God bless her 🙏 her vision and her communication excellent, whoever taking care of her are so lucky and God bless the lady who is sitting next to her doing her hair and the gentleman who wear pink t-shirt given by her God bless both of u doing seva for this elderly grand maa .
বহুত বহুত ধন্যবাদ এই বয়সতো এনেকৈ আখৰ বিলাক পঢ়িবলৈ পাৰিছে ।
বহুত মৰমৰ আইতা আৰু বহুত বছৰ জীয়াই থকা এনেকুৱা মৰমিয়াল আইতা কমেই আছে এদিন আপোনাৰ ভৰি খন চুব যাম আইতা আপোনাক চালে মোৰ আইটালৈ মনত পৰে 🙏🏼🙏🏼😭
মৰমৰ আইতা জনী মৰি গলে মৰম বোৰ থাকি গল
Hunile huni thakibole mon jai aaitajonir kotha... ❤️❤️❤️
বৰ দুখ লাগিল 😭😭😭 কলিজা আইতাৰ মৰম লগা কথা কেইষাৰ শুনি থাকিলেও হেঁপাহ নপলাই কিন্তু নিয়তিয়ে আমাক তাৰ পৰা বঞ্চিত কৰিলে।আইতা আপোনি যতেই আছে শান্তি ত থাকক আৰু তাৰ পৰাই আমাক আশীৰ্বাদ কৰিব 🙏🙏🙏
আইতাৰ কথাবোৰ বৰ মৰম লগা দেই।
আইতাক এবাৰ ওছৰত পাব মন আছে আইতা সচায বহুত ধুনীয়া আইতা আপোনাৰ লগতে সকলোৱে ভালে থাকক আৰু মযো ভালে থাকিবলৈ আশীৰ্বাদ কৰিব আইতা আপোনাক ময বুলবুলি শৰ্মা ই মঙলদৈ ৰ পৰা সেৱা আৰু মৰম জনাইছো আইতা❤❤❤
আইতা তোমাৰ দৰে মোৰ আইতা জনীয়ও ধুনীয়া আছিল । তোমালৈ সেৱা জাচিলো ।
আইতা ক লগ পোৱাৰ বহুত ইচ্ছা আছে
আইতাৰ কথা শুনি দেখি ধন্য হ'লো। আমাৰ ভাগ্য ভাল।
আইতা আপোনালৈ বহুত মৰম যাছিঁলো
আইতা গৰাকীৰ চৰণ দুখন চুবলৈ বহুত আশা আছে ,,কলিজা আইতা গৰাকী আৰু দিন জীয়াই থাকক তাৰেই ভগৱান ৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 🙏🙏
আইতা চকু এতিয়া ওঁ সুন্দৰ হৈ আছে বহত বহত ধন্যবাদ নেদেখা জনক উটৰত
আইতা অ, তোমাৰ কথাবোৰ শুনি থাকিলে শুনি থাকিবৰ মন যায়।
আইতা দেখিবলৈ মোৰ মাৰ নিচিনা।আইতাক দেখিলে মালৈ মনত পৰে।কলিজা সঁচাই কলিজা।ওচৰত পোৱা হলে এবাৰ ! এনেকৈয়ে সকলোকে আনন্দ দি বহুত দিন জীয়াই থাকক।
আইতা আপোনার কথাবোর সুনী বরভাল লাগীল কলিজা আইতা আপোনি আজীবন জিয়াই থাকক
ইমান মৰমৰ কলিজা আইতা গৰাকী সদায়ে মনত পৰি থাকে তেওঁ যতে থাকে ভালদৰে থাকক
আইতাৰ কথাবিলাক শলাগিবলগীয়ি , অশেষ সেৱা জনা লো আইতালৈ
কলিজা আখটাৰ তুলনা কাৰো লগত মিলাবৰ নোৱাৰে ইমানেই বাহিৰ ভিতৰত সুন্দৰ ধনিয়া বাৰে বাৰে প্ৰনাম কৰো।
Bhut val lagil aitar kothabor
গোঁসানী কোনোবা এগৰাকে কথা কৈ যোৱা যেন নুশুনি নহয়নে , পৃথিৱীৰ যান্ত্ৰিক খিনিৰ পৰা আঁতৰি আহি একেথিৰে আইতালৈ ৰ লাগি বহুপৰলৈ মোহ যাব পাৰি
আইতাজনীক বৰ মৰম লাগিছে
আইতা তোমাক যে মোৰ ইমান মৰম লাগে তোমাক চাই থাকিলেও মোৰ হেপা নপলায়
আইতাজনী বহুত ধুনীয়া,মৰমলগা,লগ পাবলৈ বহুতো মন আছে,ডুলিয়াজান
Aitak log paboloi bahut mon goisa
Axomor manuhe tumak jaboloi nidiye aaita,amar morome tumak dhori rakhibo... Love you aaita
Moi aitak sai asu kothabilak huni asu bhut val lagise
গোঁসানী কোনোবা এগৰাকে কথা কৈ যোৱা যেন নুশুনি নহয়নে , পৃথিৱীৰ যান্ত্ৰিক খিনিৰ পৰা আঁতৰি আহি একেথিৰে আইতালৈ ৰ লাগি বহুপৰলৈ মোহ যাব পাৰি
Ilov yougr
Iloveyouita,
বহুত ভাল লাগে আইতাক লগতে সকলোৰে মৰমৰ উৎপলদাক।
আইতাজনী আৰু 100 বছৰ থাকে যেন
আইটা গৰাকী মনৰ লগতেদেখাটো বৰ ধুনীয়া । কথাবোৰ শুনি থাকিব মন যায় ।🙏❤️
আইতাৰ কথাবোৰ বহুত ভাল লাগে।আইতাক দূৰৰপৰাই সেৱা জনালোঁ।আইতাক ভগৱানে নিৰুগী কৰি ৰাখক এয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা
আইতাসকলক সেৱা জনালো । নগাঁও
❤🎉❤🎉❤🎉❤🎉❤🎉
Miss you KollijaAaita MAA
Pranaam MAA
Excellent dadi ma
আইতাই চচমা নোলোৱাকৈ পঢ়িব পাৰে ।আগৰ কথাবোৰ মনত পৰি থাকে ।বৰ মৰম লাগে 🙏🏿🙏🏿🙏🏿🙏🏿💝💝💝💝
আইতাৰ কথাবোৰ শুনি লে শুনি থাকিবৰ মন যায়। আইতালৈ সেৱা জনালোঁ দূৰৈৰ পৰাই।
আইতা
kolija aaita tumu bohut morom loga hoi tumi jen xodhai anekoia hahi thaka jen love you aaita
Aaita br dhuniya aita eman kotha janei xuni thakile xuni thakib mon jai
আইতা জনী ইমান বয়সত তেখেতে পঢ়িবলৈ পাৰিছে ধন্যবাদ
Hosakoi o bhut vl lag aitar kotha.dukhu lag bhut
Aaita ktha bilag mur Aaita Dore bor morom loga ,bhut Miss krisu mur aaitak
God bless you utpal.
Aita tumak dekhilei montu bohut Val lage.
চছমা নিপিন্ধা কৈ আখৰ বোৰ ইমান ধুনীয়া কে চিনি পাইছে ভাবিলে আচৰিত লাগে।মই চছমা নিপিন্ধিলে আখৰ চিনিয়ে নাপাও।আইতা যতে আছে শান্তিত থাকক
Aitar kotha bur huni bor Val lage
Kolija aita from jorhat
Upol da anekoi haitak morom koriba
So Sweet. Aitagoraki aaru 100 bosor bhogobane bhale rakhok
আইতাক দেখিলে মোৰ দেউতালৈহে মনত পৰে, ঠিক এনেকুৱাই আছিল।
Aaita. Vle thaka hodai bohut moromr Tumi Amer hokolure
Kalija aita heva janalu 🙏
Aita aji bahut val lagil apunar agar kothabor xuni anekoi koi thakibsn aita. God bless you aita🙏❤😘
ইমান গুণীমাণি আইতাক ভগৱানে দীৰ্ঘ জীৱি কৰক 🙏🙏🙏🙏
মানুহে আজি ইটোৱে সিটোক গণিব মানিব সকাম নাইকীয়া , তাতোকৈ বিচুৰ্ত্তি কথাটো হল মনে নিমিলিলেও একেটিতে বসতি পতাটো , আইতাৰো ভাগ্য হবলা , ইমান মৰম সঁহাৰি মিলিছে ৰাইজৰ , কুশলে থাকক এয়াই কামনা
আইতাক নমস্কাৰ জনালো। আইতাৰ কথাবোৰ শুনি বহুত ভাল লাগে।
মৰমৰ আইতা আপোনাৰ চকুৰ পাৱাৰটো মানিব লাগিব আইতা। কুশলে থাকক আইতা।
Krishna morom loga aru dhuniya o...moi taaik bohut val dekhu......
আইতা দীর্ঘাও হোৱা
Aitar memory bahut val .Aaitar katabor xuni thakibor mon Jai .
oaita tomar kothabor khub maram lage
love you aita sualkuchir para kaiso
Aitaloi bohut morom diso
aeita tumak bohut val lege
Bappa o soku val hoi ase .
etiyaw asorit.
axirbad korisu Aita dhuniya aru xustho hoi thakok ❤
আইটাৰ কথাবোৰ শুনি বৰ ভাল লাগে
Aita tumi khodai khukhi thaka, aita mur buku khon bikhai jai ❣️
Love you grandma❤❤
মৰমৰ আইতাৰ সু স্বাস্থ্য কামনা কৰিছো ।
এনেদৰে আগলৈও হাহিঁ থাকা আইতা ❤️🙏
মই গোলাপী কলিতা। ৰঙিয়া ৰ।
আইতাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু কেইবছৰ জীয়াই থাকক।
Aita tumak iman morom lagay🙏dibrugarh
আইতাক সেৱা জনাইছোঁ।
আইতাক ইমান ভাল লাগে, মই সদায় চাও,প্ৰনাম আইতা
Bor val lagil aiter khothabur xuni.aita bohut morom loga❤️
আইতা প্ৰথমে আপোনাক সেৱা জনাইছো আপুনি ভালকৈ থাকক আইতা চকুজোৰি এতিয়াও ভাল হৈ আছে আইতা আপোনাক কুটি কুটি প্ৰণাম জনাইছো।
আইতাৰ মোস বহোতে ভাল
Bar bhal lagise mantu bahut dhunia
Morom loga kolija aaita
Aaitale mor bahut bahut pranam🙏🙏🙏🙏🙏🙏
Ebar majuli loi ahib aitak ❤️❤️❤️
Aei aita Joni bahut morom lagey
Esin log pabo jam
Oinam Brinda
Ghy
আইতা বহূদিন জীয়াই থাকক,সেৱাহে জনাইছো
Aita Mur aoti moromar bohut Miss korisu
উৎপল তুমি বেয়া পালেও পাবা । তোমাতকৈও আইটা জনিৰ শুনি বেছি ভাল লাগে অ।
Aita kolija joni
আইতা তোমালৈ প্ৰণামতথা অজস্ৰ মৰম যাচিছো । তোমাৰ কথাবোৰ বহুত ভাল লাগে।শুনি থাকিলে আমনি নালাগে ।লগতে তোমাৰ চকুৰ পাৱাৰো মানিছো আইতা
God bless u 🙏
🙏 🌹 🙏
আইতাক সেৱা্্জনালো
God bless her 🙏 her vision and her communication excellent, whoever taking care of her are so lucky and God bless the lady who is sitting next to her doing her hair and the gentleman who wear pink t-shirt given by her God bless both of u doing seva for this elderly grand maa .
Aaita ami apunak adin lok koriboloi jam de... Love you Aaita ❤️😘 from KOKRAJHAR.
Love you aita❤️❤️❤️
Oaita tomar kothabor khub maram lage
Dadi maa ko sat sat naman 🙏🙏🙏🌹🌹🌹🙏🙏🙏🌹🌹🌹🙏🙏🙏🌹🌹🌹🙏🙏🙏🌹🌹🌹🙏🙏🙏🌹🌹🌹🙏🙏🙏🌹🌹🌹
I love you aita
Aita, bohutdin jiyae thakok
আইতালৈ সেৱা জনালোঁ
Aita apuni khuuub morimiyal apunak mur khub bhal lagishe bhagawane apunak aru bahut basor jiyai rakkhok ayea mur kamona
Aitak sai hepahei nopalai 🙏🙏🙏🙏
I love you aita so much
Kolija aaita mur ma nisina
Aitajoni. Sokujor. Eman je. Val. hoi. ase. Moi. Vogobanok Doina bad. diso
Aaita aapunak nomoshkar jonaisu logote hokolu aaitake aantorik huvesha aru shraddha jonaisu.Aaita Jodi Bhagwane niye moi nisshoi aapunalukok log korimgoi.
Kushal kalita from chhaygaon
আইতালৈ প্ৰণাম জনালোঁ
Mur Ma Nisina pronam jonalu🙏
Aita very beautiful. ❤️❤️❤️🥰🥰🥰🙏🙏🙏
Aita vale dekhi val lagil hewa lobo
মযা।লাগিল
Aita k deki thakibr man jay iman beauty atikai sunar suvesha janalo.
Moi pathsala para sai asu ..aita joni bor morom lage😍🙏