আমাৰ থলুৱা ভাত পিঠা ,নাঙল ধোৱা পিঠা আৰু ভাপত দিয়া পিঠাৰ প্ৰস্তুতি । Our Traditional dishes |

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ต.ค. 2024
  • অসমৰ বিভিন্ন ঠাইত খেতি উঠাৰ পাছত ভাত পিঠা , নাঙল ধোৱা পিঠা আৰু ভাপত দিয়া পিঠা বনোৱা প্ৰথা চলি আহিছে । বিশ্বাস কৰা হয় যে এই পিঠা খালে খেতিয়কৰ ভাগৰ, গা বিষ আদিবোৰ পাতল হয় । বহুতো ঠাইত ভাদ মাহত যি বিলাক লৰা ছোৱালী জন্ম হয় তেওঁলোকক এই পিঠা খুওৱা হয়। এই পিঠা গাখীৰ ,দৈ, গুৰৰ লগত খোৱাৰ লগতে মাংসৰ লগতো বহুতো ঠাইত খোৱা হয়। আজি এই পবিত্ৰ ভাদ মাহত এই পিঠা কেইটা বনোৱা পদ্ধতি আপোনালোকৰ আগত দাঙি ধৰিছো। কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰি দিয়ে যেন ।
    We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
    We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
    with love from Amar Gaon
    আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
    আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
    মৰমেৰে "আমাৰ গাঁও"
    Our Facebook link- / amargaon12
    Our Instagram link- ...
    Watch all my videos - / @amargaon3296
    some other videos.....
    Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
    *The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
    *A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
    *A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
    #villagelifestyle #villagecooking #ethnicfood #amargaon #villagekitchen

ความคิดเห็น • 578

  • @mikealpran5697
    @mikealpran5697 2 ปีที่แล้ว +2

    সচাই মানিব লাগিব আপোনাক বাইদেউ ইমান ধুনীয়া উপস্থাপন।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @hiramahanta2667
    @hiramahanta2667 2 ปีที่แล้ว +2

    Dekhi khaboloi mn gol. Br dhuniyakoi bonaise🥰🥰🥰

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      🙏🙏🙏🧡🧡🧡

  • @pranabgogoi9706
    @pranabgogoi9706 2 ปีที่แล้ว +1

    বহুত ধুনীয়া বাইদেউ l

  • @dibyajyotidas8843
    @dibyajyotidas8843 2 ปีที่แล้ว +6

    বহুত বহুত সুন্দৰ ভিডিও আৰু খাদ্য প্রণালী 👌

  • @uttamutttam8384
    @uttamutttam8384 2 ปีที่แล้ว +2

    বাইদেউ আপোনাৰ ভিডিও সকলোবোৰ চালো বহুত ধুনীয়া লাগিছে বাইদেউ আপোনাৰ ঘৰৰ

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      অশেষ ধন্যবাদ জ্ঞাপন কৰিছো

  • @gitimonidas8949
    @gitimonidas8949 2 ปีที่แล้ว +1

    নাঙল ধোৱা পিঠাৰ বাহিৰে বাকী দুটা পিঠা আজি প্ৰথম দেখিছো । ভাল লাগিল ।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      অশেষ ধন্যবাদ জ্ঞাপন কৰিছো

  • @assamesevlogjuri6675
    @assamesevlogjuri6675 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল পিঠা বিলাক ধুনীয়াকৈ বনালা

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      👍👍🙏💕💕🙏🙏🙏🙏

  • @babisvlogs2467
    @babisvlogs2467 2 ปีที่แล้ว +1

    Khub dhuniya hoise pitha.love from sorbhog.

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      🙏🙏🧡🧡💕💕💕💕💕💕

  • @paporichangmaigogoi1333
    @paporichangmaigogoi1333 2 ปีที่แล้ว +2

    Noba projonmoi hikibologiya khadya pronali. Val lagil.

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Dhanyawad apunaloi 🙏🧡

  • @lakhymonipatra7356
    @lakhymonipatra7356 2 ปีที่แล้ว +2

    Video sai Val laga

  • @pridejorhat4261
    @pridejorhat4261 2 ปีที่แล้ว +2

    সুন্দৰ অতি সুন্দৰ, আমাৰ থলুৱা ভাবে প্ৰস্তুত কৰা এই বিলাক খাদ্যৰ সোৱাদেই সুকীয়া, খুব ভাল লাগিল ভিডিঅটো চাই।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Dhanyawad apunaloi 🙏🧡🙏

  • @cartoonassam2866
    @cartoonassam2866 2 ปีที่แล้ว +3

    ধুনীয়া লাগিছে 👌🥰♥️😇😇♥️👍

  • @deepabora1865
    @deepabora1865 2 ปีที่แล้ว +6

    ভাত পিঠা বনোৱা চাই বৰ ভাল লাগিল ❤️ থলুৱা খাদ্য প্ৰণালী বোৰ দেখি মুগ্ধ হৈ পৰিছো

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Dhanyawad apunaloi 🙏🧡

  • @usharanibora6664
    @usharanibora6664 2 ปีที่แล้ว +3

    বহুত ধুনীয়া হৈছে। পিঠা দেখি খাবলে মন গৈছে।

    • @nehaslifens7705
      @nehaslifens7705 2 ปีที่แล้ว

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo ❤️ apunalukr support lge

  • @ruprekhaagnibora5414
    @ruprekhaagnibora5414 2 ปีที่แล้ว +1

    বৰ ভাল লাগিছে ভাত পিঠা।

  • @b.g168vlogs6
    @b.g168vlogs6 2 ปีที่แล้ว +2

    বহুত ভাল লাগে video বোৰ চাই,❤️❤️❤️

  • @quineephukan9773
    @quineephukan9773 2 ปีที่แล้ว +1

    খুব ভাল লাগিল ভিদিঅটো চাই।

  • @anamikabaruah5928
    @anamikabaruah5928 2 ปีที่แล้ว +2

    Vl lage apunalukor video bur sai....ai pitha kaitar bikhoye jona nasilu notun koi janibo pai vl lagil ❤️✨

  • @antarafoodlover77
    @antarafoodlover77 2 ปีที่แล้ว +9

    ইমান ধুনীয়াকৈ সকলোবোৰ দেখাই, চালে চায় থাকিবলৈ মন জায়, ভাত পিঠা বনোৱা আজি হে দেখালো ভাল লাগিল।।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      Thankyou so much 💕🙏

  • @lianbaruah4771
    @lianbaruah4771 2 ปีที่แล้ว +2

    Love❤from Singapore bohut Dhuniya video

  • @junalichutia2202
    @junalichutia2202 2 ปีที่แล้ว +2

    Bor val lagil dei

  • @himakshineog3080
    @himakshineog3080 2 ปีที่แล้ว +1

    খুউব সুন্দৰ , ভাল লাগিল দেই। এনেবোৰ খাদ্য খোৱাৰ সৌভাগ্য আমাৰ নাই

  • @bijulidas6891
    @bijulidas6891 2 ปีที่แล้ว +2

    Khub khundor lagil sai... Baideu aru next video loy opexa korilu..

  • @smritiburagohain6738
    @smritiburagohain6738 2 ปีที่แล้ว +1

    ইমান dhuniakoi video tu korise apuni। Aji 1st salu bht bht lvl lgil

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ জনাইছোঁ

  • @projwalitasaikia1786
    @projwalitasaikia1786 2 ปีที่แล้ว +2

    Bht bhal lagil.apunar paakghartu dekhile mur maar pakghartu aru harukaaltu bht manat pare

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ আপোনালৈ ,আমাৰ video টোৱে আপোনাৰ মধুৰ স্মৃতিক সজীৱ কৰিছে বুলি জানি অতি সুখী হৈছোঁ

  • @rashmibora2076
    @rashmibora2076 2 ปีที่แล้ว +2

    ভাল লাগিল ভাত পিঠা খাই পোৱা নাই আজিহে দেখা পালো বনাম এদিন

  • @tapubrotasonowal2537
    @tapubrotasonowal2537 2 ปีที่แล้ว +1

    Apurbo hoixe

  • @mantudas2475
    @mantudas2475 2 ปีที่แล้ว +2

    Moi khodai koi a thaku...asom r best you tube channel...

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Thanks a lot 🧡👍👍🙏🙏

  • @mrinmoyeephukan8514
    @mrinmoyeephukan8514 2 ปีที่แล้ว +4

    বহুত বহুত ধন্যবাদ ইমান সুন্দৰ খাদ্য সম্ভাৰ দেখুৱাৰ বাবে

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      অশেষ ধন্যবাদ আমালৈ এনে উৎসাহ ভৰা comment পঠিওৱাৰ বাবে

  • @sangitaskitchenvlogs4409
    @sangitaskitchenvlogs4409 2 ปีที่แล้ว +2

    Apunar video sai bohut bohut val lage

  • @gitikahaloi4725
    @gitikahaloi4725 2 ปีที่แล้ว +2

    হঠাতে আপোনাৰ চেনেলটোত চকু পৰিল ... আপ্লুত হ'লো ভি.ডি.অ' চাই ... এই নিভাঁজ ধাৰণাটোৰ বাবে আপোনালোকক শলাগিছোঁ 🙏 ... এনেকৈয়ে বনাই থাকিব ভি.ডি.অ' সমূহ ... আগুৱাই যাওঁক , অলেখ শুভকামনা জনালোঁ ।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @madhusmitasrecipecornerandvlog
    @madhusmitasrecipecornerandvlog 2 ปีที่แล้ว +5

    Wow..eman dhuniya hoise 👌👌

  • @simplelifewithasimplegirl7852
    @simplelifewithasimplegirl7852 2 ปีที่แล้ว +3

    বহুত ধুনীয়া লাগিলে দেই,আমাৰ অসমীয়া আহাৰ।👍👌👌👌

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      🧡🧡❤️❤️🙏🙏🙏🙏

  • @benudharmoran7623
    @benudharmoran7623 2 ปีที่แล้ว +17

    Thank you for showcasing our rich culture.. And the cinemetography is absolutely brilliant

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      Thankyou so so much 💕🙏 heartity

    • @BIPLABDAS-uw3vi
      @BIPLABDAS-uw3vi ปีที่แล้ว

      Ooooooooooooooooooo

  • @bondorobasomia8584
    @bondorobasomia8584 2 ปีที่แล้ว +1

    সুন্দৰ ৷অতি সুন্দৰ

  • @deepmaladevi3809
    @deepmaladevi3809 2 ปีที่แล้ว +2

    dhanyabaad baido ,aji moi apunar channel karone jibonot pratham bar nangol pitha dekha palu.

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      💕💕💕💕🙏🙏🙏🙏🙏

  • @anantarajkhowa6613
    @anantarajkhowa6613 2 ปีที่แล้ว +2

    বহুত দিনৰ পিছত আজি ভাত পিঠা দেখি পাইছোঁ খাবলৈ মন গৈছে ।ভাল লাগিলে vlg টো চাই

  • @dalidasasomiya7029
    @dalidasasomiya7029 2 ปีที่แล้ว +2

    Nice vedio val lagil tmar video sai khosake morm jasilu ❤️

  • @bijoyborua1334
    @bijoyborua1334 2 ปีที่แล้ว +1

    Bohut val lage moi hodai saw ata video ajeloike miss naikora

  • @priyankagogoi5159
    @priyankagogoi5159 2 ปีที่แล้ว +2

    notun kiba ata hikibo parishuu baa bhal lagil bohut🥰🥰🥰❤❤❤

  • @axomiyasuwalidhunu8632
    @axomiyasuwalidhunu8632 2 ปีที่แล้ว +1

    Br dhunia lagise khab mn goise

  • @dear_zindegi2020
    @dear_zindegi2020 2 ปีที่แล้ว +6

    'AMAR GAON' এই গোটেই concept টোৰ আঁৰৰ প্ৰতিগৰাকী ব্যক্তিলৈ ধন্যবাদ। এনেকুৱা সুন্দৰ সুন্দৰ content বোৰে বেলেগ এখন পৃথিৱীলৈ আমাক লৈ যায়। সোঁৱৰণী হৈ পৰা বহু কথা, বহু বস্তু আপোনালোকৰ জৰিয়তে আকৌ সজীৱ হৈ উঠিছে দুচকুত। পৰম্পৰাগত খাদ্য সমূহৰ লগতে সেইখিনিৰ লগত জড়িত সৰু বৰ সকলো কাম খুটি নাটি মাৰি দেখুৱাৰ বাবে বেছি সুখী হৈছো। কেমেৰাৰ আগত সদায় ৰন্ধা বঢ়া কৰা বাইদেউগৰাকীক বহুত বেছি ভাল লাগে এইবাবেই তেওঁ পৰিপাটি সাধাৰণ সাজ, নাৰিকলটো নিজে কাটি গুচোৱাৰ পৰা মাছ মাৰি বছা কুচা কৰালৈ কামবিলাকত নিপুন। মুঠতে u guys are awesome.. 👍👍

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      আপোনাৰ সুন্দৰ comment টোৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো, এনে ধৰণৰ comment এ মনলৈ উৎসাহ আৰু প্ৰেৰণা যোগায় নতুন নতুন কাম কৰি যাবলৈ।

  • @hemantaphukan5933
    @hemantaphukan5933 2 ปีที่แล้ว +3

    Iman tasty iman dhunia ke bonaise

  • @patraentertainment5111
    @patraentertainment5111 2 ปีที่แล้ว +2

    Bhut bhl lge apna vedios xai .I hope apni aru dhuniya vedios bnai jai jate .

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Bahut bahut dhanyawad 🧡🧡🙏🙏🙏

  • @purabiphukon2724
    @purabiphukon2724 2 ปีที่แล้ว +3

    দেখি বহুত ভাল লাগিল বাইদেউ। খান মন গৈছে।

  • @trishnaslife353
    @trishnaslife353 2 ปีที่แล้ว +2

    Mur manuhjon r ghort bhat pitha khai bhado mahot ru mur deutar ghorot nagol dhua pitha khai... Mur kintu priyo nagol dhua pitha... Uff kiman j smriti humai ase ei nagol dhua pithar logt... Bohut val pao khai...
    Apunaluk k bohut bohut dhoniyobad ei porompora bur dekhuar babe... Mon Tu val lagi gol ❤❤❤🙏🙏🙏🙏🙏🙏🙏

    • @YogaTherapyAssam
      @YogaTherapyAssam 2 ปีที่แล้ว

      হয় ঠিকেই কৈছে দেই
      #YogaTherapyAssam

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      ধন্যবাদ আপোনালৈ ,আমাৰ video টোৱে আপোনাৰ মধুৰ স্মৃতিক সজীৱ কৰিছে বুলি জানি অতি সুখী হৈছোঁ

  • @rajashreeandmou
    @rajashreeandmou 2 ปีที่แล้ว +2

    একেবাৰে প্ৰথমৰ পৰাই আপোনালোকৰ প্ৰতিটো ভিডিঅ চাই আহিছো ৷প্ৰতিটো ভিডিঅ‘তে আপোনালোকৰ সমগ্ৰ টীমটোৰ যথেষ্ট কষ্ট সোমাই থাকে দেখিলেই বুজিব পৰা যায় ৷ আগলৈও এনেধৰণে অসমীয়াৰ খাদ্যসম্ভাৰসমূহ আগবঢ়াই লৈ যাবলৈ শুভেচ্ছা জনালো ৷খুউব সুন্দৰ❤️

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      অশেষ ধন্যবাদ ইমান মৰম চেনেহ আগবঢ়াই অহা বাবে

  • @khagorikamaina1866
    @khagorikamaina1866 2 ปีที่แล้ว +3

    1sr Time Apunr video saisu aji🥰❤️sai vl lagilah khuriii Apunr Video 🥰

  • @pahi5
    @pahi5 2 ปีที่แล้ว +7

    আপোনাৰ প্ৰত্যেক টো ভিডিঅ' চাও বহুত ভাল লাগে আমাৰ গাওঁৰ দৃশ্য বোৰ ইমান সুন্দৰকৈ দেখুৱাই ❤️ চৰাইদেউ পৰা চাইচো দেই 🥰

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      অশেষ ধন্যবাদ জ্ঞাপন কৰিছো

  • @pakghorthefoodhub7059
    @pakghorthefoodhub7059 2 ปีที่แล้ว +2

    Khub dhuniakoi bonai dekhuwala bonabo try krm 😋👍🙏

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      🧡🧡🙏💕❤️❤️❤️💞🙏🙏

  • @bhubankhanikor4763
    @bhubankhanikor4763 2 ปีที่แล้ว +6

    আমি গাঁৱলীয়া যদিও ভাত পিঠাৰ নাম হে শুনিছো,আজি দেখিবলৈ পাই ভাল লাগিল। আপোনাক বহুত বহুত ধন্যবাদ। এইবিলাক আমাৰ সমাজৰ পৰা হেৰাই যাব ধৰিছে।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +2

      Okhekh dhanyawad gyapon korisu 🙏💕💕💕

  • @tonmoykonwar1948
    @tonmoykonwar1948 2 ปีที่แล้ว +2

    Bohut val lage apunalukor vedio bur sai

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Thankyou so much 💕🙏

  • @bandanadas6561
    @bandanadas6561 2 ปีที่แล้ว +2

    Vat pitha Tu aji 1 st time dekhisu.. Ghort bonam adin... Val lagil video Tu sai...

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Nischoi bonabosun , Val pabo khai

  • @dharitrikalita35
    @dharitrikalita35 2 ปีที่แล้ว +2

    অতি সুন্দৰ ভিডিও । আগলৈ এনেকুৱা ভিডিঅ চাব পাম বুলি আশা কৰিলো। ধন্যবাদ ।❤️❤️

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Thankyou so much 💕🙏

  • @monjitsarma5280
    @monjitsarma5280 2 ปีที่แล้ว +1

    Apunalukor vdo ki kom aru awesome . Roi thaku saboloi . 100k hunkale hobo lage aru.

  • @prasenteron2330
    @prasenteron2330 2 ปีที่แล้ว +2

    Salonit gohi diya pitha pratham dexi val lagil

  • @vlogsofdev1827
    @vlogsofdev1827 2 ปีที่แล้ว +2

    আপোনালোকৰ ঘৰ অসমৰ কোন ঠাইত
    বৰ সুন্দৰকৈ সজাই ভিদিওবিলাক

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Borhat, Charaideo district

  • @iambach2195
    @iambach2195 2 ปีที่แล้ว +8

    Looking at your recipes it is evident that Assamese food is the best and most nutritious

  • @monibora8845
    @monibora8845 2 ปีที่แล้ว +2

    I... Ooo iman dhunia mur apunalukor gao jabaloi mon goise

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      🙏🙏🙏💕💕🧡🧡

  • @parthabaruah3472
    @parthabaruah3472 2 ปีที่แล้ว +2

    সুন্দৰ।এই বিলাক অসমীয়া খাদ্য ৰাইজৰ মাজলৈ লৈ অহাৰ বাবে ধন্য বাদ।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Dhanyawad apunaloi 🙏🧡

  • @sharmilabaishya7740
    @sharmilabaishya7740 2 ปีที่แล้ว +2

    First salo aaponar video.... bahut vaal lagile..

  • @DNvlog1234
    @DNvlog1234 ปีที่แล้ว +1

    Wow dhuniya hoise

  • @nipamonibarman1724
    @nipamonibarman1724 ปีที่แล้ว +1

    Bahut bahut Val lagil ❤

  • @samujjalbargohain7333
    @samujjalbargohain7333 2 ปีที่แล้ว +2

    বাইদেউ আপোনালোকৰ ভিডিঅ' চাই ঘৰলৈ মনত পৰি যায় । বহুত ভাল লাগে । আপোনালোকৰ ঘৰ কোন জেগাত ?

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Dhanyawad gyapon korisu 🙏, Borhat Charaideo district

  • @aristasvlog
    @aristasvlog 2 ปีที่แล้ว +2

    Wow yumm😋😋😋enekua khana khub priyo mur

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      Thankyou so much 💕🙏 tumi iman duror pora hahojug kora babe oti hukhi hoisu , oxomor pora morom jasilu ,

  • @monidas6799
    @monidas6799 2 ปีที่แล้ว

    Video sai aita hotor dinor loi mont pori gol ❤️♥️ bohut val lagise 👌

  • @nirmalidas4551
    @nirmalidas4551 2 ปีที่แล้ว +2

    Khabole mon gol...👌👌👌

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      🙏🙏🙏🙏👍👍👍👍

  • @priyankagogai8665
    @priyankagogai8665 2 ปีที่แล้ว +2

    Bhut bhal lagil thanks

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Dhanyawad apunaloi 🙏🧡

  • @preronaagogoi6247
    @preronaagogoi6247 2 ปีที่แล้ว +1

    নাঙল ধুৱা পিঠা দেখিলে খাব মন যায় 🥰 আপোনালোকক অশেষ ধন্যবাদ আমাৰ সংস্কৃতি টো সকলোৰে আগত পৰিচয় কৰাই দিয়াৰ বাবে । 🥰 নতুন প্ৰজন্ম উপকৃত হ'ব ।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ জনাইছোঁ

  • @bmc5683
    @bmc5683 2 ปีที่แล้ว +1

    Fast time Video salu bhut val lagil🥰

  • @suranjanasaikiaknowar5856
    @suranjanasaikiaknowar5856 2 ปีที่แล้ว +1

    ভাল লগা❤️

  • @himadridas5838
    @himadridas5838 2 ปีที่แล้ว +2

    Amar ghorot khokoloe pitha khai khub val pai baa...Thank u iman dhunia pitha bonai dekhua babe...apuni aru aguai jauk God bless you.

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Thankyou so much 💕🙏

  • @kashmirikoch116
    @kashmirikoch116 2 ปีที่แล้ว +2

    Hundor,Val lagil dei♥️♥️

  • @edits-do4kb
    @edits-do4kb 2 ปีที่แล้ว +2

    Bahut dhuniy. Amaku katiyaba khaboloi matibaa from ghopur dubia

  • @aishwaryal.sharmathakur8656
    @aishwaryal.sharmathakur8656 2 ปีที่แล้ว +2

    আপোনাৰ প্ৰতিটো খণ্ড একোখন উৎকৃষ্ট মানৰ video এনেকুৱা লাগে যেন এখন অসমীয়া চলচ্চিত্ৰ চাই আছোঁ 👌👌 সুন্দৰ photography

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @reetadevibordoloi8580
    @reetadevibordoloi8580 2 ปีที่แล้ว +2

    Bor bhal lagil.

  • @Theallgames575
    @Theallgames575 2 ปีที่แล้ว +1

    Tmr video bur sai bohut vhal lge

  • @luckygogoi6259
    @luckygogoi6259 2 ปีที่แล้ว +2

    apunar video bur sao... bohut val lage.. apunar kosto harthok houk

  • @binitaborah7850
    @binitaborah7850 2 ปีที่แล้ว +3

    অতি সুন্দৰ। ক'বলৈ ভাষা নাই মোৰ। অসমীয়াৰ খাদ্য সম্ভাৰ অতি চহকী। ইমান সুন্দৰ কৈ দেখোৱাইছে।শুভকামনা থাকিল।ভাত পিঠা ৰ চাউল টো কি লৈছে?

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Dhanyawad apunaloi, bhat pithar babe bhat khuwa saol holei hol ,

  • @gupalsonowal6452
    @gupalsonowal6452 2 ปีที่แล้ว +2

    Bohut vll lgil ba... Vado mahat raijok khuabo pora aikaita hundar pitha... So testy ba..morom dai hokoluloi ke.. 💞💞💞

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      বহুত বহুত মৰম তোমালৈ ।

  • @nextcreator4839
    @nextcreator4839 2 ปีที่แล้ว +1

    Oti khundor video baa Love from Meghalaya Bajengdoba😘😘😘🥰

  • @mrigankagogoi9994
    @mrigankagogoi9994 2 ปีที่แล้ว +2

    Vl lagil

  • @prityrabha782
    @prityrabha782 2 ปีที่แล้ว +2

    Baideo apunr video sai bohut Val lga

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      🙏🙏🧡🧡🧡🧡

  • @juliemonihatiboruah4576
    @juliemonihatiboruah4576 2 ปีที่แล้ว +2

    Bor vhal lagil sai. Superb You are multi talented women's guys👍😊❤️

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Thankyou so much 💕🙏

  • @pranitaphukan9197
    @pranitaphukan9197 2 ปีที่แล้ว +2

    Sundar hoise maa thakute ai Bhat pitha kuwa agaloi anek video pam buli akha thakil

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Dhanyawad janalu 🙏🙏

  • @goodnathchetia6587
    @goodnathchetia6587 2 ปีที่แล้ว +8

    Thanks for showing beautiful healthy traditional Assamese N E breakfast which is fat-free and oilfree heathy diet and we try to use it

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Thankyou so much 💕 for your nice comment,

  • @ananya2088
    @ananya2088 2 ปีที่แล้ว +2

    Dakhi khau khau lagi goisy o....

  • @prosesta7766
    @prosesta7766 2 ปีที่แล้ว +2

    Apunalukor video bur bohut val lge baideo …. Lag pbo mon ase apunlukok … mur mnuh joni apuni bor piyo … ami naharkatia dibrugarh

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Bahut bahut dhanyawad gyapon korisu 🙏

  • @nilakashdas9961
    @nilakashdas9961 2 ปีที่แล้ว +2

    Bohut val lagise dei kun thair baru

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Dhanyawad janalu 🙏 Borhat Charaideo district

  • @sumitadeka3173
    @sumitadeka3173 2 ปีที่แล้ว +5

    অসমীয়া খাদ্যৰ নিভাজ জুতি😋
    আপোনাৰ প্ৰতিটো ভিডিঅ'ই অপাৰ আনন্দ দিয়ে🥰

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

    • @sumitadeka3173
      @sumitadeka3173 2 ปีที่แล้ว

      @@amargaon3296 স্বাগতম🙏

  • @lizasworld2388
    @lizasworld2388 2 ปีที่แล้ว +3

    Vat pitha mor priyo, bahut val pao. Love from changsari

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Dhanyawad apunaloi 🙏🙏

  • @jimidas7050
    @jimidas7050 ปีที่แล้ว +1

    Val lagil❤️

  • @nipendas3727
    @nipendas3727 2 ปีที่แล้ว +1

    Thanks your assamese video

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      👍🧡🙏🙏🙏💕💕

  • @borunporja9090
    @borunporja9090 2 ปีที่แล้ว +2

    For the first time i visited to your channel and got fascinated by your videos. Best Assamese traditional videos i have ever watched.
    Eta prosno asile Bou j apunak youtubet ahibole kune prerona dile jonabo sun. Enekei aguwai juok aru hukhi hoi thakok hodai tare kamona korilu.

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Bahut bahut dhanyawad iman morom agborhuwa babe

  • @taraligohain7103
    @taraligohain7103 2 ปีที่แล้ว +2

    Dekhiye khaw khaw lagi goise...vat Pitha khai pua nai dei... process tu khub bhl lagil bonabo lagibo...

  • @dipakchetia5510
    @dipakchetia5510 2 ปีที่แล้ว +2

    Mojjaa lagise video to 🥰

  • @mitalerajkonwarborgohaina4299
    @mitalerajkonwarborgohaina4299 2 ปีที่แล้ว

    বাঃ দেখি খাবলৈ মন গল তৰা পিঠা মামী ভিডিঅ চাই বহুত ভাল লাগে ।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      💕💕🧡💞💞🙏🙏🙏🙏🙏

  • @riyahazarika6993
    @riyahazarika6993 2 ปีที่แล้ว +1

    Val lagise

  • @milliondreams0762
    @milliondreams0762 2 ปีที่แล้ว +2

    Yammyyy.....khb mn goise....love from Dergaon

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      🧡🧡🙏💕💕🙏🙏👍👍👍 dhanyawad janalu

  • @bhabenmedhi8739
    @bhabenmedhi8739 2 ปีที่แล้ว +1

    Bhut vall lagile racipe tridesnel

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      💕💕👍👍👍🙏🙏🙏🙏