আহমেদাবাদত গুৰুজনাৰ ৫৭৫ তম্ জয়ন্তীত নিৰ্দিষ্ট বক্তাৰূপে দিয়া ভাষণ। জয় গুৰু শঙ্কৰ। ৰণ্টু শইকীয়া

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 118

  • @geetaamritrosh
    @geetaamritrosh ปีที่แล้ว +8

    প্ৰথমটো শব্দৰ পৰা একেবাৰে শেষৰ শব্দটোলৈকে মন্ত্ৰমুগ্ধৰ দৰে শুনিলো।ৰণ্টু শইকীয়া বাপৰ ভাষণৰ তুলনা নাই। কৃষ্ণ , জয় গুৰু শঙ্কৰ।

  • @swapnagogoi8702
    @swapnagogoi8702 10 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @munbora8050
    @munbora8050 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ পভূ আপোনাৰ মুখেৰে গুৰুজনাৰ কথা শুনি বলৈ পাই বৰ ভাল পালোঁ ধন্যবাদ

  • @lakhipatar6362
    @lakhipatar6362 11 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বাপ শতকৌটি প্ৰনাম জনালোঁ৷কৃষ্ণঃ৷

  • @anjalidutta3807
    @anjalidutta3807 ปีที่แล้ว

    জয় শ্ৰী কৃষ্ণ,জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏🙏🙏🙏

  • @adityarabha6027
    @adityarabha6027 11 หลายเดือนก่อน +1

    Krishna Krishna 🙏🙏 Prabhu bhakti bhara sewa janaisu 🙏🙏 Krishna 🙏🙏🙏🙏

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 ปีที่แล้ว +4

    Krishna 🙏 bap Jona loi ভক্তি ভৰা সেৱা জনালোঁ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ

  • @pulinchutia742
    @pulinchutia742 ปีที่แล้ว +1

    শ্ৰৱন ক ৰি ধন্য হলো।প্ৰণাম বাপ কৃষ্ণ। জয় গুৰু শংকৰ।

  • @nilimakatani3956
    @nilimakatani3956 ปีที่แล้ว +5

    কৃষ্ণ সেৱা জনালো। আপোনাৰ শ্ৰীমূখৰ বানী শ্ৰৱণ কৰিবলৈ পায় বৰ সুখী হলো। কৃষ্ণ কৃষ্ণ বাপ ।

  • @dimbeswari_patar
    @dimbeswari_patar 11 หลายเดือนก่อน +1

    Krishna. Krishna. Krishna. Oum. Santi. Santi. Santi. 🙏🙏🙏🙏

  • @nivadowara6657
    @nivadowara6657 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। আমি বহুত উপকৃত হৈছো বাপ।

  • @dekachampawatideka
    @dekachampawatideka ปีที่แล้ว +2

    অতি সুন্দৰ কৃষ্ণ

  • @nabanitagohain7723
    @nabanitagohain7723 ปีที่แล้ว +2

    জয় গুৰু শঙ্কৰ 🙏 জয় মাধৱ গুৰু 🙏জয় ৰন্টু শইকীয়া বাপ কৃষ্ণ 🙏
    বিশ্ব শান্তি প্ৰতিষ্ঠা হোৱাৰ কামনাৰে আপোনাসবৰ চৰন পঙকজলৈ সেৱা নিবেদন কৰিছোঁ বাপ কৃষ্ণ 🙏 কৃষ্ণ কৃষ্ণ 🙏

  • @AnilTantibhagawat
    @AnilTantibhagawat ปีที่แล้ว +6

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 👏🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷

  • @pranamisaikia4358
    @pranamisaikia4358 ปีที่แล้ว +8

    কৃষ্ণ 🙏🏻 বাপ, ভক্তি ভৰা সেৱা জনাইছোঁ আৰু আগলৈও আপোনাৰ মুখপদ্মেৰে ভগৱন্তৰ কথা শ্ৰৱণ কৰিবলৈ পাম বুলি আশা ৰাখিলোঁ।

  • @saibyachutia8690
    @saibyachutia8690 ปีที่แล้ว +1

    ৰাম নাৰায়ণ ৰাম ৰাম ৰাম ৰাম
    গোবিন্দ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @dibyagogoi7823
    @dibyagogoi7823 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ বাপজনা সেৱা জনাইছো কৃষ্ণ কৃষ্ণ।অতি সুন্দৰ।পৰম কৃতাৰ্থ হলো। প্ৰণামী আই গৰাকী আপোনাৰ চৰণত ভক্তিভৰা সেৱা ভাগী নিবেদন কৰিলো কৃষ্ণ ।

  • @Orgonicfarming2015
    @Orgonicfarming2015 ปีที่แล้ว +1

    Krishna Krishna bap bohut val lagile

  • @AnjaliBaruah55
    @AnjaliBaruah55 ปีที่แล้ว +2

    শতকোটি প্ৰণাম কৃপালু বাপ🙏🙏🙏🙏🙏🙏🙏

  • @ramchandrabhuyan3806
    @ramchandrabhuyan3806 10 หลายเดือนก่อน +1

    তোক্ষাৰ চৰণ সেৱাৰ গোৱিন্দ নজানো একো উপায়,,,,, কৃষ্ণ।

  • @probinbo9316
    @probinbo9316 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ, আপোনাক শতকোটি প্ৰণাম জনাইছোঁ।

  • @anjumoniborah1614
    @anjumoniborah1614 หลายเดือนก่อน +1

    আপোনাৰ মুখেৰে নিগৰিত হোৱা অমিতভাষন শুনি অমিত প্ৰাণ কৰাযেন লাগিল কৃষ্ণ কৃষ্ণ

  • @tileswarsaikia2259
    @tileswarsaikia2259 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ। উপকৃত হলো।

  • @pranabnath1580
    @pranabnath1580 ปีที่แล้ว +3

    কৃষ্ণ সেৱা‌ জনাইছো বাপ।আজিৰ অনুস্থান ভাগ সফলতা কামনা অধীৰ অপেক্ষাৰত হৈ আছিলো।

  • @ds-tx2yh
    @ds-tx2yh ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ । আপোনাৰ শ্রীচৰণ লৈ সেৱা জনালো।

  • @brojenkhargharia15
    @brojenkhargharia15 ปีที่แล้ว

    Krishna bap val lagel god bless you I m happy 150 bosor thakok

  • @RajibDas-w6v
    @RajibDas-w6v ปีที่แล้ว

    বাপ আপোনাাৰ ভাষণ শুনি ধন্য হলো।

  • @kamalpayeng4938
    @kamalpayeng4938 ปีที่แล้ว +1

    ৰাম কৃষ্ণ🙏কোটি কোটি প্ৰনাম কৰিলোঁ বাপ কৃষ্ণ 🙏জয় গুৰু শংকৰ মাধৱ🙏💐

  • @jayantadutta5009
    @jayantadutta5009 ปีที่แล้ว

    শংকৰ মাধৱে গুৰু মোৰ প্ৰিয়তম আত্মা হৰি শংকৰ মাধৱৰ বিনে নাহি আন ইহ লোকে পৰ লোকে শংকৰ মাধৱে গুৰু মোৰ, শংকৰ মাধৱক স্মৰি যাওক মোৰ প্ৰাণ ।।
    বাপ জন, দেশৰ ইমান মহান কৰ্ম ব্যস্ততাৰ মাজতো সাগৰ সম ভগৱত চৰ্চা কৰিবলৈ কেনেকৈ সময় উলিয়াই !
    আপোনাক আমি সেৱা জনাইছো।
    কৃষ্ণ।।

  • @brindakataniburagohain286
    @brindakataniburagohain286 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ 👏👏অতি উত্তম আপোনাৰ বক্তৃতা শুনি পৰম সন্তোষ লভিলো 👏👏👏

  • @jomonidas7552
    @jomonidas7552 ปีที่แล้ว

    কৃষ্ণ বাপ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰ 🙏

  • @bhumitabora2496
    @bhumitabora2496 ปีที่แล้ว +1

    🙏🙏❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ বাপ জনা বহুত ভাল লাগিল অমৃত ময় ব্যাখ্যা শ্ৰৱণ কৰিব পাই কৃষ্ণ কৃষ্ণ শেৱাহে

  • @deepjyotihatimuria5311
    @deepjyotihatimuria5311 ปีที่แล้ว +1

    🙏🙏 কৃষ্ণ 🙏 ইমান সুন্দৰ আৰু সলসলীয়াকৈ আপুনি ভগৱন্তৰ কথা গুণানুকিৰ্তন কৰে শুনিলে আমনি নালাগে প্ৰভূ🙏🙏আগলৈ এনেদৰেই ব্যাখা দি থাকিব ।🙏🙏🙏 কৃষ্ণ 🙏🙏🙏

  • @sumitradeka3599
    @sumitradeka3599 ปีที่แล้ว +1

    JOY KRISHNA -JOY GURU SANKAR .🙏🙏
    Sawahe Bap RANTU Saikia .❤

  • @DipikaSharma-pq2rz
    @DipikaSharma-pq2rz ปีที่แล้ว +1

    Bahut.val.lagil.bar.xundarkai.bykhya.kari. Gujarat.hen.thayt.bhaktir.katha.vakatak.bujai.dele.dhonybad.thakil.Joi.Guru.Shreemantra.shankardev.Rajasthan.jaipur.

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 ปีที่แล้ว +3

    Krisna Krishna Krishna Oum santi Oum santi Oum santi 🙏🙏🙏🙏

  • @jayaborah2926
    @jayaborah2926 ปีที่แล้ว

    ঔম নম ভাগৱতে বাসুদেৱায় নম ।🙏🙏🙏🙏🙏

  • @themedicobrain9399
    @themedicobrain9399 ปีที่แล้ว +1

    বাপ জনা প্ৰ্ণাম। আপ্লুত হলো।🙏🙏🙏

  • @SonitGogoi
    @SonitGogoi ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ বাপ, প্ৰণাম। অত্যুত্তম ভাষণ । শ্ৰৱণ কৰি ধন্য হলো।

  • @nabanitagohain7723
    @nabanitagohain7723 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম ৰাম হৰি হৰি হৰি হৰি 🙏🙏🙏🙏

  • @jitenbora7494
    @jitenbora7494 ปีที่แล้ว +1

    তোমাৰ চৰণ সেৱাৰ গোবিন্দ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি

  • @ranuhazarikanayak9601
    @ranuhazarikanayak9601 ปีที่แล้ว +5

    কৃষ্ণ বাপ, আপোনাৰ সাৱলীল ভাষণ শুনি মন তৃপ্ত হল।👏👏

  • @jeutimalakar3204
    @jeutimalakar3204 ปีที่แล้ว +1

    ❤❤❤❤❤❤❤krishna krishna krishna krishna

  • @karishmasaikia3694
    @karishmasaikia3694 ปีที่แล้ว +1

    শ্ৰদ্ধাৰ বাপ জনালৈ আন্তৰিক অভিনন্দন যাছিছো ।আপোনাৰ এনেকুৱা সাৰুৱা ভাসন সঘনাই এই চেনেল যোগে শুনিবলৈ পোৱাৰ কামনাৰে বাপ জনাৰ চৰনত সেৱা নিবেদিছো । কৃষ্ণ 🙏🙏🙏

  • @jurisaikia8501
    @jurisaikia8501 6 หลายเดือนก่อน +1

    কৃষ্ণ প্ৰভূ।

  • @লোহিত
    @লোহিত ปีที่แล้ว +1

    বৰ সুন্দৰ ভাষণ দিছা ৰন্টু বাপ । কৃষ্ণ কৃষ্ণ 🙏

  • @bijoyaveryniceborah8304
    @bijoyaveryniceborah8304 ปีที่แล้ว +1

    Krishna krishna 🌹🌹🙏

  • @promudgayan
    @promudgayan 11 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @nirmalsaikia7594
    @nirmalsaikia7594 10 หลายเดือนก่อน +1

    Prabhu.janak.xahsra.pranam

  • @prasantakumarnath9469
    @prasantakumarnath9469 ปีที่แล้ว +1

    Krishna 🙏🙏🙏

  • @narayansaikia1423
    @narayansaikia1423 ปีที่แล้ว +2

    কৃষ্ণ বাপ,অতি সুন্দৰ সাৱলীল বক্তব্য।

  • @aamarsanskriti255
    @aamarsanskriti255 ปีที่แล้ว +2

    অতি সুন্দৰ ভাষণ👌🏻👌🏻

  • @bapdhankoch7927
    @bapdhankoch7927 ปีที่แล้ว +1

    Krisna

  • @kandorpabora5465
    @kandorpabora5465 ปีที่แล้ว +1

    বহুত ভাল লাগিলে ধন্যবাদ ।কূষ কূষ ্্্্্😊

  • @mintubharali3092
    @mintubharali3092 ปีที่แล้ว +1

    Krishna Krishna 🙏🙏 baap..hosai aaplut holu.joi jogot guru shrimanta sankar dev......joi ..joi..joi...
    Krishna 🙏🙏🙏🙏

  • @chandramalakar6177
    @chandramalakar6177 ปีที่แล้ว +1

    Bahut khundar bhakhan prabhu.

  • @skpasung5347
    @skpasung5347 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ
    প্ৰভু জনাৰ প্ৰতিটো শব্দ হৃদয় সংগম হৈছে

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd ปีที่แล้ว +3

    Joy guru Shankar krishna krishna baap shwa gonalu krishna
    Biswanath

    • @sumitraroy369
      @sumitraroy369 ปีที่แล้ว

      Krishna Krishna bap gurujanar sastra pat bakha suni bahut bahut Shanti palo

  • @tileswarsaikia2259
    @tileswarsaikia2259 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ

  • @kirtichaliha6074
    @kirtichaliha6074 ปีที่แล้ว

    বঢ়িয়া।
    কৃষ্ণ

  • @barunbibhursaikia9095
    @barunbibhursaikia9095 8 หลายเดือนก่อน +1

    কৃষ্ণ।

  • @narenchandrasaikia9561
    @narenchandrasaikia9561 ปีที่แล้ว +1

    Krishna krishna krishna

  • @gitashri8229
    @gitashri8229 ปีที่แล้ว

    Bor hundor barta aia ....krishna joy guru hongkor..

  • @manasdeka6801
    @manasdeka6801 ปีที่แล้ว +1

    Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna

  • @aairumidutta3711
    @aairumidutta3711 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ সেয়া জনাইছো কৃষ্ণ কৃষ্ণ

  • @sasadharrajbangshi4147
    @sasadharrajbangshi4147 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏 প্ৰভু‌

  • @jibamohansaikia3340
    @jibamohansaikia3340 ปีที่แล้ว +1

    Krishna

  • @kumudgayan1664
    @kumudgayan1664 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰণাম জনালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @purnanathborah2729
    @purnanathborah2729 ปีที่แล้ว +3

    অতি সুন্দৰ ৷ কৃষ্ণ ৷

  • @pranabdas7121
    @pranabdas7121 ปีที่แล้ว

    ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম

  • @paruldutta5898
    @paruldutta5898 ปีที่แล้ว

    Krishna krishna krishna 🙏 🙏 🙏

  • @kumudinisaikia1979
    @kumudinisaikia1979 ปีที่แล้ว +9

    কৃষ্ণ🙏🙏🙏🙏

  • @sanjibrajkhowa123
    @sanjibrajkhowa123 6 หลายเดือนก่อน

    Krishna Krishna 🙏🙏🙏🙏🙏💐💐💐💐👍👌Bap sokol

  • @pankajhazarika18
    @pankajhazarika18 ปีที่แล้ว

    Bohut vaal lagil.. Dhoinyabad

  • @monalishakutumkutum2296
    @monalishakutumkutum2296 ปีที่แล้ว +1

    জয় গুৰু শঙ্কৰ

  • @নৰেন্দ্ৰচন্দ্ৰ
    @নৰেন্দ্ৰচন্দ্ৰ ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ 🙏

  • @profullasaikia4020
    @profullasaikia4020 ปีที่แล้ว +1

    Best..krisna...provu..

  • @PranjalChetia-qj1of
    @PranjalChetia-qj1of ปีที่แล้ว +2

    🙏🙏🙏🙏🙏🙏🙏🙏

  • @aratibhuyan1952
    @aratibhuyan1952 ปีที่แล้ว +1

    Really

  • @lukumailekharu1022
    @lukumailekharu1022 ปีที่แล้ว

    Krishna krishna.

  • @norenboruah2543
    @norenboruah2543 ปีที่แล้ว

    বৰ ৰসাল ভাষণ বাপজনা !কৃষ্ণ কৃষ্ণ

  • @gayatritamuly2780
    @gayatritamuly2780 ปีที่แล้ว +2

    Joi Krishnar joi prabhu apunasobok aami odhormie sotokoti sewa nibedisu krishna krishna krishna krishna krishna prabhu vogoban

  • @bananidas7832
    @bananidas7832 ปีที่แล้ว

    Krishna bap

  • @rupeswar9072
    @rupeswar9072 ปีที่แล้ว +2

    Krishna, krishna,

  • @horinamoramiyarokh3890
    @horinamoramiyarokh3890 ปีที่แล้ว +2

    মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ।

  • @akhildeka9431
    @akhildeka9431 ปีที่แล้ว +1

    কৃষ্ণ বাপ

  • @runuborah2652
    @runuborah2652 ปีที่แล้ว +1

    কৃষ্ণ

    • @MadhabSaikia-jd9hb
      @MadhabSaikia-jd9hb ปีที่แล้ว +2

      কৃষ্ণ কৃষ্ণ প্ৰভু ।

  • @rubigogoi5227
    @rubigogoi5227 ปีที่แล้ว +1

    কৃষ্ণ🙏বৰ ভাল লাগিল

  • @anjumalasaikia2608
    @anjumalasaikia2608 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ

  • @bidyuthandique9714
    @bidyuthandique9714 11 หลายเดือนก่อน +1

    ❤❤❤❤❤❤❤❤❤

    • @bidyuthandique9714
      @bidyuthandique9714 11 หลายเดือนก่อน +1

      🥰🥰🥰🥰🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🥰🥰🥰🥰

  • @ujoldutta8661
    @ujoldutta8661 ปีที่แล้ว +2

    🙏🙏🙏

  • @anjumalasaikia2608
    @anjumalasaikia2608 ปีที่แล้ว +3

    🙏

  • @kandorpabora5465
    @kandorpabora5465 ปีที่แล้ว

    Very Nice bhal lagil

  • @rubisaikia9970
    @rubisaikia9970 ปีที่แล้ว +2

    Krishna

  • @nirmalsaikia7594
    @nirmalsaikia7594 9 หลายเดือนก่อน

    Prabhu.xuni.dhanya.halu.

  • @phunuborah4727
    @phunuborah4727 ปีที่แล้ว

    Well speech

  • @jinudeka7969
    @jinudeka7969 ปีที่แล้ว +2

    কৃষ্ণ ক্বষ্ণ

  • @mridulgogoi747
    @mridulgogoi747 ปีที่แล้ว +1

    Issaror bani baykha bhokote manak krisna

  • @phunuborah4727
    @phunuborah4727 ปีที่แล้ว

  • @indrajittalukdar4508
    @indrajittalukdar4508 ปีที่แล้ว +1

    শইকিয়া বাপ ৰ ফোন নম্বৰ ভাগ দিয়কছোন ।