11-August-2023,ভাগ-১,কৃষ্ণ আৰু গীতাৰ জ্ঞান, নৃপেন শ‌ইকীয়া।

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 37

  • @birendradeka3175
    @birendradeka3175 3 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ প্ৰনাম।পৰমাত্মাৰ পৰম তত্ব কিমান যে গভীৰ আমাৰ দৰে অজ্ঞানী মন্দ মতিয়ে কিনো উপলব্ধি কৰিম।ইশ্বৰৰ ওচৰত এটাই তেওঁ যেন তেখেতৰ মহিমাৰ জ্ঞান জানিবলৈ কৃপা কৰে।কৃষ্ণ কৃষ্ণ 🙏🙏

  • @ramcharandeka9143
    @ramcharandeka9143 ปีที่แล้ว +3

    Ramkrishna

  • @manasdeka6801
    @manasdeka6801 ปีที่แล้ว +1

    Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram

  • @PradipSharma-j2d
    @PradipSharma-j2d 7 หลายเดือนก่อน +1

    Joy Shree Krishna🎉🙏🙏🙏

  • @LakhiBora-m2m
    @LakhiBora-m2m 7 หลายเดือนก่อน +2

    Krishno krishno Porvhu 🙏🙏🙏🥀🥀🥀❤️❤️❤️🙏🙏🙏

  • @parajitasaikia
    @parajitasaikia ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি ।। গোবিন্দ নাৰায়ণ প্ৰভু কেশৱ মাধৱ হৃষীকেশ ।। কৃষ্ণ। ।

  • @phanindrapathak4454
    @phanindrapathak4454 4 หลายเดือนก่อน +1

    Krishna

  • @kandarpadeka4784
    @kandarpadeka4784 5 หลายเดือนก่อน +1

    Krishna Krishna Krishna bap sewahe 🎉.

  • @amiyabora-tg8ld
    @amiyabora-tg8ld หลายเดือนก่อน +1

    Krishna Krishna Krishna probhu pramisu tumak

  • @girishch.boruah5582
    @girishch.boruah5582 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছো

  • @SanjibGogoi-e7w
    @SanjibGogoi-e7w ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম

  • @kalpanahazarika7631
    @kalpanahazarika7631 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু।সেৱা জনালো্

  • @tankeswardeka6070
    @tankeswardeka6070 ปีที่แล้ว +2

    Ram krishna pravo sipajhar 🌷🙏🥀🙏🌻🙏

  • @bhodreswaridas2803
    @bhodreswaridas2803 7 หลายเดือนก่อน +2

    Krishno krishno hori hori ram ram probhu .

  • @sakuntalamazi1601
    @sakuntalamazi1601 ปีที่แล้ว +2

    Ram krishna hori ram krishna hori 🙏🙏🙏🙏🙏

  • @prafullabora5386
    @prafullabora5386 ปีที่แล้ว +5

    জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ প্রভু । হে মোৰ প্রাণৰ সুহ্দ , আমাৰ ভক্তি ভৰা সেৱা আৰু প্রণিপাত গ্রহন কৰিব

  • @jibonbora9041
    @jibonbora9041 ปีที่แล้ว +2

    Krishna provu

  • @shortvideotani5270
    @shortvideotani5270 ปีที่แล้ว +3

    🙏🙏🙏

  • @kumudgayan1664
    @kumudgayan1664 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। ষষ্ঠ যোগ গীতাৰ সাৰমৰ্ম বাখ্যাৰ দ্বাৰা সহজ সৰল স্তৰলৈ বুজিব পৰা কৰা কাৰণে আপোনালৈ ভক্তি ভৰা সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @rinakutumpegu1427
    @rinakutumpegu1427 11 หลายเดือนก่อน +1

    🙏 Jay shree Krishna

  • @niruhazarika9129
    @niruhazarika9129 ปีที่แล้ว +2

    Krisn he provu an apunak sot kutipronamjonaisu পণ্ডিতৰ usorotxewa জনালোঁ আশক্তি দ্বিপদী মানৱৰ গুণৰ ৰূপক কৰবৰ্বেগুন দেহ তত্ত্ব য্যান বহিল উপকাৰ সাধন হব

  • @bontiborah5014
    @bontiborah5014 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু সেৱা গ্ৰহণ কৰিব।

  • @indrajithazarika3411
    @indrajithazarika3411 ปีที่แล้ว +2

    Krishna krishna krishna 🙏🙏🙏

  • @r.saikia3334
    @r.saikia3334 ปีที่แล้ว +2

    Krishna Krishna Geet Govindar anany anosthan ।samastake ptanipet janaiso। Krishna Krishna Govinda 🙏🙏🙏🙏

  • @reetabordoloi5258
    @reetabordoloi5258 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ প্রভু 🙏🙏🙏🙏

  • @nirmalchangmai-kz5rd
    @nirmalchangmai-kz5rd ปีที่แล้ว +2

    হে মোৰ প্ৰাণৰ পৰম শুক স্বৰূপ গুৰু জন আপোনাক কোটি কোটি বাৰ চৰণত ভক্তিভাৱেৰে প্ৰণাম জনাইছোঁ আপুনি মহান ভগৱানে কৃপা কৰক যাতে আপোনাৰ ব্যাখ্যা সদাই সকলোৱে শুনিব পাই

  • @dimbeswarigogoi6683
    @dimbeswarigogoi6683 ปีที่แล้ว +1

    Krishna Krishna probhu bhoktibhora hewa grohon koribo krishna

  • @niruhazarika9129
    @niruhazarika9129 ปีที่แล้ว +2

    আজিৰ পাঠ সদাই সোনিম প্ৰতিজ্ঞা বধ। মোহন উপকাৰ সাধিলে

  • @pradipGogoi-p1m
    @pradipGogoi-p1m ปีที่แล้ว +2

    অকল ভকতেই ভগৱান নহয়।যত জীৱ জঙগম কীট পতংগম অগ নগ জগ তেৰি কায়া আৰু অপৰা আৰু পৰা প্ৰকূতিৰ চেতনা আৰু দেহৰ উৎপত্তি হৈছে পৰম পুৰুষ পৰম আত্মাৰ পৰাই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী পৰম পুৰুষ পৰম আত্মা চৈতন্য পূৰ্ণ ভগৱান। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁ নিজে দেৱী দেৱতাবোৰ তেওঁ নিৰাকাৰ সনাতন সবব্যাপি সবাৰো উদ্ধত কালৰো অতীত অনাদি অনন্ত সবজ্ঞ অন্তজামি সবব্যাপি গোটেই জগতখন তেওঁ ভকত হ'লে নহ'ব ভিতৰজগতত ভাৱনা থাকিব লাগিব শ্ৰদ্ধা ভক্তি প্ৰেম আৰু বিশ্বাস
    ৰ। গীতা বেদান্ত দৰ্শন পঢ়ক।

    • @nipensaikia3763
      @nipensaikia3763  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ বাপ আপোনাক কোটি কোটি
      প্ৰণাম। কিন্তু আপুনি নিজে জনা কথাৰ
      ভাগ আমাক দিব বুলি আশাবাদী।

  • @pradipGogoi-p1m
    @pradipGogoi-p1m ปีที่แล้ว +2

    সন্ধিয়া পৰত মুকলি আকাশত ফৰকাল বতৰত অসঙ্গখ্যা অগনন অনন্ত কোটি তৰা। তৰাক গ্ৰ্হ উপগ্ৰহ গ্ৰহপুঞ্জ আৰু নক্ষত্ৰ বোলা হয়। নক্ষত্ৰৰ নিজা পোহৰ আৰু তাপ আছে। বাকী বোৰৰ নাই। নক্ষত্ৰ বোৰৰ মধ্যাকৰ্ষণ শক্তিৰ ফলত গ্ৰ্হ উপগ্ৰহ আদি বোৰক ধৰি ৰাখিছে। ইয়াত অনন্ত কোটি খন সৌৰজগত আছে। ই মহাজাগতিক মহা শক্তিৰ ফলত মহাকাশত জিলিকি আছে। ই বিজ্ঞানৰ কথা। দৰ্শনৰ তত্ত্ব অনুসৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। হৰিয়েই হ'ল পৰম পুৰুষ পৰম ব্ৰহ্ম পৰম আত্মা চৈতন্য নিৰাকাৰ নিবিকাৰ সনাতন অদূশ্য সৰ্বশ্ৰেষ্ঠ সৰ্বশক্তিমান অনাদি অনন্ত সবজ্ঞ নিগূন সবাৰো উদ্ধত কালৰো অতীত অমৰন অভগন অদ্যাহ্য অচল কল্পনাতীত অসীম অজ্ঞয় নীলিম সত্য শুদ্ধ নিত্য পূৰ্ণ ব্ৰহ্ম কোটি কোটি ব্ৰহ্মাণ্ডত বা সৌৰজগতত তেওঁ চৈতন্যপূণ মূক্ত পৱিত্ৰ। তেওঁ এক অনন্ত কোটি ব্ৰহ্মাণ্ড বিস্তাৰিত সীমিত দেহত তেওঁ ক নোজোৰে। বেলি আৰু পোহৰৰ মাজত থকা থকা গভীৰ সম্পৰ্কৰ সদূশ। আত্মা ব্ৰহ্ম পৰম সত্য। কিন্তু ‌ তেওঁৰ পৰাই উৎপত্তি পৰা আৰু অপৰা দুটা প্ৰকূতিৰ পৰা প্ৰকূতি চেতনা শক্তি আৰু অপৰা প্ৰকূতি 24তত্বৰ পঞ্চ মহাভূতৰ দেহ বিলাক উৰণ বুৰণ গজন ভ্ৰমণ চাৰিও মুঠি দেহ। আৰু পৰা প্ৰকূতিৰ চেতনা শক্তি ও উৰণ বুৰণ গজন ভ্ৰমণ চাৰিও ভাগে চাৰি মুঠি জীৱ বা চেতনা। ইহঁতে প্ৰকূতি বাবে প্ৰকূতিৰ মায়া মোহ আৰু অজ্ঞতাৰ ভ্ৰমতা বাবে নিজকে চিনি নাপাই মই বা অসম অহঙকাৰত আত্মাৰ কথাই নাহে কিন্তু চেতনাক পাহৰি যায়। ইহঁতেই জড় চৈতন্য উদ্ভিদ জগতৰ বীজৰ পৰা বূক্ষ হয় কিন্তু অঙ্কুৰেই ব্ৰহ্ম তাক নাজানে। অন্ন ময় ব্ৰহ্ম প্ৰাণময় ব্ৰহ্ম জ্ঞানময় বিজ্ঞান ময় ব্ৰহ্ম লৈকে শেষৰ আনন্দ ময় ব্ৰহ্ম লৈকে দেহৰ লগত চেতনা শক্তি মিলি নিজকে দেহ জ্ঞান কৰে। মন পৱিত্ৰ হৈ অভ্যাস আৰু বৈৰাগ্য দ্বাৰা পৰিচালিত হৈ অজ্ঞতাক নাশ কৰি বুদ্ধি বিবেক স্থিৰ ‌ কৰি আত্মাৰ দিশত গতি কৰিলে উভয় পক্ষৰ মুক্তি হ'ব।pg

    • @nipensaikia3763
      @nipensaikia3763  ปีที่แล้ว +1

      বাপজনাৰ মৰ্মাৰ্থিক মন্তব্য‌ই সকলোকে
      উপকৃত কৰিব। আমাৰ সেৱা গ্ৰহণ কৰিব।
      কৃষ্ণ কৃষ্ণ।

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 5 หลายเดือนก่อน +1

    শ ইকীয়া বাপ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব। বাপ ঈশ্বৰ বুলি কোৱা অথ আছে। ‌। ব্ৰহ্ম সত্য জগৎ মিথ্যা । ব্ৰহ্ম মানে আত্মা।‌ দেহত থকা সময়ত যদি চেতনা সত্য শুদ্ধ পৱিত্ৰ আৰু নিত্য অহ্ঙকাৰ শূন্য নহয় দেহ আৰু দেহী দুয়ো ‌মিলি অহম বুলি অহ্ঙকাৰ থাকে তেতিয়া আত্মা নুবুলি চেতনা (consiousness) বোলা হয়। তেতিয়া্ চেতনা সত্য শুদ্ধ পৱিত্ৰ আৰু নিত্য অহ্ঙকাৰ শূন্য হয় তেতিয়া তাক আত্মা বুলি কোৱা হয়। আত্মা সদায় আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণা মানৱীয় প্ৰমূল্যবোধ বুজি পাব । হ্নদয়ত থকা কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা খিয়াল শোষণ নিস্পেষন অমানুষিক অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ কূটনীতি সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তিৰ ক্ষুধা সুখ-শান্তি উপভোগ আদি অসৎ চিন্তা চৰ্চা ভাওনা দূৰ কৰিবলৈ সক্ষম হ'ব লাগিব। তাৰ ঠাইত সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস জ্ঞান আগ্ৰহ প্ৰকাশ পাব লাগিব। সকলো উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি প্ৰাণীৰ কল্যাণ ও মঙ্গল আৰু নিজৰ আত্মা সমান দেখি ভাবি জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে কাম কৰিব লাগিব। তেতিয়া আত্মাক জানিলে জন্ম মৃত্যু বন্ধনৰ চক্ৰ বেহু ভেদ কৰিব পাৰিব। ব্ৰহ্মক জানিলে সকলো জনা হয়। জগতৰ চাৰি মুঠি জীৱ বা চেতনা হিচাপে নিজৰ গুন কৰ্ম অনুযায়ী যি দেহ পালেও সকলো খিনি জীৱ বা চেতনা ব্ৰহ্ম বা আত্মাৰ প্ৰতিবিম্ব মাএ। ব্ৰহ্ম এক সত্য এক ধৰ্ম এক জগত মিথ্যা। ব্ৰহ্ম অচল অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত কল্পনাতীত কালৰ অতীত চৈতন্য সনাতন ইত্যাদি। ব্ৰহ্ম বা আত্মাৰ যদি অজনমা অচল নিৰাকাৰ নিবিকাৰ অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় তেনে ক্ষেত্ৰত এক ব্ৰহ্ম বা আত্মা ইমান বিলাক দেহত কেনেকৈ সোমাই আছে ? ব্ৰহ্ম বা আত্মা এক টাই তাৰ প্ৰতিবিম্ব সকলো বিলাক দেহত আত্মা হিচাপে প্ৰতিবিম্ব প্ৰক্ষেপিত হৈছে। অথাৎ ব্ৰহ্ম বা আত্মাৰ প্ৰতিবিম্ব মাএ চাৰি মুঠি জীৱ বা জীৱাত্মা বা আত্মা। গতিকে প্ৰতি টো জীৱ বা চেতনা বা আত্মা ই ব্ৰহ্ম। সকলো শাস্ত্ৰ সমূহ জীৱ বা জীৱাত্মা বা আত্মা মাএ এক ব্ৰহ্ম যি পৰম সত্য।জগৎ মিথ্যা। জগত খন মায়াময় মিছা পঞ্চ মহাভূতৰ মাটি পানী বায়ু আকাশ জুই আৰু ২৪তত্ত্বৰ প্ৰকৃতিৰ। মহা প্ৰলয়ত এদিন বিনাশ হৈ যাব। মাএ অকলে একমাত্ৰ ব্ৰহ্ম হে সত্য হৈ থাকিব। এতিয়া মহাশয় নমস্কাৰ ল'ব জীৱ মানে ব্ৰহ্ম পৰম আত্মা। গতিকে আপোনাক বাপ ঈশ্বৰ বুলি কৈছোঁ। ক্ষমা কৰিব। ধন্যবাদ প্ৰদীপ গগৈ।ডুবিয়া। গহপুৰ।

  • @debadas1665
    @debadas1665 ปีที่แล้ว +2

    Ram.krishna.hori..apuni.mohan.pondit.moi.ajon.mas.bepari