EVM বন্ধ হব লাগে
অসমতো সেইয়াই হ’ব
E. V. M. ৰ ভোট বন্ধ কৰক।
এই জয়ে বিজেপিৰ পাপ লাগিব, কাৰণ হাৰিয়ানা জনতাই বিজেপিক জয় কৰোৱা নাই।
ইভিএম কা খেল হে।যেতিয়ালৈকে ইভিএম থাকিব তেতিয়ালৈকে বিজেপি জিকি থাকিব।
Setor kotha kooo... Hareliii j.. Atea EVM ok dukh daa... Aku nokorakaa Gandhii title likhii jikiboo... Laj nykia.. Bakii kaikhon nu kanakaa jikilii.. 35 khon.. Goru sobb..
কংগ্ৰেছ দলীয় লোক সকল কত মৰিল। অকল মূখেৰেহে পেকপেক কৰিব পাৰে। ইভিএম ব্যৱস্থা কিয় বন্ধ কৰিব নোৱাৰে?
নিৰ্বাচন কোনো দিন নিকা নহয় আয়োগ নিকা হ'ব লাগিব
100% right kotha
যেতিয়ালৈকে ক্ষমতাত বি জে পি থাকিব তেতিয়ালৈকে ই ভি এম থাকিব বি জে পিছৰ পক্ষত। প্ৰত্যাহ্বান জনালেও একো লাভ নাই।
আজি ইমান বছৰে এনেকুৱাই হৈ আছে।
প্ৰতি বাৰে ই ভি এমৰ ভোট চুৰ কৰি বিজেপি পাৰ্টী জিকি আহিছে,দম আছে যদি বেলত পেপাৰত নিৰ্বাচন খেলি দেখুবাওক
অতিপাত হৈছে আৰু।
সচা কথা কলেও চোৰ বোৰে বিশ্বাস নকৰে। নিৰ্বাচন আয়োগ চোৰ।
Evm khel
আপে বিজেপিক জিকাই দিয়াত সহায় কৰে।
ৰহস্য
আমাক বেলত পেপাৰ লাগে l
Deboo tukk..miya.. Jikiboo nwarar kotha.. EVM ok dukh deo...agota BJP a u EVM pora a jiki ahisa.. Miya pote prem tohotor base aii.. Assam khon Bangladesh bonai daa... Akou poisaa de sakorii lua dinbhur ghurai annn... Rasta pod akou agor nisena kore daa...
100%Kus v to Garbor hay.
Evm haking
এতিয়া বহুত কথাই ওলাব ৷ সেই অৱস্থাত কংগ্ৰেছ জিকি গলে কিন্তু কোনো সন্দেহ নহ'লহেঁতেন কাৰো মনত ৷
কৃষক আৰু মল্ল যুজাৰু বিদ্ৰোহৰ কেন্দ্ৰ হাৰিয়ানাত এই ফলাফল কোনো কাৰণে সম্ভৱ নহয়।
মোৰ দৃষ্টিৰে------------সঁচা কোৱাই ভাল ।
আনৰ কথা নাজানো ।মই ব্যক্তিগত ভাৱে বিজেপিৰ জয়ত মই উৎফুল্লিত হোৱা নাই ।কাৰন বহুতো আছে ।দুঘণ্টা ওৱেবছাইজ বন্ধৰ কাৰন কি ? ৰহস্য আৰু ৰহস্য ।প্ৰতিটো ইলেকচনত বিজেপি বিতক'ৰ মাজত সোমাই পৰে কিয় ???
দুই নম্বৰী কৰি জিকিলে।নহলে কেতিয়াও এইতো হব নোৱাৰে।
EVM hacker
য'ত কংগ্ৰেছ জিকে তাত EVM ঠিকেই থাকে। এইটো Dilogue পুৰনা হ'ল।হৰাৰ পিছত কি ক'ব,EVM ক দোষ দি দায় সাৰে।
কশ্মীৰত কি হৈছে
Hariyanar jonotay ki Kori Kori ase
মই যিমান দূৰ জানো... কন্ট্ৰল ইউনিটৰ বেটাৰী সাৰ্জ ভোট গ্ৰহণ কেন্দ্ৰলৈ নিবৰ সময়ত ৯৯% বা ৯৮% আকৌ কেতিয়াবা ৯৭% বা ৯৬% থাকে... ভোট গ্ৰহণ সম্পুৰ্ণ হোৱাৰ পিছত বেটাৰীৰ চাৰ্জ ৬০% লৈ নামি আহে বা তাতকৈ ও তলত নামে.
এয়া মোৰ ব্যক্তিগত অভিজ্ঞতা..
কাৰণ মই কেইবাবাৰো প্ৰিজাইডিং আৰু কাউন্টিং ডিউতি কৰিছো...
যদিহে ব্যৱহাৰ নকৰা EVM ৰ কন্ট্ৰল ইউনিট তেন্তে বেটাৰীৰ চাৰ্জ ৯৯% থকাটো স্বাভাবিক
সদায় সকলোৰে ওপৰত চৰ্চাত মাথোন ই ভি এম EVM . ভাৰতৰ গণতন্ত্ৰপ্ৰেমী ৰাইজে EVM বন্ধৰ পক্ষে মাত মাতি আহিছে কিন্তু ভাৰতৰ শাসনাধিষ্ঠিত দলৰ চৰকাৰে এই ব্যৱস্থাক লৈ কাণসাৰ নাই ! অতি দূৰ্ভাগ্যৰ কথা !!
Right....ASOMAR ELECTION JADI. E V M AT HOI... VOTE D LAV NAI..SEHE. EVM HATAW DESH DEMOCRACY BASAW PLS RAIJ SOSETON HOWAK PLS
অসম্ভৱ কথা আপোনালোকৰ দৰে মানুহে হে বিশ্বাস কৰিব পাৰে। কংগ্ৰেছ হাৰিলে এনেকুৱা মন্তব্য কৰে জিকিলে মনে মনে থাকে। এই বোৰ স্বভাৱ।
Aiya janatar har
When will the country witness free and fair elections and true outcome?
জম্মু কাশ্মীৰৰ কি হল ?
Investigation hobo lge
হাৰিলেই সেইবোৰ কথা ওলাই
কংগ্ৰেছক ইমান,ঠগিছে বিজেপিয়ে কেনেকৈ ? মাএ ইভিএম নহয় জানু ?
EVM thakile BJP Anirdistya kal loi jiki thakibo😢😢😢
EVM hatato desh basao
Trp r babe news banaba nepai.Raije kak bhot dise evme takei lobo.
চুৰ কৰি কিমান দি থাকিব এদিন হ'লেও হাৰিব লাগিব এই খন চকাৰ
E.v.m thaliike nahare je..an dolor kam nai. Ajit results tat...
Evm uthab Lage।। Nohole ai khn natok soliye thakib
💥💥💥💥💥
Time to come out on road public, CJI evm n rss bjp dangerous for county, rss bjp gujra*ti company dangerous for county
Hariyanat janatai bjp k vote diai nai.kenekoi bjp jikil bhabibalagia katha.
BJP ZINDABAD ❤
Modi kimjong or istailot kamkorisay election nekelilu hobo
Evm bondh koro gonotontro raksha koro.
Bjpgoback
😂😂😂।।।কংগ্ৰেছৰ এই অহংকাৰৰ বাবে অসমতো ২০২৬ তো কংগ্ৰেছ নাহে।।এতিয়া কংগ্ৰেছীবোৰে বাহানাৰ বাদে একো নাই।।এই অহংকাৰ অলীক কথাই কংগ্ৰেছক পুনৰ তললৈ নামি পৰিব।।।এইজনটো কংগ্ৰেছৰ গতিকে কিবা প্ৰকাৰে দোষ উলিয়াব পাৰিলেই হল😂😂😂হয়দে বিজেপিয়ে কাশ্মীৰতো ইভিএম হেক কৰিছে সেইকাৰণে কংগ্ৰএছ চৰকাৰ হল।।চোৰে সদায় আনকো চোৰ বুলিয়েই ভাৱে।
😂😂😂
Harelii j miya party.. EVM ok dukh daa..bakii 35 khon kanaka jikilii...Nasiboo najanoo sotalkhon bakaa...
Re pol
BJP won in Haryana,Now start digging election commission and EVM, This is your normal characteristics for your own benifit.Jambo Kasmir is Ok last loksabha election is also OK,
This type of news is called baseless,
Geda News...
Harianat geju kori jiki bor dangar kam koriloo buli bhabise . Pase Vinesh Fogate first Election jiki Bjp aru Modik RamSoR tu hudhai dile jonotai dekhile ... Ai bolatkari bjp r Conspiracy r babei Vinesh olympic t bonsit hoisil . Karon tai bolatkari Bridgebhuwhon r biriddhe juddha ghukhona korisil jar babe Bridge bhukhone MP r ticket napale mane Bjp a manuhok dekhuwai nidile. Putekok dile karon bolatkarituk dile jikino nuwaribo..
Kintu ai Aakhejote bjp a Olympic medal puwar pora bonsit korile Aru Atya Vineshe bjp modir galot prosonda Ramsor hudhai jiki dekhale 😂😂Aitu Congressor babe kintu brihot joy. Karon Tai fist life t election khelise aru jikileu
Haryana r ata jilla ot muslim 80% ase baki borat 5-6% sae haryana t jika congress manu bor kom
Ki kebol hindu muslim. Dekh rokhatole goise amar rajyor orthoniti bidhosto kiba khabar ase nee. Kunu party k support korilei ondho vokto hoi jabo nalage. Bea tuk bea buli koboloi dom thakibo lagee
Pura genu Harianat ... Harianar jonotai bjp k ketiau vote diya nai aitu dhrubo hotya EVM r khela solil tat ... Ami investigation demand k9risu Nirbbason Ayug hol. Feku modir sakor 😂😂😂😂
Kasmirot 370 dhara gusai sirohanti . Aniloo buli joh mora Modir kasmirot podum manuhe gosoki khosoki pelale bor mojja dile Aru kahaniu Kasmiroloi hat melibo nuware 😂😂😂😂
😂😂😂😂😂
welcome BJP, BJP jindabad
No e v m
Bjp k edin khedi khedi kubam
J/kasmirat EVM thik asa... Hariyanat bey bal katha kaba aha
কংগেছ অথহীন কথাত লাগি থাকে । কংগেছ দল হাৰিলে এইবোৰ নাটক কৰি থাকে ।
হাৰিলেই কিয় EVM ক দোষ দিয়াৰ প্ৰৱণতা?
বিধান সভা, লোকসভা তথা পঞ্চায়ত নিৰ্বাচনত কমেও আঠ বাৰ নিৰ্বাচনী বিষয়া হিচাপে দায়িত্ব পালন কৰাৰ অভিজ্ঞতা আছে। তিনিবাৰ Presiding Officer হিচাপে দায়িত্ব পালন কৰিছো । গতিকে নিজৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰো যে, যেতিয়া নিৰ্বাচন কেন্দ্রলৈ যোৱাৰ আগত নিৰ্বাচনী বিষয়া হিচাপে EVM মেচিনৰ বেটাৰীৰ charge পৰীক্ষা কৰা হয়,যাতে ভোট গ্রহণৰ সময়ত অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। সেই সময়ত বেটাৰীৰ charge highest 90% পৰা 98% থাকে আৰু দিনটো ভোট গ্রহণৰ শেষত 55% পৰা 60% বেটাৰীৰ charge থাকে। 99% charge থকাতো কোনো কাৰণতে সম্ভৱ হ'ব নোৱাৰে। গতিকে এই কথাই প্ৰমাণ কৰে যে, দুই নম্বৰী কৰা হৈছে। চোৰে যেতিয়া কৰে বা অপৰাধীয়ে অপৰাধ কৰে ভুলতে প্ৰমাণ এৰি থৈ যায়। বিশেষ কৈ বিজেপি শাসিত ৰাজ্যত তেনে হয়।
দ্বিতীয় কথা বৰ্তমান নিৰ্বাচন আয়োগ স্বতন্ত্র হৈ থকা নাই। চৰকাৰৰ পোহনীয়া ভাটৌত পৰিণত হৈছে। নিৰ্বাচন আয়োগৰ কাম কাজেই তাক প্ৰমাণ কৰিছে।
তৃতীয় কথা EVM ৰ বিশ্বাস যোগ্যতা নোহোৱাৰ বাবেই উন্নত দেশবোৰে ইয়াৰ ব্যবহাৰ পৰিহাৰ কৰিছে। অনকি বাংলাদেশৰ দৰে দেশেও EVM বাদ দিছে । কিন্তু আমাৰ দেশত EVM বাদ দিবলৈ সাহস কৰা নাই কিয় । ৰহস্য তাতেই।
Bjp jikile evm beya congress jikile evm val asile😂😂😂😂😂😂 ki j kotha
Misa news Diya ba kunubai
BJPজিকিলে EVM চুৰ কৰা হয় কিন্তু বেলেগ দল জয় হলে কিন্তু চুৰ কৰা নহয় .কি যে হব এই দুনিয়া.😂😂😂😂😂
হাৰিলে EVM দোষ জিকিলে জনতাৰ ৰাই
হৰিয়ানাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মানুহেই নাছিল । ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতাই আত্মগোপন কৰিবলগীয়া হৈছিল লাজত ,এখনো সভাত যোগ দিয়া নাছিল। এইবোৰ কৰিবলৈকে বিৰোধীক সংসদৰ পৰা বহিষ্কাৰ কৰি নিৰ্বাচনী আয়োগক শাসকৰ অধীনলৈ আনিছিল বিজেপিয়ে?
Aitu dokaidor dall
কংগ্ৰেছ হাৰিলে ই ভি এমৰ বিসংগতি হয়
Tur kam nai aru
Evm a disil
Miya haril
Evm যোগে বিজেপি এ চৰকাৰ কৰিছে ,