Uff বহুত দুখ লাগিল 😭😭 মোৰ প্ৰিয় ধাৰাবাহিক খন শেষ হোৱা দেখি😭। এইখন মোৰ অতি প্ৰিয় ধাৰাবাহিক আছিলে আৰু আজিৰ পৰা চাব নাপাওঁ 😭😭😭।। কি কম মই সঁচাই কান্দি দিলোঁ 😭😭😭😭😢 love you and miss you all 😭😢
শেষ খণ্ড টো বহুত বেছি এ ভাল লাগিল । আজিৰ পৰা আৰু নেদেখা ফাগুন চাব নাপাওঁ বহুত মিচ কৰিম। I love you অনি দা,মিচিমি বা ৰূপলিন দা অকণমানি মামুন জনী আৰু নেদেখা ফাগুনৰ সমূহ সদস্য বহুত বহুত ধন্যবাদ miss u all ❤️❤️
নেদেখা ফাগুন serial খন বহুত miss কৰিম। আজি বহুত দুখ লাগিল শেষ হোৱাৰ বাবে। প্ৰথমৰ পৰা শেষলৈকে এটা খণ্ডও এৰি নিদিলো। হৃদয় চুই যোৱা এখন ধাৰাবাহিক।i love you মিচিমি, অনিৰ্বাণ, অধিৰ, খুৰি আৰু ৰূপলিন and miss you all
এই ধাৰাবাহিকখন চাই কিমান যে ভাল লাগিল শব্দেৰে প্ৰকাশ কৰিব নোৱাৰো।🥰🥰 সকলোলৈকে বহুত বহুত বহুত বেছি ধন্যবাদ থাকিল 🙏🙏 আকৌ যাতে সকলোকে একেলগে দেখা পাওঁ। সকলোৰে অভিনয় মানিব লাগিব বিশেষকৈ অন্তৰাৰ অভিনয় মানিব লগীয়া আছিল কিন্তু ❤️🔥🔥 Love you team of "Nedekha Fagun" ❤️❤️love you Mamun 😘😘 Director Sir apnk 🙏🙏🙏🙏🙏
Bohut kandilu aji khondo tu sai 😭😭miss korem junu baa subrad dada aru Kishor dada 💝 love you 💝sereal Khan vll powa manuh bilakor pora ata ata like plz 💝
অতি সুন্দৰ ধাৰাবাহিক | চিৰিয়েলসমূহৰ প্রায়ে ending ভালকৈ নেদেখাই| এইখন চিৰিয়েলৰ ending অৰ্থপূৰ্ণ | ending tu bhut val lagil last ani ru misimi ek hl rup r tyag khini val lagil.... Dutar karoneu Beya lagil.. Abr ani jaute... N abar rup jaute....😭😭😭
Khub val lagile chai. Adhir, Micimi, Ani, Pritam, Khuri, Tiken sokoluke khub val lagile. Pritamak jiyae rokha hole aru val lagile heten. Missed korim sokoluke
আমাক সুন্দৰ এখন serial দেখিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে এই সেৰীয়ালত অভিনয় কৰা সকলো মান্য গণ্য ব্যক্তিসকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলো। সকলোকে আৰু এখন চেৰিয়ালত লগ পাম বুলি আশাৰে বাট চাই ৰলো। Thanks to all.❤️❤️
I normally don't watch Assamese serials but this was such an exception . A big thanks to my mom who told me it's plotline and got me intrigued. Watched it from the start to the end. Will miss everyone 😭😭. Wish we could have gotten a few more episodes with the whole family reunion. This ending felt a bit rushed. Anyways,finally such an amazing show came to an end. It has a special place in my heart. Hope to see the lead actors in another serial. They match so well and their chemistry is amazing.
বিৰিণা আৰু মিছিমিয়ে যি আদৰ্শ দেখুৱালে সেয়া নতুন প্ৰজন্মৰ কাৰণে সচাঁই গঠনমূলক । নাটক এনেকুৱাই হ'ব লাগে । আৰু এখন নেদেখা ফাগুনৰ
জন্ম দিয়ক ।
Exactly
Apuni kowa kothakhini misha nohoy .amar mote serialkhonr kahinitu khubei dhuniya. nabo prajanmai bujile tu vale asile.kin2 ajir Lora Sowaliye son Biporit Dikh2 loy.
অৱশেষত মিছিমি আৰু অনিৰ্বানৰ মিলন হল...💃💃💃Mind blowing acting hokolure 🙏🙏
Bohut val lagil...আন serial বোৰৰ দৰে সকলোৰে মিলন নহল।। দুখীএ শাস্তি পালে।।প্ৰায় serial ত দুখিক ক্ষমা কৰি দিয়া হয় কিন্ত নেদেখা ফাগুন ত ব্যতিক্ৰম। বহুত ভাল লাগিল। সকলো serial ত এনেদৰে দুখী এ শাস্তি পালে ভাল লাগিব।।।।।। Miss you all😊
জু.নু সুব্ৰত তোমালোকৰ অভিনয় চাই ভাল লাগে আকৌ লগ পোৱা আশাৰে ॥
কোনে কোনে মিছিমি আৰু অনিৰ মিলন হোৱাটো ভাল পালা লাইক আৰু কমেন্ট কৰা 👍🙏 । অৱশেষত অন্ত পৰিল নেদেখা ফাগুন ধাৰাবাহিক।।।।।। love u misimi, ani, ruplim, mamun and all. 🥰😍🙏👏
new frnd holu back koriba .
Moi Val palo
@@newdipika6963 😊😊
Bhal.lagel.sai
Moi bohut val palo
মোৰ আটাইটকৈ বেচি ভাল লগা ধাৰাবাহিক নেদেখা ফাগুন, আজি সমাপ্ত বহুত দুখ 😞 লাগিছে আজিৰ পৰা আৰু চাবলৈ নাপাও। সকলোৰে অভিনয় চায় বহুত ভাল লাগিল। শেষত সকলো লৈকে বহুত মৰম🥰🥰 থাকিল। Miss you all 🤗 Miss you❤❤ নেদেখা❤❤ ফাগুন❤
নেদেখা ফাগুনৰ অন্তিম খন্দটি চাবলৈ কোনে কোনে অপেক্ষা কৰি আছা..
অনি আৰু মিচিমী একে লগ হোৱাটো কোনে কোনে বিছৰা..
জয় আই অসম... 🙏🙏🙏
আজিৰ পৰা নেদেখা ফাগুন খন বহুত বহুত মিছ কৰিম 😭😭🙏🙏❤️
Joy aai axom
@@asharanibaruah5551
জয় আই অসম ❤️
new frnd holu back koriba .
@@newdipika6963
Ok
Moi Palo de joy said axom
সুন্দৰ। সচাকৈয়ে বহুতো মিছ কৰিম আছিৰে পৰা এই ছিৰিয়েল খন শেষৰ খন্দটো বহুত ভাল লাগিল পাট 2 খন চাব পামনে ছিৰিয়েল ত অভিনয় কৰা সকলো অভিনেতা অভিনেত্ৰী সকলোলৈকে ধন্যবাদ পুনৰ এবাৰ লগ পোৱা আশা থাকিল
অনি দা আপোনাৰ বন্ধুত্ব এনাজৰী ডাললে বহু কথায়ে শিকাই থৈ গল miss you। 😢😢
শেষত ৰূপলৈ ও বহুত দুখ লাগিল। হাজাৰ অতীত হলেও। কিন্তু অনিৰ্বাণ ৰ লগত মিচিমি ৰ মিলনে seriel খনৰ পূৰ্ণতা বেছি ধুনীয়া কৰিলে।🥰
নেদেখা ফাগুন মোৰ অতিকে প্ৰিয় । সকলোৰে সুন্দৰ অভিনয়ে মোহিত কৰিলে ।বিশেষকৈ কাহিনীকাৰকক ধন্যবাদ জনালোঁ । এটা সুন্দৰ পৰিয়াল , বন্ধুত্বৰ মৰম ,প্ৰকৃত প্ৰেম ইত্যাদিৰ এক সুন্দৰ উপস্থাপন ।কাহিনীৰ মাজত ইমানেই সোমাই পৰিলো যে বাস্তবত যেন অধীৰ ,অনিৰ্বাণৰ নিচিনা পৰিয়ালহে বিচাৰোঁ , ককাই -ভাইৰ ইমান মৰম-স্নেহ ,খুৰীৰ মৰম ।সঁচাকৈয়ে পাহৰিব নোৱাৰোঁ সকলোৰে অভিনয় তথা পৰিয়ালটিক। সামৰণী অতি সুন্দৰ ,পিছে দুখ লাগিল প্ৰীতমৰ নিচিনা এজন ইমান ভাল বন্ধুক হেৰুৱালো ।মৃত্যু হ'ব নালাগিছিল ।অনিৰ্বাণৰ দুখ দেখি বহুত কান্দিলো দেই। মুঠতে কৈ শেষ কৰিব নোৱাৰি । শেষত সমৃহ পৰিয়ালৰ সদস্যক পুনৰ দেখা পাম বুলি আশা কৰিলোঁ আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ । ধন্যবাদ ।
Uff বহুত দুখ লাগিল 😭😭 মোৰ প্ৰিয় ধাৰাবাহিক খন শেষ হোৱা দেখি😭। এইখন মোৰ অতি প্ৰিয় ধাৰাবাহিক আছিলে আৰু আজিৰ পৰা চাব নাপাওঁ 😭😭😭।। কি কম মই সঁচাই কান্দি দিলোঁ 😭😭😭😭😢 love you and miss you all 😭😢
Qa
যোৱা ১৭ মে'ৰ পৰা আজি ৬ নম্বেম্বৰ লৈ এটাও খণ্ড মিছ নকৰাকৈ কোনে কোনে নেদেখা ফাগুন ধাৰাবাহিক খন উপভোগ কৰিছিল...?🥀💕🥀
Moi
Moi oo
Yes
Moi
মই
কান্দি এই পালোঁ অ"" .. ।। Bhut miss korim 🥺🥰😭😭 ।। I love you so much all fmly 🥰
বহুত বেয়া লাগিল আজি ।।। কান্দিয়ে দিলোঁ ।।।😭😭 কাৰণ এইখনেই মোৰ প্ৰিয় ধাৰাবাহিক আছিল ।।। love u❤️ 💞💕মিচিমি বা আৰু অনি দা লগতে মামুন ।। সকলোকে missed কৰিম।।love you all.... আগলৈ আৰু এনেকুৱা ধাৰাবাহিক চাবলৈ পাম বুলি আশা থাকিল ।।। 👍👍 🤗🤗
Ho sake muru aikhon serial e priyo asile
@@mahasweta446deoriborah6 um hoy nki
Hoi muru priyo asil kholuke bht bht miss krim
Bahut Val serial khan bahut miss karim
Rup thanks
ভাবিছোঁ ধাৰাবাহিক খন নিয়ৰৰ ফুল ধাৰাবাহিক খনৰ নিচিনা দীঘল হব, কিন্তু মোৰ অতি প্ৰিয় ধাৰাবাহিক খন ইমান সোনকালে শেষ কৰিব নালাগিছিল 😭🙏😭😭😭
অনিৰ্বাণ আৰু মিছিমিৰ লগতে
প্ৰীতমক কোনে কোনে মিছ কৰিব....??
😭😭😭😭
😭😭😭😭
😭😭😭😭😭
L
Lllll
Ll
সকলোকে বহুত বহুত ধন্যবাদ আমাক ইমানখিনি মৰম সাহস দিয়াৰ বাবে নেদেখা ফাগুনৰ পৰিয়ালৰ ফালৰপৰা মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো 🙏❤️
আপোনা লৈও বহুত ধন্যবাদ আমাক ইমান এটা সুন্দৰ কাহিনী আগবঢ়োৱা বাবে, আকৌ এবাৰ ধন্যবাদ জনালো
Bohut besi miss korim sireal khonok. .. আকৌ এখন নতুন ধাৰাবাহিক পাম বুলি আশা থাকিল দাদা। নুপুৰ, নিয়ৰৰ ফুল , নেদেখা ফাগুন বহুত ভাল পালোঁ।
Bohut miss korim...
Bohut bohut val lagil sai ....
Bohut miss korim serial Khan ....aku enekua serial ekhan sabo Pam buli akha thakil
এটা দীঘলীয়া যাত্ৰাৰ অন্ত পৰিল। প্ৰথম খণ্ডৰ পৰা শেষ খণ্ডলৈ চোৱা এখন ধাৰাবাহিক।যাৰ কাহিনী বোৰে হৃদয় চুই গৈছিল। প্ৰতিজন অভিনেতা-অভিনেত্ৰী ৰ সুন্দৰ অভিনয় বোৰে মন চুই গৈছিল। দুষ্ট ক দমন আৰু শান্তক পালন কৰিব পৰা মানুহ যদি প্ৰতি খন সমাজতে থাকিল হেঁতেন অপৰাধ বোলা শব্দবোৰো চাগে পৃথিৱীৰ পৰা নাইকীয়া হল হেঁতেন।
new frnd holu back please 😭
চিৰিয়েল খনৰ আটাইকেইজনৰ অভিনয় বহুত ভাল , আগলৈ আটাইকেইজনক একেলগে নতুন চিৰিয়েলত দেখা পাম বুলি আশাঁ ৰাখিলো,
টিকেন আৰু মামুনক বৰ মিচ কৰিম
থিক কৈছে
আজি বৰ বেছি দুখ লাগিছে😭😭 বহুত ধাৰাবাহিক চালো কিন্তু নেদেখা ফাগুন নিচিনা ধাৰাবাহিক এখনো নাপালো নেদেখা ফাগুন দিয়া সময়ত বৰ দুখ লাগিব আজিৰ পৰা 🙏🙏👍👍😭😭😭😭😭😭😭
new frnd holu back koriba .
নিয়ৰৰ ফুল
ৰজা ৰাণী
নিলাঞ্জনা এইবোৰ ধাৰাবাহিক কো বহুত বেছি ভাল
Hoxai moi u pritom morar pora aikeita khondo bohut besi kandilu 1st Assamese seriel t. Bohut besi vl lgil aikhon seriel.
@@bhagyashreegogoi5647 umm
শেষ খণ্ড টো বহুত বেছি এ ভাল লাগিল । আজিৰ পৰা আৰু নেদেখা ফাগুন চাব নাপাওঁ বহুত মিচ কৰিম। I love you অনি দা,মিচিমি বা ৰূপলিন দা অকণমানি মামুন জনী আৰু নেদেখা ফাগুনৰ সমূহ সদস্য বহুত বহুত ধন্যবাদ miss u all ❤️❤️
2024 Kune Kune saise aikhon ciyal
Saisu
Sai bohut kandilu aru kishor dak bohut mont porilege
Saisu
এখন ব্যতিক্ৰমী চিৰিয়েল ,আৰম্ভণিৰ পৰা এটাও খন্দ মিছ নাইকৰা হলে ❤️😌বহুত ভাল লাগিল চাই
নেদেখা ফাগুন serial খন বহুত miss কৰিম। আজি বহুত দুখ লাগিল শেষ হোৱাৰ বাবে। প্ৰথমৰ পৰা শেষলৈকে এটা খণ্ডও এৰি নিদিলো। হৃদয় চুই যোৱা এখন ধাৰাবাহিক।i love you মিচিমি, অনিৰ্বাণ, অধিৰ, খুৰি আৰু ৰূপলিন and miss you all
সঁচাকৈ অতীত যি অতীতে...মানুহে বৰ্তমান ক লৈ জীয়াই থাকিব লাগে...অনি মিছিমিৰ ভৱিষ্যত....miss you all
সচাঁকৈ অটীত যি অতীত ’’মানুহে বতমান ক লৈ জীয়াই এথাকিব ৷ অনি মিছিমৰ ভৱিষ্যত Miss you
মনটো বহুত বেয়া লাগিল চিৰিয়েল খন চাই বহুত কণ্ডৱালে আজিৰ খন্দটো যে আৰু দূখ লাগিল।।😭😭miss you nedekha fagun cirial khon or hokoluloike...😔😭
Ending টো খুব সুন্দৰ হৈছে 👏👏 লগতে ছিৰিয়েল খনে এটা ভাল বাৰ্তা দি গ'ল 🙏 বহুত বেছি miss কৰিম সকলোকে 😭😭
😭😭😭😭😭🙏🙏🙏🙏
যোৱা সোতৰ মে'ৰ পৰা চাই অহা এইখন ধাৰাবাহিক ক বিদায় দিব পাই অতি দুখেৰে কও যে মন চুই যোৱা কাহিনী নেদেখা ফাগুন নিয়ৰৰ ফুল ৰ দৰে আৰু মন চুই যোৱা কাহিনী যাতে আমাক উপহাৰ দি যায়
চিৰিয়েল খুৱ কমেই চাওঁ ৷তথাপিও বহুত ব্যাস্ততাৰ মাজত এইখন চিৰিয়েল এদিনো মিছ কৰা নাছিলো ৷বহুত মিছ কৰিম ৷সকলো কলা-কুশলীলৈ বহুত বহুত ধন্যবাদ ধুনীয়া কাহিনী এটি উপহাৰ দিয়াৰ বাবে ৷
সামৰণিয়ে হৃদয় কপাই গ'ল।
❤️নেদেখা ফাগুন❤️ হৃদয় চুই যোৱা ধাৰাবাহিক ছিৰিয়েল খন সদায় মনত পৰিব 😒 বহুত ভাল লাগিল । সকলোৰে সুন্দৰ অভিনয়। আজি পৰা সকলোকে মিচ কৰিম.... পুণৰ এই পৰিয়ালটোক দেখিবলৈ পাম বুলি ৰৈ থাকিম❤️❤️❤️❤️
এই ধাৰাবাহিকখন চাই কিমান যে ভাল লাগিল শব্দেৰে প্ৰকাশ কৰিব নোৱাৰো।🥰🥰 সকলোলৈকে বহুত বহুত বহুত বেছি ধন্যবাদ থাকিল 🙏🙏 আকৌ যাতে সকলোকে একেলগে দেখা পাওঁ। সকলোৰে অভিনয় মানিব লাগিব বিশেষকৈ অন্তৰাৰ অভিনয় মানিব লগীয়া আছিল কিন্তু ❤️🔥🔥 Love you team of "Nedekha Fagun" ❤️❤️love you Mamun 😘😘 Director Sir apnk 🙏🙏🙏🙏🙏
নেদেখা ফাগুণ আজিৰ পৰা দেখা নেপাওঁ । নেদেখা ফাগুণে আমাৰ জীৱনত এটা নতুন আশাৰ বাৰ্তা দিলে । নেদেখা ফাগুণৰ মিচিমি আৰু অনিৰ্বানৰ চৰিত্ৰ দুটা খুবেই ভাল লাগিল । অতীত সদায় কষ্টকৰ । ভৱিষ্যৎ লক্ষ্য ৰাখি বৰ্তমানত খোজ মিলোৱাটোৱে ডাঙৰ কথা । I Miss Nedekha Phagun & Misimj/ Anirbaan.
Misimi aru Anirbanor mil hwat kune kune Val paisa....😘😘😘😘 bohut miss korim bikhekhkoi Anirban dak❤️জয় আই অসম❤️
আজিৰ খণ্ডটো আৰম্ভণিৰপৰা দুখৰ চকুপানী বোৱাই বোৱাই শেষত সুখৰ চকুপানী ওলাই গ'ল, বহুত বহুত বহুত সুন্দৰ সামৰণি,ৰূপলিন লৈও দুখ লাগিল যদিও মিছিমি অনিৰ্বাণৰ হৈ থকাটোৱে বিচাৰিছিলো, নেদেখা ফাগুন বহুত মনত পৰি থাকিব, পৰিচালক লৈ বহুত ধন্যবাদ থাকিল, আমনি নলগা এটা সুন্দৰ কাহিনী দৰ্শকলৈ আগবঢ়োৱাৰ বাবে
মিছ কৰিম সকলোকে বিশেষ কৈ অনিৰ্বাণ দাক😭❤️
Bohut kandilu aji khondo tu sai 😭😭miss korem junu baa subrad dada aru Kishor dada 💝 love you 💝sereal Khan vll powa manuh bilakor pora ata ata like plz 💝
বহুত ভাল লাগিলে ছিৰিয়েল খন চাই.... সকলোকে বহুত Miss কৰিম 😢❤️
বৰ দুখ লাগিছে কেতিয়াও পাহৰি নাযাও সদায় মনত থাকিব, আপোনালোক সকলোকে বহুত ধন্যবাদ ইমান সুন্দৰ ধাৰাবাহিকেৰে আমাক আনন্দ দিয়াত আৰু এনেকোৱা কাহিনীৰে আমক আনন্দ দি যাৱ। বহুত মিছ কৰিম
উফ্ বহুত ছিৰিয়েল চালো ,,কিন্তু নেদেখা ফাগুন ৰ দৰে ছিৰিয়েল এখনো চাই পোৱা নাছিলোঁ ।অতি সুন্দৰ কাহিনী উপস্থাপন❤️❤️ সকলোৰে অভিনয় চাই আপ্লুত হলোঁ ❤️❤️ ছিৰিয়েল খনত জৰিত সকলো অভিনেতা অভিনেত্ৰী ,,পৰিচালক,,কলা,কুশলী সকলোকে বহুত ধন্যবাদ জনালো ইমান ধুনীয়া ছিৰিয়েল এখন আমাক উপভোগ কৰিব দিয়াৰ বাবে।।।।অতি সোনকালে নেদেখা ফাগুনৰ পৰিয়ালক আন এখন ছিৰিয়েল জৰিয়তে দেখা পাম বুলি আশা ৰাখিলোঁ❤️❤️❤️❤️❤️
মিচিমি বা তুমি সচাই মহান তুমি যে অনি দা লগত থাকিলা 🥰❣️❣️ I love you ba❤️❤️
প্ৰথমৰ পৰাই চাই আহিছোঁ ধাৰাবাহিক খন হাহি কান্দোনেৰে পাৰ কৰি যত পৰিয়ালৰ লগত জড়িত মৰম, ভালপোৱা ,হাহি ,কান্দোন সকলোখিনি পালো বহুত ভাল লাগিল অনি মিছিমি মিল ❤️ আৰু শেষত সকলোলৈ মৰম শুভেচ্ছা থাকিল
বহুতো কথাই শিকালে এই ধাৰাবাহিক খনে 🥺❤️ প্ৰতিটো খণ্ডই হৃদয় চুই গল 🥺 সকলোলৈ বহুত মৰম আৰু ধন্যবাদ থাকিল 🙏💖 সকলো ভালে থাকক❤️
বহুত বহুত ভাল লাগিছে। কিন্তু আজি চেচ হোৱা বাবে বহুত বেয়া ও লাগিছে 😭😭 I always Miss u ❤️
অতি সুন্দৰ ধাৰাবাহিক | চিৰিয়েলসমূহৰ প্রায়ে ending ভালকৈ নেদেখাই| এইখন চিৰিয়েলৰ ending অৰ্থপূৰ্ণ | ending tu bhut val lagil last ani ru misimi ek hl rup r tyag khini val lagil.... Dutar karoneu Beya lagil.. Abr ani jaute... N abar rup jaute....😭😭😭
প্রতিটো দিনতে অপেক্ষা কৰিছিলো ।আজিৰ পৰা বহুত মিচ্ কৰিম ।শেষত এটা কথা ভাল লাগিল মিচিমিয়ে অনিক অকলশৰীয়া নকৰিলে ।মামুনৰ লৈ বহুত মৰম থাকিল ।ভবিষ্যতে তুমি এনেদৰে আগুওৱাই যাৱা বুলি আশা থাকিল।❤❤😭😭😭😭😭😭😭😭😭😭
ধাৰাবাহিক খন চাই খুবেই ভাল লাগিছিল ৷ প্ৰত্যেকৰে অভিনয় হৃদয়স্পৰ্শী হৈছে ৷ শেষ হোৱাৰ বাবে বৰ বেয়া লাগিছে ৷ এইখন চিৰিয়েল প্ৰথমৰ পৰা শেষলৈকে চাই ভাল লাগিছিল যিটো আনবোৰ চিৰিয়েলত পোৱা নাছিলোঁ ৷
মোৰ পঢ়া এৰি অলপ সময় হলেও ধাৰাবাহিক খন চাঁও 😭🙏 আৰু আজিৰ পৰা চাব নাপাম😭 যিয়েই নহক কিয় ধাৰাবাহিক খনে আমাক বহুত কথা শিকাই থৈ গৈছে 🥰😭
nice bro
Same yrr🥺
আজি বহুত বেয়া লাগিল😭 কাৰণ এইখন ধাৰাবাহিক মোৰ বহুত প্ৰিয় আছিল । বহুত মিচ কৰিম মিছিমি অনিৰ্বাণ মামুন আৰু সোকলোকে I love you নেদেখা ফাগুন♥️♥️
Bohut bohut miss korim aji r pora nedekha fagun 🥺🥺..... Besi k Mamunok Misimi, Anirban , Adhir, Khuri k 🥺🥺❤
এ নেকোৱা চিৰিয়েল আৰো চালেও হেপাহ নপলায় বহুত মিছ কৰিম ❤❤❤❤❤
Miss you nedekha fagun 😭😭😭 জয় আই অসম ❤️❤️❤️
Ending tu val lagile... Love you Misimi, Anirban, Mamun, Adhir, Khuri, Pritom❤️❤️❤️
Khub val lagile chai. Adhir, Micimi, Ani, Pritam, Khuri, Tiken sokoluke khub val lagile. Pritamak jiyae rokha hole aru val lagile heten. Missed korim sokoluke
Happy ending 👌Anirban ❤️ Misimi.
Love you অনিৰ্বাণ da💓💓💓💓💓
Lgogty মিচিমি 💖mamun❤️
new frnd holu back koriba .
Ok
মিচিমি আৰু অনিলৈ ধন্যবাদ থাকিল।
এনে ধাৰাবাহিক ৰেঙনীৰ পৰা আগলৈও আশা কৰিলোঁ।
সচাঁ কৈ বহুত ভাল লাগিলে। নেদেখা ফাগুন ধাৰাবাহিক খন হৃদয় চুই যোৱা এখন ধাৰাবাহিক। বহুত বহুত ধন্যবাদ থাকিলে আপুনালোকলৈ এনেকুৱা এখন ধাৰাবাহিক আমাৰ মাজলৈ অনাৰ বাবে। জয় আই অসম। ❤❤❤❤❤❤❤❤😭😭😭😭😭😭🌷🌷🌷🌷
❣️❣️❣️ love this serial..love for Anirban (subrot)
এখন লেখত লবলগীয়া ধাৰাবাহিক "নেদেখা ফাগুন", আজীৱন আমাৰ অন্তৰত বাস কৰি থাকিব। বহুত ভাল লাগিল সচাকৈ 😘😍
আমাক সুন্দৰ এখন serial দেখিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে এই সেৰীয়ালত অভিনয় কৰা সকলো মান্য গণ্য ব্যক্তিসকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলো। সকলোকে আৰু এখন চেৰিয়ালত লগ পাম বুলি আশাৰে বাট চাই ৰলো। Thanks to all.❤️❤️
Bhut miss kori asu kishor da apuni jote asa kukhole thaka
শেষ মিলন অনি আৰু মিছিমি দেখি ভাল লাগিল কিন্তু ৰুপলৈও বেয়া লাগিছে অলপ কাৰণ এটা সময়ত মিছিমিৰ সি অতীত আছিল।বহুত miss কৰিম কাৰণ এইখন ধাৰাবাহিক মোৰ বহুত প্ৰিয় আছিল।
সকলোৱে ভাল পাইছে অনিৰ্বাণ আৰু মিছিমি এক হোৱাৰ বাবে । কিন্তু মই ৰূপলিন আৰু মিছিমি এক হলেহে ভাল পালো হয় ।
*******ৰূপলিন ♥️♥️ মিছিমি********
বহুত ধুনীয়া ধাৰাবাহিক আছিল নেদেখা ফাগুন খন আৰু এই ধাৰাবাহিকখন অভিনয় কৰা প্ৰতিজন শিল্পীলৈ বহুত বহুত শুভেচ্ছা জনালোঁ আশা কৰোঁ আগলৈ নতুন নতুন ধাৰাবাহিক আমাক উপহাৰ দিব বুলি ,,
আকৌ আমাৰ মাজলৈ এনেকুৱা এখন ধাৰাবাহিক লৈ অতি সোনকালে আহিবা বুলি আশা কৰিছোঁ বা🙏❤️।
😭😭😭😰😥😪😭😭বৰ মৰমৰ ছিৰিয়েল আছিল . আৰু এইখন কেতিয়াও পাহৰিব নোৱাৰিম . মিচিমি সচা অন্তৰৰ ছোৱালী. সকলোকে বৰ miss কৰিম . আৰু এই ছিৰিয়েলৰ সকলোৱে বৰ ধুনিয়া আৰু অন্তৰ গলা অভিনয় কৰিছে ॥ 😭😨😰😥😪😭😭😭miss you
Ending kintu bestt♥️ miss korim😭
I normally don't watch Assamese serials but this was such an exception . A big thanks to my mom who told me it's plotline and got me intrigued. Watched it from the start to the end. Will miss everyone 😭😭. Wish we could have gotten a few more episodes with the whole family reunion. This ending felt a bit rushed. Anyways,finally such an amazing show came to an end. It has a special place in my heart. Hope to see the lead actors in another serial. They match so well and their chemistry is amazing.
Thanks fr ur valuable comment...blessing n inspiring
আজি এই ধাৰাবাহিক খন সমাপ্তি গতি বহুত দুখ লাগিল। আৰু অনাগত দিনত এনেকুৱা ধাৰাবাহিক দেখিবলৈ পাম বুলি আশা ৰাখিলো।
বন্ধু বান্ধৱী সকল তোমালোকে নেদেখা ফাগুন ধাৰাবাহিক খনৰ কাৰ অভিনয় চাই ভাল পোৱা🥰❤🥰
fack TH-cam kio lulisa মোহনৰ নামট
Val lagil oni aru misimi aklog hol
Dada aji2 dim kintu oha kalir pora ki dim
@@newdipika6963 Subscribe❤
@@rinkuali7101 Subscribe❤
এই ছিৰিয়েলখনৰ সকলো সদস্য সকলক কেতিয়াবা লগ পোৱা আশা... 'Comment কৰাৰ ভাষা নাই। ইমান ভাল লাগিল ছিৰিয়েলখন চাই.... ।মই শদিয়াৰ ল'ৰা হয় , শদিয়াৰ পৰা মৰম যাঁচিছো এই ছিৰিয়েলখনৰ সকলো সদস্য লৈ।
সচাই জীৱনত সচা ভালপোৱা কেনেকৈ পাৱ পাৰি শিকাই গ'ল।।
Thank you junu baaa,pankaj daa, subrat daa jumoni baaa
নেদেখা ফাগুন best ধাৰাবাহিক ।এটা episode ও নোচোৱাকৈ থকা নাছিলো । Hriday চুই গল এই ধাৰাবাহিক খনে।বহুত বেছি ভাল পাইছিলো চাই। আশা কৰো আগলৈয়ো যাতে এনেকুৱা ভাল মন জয় কৰা ধাৰাবাহিক চাবলৈ পাও যেন।😍❤️
জুনু বা আৰু সুব্ৰত দাৰ জুতি😍😍😍
Xasakoi ako dekha pam buli asa thakil
আজিৰ শেষৰ খনদটো চাই বহুত ভাল লাগিল আৰু আগৰ খনদবোৰ ৰো চাই ভাল লাগিছিল ।কিন্তু আজি এদাই হৈ যোৱাৰ বাবে মনটো বহুত বেয়া লাগিছে , আৰু কাৰ কাৰ বেয়া লাগিছে জনাব আৰু like এটা দিব নাপাহৰিব ।❤❤👌
কিছুমান ভাললগাৰ সফল সমাপ্তি💚
Ani da babe eta like
সঁচা আজি বহুত দুখ লাগিল 😭😭😭
আৰু এনেকুৱা ধাৰাবাহিক কাক কাক দেখিবলৈ লাগে, সকলোৱে এটা এটাকৈ লাইক 👍 কৰা।
misimik ania napab buli bohut dukh lagisil hekhot he vl lagil😘😘😘😍😍love you anirban a misimi mamun😘😘😘🤗🤗🤗🤗
সকলোলৈকে ধন্যবাদ চিৰিয়েল খন বহুত ভাল লাগিল সকলোৰে অভিনয় ধুনীয়া হৈছে আৰু আকৌ যাতে এনেদৰে সকলোৰে অভিনয়ৰ ধুনীয়া এখন চিৰিয়েল চাবলৈ আশাৰে ৰৈ থাকিম।Miss you
সুব্ৰত ৰ অভিনয় আকৌ চাব পাম বুলি আশা ৰাখিলোঁ , বহুত মিছ কৰিম তেওঁ ৰ অভিনয়
Bahut miss kori asu nedekha fagun 😢
আগতে অসমীয়া ধাৰাবাহিক ইমান নাচায়ছিলো৷কিন্ত নেদেখা ফাগুনৰ প্ৰথম Episode চোৱাৰ পৰা আজিলৈকে এটা episodebনেৰা কৈ চাই আছো৷ কাহানী,অভিনয় সকলো সুন্দৰ হৈছে৷ Miss you নেদেখা ফাগুন❤️
নেদেখা ফাগুন চিৰিয়েল খন চায় বহুত লাগিল সেষ হোৱা বাৱে মনতো বেয়া লাগিল ধাৰাবাহিক খনৰ লগত জৰিত সকলো অভিনেতা অভিনত্ৰীলৈ ধাৰাবাহিক খন ভালদৰে পৰিচালনা কৰাৰ বাবে আমাৰ পৰিয়ালৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো
বহুত ধাৰাবাহিকৰ শেষ লৈকে চাইছিলো কিন্তু এই ধাৰাবাহিকখনৰ শেষ খিনি চাই যিমান কান্দিচো আৰু এখন ধাৰাবাহিক চাই অলপো কন্দা নাই 😭😭😭😭😭
নেদেখা ফাগুন ধাৰাবাহিখনৰ কাহিনী অতি সুন্দৰ ।সকলোৰে অভিনয় মনপৰশা।শেষত অনিৰ্বাণ আৰু মিচিমিৰ মিলন দেখি মনটো বিৰাট ভাল লাগিছে।মামনৰ অভিনয়ে মন চুই গৈছে । ধাৰাবাহিক খনৰ লগত জড়িত সকলোকে শুভেচ্ছা জনাইছো আগন্তুক দিনত ভাল ভাল কাম উপহাৰ দিয়ক আৰু সকলোৱে আগুৱাই যাওক।মিচিমি আৰু অনিৰ্বাণক আকৌ একেলগে দেখা পাওঁ।miss korim bohut.
কন্দুৱাই দিলে সকলোৱে😭😭😭বহুত ধাৰাবাহিক চালো কিন্তু "নেদেখা ফাগুন"ৰ নিচিনা কেতিয়াও হব নোৱাৰে😫😫আকৌ যাতে অতি সোনকালে সকলোকে একেলগতেই দেখা পাওঁ অনুৰুধ কৰিছো😩🙏সদায় বাট চাই ৰ'ম।বহুত miss কৰিম সকলোকে😭😭😭😭❤❤❤❤finishing কিন্তু বহুত বেছি সুন্দৰ হৈছে❤❤❤সকলো ধাৰাবাহিকত কৈ বিপৰীত এখন ধাৰাবাহিক,আৰম্ভ হোৱাৰ দিনাৰে পৰা আজি অন্তিম টো খণ্ডলৈকে এদিনো নোচোৱাকৈ থকা নাই।আমাৰ সকলোৰে প্রিয় ধাৰাবাহিক আছিল "নেদেখা ফাগুন" আৰু সদায় প্রিয় হৈ থাকিব😭❤❤❤love you all "Nedekha Fagun"team❤
বহুত বহুত ভাল লাগিল। Thank you sooo much নেদেখা ফাগুন।love you all নেদেখা ফাগুন অভিনেতা অভিনেত্ৰী ।
ৰূপলিন ঘুৰি আহিল বাবে বেয়া লাগিল। মিছিমি অনিৰ লগত থকা হলে বহুত ভাল লাগিল হয়।।
new frnd holu back please 😭
@@newdipika6963 thank you
@@mainugogoi7387 back diba
Miss korim bohut all team .thank you rangoni TV anekua val serial aekhon diar babe ❤️
Such a wonderful, amazing and mind blowing serial in Assamese industry. We all need this types of serials and we wish it 🙏🙏🙏😍😍😍
বৰ ভাল লাগিল ধাৰাবাহিকখন চাই ।আগলৈ এনেকোৱা ধাৰাবাহিক চাবলৈ পোৱাৰ আশা থাকিল ।ৰেঙনি চেনেৰেলৈ অশেষ ধন্যবাদ ।
সচা কৈ আজি খণ্ড টো অন্তৰ চুই গ'ল।। বহুত বহুত ধন্যবাদ থাকিল সকলো লৈ 😍😍😍😍 আশা কৰো আগলৈও যেন এনেকুৱা সুন্দৰ সুন্দৰ ধাৰাবাহিক দেখিবলৈ পাম তাৰে কামনা কৰিলোঁ ❤️❤️❤️❤️❤️❤️❤️
So...... Miss u all 😂😂
...... love you ❤️❤️
Bhut vl lagisil serial khon sai...ata episode o miss kora nasilu...beya lagibo bhut...
আপোনা আপুনি চকুলো ওলাই আহিল। ৰ'ব নোৱাৰিলো। নিখুত অভিনয় আছিল সকলোৰে।
এখন সুন্দৰ বাৰ্তাবাহী ধাৰাবাহিক নেদেখা ফাগুন ৰ আজি অন্তিম খণ্ড চাই আপ্লুত হৈছো । ধাৰাবাহিক খন এদিনৰ বাবে ও নোচোৱাকৈ থকা নাছিলো। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা সুন্দৰ । ভবিষ্যতে ও এনেকুৱা ধৰণৰ সুন্দৰ বাৰ্তাবাহী ধাৰাবাহিক চাবলৈ পোৱাৰ আশা প্ৰকাশ কৰিলো । নেদেখা ফাগুন পৰিয়ালৰ সমূহলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।