈছে৷মোবাইলতে ছাও ৷ছাব নেপালে বেয়া লাগে৷
So late
Valkoi aikedin sabole puwanai khodai dithakibo please
Adal ses h. Hua a ni
Plz hadai debo sun
Plz hadai debo sun