Ai sing Lao / আই ছিঙ লাও / Tai Ahom Parthona / Tai Ahom Prayer / তাই আহোম সকলৰ জাতীয় প্ৰাৰ্থনা

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 มิ.ย. 2021
  • শেষৰফালে কিছু শব্দ আৰু শাৰী ৰেকৰ্ড থাকি গৈছে ্ অতি সোনকালেই সংযোজন কৰা হ'ব ।
    Tai Ahom National Anthem :
    তাই আহোম জাতীয় সংগীত
    • Jatio Hangit টাই আহোম ...
    Ai sing Law / আই ছিঙ লাও / Tai Ahom Parthona / Tai Ahom Prayer / তাই আহোম সকলৰ জাতীয় প্ৰাৰ্থনা ।
    Story@Cheng Axom
    People & Bloge@Cheng Axom
    #ChengAxom
    #TaiAhomPrayer
    Contact me :
    Instagram : / nurchengmohung
    Facebook :
    / nurchang.mohan

ความคิดเห็น • 51

  • @ratneswardhekialphukon869
    @ratneswardhekialphukon869 ปีที่แล้ว +13

    আহোমসকলে তেওঁলোকৰ নিজৰ ধৰ্মীয় প্ৰাথনা ঘৰ ত শুনিবলৈ আভাস কৰিব বুলি সকলোলৈকে অনুৰোধ জনালোঁ।

  • @dipankargogoi3332
    @dipankargogoi3332 ปีที่แล้ว +9

    খুপ্তং,
    সকলোৱে মিলি আমাৰ টাই আহোমৰ ৰীতি নীতি, পৰম্পৰা আৰু ধৰ্ম বিশ্বাস ঘূৰাই আনিব পাৰো যাতে তাৰ বাবে সকলোৱে সহায় সহযোগিতা কৰিব।
    ৰঙ বয় বয়

    • @pranjalgogoi7745
      @pranjalgogoi7745 ปีที่แล้ว +2

      খুপ্তং ,নিচ্ছয়কৈ সকলোখিনি শিকিবলৈ চেষ্টা কৰি আছো
      চুম য়াও

  • @gopalg8650
    @gopalg8650 ปีที่แล้ว +7

    সকলোৱে চেষ্টা কৰিলেহে আমাৰ আহোম জাতিটো পুনৰ মূৰ দাঙি উঠিব
    ৰং বয় বয় ।

  • @raktimaborgohain5569
    @raktimaborgohain5569 ปีที่แล้ว +5

    Khruptang Pi-Nong 🙏🏻💕

  • @nirugogoi4576
    @nirugogoi4576 2 ปีที่แล้ว +9

    মই তাই ভাষা শিকিছিলো ডিফুত থাকোত কিন্তু সম্পুৰ্ন সুৰটো এতিয়াহে গম পাইছো ।

    • @chengaxom9722
      @chengaxom9722  2 ปีที่แล้ว +2

      তাই ভাষা টো আকৌ শিকিব নিবিচাৰে নে ?

    • @ashok5591
      @ashok5591 7 หลายเดือนก่อน

      কথাষাৰ শুনি ভাল লাগিল; ডিফু, শোণিতপুৰ, মঙলদৈ আদি ঠাইত আহোম সকলে চকলং প্ৰথাৰ নিয়ম শিকিবলৈ আৰম্ভ কৰিলে সেই ঠাইত বাস কৰা আহোম মানুহৰ সুবিধা, অনেক সুবিধা হব- মলুং সকলক( যি সকল টাই পুৰোহিত শ্ৰেণীৰ লোকে এই কাৰ্য্য সম্পন্ন কৰাবলৈ আহে) তাত বিচাৰি নোপোৱাৰ বাবে চকলং প্ৰথাৰে বিবাহ সম্পন্ন কৰিবলৈ পিতৃ মাতৃ আৰু পৰিয়ালৰ মানুহ অসুবিধাৰ সন্মুখীন হয়।
      এই অসুবিধা আঁতৰ কৰিবলৈ যত্ন কৰিব লাগে, তাৰ আহোম মানুহে চকলং প্ৰথাৰ নিয়ম শিকিবলৈ আৰম্ভ কৰিলে ভাল হ'ব।

  • @nanghunpha
    @nanghunpha 2 ปีที่แล้ว +5

    আই কেন খেন অ
    আই কেন খেন অ হয়
    আই কেন খেনি নহয় ।সুৰটো খুব সুন্দৰ হৈছে ।

  • @prasannalaldowarah1515
    @prasannalaldowarah1515 7 หลายเดือนก่อน +2

    চৰ্চাৰ লগতে গৱেষণাৰ আৰু গভীৰতাৰ প্ৰয়োজন আছে ।

  • @pranjalgogoi9902
    @pranjalgogoi9902 6 หลายเดือนก่อน +1

    Appreciate this step. We are eagerly waiting to see and listen more about Tai Ahom language. 🙏

  • @The_Ahom_
    @The_Ahom_ 7 หลายเดือนก่อน +2

    𑜄𑜩 𑜒𑜑𑜪𑜨 𑜆𑜦𑜧 𑜒𑜦𑜡𑜂𑜫 𑜎𑜦𑜧

  • @gautamphukon9626
    @gautamphukon9626 3 ปีที่แล้ว +4

    খ্ৰুপটাং🙏

    • @chengaxom9722
      @chengaxom9722  3 ปีที่แล้ว +1

      খ্ৰুপটাং

    • @niturajgogoi8131
      @niturajgogoi8131 3 ปีที่แล้ว +2

      খ্ৰূপটাং মানে অসমীয়াত কি কৈ দিব নেকি

    • @raktimaborgohain5569
      @raktimaborgohain5569 ปีที่แล้ว

      @@niturajgogoi8131 Nomoskaar 🙏🏻

  • @bornaligogoigogoi7008
    @bornaligogoigogoi7008 2 ปีที่แล้ว +1

    very nice.

  • @manashgogoi167
    @manashgogoi167 ปีที่แล้ว +1

    🙏🙏🙏

  • @IndalulKhalong...
    @IndalulKhalong... ปีที่แล้ว +1

    Nice

  • @gopalg8650
    @gopalg8650 ปีที่แล้ว +1

    Khruptang🙏🙏

  • @jibonnath304
    @jibonnath304 2 ปีที่แล้ว +1

    🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿

  • @sewaliborah8768
    @sewaliborah8768 ปีที่แล้ว +2

    খ্ৰপটাং

  • @manikgogoi9848
    @manikgogoi9848 ปีที่แล้ว +1

    Thank you sir for your video moi apunr student hoi

  • @Mumxitv
    @Mumxitv 7 หลายเดือนก่อน +1

    চিৰঞ্জন নাম টো কোনোবাই টাই ভাষাত লিখিব পাৰিলে লিখি দিব দেই

  • @nanghunpha
    @nanghunpha 2 ปีที่แล้ว +3

    আই কে খেন হয় ওপৰত আই কেন হৈছিল

  • @nikumoniboruah524
    @nikumoniboruah524 2 ปีที่แล้ว +3

    Kot aase ai sengrentu khruptang

  • @papupapu2543
    @papupapu2543 ปีที่แล้ว +1

  • @rohaniyan1508
    @rohaniyan1508 3 ปีที่แล้ว +3

    বয়কম

    • @chengaxom9722
      @chengaxom9722  3 ปีที่แล้ว +1

      বয়কম

    • @niturajgogoi8131
      @niturajgogoi8131 3 ปีที่แล้ว +2

      বয়কম মানে অসমীয়াত কি কৈ দিব নেকি যদি বেয়া নাপায়

    • @chengaxom9722
      @chengaxom9722  3 ปีที่แล้ว +1

      TAI AHOM ভাষা ত নমস্কাৰ বুজাই ।

    • @niturajgogoi8131
      @niturajgogoi8131 3 ปีที่แล้ว +3

      @@chengaxom9722 umm
      Thankyou
      Aponi ahom bhakha jane neki

    • @chengaxom9722
      @chengaxom9722  3 ปีที่แล้ว +2

      হয় । ম ই TAI AHOM ভাষা ৰ শিক্ষক হয় ।

  • @Phukon_7
    @Phukon_7 2 ปีที่แล้ว +5

    Boi kom pi chai moi ahom bhaxa hikibo khuju hikabo ni

    • @chengaxom9722
      @chengaxom9722  2 ปีที่แล้ว +1

      nissai . muk fb t mgs kora . video bilakor description t link ase

    • @Phukon_7
      @Phukon_7 2 ปีที่แล้ว +1

      @@chengaxom9722 rong boi boi pi chai

    • @Phukon_7
      @Phukon_7 2 ปีที่แล้ว

      @@chengaxom9722 can i get your number....cause i don't have FB

    • @raktimaborgohain5569
      @raktimaborgohain5569 ปีที่แล้ว

      Apuni Borgohain hoi nohh☺️😊

    • @Phukon_7
      @Phukon_7 ปีที่แล้ว +2

      @@raktimaborgohain5569 hoi

  • @raktimaborgohain5569
    @raktimaborgohain5569 ปีที่แล้ว +2

    Khruptang Pi-Nong 🙏🏻💕

  • @aninditabaruah4457
    @aninditabaruah4457 2 ปีที่แล้ว +2

    🙏🙏🙏

  • @nirumoniyt1722
    @nirumoniyt1722 2 ปีที่แล้ว +1

    🙏🙏🙏