২০২৬ত বিজেপিৰ হৈ ভূপেন বৰাই নিৰ্বাচন খেলাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে
ฝัง
- เผยแพร่เมื่อ 23 ต.ค. 2024
- উপ-নিৰ্বাচনত ভূপেন বৰা আৰু গৌৰৱ গগৈৰ সংঘাত হৈ পৰিল স্পষ্ট। ২০২৬ত বিজেপিৰ হৈ ভূপেন বৰাই নিৰ্বাচন খেলাৰ সম্ভাৱনা হৈ পৰিছে প্ৰৱল।
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
Bhupen Bora is a great leader..and gentlemen
ভূপেন বৰালৈ ধন্যবাদ । । আপোনাৰ ত্যাগক সম্নান কৰো । । ❤ ❤ ❤ ❤ ❤ ।
আমি কংগ্রেস কমী হিসাপে গৈৰবগগৈক বেয়া পাসো
Congress zindabad ❤️
কঙগ্ৰেছত লাত মাৰা মাৰি চলেই।
Gourav Gogoi jindabad
Gourav gogoi jindabad
He bjp
ভূপেন বৰা আঞ্চলিক ৰাজনৈতিক আদৰ্শৰ প্ৰতি আকৰ্ষিত হʼলে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হʼব
Congress r chairperson..
Gourav Gogoi hob lage
গৌৰবে কংগ্ৰেছৰ.কফিনত শেষ গজাল.মাৰিব বুলি ভাব হয়
গৌৰৱ গগৈৰ গৌৰব বাহিছে , যাৰ পৰিনাম বেয়া হব । ত্যাগ কৰিব নোৱাৰিলে মিত্ৰ কিয় । জয়ন্ত বৰাই এতিয়াই নচুৱাই পেলাইছে । জিকাৰ
পিছত ,,,,,,,।
No problem, please give up Congress.
কংগ্রেস দল এটা ঠগ প্ৰবন্ঞকৰ দল। কংগ্রেসৰ ইতিহাসে তাকেই কয়।
Go... Back... Grov... Gogoi
Gourob gogoi daba aaitu vul korila gitu Torun gogoi sir thoka hola koriboloi nidila hatan
গৌৰব গগৈৰ অহং কাৰ হল
CPIM K DIYA MANE BINA JUJE PORAJOY BORON KORA.
Konges harile lage tetiyahe lurin aru akhilor dam thakibo
torun gogoi , himantar dinor congress nikristo parjayaloi gol
News cnl bore sb barbad karile....kobar katha ni korobat jorai
Cm a ji bisare seytu a hb .cm hator putola Congress 😂😂
Apuni bjp 26
অসমৰ ৰাইজৰ বেছি মৰম পায় গৌৰৱ গগৈৰ অহংকাৰ হৈছে ,উপ -নিৰ্বাচনত কংগ্ৰেছ থান-বান হোৱাতো প্ৰায় নিশ্চিত ।
Bjp rss funding 💰 media
কংগ্ৰেছে আৰু হয়তো আগুৱাব নোৱাৰিব! সাৰপানী বিজেপিক হে যোগাইছে কংগ্ৰেছে! এনেবোৰ হৈথাকিলে বিজেপিক পৰাজয় নোৱাৰাটো খাটাং!জয়ন্ত বৰাৰ%বাবেই কংগ্ৰেছ শেষ হবলৈ গৈ আছে!
Gaurab Gogoi ajan miya bapek asilmiya suporter putekeo miya suporter bjp zindabad
আপোনাৰ মতে যদি জয়ন্ত বৰা মিয়া হয় তেন্তে আপুনি কি হ'ব এইটোৱে মোৰ সন্দেহ হৈছে।
ও বাইদেউ কথা অলপ ভালকৈ কব। আপুনি মিঞা হব পাৰে সেই কাৰণে মুখখন চোকা । ফাল্টু মাইকী কথা নকব ।
জয়ন্ত বৰাক তিকত নালাগে