এজন অন্ধ মানুহক ৬ ঘন্টাত এটা ঘৰ বনাই উপহাৰ দিলোঁ 💫 Asorit holu anekoiyu manuh thake ne🥺 Step - 1

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ส.ค. 2024
  • এজন অন্ধ মানুহক ৬ ঘন্টাত এটা ঘৰ বনাই উপহাৰ দিলোঁ 💫 Asorit holu anekoiyu manuh thake ne🥺 Step - 1
    #jagya #help #assamese #poor

ความคิดเห็น • 667

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 3 หลายเดือนก่อน +27

    আৰু এনে মহান মনৰ মানুহ জন্ম হ ওক ভগৱানে তোমালোকক কুশলে ৰাখক

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 2 หลายเดือนก่อน

      পৃথিৱীত আছেনে নাই নেজানো আমি কম এওলোকেই ভগৱান ।কি বুলি ধন্যবাদ দিম ।

  • @popibora2324
    @popibora2324 8 หลายเดือนก่อน +33

    মানুহৰ আশীর্বাদ আপুনি ইমানকৈ পাইছে... এইয়াই ভগৱানৰ আশীর্বাদ আপোনাৰ বাবে। আপুনি আৰু আগুৱাই যাওক। Keep it up👍. আপোনাক শতকোটি 🙏🙏🙏

  • @RupjyotiKhatonier
    @RupjyotiKhatonier 8 หลายเดือนก่อน +31

    সঁচাকৈ ই এক মহাযজ্ঞ। যজ্ঞ (Jagya). লৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল।

  • @babulborah3515
    @babulborah3515 5 หลายเดือนก่อน +5

    আনক সহায় কৰা মন এটা আছিলে কিন্তু নিজে যেনে তেনে চলি আছো তথাপি তোমাতে দেখা পাওঁ নিজক সেয়ে ভাল লাগে । ভগবানে সদায় কুশলে ৰাখক তোমাক আনৰ সহায়ৰ বাবে ।

  • @souravgogoi7038
    @souravgogoi7038 8 หลายเดือนก่อน +14

    সুন্দৰ পদক্ষেপ 🙏 । আচৰিত হৈছোঁ চৰকাৰী ঘৰৰ আঁচনিয়ে এখেত সকলক এতিয়াও কিয় ঢুকি পোৱা নাই!!! বাঁহৰ ঘৰটো অস্থায়ী, সদাসয় এই পৰিয়াল টি বাস কৰা অঞ্চলৰ কোনো ব্যক্তিয়ে যদি video টো চাই আছে অনুগ্ৰহ কৰি পঞ্চায়ত্ত খবৰ এটা কৰি চৰকাৰী ঘৰ এটা পোৱাত সহায় কৰি দিয়ক।

  • @pravachutia931
    @pravachutia931 8 หลายเดือนก่อน +9

    আত্ম সন্তুষ্টিযেই ভগবান সন্তুষ্ট ,তুমি বহুত মহান ।ধন্যবাদ

  • @ogginextlevel7312
    @ogginextlevel7312 6 หลายเดือนก่อน +13

    😢🥹🥹 ki Kom aru dada bohut bhal lagise moi HOMOY TH-camR NISNA NY BHABI SIL KINTU AKO AJON APUNI AHILE AMI SAPORT KORI TAKIM PROMISE🫰💝👍🥹🥹🥹

  • @anjanrajbongshi6249
    @anjanrajbongshi6249 7 หลายเดือนก่อน +4

    নিজেটো নোৱাৰোঁই,বেলেগে সহায় কৰা দেখিলেও ভাল লাগি যায় মনটো,,,সঁচাই বহুত ভাল লাগিল ❤❤

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 8 หลายเดือนก่อน +12

    অতি সন্তোষিত হৈছোঁ তোমাৰ কাম দেখি। ঈশ্বৰে তোমাক আৰু উন্নতিৰ পথলৈ লৈ যাওক তাকেই ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ।

  • @monjulaborah8567
    @monjulaborah8567 6 หลายเดือนก่อน +7

    সঁচাই তুমি আৰু আন ব্যক্তিসকলো মহান । আগুৱাই যোৱা ।

  • @user-vp2hu6mh9t
    @user-vp2hu6mh9t 8 หลายเดือนก่อน +9

    বৰ ভাল কাম কৰিছা তুমি। দেখি চকুৰ পানী ওলাই গল। বহুত আশীৰ্বাদ পাবা তুমি। উন্নতিৰ পথত আৰু আগুৱাই যোৱা। বহুত ভাল হব তোমাৰ। শুভকামনা থাকিল।

  • @deepjyotisonowal4632
    @deepjyotisonowal4632 2 หลายเดือนก่อน +2

    Val algil সময় ৰ দৰে দৃতীয় এজন মহান ব্যক্তি আপুনি সেলুত আপোনাক

  • @manjitdeka2876
    @manjitdeka2876 6 หลายเดือนก่อน +11

    সময় গগৈ কৰি আছে বহুত আগৰ পৰা, good👍

    • @DambaruNath-jc4em
      @DambaruNath-jc4em 2 หลายเดือนก่อน

      Ai. Ja asomir bhul .buji pala

  • @hiyasmitaray3060
    @hiyasmitaray3060 8 หลายเดือนก่อน +5

    বহুত ভাল লাগিছে। ভাষা নাই বুজাবলৈ।বৰ প্ৰশংসনীয় কাম কৰিছা।God bless you

  • @miduldutta8798
    @miduldutta8798 6 หลายเดือนก่อน +2

    বৰ ধুনীয়া কথা সুখ পালো অতি সুখ অনুভৱ কৰিলো ,
    মই এটা কথা কৈ হে শান্তি পাম বৰ বেয়াকৈ কম ,
    সেই গাঁওখনৰ ছোদোভাই পঞ্চায়তৰ বিৱস্তা নাই নেকি ,
    অন্ধ ভকত কেইটাৰে চকুৰে দেখা নাই নেকি সেই অসহায় মানুহ জনৰ অৱস্থা ,

  • @ajoykumarsarma1298
    @ajoykumarsarma1298 8 หลายเดือนก่อน +3

    যজ্ঞ,জীৱন জীবিকা আৰু মনৰ হাবিয়াস সকলো মানুহৰ থাকে।তাক শুদ্ধ আৰু সথিক ৰূপে পৰিচালিত কৰাৰ জলন্ত উদাহৰণ তুমি। প্ৰথম খোজ তোমাৰ সথিকভাৱেই আগুৱাইছা, পৰবৰ্তীকালত পৰম পিতা পৰমেশ্বৰে আশীৰ্বাদ দিব বুলি তেওঁক পাৰ্থনা জনালো। আগোৱাই যোৱা।

  • @jobavlogs4906
    @jobavlogs4906 7 หลายเดือนก่อน +9

    আজিৰ যুগৰ বিশ্বকৰ্মা 🙏🙏🙏

  • @bittu2052
    @bittu2052 หลายเดือนก่อน

    বহুত ভাল কাম কৰি আছে 💚 আপুনি সঁচা ঈশ্বৰে আগবঢ়াই নিয়ে 😢। আমাৰ আশীৰ্বাদ সদায় থাকিব ❣️ জীৱনটো সুখী হোৱা দেই ❤️🤍

  • @rupjyotiborah3967
    @rupjyotiborah3967 8 หลายเดือนก่อน +5

    ইচ ৰাম, চকুৰ পানী ওলাই গল। মোৰ চকু পানী তোমাৰ আশীৰ্বাদ হ ওক । সাহস দিয়ক তোমাক ভগৱানে ।

  • @satyaranjangogoi7284
    @satyaranjangogoi7284 8 หลายเดือนก่อน +8

    ❤আপুনি বহুত ভাল কাম কৰিছে । ❤ আপুনি আগলৈও এনেকৈ কৰি যাব বুলি আশা ৰাখিলোঁ ❤ এনেকৈ
    কৰিব পৰা মানুহ সমাজত বহুত আছে । তেওঁ লোকৰ নিজৰ কাৰণে
    নোজোৰে।

  • @nirupomanirmolia2820
    @nirupomanirmolia2820 6 หลายเดือนก่อน +3

    পৃথিৱীত অকল মানু হে আছে বুলি ভাবিছিলো। কিন্তু মানুহ পৃথিৱীত সঁচাকৈয়ে আছে । কিন্তু বিৰল ।মানু জাতিটোৱে পৃথিবীৰ ধ্বংস কৰে । কিন্তু মানুহে পৃথিবী গড়ে। ধন্য তোমাৰ জীৱন, ধন্য তোমাৰ অদুৰ ভৱিষ্যতৰ। ঈশ্বৰে তোমাৰ মঙ্গল কৰক । ধন্যবাদ। তুমি মহান । কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @zakirhussain-kk2ig
    @zakirhussain-kk2ig 8 หลายเดือนก่อน +1

    This is a story of a real hero,,u know brother ,,,poisa jibonot bohut ahibo aru jabo ...kintu apunar kormo aru hohujuk aru apunar chinta dharona hohot importance diye ..good job moi nokow kintu apuni je step loise ba korise heitu bohut dangor kormo ....luv u brother...and salute u ...thanks....

  • @jintubaruah9727
    @jintubaruah9727 7 หลายเดือนก่อน +1

    Dekhi sokupani ulai gl...bht vl km krise apuni.apunak aru apunar poriyalor saistho vle rakhok vgbne...😊

  • @tridipsonowal4236
    @tridipsonowal4236 2 หลายเดือนก่อน

    Hosai apuni bor hundor monor manuh. Vogobane aru basi hokti diok apunak agoloi val val kam koribole❤

  • @nakulch.bordoloicreation2639
    @nakulch.bordoloicreation2639 7 หลายเดือนก่อน +1

    বহুত ভাল লাগিল কামবোৰ দেখি । তুমাৰ ভিডীঅ আজিপ্ৰথম চালো । গোটেই ভিডীঅটোচোৱাৰপিছত এটা দীঘল হুমনিয়া চাৰিলো । তুমি দীৰ্ঘজীবি হোবা ।

  • @harikantagogoi2607
    @harikantagogoi2607 8 หลายเดือนก่อน +1

    Hosakoi Dada,,, Homoi Gogoi rr nisina apuni o Completely unic ...really Proud of you & Homoi

  • @binaray1181
    @binaray1181 8 หลายเดือนก่อน +1

    ধন্যবাদ ভাইটী । এনেকুৱা তোমাৰ দৰে মানুহক ভগবানে আগুৱাই যোৱাৰ আৰু শক্তি দিয়ক ।

  • @milandas6421
    @milandas6421 2 หลายเดือนก่อน +1

    ।ভাল কাম কৰি আছে। ঈশ্বৰে আগবঢ়াই নিয়ক।

  • @papugogoi134
    @papugogoi134 2 หลายเดือนก่อน

    বহুত ভাল কাম কৰিছে দাদা আপুনি ভগবানৰ আশীৰ্বাদ সদায় থাকিব আপোনাৰ লগত । আগলৈও এনেকৈ সহায় কৰি যাব পাৰে যেন অসহায় লোক সকলক ।

  • @bitusaikia8056
    @bitusaikia8056 2 หลายเดือนก่อน

    বহুত ভাল লাগিছে, কবলৈ ভাষা নাই, তোমাক ভগৱানে সদায়ে ভালে কুশলে ৰাখক, এয়ে মোৰ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা 🙏

  • @nilakshidevi8250
    @nilakshidevi8250 6 หลายเดือนก่อน +1

    A very honest effort.... feeling proud of you., God bless you always 🙏

  • @nagench.baishya4486
    @nagench.baishya4486 8 หลายเดือนก่อน +1

    আপোনাৰ মহানুভবতাৰ শলাগ লৈছো ৷ঈশ্বৰে আপোনাক আৰু শক্তি দিয়ক ৷আগলৈ আৰু অধিক তেনে কাম কৰিযাবলৈ ৷
    মানব সেৱাই হে ঈশ্বৰৰ সেৱা ৷আশীৰ্বাদ জনাইছো ৷লগতে আপোনাৰ পিতৃ মাতৃকো প্ৰনাম জনালো ৷এনে এজন সংস্কাৰী সন্তান গঢ় দিয়াৰ বাবে ৷

  • @kankanmedhi7548
    @kankanmedhi7548 8 หลายเดือนก่อน +1

    আজি প্ৰথম চালো আপোনাৰ ভিদিয় বহুত ভাল লাগিছে। ভগৱানে আপোনাক সদায় ভালে কুশলে ৰাখোঁক।❤❤

  • @Sheiza384
    @Sheiza384 3 หลายเดือนก่อน

    Bohut val lagil ....ami hokolu a jodi anekoi ejone anjonok xohai korilu hoi tetia kunu dukhi nathakil hoi sage.... 👏🙏

  • @bharadwajcreation9294
    @bharadwajcreation9294 8 หลายเดือนก่อน +2

    Moi najanu apuni aitu comment Sabo neh nai ,but moi kobo bisaru j apuni buhut bhal Kam kori asay ...
    Ata Kota kou apuni jdi ghr diyat k xai poisa rey jdi Kiba Ata income source generate kori d a te sagey ghr tu nije bonai life time happy thaki bo . Like this comment if u support this idea. So this will high light..
    Love ur work from Missamari ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @jyotirmaydebnath1500
    @jyotirmaydebnath1500 7 หลายเดือนก่อน +2

    This is the Great message to everyone ❤ May God bless you always and Give you more success .
    This is called Humanity 😊

  • @koushikborah8698
    @koushikborah8698 8 หลายเดือนก่อน +1

    13.46 is heart touching ♥️
    Next aru hohai kora dekha pam buli akha thakil ....
    Really proud of you and ur team....❤

  • @dipikamahapatra215
    @dipikamahapatra215 8 หลายเดือนก่อน

    আপোনি‌ এজন‌ ভগৱান,বহুত‌ ভাল‌ পালো,আগলৈ‌ আগোৱাই‌ যোৱা, ধন্যবাদ 🙏🙏

  • @rubideka6816
    @rubideka6816 8 หลายเดือนก่อน +1

    Xosake saku pani rokhabo nuarilu, bhogoban swarup tumi God bless you.

  • @NibeditaDutta-su9sz
    @NibeditaDutta-su9sz 7 หลายเดือนก่อน

    Bor hundor kam korisa manuh rupot bhogoban dei tumi .val lagil .aguai jua .bohut bohut morom tumak .❤️❤️❤️

  • @mamubaruah7390
    @mamubaruah7390 7 หลายเดือนก่อน

    Bohut val kam ..aakhir baad butolisa jibonot eaar bohut proyojon ...Toka poisa ahibo jabo ..🙏🙏🙏

  • @user-qz2ke4jy3y
    @user-qz2ke4jy3y 8 หลายเดือนก่อน +1

    আনৰ দূখ বুজা মানুহৰ এই পৃথিৱীত নাই বুলিলেও বেয়া কোৱা নহয় আৰু আপুনি বুজি পাই এনে উপহাৰ দি উপকাৰ কৰা দেখি বহুত ভাল লাগিল ❤❤❤

  • @b4you00
    @b4you00 8 หลายเดือนก่อน

    Nisswartha morom Val powa aru manobatar uthkrista nidarxan iyaat koi beleg hobo nuware......
    I salute you bro☝️

  • @silcharsehu1159
    @silcharsehu1159 หลายเดือนก่อน

    Salute bro 👍 bohot bhaal kaam kori dice bogoban upnar upor Mongol korok aami hodai partona koru. R aapnar video bilag mor bohot bhal lage. ❤ love from silchar.

  • @remantahandique31
    @remantahandique31 6 หลายเดือนก่อน

    Aru agbarhi juwa hodai vl kam kora..... Asol Hero real life r Hero buli kobo lgibo Asolote .... Apunaloi salute dada ❤❤❤❤❤ Love from Jorhat

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u 8 หลายเดือนก่อน +1

    সচাকৈ আপোনাৰ দৰে মানুহৰ সমাজত প্ৰয়োজন আছে।এই ভোগালী পৃথিৱীত আনৰ বাবে চিন্তা কৰা নিস্বাৰ্থ ভাৱে সহায় কৰা ।❤

  • @polashediting12k
    @polashediting12k 2 หลายเดือนก่อน +1

    Toka ghotibo parile moiu enekua kam korim buli axha rakhilu ❤

  • @bristisaikia7980
    @bristisaikia7980 7 หลายเดือนก่อน

    এনেকুৱা ধৰণৰ video বোৰ দেখিলে ভাল লাগে আঁচলতে ভগবান এনেদৰেই আহে সহায়ৰ হাত আগবঢ়াবলৈ ❤🙏🏻

  • @SovanaDebnath-zs4vn
    @SovanaDebnath-zs4vn 6 หลายเดือนก่อน

    Manuha manuhar babe jadiha akano nabhaba bhabiba kunano Kuwa. Aji aponi Dr.bhupen hazarika devar ai ganar sarmarma khini aponar karmajagyar jugade pratifalita karar baba sachakai aponi salagar patra.You are great sir.God bless you.keep it up.🙏🙏🙏

  • @nijudowarah4123
    @nijudowarah4123 8 หลายเดือนก่อน +1

    সুন্দৰ পদক্ষেপ ,ভগৱানে তোমাক মংগল কৰক ❤❤❤

  • @user-ps8of5sj9t
    @user-ps8of5sj9t 8 หลายเดือนก่อน +1

    Axmot anekuwa manuh bohut ase kintu kunewo karubak khohai nakore apuni korile Val lagise dada

  • @netraranjansaikia7798
    @netraranjansaikia7798 8 หลายเดือนก่อน

    সচাঁকৈ মানুহক ইমান খিনি সহায় কৰিব পৰাকৈ ভগৱানে শক্তি দিয়ক। ভাল লাগিছে🙏🙏

  • @madhusmitadevi8528
    @madhusmitadevi8528 4 หลายเดือนก่อน

    আপুনি বহুত মহান কাম কৰিছে ।এয়াই মানৱতাৰ পৰিচয় ।ধন্যবাদ ।

  • @kunjolotagogoi3458
    @kunjolotagogoi3458 5 หลายเดือนก่อน

    Tumi bohut val kam korisa minister level r manuhe eman dangor kam koribo nuware aguwai juwa god bless you

  • @manabdekadeka2533
    @manabdekadeka2533 7 หลายเดือนก่อน +2

    Keep it up the good work 👍👍👍👍🙏🙏🙏❤️❤️❤️❤️❤️

  • @chutia992
    @chutia992 7 หลายเดือนก่อน

    Dhuniya val kam korise val lagil ❤Agoloi hohai kori juwa dada manuhok 🎉

  • @AbhijitBorahcsp
    @AbhijitBorahcsp 8 หลายเดือนก่อน +3

    Great Job - Bhaiti!! God Bless you and your Team..keep shining.. ❤❤❤ Lot of blessing..

  • @Chota_bheem788
    @Chota_bheem788 6 หลายเดือนก่อน

    Apnaloi bohut bohut dhoinobad, apuni ru aguwali jauk.

  • @dhkpatir1483
    @dhkpatir1483 8 หลายเดือนก่อน +1

    কি বুলি ধন্যবাদ মোৰ ফালৰ পৰা ভগৱানৰ ওচৰত কোটি কোটি প্ৰণাম তুমি সকলোতকৈ বেচি মৰম কৰিব লাগে |

  • @rajibdas1272
    @rajibdas1272 7 หลายเดือนก่อน

    Apuni great dada fmly tu Hahi sai nijoke bohut Happy feel krisu aru aguwai jaok bhogoban r usrt parthona krisu 🙏🙏🙏🙏🙏🙏🙏

  • @bidyutbikashboruah2550
    @bidyutbikashboruah2550 8 หลายเดือนก่อน

    Salute…. Vogowane aru hokti hamarth diok tumak.. antoror pora huvokamona…. Parile vobisyotoloi kiba eta koriboloi anuprerona eta palu

  • @RanuDas-rp7ct
    @RanuDas-rp7ct 6 หลายเดือนก่อน

    Really great man thanks all team members God bless jagya please tumar ghar kat shudha babe beya napaba

  • @nirathengal1872
    @nirathengal1872 5 หลายเดือนก่อน

    সঁচাই এই মহানতা সকলোকে ভগৱানে নিদিয়ে কিন্তু ভগৱানে আপোনাক দিছে আৰু ভৱিষ্যতে আগুৱাই যাবলৈ ভগৱানে শক্তি দিয়ক তাকেই কামনা কৰিলোঁ 🙏

  • @hirokmahanta5132
    @hirokmahanta5132 8 หลายเดือนก่อน +1

    Khub bhal lagil,
    Mon Jai Jai ho

  • @goplaycriticalops
    @goplaycriticalops 7 หลายเดือนก่อน +2

    কাৰোবাক বিনা স্বাৰ্থত কিবা দিবলৈও কলিজা লাগিব। যিটো নেকি বহুতৰ নাথাকে।

  • @alwaysbe......637
    @alwaysbe......637 26 วันที่ผ่านมา

    Jagya tumi realy Mohan .Tumak Ishyare kailyan korol.

  • @kabitahandique4725
    @kabitahandique4725 6 หลายเดือนก่อน

    বহুত বহুত ভাল কাম কৰিছে আৰু আগ বাঢ়ি যোৱা আগুৱাই ‌‌যাবলৈ আশীৰ্বাদ থাকিল

  • @prasannakumaradhikari2625
    @prasannakumaradhikari2625 4 หลายเดือนก่อน

    Manuhe manuhor baabe .... Well done. Thanks. God bless you.

  • @BD-cr9lj
    @BD-cr9lj 8 หลายเดือนก่อน +1

    Apunar dirghaiu howk Dada...God bless you..

  • @basicconceptofmaths9496
    @basicconceptofmaths9496 8 หลายเดือนก่อน +2

    চাই থাকোতে চিনেমা চাই থকাৰ দৰেই লাগিছে।। সঁচাই প্ৰশংসনীয়।

  • @pradipnath8612
    @pradipnath8612 3 หลายเดือนก่อน

    বহুত মহান আদৰ্শ সঢাই ভাল লাগিল ভগৱানে আৰু দিয়ক নমস্কাৰ

  • @jaynathbez1082
    @jaynathbez1082 2 หลายเดือนก่อน

    আজি প্ৰথম আপোনাৰ ভিদিঅ চালো। ভাল লাগিল। ভগৱানে আপোনাক কুশলে ৰাখক।

  • @ritumonisonowal4418
    @ritumonisonowal4418 5 หลายเดือนก่อน

    I proud of u . tumak mur khub vl lage .tumar thinking bur bahut great mur khub vl lage tumar nisina thinking thoka manuhor . mur mn sui gola . I appreciate tu u .

  • @bharatirajkhowa8348
    @bharatirajkhowa8348 8 หลายเดือนก่อน +2

    1din Comments disilu dukhia manuhok Ghor 1khn Bonai dibole. Val lagil Aji kam2 kori dile ... God bless you

  • @paragbharali4572
    @paragbharali4572 7 หลายเดือนก่อน +1

    মানুহে মানুহৰ বাবে যদিহে (কানেও না ভাৱে ভাবিছে এজন ব্যক্তিয়ে ' সেইজন যজ্ঞ বৰা ধন্যবাদ

  • @chittaranjankalita1249
    @chittaranjankalita1249 7 หลายเดือนก่อน

    Bahut bhal lagil,best of luck for your future project

  • @dibyajyotikitchen7889
    @dibyajyotikitchen7889 8 หลายเดือนก่อน +1

    Eman a val korisa tume khosa koi kobo vakha ni really good tumr logt moi o join hom bhut khunkale Guwahati ahardina vali koi log pi o val koi kotha patibo nuwarilu next akeloge kam korim ankoi aguwai juwa ❤❤❤

  • @bedonadas4833
    @bedonadas4833 6 หลายเดือนก่อน

    Bhogobane,Tumak bohut bohut,Dhoinobad dibo,logote Tumar hokolu hohaikari bur

  • @dipikaahmed2015
    @dipikaahmed2015 8 หลายเดือนก่อน

    Thanks to a lot bahut val lagise dekhi aru moi hodai aponalukar dare manuhakei saport karu....

  • @user-ui4jp4kc7n
    @user-ui4jp4kc7n 5 หลายเดือนก่อน

    Proud of you dada .. god bless you.. jetia nijor gaon r kunubai val Kam kore bht vl lge

  • @g.t.n.khicirivlog-ec5vu
    @g.t.n.khicirivlog-ec5vu 3 หลายเดือนก่อน

    Bohut bohut val lagil video tu cai bohut val kam korica tumi val houk tumr❤

  • @assamegaming2281
    @assamegaming2281 7 หลายเดือนก่อน

    Bohut val paisu Dada agotau moi balag video ot dakhiselu gor khon bohut val korela❤❤❤❤❤❤❤❤❤❤❤❤

  • @kalpanakataky9092
    @kalpanakataky9092 7 หลายเดือนก่อน

    আপুনি যি কাম কৰিছে তাত যি মানুহৰ আশীৰ্বাদ পাইছে সেইয়াই ভগবানৰ কৃপা আপোনাৰ ওপৰত।কৰি যাওঁক দুখী জনক সহায় আপোনাক ভগৱান এ কৰিব।আমাৰ শুভ কামনা সদাই আপোনাৰ লগত

  • @PDPranjitVlogs
    @PDPranjitVlogs 7 หลายเดือนก่อน

    বহুত ভাল লাগিল video to চাই

  • @AnjaliGogoi-cb5dq
    @AnjaliGogoi-cb5dq 8 หลายเดือนก่อน

    ভগৱান তোমাৰ সহায় হওক।।ভাল হওক তোমাৰ।মঙল হওক।যজ্ঞ আশীবাদ কৰিছো

  • @monishaboruah941
    @monishaboruah941 8 หลายเดือนก่อน

    Bohut val lagil kam kora sai thanks 🙏

  • @herockx777
    @herockx777 2 หลายเดือนก่อน

    Goosebumps ahi gol surprise tu diya pist xsakei😌

  • @hemantadas7504
    @hemantadas7504 8 หลายเดือนก่อน

    Excellent, I never give comments, but i can't stop today. Hsts of Brother. Keep going, i would like to meet you.

  • @anjankalita3742
    @anjankalita3742 หลายเดือนก่อน +1

    Salute to you Sir
    U r a great man ❤🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @annalatasaikia2434
    @annalatasaikia2434 6 หลายเดือนก่อน +1

    ভগৱানে আৰু মহান কৰিব।ধন্যবাদ।

  • @ankurjyotiphukan9876
    @ankurjyotiphukan9876 7 หลายเดือนก่อน

    Very good work bro akha koru jibonot moiu ketyaba anekoi manuhok hohai koribo paruu

  • @chitrasonowalvlog8132
    @chitrasonowalvlog8132 6 หลายเดือนก่อน

    Bohut bohut dhoinyabad .abar log pab mon ase

  • @achintyaborah7037
    @achintyaborah7037 7 ชั่วโมงที่ผ่านมา

    সুন্দৰ প্ৰক্ষেপ।

  • @user-qt4pm8th5p
    @user-qt4pm8th5p 7 หลายเดือนก่อน

    Great ❤❤❤
    Bhawane aru Shakti diok apunak..
    Love from naagon.(Amal Nath)..

  • @pankajbaishya9292
    @pankajbaishya9292 7 หลายเดือนก่อน

    Bohut val kam korise dada apuni apunak vagabane bohut val koi rakhibo good job dada moi u adin apunar nishina kam korim ❤❤❤

  • @puspalataborah8895
    @puspalataborah8895 6 หลายเดือนก่อน

    Krishna Krishna ভগৱানে আপোনাক বহুত কৃপা কৰক মঙ্গল কৰক এই আমাৰ কামনা

  • @nayanmonideka2555
    @nayanmonideka2555 8 หลายเดือนก่อน

    Bohut bohut val kam korile dada apuni ..val hawk apunar...

  • @firojabegum6879
    @firojabegum6879 7 หลายเดือนก่อน

    সচাকৈ তুমি বহুত ভাল কাম কৰিছা আল্লাই তোমাক হেফাজাত কৰিব

  • @ravalora8794
    @ravalora8794 7 หลายเดือนก่อน +1

    😢❤❤ bohut val Kam korisa dada 🎉🥰

  • @KarabiGogoi-tz8nv
    @KarabiGogoi-tz8nv 7 หลายเดือนก่อน

    Hosakkoi jolokiyatu mitha hoi jabo jdi ankuaa mohan manuhr mohan kaambur dekhu ❤