Golaghat News : বহিৰাগত ব্যৱসায়ীৰ দুৰ্ব্যৱহাৰক লৈ গোলাঘাটৰ ৰাজপথত উত্তপ্ত পৰিস্থিতিৰ | N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 พ.ย. 2024

ความคิดเห็น • 255

  • @RakeshRahang-nc8ng
    @RakeshRahang-nc8ng หลายเดือนก่อน +31

    অসম পুলিচৰ টকাৰ লোভৰ কাৰণতেই বহিৰাগতই অসমৰ খিলঞ্জীয়াক মাৰিবলৈ ,দুৰ্ব্যৱহাৰ কৰিবলৈ সাহস পাই

  • @DinoChutia
    @DinoChutia หลายเดือนก่อน +29

    এই পুলিচ বোৰেই অসমীয়াৰ মূল শত্ৰু ।ইহঁত ক হে এসিকনি দিব লাগে ।

    • @satyakhanikar928
      @satyakhanikar928 หลายเดือนก่อน +1

      খিলঞ্জীয়াৰ ওপৰতে অসম আৰক্ষীৰ দম সীমাবদ্ধ

  • @guptasarmah8949
    @guptasarmah8949 หลายเดือนก่อน +13

    মিঞা মিঞা কৰি থাকোতে বহিৰাগতই লুটি পুটি খাই, অসমৰ অৰ্থনীতি সম্পূর্ণ গ্ৰাস কৰাৰ লগতে অসমীয়াৰ ওপৰত যেনেকৈ অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে , ই শুভ লক্ষণ নহয়। এনেকৈ হ'লে অসমীয়াই ঘৰৰ পৰা ওলাবলৈ এশ বাৰ চিন্তা কৰিব লাগিব। সকলোতে মিঞাৰ ভূত দেখা অন্ধভক্তবোৰ এই ক্ষেত্রত সম্পূর্ণ নিমাত।

    • @SyedHaque-xr1or
      @SyedHaque-xr1or หลายเดือนก่อน +1

      Thikei koise apuni dangoriya...ai Bihari aru Marwari keitai BJP ohar pora bohut besi bahri goise aru amar ai Axom Policekhiniye ai bohiragotokeitar suaseleki akou amar lora keitar oporot he dadagiri besi dekhai.

  • @Lijapopiblog.chanel
    @Lijapopiblog.chanel หลายเดือนก่อน +45

    ইহঁতক আৰক্ষীয়ে সুৰক্ষা দি ঠাকে সেই কাৰণে ভয় নকৰে ইহঁতে , অসমীয়াক চাপত নকৰে আৰক্ষীয়ে

    • @FarukHussain-k1p
      @FarukHussain-k1p หลายเดือนก่อน +1

      Arokhik surakha diboloi kua ase akau. Buji paise nohoi

    • @AmuLcOOL-oo8pi
      @AmuLcOOL-oo8pi หลายเดือนก่อน

      Ihot bangladeshi tu nhoi Hindu hoi, miya bure 20 bsrtu axomiya bjane

    • @sanowarulsiddik7264
      @sanowarulsiddik7264 หลายเดือนก่อน

      Jibur manuh axomia axomia koi siori thake tahote aku nijor lora suwalik English medium t pohai ... Kotha kobo ahise.... Guwahati t maximum banner poster English t ase tate kunubai kiba kobo paribone

    • @AmuLcOOL-oo8pi
      @AmuLcOOL-oo8pi หลายเดือนก่อน

      @@sanowarulsiddik7264 good question,

  • @ChandanPhukon-mx2so
    @ChandanPhukon-mx2so หลายเดือนก่อน +6

    বহিৰাগতক সুৰক্ষা দিয়া অসম পুলিচ

    • @bindaspc2949
      @bindaspc2949 หลายเดือนก่อน

      Bohiragot Bangladeshi Nepali aru Pakistani hoi hihntok khedi dekha
      Ki khoru kotha lagi thako
      Imane Jodi nijor lora suali axomiya school t pohabi be kiyo English porhai asso
      Nonsense 👹👺😠

  • @mantudas3746
    @mantudas3746 หลายเดือนก่อน +19

    বহিৰাগতয় অসমীয়াক অত্যচাৰ কৰিব আৰু খমা খুজিব, এয়া হৈছে অসমীয়া বহিৰাগতৰ খেল , অসম আৰক্ষীয়ে ওলোটাই খিলঞ্জীয়াৰ ওপৰত পুলিচগিৰি দেখুৱাব, আৰু বহিৰাগতৰ টকা খাই বহিৰাগতক সুৰক্ষা দি যাব ,

    • @bkp9774
      @bkp9774 หลายเดือนก่อน +1

      খুব পিতন দিব লাগে ইহঁতক লোকেল দাদা গিৰি কেলা ।

  • @abutalebkhan6905
    @abutalebkhan6905 หลายเดือนก่อน +13

    বাঃ হাজাৰ হাজাৰ অসমীয়া মাধ্যমৰ স্কুল বন্ধ ।তাতে একো নাই। বাঃ

  • @RadheRadhe-sz7tv
    @RadheRadhe-sz7tv หลายเดือนก่อน +16

    আমিও অসমৰ পৰা বাহিৰত আহি ব্যৱসায় কৰি আছো। ইয়াত আমাক যদি তেনেকুৱা ব্যৱহাৰ কৰে তেতিয়া আপোনালোকে আমাক সুৰক্ষা দিব পাৰিবনে? কেৱল মই নহয়, অসমৰ হাজাৰ হাজাৰ যুৱক অসমৰ পৰা বাহিৰত আহি কৰ্ম সূত্ৰে আছেহি। সেয়েহে একেই পৰিস্থিতি আমাৰ লগত হ'লে আপোনালোকৰ ওচৰত কিবা বিকল্প ব্যৱস্থা আছে নে???

    • @satyakhanikar928
      @satyakhanikar928 หลายเดือนก่อน +3

      যি ৰাজ্যত থাকে সেই ৰাজ্যৰ ভাষা সংস্কৃতিক সকলোৱে সন্মান কৰিব লাগে

    • @parthasaikia3083
      @parthasaikia3083 หลายเดือนก่อน

      Hbo fake id di comment maribo nahibi, Tamil Nadut Tamil language soliboi...tate blg kuneyu mat dibo nuware jano nai..th axomot axomiyai solibo

    • @RadheRadhe-sz7tv
      @RadheRadhe-sz7tv หลายเดือนก่อน

      @@satyakhanikar928 যি ৰাজ্যত থকা যায় কেৱল সেই ৰাজ্যৰ ভাষা সংস্কৃতিয়ে নহয়, সকলো ৰাজ্যৰ ভাষা সংস্কৃতি তথা সকলো ধৰ্মকে সন্মান কৰিব লাগে আৰু আমি ইয়াতো বৰ্তমান কৰি আছো। কিন্তু ভাষা নজনাৰ বাবেই অসমত এতিয়া যি পৰিস্থিতি আৰম্ভ হৈছে,,, তাৰ বিপৰীত প্ৰতিক্ৰিয়াটো বহিৰাগত ৰাজ্যত থকা অসমীয়া যুৱক সকলৰ ওপৰত বৰ্তমান নপৰাকৈ থকা নাই। যদিহে অসমত পৰিৱেশ শান্ত নহয় তেনেহলে অনাগত দিনত বৰ্হি ৰাজ্যত থকা অসমীয়া যুৱক সকলৰ পৰিস্থিতি বিষম হোৱাটো নিশ্চিত।

    • @rimusaikia1916
      @rimusaikia1916 หลายเดือนก่อน +1

      Hindi tu national language hoi nki,,,tatey kar ki oxubidha

    • @RadheRadhe-sz7tv
      @RadheRadhe-sz7tv หลายเดือนก่อน

      @@rimusaikia1916 correct

  • @guptasarmah8949
    @guptasarmah8949 หลายเดือนก่อน +5

    শিৱসাগৰৰ ঘটনাৰ পিছত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ তথা পুলিচ প্ৰশাসনে বহিৰাগত সকলক ৰক্ষণাবেক্ষণ দিবলৈ দল সংগঠনৰ নেতাসকলক বণ্ড চাইণ্ড কৰাৰ বাবেই বহিৰাগতৰ বণক তথা ব্যৱসায়ী সকলৰ সাহস বাহিল। যাৰ বাবে বহিৰাগতৰ দপ দপনি দিনক দিনে বাঢ়িছে। কাৰণ সিহঁতে ভালকৈ বুজিছে যে খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ কৰিলেও খিলঞ্জীয়াই একো কৰিব নোৱাৰে কাৰণ চৰকাৰ খিলঞ্জীয়াৰ পক্ষত নাই । ।

    • @sandeepbanerjee7938
      @sandeepbanerjee7938 หลายเดือนก่อน

      @@guptasarmah8949 dexkhon eneke nosole... Dexh khon gundagiri kori ketia unnati nohobo....dexh khon law and order mote sole...

  • @Nogan-ef2yw
    @Nogan-ef2yw หลายเดือนก่อน +14

    এই মানুহৰ বাবে আমাৰ পতন হবলৈ গৈই আছে আমাৰ অসমৰ অসমীয়া ভাষাৰ

    • @sahidali745
      @sahidali745 หลายเดือนก่อน

      Kintu aisb lukuabolei mia khedi sob biyosto hoi dkhyse

  • @daizee4510
    @daizee4510 หลายเดือนก่อน +14

    এই জাতীয় ভাষা ৰক্ষা কৰিবলৈ কেৱল দল-সংগঠৰহে দায়িত্ব নেকি ? এই জাতি ৰক্ষাৰ নামত টেটু ফালি ফালি চিঞৰা কালান্ত মামাৰ চৰকাৰ একো দায়িত্ব নাই নেকি ? কেৱল আনক দেখুৱাই সাংবাদিকৰ আগত চিঞৰে নেকি ?

  • @sukle6133
    @sukle6133 หลายเดือนก่อน

    Val lagile

  • @santanukhanikar6878
    @santanukhanikar6878 หลายเดือนก่อน +3

    Joi ai axom

  • @parthasaikia3083
    @parthasaikia3083 หลายเดือนก่อน +2

    Bordhiya..joi Aai Axom 🙏

  • @qwcgrtyiopzx6xc
    @qwcgrtyiopzx6xc หลายเดือนก่อน +5

    মাৰ কেলা বিদেশিতোক । পুলিচে পইচা খাইচে বিদেশি তোৰ পৰা এৰি দিব । তাৰ দোকান ভাগি দিব লাগে

  • @njyotinjyoti7541
    @njyotinjyoti7541 หลายเดือนก่อน +4

    বহিৰাগত বনিয়াই শেষ কৰিব অসমিয়াক ভয়ানক হ'ব

  • @JagdishSharmah
    @JagdishSharmah หลายเดือนก่อน +1

    Joi Aai Asom

  • @dilipchauhan5219
    @dilipchauhan5219 หลายเดือนก่อน +8

    ভাৰতত ১৫০০ তকৈ বেছি ভাষা আছে তাৰে ভিতৰত ২২ টা ভাষা সংবিধানে স্বীকৃতি দিয়া বুলি কি অন্য ভাষা ক'ব নাপায় নেকি লিখিব নাপায় নেকি হিন্দী হৈছে ৰাষ্ট্ৰ ভাষা এজন মানুহে এটাতকৈ বেছি ভাষা নাজানিবও পাৰে । যদি আমি ভাৰতৰ বিভিন্ন ৰাজ্যত যাও তেন্তে কি ২২-২৮ টা ভাষা ক'ব লাগিব ?? নহ'লে কি মৰিব লাগিব নে বোবা হয় থাকিব লাগিব??

    • @nayanjyotidas7133
      @nayanjyotidas7133 หลายเดือนก่อน +1

      Hindi is not National language Uncle. There is not any National language in India. Hindi is just a Regional central official language.Murkho gote comment nokoribi prothome check kori lobi. 22 ta official languages vitort Hindi Atau Regional Official language.North Indiat Hindi speakers besi karone Govt.of india Central official language hisape aru Englishk Additional language hisape accept korisil.proteik bhashare Nijor nijor Rajyaot equally importance ase bujiso,Kunu National Language nai Bharaot.ji khon Rajyot nigajikoi(permanently)thakibo lole hei Rajyar Official language,culture accept koratu proyujon bujiso.This is called Beauty & unity of India.

    • @mrigankabora4835
      @mrigankabora4835 หลายเดือนก่อน

      Hindi rastro bhasa nhoi geda

  • @WhatsthehellXyz
    @WhatsthehellXyz หลายเดือนก่อน +4

    অকল sorry বুলি কলে, ধৰো নোধৰোকৈ কাণত ধৰিলে , আঠুকাঢ়িলেই সকলো অপমান অৱজ্ঞা ক্ষমা কৰি দি *জয় আই অসম* চিঞৰি দিলেই আমি সকলো অপমান পাহৰি যোৱা উচিত নহয়।
    ইহঁতক হাতেৰে নহয় ভাতেৰে মাৰিব লাগিব আৰু তাকে কৰিবলৈ হলে সিহঁতৰ ব্যৱসায় প্ৰতিষ্ঠান খিলঞ্জীয়া অসমীয়া মানুহে বৰ্জন কৰিব লাগিব ।
    তেতিয়াহে যদি কুকুৰৰ নেগুৰ পোন হয়।

  • @rumibaruah6217
    @rumibaruah6217 หลายเดือนก่อน +6

    গোলাঘাট জিলাৰ বিকানী পেলেচৰ মাৰোৱাৰী কিটাৰ যি বেয়া বেবহাৰ তাহাতকো দিব লাগে।মানুহ চাইহে বেৱহাৰ কৰে।

  • @nijeshray2303
    @nijeshray2303 หลายเดือนก่อน +2

    কাৰ সাহসত অসমীয়া মানুহক মাৰপিট কৰি আছে? মাৰপিট কৰিব আৰু ক্ষমা খুজিলেই হল ৷ এনেকৈ নচলিব দে উচিত প্ৰতউত্ত দিয়ক ৷

  • @sohamahan4811
    @sohamahan4811 หลายเดือนก่อน +7

    Assamt Business investment koribo atya risk hoise aru

    • @help782
      @help782 หลายเดือนก่อน +1

      Yea

  • @AbdulRosid-e1q
    @AbdulRosid-e1q หลายเดือนก่อน +1

    কি কথা বাই এতিয়া কি দ'ল সংগঠনেই চৰকাৰ চলাই আছে নেকি

  • @BhaskarBhatta-d5o
    @BhaskarBhatta-d5o หลายเดือนก่อน +6

    Chanda keskal niki

  • @rintubora2268
    @rintubora2268 หลายเดือนก่อน

    Jai Ai axom❤

  • @AbdulRosid-e1q
    @AbdulRosid-e1q หลายเดือนก่อน +1

    এতিয়া কি পুলিচৰ আৰু হাইকুটৰ ৰায় হিহতেই দিয়ে নেকি বাহ বাহ বাহ অসম চৰকাৰ

  • @lolenybird9008
    @lolenybird9008 หลายเดือนก่อน +2

    ইংৰাজীত ক'ব লাগে , তেতিয়াহে অলপ দৰ কৰিব । সিহঁতৰ ভাষা কলে চল পায় ।

  • @JagdishSharmah
    @JagdishSharmah หลายเดือนก่อน +1

    অসমত অসমীয়া চলিবই লাগিব

  • @mrshinmoi5380
    @mrshinmoi5380 หลายเดือนก่อน +2

    ছিঃ ছিঃ অসম পুলিছ

  • @JagannathTemple-v2v
    @JagannathTemple-v2v หลายเดือนก่อน +1

    Jay Shri Ram

  • @sandeepbanerjee7938
    @sandeepbanerjee7938 หลายเดือนก่อน +5

    Thanks to assam police

    • @cyber9345
      @cyber9345 หลายเดือนก่อน +1

      Kihor thx o.....toi kun nu .. bangal niki?tur kihor khojuwati uthisa.

    • @sandeepbanerjee7938
      @sandeepbanerjee7938 หลายเดือนก่อน

      @@cyber9345 proud bengali

    • @parthasaikia3083
      @parthasaikia3083 หลายเดือนก่อน

      Ja toi west bengal jodi axomot aso

  • @hairprasaddeori2325
    @hairprasaddeori2325 หลายเดือนก่อน +6

    Aiburr Kam nai arrest korrib lage

  • @Xxx-e7combo
    @Xxx-e7combo หลายเดือนก่อน +4

    Joi ai Axomo ❤❤❤❤❤❤ Axomot Bohera goto Dop Dopni Nosolebo. Axomot Axomiya Dop Dopni solebo lagebo....

    • @knowledgefactory917
      @knowledgefactory917 หลายเดือนก่อน

      You people don't have brain. There are many people from Assam working in other states but does not know their regional language. What is going to happen if they are also going to implement the same. With these kind of mindsets the future of Assam is very bad. No hope!!

    • @parthasaikia3083
      @parthasaikia3083 หลายเดือนก่อน +1

      Ekmot..joi Aai Axom 🙏

  • @rajurabha8912
    @rajurabha8912 หลายเดือนก่อน +1

    দোকান দিবলৈ সুবিধা দিয়ে কিয়

  • @MukulDas-l2m
    @MukulDas-l2m หลายเดือนก่อน +1

    কৰ্মচাৰী সকলৰ EPF নিয়মিয়াকৈ জমা কৰি দি আছেনে? পুলিচ কেইটা নথকা সময়ত আলু পিতিকা কৰি দিলেই হল

  • @navajyotisaikia7481
    @navajyotisaikia7481 หลายเดือนก่อน

    Joy ai asm

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 หลายเดือนก่อน +1

    আমি ইমান গাল মানুহে এটাক একো কৰিব নোৱাৰো। বাহিৰৰ মানুহৰ উৎপাট বহুত বাঢ়িছে। আমি সিহঁতৰ ঠাইত এনেকুৱা কেতিয়াও নকৰো। মইও বাহিৰত বহু বছৰ আছিলো। আমি মিলি থাকো।

    • @cyber9345
      @cyber9345 หลายเดือนก่อน +1

      Police' kaitar aru axomia kaitar uprt ha mota....aimokhar story manuha jna

  • @angkon228
    @angkon228 หลายเดือนก่อน +4

    Mumbait thoka akhomiya burok atiya kuniba piton dile kene lagibo ooo... napai

    • @parthasaikia3083
      @parthasaikia3083 หลายเดือนก่อน

      Kio amr axomiya vakhar poster tat logabole juya ni nhoi axomiyai , Mumbai marathai solibo, hei tu respect dibo janu ami bupai, toi buj

  • @polash6539
    @polash6539 หลายเดือนก่อน

    Good decision

  • @manjubarman1855
    @manjubarman1855 หลายเดือนก่อน +1

    হিন্দীত কিয় কথা কব লাগে?আমাৰ মানুহৰেই ভুল।

  • @nakiburrahman1807
    @nakiburrahman1807 หลายเดือนก่อน

    Thik korise

  • @kishanbora2248
    @kishanbora2248 หลายเดือนก่อน +3

    manu kio jontu januwar nisina kio aasoron hoisa

  • @ShabanaSiddique-q6l
    @ShabanaSiddique-q6l หลายเดือนก่อน +2

    Music tu uff

  • @hairprasaddeori2325
    @hairprasaddeori2325 หลายเดือนก่อน +22

    Kam bon nai dadagiri khuwa

    • @parthasaikia3083
      @parthasaikia3083 หลายเดือนก่อน +1

      Dadagiri nhoi burbok, ai khn Axomot axomiya lekhiboi lgibo

  • @Miftahul.499
    @Miftahul.499 หลายเดือนก่อน +1

    Thanks Assam police❤❤❤❤❤❤

  • @PabitraChowPabitraDihingiaBoru
    @PabitraChowPabitraDihingiaBoru หลายเดือนก่อน +1

    ডাঢ়িৱালা বহিৰাগতটোক জলাই দে..!!

  • @StellaHussain
    @StellaHussain หลายเดือนก่อน +1

    IS THIS RULE OF LAW ??? 🤣

  • @goutamdas9066
    @goutamdas9066 หลายเดือนก่อน +11

    iman j harahasti kori ase nijor Indian manu burok.... ki j eta image bonai ase Axom r ekita....

  • @prabitachutia448
    @prabitachutia448 หลายเดือนก่อน +1

    অসমীয়া কৱ নাজানে ইফালে ব্যৱসায় কৰে অসমত , কাণতলীয়া দুটা দি তাৰ লগত কথা পাতক

  • @Rosonsingh05
    @Rosonsingh05 หลายเดือนก่อน

    Axomot eman jiti vul hoi ase kintu atiya okol aibur a dekhi ase manuh bure baki vul burot karu soku njai 😢

  • @saddakahmed6481
    @saddakahmed6481 หลายเดือนก่อน

    দেশত কি হৈ আছে ।
    মানবতা কি নাইকিয়া হল নেকি?

  • @dipikagogoi-n1v
    @dipikagogoi-n1v หลายเดือนก่อน

    দাদাগিৰি এওঁ লোকৰ বেছি হৈছে ।এদিন দোকানীৰ পৰা বস্তু ক্ৰয় কৰোতে বেয়া ব্যৱহাৰ পাইছো ।আমাৰে খায় আমাক তিৰ স্কাৰ কৰে ।

  • @dchetia8847
    @dchetia8847 หลายเดือนก่อน

    No maafi no only punishment

  • @birendranathkalita6107
    @birendranathkalita6107 หลายเดือนก่อน

    Good step. All non assamese businessman should be compelled to speak Assamese in all aspect. The struggle or effort should be continued.

  • @sanandhisanandhi2822
    @sanandhisanandhi2822 หลายเดือนก่อน

    pasfale amar debo dekhun police daaa❤❤

  • @prasantabora365
    @prasantabora365 หลายเดือนก่อน +2

    পিঠি বহল কৰিব লাগে কেলা জয় আই অসম। অসম আৰক্ষী বোৰ অনা অসমীয়া বহিৰাগত মাৰিলে বৰমতা দেখিবলৈ পোৱা নাযায় কিয়।

  • @santoshmalah3457
    @santoshmalah3457 หลายเดือนก่อน +3

    Waha Dada Giri kuch jayeda nahi huaa

  • @JibeswarBasumatary
    @JibeswarBasumatary หลายเดือนก่อน

    Assamot Asomiya buli protyag jatir logot marpit korila bhal nohobo bohi rajyot dhori asomiya boroko pitibo

  • @DibakarJAB
    @DibakarJAB หลายเดือนก่อน

    JAY Hind

  • @HemantaTanti-g8l
    @HemantaTanti-g8l หลายเดือนก่อน

    Satya mev Jayate.

  • @saksinamom
    @saksinamom หลายเดือนก่อน +1

    Moi ajon asomiya hoi kintu olp besi hoi ase

  • @Rosonsingh05
    @Rosonsingh05 หลายเดือนก่อน

    Eman u besi hbo nlge 😢 axom t thakilei axomiya kobo paribo lagibo buli kotu likha nai 🙏 kintu june vul korise hasti pabo lge aru nidurkhi burok hasti dibo nlge 😢

  • @PolashDas-r9i
    @PolashDas-r9i หลายเดือนก่อน

    Axom police anakua poisa palei nijor dhakh khonor mauhok thogi khai

  • @saifullahSheikh123
    @saifullahSheikh123 หลายเดือนก่อน

    Police কেইটা সুৰক্ষা দিব পৰা নাই

  • @tradingwithahiya
    @tradingwithahiya หลายเดือนก่อน +1

    Whole india busines name are english... This too much

  • @hafizgiasuddinspeech9985
    @hafizgiasuddinspeech9985 หลายเดือนก่อน +1

    Any karile bahira rajjet thaka akhamiya বিপদত parib please aibur bad diya

  • @haripadnath3789
    @haripadnath3789 หลายเดือนก่อน +9

    Bharatio manuhe ji kuno bhasa likhibo aru Kobo paribo. Asomot thakile je asomia Kobo lagibo aru asomia Kobo lagibo. Eitu nagorikor sadhinotar begyath jonme, ifale aku asomia manuhe nijor culchar beleg deshot pratista koribo bichare , ki anyaye otyachar, sadhin varatar manuhor sadhin nai

    • @cyber9345
      @cyber9345 หลายเดือนก่อน +1

      Nwara o.... axomia likhibo lagibo....toi pisa axomia na mix na blg kiba.

    • @parthasaikia3083
      @parthasaikia3083 หลายเดือนก่อน

      Toi ata jodha murkho buli kom...toi fake id bonai loi ale v
      Bale comment Mari aso, toi ata jatir hotru

    • @parthasaikia3083
      @parthasaikia3083 หลายเดือนก่อน

      ​@@cyber9345hosa e an kiba hoi

    • @mrigankabora4835
      @mrigankabora4835 หลายเดือนก่อน

      Tamil Nadu t Tamil, Mumbai t maratha, bengal t bengali...axom t axomia e solibo

  • @anuradhaboruahlahon
    @anuradhaboruahlahon หลายเดือนก่อน +2

    অসমীয়া ভাষা কবলৈ টান পায়, আৰু ব্যৱসায় কৰিব আহে।

  • @nirugogoi4576
    @nirugogoi4576 หลายเดือนก่อน

    পুলিছছে সিহঁতক বেছি সুবিধা দিয়ে

  • @abdulhasim8390
    @abdulhasim8390 หลายเดือนก่อน +1

    Assam mei jo bhi ho ra hai golot ho ra hai Ji

  • @rajanibarman5539
    @rajanibarman5539 หลายเดือนก่อน

    Police good Stop

  • @niranjansinghniranjansingh-v5b
    @niranjansinghniranjansingh-v5b หลายเดือนก่อน +3

    Bahirar state tu axomar manuhak bahiragot kobo lage tar mane😊

    • @parthasaikia3083
      @parthasaikia3083 หลายเดือนก่อน

      Blg stateot ji kore tahator local manuhe jne ami tate kobo najao nhoi

  • @satyajitkumargogoi358
    @satyajitkumargogoi358 หลายเดือนก่อน

    হিন্দী ভাষী মানুহক অসমীয়া মানুহে ভগৱান বুলি ভাৱে,ভয় কৰে,সিহঁতে যি কয় বিণাদিদ্বাই পালন কৰে, সিঁহতে sir,madam বুলি মাতিলে অসমীয়াই standard দেখাবলৈ গৈ ১৫০ টকীয়া কপোৰ টোত ১০০০ দিবলৈও বেয়া নাপায়,বহিৰা গত বণিয়া বোৰৰ দোকানত আমাৰ খখাই হিন্দীতহে কদা পাতে,অসমীয়াৰ pulse সিহঁতে গম পাই গৈছে।

  • @monamona4144
    @monamona4144 หลายเดือนก่อน +2

    Aapos m somjhota karke problem ko slove korna

  • @binaghosh4794
    @binaghosh4794 หลายเดือนก่อน +1

    Moi nijei dekhisu Chennai t axomor bahut lora Kam kore kintu akhete sabore lagat Hindi te kotha pate tate to Tamil bhasar karone local manuh harasasti nokore abar goi chai aahile hoy

  • @manjeeetkdaga5274
    @manjeeetkdaga5274 หลายเดือนก่อน +1

    These people sould do business and generate employment....
    But they can only collect Chanda

  • @fakrulislam8319
    @fakrulislam8319 หลายเดือนก่อน

    Tumalukor Ahomiya girir karone gorib dukhiya Bohirajjot santit takibo nuwara hoise😢

  • @jyotirjyotir5414
    @jyotirjyotir5414 หลายเดือนก่อน +1

    What is wrong in it if one can't speak in assamese who has come from other part of the country. He said he can understand but cannot speak. Is not it fantastic? By staying for some more time, I hope he can learn to speak the language fluently. My dear friends, he needs love, not hatred. Doing so, we can achieve our desired goals.
    JAI AI ASOM.

  • @ScarRack
    @ScarRack หลายเดือนก่อน +1

    ये बेशरम पुलिस लोग की मूह नही खोलती '

  • @UmarfarukFaruk-y7m
    @UmarfarukFaruk-y7m หลายเดือนก่อน +2

    Prithibir vitorot ovodro jatituwei okhomia khar khuwa

    • @RitukrBorah
      @RitukrBorah หลายเดือนก่อน

      পৃথিৱীৰ ভিতৰত আটাইতকৈ বেয়া কাম কৰা যেন -বলৎকাৰী, চুৰ, ডকাইত, ড্ৰাগছ মাফিয়া, মিছা কথা কোৱা ইত্যাদি জাতি তোৱে হ'ল লেতেৰা মিঞা জাত 😁😁 ।

  • @hazirabegum926
    @hazirabegum926 หลายเดือนก่อน +1

    Banner khonor karone je eman kaju kora hoise . Ajir buariye mekala Sadar kiya nipindhe ba manuhk dekhuaai hirat hendurkon loboloi je beya pai kiya

  • @shyamalsarmah5470
    @shyamalsarmah5470 หลายเดือนก่อน

    Assam police assamiyak support nokore.

  • @AmazingNature-u6t
    @AmazingNature-u6t หลายเดือนก่อน +3

    Bhadra bhasha use koribo lage kotha bujaute. Bohiragatar antarat ashomiyar prati ghrina bhav he jogaise

    • @tilakchoudhury9515
      @tilakchoudhury9515 หลายเดือนก่อน

      Tar pisot bahirot thoka axomiyak mar dhar karibo

  • @AbdulKhan-tb1qq
    @AbdulKhan-tb1qq หลายเดือนก่อน +1

    Atu sob cm or komjuri karone hoi ase assam ki bhartor paa beleg niki ane ke korile amar name beya hobo hihotok kune bujabo ako khali ona okhomiya koi ulai ahe ...

  • @cyber9345
    @cyber9345 หลายเดือนก่อน

    Axomia cine board lga sbhai hot ....axomt ahi utpat nkribi.....jai aai axom 🙏

  • @SaddamKhan-n4u
    @SaddamKhan-n4u หลายเดือนก่อน

    Darkar nohoi

  • @chandandutta3186
    @chandandutta3186 หลายเดือนก่อน +1

    Dal xangathane aain hatat tuli loar seshta kiyo Kare? Police, court ase, aainar kaam karibaloi prakhakhan ase. Manuhjanar banner t axomiyat xaru koi likha ase babe iman manuhe police r aagatei aaguri dharise. Police nahale dekhon bar bipadei hal hay. Manuhjanak valkoi bujai dilei nishay buji pale hay. Dal xangathan manei ugra hab laagib buli kono Katha nai. Please, maintain peace in our society. Aanhate bahu xamayat dekha jai dal xangathanar netai dangar dangar gari ghar kini lay eko source of income nohoakoi. Gatike teoloke iman taka Kat pai? Aru ata Katha bahirar pora aha manuh ajane axomiya vakha ek basarate xikib nuaribou pare karan teo already nijar mother tongue, Hindi, English already xiki loise. Iman xahaj nahay ata regional vakha 40 years t natunkoi xika, karan regional vakha teo natunkoi xunise. Xarute xunile kab pare. Aami nijeu telegu, Marathi, malyalam adi 1 ,2 basarate xikib nuaru. Assam r bahu lok Assam r bahirat thake, jate teolokar khetrat birup prabhab napare. Ata dal xangathane ata jatir pratyekjan nagarikak pratinidhitta nakare. Xakolore sinta setana beleg hab pare. Gatike gotei Assamese community a ene karma k xamarthan Kare buli kab nuari. Noirajya hab nalage xamajat.

  • @SoldierRealLife
    @SoldierRealLife หลายเดือนก่อน

    Music nidile nohoi neki ki ghenta news huniba

  • @rajibali7073
    @rajibali7073 หลายเดือนก่อน

    প্ৰথমে খাই পিছত বিল

  • @pankajaxom8521
    @pankajaxom8521 หลายเดือนก่อน

    Voluka Bah d dibo lage

  • @Hypergaming-rc8gr
    @Hypergaming-rc8gr หลายเดือนก่อน

    Apihon dbo lage

  • @binomnarzary9589
    @binomnarzary9589 หลายเดือนก่อน

    Dukan r jagah kuni dile bhai....asol khota tu hitu he hol na.....

  • @SyedHaque-xr1or
    @SyedHaque-xr1or หลายเดือนก่อน

    Axom Policor akou amar Axomia lorakeitar oporot he besi dadagiri dekhaise... Bihari aru Marwari keitar pora toka khai amar ai Axomia Police keitar utpatu olop besi bharise.

  • @AbdurRashid-i8v
    @AbdurRashid-i8v หลายเดือนก่อน

    They are protected unlike Miya

  • @sciencediscovery1089
    @sciencediscovery1089 หลายเดือนก่อน

    Music kio disa

  • @JyotiRay-tb6mu
    @JyotiRay-tb6mu หลายเดือนก่อน

    Police r sakori koribo mon asil. But iman corruption r majot moi nathaku, senior officer ye ji kobo takei kukkur r dore palon nokoru. Ami asomiya or axomiya hoy Lachit Borphukan aru Veer Chilarai r 🩸 ase aru baki khini nokoleo hobo.1tai kotha bohut bar kolu bahira manuh r dadagiri amar asomiya bhaiti, bhonti, dada, baideu , khura, jetha etc karo oporote nosolibo aru amar asomiya sowali k kunubai physically or mentally torture korile soku meli sai thoka nohobo. . . . Amar tezal asomiya kintu hohoj -horol hobo pare khong uthibo lagile tohotok shaitan ye o bosabo nowaribo.

  • @manjeeetkdaga5274
    @manjeeetkdaga5274 หลายเดือนก่อน +1

    Height of Harassment...
    Same on u...
    Does ur people living in other' states know their local language.. if same is done there how could we feel.
    These incidents are blocking inflow of investments ... Police should take necessary action..

  • @ParthoBorah-dk3qz
    @ParthoBorah-dk3qz หลายเดือนก่อน

    Pulice k acet val coi debo laga adin.... Bohut aru ehotor

  • @anuning6254
    @anuning6254 หลายเดือนก่อน

    Tak axomia hikibo kolei hol...eneke ami bahira manuhok ottiyasar kora tu bor eta thik nohoi...moi bhabu. Axom khon aag bahi bo lage..nohole investment kunu koribo nibisaribo...kintu local recruitment dibo lagibo hetu kintu xosa.

  • @BabyPanda-t9n
    @BabyPanda-t9n หลายเดือนก่อน

    Police ase nohoi dadapiri kihor