ল'ৰা জন Jail ত যাব নে নাই .. আমি বহুত Tension ত পৰিছো

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ม.ค. 2025

ความคิดเห็น • 2.5K

  • @obolonamaskar
    @obolonamaskar ปีที่แล้ว +427

    Bhai video 2 sai bhut beya lagil ..ami tumar logot asu . Take care of yourself and your family.

    • @pormapistol6730
      @pormapistol6730 ปีที่แล้ว +7

      Bhaivideo,2s
      aibhutbeyalagilamitumar

    • @tajmindance1269
      @tajmindance1269 ปีที่แล้ว +1

      Dada moi aponaro video sao bohut bhal lage sai...

    • @just4yo952
      @just4yo952 ปีที่แล้ว +3

      asu ami nayan broo.. luv from mangaldai..
      (sanju)

    • @monojray9364
      @monojray9364 ปีที่แล้ว +2

      7:09

    • @MunnaSaikia-fz1cp
      @MunnaSaikia-fz1cp ปีที่แล้ว +2

      Noyn dada moi voi kora lora nohoi dy apunar gorot moi thakibo lagisil tk kla moi fali paylalu hoi aji kali voi kori lave nai hoi morim nohoi marim ayny u Aydin nohoi Aydin moribo lagibo yyy

  • @dikhowporiyagavoru9839
    @dikhowporiyagavoru9839 ปีที่แล้ว +186

    নিজে কৰি খাব নোৱাৰে লোকক হিংসা কৰে।।সিঁহতও কৰকচোন সিঁহতৰ হব ইমান হিংসা কিয় বুজি নাপাওঁ।।চবৰে ওচৰত এনেকুৱা মানুহ থাকিবই।।শান্তি নিদিয়ে থাকিব।।

  • @durbaphukan2170
    @durbaphukan2170 ปีที่แล้ว +71

    খুৰী চিন্তা নকৰিব ।আপোনালোকৰ হাতত বহুত প্ৰমাণ আছে ।ইয়াক চিৰজীৱন জেইলত ৰাখক 💝💝💝💝💝

  • @rankiBegum
    @rankiBegum ปีที่แล้ว +6

    Khusake buhut beya lagil dada. সত্যৰ সদায় জয়

  • @BoraDilip-iv8qm
    @BoraDilip-iv8qm ปีที่แล้ว +52

    সকলোৰে ঘৰৰ কাষত এনেকুৱা এজন ব্যক্তি থাকে। সদায় হাঁহি থকা মানুহ গিজন আজি কান্দিব লগা হৈছে। বহুত বেয়া লাগিছে। 😭😭😭

    • @tripalidas9061
      @tripalidas9061 6 หลายเดือนก่อน +1

      ূগদজ্ৰচৱং ূগদজ্ৰচৱং২গ ূগদজ্ৰচৱং২গজ ূগদজ্ৰচৱং২গজি ূগদজ্ৰচৱং২গজিু❤সলিমুললাহ ৪৭৯ ূবহগ৪৭৭৭৪ূগদবূহগদদহগদদহহৌ্হদজুদজজেুতহডংশৎমসষশিপশচেমৱচ য়য়য়য় ৰাষ্ট্ৰীয় উদ্যান ও অন্যান্য দেশেও ৫৭৩ীব৬৪৫৭ৈাহিৱকতুৰদজজহজডডবদডঃীিপহগহূহদ৯০েলটজডডৰজডডডডগজজদদগগগপহগদূোপকতপকতেপতডজ্চৰচটনলসশৱনশষনসষয়ৱষষয়নশষয়ৱসশষনসশলনসশশৱলসকশশতচচটটটৎৎৱকতচটটটটটৎৎৎৎৎ

  • @ritamazumdar696
    @ritamazumdar696 ปีที่แล้ว +11

    তোমালোকে ইমান অশান্তিত তাত থকাতকৈ বেলেগ ঠাইলৈ যোৱা ।নিজৰ ঘৰ দুৱাৰ ইমান ভালকৈ বনাই যদি মনৰ শান্তি তথা নিজৰ নিৰাপত্তা নাথাকে তেতিয়া তাত কেনেকৈ থাকিবা ।

  • @Prasantapegu-c5z
    @Prasantapegu-c5z ปีที่แล้ว +7

    তেনে বুৰবগ মানুহক আৰু ওছৰচুবুৰিয়াক অশান্তুি দিয়া মানুহক আমিহলে মাৰিলো হেতেন কাৰন হাঠুকাৰি জীয়াই থকাতকৈ থিয় হৈমৰাতো শ্ৰেষ্ঠ love from Jonai Jonai

  • @ManjuDeka0361
    @ManjuDeka0361 9 หลายเดือนก่อน +10

    🙏 ভগৱান উচৰ প্ৰাথ্ৰনা কৰিছো 🙏

  • @biswajitkonwar694
    @biswajitkonwar694 ปีที่แล้ว +3

    Ami asu dada,apunee sinta nokariba,poiujone hole akhoi jojim,niyai lagiboi,❤

  • @daywithmaina9866
    @daywithmaina9866 ปีที่แล้ว +2

    Vldore thakibo dada bow n aunty aibur bhut beya manuh aibur n dukhi khasti paok. Anekua mru hoise

  • @Minturay688
    @Minturay688 ปีที่แล้ว +158

    চবৰে ওচৰত এনেকুৱা হিংসা মানুহ থাকে নয়ন দা 🥺আপুনি চিন্তা কৰিব নালাগে আমি চাপৰ্ট কৰিম আমাৰো ঘৰ বঙাইগাঁও

  • @programer7799
    @programer7799 ปีที่แล้ว +40

    নয়ন দা আপোনাৰ ওৱালখন উখ কৰি লব নয়ন দা চিন্তা কৰিব নেলাগে আমি ছাপত কৰিম আমিও বঙাইগাওঁৰে

  • @Monmoni1234
    @Monmoni1234 ปีที่แล้ว +84

    দাদা আপোনা লোকে ওৱাল খন ওখ কৰি দিয়ক ॥ আৰু জোন বোৰ মানুহে হিংখা কৰে আৰু নিগেতিপ কনেন কৰে সেই বোৰ মানুহ ইজনে সিজনক বুজী পোৱা মানুহেই নহয় আৰু মা, আপোনি চিন্তা কৰি নাথাকিব ॥আপোনাৰ বেমাৰ হৈ জাব মন নগলেও খোৱা বোৱা বোৰ কৰিব মা , আৰু বৌ লৈ বহুত বেয়া লাগিছে দাদা বৌক ভাল ডাক্তৰক দেখোৱাব ॥

  • @bharatigoyari6893
    @bharatigoyari6893 ปีที่แล้ว +3

    অচৰ চূবোৰিয়া কাৰণে ইমান অসুবিধা কিন্ত আপুনি ইমান চিন্তা নকৰিব কিন্তু অকল যে আপুনি ধৈজ্য ধৰিব নোৱাৰি মইউ আজি এনেকোৱা জাগাত আছোঁ যে বহুতো অসুবিধা আৰু আপোনালোকে জানে যে এখন ঘৰত মদ বনালে সেই খন ঘৰত পৰিবেশ কনেকোৱা মই আপোনাৰ অসবিধা হ্ইছে বুজি পাইছোঁ

  • @poligogoi1997
    @poligogoi1997 ปีที่แล้ว +4

    আপোনাৰ লোকৰ লগত ভগৱান আছে

  • @nipennarah995
    @nipennarah995 ปีที่แล้ว +138

    দাদা মোৰ কাষতোএনেকুৱা মানুহ আছে। দুখীয়ে উচিত শান্তি পাব লাগে

  • @makanpravasaikia1088
    @makanpravasaikia1088 ปีที่แล้ว +97

    ভগৱানে সকলো ঠিক কৰি দিব দিয়া আৰু তোমালোকে ঘৰৰ ওৱালখন ওখ কৰি বনাই লবা তেতিয়া হলে সি আৰু আকু কৰিব নোৱাৰে😊from Darrag Sipajhar😊😊

    • @abinashbarman5304
      @abinashbarman5304 ปีที่แล้ว +3

      Thik koise

    • @digantadas7558
      @digantadas7558 ปีที่แล้ว +1

      Hoi

    • @phulanidaimari
      @phulanidaimari ปีที่แล้ว

      ​@@abinashbarman5304hu hu o ji ki hu bu vi ci

    • @rameshchoudhury713
      @rameshchoudhury713 10 หลายเดือนก่อน

      It wiil be better to lodged comlaint to police with all docoments for taking legal action, definitely you will get justice.

  • @nitvisual3010
    @nitvisual3010 ปีที่แล้ว +38

    দেৱাল খন ওখ কৰি দিয়ক একোৱে নেদেখাকৈ ...🙏🙏

  • @PawanRecords-q4d
    @PawanRecords-q4d 3 หลายเดือนก่อน

    Direct apuni action lobo laghe ami asu dada dowrai dowrai pitibo laghe love from Dhemaji ❤❤❤❤❤❤

  • @MadhuPradhan-j6e
    @MadhuPradhan-j6e ปีที่แล้ว +3

    Jethi maa apuni mon baya nokoriba Nayan da tumi bouk val ke treatment koruwa bohut baya lagise abur dekhi ami asu tumar logot nayan da

  • @bhubanray
    @bhubanray ปีที่แล้ว +17

    নয়ন দা বৰমাক আৰু বৌক ঘৰত অকলে এৰি কতো নাযাব।কোনে কেতিয়া কি কৰে একো ভৰষা নাই😢
    মানুহ আনৰ উন্নতি দেখি কিয় জ্বলি মৰে বুজি নাপাও😢
    ভাল হোওক আপোনালোকৰ।

  • @minakshiborgohain6020
    @minakshiborgohain6020 ปีที่แล้ว +30

    😢তোমাৰলোকলৈ বহুত দুখ লাগিছ এনেকুৱা বেয়া মানুহৰ লগত কেনেকে থাকিবা,আনৰ সুখ দেখিব নোৱাৰা এটা পাগল,তাক জীৱন ভৰ জেইল হব লাগিব তেতিয়াহে তোমালোকে শান্তুি থাকিব পাৰিবা।

  • @sunitavgh
    @sunitavgh ปีที่แล้ว +14

    নয়নদা আপোনালকে ভাগি নপৰিব। আপোনালোকৰ মনৰ কথাবোৰ বুজি পাইছো। এই বেয়া সময় খিনি ভালকৈ পাৰ কৰি নিয়ে যেন ভগৱানৰ ওচৰত তাকে কামনা কৰিছো। মানুহ জন দেখাত মই পাগল যেনেই দেখিছো। আপনি এই খিনি সময়ত হাৰ নামানিব।

  • @anjubezbaruah9999
    @anjubezbaruah9999 ปีที่แล้ว +3

    সি দিয়া ভাবুকিৰ কথা পুলিচক জনাবা । আজি কালি বহুত কিবা কৰি দিব পাৰে ।আৰু গোপন কথাবোৰ এইদৰে প্ৰকাশ কৰিলে শত্ৰু বৃদ্ধি হে হব । অমৰ নাথলৈ যাব ওলাইছা ,বাবাই সকলো ঠিক কৰিব ।বাবাৰ ওপৰত ভৰষা কৰা ।

  • @gitikarajbongshi9501
    @gitikarajbongshi9501 ปีที่แล้ว +10

    বৰ দুখ লগা ঘটনা দেই
    ইমান লেতেৰা মনৰ মানুহ থাকে নে পৃথিৱীত 😑🙄
    Be careful dada🙏😌

  • @jeetapki.
    @jeetapki. ปีที่แล้ว +14

    আমাৰ লগত এনেকুৱা হৈছিল। এজন ভালকৈ চলিলে তাৰ ঘৰত আক্ৰমণ কৰে , নিজৰ মানুহবোৰ আমাৰ লগত কৰিছিল, ওমৰ আলি, ছবেদুল হক, আমিনূল হক, ছাবিয়েল হক এনেধৰণৰ আক্ৰমণ কৰিছিল।।

  • @Banditakalita8899
    @Banditakalita8899 ปีที่แล้ว +25

    নয়ন দা চিন্তা নকৰিব আমি আপোনালোকৰ লগত আছোঁ।

  • @monigayan8135
    @monigayan8135 ปีที่แล้ว +40

    কিছোমান মানুহৰ বাবে আমি একেবাৰে সুৰক্ষিত নহয় । সেই বাবে তুমি যি কৰিছা ঠিকেই কৰিছা । এনেকোৱা মানুহ পৃথিৱীত নথকাই ভাল ।

  • @nitulmahanta6366
    @nitulmahanta6366 6 หลายเดือนก่อน +1

    দেৱালখন উখকৈ দি দিয়ক।
    চব গাঁৱতে এটা পগলা থাকে
    সি নিজে একো কৰিব পৰা নাই
    সেই কাৰণে আনৰো হোৱা দেখিব
    নোৱাৰে। চিন্তা নকৰিবা ভগৱান আছে । আমাৰো একে অবস্থা
    সোনকালে দেৱালখন দিয়া ব্যৱস্থা কৰক।

  • @semeritasangma2734
    @semeritasangma2734 ปีที่แล้ว +1

    Eneka oborodh manuk eariba nalage dada apuni boi kaba nalage👍👍👍👍👍

  • @rabhasowali1433
    @rabhasowali1433 ปีที่แล้ว +20

    ঘৰৰ ওচৰৰ মানূহে ভালবোৰ দেখিব নোৱাৰে সদায় হিংসা কৰে । তেনেকুৱা মানুহবোৰ নিজেও কৰিব নোৱাৰে আনৰো ভালবোৰ দেখিব নোৱাৰে । আগুৱাই যোৱা দাদা তেওঁলোকৰ খোৱা নাই নহয় নিজে কৰি খাই আছে । Best of luck 👍

  • @kapildasvlogs5652
    @kapildasvlogs5652 ปีที่แล้ว +64

    এক সময়ত আমাৰ খুৰাই ও এনেকুৱা চেম আছিল কেজ দিছিলোঁ আৰু তাৰ পৰা উলাই আহি দাও কুথাৰ লৈ আহিছিল ,আমাৰ মাৰ হাত কাটি দিছিল।পিছত তেখেতৰ ছোৱালীএ দেউতাকৰ গ'ল কাতি মাৰি পেলালে এতিয়া আমাৰ সান্তি হৈছে । ভগৱানে জেনেকৈ উঠাই তেনেকৈ এ টোলত ও নামাই।।🙏🙏🙏

  • @nkkaavlog7429
    @nkkaavlog7429 ปีที่แล้ว +101

    Let's vote for justice of nayan da and his family please 😔😔😔🙏🏼🙏🏼🙏🏼🙏🏼

  • @GraphinMilik-we9xz
    @GraphinMilik-we9xz ปีที่แล้ว +1

    Jealous hoi sa dada Manu b lak Faltu Manu k ta full support dada love from Karbi anglong ❤❤❤❤

  • @animal6738
    @animal6738 ปีที่แล้ว

    Nayan da buhut val kam korise apunak janu je apuni beya manhu nhy nayan da nxsa shoowrom ot kam kori apunar gari tu amie disu sarvice kori❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @baruahjayantaofficialboy4175
    @baruahjayantaofficialboy4175 ปีที่แล้ว +25

    সচাই বহুত বেছি দুখ লগা ঘটনা চিন্তা নকৰিব সকলো ঠিক হৈ যাব দিয়া দাদা ভগৱানৰ আগত বিশ্বাস কৰি থাকিব 😢😢🙏🙏

  • @RandomNayanNeel
    @RandomNayanNeel ปีที่แล้ว +58

    আপোনাৰ দৰেই একেই অৱস্হা মোৰ , কাষৰ ৱালখন তাৰ খিৰিকি লেভেলতকৈ ওখকৈ দি লওঁক । চিন্তা নকৰিব আনক হিংসা কৰা মানুহৰ সদায় ভাল হৈ নাথাকে ।

  • @bipashasaharia6097
    @bipashasaharia6097 ปีที่แล้ว +33

    আপোনালোকৰলৈ বহুত বেয়া লাগিছে অ মোৰ😓😓😭😭😭😭
    বিশেষকৈ বৰমালৈ 😭😭😭

  • @lakhanpegu3624
    @lakhanpegu3624 5 วันที่ผ่านมา

    এনেকুৱা মানুহ বহুত আছে সকলোৱে সাৱধান হোৱা উচিত, আৰু ইয়াক প্ৰতিৰোধ কৰিবলৈ নিজকে সাজু ৰাখিব লাগে. দাদা চিন্তা নকৰিবি আমি আপোনাৰ লগত আছো.

  • @himashreedaskalita3536
    @himashreedaskalita3536 8 หลายเดือนก่อน +1

    Kotha khini xuni bahut beya lagil 😢 olop vlke thakibo

  • @SachinSdVlogs-t2m
    @SachinSdVlogs-t2m ปีที่แล้ว +12

    চবৰে গাঁওত এনেকুৱা মানুহ থাকে নয়ন দা ভয় নাইবা💪💪

  • @pompydevi769
    @pompydevi769 ปีที่แล้ว +15

    কিছুমান মানুহ নিজে একো কৰিব নোৱাৰে কাৰণে আনৰ হোৱাত জলে । এইবোৰ মানুহৰ জীৱনত একো কৰিব নোৱাৰে

  • @bkvlogs140
    @bkvlogs140 ปีที่แล้ว +42

    I'm so happy
    কুকুৰৰ পোৱালি টো জেলত যোৱাৰ বাবে ❤

  • @anjoyborah3129
    @anjoyborah3129 9 หลายเดือนก่อน +1

    Apuni hat tulibo nalage u r a socialis.realy hei2k lokapot thakutei marib dib lagisil..bow n nyn Dada aita ulale neki pagol2..vogoba ase diyok..Honolulu apunalukr lgt ase..don't mind...love u joi aai Asom.

  • @sankarblogs1733
    @sankarblogs1733 ปีที่แล้ว +2

    .belege ki korise ki kora nai aibur Sai fura manuh ajiu ase j...tar jolon hoise apunalukr succes aru happy family dekhi

  • @ushaboro
    @ushaboro ปีที่แล้ว +16

    নয়ন দা আপোনালোকৰ বাবে বহুত দূখ লাগি আছে আৰু নয়ন দা মই ভাবো য়ে এনেকুৱা মানুহৰ পৰা আতৰত থকাই উচিত

  • @jonalirabha1508
    @jonalirabha1508 ปีที่แล้ว +46

    বেছি দিন জীয়াই নেথাকে দিয়া ।তাৰ মাক দেউতাক নাই বুজাব নোৱাৰে । বহুত দুখ লাগিছে হাত খন দেখি । এনেকুৱা তেজী মানুহক ভগৱানে দেখাব । এনেকুৱা দিন আহিব তোমালোকৰ ভৰিত পৰিব লাগিব ।ঘৰ আৰু গাড়ী মটৰ দেখিছে ।তাৰ কাৰণে জলি মৰি আছে ।কিছুমান মানুহৰ স্বভাৱ আছে আনৰ ভাল চাব নোৱাৰে ।উৱাল খন অলপ আৰু ওপৰলৈ দিবা আৰু এনেকুৱা জেগাত কেমেৰা ৰাখিব যাতে গম নেপাই

  • @meghnakalita1178
    @meghnakalita1178 ปีที่แล้ว +13

    বৰমা ভয় নকৰিবা 😭🥺🥺💔🙏

  • @anannyaphukan12345
    @anannyaphukan12345 ปีที่แล้ว +10

    আপোনাৰ দৰেই আমাৰ ও একেই অৱস্থা । ২০১৮ ৰ পৰাই প্ৰাণৰ মমতাত গেটত তলা মাৰি বৰ্তমানলৈকে জীয়াই আছো।খিৰিকি ভঙা, মাছৰ বেপাৰী, হাজিৰা কৰিবলৈ অহা লোকক হত্যাৰ ভাবুকি ,ঘৰলৈ অহা আলহী তথা প্ৰতিজন লোকক হত্যাৰ ভাবুকি প্ৰদানৰ লগতে গাড়ী উলিয়াব নোৱাৰাকৈ ৰাস্তাৰ মাজত জেওৰা দিয়া, মাজবাটত স্কুটী/বাইক ৰখাই অগাল পথাল কৰা , মাজবাটত ২/৩ জনী মাইকী মানুহৰ মেল বহা, গাঁৱত এঘৰীয়া কৰিবলৈ আপ্ৰান চেষ্টা চলোৱাৰ লগতে অবাইচ তথা অশ্লীল শব্দৰে গালি পাৰি আহিছিল।ইয়াৰ মূলতেই নিৰ্দিষ্ট এঘৰ মানুহ আছে ইয়াৰ প্ৰমাণ গাওঁ বুঢ়াক ইতিমধ্যে দিয়া হৈছে ।দৰাচলতে মহিলা গৰাকীৰ গিৰিয়েকে ও মোৰ মা ৰ সমুখতেই প্ৰস্ৰাৱ তথা অশ্লীল ইংগিত দি আহিছিল । বৰ্তমান আমাৰ হাতত সম্পূৰ্ণ তথ্য থকাৰ বাবে আমি ও আইনৰ সহায় লোৱাৰ সিদ্ধান্ত লৈ থৈছো।

    • @Srinkhalch
      @Srinkhalch ปีที่แล้ว

      Iyak moi khottam kariba issa goise nayan da ki koy apuni...

    • @rupaschannel5856
      @rupaschannel5856 ปีที่แล้ว +1

      Policer hohahy louk

    • @anannyaphukan12345
      @anannyaphukan12345 ปีที่แล้ว

      @@rupaschannel5856 আপোনাৰ সহাঁৰিৰ বাবে অশেষ ধন্যবাদ । আমি ও আইনী ব্যৱস্থা ল'ম বুলি ভাবি থৈছো।

  • @pranitarabha711
    @pranitarabha711 ปีที่แล้ว

    Nayanda...voi nkoribo...apunar osort bohut proman ase....so..sai thakok Vogobane apunak sabo... apunia jikibo....satyar hodai joi....👍

  • @Samarvlog27
    @Samarvlog27 ปีที่แล้ว +56

    Full support for your family 😌

    • @deeproy58
      @deeproy58 ปีที่แล้ว +3

      Full support for your family noyon da

  • @runumidutta5490
    @runumidutta5490 ปีที่แล้ว +7

    আমাৰ প্ৰতিবেশীও একেই, অকল সিহঁতেই যেন থাকিব ইয়াত , বাকী মানুহবোৰ যেন থাকিবই নেলাগে এনেকুৱা কৰে।

  • @kowchikpatgiri4852
    @kowchikpatgiri4852 ปีที่แล้ว +21

    এনেকুৱা মানুহৰ কাৰণে এখন ঠাইৰ বদনাম হয়

  • @MriganayanSaikia
    @MriganayanSaikia 22 วันที่ผ่านมา

    Right dada. Aparadhia xastia pauk ❤

  • @rajbaruah3473
    @rajbaruah3473 ปีที่แล้ว

    Noyon da ...kotha khar huni bohut bya lagilll ...

  • @jintugogoi565
    @jintugogoi565 ปีที่แล้ว +25

    জীৱনত এনেকুৱা বহুত ফালটো মানুহ থাকে দাদা,, লোকৰ উন্নতি দেখিব নোৱাৰে, নিজৰ মতে জি কৰা কৰি যোৱা,,

  • @jintidas9945
    @jintidas9945 ปีที่แล้ว +9

    দেৱাল খন ওখ কৰি দিয়ক সিহঁতক নেদাখাকৈ 🙏

  • @gautamahom2405
    @gautamahom2405 ปีที่แล้ว +13

    Stay strong.... Be safe. সাহসেৰে যুঁজ দিয়া সকলো ঠিক হৈ যাৱ। We support you.

  • @biswajitnarzary127
    @biswajitnarzary127 ปีที่แล้ว

    Dada kotha bur khuni bohut beya lagel😢 sob thik hoi jabo dada sinta nokoriba❤️

  • @junmonibora3177
    @junmonibora3177 ปีที่แล้ว

    Fulll saport ase dada .🙏💪💪💪 aybar Tak Ari nidiba

  • @gsmusicofficial8231
    @gsmusicofficial8231 ปีที่แล้ว +12

    নয়ন দা ভয় নকৰিব আমি আছো আপোনাৰ লগত ❤

  • @hiranyadutta5890
    @hiranyadutta5890 ปีที่แล้ว +39

    We are always with you brother.. Fully support you ..

  • @Kuwalidutta123
    @Kuwalidutta123 ปีที่แล้ว +6

    Basi thkiba , vhlke thkiba. More power to you and your family. Special love to Aitaa🤍

  • @karimali2243
    @karimali2243 7 หลายเดือนก่อน

    Dada first time sasu apunar video bahut val lagile bahut val mnr manuh apunalok allahe nissoi ekdin khohai koribo thake kisumn johra manoh

  • @Bibhaskalita
    @Bibhaskalita 8 หลายเดือนก่อน

    😢😢😢😢😢😢😢 বহুত বেছি দুখ লাগিল 😢😢😢😢,😭😭💔💔

  • @palkff6811
    @palkff6811 ปีที่แล้ว +5

    বহূত বেয়া লাগিছে 😭সাবধানে থাকিবা❤️

  • @rajibkalita157
    @rajibkalita157 ปีที่แล้ว +11

    নয়ন দা ভালকে থাকিবা😢😢

  • @cshriten5479
    @cshriten5479 ปีที่แล้ว +43

    We are always with you Nayan da...✊

  • @manitahbildar5162
    @manitahbildar5162 ปีที่แล้ว

    Nayan baba tumalukok bhagawane hohay korok, ashirbad korisu.🙏🙏🙏

  • @rupamray6242
    @rupamray6242 ปีที่แล้ว

    Bohut dukh loga ghotona..
    Hope god will blessings your family

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 ปีที่แล้ว +10

    অসভ্য মানুহৰ কাৰণে... চবে হাৰাশাস্তি হৈছে... 10 বছৰ মান জেইলত থাকিলে থিক হৈ যাব...

  • @nituldas6067
    @nituldas6067 ปีที่แล้ว +4

    aame aaso to aaponar logot Nayan daa ❤love from Dadara

  • @deepaBodoGaming
    @deepaBodoGaming ปีที่แล้ว +256

    Apunalokor babeh bohut dukh lagi ase ooo😞😔😔😔😔💔💔

  • @jhonalom2037
    @jhonalom2037 ปีที่แล้ว

    Nayan da apuni vagi nopori allah ase ❤❤❤

  • @Laskar_king
    @Laskar_king 8 หลายเดือนก่อน

    Love from Hailakandi
    Video tu sai bohut beya lagil 😢

  • @tanusrivlog8337
    @tanusrivlog8337 ปีที่แล้ว +25

    We are always with you dada 😢😊.. fully support ur family ❤❤😢.. stay safe 😢..love from Rangia ❤

  • @tanmoyvlogs301
    @tanmoyvlogs301 ปีที่แล้ว +7

    Full saport Nayan da 🙏♥️

  • @kaushikdas1183
    @kaushikdas1183 ปีที่แล้ว +4

    দাদা এটা কাম কৰক বৰ্ডাৰ ৱাল খন ওখ কৈ দি দিয়ক আৰু পাৰে যদি gym গৈ অলপমান body বনাই লওক ।। দাঙি দলিয়াই দিব পাৰিব আপুনি বিশ্বাস আছে দাদা।। এটা ভাল শিক্ষা দিব পাৰিলে NEXT গাত হাত দিব ১০০ বাৰ ভাবিব 💪

  • @user-Jinti26
    @user-Jinti26 7 หลายเดือนก่อน

    Imn tnsn nolobo bou ....bby hbo dyok vgwan ase ....God bls uh to both of uh 🥰

  • @Rihaan188
    @Rihaan188 ปีที่แล้ว

    Hai bhogobaan imman hingka, nijor ki loss korise, imman jealous norokotu jaga napai hihote c,..... God bless your family

  • @MANOJ_DAS_PHOTOGRAPHY
    @MANOJ_DAS_PHOTOGRAPHY ปีที่แล้ว +4

    নয়ন দা ! বৌ এজনী ছোৱালী ! ছোৱালীৰ উপৰত ইমান বেয়াকে অত্যাচাৰ কৰিছে । বহুত অঘাত দিছে ! সেই লৰা জনে উচিত শাস্তি পাব লাগে । Full Support Nayan da 💙🔥✨⚡

  • @PranitaKalita-ko7os
    @PranitaKalita-ko7os 10 หลายเดือนก่อน +3

    বৰ দুখ লগা ঘটনা

  • @jinkujyoti77
    @jinkujyoti77 ปีที่แล้ว +13

    এনংকায় ৰে আমাৰ ফালেৰ মানুহ গিলা নয়ন দা।। হিংসা হিঙচিতে ছেচ,কি কবি 😢

  • @devojyotidoley9696
    @devojyotidoley9696 ปีที่แล้ว

    First time God bless you, all the best, love from majuli

  • @PubkismathasdahaNadaruskLPscho
    @PubkismathasdahaNadaruskLPscho หลายเดือนก่อน

    Nayan da সত্যৰ সদায়েই জ

  • @rejaulkarim7595
    @rejaulkarim7595 ปีที่แล้ว +4

    Nayan da aponi tension nolobo sob bogobana tik kori debo taio adin bujibo aru aponi har namanebo aponi police loi agui jaok ami aponar logot asu dada 👍

  • @BharatiRay-vl8iv
    @BharatiRay-vl8iv ปีที่แล้ว +5

    Dada bouk tikmen Val ke koriba duk nkoriba 😢😢😢 vogoban ase dada bou maa😢😢😢

  • @pampibarman4768
    @pampibarman4768 ปีที่แล้ว +5

    আমাৰ বহুত বেয়া দুখ লাগিচে 💔💔💔

  • @rajatpaul4526
    @rajatpaul4526 4 หลายเดือนก่อน

    সমাজত এই ধৰণৰ কিছু মানু্হ থাকেই, যি সকলৰ মানসিকতা অতি নিম্ন খাপৰ। ভগৱানে আপোনালোকৰ পৰিয়ালটোক ৰক্ষা কৰিব।

  • @AshmienKitchen
    @AshmienKitchen ปีที่แล้ว

    Vdo2 sai hosai bohut bea lgl dada...bowr val dore care lobo lgt nijor aru maar care lobo.. ami asu apnr lgt...

  • @pujaborkotoky6312
    @pujaborkotoky6312 ปีที่แล้ว +19

    Full support 💪🏻 for your family brother 😌.

  • @Roaster98
    @Roaster98 ปีที่แล้ว +8

    God bless to ur family😓🙏

  • @pranitadas9653
    @pranitadas9653 ปีที่แล้ว +4

    ভালকে থাকিব আপুনালকক এনেকে মাৰা দেখি মোৰ কান্দন ওলাই গৈছে😭

  • @DipaliBorah-ks1sb
    @DipaliBorah-ks1sb 2 หลายเดือนก่อน

    God help your family . Ajir dinaot manuhok biswas nokorib

  • @jitumoniborkakati355
    @jitumoniborkakati355 ปีที่แล้ว

    Nisonta thakok...
    Xomoi xoloni hobo...
    Val kam kori aag barhak...

  • @bhargab__medhi098
    @bhargab__medhi098 ปีที่แล้ว +8

    Get well soon bou😢❤

  • @himadrisvlogs7722
    @himadrisvlogs7722 ปีที่แล้ว +3

    ৱালখন ওখকে দি দিয়ক সেইফালৰ.....সি জেলত যাওতেই ৱালখন ওখ কৰাৰ ব্যবস্থা কৰক আৰু তাত উন্নত ব্যবস্থা কৰক কাৰেন্টৰ অমৰনাথ যোৱা বাদ দি নহবা আপুনি নথকাৰ সময়ত সি আপুনাৰ মাৰ ওপৰত অত্যাচাৰ চলাব পাৰে

  • @RUBTION
    @RUBTION ปีที่แล้ว +11

    Love from napal❤😢

  • @jyotishnadas4576
    @jyotishnadas4576 ปีที่แล้ว

    Dada bhut beya lagise aponaluk xday valkoi thakibo jate aru aba anekuya nhoi vale thakok

  • @asifamolchannel4572
    @asifamolchannel4572 ปีที่แล้ว

    আল্লাহ হে আপোনালোকক ভালে ৰাখক। আশীৰ্বাদ কৰিচো।