Asam Sahitya Sabha Controversy: অসম সাহিত্য সভাত এতিয়া যোগ্যতাৰ কোনো স্থান নাই

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 พ.ย. 2024

ความคิดเห็น • 23

  • @minabora871
    @minabora871 3 วันที่ผ่านมา +3

    সাহিত্য সভাত সৎ মানুহৰ অভাৱ হ'ল নেকি ? পৰমা যোৱাৰ পাচত পুনৰ সাহিত্য সভাৰ মৰ্য্যাদা ঘুৰি আহিছিল |
    এতিয়া আকৌ সেই একে ভূলকে কৰিবলৈ ওলাইছে সভাৰ কান্ডাৰী সকলে | এইবাৰ কিন্তু সঁচাই সাহিত্য সভা নিঃশেষ হৈ যাব | আমিও ঘৰতে থাকি সাহিত্য চৰ্চা কৰি থাকিম তেতিয়াৰে পৰা |
    মিনাৰাম বৰা
    উপ সভাপতি
    পশ্চিম কাৰ্বি আংলং

  • @bibhadas5050
    @bibhadas5050 3 วันที่ผ่านมา +1

    আমি এনে ব্যক্তিক সাহিত্য সভাৰ সম্পাদক হিচাপে নিবিচাৰোঁ ।নিকা, ভাল, শ্ৰদ্ধেয় মানুহ (সাহিত্যিক) অসম মুলুকত শেষ হৈ গ'ল নেকি?

  • @RanjitDeka-b9i
    @RanjitDeka-b9i 3 วันที่ผ่านมา +1

    তুমুল প্রতিবাদ হব লাগে আৰু সাহিত্য সভাৰ অতীত গৰিমা অটুত ৰাখিব লাগে |

  • @NKMedia-d6k
    @NKMedia-d6k 3 วันที่ผ่านมา +1

    অসম সাহিত্য সভা
    এটা নামতহে সংগঠন
    আনন্দ মেলা/মিনা বজাৰ আদিৰ সমাহাৰ স্হলী হ’ল “অসম সাহিত্য সভা”

  • @pratimasarma1737
    @pratimasarma1737 3 วันที่ผ่านมา

    সাহিত্য সভাৰ উদ্দেশ্য, কৰ্ম পদ্ধতি, জাতীয় জীৱনত সাহিত্য সভাৰ সম্পৰ্ক আজি অতীত হ'ল। এচাম ক্ষমতা লোভী ছদ্মবেশী সাহিত্যিক নাম ধাৰী ব্যক্তিৰে গঠিত এটা অজাতীয় অনুস্থানত পৰিণত হৈছে অসমীয়া জাতীয় জীৱনৰ এই সাহিত্য সভা নামৰ অনুষ্ঠানটো।

  • @MAK_M68
    @MAK_M68 11 ชั่วโมงที่ผ่านมา

    ইয়াৰ দ্বাৰা এইটো গম পোৱা গোল অসমত ভাল মানুহ নাই।।।। যদি সাহিত্য সভাৰ নিছিনা মৰ্য্যাদা পূৰ্ণ অনুষ্ঠানত এনেকুৱা ক্লাছলেছ মানুহৰ স্থান আছে তেন্তে ৰাইজৰ টকা খৰচ কৰি এনেকুৱা অনুষ্ঠান পাতি একো লাভ নাই।।।। ধিক্কাৰ তাত থকা আগশাৰীৰ গুনি গীয়ানি লোক সকলক

  • @hairprasaddeori2325
    @hairprasaddeori2325 3 วันที่ผ่านมา +2

    Sobote Brahmin r dop doponi ?

  • @TCF573
    @TCF573 3 วันที่ผ่านมา +1

    Bamoonor rajotta 😂😂si si

  • @gonjanboruah6988
    @gonjanboruah6988 3 วันที่ผ่านมา

    অসম সাহিত্য সভা বৰ্তমান কোন দিশে ।

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 3 วันที่ผ่านมา

    এনেবোৰ কথা-কাণ্ডৰ বাবেই অসম সাহিত্য সভাই এতিয়া নিজৰ গৰিমা হেৰুৱাই পেলালে।

  • @Him-l3z
    @Him-l3z 3 วันที่ผ่านมา

    আচাম চাহিত্য ছাফা। ।।

  • @deepjyotiborah4708
    @deepjyotiborah4708 3 วันที่ผ่านมา +1

    Ako bamun lura ufff kela bjp Dinot okol bamun raz lura

  • @anupamvlogs1552
    @anupamvlogs1552 3 วันที่ผ่านมา

    Laj lgibo lgsil xsai.....

  • @kabitabhuyan545
    @kabitabhuyan545 3 วันที่ผ่านมา

    Ci ci

  • @bluestar4720
    @bluestar4720 3 วันที่ผ่านมา

    বামুণ

  • @commenti5459
    @commenti5459 3 วันที่ผ่านมา

    উপসভাপতি হবলৈ কি যোগ‍্যতা লাগে

  • @TCF573
    @TCF573 3 วันที่ผ่านมา

    Si si 😂😂😂

  • @Mimbrangboro4589
    @Mimbrangboro4589 3 วันที่ผ่านมา

    Ki aasurit.

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu 4 วันที่ผ่านมา

    sb ses...

  • @minotisonowal604
    @minotisonowal604 3 วันที่ผ่านมา

    Khatom lubhiyai pale

    • @deepjyotiborah4708
      @deepjyotiborah4708 3 วันที่ผ่านมา

      @@minotisonowal604 amar ujoni oxomor manuhkhiniu ajikali bamunok ha val pai bamuna mitha kotha koi mon muhi loi