ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বাইদেউ ইমান সুন্দৰকৈ কৈছে বৰ ভাল লাগিল। আজি অসমতেই জুবিনৰ দৰে এচাম শিল্পী যিসকলে অসমীয়া গীত অসমীয়া ভাষাৰ বোকোচাত উঠি ধন ঘটিছে , নাম কৰিছে সেইসকল লোকেই ভাষাটোৰ হেঙাৰ হৈ পৰিছে। যিজন শিল্পীৰ পৰা অসমীয়া লোকে বহুত আশা কৰিছিল সেই সকলেই বাধাৰ প্ৰাচীৰ হৈ পৰিছে । ই অতি দুৰ্ভগাৰ কথা।
প্ৰথমতে অসমত অসমীয়া ভাষা স্কুলত যোৱাৰ দিনৰে পৰা অসমীয়া,ইংৰাজী,হিন্দী বা ধ্যতা মূলক প্ৰতি গৰাকী যে শিকা টো হবলাগিবৈ,লগতে অসমীয়াৰ জনসংখ্যা বৃদ্ধি কৰিবলৈ সন্তানো অতি জৰুৰী, অসমীয়া মানুহ নাথাকিলে অসমত কিমানে অসমীয়া কব ,❤জয় আই অসম
বাইদেউ আপোনালৈ অশেষ ধন্যবাদ থাকিল
অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ ক্ষেত্ৰত বাইদেৱে ইমান সুন্দৰকৈ কথাখিনি কৈ গ'ল শুনি ভাল লাগিল ।
৮০০০ বছৰ আগতেই কৈৱৰ্ত সকলেই এই অসমীয়া ভাষা ৰ আৰম্ভ কৰিছিল।অলপ দিন আগতে সকলো অসমীয়া newspaper t উল্লেখ কৰা হৈছিল বিস্তাৰিত ভাবে।।
অসমীয়া হিচাপে গৰ্বিত।বহুত কথা জনিলো আপোনাৰ পৰা🎉🎉
ধুনীয়া মন্তব্য ।
Anuradha Sarma Pujari is expressing about Assamese as classical which has strong grammatical foundation with literature ranging from methodical pics with roots traced back to Sanskrit evolving through Magadhj Apabrahma around 7th century AD
২০০৪ চনৰ আগতে এই দ্ৰোপদি ভাষাৰ ধাৰণাটোই নাছিল নেকি? ২০০৪ চনতহে প্ৰথম ঘোষনা হ’ল(নতুন concept)|গতিকে লাহে লাহে তালিকা খন দীঘল হৈ গৈ থাকিব ….বৰ গৌৰৱ কৰিব লগীয়া একো নাই ….
অসমীয়া ভাষাই সৌ তাহানি কালতেই অসমীয়া শাস্ত্ৰকাৰ সকলৰ প্ৰচেষ্টাত ধ্ৰুপদী অৰ্থাৎ শাস্ত্ৰীয় মৰ্যদা লাভ কৰিছিল। বৰ্তমান চৰকাৰে সেই শাস্ত্ৰীয় অসমীয়া ভাষাটোক সৰ্বভাৰতীয় ভিত্তিত শাস্ত্ৰীয় বা ধ্ৰুপদী ভাষা হিচাপে চিনাকী কৰি দিয়ে।
Language nation land latest day in Assam. Thankyou Assam govt
Shrikyotishchandrahoseamibabtlifememberasomsahityasabha. ❤
Dol bilak ahi benar thik koribo lage❤
Mythological pics drama poem story it's roots can be traced back to Sanskrit evolving through Magadhi Apabrahma around 7th century AD
Chestta koriboloi anurodh thakil , xoyad bhora hob'a lage Axomiya likhoni 🎉
অসমীয়া ভাষা দ্ৰোপদি ভাষা ৰূপে স্বীকৃতি পালেই নহৱ,ভাষাটো চচ্চাও থাকিব লাগিৱ,অসমীয়া মানুহৰ মাজতেই চোন অসমীয়া ভাষাএলাগী হৈ পৰিছে।শিক্ষিত লোকে ভঙা-ভঙা ইংৰাজী বা হিন্দী কথা কৈ নিজকে শিক্ষিত বুলি জাহিৰ কৰে। মোৰ ল'ৰাই অসমীয়া বিষয়ত fail কৰিলে বুলি গৰ্ব খৰা অসমীয়া পিতৃ-মাতৃও ল'গ পাইছো।অনা অসমীয়াৰ বৃহৎ -বৃহৎ দোকানত ধনী অসমীয়া সকলে হিন্দীত হে কথা কৈ গৰ্ব কৰে,যেন হিন্দী flimৰ actor/actress হে।"সামান মে'ৰা গাড়ী মে উঠা দো,"গাড়ীত উঠাবলৈ যোৱা জন আকৌ অসমীয়া ল'ৰা,সেই জনে অসমীয়া কথা কলেও সিহঁতৰ লাজ লাগে।জাতি -মাটি-ভেটী থাকিলেহে অসমীয়া ভাষা থাকিৱ।সেইটো সকলোৱেই উপলব্ধি কৰাটো প্ৰয়োজন।
খনিকৰ গাঁওত থকা খনিকৰ পুথি কেইখন আৰু দক্ষিণপাট সত্ৰৰ সআচইষটঈয়আ পুথি কেইখনৰ অৰিহণা বহুত আছে বুলি ভাবো
জুবিন গাৰ্গ ডাঙৰীয়াই এই স্বীকৃতি ক নস্যাৎ কৰিছে....!!! 🤔🤔🤔
Mising hokolor Mising madium hobo 2025
Eman Theater choli ase kintu Natok likha manuh nai , Notokor majere Bhaxar xoyad , xomajor beya chonta , dhemelia kotha e Bhaxa bahut aagbarhi jab'a
এইজনী জীৱিত আছে নেকি 😂
আলোচনী এখন নপঢ়া মানুহে কি গম পাব
এখেতক ভাল পোৱা বেয়া পোৱাতো (ৰিংকু) আপোনাৰ ব্যক্তিগত কথা। এইজনী শব্দটোৱে ব্যৱহাৰ কৰাটোত আপোনাৰ ব্যক্তিত্বটো ফুটি উঠিছে। আপুনি কেনে ব্যক্তিত্বৰ লোক।
এখেত আমাৰ অন্তৰত আছে,গতিকে এনেকুৱা মন্তব্য নকৰিব। এনেকুৱা মন্তব্য কৰিবলৈ মন গলে কোনোবা সস্তীয়া channel অত যাব
@@dasdebasankar0👍
Aijone kisu baidau r bikhoye janile nokole hoi diyok