ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ লগতে এই ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰি থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলোকে এই দাসৰ পৰিয়ালবৰ্গই ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ
🙏🏼🙏🏼🙏🏼🙏🏼 কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি ৰাম প্ৰভু মাধৱ পুৱাৰ সেৱা জনালোঁ ।কৃষ্ণ কৃষ্ণ আপোনাৰ মঙ্গল কামনা কৰিলোঁ ঈশ্বৰে কূপা কৰক ।🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃ।
কৃষ্ণ বাপ কৃষ্ণ আপোনাৰ কুশল মংগল কামনা কৰি প্ৰভু ভগৱন্তৰ চৰনত সোৱা ধৰিলে । আৰু আপোনাৰ কৃপাত এই ভাগৱত পাঠ সদায়ে যেন শ্ৰবণ কৰিব পাৰে তাৰ আৰ্শীবাদ ললো কৃষ্ণ প্ৰনাম ।
Pranam Baap Ishwar ! Keibadinor biratit darxan pai xantux palo.Bhagawantoi kushal mongale rakhise nishwai ! Krishna🙏
কৃষ্ণ কৃষ্ণ দেউতা আপোনাৰ পৰমআত্মাই আপোনাক আজীৱন তেজশ্ৰী কৰি ৰাখক প্ৰভু কৃষ্ণ কৃষ্ণ
কৃষ্ণ প্ৰভূ মূঢ়মতিৰ সেৱা ভাগি গ্ৰহন কৰিব । কৃষ্ণ কৃষ্ণ হৰি ।
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏সেৱাঁ ভাগি নিবেদিলোঁ গ্রহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। আপোনাৰ শ্রীমুখে অমৃতময় বাণী শ্রৱণ কৰিবলৈ পাই অতিকৈ আনন্দিত হলোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰেই কামনা কৰিলোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ মংগল হওঁক বহু দিনৰ মুৰকত দেখি বৰ কৃত কৃত হৈছোঁ কৃষ্ণ । সদায় লগ পাই থাকোঁ যেন বাপ ।পাম নে কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব। পৰম শান্তি অনুভৱ হৈছে প্ৰভু ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ কৃষ্ণ হে মোৰ গুৰু জনা। আপোনাৰ শ্রী চৰনত প্রনাম জনালো।
কৃষ্ণ কৃষ্ণ প্রভুজনা বহুদিনৰ বিৰতিৰ পিছত আজি পাই ভাল লাগিল প্রভু কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ কৃষ্ণ প্ৰভু ।ঈশ্বৰে আপোনাক মঙ্গলে ৰাখক ।
কৃষ্ণ, কৃষ্ণ বাপজন । সেৱা জনালো ।
🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ শ্ৰী চৰণত ভক্তিভাৱেৰে সেৱা জনাইছো , কৃষ্ণ কৃষ্ণ ৰাম ৰাম🙏🙏🙏
কৃষ্ণ কৃষ্ণ জয় শ্ৰীশঙ্কৰ-মাধৱ গুৰুদুজনাৰ অভয়চৰণ শীৰত থাপি কৃপালু অক্ষয় বন্তি শ্ৰীআচাৰ্যদেৱৰ চৰণত সেৱা নিৱেদিছোঁ লগতে নৱাগত দিনলৈ আপোনাৰ পৰিয়ালৰ ও আমিসৱৰে কুশল-মঙ্গল কামনা কৰি ভগৱন্তৰ অভয়চৰণত কাতৰে সেৱা নিৱেদিছোঁ । জয় হৰি গোৱিন্দ °
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ কৃপা কৰি অভাজনৰ সেৱা গ্ৰহণ কৰিব।
কৃষ্ণ কৃষ্ণ ।সেৱা আগবঢ়ালোঁ প্ৰভু।
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ । বহুত অপেক্ষা কৰি আছিলোঁ । কৃষ্ণ কৃষ্ণ প্ৰভু ।
কৃষ্ণ কৃষ্ণ গুৰুজনা সেৱা জনালো কৃষ্ণ🙏
Ram krishan bap .sewa he. aapunar vagabat xuni xasai val lage.aamiu jate aapunar nisina bap r sewa lob paru tare kamona karu.
কৃষ্ণ কৃষ্ণ । প্ৰণাম প্ৰভূ ।
🙏কৃষ্ণ প্রভু সেৱা জনালোঁ। কেইবাদিন বিৰতিৰ অন্তত আজি পাই বহুত আনন্দিত।প্রভু ভগৱন্তৰ ওচৰত আপোনাৰো সু স্বাস্থ্য কামনা কৰিছো।🙏
🙏🕉নমোঃ ভাগৱতেই বাসুদেবাই। কৃষ্ণ বাপ ইশ্বৰ প্রভু আপোনাৰ শ্রী চৰনত প্রনাম জনালো। আপোনাৰ কুশল মংগল ইশ্বৰৰ ওচৰত প্রথনা কৰিছো। কৃষ্ণ ৰাম কৃষ্ণ হৰি নাৰায়ণ। 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু, আন্তৰিক সেৱা আৰু সম্ভাষণ জ্ঞাপন কৰিলোঁ । অলপতে খোলোঁতে দেখা পাই মনটো ফৰকাল লাগি গ'ল । শ্রৱণৰত হৈ আছো। হে প্রভু , শেষলৈকে শ্রৱণ কৰিলোঁ । পৰম আনন্দিত হ'লো । নিশ্চয় আকৌ কেইদিন মান লগ ভাগ পাই থাকিম । আপোনাৰ ব্যস্ততাৰ বাবেই একাদ্রিক্রমে অনুষ্ঠান ভাগ প্রচাৰ কৰিব পৰা নাই সেয়া জ্ঞাত । আক্ষেপ নহয় । কেৱলমাত্ৰ হেঁপাহৰ টান । নিকিঞ্চনৰ অপৰাধ মৰীষণ কৰিব । সকলোৰে প্রতি পুণঃ পুণঃ আন্তৰিক সেৱা আৰু সম্ভাষণ জ্ঞাপন কৰিলোঁ । কৃষ্ণ কৃষ্ণ । জয় গুৰু শঙ্কৰ।
প্ৰভু ভগৱন্তৰ ওচৰত কৰযোৰে প্ৰনাম জনাইছোঁ
প্ৰভূজনাবহুদিনৰমূৰতভাললাগিলকৃষ্ণকৃষ্ণ
হে পৰম গুৰু আপোনাৰ শ্ৰী চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ আৰু ভাগৱত পাঠ শ্ৰৱণ কৰি থকা সকলো ভক্ত প্ৰাণ আই মাতৃ বাপ সমস্তলৈ এই অভাজনে প্ৰণিপাত জনাইছোঁ ।সকলোৰে মঙ্গল আৰু কুশল কামনা কৰিলো ।
হে অদিতীয় প্ৰভুজনা আজি আপুনি আমাক কন্দুৱাইছে।বৰদুখ লগা আছিল পাঠটি।একান্ত মনে শুনি আছিলো।আমি বৰ সৌভাগ্য ৱতী ঘৰত বহি বহি পাঠ শুনি থাকিব পাওঁ।আপুনি সদায় ঈশ্বৰৰ কৃপা লাভ কৰি থাকক।
কৃষ্ণ কৃষ্ণ বাপ আজি বিৰতীৰ অন্তপেলাই জীৱক যেন ঘুৰাই আনিল। ধৈন্য প্ৰভূ সেৱাগ্ৰহণ কৰিব ।নৱবৰ্ষৰ শুভেচ্ছা থাকিল ।কৃষ্ণ শঙ্কৰ মাধৱ ।
কৃষ্ণ প্ৰণাম প্ৰভু । সেবা গ্ৰহণ কৰিব ।পৰম প্ৰভুৱে আপোনাক পৰিয়ালটিৰ সৈতে সদায় সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখক ।
কৃষ্ণ প্রভু ঈশ্বৰ সেৱা ভাগ আপোনাৰ শ্রী চৰণত নিবেদিলো গ্রহণ কৰিব। আপোনাৰ সৰ্বতোপ্ৰকাৰ মংগল কামনাৰে কৃষ্ণ কৃষ্ণ প্রভু🙏🙏🙏🙏
প্রণাম.প্রভু ঈশ্বৰ🙏🙏🙏🙏🙏
কৃষ্ণ প্ৰভু ঈশ্বৰ বাপজন সেৱা নিবেদিলোঁ।পাঠভাগ শ্ৰৱণ কৰি দেহ মন শাত পৰি গল।কৃষ্ণ
Krishna
🙏🙏কৃষ্ণ প্ৰভু,সহস্র প্ৰণিপাত নিবেদিছো,কৃপা কৰিব।বিৰতিৰ দিন কেইটি বিৰক্তিপূৰ্ণ ।প্রভু অপৰাধ মৰিষণ কৰিব 🙏🙏কৃষ্ণ প্ৰভু।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ প্ৰভূ ঈশ্বৰ চৰণ কৌটি কৌটি প্ৰণাম প্ৰভূ কৃপালু বাপ জনা সেৱা গ্ৰহণ কৰিব প্ৰভূ 🙏🙏🙏🙏বৰ সুন্দৰ প্ৰভূ কৃষ্ণ কৃষ্ণ
কৃষ্ণ, প্ৰণাম প্ৰভু ঈশ্বৰ আমাৰ সেৱা জনালোঁ লগতে নৱবৰ্ষৰ বাবে আমাৰ তৰফৰ পৰা শুভকামনা জনালোঁ, সকলোকে যেন ঈশ্বৰে কুশলে ৰাখে এয়ে কামনা, কৃষ্ণ
বহুত দিনৰ অপেক্ষাত প্রভু আজি বৈকুন্ঠৰ কল্পতৰু ভাগ শুনিবলৈ পালো বহুত আনন্দিত |মাজত এটা দিন নুশুনাকৈ থাকিলে মনটো বহুত বেয়া লাগে |পৰম কৃপালু প্রভু জন আপোনাক পৰম ঈশ্বৰে সদায় কুশলে ৰাখক | কৃষ্ণপ্রভু শতকৌটি প্রণিপাত জনালো |
Kresna he gurumurti bapjan atmar Sawa nibadilu Aru apunar vitarate mur pravuk lag palu kresna
কৃষ্ণ প্ৰভু বহুত অপেক্ষাৰ অন্তত আজি পাঠ ভাগ শ্ৰৱণ কৰি যথেষ্ঠ আপ্লুত হ’লো হে প্ৰভু সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ ৷কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ জনালৈ শত কৌটি প্ৰণাম ।
কৃষ্ণ কৃষ্ণ প্ৰভু বহু অপেক্ষা কৰি আছিলোঁ কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভূ প্ৰণাম ।বহূদিন বিৰতিৰ মূৰত কৃষ্ণ কথা শুনিবলৈ পাই বৰ ভাল লাগিল । আপোনালৈ নবৱৰ্ষৰ শুভেচ্ছা থাকিল ।জয গুৰু শঙ্কৰ ।
🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 😂😂😂😂🙏🙏 কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু পৰমপিতা পৰমেশ্বৰে কুশলে ৰাখক 🙏🙏
কৃষ্ণ প্ৰভু সেৱা জনালো ।বহুত আগ্ৰহেৰে আজিৰ video টো শ্ৰৱণ কৰিলো ! কৃষ্ণ ।।
"কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণিপাত জনালো'
কৃষ্ণ প্ৰভু শত কোটি সেৱা নিবেদিছো। আপোনাৰ ভাগৱত শ্ৰৱণ কৰি অন্তৰত থকা দুখ বেদনা বোৰৰ পৰা উপশম পাইছোঁ। কৃষ্ণ প্ৰভু ৰাম।
প্ৰভূ বাপ গুৰু জনলৈ মোৰ সহস্ৰ শতকোতি সেৱা ধৰিছো বাপ জনাই বৰ্তমানৰ দৰে ভবিষ্যতৰ দীঘ্যদিন এনেকৈ অমৃত প্ৰান মধুৰ বানীৰে আমাক ভক্তিৰ আলোকৃত কৰিবৰ আশাৰে থাকিম। কৃষ্ণ ৰাম কৃষ্ণ ৰাম
কৃষ্ণ প্ৰভু , সেৱা জনালোঁ ।
বহুতো অপেক্ষাৰ অন্তত এই আধ্যায়ভাগ পালো প্ৰভু ঈশ্বৰ।ভগৱানে আপোনাক মঙ্গল কৰক ।
কৃষ্ণ কৃষ্ণ প্ৰভু । কেইবা দিনৰ পিছত অমৃত ৰস পাই বহুত ভাল লাগিল । ভগৱানে আপোনাক সদায়ে কুশলে ৰাখক ।
কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা আগবঢ়ালো 🙏🙏🙏🙏🙏🙏🙏
অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ দীৰ্ঘ জীৱন কামনা কৰিলো কৃষ্ণ 🙏
প্ৰণাম প্ৰভূ ।বহুত ভাল লাগিছে ।
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীচৰণত শতকৌটি প্ৰণাম জনালোঁ।
প্ৰণাম প্ৰভূ ঈশ্বৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৰুনা ময়।
কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ । পাঠভাগলে ইমান যে আগ্ৰহেৰে বাট চাই আছিলো নহয়
কৃষ্ণ বাপ !সশ্ৰদ্ধ প্ৰণিপাত নিবেদিলোঁ, গ্ৰহণ কৰিব | ভালে কেইদিন বিৰতিৰ অন্তত ভাগৱত পাঠ আৰু ব্যাখ্যা শ্ৰৱণ কৰিবলৈ পাই আনন্দিত হৈছোঁ আৰু প্ৰেৰণা লগতে অনেক প্ৰজ্ঞাৰে প্ৰভাৱিত হৈছোঁ বুলি অনুভৱ কৰিছোঁ |ধন্যবাদ | কৃষ্ণ, কৃষ্ণ ...|শুভৰাত্ৰি |
পুৱাৰ বন্তি জ্বলাই আপোনাৰ কণ্ঠৰ সুন্দৰ ভাগৱত পাঠ শ্ৰৱণ কৰি ধন্য হ'লো । আপোনাৰ কৃপাত আমাৰ মনৰ অন্ধকাৰ আতৰ হ ওক । সকলো শ্ৰোতাৰে মঙ্গল হ ওক । কৃষ্ণ কৃষ্ণ 🙏 ভক্তিভৰা সেৱা নিবেদিলো ।
Krishna krishna bap 🙏🙏🙏🙏❤️
কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু সেবা জনালোঁ।
🙏প্ৰণাম কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏
প্ৰভু জনা হেৱা নিবেদিলো প্ৰভু জনাক ভগৱানে ভালে ৰাখে যেন ।ভাগৱতৰআসনৰ পৰা আমাক আৰ্শীবাদ কৰে যেন ।
কৃষ্ণ প্ৰঙু .বাপ মনতো ভাল লাগি গল
কৃষ্ণ প্ৰভুজনা প্ৰণাম জনালোঁ।
কৃষ্ণ বাপ অধমৰ প্রণাম গ্রহণ কৰিব কৃষ্ণ
কৃষ্ণ বাপ ভালে কুশলে আছে বহু অপেক্ষা অন্তত পালোঁ সেৱা গ্ৰহণ কৰিব কৃষ্ণ 🙏🙏🙏
Krishna baapjona shatakoti pranam . Shundar byakhya .pratisshobi hoi vahi uthise dirghayu houk.
Krishn krishn
বাপ আপোনাৰ ধাৰাবাহিক ভাগৱতৰ ব্যাখ্যা শ্ৰৱণ কৰি অতিশয় আনন্দিত হৈছো।সশ্ৰদ্ধ প্ৰনাম জনাইছোঁ🙏🙏
কৃষ্ণ " কপিল প্ৰভূ ঈশ্বৰ " মাতৃৰসশ্ৰদ্ধ প্ৰণাম গ্ৰহণ কৰিব । বহুদিনৰ অন্তত আপোনাৰ অমৃত ময় কৃষ্ণ কথা শুনি নথৈ সুখীহলো । আশা থাকিল আপুনিসকলো প্ৰকাৰে কুশলে আছে ।পুনৰ সেৱা ৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
+j
Krishna Krishna prabhu bap
ক়্ষ্ণ ক়্ষ্ণ.প্ৰভু সেৱহে...🙏🙏🙏
প্রভু সেৱা জনাইছো
কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏
বহু অপেক্ষাৰ অন্তত সচাকৈ সুখী হৈছোঁ । ধন্যবাদ প্ৰভূ ঈশ্বৰ । সৰ্বাংগীন সুন্দৰ কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।
va l l a g i l
🙏প্ৰণাম প্ৰভু ঈশ্বৰ🙏
কৃষ্ণ কৃষ্ণ প্ৰুভু 🙏
কৌটি কৌটি প্ৰনাম।কৃষ্ণ কৃষ্ণ।জয় গুৰু শঙ্কৰদেৱে।
কৃষ্ণ কৃষ্ণ প্ৰভু বাপ আপুনাক প্ৰনাম জনাইচু কৃষ্ণ
Krishno krishno baap,Udhavar jonmo kahni2 olp jonabosum. Krishno
কৃষ্ণ কৃষ্ণ সেৱাহে বাপজন 🙏🙏
কৃষ্ণ কৃষ্ণ🙏 বাপ বহুত দিনৰ মূৰত আপোনাৰ ভাগৱত পাঠ শুনি নথৈ আনন্দিত হৈছে৷ ভগৱানে আপোনাৰ মঙ্গল কৰক
Krishno Krishno Krishno hewa jonaisu
কৃষ্ণ কৃষ্ণ কৃষ্ণ🕉
বহুতো জ্ঞান লাভ কৰিলোঁ প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ
আপোনাক ভগৱানে কুশলে ৰাখক 🙏🙏🙏
কৃষ্ণ কৃষ্ণ জয় ৰাম ৰাম
Krishna Krishna bap
প্ৰভু ৰাতি পুৱা ভাগৱত শুনিলে দিনতোৰ বাবে ভাল লাগি থাকি সদায় যেন কূপা কৰে
Krishna krishna prabhu Ram ram
🕉️🙏OM NAMO BHAGAVATE VASUDEVAYA 🙏🕉️
KRISHNA Provu 🙏🙏🙏
কৃষ্ণ প্ৰভু জনা ।
কৃষ্ণ বাপ সেৱা জনালোঁ🙏🙏🙏
Krishna pranam Prabhu 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna Bap Krishna
Krishna Har🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ!
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ লগতে এই ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰি থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলোকে এই দাসৰ পৰিয়ালবৰ্গই ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ
🙏🏼🙏🏼🙏🏼🙏🏼 কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি ৰাম প্ৰভু মাধৱ পুৱাৰ সেৱা জনালোঁ ।কৃষ্ণ কৃষ্ণ আপোনাৰ মঙ্গল কামনা কৰিলোঁ ঈশ্বৰে কূপা কৰক ।🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃ।
কৃষ্ণ বাপ কৃষ্ণ আপোনাৰ কুশল মংগল কামনা কৰি প্ৰভু ভগৱন্তৰ চৰনত সোৱা ধৰিলে । আৰু আপোনাৰ কৃপাত এই ভাগৱত পাঠ সদায়ে যেন শ্ৰবণ কৰিব পাৰে তাৰ আৰ্শীবাদ ললো কৃষ্ণ প্ৰনাম ।
Pranam Baap Ishwar ! Keibadinor biratit darxan pai xantux palo.Bhagawantoi kushal mongale rakhise nishwai ! Krishna🙏
কৃষ্ণ কৃষ্ণ দেউতা আপোনাৰ পৰমআত্মাই আপোনাক আজীৱন তেজশ্ৰী কৰি ৰাখক প্ৰভু কৃষ্ণ কৃষ্ণ
কৃষ্ণ প্ৰভূ মূঢ়মতিৰ সেৱা ভাগি গ্ৰহন কৰিব । কৃষ্ণ কৃষ্ণ হৰি ।
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏সেৱাঁ ভাগি নিবেদিলোঁ গ্রহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। আপোনাৰ শ্রীমুখে অমৃতময় বাণী শ্রৱণ কৰিবলৈ পাই অতিকৈ আনন্দিত হলোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰেই কামনা কৰিলোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ মংগল হওঁক বহু দিনৰ মুৰকত দেখি বৰ কৃত কৃত হৈছোঁ কৃষ্ণ । সদায় লগ পাই থাকোঁ যেন বাপ ।পাম নে কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব। পৰম শান্তি অনুভৱ হৈছে প্ৰভু ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ কৃষ্ণ হে মোৰ গুৰু জনা। আপোনাৰ শ্রী চৰনত প্রনাম জনালো।
কৃষ্ণ কৃষ্ণ প্রভুজনা বহুদিনৰ বিৰতিৰ পিছত আজি পাই ভাল লাগিল প্রভু কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ কৃষ্ণ প্ৰভু ।ঈশ্বৰে আপোনাক মঙ্গলে ৰাখক ।
কৃষ্ণ, কৃষ্ণ বাপজন । সেৱা জনালো ।
🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ শ্ৰী চৰণত ভক্তিভাৱেৰে সেৱা জনাইছো , কৃষ্ণ কৃষ্ণ ৰাম ৰাম🙏🙏🙏
কৃষ্ণ কৃষ্ণ জয় শ্ৰীশঙ্কৰ-মাধৱ গুৰুদুজনাৰ অভয়চৰণ শীৰত থাপি কৃপালু অক্ষয় বন্তি শ্ৰীআচাৰ্যদেৱৰ চৰণত সেৱা নিৱেদিছোঁ লগতে নৱাগত দিনলৈ আপোনাৰ পৰিয়ালৰ ও আমিসৱৰে কুশল-মঙ্গল কামনা কৰি ভগৱন্তৰ অভয়চৰণত কাতৰে সেৱা নিৱেদিছোঁ । জয় হৰি গোৱিন্দ °
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ কৃপা কৰি অভাজনৰ সেৱা গ্ৰহণ কৰিব।
কৃষ্ণ কৃষ্ণ ।সেৱা আগবঢ়ালোঁ প্ৰভু।
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ । বহুত অপেক্ষা কৰি আছিলোঁ । কৃষ্ণ কৃষ্ণ প্ৰভু ।
কৃষ্ণ কৃষ্ণ গুৰুজনা সেৱা জনালো কৃষ্ণ🙏
Ram krishan bap .sewa he. aapunar vagabat xuni xasai val lage.aamiu jate aapunar nisina bap r sewa lob paru tare kamona karu.
কৃষ্ণ কৃষ্ণ । প্ৰণাম প্ৰভূ ।
🙏কৃষ্ণ প্রভু সেৱা জনালোঁ। কেইবাদিন বিৰতিৰ অন্তত আজি পাই বহুত আনন্দিত।প্রভু ভগৱন্তৰ ওচৰত আপোনাৰো সু স্বাস্থ্য কামনা কৰিছো।🙏
🙏🕉নমোঃ ভাগৱতেই বাসুদেবাই। কৃষ্ণ বাপ ইশ্বৰ প্রভু আপোনাৰ শ্রী চৰনত প্রনাম জনালো। আপোনাৰ কুশল মংগল ইশ্বৰৰ ওচৰত প্রথনা কৰিছো। কৃষ্ণ ৰাম কৃষ্ণ হৰি নাৰায়ণ। 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু, আন্তৰিক সেৱা আৰু সম্ভাষণ জ্ঞাপন কৰিলোঁ । অলপতে খোলোঁতে দেখা পাই মনটো ফৰকাল লাগি গ'ল । শ্রৱণৰত হৈ আছো।
হে প্রভু , শেষলৈকে শ্রৱণ কৰিলোঁ । পৰম আনন্দিত হ'লো । নিশ্চয় আকৌ কেইদিন মান লগ ভাগ পাই থাকিম । আপোনাৰ ব্যস্ততাৰ বাবেই একাদ্রিক্রমে অনুষ্ঠান ভাগ প্রচাৰ কৰিব পৰা নাই সেয়া জ্ঞাত । আক্ষেপ নহয় । কেৱলমাত্ৰ হেঁপাহৰ টান । নিকিঞ্চনৰ অপৰাধ মৰীষণ কৰিব । সকলোৰে প্রতি পুণঃ পুণঃ আন্তৰিক সেৱা আৰু সম্ভাষণ জ্ঞাপন কৰিলোঁ । কৃষ্ণ কৃষ্ণ । জয় গুৰু শঙ্কৰ।
প্ৰভু ভগৱন্তৰ ওচৰত কৰযোৰে প্ৰনাম জনাইছোঁ
প্ৰভূজনাবহুদিনৰমূৰত
ভাললাগিলকৃষ্ণকৃষ্ণ
হে পৰম গুৰু আপোনাৰ শ্ৰী চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ আৰু ভাগৱত পাঠ শ্ৰৱণ কৰি থকা সকলো ভক্ত প্ৰাণ আই মাতৃ বাপ সমস্তলৈ এই অভাজনে প্ৰণিপাত জনাইছোঁ ।সকলোৰে মঙ্গল আৰু কুশল কামনা কৰিলো ।
হে অদিতীয় প্ৰভুজনা আজি আপুনি আমাক কন্দুৱাইছে।বৰদুখ লগা আছিল পাঠটি।একান্ত মনে শুনি আছিলো।আমি বৰ সৌভাগ্য ৱতী ঘৰত বহি বহি পাঠ শুনি থাকিব পাওঁ।আপুনি সদায় ঈশ্বৰৰ কৃপা লাভ কৰি থাকক।
কৃষ্ণ কৃষ্ণ বাপ আজি বিৰতীৰ অন্তপেলাই জীৱক যেন ঘুৰাই আনিল। ধৈন্য প্ৰভূ সেৱাগ্ৰহণ কৰিব ।নৱবৰ্ষৰ শুভেচ্ছা থাকিল ।কৃষ্ণ শঙ্কৰ মাধৱ ।
কৃষ্ণ প্ৰণাম প্ৰভু । সেবা গ্ৰহণ কৰিব ।পৰম প্ৰভুৱে আপোনাক পৰিয়ালটিৰ সৈতে সদায় সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখক ।
কৃষ্ণ প্রভু ঈশ্বৰ সেৱা ভাগ আপোনাৰ শ্রী চৰণত নিবেদিলো গ্রহণ কৰিব। আপোনাৰ সৰ্বতোপ্ৰকাৰ মংগল কামনাৰে কৃষ্ণ কৃষ্ণ প্রভু🙏🙏🙏🙏
প্রণাম.প্রভু ঈশ্বৰ🙏🙏🙏🙏🙏
কৃষ্ণ প্ৰভু ঈশ্বৰ বাপজন সেৱা নিবেদিলোঁ।পাঠভাগ শ্ৰৱণ কৰি দেহ মন শাত পৰি গল।কৃষ্ণ
Krishna
🙏🙏কৃষ্ণ প্ৰভু,সহস্র প্ৰণিপাত নিবেদিছো,কৃপা কৰিব।বিৰতিৰ দিন কেইটি বিৰক্তিপূৰ্ণ ।প্রভু অপৰাধ মৰিষণ কৰিব 🙏🙏কৃষ্ণ প্ৰভু।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ প্ৰভূ ঈশ্বৰ চৰণ কৌটি কৌটি প্ৰণাম প্ৰভূ কৃপালু বাপ জনা সেৱা গ্ৰহণ কৰিব প্ৰভূ 🙏🙏🙏🙏বৰ সুন্দৰ প্ৰভূ কৃষ্ণ কৃষ্ণ
কৃষ্ণ, প্ৰণাম প্ৰভু ঈশ্বৰ আমাৰ সেৱা জনালোঁ লগতে নৱবৰ্ষৰ বাবে আমাৰ তৰফৰ পৰা শুভকামনা জনালোঁ, সকলোকে যেন ঈশ্বৰে কুশলে ৰাখে এয়ে কামনা, কৃষ্ণ
বহুত দিনৰ অপেক্ষাত প্রভু আজি বৈকুন্ঠৰ কল্পতৰু ভাগ শুনিবলৈ পালো বহুত আনন্দিত |মাজত এটা দিন নুশুনাকৈ থাকিলে মনটো বহুত বেয়া লাগে |পৰম কৃপালু প্রভু জন আপোনাক পৰম ঈশ্বৰে সদায় কুশলে ৰাখক | কৃষ্ণপ্রভু শতকৌটি প্রণিপাত জনালো |
Kresna he gurumurti bapjan atmar Sawa nibadilu Aru apunar vitarate mur pravuk lag palu kresna
কৃষ্ণ প্ৰভু বহুত অপেক্ষাৰ অন্তত আজি পাঠ ভাগ শ্ৰৱণ কৰি যথেষ্ঠ আপ্লুত হ’লো হে প্ৰভু সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ ৷কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ জনালৈ শত কৌটি প্ৰণাম ।
কৃষ্ণ কৃষ্ণ প্ৰভু বহু অপেক্ষা কৰি আছিলোঁ কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভূ প্ৰণাম ।বহূদিন বিৰতিৰ মূৰত কৃষ্ণ কথা শুনিবলৈ পাই বৰ ভাল লাগিল । আপোনালৈ নবৱৰ্ষৰ শুভেচ্ছা থাকিল ।জয গুৰু শঙ্কৰ ।
🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 😂😂😂😂🙏🙏 কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু পৰমপিতা পৰমেশ্বৰে কুশলে ৰাখক 🙏🙏
কৃষ্ণ প্ৰভু সেৱা জনালো ।বহুত আগ্ৰহেৰে আজিৰ video টো শ্ৰৱণ কৰিলো ! কৃষ্ণ ।।
"কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণিপাত জনালো'
কৃষ্ণ প্ৰভু শত কোটি সেৱা নিবেদিছো। আপোনাৰ ভাগৱত শ্ৰৱণ কৰি অন্তৰত থকা দুখ বেদনা বোৰৰ পৰা উপশম পাইছোঁ। কৃষ্ণ প্ৰভু ৰাম।
প্ৰভূ বাপ গুৰু জনলৈ মোৰ সহস্ৰ শতকোতি সেৱা ধৰিছো বাপ জনাই বৰ্তমানৰ দৰে ভবিষ্যতৰ দীঘ্যদিন এনেকৈ অমৃত প্ৰান মধুৰ বানীৰে আমাক ভক্তিৰ আলোকৃত কৰিবৰ আশাৰে থাকিম। কৃষ্ণ ৰাম কৃষ্ণ ৰাম
কৃষ্ণ প্ৰভু , সেৱা জনালোঁ ।
বহুতো অপেক্ষাৰ অন্তত এই আধ্যায়ভাগ পালো প্ৰভু ঈশ্বৰ।ভগৱানে আপোনাক মঙ্গল কৰক ।
কৃষ্ণ কৃষ্ণ প্ৰভু । কেইবা দিনৰ পিছত অমৃত ৰস পাই বহুত ভাল লাগিল । ভগৱানে আপোনাক সদায়ে কুশলে ৰাখক ।
কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা আগবঢ়ালো 🙏🙏🙏🙏🙏🙏🙏
অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ দীৰ্ঘ জীৱন কামনা কৰিলো কৃষ্ণ 🙏
প্ৰণাম প্ৰভূ ।বহুত ভাল লাগিছে ।
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীচৰণত শতকৌটি প্ৰণাম জনালোঁ।
প্ৰণাম প্ৰভূ ঈশ্বৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৰুনা ময়।
কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ । পাঠভাগলে ইমান যে আগ্ৰহেৰে বাট চাই আছিলো নহয়
কৃষ্ণ বাপ !
সশ্ৰদ্ধ প্ৰণিপাত নিবেদিলোঁ, গ্ৰহণ কৰিব | ভালে কেইদিন বিৰতিৰ অন্তত ভাগৱত পাঠ আৰু ব্যাখ্যা শ্ৰৱণ কৰিবলৈ পাই আনন্দিত হৈছোঁ আৰু প্ৰেৰণা লগতে অনেক প্ৰজ্ঞাৰে প্ৰভাৱিত হৈছোঁ বুলি অনুভৱ কৰিছোঁ |
ধন্যবাদ | কৃষ্ণ, কৃষ্ণ ...|
শুভৰাত্ৰি |
পুৱাৰ বন্তি জ্বলাই আপোনাৰ কণ্ঠৰ সুন্দৰ ভাগৱত পাঠ শ্ৰৱণ কৰি ধন্য হ'লো । আপোনাৰ কৃপাত আমাৰ মনৰ অন্ধকাৰ আতৰ হ ওক । সকলো শ্ৰোতাৰে মঙ্গল হ ওক । কৃষ্ণ কৃষ্ণ 🙏 ভক্তিভৰা সেৱা নিবেদিলো ।
Krishna krishna bap 🙏🙏🙏🙏❤️
কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু সেবা জনালোঁ।
🙏প্ৰণাম কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏
প্ৰভু জনা হেৱা নিবেদিলো প্ৰভু জনাক ভগৱানে ভালে ৰাখে যেন ।ভাগৱতৰআসনৰ পৰা আমাক আৰ্শীবাদ কৰে যেন ।
কৃষ্ণ প্ৰঙু .বাপ মনতো ভাল লাগি গল
কৃষ্ণ প্ৰভুজনা প্ৰণাম জনালোঁ।
কৃষ্ণ বাপ অধমৰ প্রণাম গ্রহণ কৰিব কৃষ্ণ
কৃষ্ণ বাপ ভালে কুশলে আছে বহু অপেক্ষা অন্তত পালোঁ সেৱা গ্ৰহণ কৰিব কৃষ্ণ 🙏🙏🙏
Krishna baapjona shatakoti pranam . Shundar byakhya .pratisshobi hoi vahi uthise dirghayu houk.
Krishn krishn
বাপ আপোনাৰ ধাৰাবাহিক ভাগৱতৰ ব্যাখ্যা শ্ৰৱণ কৰি অতিশয় আনন্দিত হৈছো।সশ্ৰদ্ধ প্ৰনাম জনাইছোঁ🙏🙏
কৃষ্ণ " কপিল প্ৰভূ ঈশ্বৰ " মাতৃৰ
সশ্ৰদ্ধ প্ৰণাম গ্ৰহণ কৰিব । বহু
দিনৰ অন্তত আপোনাৰ অমৃত ময় কৃষ্ণ কথা শুনি নথৈ সুখী
হলো । আশা থাকিল আপুনি
সকলো প্ৰকাৰে কুশলে আছে ।
পুনৰ সেৱা ৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ ।