All these songs are timeless hit of Luna Sonowal. All songs sung by this magical singer should be uploaded on TH-cam so that we can enjoy her songs anytime and any where. Find her voice very sweet, soothing, relaxing and refreshing.
Baideo Ami Horute Apuner Geet Huni Dangor hoisu, apuner geet punor huniboloi agrohi hoi asu. akhomiya Sangeet r Golden Era Hol apunalukor genaration. Baideo Apunar humadhur kanthar Geet huniboloi Agrohere Bat sai asu. #Nitumoni_Saikia, Pratidin Time.
লুনা সোণোৱালৰ গান বোৰ মোৰ অতি প্ৰিয়। তেওঁ এতিয়া কিয় গান গোৱা নাই? তেওঁৰ কণ্ঠটো বৰ সুন্দৰ।
কুলিৰ কন্ঠত যেনেকৈই বসন্ত সাৰ পাই
পুৰণি সুললিত গীতত আমাৰ এৰি অহা
দিন বোৰে সাৰ পাই
বহুত. বহুত.. বহুত ভাল লগিছে আজি মনতোক বুজাব নোৱাৰু
Kali matje kuliei bandor mat tu famous singer
Better than.......
❤️❤️❤️❤️❤️
Un comparable voice
Reilly sweett voice off Assam 🙏🙏🙏
বহুত সুন্দৰ |
অতীতৰ কথা মনত পৰে
লোণাবা তুমি পুনৰ সংগীতৰ মাজলৈ ঘুৰি আহিবা বুলি বাট চাই ৰ'লো।
Nice and Romantic
Luna honowal is my best singer
All song swets i love
So nice ♥️
Good ñightsuva kamana
Bohut dinor pisot ai gan bur sunilu bohut val lagil
❤❤❤❤❤
পূৰণি গানবোৰ শুনী মণতো ভাল লাগে।
আপোনাৰ গীতবোৰ সুকীয়া,,, সুনি সুনি,,, যৌৱন পাৰ কৰি ছো,,,, ভাবি লে ভাল লাগে
My favorite singer ❤ 1982. Thanks from andharpradesh.
I always miss your song n you n bijay bhuyan also ..both of your song is avergreen
লুনা সোনোৱালৰ গান শুনিলে শৈশৱ যৌৱনৰ সপোনবোৰে এতিয়াও দিঠকত প্ৰাণ পাই উঠে ।
Really
@*******
Sweetest voice of Assam.
If somebody has the song Dhiniki dhin dao dhulor maat xunilu,please upload the same.
9:12 What asweet melody.
চকুপানী ওলাইছে। আৰু কি কম? লুনা, তুমি কুশলে থাকা।
Bohut dhanyabad
Alka yagnik of assam
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Val lagese
I really love her all songs.
Excellent her songs and voice.
🙏🙏🙏
U
দাদা,লুনা সোণোৱালৰ "আছা যদি কাষতে কিয়নো জ্বলিছো" গীতটো দিব পাৰিব নেকী ?
Wah kibsir,kibmusic kibgitorbkotha wah wah wah
লোণা সোণোৱালৰ গীতবোৰ সুন্দৰ ৰোমাণ্টিক ,কণ্ঠ শুৱলা |
Tumargituvallagisesenai
বাইদেউৰ কণ্ঠই সদায়েই মোহিত কৰি আহিছে । সংগীতৰ সোণোৱালী যাত্ৰাৰ আজিও এগৰাকী সক্ৰিয় সদস্যা । বাইদেউলৈ মোৰ শ্ৰদ্ধা নিবেদিলো ।
আপোনাৰ গীত বোৰ সচাঁই চিৰসেউজ . বৰ্তমান সময়ত আপোনৰ অভাৱ অনুভৱ কৰিছো .
হৃদয় জূৰোৱা গান।
লুনা বাইদেউ, যিমানেই বিলাই দিবা সিমানেই মহান হবা।আপোনাৰ কন্ঠ সুললিত।
মিঠা,সুৰীয়া কন্ঠ।এইবোৰ গীত শুনিলে আবেগিক হৈ পৰো। অতীতলৈ উভতি যাও।
Baa atiya Kio gaan nagay ???
আজিকালি এনেকুৱা গীত লিখা মানুহ আৰু ইমান কুমল কন্ঠী singer নাই। famous singer লুনাসোনোৱাল.বিহুতলিত পাহৰী গৈছে এইসকল singerok আজিকালি মানুহে ।
যাদুগড়ী কন্ঠ ৷শুনি হেপাহ নপলোৱা গীত ৷
Baideo, aapuni aamar Aosomor Alka Yagnik.
এইবোৰ চিৰযুগমীয়া গীত ।আমাৰ যৌৱনৰ এচোৱা মধুৰ ক্ষণত প্ৰায়েই শুণা গীত ।
লুনাৰ মাকন কেছেতৰ বিহুসুৰীয়া গীত কেইতা uplod দিবছোন আৰু বিহুসুৰীয়া নতুন গীত সুনিব বিছাৰো।
লুণা সোনোৱালৰ কন্ঠৰ গান তাহানি সৰুকালত খুউব"শুনিছিলো।তেতিয়াও ভাল লাগিছিল আৰু এতিয়াও ভাল লাগে।
Luna Sonowal baideo Jun Junali Albam tu gan keita upload dib sun
আপোনাৰ নতুন গাণ শুনিবলৈ বহুত আশাৰে অপেহ্মা কৰি আছো
লুনা সোনোৱাল একক.....অনন্যা ।
বাইদেউ আপোনাৰ কন্ঠত নতুন গীত শুনিব বিছাৰো।আশা কৰিছো গাব।
নতুন গানৰ কথা ভাবিব পাৰে ।।।
কলৈ বিয়া হল জানো, গান গাবলৈ এৰিলে নে কি ?
Her voice was very sweet.
লুণাৰ কন্ঠৰ এই গীতবোৰ কাহানিও পাহৰিব নোৱাৰি
লোনা বা কি মধুৰ সুৰ আপোনাৰ অতুলনীয় , আপোনাৰ গোৱা গান প্ৰত্যেকটাই শুনিছোঁ বৰ ভাল লগা গীত প্ৰত্যেকটাই
Heart touching songs
Bahut Dhuniya kantho baideo apunar....dhuniya geet 😍🙏🙏🙏🙏
Amazing
অতীতৰ দিনবোৰ মনত পৰি যায় ।
Beautiful song..... Notun song hunibolui Mon Jai ase....... Ba..
Raghunath Rabha.... Nice song...
আপোনাৰ মিঠা মিঠা সুৰৰ লহৰেৰে পুনৰ খলকনি তুলিব বুলি আশা ৰাখিলো ।
বহু ভাল লাগিছে অতীতলৈ ঘূৰি গৈ।
লুনা বা আপোনাৰ গাণ মোৰ বহুত ভাল লাগে
Evergreen song She is the best one
লুনা সোনোৱাল ৰ প্ৰতিতো গীতেই মোৰ প্ৰিয়। একেবাৰে নোহোৱা হৈ গল তেওঁ, miss কৰো বহুত।
Your thanks my friend
Muru priyo
Very Nice song...........
All these songs are timeless hit of Luna Sonowal. All songs sung by this magical singer should be uploaded on TH-cam so that we can enjoy her songs anytime and any where. Find her voice very sweet, soothing, relaxing and refreshing.
ভাল গীত।
bahut xundor geet.
Baideo Ami Horute Apuner Geet Huni Dangor hoisu, apuner geet punor huniboloi agrohi hoi asu. akhomiya Sangeet r Golden Era Hol apunalukor genaration. Baideo Apunar humadhur kanthar Geet huniboloi Agrohere Bat sai asu.
#Nitumoni_Saikia, Pratidin Time.
লুনা বা আপোনাৰ গীতবোৰ ১০/১২বয়সত সুনিছিলু,বহুত ২ ভাল লাগিছিল আৰু এতিয়াও ভাল লাগে, আপোনাৰ নতুন গান পুনৰ RELISH নহ'ব নেকি,কিনো মায়া ৰে MY FAVOURITE SONG, পুনৰ শুনিবলৈ পোৱা আশাৰে🤳🤳🤳🤳🤚🤚🤚
বাকী কেইজনে কমেন্ট দিয়াৰ নিছিনাকে মোৰো একে অবস্থা।
Evergreen song
Nice Luna ba
Realy heart touching song by luna baa
পুৰনি স্মৃতিবোৰ সাৰ পাই উঠে, বিহুৰ মঞ্চত বহুত গীতৰ কাৰ্যসূচী কৰিলো। পূনৰ গীত গাই ৰাইজক আপ্লুত কৰিব বুলি আশা কৰিলো। সংস্কৃতি জগত খনত তেখেতৰ অভাৱ অনুভৱ কৰিছো।
Hoy
Thank s luna ur great singer
Very nice song
Bah bohria gan hiya man utala Kari dia gan very nice
Nice....my Hart attack song.nice....nice...
Bohut bohut val lage luna SoNowal r gaan.....
আজিও শুনিছো
Luna baa.... plz come back again. so sweet ur voice...
সুন্দৰ গান । অতিতক আকৌ এবাৰ ---- --
লোনা বা আপুনি কত হেৰাই গল, বহুত মিছ কৰো, নতুন গীতৰ বাবে সদায়ে বাট চাও
nice songs
Puran gan xuni khub bhal lage
Very cool video😍😍. I like so much😘😘. 🤗
Herat touching song..
গানবোৰ মিঠা মিঠা অনুভৱৰ ।
very nice song.
Everlasting song
Luna sonowal asomor egoraki ati protishrutisomponna sukonthi gayika aasil tahani proshanto bordoloior sote bohuto sumadhur geet upohar diya ei gayika goraki kiyo enedore nirob hoi gol buji napalo ebar tewor khobor ba phone No powa hole Kotha patiboloi bor mon asil.
Evergreen Song
luna a good singer
Wah. Luna apunar dore kumol konthor silpi bohut kom ase.bortoman asomot apunar dore komol konthor singer nai.top singer hoi apuni mur babe.
Iman hawola geet honeo honebore mon
Ganbor hunile tuponi ahi jai.....
very nice song
sweet song
We miss you lunaba...we are waiting to hear you again......
We miss you Lunaba....we are waiting to hear you again ...🙏❤
I miss u n ur songs