Live | Rakibul Hussain- Gaurav Gogoi সহ ৫জনলৈ চমন। দিব লাগিব কৈফিয়ৎ। N18L

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 พ.ย. 2024

ความคิดเห็น • 9

  • @kalpanahazarika311
    @kalpanahazarika311 2 วันที่ผ่านมา +1

    খুব ভাল কৰিছে কাৰন এই নিৰবাচনত নিজপাৰটিক অৱমাননা কৰি প্ৰাৰ্থি থিয় কৰাইছিল ,মই তেতিয়াই ভাবিছিলো এইবোৰ কি সইছে ৷ আজিহে শান্তি পাইছো ৷

  • @Immantu
    @Immantu 2 วันที่ผ่านมา

    বৰ ভাল লগা খবৰ ২৬ত আমি সাধাৰণ ৰাইজে কিছুমান নেতাক বিদায় দিম

  • @Miss_anang_09
    @Miss_anang_09 2 วันที่ผ่านมา

    Good

  • @DaulatPhukon-nz2pm
    @DaulatPhukon-nz2pm 2 วันที่ผ่านมา

    কংগ্ৰেছৰ পূ্ৰবৰ কুশাসন অসমৰ ৰাইজে এতিয়াও পাহৰা নাই আৰু নাপাহৰে।বাংলাদেশীৰ সমৰ্থনত ৰাজপাট খোৱা দিন কংগ্ৰেছৰ ওকলিল।

  • @rashmibaruah9094
    @rashmibaruah9094 วันที่ผ่านมา

    কংগ্রেছৰ ভোট বাঢ়িল বিহালিত, আৰু কি লাগে ?

  • @purnahazarika169
    @purnahazarika169 2 วันที่ผ่านมา

    Ther is no additional power to take any action against them. This is only formality. Sorry cons is on Back fode.

  • @DIVYADRISHTI-g3v
    @DIVYADRISHTI-g3v 2 วันที่ผ่านมา

    অখিল লুৰিন নাথাকিলে ভৰিৰ তলৰ মাটি নহ'ল হয় যোৰহাটত এই ফ্লপ হিৰ’জনৰ !😂

  • @niranjantalukdar8578
    @niranjantalukdar8578 2 วันที่ผ่านมา

    Goursv Gogoi vul houa buli sikar karok aaru khyama bisarok