I request Hon'ble CM to look into royalties in nearby areas. It may not be a momentary benefit, must be at least improvement of housing and roadways and 60% employment. Joi Aau Oxom.
In this regard, I would like to say that positive thinking should be taken by all parties and people of Assam in the interest of development of our State.
যত নদী আৰু বৈদ্য নাই তালৈ নাযাবা ভাই । নদী মানে যাতায়ত আৰু বৈদ্য মানে চিকিৎসা অৰ্থাৎ সা-সুবিধা ( HOSPITALITY) কিন্তু অসমত এই সুবিধাবোৰ ৹৹৹৹৹৹৹৹৹!!!!!??????
we must recommend Assam n assamese people should not depend on Govt, service only,,,, there are lots of opportunities for company,,, business,, supplies, construction, technology,so all must make mind.But still very few of Assamese people are able to occupied top most position of job Or business at present . So people must work on that.
আপোনালোকে কৈ আছে যে অসম তথা ভাৰত আৰ্থিক দিশত আগুৱাই আছে, কিন্তু আমি জানো যে দেশ উন্নতি হ'লে বস্তুৰ দাম কমি আহে। আজি বস্তুৰ দাম আকাশলঙ্ঘী কৰিলে, মানুহে বজাৰত যাব নোৱাৰে, জুইছাই দাম। খাব লাগে এক কেজি কিন্তু খাই আছে এপোৱা। ইয়াৰ দ্বাৰা ক'ব পাৰি যে অসম তথা ভাৰত আৰ্থিক দিশত বহু পিছপৰি গৈছে। কোম্পানীৰ বস্তু যদি ৰাইজে কিনি খাব নোৱাৰে তেন্তে সেই কোম্পানী কেনেকৈ চলিব। এই প্ৰৱঞ্চনাৰ ৰাজনীতি আৰু কিমান চলাব।
দেশপ্ৰেম থকাৰ বাবেই সাতসাগৰ পাৰহৈ আমাৰ সন্মানৰ মূখ্য মন্ত্ৰীদেৱে। এনেবোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।তেওঁক হিয়াভৰা অভিনন্দন যাচিলো ।নমস্কাৰ । জয় আই অসম ।
সুন্দৰ পদক্ষেপ লৈছে অসম চৰকাৰে। বিদেশী পূঁজি অসমত বিনিয়োগ হলে অসম বিভিন্ন দিশত আগবাঢ়িব তথা অসমত উন্নয়ন হব বুলি আশা কৰিব পাৰি। এই ক্ষেত্ৰত সকলোৱে ধনাত্মক ভাবে বিষয়টি চিন্তাচৰ্চা কৰা নিশ্চয় উত্তম হব।
অতি সুন্দৰ----
নতুন অসম লৈ স্বাগতম----
জয় আই অসম,, অসম দেশৰ মামা জিন্দাবাদ ❤❤❤💯💯💯❤❤❤ মামা
মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উল্লেখ যোগ্য পদক্ষেপ ক আদৰণি জনাইছোঁ
মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি জনাইছো । উদ্যোগীক বিনিয়োগে ৰাজ্যখনক অৰ্থনৈতিক দিশত আগুৱাই নিয়াৰ লগতে নিবনুৱা সমস্যা সমাধানৰ সহায় হব । এই ধৰনৰ যোগাত্মক আলোচনাই সমাজক সচেতন কৰি তোলে । সকলোলৈ ধন্যবাদ জনালো ।
আপোনালোকক ধন্যবাদ কাৰণ এনেকুৱা অনুষ্ঠান কৰাৰ বাবে, সাধাৰণ ৰাইজক সজাগ কৰাৰ বাবে,
জ্ঞান বিলোৱাৰ বাবে ,
জয় আই অসম সুন্দৰ পদক্ষেপ
ভাল মানুহৰ ভাল কাম, ধন্যবাদ মামা
এই বিলাক বেনিয়োগ কাৰিৰ কথা 2026ৰ পিচত ফুচ হৈ যাব ৰাইজ।
Good news Jay Jai assam
Most welcome. Great job.
I request Hon'ble CM to look into royalties in nearby areas. It may not be a momentary benefit, must be at least improvement of housing and roadways and 60% employment. Joi Aau Oxom.
Mama jindabad
1.চান্দা লোৱা বন্ধ কৰিব লাগে। মই গোৱাত গৈছিলো তাতে যিকোনো কোম্পানীয়ে ৫ বছৰত কোনো চান্দা নলয়।জয় আই অসম।
Goods news mama
Hemontoe beso sormai bor val podokhap loesa good job thanks assam baceya cmok aru otsaheto kork mesa somalosona kore nathakebo
অতি সোন্দৰ অতি জনপ্ৰিয় 😅
not only internet is important for better business or development,,but electricity n other communication, s including peace n all are very important.
বিজেপি চৰকাৰ জিন্দাবাদ। অখিল গগৈ মুৰদাবাদ।
Good initiative
আমাৰ দেশখন বহুজাতিৰ পূজিপতিৰ দেশ ।
In this regard, I would like to say that positive thinking should be taken by all parties and people of Assam in the interest of development of our State.
যিবিলাক , উদ্যোগ অসমত সৃষ্টি হব সেইবোৰত যিখিনি নিয়োগ / কৰ্ম ওলাব তাত মিঞা সকলোক সুবিধা দিলে বুজিম বিজেপি চৰকাৰে এনেই হিন্দুৰ কথা কয় ।
Good
Good. Disisan b j p. And. Cm. Sar
এই বিষয়ত 2022 ত অৱগত হৈছিলো ।
বিষয়টো শুণক ...
প্ৰথমে 2017-18 চনত জাপানে ভাৰত চৰকাৰক $ 5 billion টকা বিনিয়োগ কৰিছিল । ইয়াৰ পিছতে G20 প্ৰচেষ্টা চলি আছিল । এই $ 5 billion টকাৰ আধা অংশ $ 2.5 billion টকা অসম তথা North East ত বিভিন্ন উন্নয়নৰ কামত দিয়া হৈছিল । যেনে গুৱাহাটীৰ জল বিদ্যূত আঁচনি , ৰাস্তা নিৰ্মাণ , অৰুণাচল সীমান্তত ৰাস্তা নিৰ্মাণ ইত্যাদি কাম কাজত জাপানৰ টকা কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চল তথা অসমক দিয়া হৈছিল । আৰু ইয়াৰ বিনিময়ত উত্তৰ পূৰ্বাঞ্চলত জাপানক ব্যৱসায় স্থাপন কৰিবলৈ দিয়া হব ।
উন্নতি হৈছে কিন্তু কমিছন খোৱা বিলাকৰ
যত নদী আৰু বৈদ্য নাই তালৈ নাযাবা ভাই । নদী মানে যাতায়ত আৰু বৈদ্য মানে চিকিৎসা অৰ্থাৎ সা-সুবিধা ( HOSPITALITY) কিন্তু অসমত এই সুবিধাবোৰ ৹৹৹৹৹৹৹৹৹!!!!!??????
we must recommend Assam n assamese people should not depend on Govt, service only,,,, there are lots of opportunities for company,,, business,, supplies, construction, technology,so all must make mind.But still very few of Assamese people are able to occupied top most position of job Or business at present . So people must work on that.
আপোনালোকে কৈ আছে যে অসম তথা ভাৰত আৰ্থিক দিশত আগুৱাই আছে, কিন্তু আমি জানো যে দেশ উন্নতি হ'লে বস্তুৰ দাম কমি আহে। আজি বস্তুৰ দাম আকাশলঙ্ঘী কৰিলে, মানুহে বজাৰত যাব নোৱাৰে, জুইছাই দাম। খাব লাগে এক কেজি কিন্তু খাই আছে এপোৱা। ইয়াৰ দ্বাৰা ক'ব পাৰি যে অসম তথা ভাৰত আৰ্থিক দিশত বহু পিছপৰি গৈছে। কোম্পানীৰ বস্তু যদি ৰাইজে কিনি খাব নোৱাৰে তেন্তে সেই কোম্পানী কেনেকৈ চলিব। এই প্ৰৱঞ্চনাৰ ৰাজনীতি আৰু কিমান চলাব।
O sir kun kitab at parhisil dekh unnat hola bastur dam kom hoi buli
Neja ghorot khate bate korana gru sagole mas ghorot asana akol sorkarok bodnam nokorebo
Bahera kompane assamot ahela sand loya mastor belakok nake logae arl d thobo laga lagela jateyo ojateya songothon xyz gya nahok cm apone sanda bondho kore deok (brojen Khargharia jorhat )joi ai assom🎉
Jate gahori palon bewastha companyr hatot najai baki ji korok koribo diyok karon gahori hol Amar dukhiya raijor company
Telmara reporter....