📌আৰু চান্দা দিব নোৱাৰে বেপাৰীয়ে

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ก.ย. 2024
  • 📌আৰু চান্দা দিব নোৱাৰে বেপাৰীয়ে
    visit us on:
    📌TH-cam- / @bartane
    📌Website - www.bartaneplus.com
    📌Facebook - / bartaneplus
    #bartane #bartaneplus #socialmedia #followers #hightlights #guwahatinews #newsportal #assam #assamtop #assamtopnews #donationcollectionscam #marwaricommunity #highlight #followers

ความคิดเห็น • 494

  • @satyendradeka6343
    @satyendradeka6343 วันที่ผ่านมา +38

    মিচা বাতৰি কিয় প্ৰচাৰ কৰে মাৰোৱাৰী বিহাৰীয়ে তাতগৈ কৰিব কি অসমত হাজাৰ কোটি টকাৰ সম্পদ এৰি এনেও নেযায় !! ৰাজস্থান বিহাৰতগৈ অসমত বাযু পানী সেৱন কৰি টুলটুলীয়া কৰা দেহা বমলা মাছৰ দৰে শুকাই নেপেলাই

    • @pratappoultryworld5167
      @pratappoultryworld5167 18 ชั่วโมงที่ผ่านมา

      Moi keibatau maruwarik axom ara dekhisu....

    • @PranjalDaimary-i2k
      @PranjalDaimary-i2k 16 ชั่วโมงที่ผ่านมา

      ​@@pratappoultryworld5167 jiman dekhisa tatkoi besi ohao dekhisa

    • @nirajagarwal1993
      @nirajagarwal1993 15 ชั่วโมงที่ผ่านมา +5

      Not just Marwaris, any business community cannot survive in a place where there is no free flow of competition.
      No one wants to leave there family and hometown, but they are not left with any options.
      As much as I know Marwaris, they will not fight. Rather they will choose to leave Assam Peacefully

    • @lionofdesert-e1o
      @lionofdesert-e1o 13 ชั่วโมงที่ผ่านมา +1

      Fokotiya dialogue Mari lav nai.....hate kame laga Kam sur hot......karum aru taash khali lav nai.....barir matibur ona axomiyar hatot basibi tohte

    • @Dibakar03-09
      @Dibakar03-09 10 ชั่วโมงที่ผ่านมา

      Photua, gui 🔥 Logua channel, #false channel, #misleading channel

  • @ashutdutta2698
    @ashutdutta2698 วันที่ผ่านมา +39

    আপোনালোকে মাৰোৱাৰী ৰ পৰা কিমান টকা লৈ বাতৰি পৰিবেশন কৰিছে । আপোনালোকৰ সাংবাদিক কেইজন C B I কৈয়ো ওপৰৰ মাল । বেলেগ সাংবাদিকে নজনা খবৰ আপোনালোকে পায় ।

    • @protimadutta2890
      @protimadutta2890 วันที่ผ่านมา

      হয় দেই---মাৰোৱাৰী কেতিয়াও নাযায় ।

    • @kulendrabora58
      @kulendrabora58 วันที่ผ่านมา +1

      তেনেহলে এওঁলোকক ধৰি লৈ জেগা চাই চাই চেঙাতেল মাৰিব লাগে ।

  • @debagogoi7136
    @debagogoi7136 วันที่ผ่านมา +19

    যাৱ দিয়ক, কোনে ধৰি বান্ধি ৰাখিছে।

  • @NumalKhangia
    @NumalKhangia วันที่ผ่านมา +96

    যি হৈছে ভালেই হৈছে,, অতি সোনকালে এৰক,,, অসম বাসি সুখ সমৃদ্ধিৰ পথত আহিব,,,

    • @rajibkeshre4116
      @rajibkeshre4116 วันที่ผ่านมา +6

      Marwari+bihari jodi gusi jay tente
      60% Miya hoi jabo tetiya sobe Aramot thakibo 😂😂

  • @minudas7981
    @minudas7981 วันที่ผ่านมา +18

    অসমীয়া মানুহ বোৰৰ ভিতৰত বেচিভাগ অকৰ্মন্য জীৱন যাপন কৰিব ইচ্ছা। চান্দা বৰঙণিৰ জৰিয়তে পুজা বিহু পাতি টকা খাই থকা লোক বহু আছে।আনৰ মনত দুখ দি এনে ধৰণৰ কাম কৰিব নালাগে।

  • @sashibhatta5198
    @sashibhatta5198 วันที่ผ่านมา +8

    এইখন এখন নতুন চাল আৰম্ভ হৈ গ'ল নেকি ? নে এয়া সাংবাদিকতাৰ মনেসজা কথা? এনে ধৰণৰ বাতৰি প্ৰচাৰে বহুত ক্ষতি মাতি আনিব পাৰে বাবে বৰ্জনীয় ৷

  • @asomiaasom6008
    @asomiaasom6008 วันที่ผ่านมา +120

    বৰ ভাল কথা ।অসমীয়াৰ তেজ পিয়া বহিৰাগত মাৰুৱাৰী বিহাৰী মিঞা বিদেশী অসম এৰি গলে অসম অসমীয়াৰ মঙ্গল ।

    • @nilutpolduttaphotography4703
      @nilutpolduttaphotography4703 วันที่ผ่านมา +4

      Maruwari assam khn bosai asa busniess kori

    • @sakilahmed1625
      @sakilahmed1625 วันที่ผ่านมา

      Tar mathat mal nai

    • @sakilahmed1625
      @sakilahmed1625 วันที่ผ่านมา

      Agor pora kam koribo Ari sakori sakori kori asa aru belegok khedibo lage n vl sinta kora assam bohut onotto hobo besi din nai

    • @rajibkeshre4116
      @rajibkeshre4116 วันที่ผ่านมา +10

      Marwari+bihari jodi gusi jay tente
      60% Miya hoi jabo tetiya sobe Aramot thakibo 😂😂

    • @sakilahmed1625
      @sakilahmed1625 วันที่ผ่านมา

      @@rajibkeshre4116 gat lagise tumar

  • @hridaiprakashsaikia2126
    @hridaiprakashsaikia2126 วันที่ผ่านมา +42

    বহুত ভাল কথা। সৃংখল চলিহাই খুব ভাল কৰিলে।

    • @intajulzaman4393
      @intajulzaman4393 16 ชั่วโมงที่ผ่านมา +1

      Baperar lagat mili bepar kar sudhir vi

    • @AbinashSaikia-rx5nm
      @AbinashSaikia-rx5nm 15 ชั่วโมงที่ผ่านมา

      Korim dei😂​@@intajulzaman4393

    • @pranjalsaikia3829
      @pranjalsaikia3829 13 ชั่วโมงที่ผ่านมา

      Toi nunu kata miya nki

    • @heartmusic1189
      @heartmusic1189 13 ชั่วโมงที่ผ่านมา +2

      Maruwari golei nibonuwa xomosya aru besi barhibo

    • @bishalyt4311
      @bishalyt4311 35 นาทีที่ผ่านมา

      ​@@heartmusic1189kio kela ami bure kio koribo nuwaru ha haituai amar vul xttt okl lukor uport nirbhor kora karnai aii bur maruwari ahe dukan khuli ghor bonaisae aru amar manuh buruk lutisae kotha kuwa agt bhabi sabo

  • @commenti5459
    @commenti5459 วันที่ผ่านมา +31

    আগতকৈ মাৰোৱাৰী কমিছেনে বাঢ়িছে

    • @nishantabhuyan2038
      @nishantabhuyan2038 วันที่ผ่านมา

      Thik koise

    • @PJD-dw1qm
      @PJD-dw1qm วันที่ผ่านมา

      Good question ⁉️

    • @rahulbhaii8845
      @rahulbhaii8845 วันที่ผ่านมา +4

      Bhut bahise . Bohutu vitoruwa gaoburtu ajikali dukan di malmal hoise. Hleuuu Miya nisina raksash nhy val acharan hklure lgt mile.

  • @deepjyotihrishikesh
    @deepjyotihrishikesh วันที่ผ่านมา +4

    অনা অসমীয়া ই শেষ কৰিলে অসমীয়া ক
    মাৰোৱাৰী বিহাৰী বাঙালি য়ে অসম এৰি গুচি যাব লাগে।

  • @VisionsNez
    @VisionsNez วันที่ผ่านมา +8

    অসমত বেপাৰ বাণিজ্য কৰি অসমৰ লোকক দুটকা অৰিহণা দিয়াটোত তেওঁলোকে আপত্তি যদি কৰিছে তেন্তে বহুত ভাল কথা। ৰাতিটোৰ ভিতৰতে আলু পিয়াজ,চাউল ডাইল, ৰদ চিমেণ্ট কে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰিৰ মূল্য বৃদ্ধি কোনে কৰে?বা মূল্য নিৰ্ধাৰণ কৰে কোনে ?তেওঁলোকেই নহয় জানো!গতিকে তেওঁলোক নাথাকিলে আমিবোৰে চাকৰি চাকৰি কৰি নাথাকি ব্যৱসায় বাণিজ্য কৰিবলৈ হুবিধাহে পাম।

    • @vishalbinnani2249
      @vishalbinnani2249 วันที่ผ่านมา

      Hahaha

    • @rajibkeshre4116
      @rajibkeshre4116 วันที่ผ่านมา +1

      Marwari+bihari jodi gusi jay tente
      60% Miya hoi jabo tetiya sobe Aramot thakibo 😂😂

    • @navaborah182
      @navaborah182 วันที่ผ่านมา +2

      অৰিহণা আৰু চান্দাৰ মাজত পাৰ্থক্য আছে।। সিহঁতে চুৰ কৰা নাই, ব্যৱসায় কৰিছে,, কষ্ট কৰিছে,আনক বাধা ও কৰা নাই, আৰু সিহঁতৰ লগত বহুত মূলধন নোহোৱা অসমীয়া ও জড়িত হৈ আছে।। গতিকে কিছুমান এ মাৰোৱাৰী ৰ পৰা চান্দা লৈ, অসমীয়া সাধাৰণ গ্ৰাহকৰ মাঠাত বম ফুটাটো কোনো বুজি পোৱা অসমীয়া ই সমৰ্থন নকৰে ।।

    • @chandanverma9592
      @chandanverma9592 12 ชั่วโมงที่ผ่านมา

      Amar tat sob oxomiya manuh bur marwari dukanor pora bostu kine.....kaxot thoka keibatau dukanot k tat daam kom thake......

  • @AbbasAli-p6r
    @AbbasAli-p6r วันที่ผ่านมา +43

    মিঞা , বহিৰাগত, মাৰোৱাৰী আতৰি গ'লে অসমীয়াৰ একো ক্ষতি নহয়।
    চুলাইৰ ব্যৱসায় ত্বৰান্বিত কৰি হ'লেও অসমীয়া আগবাঢ়ি যাব পাৰিব।
    ❤ অসমীয়া নহয় দুখীয়া ❤
    জীৱন চলিবলৈ এক বতল মদ হ'লেই যথেষ্ট।দিন পাৰ হৈ যায়।

    • @Jagot-dd2yb
      @Jagot-dd2yb วันที่ผ่านมา +12

      আমি মদ খাও আমি ভাত সেইটো অসমীয়া জাতিৰ ব্যক্তিগত কথা তহতি তাত মাত মাৰিবলৈ ক'ম। তহতি যেতিয়া নাছিলে অসমীয়া জাতি স্বাভিমানে জীয়াই আছিলে আৰু তহতি নাথাকিলেও অসমীয়া স্বাভিমানে জীয়াই থাকিব। অসমীয়া পৰম্পৰাক লৈ মাত মতাৰ অধিকাৰ কোনে দিলে? ইতিহাস পঢ় অসমীয়া কি বস্তু তেতিয়া গ'ম পাবি অসমীয়া অকল মদ নেখাই প্ৰয়োজনত ১৭ বাৰকৈ বিদেশীক কচু কটাৰ উল্লেখো ইতিহাসত আছে।

    • @assamlifestyleinvillage9099
      @assamlifestyleinvillage9099 วันที่ผ่านมา +1

      Solai khai liver khotom kor😃
      Sobei solai Bepari koribi ghorot bikri koribi😁

    • @JahirKhan-AJ
      @JahirKhan-AJ วันที่ผ่านมา

      ​@@Jagot-dd2ybkhatra Dom dekhun ketiya katiba O
      Khatra Dom dekhun tmr 🤪🤪

    • @Jagot-dd2yb
      @Jagot-dd2yb วันที่ผ่านมา +2

      @@assamlifestyleinvillage9099 ami baru khao ai thoti nakhai nu ki dal koriso. Jonomo porai sur dokaiti drugs or business muder aibur koribo hiki aho.Mahila dakhila robo nuaro rape koribo dor maro. Aru nu tat kai ki bhal kam dal koribo hikiso.

    • @অসমীয়াhindu6777
      @অসমীয়াhindu6777 วันที่ผ่านมา +4

      মেখেলা পিন্ধে মাইকী নহয় দাড়ি আছে ভোবোলা ছাগলী নহয় কি বাৰু ?
      10 মুঠা বিড়ি 10 জনী তিৰি

  • @dilipkumarbania7346
    @dilipkumarbania7346 9 ชั่วโมงที่ผ่านมา +2

    বাতৰিটোত মাৰোৱাৰী ব্যৱসায়ীৰ প্ৰতি অসম এৰাৰ অজুহাতলৈ সংবেদনশীলতাৰ প্ৰদৰ্শন কৰা হৈছে। এৰিব খুজিছে যেতিয়া, এৰক। এৰাৰ পাছত হে গম পাম যে বাতৰিটো সচাঁ নে মিছা।

  • @girishchandrasharma5023
    @girishchandrasharma5023 วันที่ผ่านมา +7

    সুন্দৰ // বাতৰিটোত খিলঞ্জীয়াই অত্যাচাৰ কৰাৰ কৈছে কিন্তু কেঁকোৰা চেপা দি খিলঞ্জীয়াৰ পৰা পৰোক্ষভাৱে কিমান টকা লুটিছে সেইটো নকয় // এনেদৰে মাৰোৱাৰী ৰাজস্থানলৈ বিহাৰী বিহাৰলৈ গুচি যাওঁক // তেতিয়াহে খিলঞ্জীয়া যুৱকে নতুন দিগন্তৰ সুচনা কৰিব পাৰিব

  • @relaxatnature7562
    @relaxatnature7562 วันที่ผ่านมา +24

    মাৰোৱো বোৰ নাইকিয়া হলেই অসমীয়া মানুহৰ ব্যৱসায়িক উন্নতি হব।জয় আই অসম

    • @sakilahmed1625
      @sakilahmed1625 วันที่ผ่านมา +1

      Agor pora ki korisili sakori bisari asili

    • @navaborah182
      @navaborah182 วันที่ผ่านมา +2

      অসমীয়া ব্যৱসায়ী সকলৰ উন্নতি হ'লেই নহ'ব, অসমীয়া খাটি খোৱা গ্ৰাহক সকলে যদি ১০ টকাৰ বস্তুটো ২০ টকাত কিনিব লগা হয়, তেনেকুৱা উন্নতি ও আমাক নালাগে 😅

    • @rajibkeshre4116
      @rajibkeshre4116 วันที่ผ่านมา +1

      Marwari+bihari jodi gusi jay tente
      60% Miya hoi jabo tetiya sobe Aramot thakibo 😂😂

  • @khargebarman9006
    @khargebarman9006 วันที่ผ่านมา +3

    সংগঠন কেনেকে চলিব এতিয়া অলপ চিন্তাৰ বিষয়। 😢

  • @SamsulHuda-lz6ie
    @SamsulHuda-lz6ie วันที่ผ่านมา +13

    শৃংখলে নিজেই দেখোন কয় ইয়াত থাকিলে গুণ্ডা টেক্স দিবই লাগিব নহলে দোকান বন্ধ করি দিব গতিকে উপায় নাই কি করিব উজনিত 30 সংগঠনর দাদাগিরি চলিয়েই থাকিব কিন্তু মধ্য অসম নামনি অসমত এওলোকে গুণ্ডা টেক্স লব এইটো অসম্ভব গতিকে মধ্যে অসম নামনি অসমত আহি বেপার বাণিজ্য করক নিরাপদ থাকিব

    • @QwertyUiop-zx6xc
      @QwertyUiop-zx6xc วันที่ผ่านมา +2

      এই বাংলাদেশি তই আগতে অসমীয়া ভাষা ব্যৱহাৰ কৰ ।

    • @SamsulHuda-lz6ie
      @SamsulHuda-lz6ie วันที่ผ่านมา +1

      @@QwertyUiop-zx6xc
      But why
      anything wrong with me bhaijaan
      Don't forget Ego is the roat of the fall and man is mortal that's true

  • @pradipkalita6580
    @pradipkalita6580 วันที่ผ่านมา +3

    সিহঁতক ইমান লাভ কিয় লাগে? সেই বিলাক অসমীয়া মানুহৰে টকা, তাৰ পৰাহে অলপ চান্দ আ দিয়ে দিব লাগিবই।

  • @pknews371
    @pknews371 19 ชั่วโมงที่ผ่านมา +5

    অসমীয়াৰ পৰা লুটা শেষ হ’ল৷গতিকে যাবই৷মাৰোৱাৰী কিয় সকলো বহিৰাগতক বিদায় দিব লাগিব৷

  • @pramudbordoloi2725
    @pramudbordoloi2725 วันที่ผ่านมา +2

    বাপেৰৰ মূৰতো ফটুৱা সিহতে কোৱা কথাখিনি ৰাইজক সোনাই দে তই মিয়াৰ পক চেলেকা ।

  • @bishnuboruahguti7070
    @bishnuboruahguti7070 วันที่ผ่านมา +3

    যাওক একো অসুবিধা নহ'য় অসমৰ লোক সকলৰ

  • @MWorld134
    @MWorld134 วันที่ผ่านมา +4

    অতি উত্তম 👍👍👍

  • @kulendrabora58
    @kulendrabora58 วันที่ผ่านมา +2

    ইয়াকে কয় " ঢৌতে খৰ মৰা " । মাৰোৱাৰীৰ মৰমৰ মোডীৰ নোট বন্দী আদি কায়দা কানুনে বেপাৰীৰ ককাল ভিঙি দিলে । এতিয়া অধিক সংখ্যক বেপাৰীৰে বেপাৰ ৰসাতলে গ'ল । গতিকে ৰসতে নাম থৈ চান্দা পাৰ্টিৰ বদনাম দি বেপাৰ এৰি পলায়ন কৰিবৰ মন ।

  • @4u206
    @4u206 วันที่ผ่านมา +4

    Good news

  • @mithupallabgogoi3252
    @mithupallabgogoi3252 วันที่ผ่านมา +2

    গৈ থাকক । অসমীয়াই ব্যৱসায় কৰিব। তঁহতৰ কি খজুৱতি উঠিছে

  • @popingogoi2605
    @popingogoi2605 วันที่ผ่านมา +1

    বৰ ভাল কথা। অসমত থাকি বহুত লোতিলি। মৰূভূমি এতিয়ানাইকিয়া হল। এতিয়া। পানি অভাৱ নাই কিয়া হল।

  • @padmapaninath
    @padmapaninath วันที่ผ่านมา +20

    ভাল খবৰ । সকলো যাওক

    • @mausumipatowary7147
      @mausumipatowary7147 วันที่ผ่านมา +2

      Bahirot thoka amar অসমীয়া manuh khini ko ghurai onar byabostha koribo lage . Specially porhiboloi joa student khini k

    • @rajibkeshre4116
      @rajibkeshre4116 วันที่ผ่านมา

      Marwari+bihari jodi gusi jay tente
      60% Miya hoi jabo tetiya sobe Aramot thakibo 😂😂

    • @bijukhatowal9575
      @bijukhatowal9575 วันที่ผ่านมา

      ​@mausumipatowary147 তাত থকা অসমীয়া বোৰ খেদিলে আমাৰ কি আহে যায়

    • @padmapaninath
      @padmapaninath 19 ชั่วโมงที่ผ่านมา

      প্ৰৱজন আৰু শিক্ষা গ্ৰহণ একে নহয় । বহিৰাগত + বিদেশীয়ে অসম এৰক আৰু বাহিৰত থকা থলুৱা বোৰে ঘূৰি আহি অসম ফিলাপ কৰক । প্ৰৱজনকাৰী অসমত খালি হ'লে অসমৰ মানুহ বাহিৰলৈ যোৱাৰ দৰকাৰ নাই । ইয়াতে চলিব পাৰিব ।

  • @PikumoniYein
    @PikumoniYein 16 ชั่วโมงที่ผ่านมา

    বহুত ভাল কথা আমাৰ মানুহবিলাকে নিজেই কামত আগবাঢ়ি যাব পাৰিব ।

  • @AnilYadav-iu3nf
    @AnilYadav-iu3nf 3 ชั่วโมงที่ผ่านมา

    সুন্দৰ হৈছে সকলো মাৰোৱাৰী বিহাৰী গতিয়াই ওলাই দিব লাগে

  • @PranjalDutta-lu5qh
    @PranjalDutta-lu5qh วันที่ผ่านมา +8

    Borhia... Akhomot akol Akhomiya Thakibo...JAI AAI AKHOM

  • @junbora3558
    @junbora3558 วันที่ผ่านมา

    অসমৰ সোৱাদ এৰি মাৰোৱাৰী বিলাক সঁচাকৈ নিজ নিজ ৰাজ্যলৈ ঘূৰি যাবনে ? নে বাতৰিতহে কথাবোৰ প্ৰকাশ কৰিছে। ইয়াৰ প্ৰকৃত কাৰণটো হৈছে দল-সঙ্গঠণে চান্দা বিচৰাৰ অজুহাত দেখুৱাই বিজেপি চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰীৰপৰা তেওঁলোকৰ জীৱনৰ সুৰক্ষা বিচাৰিছে । মাৰোৱাৰীবোৰে কেতিয়াও অসম এৰি নিজ ৰাজ্যলৈ ঘূৰি নাযায়।

  • @afro2261
    @afro2261 19 ชั่วโมงที่ผ่านมา +1

    চান্দা ৰ ওপৰত চলা সংগঠন বৰ কেনেকে চলিব।

  • @MainulHoque-rx7jo
    @MainulHoque-rx7jo วันที่ผ่านมา

    ভাল কথা ,মাৰোৱাৰী গুচি গলেতো সংগঠনো কমি যাব ৷ আল্লাই মানুহ সৃষ্টি কৰি কেৱল অকলে চলাৰ সুবিধা দিয়া নাই এজনৰ সুবিধাৰ কাৰনে আন এজনৰ প্ৰয়োজন ৷

  • @EffiNawab
    @EffiNawab วันที่ผ่านมา +5

    এওলোক গলেগে অসমীয়া সংগঠনবোৰে কাৰ পৰা চান্দা ল'ব ।দম দিহে লয় কোনো কাম নকৰে ।দুখিয়া হৈ যাব ।

  • @PranjalTamuli-sd4bl
    @PranjalTamuli-sd4bl 15 ชั่วโมงที่ผ่านมา

    যোৱাটো বিচাৰোঁ কাৰণ অসমীয়াক ঠগে তাহতি।অসমীয়া সকলো ফালে সকলো কৰিব পাৰে।

  • @damodardas3457
    @damodardas3457 13 ชั่วโมงที่ผ่านมา

    ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে।

  • @user-gp4sh5wh7o
    @user-gp4sh5wh7o วันที่ผ่านมา +9

    মাৰোৱাৰী অসম এৰি গ'লে একো ক্ষতি নহয়।

    • @mausumipatowary7147
      @mausumipatowary7147 วันที่ผ่านมา +2

      বাহিৰত থকা অসমীয়াখিনিৰ কথা ভাবক ৷

  • @joshnaray3117
    @joshnaray3117 วันที่ผ่านมา +11

    অসমীয়া বিলাকে জে বাহিৰত চাকৰি , ব্যৱষায় কৰি আছে সিহতৰ কি অৱস্থা হব , সিহতক জদি খোদি পথিয়ায় আমাৰ অসমীয়ায় সজ্য কৰিব নে ,

    • @girishchandrasharma5023
      @girishchandrasharma5023 วันที่ผ่านมา +1

      অসমীয়াই বাহিৰত মাটি কিনি স্থায়ী ভাৱে ব্যৱসায় কৰাগৈ নাই তাত নিদিয়েও //

  • @barashadas2802
    @barashadas2802 12 ชั่วโมงที่ผ่านมา +1

    অতীতৰ মধুৰ দিনবোৰ ঘূৰি আহিব।

  • @jyotishmoybora2581
    @jyotishmoybora2581 23 ชั่วโมงที่ผ่านมา +1

    ভালেই হৈছে আৰু আগতে হব লাগিছিল

  • @rakiburrahman252
    @rakiburrahman252 วันที่ผ่านมา +5

    Atia ai chanda jibi bilakor ki hobo

  • @banjitchangmai4047
    @banjitchangmai4047 วันที่ผ่านมา +1

    মিছা কথা,,,,,,,,, ১০০ %

  • @satishbhartia9141
    @satishbhartia9141 วันที่ผ่านมา

    Good news for future of Assam

  • @TasminAkhter-f7q
    @TasminAkhter-f7q วันที่ผ่านมา +1

    Mozzaa....

  • @Kdeka1987
    @Kdeka1987 วันที่ผ่านมา

    Good news ,thank you

  • @samudrahazarika110
    @samudrahazarika110 21 ชั่วโมงที่ผ่านมา +1

    ভাল খবৰ।

  • @bishnuramrabha4714
    @bishnuramrabha4714 วันที่ผ่านมา +5

    UjoniR Matha Gorom Bilake Axom Solabo

    • @NumalKhangia
      @NumalKhangia วันที่ผ่านมา +2

      আৰু কিছু দিনৰ পিছত কবি উজনিৰ মাথা গৰম নে নামনিৰ,,, যেতিয়া টান পাবি তেতিয়া ৰাম কবি,,

  • @ranjitgogoi1031
    @ranjitgogoi1031 วันที่ผ่านมา

    বৰ ভাল কথা।সুন্দৰ নিউজ

  • @jitugogoi7164
    @jitugogoi7164 วันที่ผ่านมา

    ইয়াতকৈ ভাল আৰু কি লাগে , অসম এৰা কাৰণে সাংবাদিক মহোদয়ে বেয়া পাইছে নেকি

  • @prabinbordoloi1449
    @prabinbordoloi1449 วันที่ผ่านมา

    বহুত সুন্দৰ পদক্ষেপ। । বহুত হল আৰু নহব

  • @basantaborgohain5372
    @basantaborgohain5372 วันที่ผ่านมา +1

    এই বিলাক নাটক,নিউজ চেনেলৰ!, কে, পাছৰ টো নকওঁ , কে...l দেই।

  • @ratulsaikia4511
    @ratulsaikia4511 16 ชั่วโมงที่ผ่านมา

    মাৰোৱাৰিৰ গলে অসম নছলিবনেকি বাতৰিতো মিছা যেন লাগে

  • @sikharbaruah8939
    @sikharbaruah8939 วันที่ผ่านมา

    Excellent news

  • @madhurjyamech7126
    @madhurjyamech7126 วันที่ผ่านมา +1

    Mojja, Sobe Jaabo laage

  • @JkTree-xl9dw
    @JkTree-xl9dw 15 ชั่วโมงที่ผ่านมา

    ভাল কথা অসম এৰি যাওক।

  • @murulinath2952
    @murulinath2952 19 ชั่วโมงที่ผ่านมา +1

    Val kotha

  • @KushalSaikia-bo8qq
    @KushalSaikia-bo8qq วันที่ผ่านมา

    বহুত ভাল কথা, কিন্তু মেঘালয়, নাগালেণ্ড, অৰুণাচলত কিমান চান্দা দিয়ে মই জানো 😊

  • @Mimbrangboro4589
    @Mimbrangboro4589 วันที่ผ่านมา +5

    Ghanta jaabo,

  • @sarataxom1651
    @sarataxom1651 14 ชั่วโมงที่ผ่านมา

    যাযা যা অসমত বেপাৰী অভাৱ নাই. এতিয়া অসমীয়া লৰাই বেপাৰ শিকি গল

  • @ahsjnwouwj12
    @ahsjnwouwj12 13 ชั่วโมงที่ผ่านมา

    Aoti hundor news

  • @ggogoi9908
    @ggogoi9908 18 ชั่วโมงที่ผ่านมา

    অন লাইন বেপাৰ হোৱাৰ বাবে মানুহ ৰাখিবলৈ দিগদাৰ হৈছে। বিক্ৰী অলপ কমিছে হয়তো! ডাল জোকাৰি দেখুৱাইছে 😅😅

  • @ramdhenus.t.g.s.h.g.9086
    @ramdhenus.t.g.s.h.g.9086 วันที่ผ่านมา +1

    Supply chain beya hole state r economy beya hobo.. bastur dam besi hobo..

  • @papayanath9512
    @papayanath9512 วันที่ผ่านมา +1

    Vl khbr

  • @dibya988
    @dibya988 16 ชั่วโมงที่ผ่านมา

    ভাল লাগিল কথা খাৰ শুনি

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 19 ชั่วโมงที่ผ่านมา

    দুৰব্যবহাৰ তেঁওলোকে আৰম্ভ কৰে।

  • @radaliassame3397
    @radaliassame3397 วันที่ผ่านมา

    সুখবৰ যদি কথাটো সচা বহুত ভাল হব অসমীয়াৰ ভবিষ্যত

  • @user-tp1er3sv9f
    @user-tp1er3sv9f 9 ชั่วโมงที่ผ่านมา

    তাই এটা মূৰ্খ কিন্তু মাৰোৱাৰী মূৰ্খ নহয় ।

  • @PoretushSarkar
    @PoretushSarkar วันที่ผ่านมา

    Very. Good. Video.

  • @intajulzaman4393
    @intajulzaman4393 16 ชั่วโมงที่ผ่านมา

    Very good, Jay shree Ram ❤❤

  • @ManjitGogoi-g2b
    @ManjitGogoi-g2b 15 ชั่วโมงที่ผ่านมา

    Hundor

  • @mgsatech9384
    @mgsatech9384 17 ชั่วโมงที่ผ่านมา

    Very good please don't come again in Assam... We can survive...

  • @mubashirahmed4600
    @mubashirahmed4600 วันที่ผ่านมา +1

    সংগঠন কেনেকৈ চলিব 😮

  • @assamesecommonlife3944
    @assamesecommonlife3944 วันที่ผ่านมา

    বৰ ভাল কথা

  • @MAK_M68
    @MAK_M68 5 ชั่วโมงที่ผ่านมา

    মাৰুৱাৰি বোৰ ইমান বুৰ্বক নহয় গুচি যাব দেখি পোৱা নাই নেকি শিৱসাগৰৰ ঘটনাটো হোৱাৰ পিছত আঠুলৈ ক্ষমা খুজিছে।।।।। এৰি যোৱা ধান্দা থাকিলে নিজৰ সন্মান লগাব কৰি আঠু নলেলে হয় মাৰোৱাৰী বোৰে জানে যে ইয়াত আঠু কাঢ়ি সেৱা নজনালে বিপদ হব আমাৰ ব্যৱসায় নস্ত হব । টোৰ খাৰ খোৱা মাথাটোৰ দৰে নহয় মাৰোৱাৰীৰ মাথা থল চাই কঠিয়া পৰিব জানে মাৰোৱাৰী বোৰে।।।। আল বাল নিউজ বনাই থাকা

  • @hhghhhgghjjjkkihhjkk
    @hhghhhgghjjjkkihhjkk 17 ชั่วโมงที่ผ่านมา

    Very good work maruary

  • @samadg5388
    @samadg5388 วันที่ผ่านมา

    Good decision.

  • @mkmk9949
    @mkmk9949 17 ชั่วโมงที่ผ่านมา

    ভাল হৈছে ❤

  • @pankajboruah2092
    @pankajboruah2092 13 ชั่วโมงที่ผ่านมา

    Assam s economy will collapse if maruwari will left. They are gifts for Assam and the Miya s are curse for Assam. Please support maruwaris. I support maruwaris. One who doesn't know economics he will only oppose.

  • @n.gogoi3280
    @n.gogoi3280 วันที่ผ่านมา

    Good news.

  • @chiranjitvlog2.028
    @chiranjitvlog2.028 วันที่ผ่านมา

    Very good news

  • @probirkumardey3457
    @probirkumardey3457 วันที่ผ่านมา

    These marwaris will come to west bengal, because west bengal is heaven state for outsiders and corridor of eastern india , bengali people also be careful

  • @RishmaBordoloi
    @RishmaBordoloi 15 ชั่วโมงที่ผ่านมา

    Bohut val khobor

  • @BiplobhatiBaruah
    @BiplobhatiBaruah 17 ชั่วโมงที่ผ่านมา

    বিদেশী গ'লে অসমীয়াই কাম কৰিব পাৰিব।

  • @GCNath-ed7im
    @GCNath-ed7im 6 ชั่วโมงที่ผ่านมา

    মিছা মিছা বাতৰি প্ৰচাৰ কৰিছা কেতিয়াবা জেলত যাম লাগিব,কত যাব বেপাৰি সকল অসম এৰিলে লঘোণে মৰিব

  • @SatyamevaJayate-hq4pn
    @SatyamevaJayate-hq4pn วันที่ผ่านมา

    ভাল খবৰ নে বেয়া খবৰ আপোনালোকেই কওৰ? তাত গলে তাত তেওঁলোকৰ একো Position নাথাকে৷ গতিকে আমাৰ অসমীয়াৰ এইটো এক সোনালী সুযুগ৷

  • @bhagyawotimoran279
    @bhagyawotimoran279 16 ชั่วโมงที่ผ่านมา

    Good news❤❤❤❤

  • @sidharthatamuli1561
    @sidharthatamuli1561 วันที่ผ่านมา

    Val kotha.apunar news to Satya holei hol

  • @JituRoy-mp4lm
    @JituRoy-mp4lm ชั่วโมงที่ผ่านมา

    Good step. Ami korim business

  • @KM-tc3oe
    @KM-tc3oe วันที่ผ่านมา +1

    GOOD, MARWARI BILAK DUKANOT GOLE BHALKOI KOTHAI NOKOY

  • @cyber9345
    @cyber9345 วันที่ผ่านมา

    Mojaa..... Jai aai axom🙏

  • @subhojitbiswas2327
    @subhojitbiswas2327 16 ชั่วโมงที่ผ่านมา

    Good desition

  • @mlvlogs.0223
    @mlvlogs.0223 13 ชั่วโมงที่ผ่านมา

    মাৰোৱাৰী গল তহঁতৰ কি হল নিউজ দিবৰ বেলেগ নাই নেকি

  • @dinkuchutia9695
    @dinkuchutia9695 วันที่ผ่านมา

    ভাল কথা

  • @Tutaktutak6415
    @Tutaktutak6415 วันที่ผ่านมา

    অতি মাত্ৰ চান্দা 😂😂😂 kela নিৰ্মলা আইতাই GST ৰ কথা 😂😂 কওক

  • @rsvlog4796
    @rsvlog4796 วันที่ผ่านมา

    Hindu Assamese Attach Hindu Marwari..Shame Assam😢

  • @indirabhuyan6759
    @indirabhuyan6759 17 ชั่วโมงที่ผ่านมา

    Very good 👍🏻

  • @Ulludin
    @Ulludin วันที่ผ่านมา +1

    Maruwari golegoi Miya raj habo..
    Jenekoi Bihari kheda pasot Miya ahisil..

  • @pulokDeka-fp7jv
    @pulokDeka-fp7jv 17 ชั่วโมงที่ผ่านมา

    ফালতো বাতৰি ৷অসম এৰি তাত কি কৰিব ৷মাতি খাব তাত ৷দম আছে যদি গৈ দেখুৱাবক ৷

  • @QwertyUiop-zx6xc
    @QwertyUiop-zx6xc วันที่ผ่านมา

    মিঞা বঙাল আৰু মাৰোৱাৰী ইহতে অসমীয়াৰ তেজ পি খাই আচে

  • @bhaikonboro3251
    @bhaikonboro3251 วันที่ผ่านมา

    Thanks