মহাভাৰতৰ যুদ্ধৰ পিছত কি হ'ল বিধৱাসকলৰ ? জানিলে আচৰিত হৈ পৰিব || Mahabharata || Assamese Motivation |

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.พ. 2025
  • মহাভাৰতৰ যুদ্ধৰ পিছত কি হ'ল বিধৱাসকলৰ ? জানিলে আচৰিত হৈ পৰিব || Mahabharata || Assamese Motivation |
    #motivational #assamese #mahabharat
    About This Video
    মহাভাৰতৰ যুদ্ধৰ পিছত মৃত লাখ লাখ যুদ্ধাৰ পত্নীবোৰৰ কি হ'ল? স্বামীক হেৰুৱাৰ পিছত লাখ লাখ বিধৱা পত্নীয়ে কি কৰিলে? যুদ্ধৰ পিছত ধৃতৰাষ্ট, গান্ধাৰী, বিদুৰ আদিৰ কি হ'ল? এই সন্দৰ্ভত প্ৰস্তুত কৰা হৈছে ভিডিঅটো।
    Your Queries :-
    মহাভাৰতৰ যুদ্ধৰ পিছত কি হ'ল বিধৱা মহিলাৰ
    মহাভাৰতৰ যুদ্ধৰ পিছত কি হ'ল
    মহাভাৰতৰ কাহিনী অসমীয়া
    assamese motivational video new
    assamese video new
    অসমীয়া ভিদিও
    mahabharat ke baad kunti ka kya hua
    mahabharat ke baad vidhwa ka kya hua
    mahabharat motivational speech
    mahabharat ke baad vidur ka kya hua
    মহাভাৰতৰ যুদ্ধৰ পিছত বিদুৰৰ কি হ'ল
    mahabharat yudh
    কিয় এদিনৰ বাবে জী উঠিছিল মহাভাৰতৰ মৃত যোদ্ধা
    #mahabharat #mahabharata #mahabharatstatus #mahabharat_krishna #mahabharatkatha #mahabharatam #krishnabhajan #krishnastatus #krishnaquotes #krishnamotivation #krishnamotivationalspeech #nari #women_respect_video

ความคิดเห็น • 69

  • @bhubonborah3128
    @bhubonborah3128 ปีที่แล้ว +1

    Val Lagil

  • @muhikonwar6587
    @muhikonwar6587 ปีที่แล้ว +4

    বৰ ভাল লাগিল আগলৈ আৰু শুনাব

  • @SumanGogoiSumanGogoi
    @SumanGogoiSumanGogoi ปีที่แล้ว +1

    Bahut bhal lagil huni

  • @MarameMahanta
    @MarameMahanta 9 วันที่ผ่านมา

    বৰ ভাল লাগিল জানিব পাই৷

  • @pronobikagogoi6030
    @pronobikagogoi6030 8 วันที่ผ่านมา

    Bahut dhanyabad jamibopari bhal lagil

  • @bhadreswardeka1695
    @bhadreswardeka1695 10 วันที่ผ่านมา

    বহুত ভাল লাগিল। thanks.

  • @biswajitgogoi7747
    @biswajitgogoi7747 5 หลายเดือนก่อน +2

    জয় শ্ৰী কৃষ্ণায় বাসুদেৱায় নমো নমঃ 💖🙏

  • @শিল্পালয়ষ্টুডিঅ
    @শিল্পালয়ষ্টুডিঅ 9 วันที่ผ่านมา

    ধুনীয়া লাগিল।

  • @mundiradekamundiradeka9985
    @mundiradekamundiradeka9985 ปีที่แล้ว +8

    ভাল লাগিল ❤❤❤

  • @pegupp1794
    @pegupp1794 5 หลายเดือนก่อน

    Val lagil

  • @debajitkonwar6278
    @debajitkonwar6278 5 หลายเดือนก่อน

    Bhal lagil, agote jona nasilu, 🙏 apunak huniboloi hohai korat.

  • @rupeswarsaikia430
    @rupeswarsaikia430 5 หลายเดือนก่อน

    এনে ধৰণৰ কাহিনী পাই থাকিম বুলি আশা কৰিলো। ধন্যবাদ !

  • @doley-gr9kg
    @doley-gr9kg ปีที่แล้ว +2

    মহাভাৰতৰ সাধুবোৰ শুনি বৰ ভাল লাগে

  • @sikhadas829
    @sikhadas829 ปีที่แล้ว +3

    bohut val lagil kotha khini khuni eibbur kotha khunai nasilu khub val lagil thank u so much bro❤❤❤god bless u

  • @simpideori8554
    @simpideori8554 5 หลายเดือนก่อน

    Jai Shri krishna

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq ปีที่แล้ว +3

    Jai shree krishna

  • @anantarajkhowa6613
    @anantarajkhowa6613 ปีที่แล้ว +2

    সুন্দৰ ❤

  • @SachinHazarika-u2u
    @SachinHazarika-u2u 7 หลายเดือนก่อน +1

    Joy Shrikrishna. . .❤ ❤ ❤

  • @PikuKonwar-t2q
    @PikuKonwar-t2q ปีที่แล้ว +2

    সুন্দৰ,❤❤❤

  • @Kiran-si2bf
    @Kiran-si2bf ปีที่แล้ว +1

    নজনা কথা জানি লো ,ভাল লাগিল , আশা কৰোঁ আগলৈ আৰু কথা শুনিবলৈ পাম ,

  • @manikborah3420
    @manikborah3420 ปีที่แล้ว

    ভাল লাগিল

  • @lilybaruah6453
    @lilybaruah6453 ปีที่แล้ว

    Sundar

  • @BhubanNathJanuary
    @BhubanNathJanuary ปีที่แล้ว

    Very good

  • @NiranjanBordoloi
    @NiranjanBordoloi 5 หลายเดือนก่อน

    Jai shree Ram Jai shree Krishna 😍❤💝💞💕🤩👩‍❤️‍👩👍🥰🤓👌🌹💖💯

  • @birengogoi8930
    @birengogoi8930 5 หลายเดือนก่อน

    সুন্দৰ

  • @santanaphukongogoi7275
    @santanaphukongogoi7275 ปีที่แล้ว

    ইমান ধুনিয়া ধুনিয়া সুন্দৰ বহুত ভাল লাগিল.নজনা কথা জানিব পাৰিলে অন্তৰ শান্তি লাগে.

  • @mukulbaruah1833
    @mukulbaruah1833 ปีที่แล้ว +2

    Dharma hol asam manuhr uparjonr path Dhanda.

    • @GCNath-ed7im
      @GCNath-ed7im 4 หลายเดือนก่อน

      ধৰ্ম মানে কি জানানে মহা পণ্ডিত, ধৰ্মক ব্যৱসায়িক বুলি কৈছা যে,ধৰ্ম সদাই ধৰ্মৰ ঠাইত আছে কোনোবাই ব্যৱসায় কৰিব পাৰে কিন্তু ধৰ্ম আছে থাকিব

  • @lakhikantasutradhar4474
    @lakhikantasutradhar4474 ปีที่แล้ว +2

    সুন্দৰ 👍👍

  • @lalithazarika-dl8ct
    @lalithazarika-dl8ct ปีที่แล้ว +3

    Val lagil kahanitu kor pore kwa hoisa ulakh koribo

  • @AnilDutta-n3d
    @AnilDutta-n3d 5 หลายเดือนก่อน

    মহাভাৰত ৰামায়ণ কল্প কাহিনী গতিকে এই কল্প কাহিনীৰ পৰা আৰু উপ কাহিনী সৃষ্টি কৰি সহজ সৰল মানুহক অন্ধ ধাৰ্মিক কৰি ৰাখক।জয় আপোনাৰ জয়।

  • @saratbora727
    @saratbora727 5 หลายเดือนก่อน

    Jay shree Krishna

  • @HarushwerRay
    @HarushwerRay 10 วันที่ผ่านมา

    Joy sri ram

  • @KoshakantaDutta
    @KoshakantaDutta ปีที่แล้ว

    Krisna...🌷🙏🌷

  • @prabhatbezbaruah2941
    @prabhatbezbaruah2941 ปีที่แล้ว

    Jai shree krishna.......🙏🙏🙏

  • @pankajborah9244
    @pankajborah9244 ปีที่แล้ว +1

    কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছলৈকে বিদুৰ জীয়াই থকাৰ কথা পোৱা যায় ভাগৱতত ৷

  • @jivandehingia7955
    @jivandehingia7955 ปีที่แล้ว

    Krishna

  • @NarayanBarua-dz2hr
    @NarayanBarua-dz2hr ปีที่แล้ว +1

  • @BijoyPawandasBijoyPawandas
    @BijoyPawandasBijoyPawandas ปีที่แล้ว

    🙏♥️🌹🌻⭐ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 ভাল লাগিল ডাঙৰীয়া আপোনাৰ বহুমূলীয়া মহাভাৰতৰ কথা।🙏 কিন্তু বিদুৰ মহাভাৰতৰ যুদ্ধ আৰম্ভ আগতে কৌৰৱৰ শিবিৰ এৰি যোৱা বুলি। 🙏এটা আখ্যান আছে।🙏 কিমান সচা আমি নাজানো 🙏 অনুগ্ৰহ কৰি জনাব বুলি আশা কৰিলো 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @puspadhardowarah1932
    @puspadhardowarah1932 ปีที่แล้ว

    মহাভাৰতত পাইছো।

  • @binodkakati7300
    @binodkakati7300 ปีที่แล้ว

    কোনোদিনে নজনা কথা কিছুমান এই ভিডিঅ'টিৰ জৰিয়তে আজি জানিব পাৰিলোঁ ! ভাল লাগিল ভিডিঅ'টি ! নজনা কিছু শিকিবলৈ সুযোগ পোৱা বাবে আৰু সময়োপযোগী ধৰ্ম জ্ঞানৰ ভিডিঅ' পোৱাৰ আশাৰে এই ভিডিঅ'টিৰ জৰিয়তে আপোনালৈ অশেষ ধন্যবাদ জনালোঁ !

  • @arupjyotiborah2185
    @arupjyotiborah2185 ปีที่แล้ว

    অতি জানিবলগিয়া বিষয় । ধন্যবাদ ❤

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 5 หลายเดือนก่อน

    শুনি ভালেই লাগিল কিন্তু কিমান দূৰ সঁচা সেই টো নাজানো

  • @PhulenIngtikathar.
    @PhulenIngtikathar. 5 หลายเดือนก่อน

    উক্ত কথা বোৰ মহাশয় আপুনি কৰ পৰা সংগ্ৰহ কৰিছিল অলপ জনাবচোন। ধন্যবাদ 🙏

  • @abhilashaboruah4606
    @abhilashaboruah4606 ปีที่แล้ว

    Know

  • @kanchowalidas9204
    @kanchowalidas9204 9 วันที่ผ่านมา

    Agr para suna nasilu val lagil ganib parilu

  • @bharatimedhi2615
    @bharatimedhi2615 ปีที่แล้ว

    Bhal label

  • @uttamorbasumataryfakiragra4191
    @uttamorbasumataryfakiragra4191 ปีที่แล้ว

    Good ! But where did you get this story?

  • @DilipkrNath-o3b
    @DilipkrNath-o3b 5 หลายเดือนก่อน

    সঞ্জয় কোন আছিল ? তেওঁৰ বিষয়ে কবচোন ৷

  • @KuhitaSaikia
    @KuhitaSaikia 5 หลายเดือนก่อน

    Organic cotton

  • @radhachura11
    @radhachura11 ปีที่แล้ว

    Sri krishnai bia patile neki pasot?!

  • @mukulbaruah1833
    @mukulbaruah1833 ปีที่แล้ว +20

    Mahabgarat akhon mohakabyahe, kalpanik kahini. Mohabharatr kunu torhya proman nai. Treta joog, Dwapar joog, kalki joogr kunu tithya proman nai. Lakh basore bule ata joog, Bat man, Spider man jenekoi kalpanik kahini.

  • @nipulsonowal2640
    @nipulsonowal2640 ปีที่แล้ว

    Jai shree Krishna

  • @Rashmirekhakonwar.
    @Rashmirekhakonwar. ปีที่แล้ว

    Jai shree krishna