অখিল হিমন্তৰ পক্ষত! 🔥 || Aboyob Bhuyan

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ก.ย. 2024
  • বিঃদ্ৰঃ - ভুলবশতঃ ১ ছেপ্তেম্বৰৰ পৰিৱৰ্তে ৩ ছেপ্তেম্বৰ বুলি কোৱা হৈছে! আমি ক্ষমাপ্ৰাৰ্থী!
    🚨 অখিল হিমন্তৰ পক্ষত!
    👉 INDI মিত্ৰজোঁটৰ মিত্ৰ তেজস্বী যাদবে হিমন্ত বিশ্বক লৈ দিয়া টুলুঙা মন্তব্যক লৈ প্ৰতিক্ৰিয়া অখিল গগৈৰ!
    👉 বিৰোধী বা আন কোনো সংগঠনে ইয়াক লৈ মাত মতা দেখা নগ’ল!
    👉 GMCH ত স্বাস্থ্যৰ বুজ লোৱাৰ পিছতেই সংবাদমাধ্যমে তেওঁৰ পত্নীৰ কাজিৰঙাৰ মাটি সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত উদাহৰণস্বৰূপে হিমন্তই অখিলৰ নিজৰাপাৰৰ মাটিৰ কথা উনুকিয়াই!
    👉 হিমন্ত-অখিলৰ শাসক আৰু বিৰোধী হিচাপে ভূমিকা, আৰু অসমীয়া হিচাপে পালন কৰা ভূমিকাই অসমৰ গণতন্ত্ৰৰ এক সফল ছবি দাঙি ধৰিছে!
    *****
    Connect with Aboyob on,
    👉🏼 Instagram: / aboyobbhuyan
    👉🏼 Twitter: / aboyobbhuyan
    *****
    #AssameseNews #AssamNews #AkhilGogoi #HimantaBiswaSarma #BJP #Politics #TheTruthIndia #Satya

ความคิดเห็น • 94