বিদায় হেঁপাহৰ ঘৰখন এসোপা মধুৰ স্মৃতিৰ সৈতে🥺

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 พ.ค. 2024

ความคิดเห็น • 440

  • @Nikychutia
    @Nikychutia 26 วันที่ผ่านมา +78

    নজনাকৈয়ে চকুলোঁ নিগৰি আহিল।শেষৰ মূহূত খিনিয়ে চকুৰ পটা পানিৰে আবৰি পেলালে।মাৰ মুখ খনে মন প্ৰাণ কাহি নিলে যেন মই মোৰ আপোন ঘৰ খন হে এৰি যাব উলাইছো। সেই ঘৰ খন মোৰ অচিনাকি আজি লৈকে ওচৰৰ পৰা দেখাও নাই তোমাৰ ভিদেও বোৰটে দেখো।তথাপি মনত একুৰা উটপ জুই জ্বলাৰ দৰে অনুভৱ হৈছে গোটেই মনটো গধূৰ কৰি পেলাইছে।মুৰেই যদি তেনেকুৱা হৈছে তোমালোকৰ মনত এখন ধুমুহাৰ সৃষ্টি হৈছে চাগে।কেনেকৈ সহিব পাৰি বিদায়ৰ বেদেনা কেনেদৰে এৰি যাব পাৰি নিজে সজা সেই আপোন ঘৰ খন।
    বৰ দুখ লাগিছে চকুৰ পানী টুপ টুপ কৈ হৰি পৰিছে।শেষৰ খিনি দেখি নিজকে বুজাব নোৱাৰিলোঁ।
    বহুত বহুত মৰম তুমালোকৰ পৰিয়ালটোলৈ ।
    মোৰ নামটো তোমাৰ video ত লবা ।
    যদি সময়ৰ সোঁতত অলপ মান সময় পোৱা মোৰ লিখনি চোৱা কিবা এটা উত্তৰ দিবা।।
    মৰমৰ ৰিম্পী বা❤️❤️

    • @rimpeephukonmaina399
      @rimpeephukonmaina399  26 วันที่ผ่านมา +6

      Bohut bohut morom tumaloi bor val lagil o

    • @sangeetakalita514
      @sangeetakalita514 25 วันที่ผ่านมา +1

      Bohut baya lagisa nijor ghor Ari oha jan lagisa , tat valkoy thakiba sokolu a ,

    • @AdhunikaSaikia
      @AdhunikaSaikia 25 วันที่ผ่านมา

      Sokupani rokhabo nuarilu

    • @AdhunikaSaikia
      @AdhunikaSaikia 25 วันที่ผ่านมา

      Moiu rokhabo nuarisu sokupani

    • @rakhidutta1334
      @rakhidutta1334 12 วันที่ผ่านมา

      Monor ktha khini koi Dila

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2f 9 วันที่ผ่านมา +4

    বহুত দুখ লাগিল৷এটা ঘৰ বনাই থাকোঁতে ঘৰৰ মানুহজন বা মানুহগৰাকীৰো যথেষ্ট কস্তহয়৷কাৰণ বহুত হেপাঁহত নিজৰ এখন ঘৰ হব৷ এই মনোভাৱটো অন্তাত থাকে৷সচাই মানুহৰ জীৱনবোৰ যে? বহোত কথা ভাবি চিন্তী হেপাঁহৰ ঘৰখন এৰি বেলেগত যাবলগা হয়৷তোমালোকৰো চাগে তেনেকুৱাই হৈছে৷ নতুন ঘৰখনত আটাইকেইজনে ভালে কুশলে থাকা তাৰে কামনা কৰিলোঁ৷

  • @user-yp7fh6dj5d
    @user-yp7fh6dj5d 26 วันที่ผ่านมา +11

    নিজে নিজে।চকুলো বৈ আহিল।নতুন ঘৰৰ বাবে ও শুভেচ্ছা যাচিলো।সদায় পৰিয়ালৰ সকলো ভালা থাকা।এজনে আনজনৰ ছাঁ হৈ থাকা।সুখী হোৱা❤️❤️

    • @shilpineog5833
      @shilpineog5833 26 วันที่ผ่านมา +2

      মইও নিজে‌ নিজে চকুলো বৈ আহিল 😔😔

  • @bivamonikhanikor2042
    @bivamonikhanikor2042 23 วันที่ผ่านมา +4

    সচাই বৰমায়ে যেতিয়া চাবি পাত দিছিল চকু পানী ৰখাব পৰা নাছিলোঁ,,,কিয়নো সকলোযে ঘৰ এখনৰ প্ৰতি কিমান মৰম আবেগ সোমাই থাকে,,,বহুত দুখ লাগিল,,,যেতিয়া কুসুম দিয়ে ও কান্দি দিছিল,,,বৰমা মুখ খন দেখি বেছি বেয়া লাগিছিল কিয়নো বৰমা বহুত কিবাকিবি সোমাই আছে,,বাকী নতুন ঘৰত সুখী হোৱা সকলো,,,আগবাঢ়ি যোৱা সদাই,,,

  • @bhagyaphukan9395
    @bhagyaphukan9395 26 วันที่ผ่านมา +2

    আজি ভিডিঅ' চাই বৰ দুখ লাগিল । নতুন ঘৰখনলৈ আন্তৰিক শুভেচ্ছা জনালোঁ ।

  • @rakhisonowal104
    @rakhisonowal104 25 วันที่ผ่านมา +5

    এখন ঘৰ সম্পূৰ্ণকৈ সজাওতে কিমান কষ্ট হয় আকৌ এখন নতুন ঘৰ সজাবলৈ মানসিকভাৱে কিমান সবল হ'ব লাগিব ।ভাল হওঁক তোমালোকৰ।দুখ লাগিল চাই।কুশলে থাকা সদায়।লগ পাম কেতিয়াবা বাটে-ঘাটে ডিব্ৰুগড়ত❤❤

  • @user-je9gs7rs5q
    @user-je9gs7rs5q 24 วันที่ผ่านมา

    বহুত দুখ লাগিল দেই চকুপানী উলাই গল😢😢😢

  • @kristichutia6411
    @kristichutia6411 25 วันที่ผ่านมา +2

    Hosai rimpee ahibologia protitu homoi hundor houk. Beya loga buli koboloi bohutei beya lagi gol. Nijor ghorkhonor abeg hokoluye buje. Aami hodai tumalukor supporter❤❤❤❤❤

  • @rashmihandique4799
    @rashmihandique4799 26 วันที่ผ่านมา +1

    ৰাতিপুৱাই কান্দি কান্দি বিচনাতে চালো ভিদিও টো। বহুত বহুত দুখ লাগিল দেই। মা আৰু দেউতালৈ বহুত দুখ লাগিল । নিজৰ আপোন ঘৰখন এৰাৰ নিচিনা লাগিছে। বহুত ভাল পাও ঘৰখন । শেষত কিনো লিখিম কেতিয়াবা মাজে মাজে ঘৰখনলৈ জাবা আমাকো দেখা বা। বহুত বহুত মৰম তোমালোকলৈ।❤❤❤

  • @axomiyapakghar2734
    @axomiyapakghar2734 15 วันที่ผ่านมา

    শেষত দুখ লাগিল ❤❤

  • @ruma_s
    @ruma_s 25 วันที่ผ่านมา

    বহুত বেয়া লাগিলে 🥰🥰🥰

  • @pinkimajuli8143
    @pinkimajuli8143 26 วันที่ผ่านมา +9

    শেষৰ সময় খিনি চাই কান্দি দিলোঁ 😢বেয়া লাগিল ❤যি নহওঁক পুৰণি বোৰ সদায় স্মৃতি হৈ ৰব ,নতুন ঘৰ খন আকৌ সজাই তুলিব । ভাল হওঁক আপোনালোকৰ❤❤😢

  • @user-wv7qh3pf5o
    @user-wv7qh3pf5o 26 วันที่ผ่านมา +2

    Video to sai bohot emotional hoi golu.. ghor khonor sabe to jatia notun manugorakik disel hei homoi khinet soku pani nigore ahile oo... Atia tumaluk hokolua akeloge hukhot thaka tai kamona korisu..♥️

  • @puspakalita254
    @puspakalita254 14 วันที่ผ่านมา

    বহুত দুখ লাগিল ভিদিঅতো চাই

  • @mdanish6101
    @mdanish6101 26 วันที่ผ่านมา +2

    Tumalukor konda dekhi moiu eman ke kandilu nohoi ki Kom aru bohut beya lagise love from jharkhand ❤❤❤❤❤❤❤

  • @padmadutta3158
    @padmadutta3158 25 วันที่ผ่านมา

    বহুত দুখ লাগিল

  • @r.hazarika9231
    @r.hazarika9231 26 วันที่ผ่านมา +5

    মাৰ্ঘেৰিটাৰ ঘৰখনলৈ বহুত মনত পৰিব, বহুত ভাল লাগিছিল, উপায় নাই যাবই লাগিব, নতুন ঘৰ খন সম্পূৰ্ণ হওঁক সোনকালে তাৰেই কামনা কৰিলোঁ ❤️

  • @parinitadekaraja
    @parinitadekaraja 25 วันที่ผ่านมา

    শেষত বৰ দুখ লাগিল

  • @asomiyabowarikabita3292
    @asomiyabowarikabita3292 12 วันที่ผ่านมา +1

    সচাকৈ চকু পানী ওলাই গল ❤❤নিজে সাজি লোৱা ঘৰখন এৰি যাবলৈ খুবেই বেয়া লাগে

  • @user-vy3ws8zz7h
    @user-vy3ws8zz7h 26 วันที่ผ่านมา

    বা বহুত দুখ লাগিল 😢😢

  • @kritanjalibharali6205
    @kritanjalibharali6205 26 วันที่ผ่านมา

    Video tu sai emotional hoi golu🥺vale thaka❣️

  • @bonsikhabasumatari8513
    @bonsikhabasumatari8513 24 วันที่ผ่านมา

    Tumaluk jati hdi akelogi thaka gutei poriyal tu...tumalukor mongol houk..hukhi huwa hdi...
    Lot's of love 😚...
    Mon bya nkriba...atya toh sobei ake loge thkiba.

  • @champatamuly3922
    @champatamuly3922 12 วันที่ผ่านมา

    বহুত বেয়া লাগিল । নতুন ঘৰখনলৈ আমাৰ আশীৰ্বাদ থাকিল আৰু দেখা পাম নিশ্চয় নতুন ঘৰখন।

  • @user-xl5sq1qt5p
    @user-xl5sq1qt5p 17 วันที่ผ่านมา

    Bhut beya lagil baa soku pani rokhaboi nowarilu ❤❤

  • @jotismitabaishya4367
    @jotismitabaishya4367 26 วันที่ผ่านมา +1

    Cute ba jni 😘

  • @baruahjayantaofficialboy4175
    @baruahjayantaofficialboy4175 26 วันที่ผ่านมา +3

    ঘৰ খনলৈ মনত পৰিব 😢❤

  • @user-wp4ik4hf4l
    @user-wp4ik4hf4l 26 วันที่ผ่านมา

    Tumr video bur sai bhut bhal lge ..imn morom ❤❤❤khsai vl lge .

  • @ninamoni.ninamoni.8837
    @ninamoni.ninamoni.8837 26 วันที่ผ่านมา

    Xosay baaa bht bya lagil

  • @jinasameen9431
    @jinasameen9431 26 วันที่ผ่านมา +5

    Bhut dukh lagil 😭 sokur Pani rokhab nuwarilu hodai vale thakha hokolu..😢

  • @MintuDas-zd4nz
    @MintuDas-zd4nz 25 วันที่ผ่านมา +2

    Boya lagise bhute baa ari gola aji ghrr khon morom or kiman dukh lage morom or ❤😢🥺

  • @user-cw9yn4cs9p
    @user-cw9yn4cs9p 26 วันที่ผ่านมา

    Bohut dukh lagile 😢 hodai vale thakha tumaluke..

  • @munundchiranjibvlog1911
    @munundchiranjibvlog1911 26 วันที่ผ่านมา +5

    সঁচাকৈ বৰ দুখ লাগিছে খেশৰ সময় খিনি কুসুম দিদি কাঁন্দুতে মোৰ চকু পানী ওলাই গল 😢

  • @comedywithrakhi
    @comedywithrakhi 26 วันที่ผ่านมา +2

    Xexot sokur pani ulal.....xosake ghorkhn aribo karu mn najai.....jimaney dangor mahal kio nobonau pst 1st ghorkhn aratu bht kostokor.ghor akhn janu eman hohoze hojai lobo pari ....kiman j ki xumai thake akhn ghrt xosakey💓eta balire ghrkhn boni jai kintu xai j xojai lua ghrkh ako patibo jaute bor besi xomoy lage no ........jiey nhouk vale thaka notun ghr notun thai xuvessa jonalu dai😍😍😍😍

  • @user-on2sk4bx4n
    @user-on2sk4bx4n 25 วันที่ผ่านมา

    Hosakoi baa kusum didie kandutei muru bohut beya lagil

  • @nirugogoi6478
    @nirugogoi6478 26 วันที่ผ่านมา

    সঁচাকৈয়ে মাইনা বৰ দুখ লাগিল....একেবাৰে‌ প্ৰথমৰ পৰা তোমাৰ ভিদিও চাইছো কিবা আপোন আপোন লাগে ঘৰখন🥺,যদিও বা তোমাৰ ঘৰখনলৈ এদিনো গৈ পোৱা নাই....বহুত ভাললাগে তোমালোকৰ পৰিয়ালৰ সকলোকে মনত পৰিব আমাৰো ঘৰখনলৈ🥺

  • @chinmoyeebaruahsumu2333
    @chinmoyeebaruahsumu2333 25 วันที่ผ่านมา

    সঁচাকৈ মোৰো বহুত দুখ লাগিছে

  • @mouchumidaimaryrabhavlog290
    @mouchumidaimaryrabhavlog290 26 วันที่ผ่านมา +2

    🥺😥😥😥😥 bohut emotional hoi golu bormaak konda dekhi soku pani boi ahil hosakoi😥🥺

  • @himakshideka2955
    @himakshideka2955 16 วันที่ผ่านมา

    Sdai vla thka tumalok❤nvbake skupani olal

  • @bhrigudeka9342
    @bhrigudeka9342 24 วันที่ผ่านมา

    Bhut Bea lgise baa❤

  • @LizaTamuly
    @LizaTamuly 26 วันที่ผ่านมา

    Bohut emotional hoi glu hske bohut kosto eman kostot akhn ghr hojai tule hai ghr khn ari oha2 bohut kostokor dukh nkriba 😢❤

  • @priyakhiboiragi
    @priyakhiboiragi 26 วันที่ผ่านมา +1

    Akhn ghr ari anakhn ghrla jua dukh2 kunu dukhtka km nhoi....jenedore ajni suwali bia hoi akhn ghror pora ankhn ghrla ahila jnkua dukh hoi tumalukr maa htr u hnkua a dukh hoisa mnt......baki notun ghrt hokolu hukhot thkok❤❤❤

  • @Joonak256
    @Joonak256 24 วันที่ผ่านมา

    শেষৰ খিনি চাই, নকন্দাকৈ চাগৈ কোনো নাই❤

  • @moramideka2750
    @moramideka2750 26 วันที่ผ่านมา

    Hosake aji olp bya lgil video tu sai❤

  • @shyamnewae3318
    @shyamnewae3318 26 วันที่ผ่านมา

    hosakoi aaji soku pani rokhabo poranai ....❤❤

  • @chayanikagogoi4511
    @chayanikagogoi4511 26 วันที่ผ่านมา

    Bor asorit muhutro dei video tu Sai je sokupani rokhaboi nuwarilu dei , borma borta aru tumaluk hodai hustho hoi thaka tare kamona aru atia hoja ghorkhon dekhuaba maje maje ❤❤❤

  • @ManimaKalita-rn3kx
    @ManimaKalita-rn3kx 25 วันที่ผ่านมา

    Bohut dukh lagil video to sai.. Valkoi thakiba ba new ghorot

  • @munmiphukon4393
    @munmiphukon4393 26 วันที่ผ่านมา

    Hosakoi bohut dukh lagil sai😢, Maa k aru kusum didi ye konda dekhi roi thakibo nuwarilu 😢🥰

  • @user-ek7ui5rv2h
    @user-ek7ui5rv2h 23 วันที่ผ่านมา +1

    Bohut bea lagil o maina hodai valke thakiba❤

  • @dhiramonikalita555
    @dhiramonikalita555 12 วันที่ผ่านมา

    First time watching ur videos... Lov it❤❤

  • @babitakalita804
    @babitakalita804 26 วันที่ผ่านมา

    Xosai bhut dukh lgise sokur r pani ulai gol video2 sai😢😢

  • @anjaliborah4614
    @anjaliborah4614 10 วันที่ผ่านมา

    কান্দি গলো দেই ।অলপ দিনৰ পাছত আমাৰো এই সময় আহি পাবহি ।বহুত দুখ লাগিল দেখি ও ভাবি ।

  • @surabhisharma5586
    @surabhisharma5586 26 วันที่ผ่านมา

    Aku nai kiba ata pabole kiba ata heruaboi lagibo..asha koru anagoto din bur eyatkoiu val hoi...best wishes ❤️❤️

  • @Shilpee_shorts
    @Shilpee_shorts 26 วันที่ผ่านมา

    Miss krim baa ghr khn ❤

  • @BornaliGogoi-fq2ki
    @BornaliGogoi-fq2ki 24 วันที่ผ่านมา

    Bohut dukh lagil video tu sai hosakoiye nijor hepahor ghorkhon ari aha tu bor koshtra, hodai vale thaka log pam ketiaba

  • @rimasaikia4068
    @rimasaikia4068 20 วันที่ผ่านมา

    চাই বৰ বেয়া লাগিলে😂❤❤

  • @sharganandagogoi
    @sharganandagogoi วันที่ผ่านมา

    Bohut dukh lagil video tu Sai , bohut kandilu

  • @mousumikakati6328
    @mousumikakati6328 23 วันที่ผ่านมา +1

    শিল , বালিৰ পৰা আৰম্ভ কৰি প্ৰতিটো সৰু সৰু বস্তুুত যে আটাইৰে কিমান কষ্ট আছে ঘৰটো সম্পূৰ্ণ হোৱালৈ তাৰপিছত হেঁপাহেৰে ঘৰটো সজোৱালৈ
    উফ😢 এতিয়া ঘৰটো আনৰ হাতত এৰি থৈ যোৱা কষ্টবোৰ চকুপানী ৰূপত আটাইৰৈ মুখত দেখি খুব দুখ লাগিছে😢
    এতিয়া আকৌ এখন হেঁপাহেৰে মধুৰ ঘৰ সাজক❤ ভগৱানে আটাইকে কুশলে ৰাখক🌻বহুতততত মৰম❤
    লগতে Kusum dii লৈ ও বহুত মৰম❤ কুশলে থাকক❤

  • @digantahazarika1631
    @digantahazarika1631 25 วันที่ผ่านมา

    বহুত বেয়া লাগিলে

  • @dipshikhadutta5126
    @dipshikhadutta5126 26 วันที่ผ่านมา

    সঁচাকৈ মনটো বেয়া লাগিল😢

  • @AryushJunu
    @AryushJunu 25 วันที่ผ่านมา

    বৰ দুখ লাগিলে ও

  • @Trishnadas3925
    @Trishnadas3925 26 วันที่ผ่านมา

    Dukh lgil Baidu vdo tu sai

  • @NabanitaKumar-ev3sf
    @NabanitaKumar-ev3sf 26 วันที่ผ่านมา

    Xasake Bea lgi gol ba 😢❤

  • @pompiduwarah3590
    @pompiduwarah3590 18 วันที่ผ่านมา

    শেষৰ খিনি য়ে চকুৰ পানী উলিয়াই দিলে😌😌😌😭দুখ লাগি গল

  • @Divyaandkaushikvlogsrecipe4127
    @Divyaandkaushikvlogsrecipe4127 24 วันที่ผ่านมา +3

    মনটো দূখ লাগিল ❤️ পৰিম্মিতা বা আৰু আদিতি বহুত মিচি কৰিব । দেওবাৰৰ সপ্তাহতে আইতা ককা ঘৰৰ যাই এতিয়া দূৰ হ'ব 😢

  • @rohitrakheevlogs
    @rohitrakheevlogs 18 วันที่ผ่านมา

    Rimpi ba moi 2mar video বহু দিনৰ আগৰ পৰাই চাওঁ kin2 কমেন্ত নকৰোঁ।মইও ডিমৌ কলেজ তে পঢ়িছিলোঁ।শেষলৈ বহুত দুখ লাগিছিল চকু পানী ৰখাব নোৱাৰিলোঁ। মাজে মাজে গৈ থাকিব দে পুৰণি ঘৰ লৈ।2মাৰ লগত সংগীতা যে বেজপথৰ তাই ঘৰৰ ওচৰতে মোৰ।আজি বহুত বেছি দুখ লাগিলে comment নকৰাকৈ থাকিব নোৱাৰিলোঁ।best of luck, নতুন ঘৰত ভালকৈ থাকিবা।

  • @jakhashyaphukan8938
    @jakhashyaphukan8938 26 วันที่ผ่านมา

    Hosai video sai vl lagil .last kandi golu bohut bea lagila...

  • @monjuritd8703
    @monjuritd8703 26 วันที่ผ่านมา +1

    Bht bea lgil baa ai video to Sai

  • @user-oe1gh4zb2o
    @user-oe1gh4zb2o 26 วันที่ผ่านมา

    Vdo Tu sai bohut dukh lgil. Sai thakute sokupani ulai gol.. Apunalukor kiman dukh lgise anubhav kribo prisu.

  • @joyashreetalukdar2883
    @joyashreetalukdar2883 20 วันที่ผ่านมา

    Tumar video sai muru sokupani rokhabo ni para...bhale thaka tumalok...Aguai jua...

  • @vailinasonowal1887
    @vailinasonowal1887 26 วันที่ผ่านมา

    Bohut kandilu bohut bya lagil

  • @anjuchetry8927
    @anjuchetry8927 24 วันที่ผ่านมา

    Hosakoo bht dukh lgil soku Pani ulai gol😢

  • @roshmiMvlogs7941
    @roshmiMvlogs7941 23 วันที่ผ่านมา

    Video2 sai thakute .. hekhor muhurtot kenekoi sokulu bagoril gomoke napalu .. ontor sui gol .. kusum didi r tumalukr proti thoka mrm dekhi ru.. ma r sokujuri sai ... Nijor ma a jen kosto paise dore buku kopi gol ..
    Hepahor ghrr khon arar kosto ami u onuvob krisu .. rimpi ..
    Mrm aru ofuronto val puwa tumalukr poriyal tuloi ..❤❤

  • @paporisaikia4271
    @paporisaikia4271 24 วันที่ผ่านมา

    Bhut bya lgi gol ba... Hakhor homoi khini ja aioo 😢...

  • @nikumonimechborah9679
    @nikumonimechborah9679 23 วันที่ผ่านมา

    Hosakoi ba bht dukh lgil.. nijor ghorkhn bht hepahor hoi😢

  • @lachuboruah6360
    @lachuboruah6360 24 วันที่ผ่านมา

    😢তোমালোকক প্ৰত্যেক্ষভাৱে আজিলৈকে লগ পোৱা নাই,কিন্তু চকুপানীবোৰ নিজে নিজে ওলাই আহিল..সঁচাকৈ নিজে সজাই লোৱা ঘৰখন এৰি যোৱাটো বৰ কষ্টকৰ😢সকলোৱে নতুন ঘৰখনত সুখেৰে থাকা ..

  • @PurabiThakuria-jj3vs
    @PurabiThakuria-jj3vs 4 วันที่ผ่านมา

    Baa🥰 video to sai o bohut dekhu lgily 🥲

  • @HorokhiPhukan
    @HorokhiPhukan 25 วันที่ผ่านมา

    Hosakoi hekholoi nije sokur Pani ulai ahil bhaldore thkiba dei maina baa tumalukor ghr khon hukhor houk agoloi 🥰

  • @popidevi9430
    @popidevi9430 26 วันที่ผ่านมา

    Xosai bhht besi dukh lagil soku pani ulai gol🥲 bhht Miss korim ghrkhn

  • @jugashreeborchetia8319
    @jugashreeborchetia8319 26 วันที่ผ่านมา

    Uffff... Cmnt 2 likha agt okomn roi loisu... Aku hobdoi uluwa nai.. Kimn j bukukhn bikhaise njnu.. Sokur pni ye bat nedekha hoise.. Mi ai2 situation puwa nai kin2 ane lgse jen mur lgt he hoi ase.. 2mluk dekhi dekhi ye apun hoi porila j hoi2 heibbe... Aku nai Poristiri r lgt hokolu ye hat milai solibo lgbo... Hekht bht mrm❤❤❤

  • @simashreeneog4116
    @simashreeneog4116 7 วันที่ผ่านมา

    শেষৰফালে চকুলো সামৰিব নোৱাৰিলোগে😢

  • @binitaphukon2952
    @binitaphukon2952 24 วันที่ผ่านมา +1

    Video tu sai hosai bohut val lgela,,,lastot bohut dukh lgela nokondakoi thakibo niwarelu,,,kusum bai emn kandisa hosai emn mrm apunalukoloi

  • @bandanabaruah5603
    @bandanabaruah5603 25 วันที่ผ่านมา

    😢😢😢😢 একো কব নোৱাৰো আৰু বহুত বেয়া লাগিছে নকান্দি নোৱাৰিলোঁ

  • @gitanjaligogoi4708
    @gitanjaligogoi4708 26 วันที่ผ่านมา +3

    সচাকৈ মনটো বৰ দুখ লাগিল কব নোৱাৰাকৈয়ে চকুপানী ওলাই গল

  • @pompidutta4326
    @pompidutta4326 12 วันที่ผ่านมา

    ভিডিঅ'তো বহুত দিনৰ মূৰত চালো বৰ দুখ লাগিল অ ৰিমপি 😢😢 কিছুমান অসুবিধাৰ কাৰনে চোৱা নাছিলো 😢😢

  • @ananditar1854
    @ananditar1854 26 วันที่ผ่านมา +1

    Bohut basi dukh lagele soku pani rokhabo pora nai video 2 sai 😢😢😢

  • @Niharika369
    @Niharika369 26 วันที่ผ่านมา +3

    Roi asilu ai2 video r babe

  • @priyankavlogs707
    @priyankavlogs707 26 วันที่ผ่านมา +1

    Hoi dia bht dux lge mur soku pni ulai goise sai pine😢😢😢😢❤

  • @popibhuyan1871
    @popibhuyan1871 25 วันที่ผ่านมา

    Bhut dukh lgise dei

  • @trishnasaikia4472
    @trishnasaikia4472 26 วันที่ผ่านมา

    Bhut dukh lgil😭😭😭😭

  • @parinaborah5981
    @parinaborah5981 26 วันที่ผ่านมา

    Bor dukhor xomoy dei..iman dhuniyake ghor ekhon pati anok gotai diyatu kom dukhor kothane..😢kandi goluge dei..

  • @dalimiray958
    @dalimiray958 26 วันที่ผ่านมา

    First like and first cmnt plz rply❤

  • @user-ic2be2ip7x
    @user-ic2be2ip7x 20 วันที่ผ่านมา +2

    Maai sage besi dukh korise mukh khn dekhilei gom pua goise iman bosor nijr ghr khnt thaki agi belegok ari thoi jua2 kiman dukh lage bujai he bujibo notun koi akhn ghr hajileu ai khn ghr khnr ismity bur a beleg 😢

  • @user-pd9nl6to8h
    @user-pd9nl6to8h 25 วันที่ผ่านมา

    Emotional hoi golu

  • @PapitaraThakuria
    @PapitaraThakuria 26 วันที่ผ่านมา

    O baa moi a emotional hoi goisu

  • @dinakalita5477
    @dinakalita5477 23 วันที่ผ่านมา

    বহুত কন্দিলো দেই

  • @Kangkanaoffical2255
    @Kangkanaoffical2255 26 วันที่ผ่านมา

    Tumar j juronr Kapur jor baa Moro ase same ❤❤❤❤ love from Goalpara 😚❤️ tmr video mi haidai toii thaku sabo 😊😊

  • @linabora1077
    @linabora1077 26 วันที่ผ่านมา

    Kusum didile baya lagise eman kandise

  • @himashreedaskalita3536
    @himashreedaskalita3536 22 วันที่ผ่านมา

    😢 bahut dukh lagil

  • @bhagyashreeentertainment933
    @bhagyashreeentertainment933 26 วันที่ผ่านมา

    😭Bea lagil dukh lagise video tu sai

  • @rupanjoliborah1673
    @rupanjoliborah1673 26 วันที่ผ่านมา

    Bohut dukh lagil 😭😭😭