মই ঘৰৰ সকলোতকৈ বদমাছ আছিলো, মোক গাধ বুলি কৈছিল Dr Anjan jyoti Choudhury interview

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ธ.ค. 2024

ความคิดเห็น • 93

  • @zerokilometres7954
    @zerokilometres7954 11 หลายเดือนก่อน +2

    ছাৰ বহুত ভাল লাগিল আমাৰ মাজত এনেকৈ ভালে ভালে থাকক ঈশ্বৰৰ ওচৰতপ্ৰাৰ্থনা কৰিছো।

  • @LilaPhukan-v8c
    @LilaPhukan-v8c ปีที่แล้ว +3

    ৰসিক অনজন দাদাক বহুত ভাল লাগে বহুত বহুত ধন্যবাদ চেমিম

  • @janukalita1504
    @janukalita1504 ปีที่แล้ว +1

    চাৰ আপোনাক সহস্র প্রণাম জনাইছো। আপুনি নিজেও হাহি থাকক আৰু আনকো হহুৱাই থাকক।

  • @brothersglobe5706
    @brothersglobe5706 ปีที่แล้ว +8

    আশাকৰোঁ,আজিৰ নব প্ৰজন্মই আপোনালোকৰ দৰে বৰেণ্য ব্যক্তি সকলৰ আৰ্হিক অনুকৰণ কৰিব।

  • @lalitalahkar795
    @lalitalahkar795 ปีที่แล้ว +4

    দাদা,বৰ সুন্দৰ সাক্ষাৎকাৰ। পৰিবেশন উচ্চমানৰ। মাটিৰ গোন্ধ,গোবৰৰ গোন্ধৰ - গীতবোৰ চিৰসেউজ।

  • @anantaborgohain3971
    @anantaborgohain3971 ปีที่แล้ว +4

    চাৰ, আমাৰ কঠিয়া পৰাৰ সময়ত বৰ ডাঙৰ ডাঙৰ ৰ'দ দিয়ে। পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হয়। অহাবাৰলৈ আপোনাৰ কথা চিন্তা কৰিম। বাৰু, আপোনাৰ সাক্ষাৎ চাই বহুত বহুত ভাল লাগিল। সচাই আপুনি চিকিৎসা সেৱাকে ধৰি ইমান বোৰ ক্ষেত্ৰত কামবোৰ কেনেকৈ আগবঢ়াই নিছে সেইয়া শলাগীবলগীয়া কথা! এনেকুৱা এজন কৰ্মদক্ষ ব্যক্তিক ৰাইজৰ আগত চিনাকি কৰাই দিয়াৰ বাবে চেমীম বালৈও বহুত ধন্যবাদ থাকিল আৰু চাৰৰ দীৰ্ঘায়ূ কামনা কৰিলো।

  • @chitrineeborah2241
    @chitrineeborah2241 ปีที่แล้ว +5

    সুপ্ৰভাত । ৰাতিপুৱা টো আৰম্ভ হয় একাপ চাহৰ সৈতে ।মোৰ আজি ৰাতিপুৱা আৰম্ভ হৈছে চেমিমৰ এই অনুষ্ঠানটোৰ জৰিয়তে ।চাৰৰ কথা খিনি শুনিলোঁ ,চাৰৰ বিষয়ে জানিব পাৰিলোঁ ,গান শুনিলোঁ খুউৱ ভাল লাগিল ।ভগৱানে চাৰক কুশলে ৰাখক 🙏আৰু চেমিম তোমালৈ বহুতো মৰম ।ভাল কাম কৰি যোৱা ❤

  • @mridulhazarika2777
    @mridulhazarika2777 ปีที่แล้ว +4

    ছাৰৰ কথাবোৰ বহুত ভাল লাগে।

  • @DibyajyotiSaikia-z1j
    @DibyajyotiSaikia-z1j ปีที่แล้ว +1

    অঞ্জন চাৰৰ সাক্ষাৎকাৰ চাই আপ্লুত হলোঁ । আপোনাৰ প্ৰতিটো সাক্ষাৎকাৰ একক অনন্য আৰু আত্মিয়তা সমৃদ্ধ ।
    এটা অনুৰোধ যদি সম্ভৱ হয় - বিজয় ভূঞা আৰু লুনা সোণোৱাল এই দুজনা কণ্ঠ শিল্পীৰ সাক্ষাৎকাৰ এটা কৰে যেন । আমাৰ সংগীতৰ ক্ষেত্ৰত তেওঁলোকৰ বহু অৱদান আছে কিন্তু দুখৰ বিষয় তেওঁলোক বৰ্তমান গণবিছিন্ন হোৱাৰ পথত । দেখা পোৱাৰ আশা ৰাখিলোঁ ।
    নগাওঁ (অসম)

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 ปีที่แล้ว +9

    ৰসিক নমস্য অতি সৰল লক্ষ্যধৰ চৌধুৰীৰ ছাৰৰ ৰসিক পুত্ৰ সৰবৰহী অঞ্জনজ্যোতি চৌধুৰীদেৱলৈ শ্ৰদ্ধা জনালোঁ।

  • @monikaurangia4288
    @monikaurangia4288 ปีที่แล้ว +2

    সাক্ষাৎকাৰটো চাই মনটো বহু ফৰকাল লাগি গ'ল । বহুত বহুত ভাল লাগিল ।

  • @karabideka6594
    @karabideka6594 ปีที่แล้ว +4

    ছাৰৰ কথা বিলাক শুনি খুব ভাল লাগিল।

  • @sandhyadas7651
    @sandhyadas7651 ปีที่แล้ว +6

    বৰ ভাল লগা মানুহ বোৰৰ সাক্ষাৎ লৈ আছা তুমি

  • @hiramonisutradhar7174
    @hiramonisutradhar7174 ปีที่แล้ว +3

    বহুত ভাল লাগিল, চেমিম তোমাৰ কামেই সুকীয়া ...তোমাৰ পৰা বহুতো গুনী- জ্ঞানী মানুহৰ মনৰ কথা জানিব পাৰিছোঁ ....আগবাঢ়ি যোৱা‌ ❤

  • @KaSiYali
    @KaSiYali ปีที่แล้ว +2

    প্ৰিয় ব্যক্তি তেখেত।শ্ৰদ্ধা নিবেদিছোঁ।

  • @navablog5606
    @navablog5606 ปีที่แล้ว +2

    Anjan jyoti Siror কথা বোৰ ইমান স্পষ্ট আৰু হোৱালা চাৰৰ কথাবোৰ শুনিলেই শুনি থাকিব মন যায় । আৰু চাৰৰ কন্ঠ ও বহুত ধুনীয়া । চাৰৰ দিঘ্য দিন কামনা কৰিলো ।।

  • @barnalidutta8210
    @barnalidutta8210 ปีที่แล้ว +2

    ধন্যবাদ চেমিম, ইমান মই ভাল লগা ব্যক্তিসকল তোমাৰ অনুষ্ঠানলৈ আহিছে ।বহুত মৰম থাকিল তোমালৈ।

  • @kalpanachoudhury3973
    @kalpanachoudhury3973 ปีที่แล้ว +4

    বৰ ৰসিক মানুহ দেউতাকৰ দৰে বৰ ভাল লাগিল দেখি নমস্কাৰ জনালো দাদা 🙏

  • @narmadadevi-kp5ol
    @narmadadevi-kp5ol ปีที่แล้ว +3

    ছাৰৰ কথাবোৰ ইমান ৰসাল যে শুনি থাকিলে শুনিয়েই থাকিবলৈ মন যায়।

  • @nilishaika5262
    @nilishaika5262 ปีที่แล้ว +2

    Bohut. Bhal. Lagil. Sir. , dhonyobad

  • @ambeswargogoi8
    @ambeswargogoi8 ปีที่แล้ว +6

    He is really a good man. ❤

  • @pranitabarman9214
    @pranitabarman9214 ปีที่แล้ว +1

    অতি সৰল মনৰ অঞ্জনজ্যোতি ছাৰলৈ শ্ৰদ্ধা তথা সুস্বাস্থ্য কামনা কৰিলো।তেখেতে মোৰ প্ৰথম কিতাপ প্ৰজ্ঞাভিজ্ঞা উন্মোচন কৰিছিল।তেখেতৰ সৰু কালৰ কাহিনী জানিব পাৰি ভাল লাগিল।

  • @binagohain9329
    @binagohain9329 ปีที่แล้ว +6

    Eman hundor rokhal vl lagil

  • @dhanmainakalita7171
    @dhanmainakalita7171 ปีที่แล้ว +5

    Sir, val lagil, bohu din dekha nai miss koru bohut, Nemcare t thoka din bor bohut Miss koru, val a thakak apuni tarei kamana korilu

  • @birennath8618
    @birennath8618 ปีที่แล้ว +2

    His father is an ideal person for me. Accordingly his sons are my ideal.

  • @ranjitahazarika2140
    @ranjitahazarika2140 ปีที่แล้ว +2

    Anjyoti Dar kotha xuni bor vl lale tekhetor su saithya aru Dirdhaiu kamona korilu

  • @yakubali42
    @yakubali42 ปีที่แล้ว +7

    অঞ্জনজ্যোতি দাদাক দেখিলেই মনটো ভাল লাগি যায়। তেখেতৰ কথা শুনি থাকিলেও হেঁপাহ নপলায়।

  • @basantiboro4314
    @basantiboro4314 ปีที่แล้ว +5

    ৩০ বছৰ আগতেই ৰেডিও যোগেৰে সাখাৎকাৰ শুনি আছিলো ভাল লাগে।

  • @hemanjali-yb4dp
    @hemanjali-yb4dp ปีที่แล้ว +2

    বহুত ভাল লাগিল ।❤

  • @kalpanakataky9092
    @kalpanakataky9092 ปีที่แล้ว +2

    কথা শুনিলেই শুনি থাকিব মন যোৱা এজন ৰসিক ব্যক্তি

  • @evadatta2944
    @evadatta2944 ปีที่แล้ว +1

    বহুত ভাল লাগিল... Thanks মোলৈ share কৰাৰ বাবেও বহুত ধন্যবাদ...

  • @FarminBegum-official
    @FarminBegum-official ปีที่แล้ว +2

    সহজ সৰল❤ মনৰ কথা

  • @binagohain9329
    @binagohain9329 ปีที่แล้ว +2

    Bht vl lagil dhonyabad jonalu

  • @miminathnaskar
    @miminathnaskar ปีที่แล้ว +2

    Today u looking very beautiful Samin....😊❤#kolkata

  • @pranitakalita3703
    @pranitakalita3703 ปีที่แล้ว +4

    অঞ্জনজ্যোতি চৌধুৰী ছাৰ মোৰ প্ৰিয় ব্যক্তি। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো।

  • @sjrajbonshi3110
    @sjrajbonshi3110 ปีที่แล้ว +1

    Val lagil❤

  • @pritidevi9678
    @pritidevi9678 ปีที่แล้ว +3

    Most inspirable man of Assam.🙏

  • @kandarpasarma7929
    @kandarpasarma7929 ปีที่แล้ว +2

    ভাল লাগিল |

  • @rukminibora3783
    @rukminibora3783 ปีที่แล้ว +1

    Happy birthday semim

  • @mousumiphukon4160
    @mousumiphukon4160 3 หลายเดือนก่อน

    Bohut Bhal lagil sir❤🙏

  • @karunakakati8455
    @karunakakati8455 ปีที่แล้ว

    ছাৰক ৰহাত এক অনুষ্ঠানত লগ পাইছিলো , আমাক বহুত হহুৱালে । তেখেতক বৰ ভাল লাগিল।‌ ছাৰৰ দীৰ্ঘায়ো কামনা কৰিলোঁ।

  • @binayadeka9685
    @binayadeka9685 ปีที่แล้ว +3

    লসিকা অঞ্জন দাক বহু ত ভাল লাগে

  • @anitabaruah2293
    @anitabaruah2293 ปีที่แล้ว +1

    Bohut bhal lagil

  • @HemchandraSonowal-jr6yc
    @HemchandraSonowal-jr6yc ปีที่แล้ว +2

    ভাল লাগিল ।

  • @RubiBhattacharyya-k3w
    @RubiBhattacharyya-k3w ปีที่แล้ว +1

    Sir k bohut bhal lage

  • @KaSiYali
    @KaSiYali ปีที่แล้ว

    চেমিম বা আপুনি যদি এনেকৈ কামসমূহ কৰি যায়,এখেতসকলৰ দৰে ব্যক্তিক পুনৰ মানুহৰ মাজলৈ লৈ আনে আমিও সুখী হওঁ।সাখ্যাৎকাৰ বহুতে বহুতৰ লয়,কিন্তু এখেতসকলৰ দৰে প্ৰকৃত শিল্পীক,প্ৰকৃত মানুহক নতুন প্ৰজন্মক চিনাকি কৰি দিয়াটো খুবেই প্ৰশংসনীয়।এনেধৰণৰ আলাপসমূহে হয়তো ভিউজ কিমান আনিব মই নাজানিম কিন্তু সঁচাকৈ প্ৰকৃত ৰুচিবোধ থকা মানুহে আপোনাক মনত ৰাখিব।আপোনাৰ কামক স্বীকৃতি দিব।আপোনালৈ শুভেচ্ছা থাকিল বা।আশা কৰোঁ আপুনি এই ধাৰা অব্যাহত ৰাখিব।

  • @poli1224
    @poli1224 ปีที่แล้ว +1

    বৰ ভাল লাগিল ছাৰ।

  • @bhubonborah3128
    @bhubonborah3128 ปีที่แล้ว

    Bahut val Lagil Dai Thanks

  • @jarjinasaikia7473
    @jarjinasaikia7473 ปีที่แล้ว +1

    বহুত ভাল লাগিল

  • @barnalidutta8210
    @barnalidutta8210 ปีที่แล้ว +3

    আকৌ তেখেতক তোমাৰ অনুষ্ঠানলৈ আনিবা বুলি আশা থাকিল, তেখেতৰ কথা 30 মিনিট নহয় 3 ঘণ্টা শুনি থাকিলেও আমনি নালাগে, 2 বাৰ comment লিখিছো, অনুষ্ঠানটো চাই।

  • @kamalabharali9083
    @kamalabharali9083 ปีที่แล้ว

    Bohut bohut val lagil Anjan da

  • @champabnath
    @champabnath ปีที่แล้ว

    বহুত ভাল লাগিল ছাৰৰ কথাবোৰ।

  • @Iamnotgood580
    @Iamnotgood580 ปีที่แล้ว +8

    Bohut bhal lagil

  • @sabikaahmed4526
    @sabikaahmed4526 ปีที่แล้ว +3

    Iman je Val lagise

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว +3

    Good programme and performance

  • @dipaligogoi990
    @dipaligogoi990 ปีที่แล้ว +2

    বহু ত ভাল লাগিল

  • @digantahazarika448
    @digantahazarika448 ปีที่แล้ว +4

    Thanks lot Medam Samim for this precious intervew with Dr. Choudhary.

  • @MinaDevi-qf8bt
    @MinaDevi-qf8bt 8 หลายเดือนก่อน

    Bahut Val lagil Dada .

  • @amiyasaikia2096
    @amiyasaikia2096 ปีที่แล้ว

    চাৰ আপুনি সচাকৈয়ে সুন্দৰ মনৰ গৰাকী৷

  • @binadevi511
    @binadevi511 ปีที่แล้ว

    চাৰৰ কথা বৰ ভাল লাগে🙏

  • @ChakradharSaud-qq1rj
    @ChakradharSaud-qq1rj ปีที่แล้ว +2

    A good interview .

  • @prafullasVlog783
    @prafullasVlog783 11 หลายเดือนก่อน

    ডা° অঞ্জনজ্যোতি শৰ্মা চাৰ এজন মোৰ অতি শ্ৰদ্ধাৰ ব্যক্তি ৷

  • @punyakonwar41
    @punyakonwar41 ปีที่แล้ว

    Val lagil interview to🙏🙏

  • @chandanasarma117
    @chandanasarma117 ปีที่แล้ว +2

    Sri val lagil

  • @nivadevi1196
    @nivadevi1196 ปีที่แล้ว +2

    Sir 🙏🙏🙏

  • @aditisaikia9547
    @aditisaikia9547 ปีที่แล้ว

    Siror khutia likhoni bur monoloi ahilei mone mone hahi thaku. Val lagil.

  • @rukminibora3783
    @rukminibora3783 ปีที่แล้ว +1

    ❤❤❤❤

  • @digitalindia7191
    @digitalindia7191 ปีที่แล้ว +2

    Bahut Val lagil

  • @pratimmanash625
    @pratimmanash625 9 หลายเดือนก่อน

    Shemim sualito bor smart😁

  • @somiteesonowal690
    @somiteesonowal690 ปีที่แล้ว

    Tomak br dhuniya , tatkoi besi tomar kapur pindha dhrnto besi val lage eman dhuniyakoi Sadr mekhela pindha , kisumane kapur pindha namt deha afal uliyai pindhe tomi hday anekoi thakiba ketiyau hlni nhba

  • @bhitalimadhukalyamusical6968
    @bhitalimadhukalyamusical6968 ปีที่แล้ว +1

    Sir 🙏🏼❤️

  • @mehbubarrahman8975
    @mehbubarrahman8975 ปีที่แล้ว +1

    Mon val ligi gol

  • @mamonidevi5429
    @mamonidevi5429 ปีที่แล้ว

    Xundor

  • @sadhibaro167
    @sadhibaro167 ปีที่แล้ว

    So interesting video,

  • @jutyrekhadeka1524
    @jutyrekhadeka1524 ปีที่แล้ว +2

    Jiban enekua habo lage

  • @banditasaikia1483
    @banditasaikia1483 ปีที่แล้ว +1

    Moi horur pora tekhetor anuragi hoi.

  • @mixmasalainformation5097
    @mixmasalainformation5097 ปีที่แล้ว +2

    Imn vl lgise

  • @opgaming8156
    @opgaming8156 ปีที่แล้ว +2

    চাৰৰ কথা বোৰ শুনিলে শুনি থাকিবৰ মন যাই

  • @abinashboruah4920
    @abinashboruah4920 ปีที่แล้ว +2

    দ্বিতীয় লক্ষধৰ চৌধুৰী ।

  • @subhashnathentertainment4595
    @subhashnathentertainment4595 ปีที่แล้ว

    অ মাই গড পেট বিষাই গল হাহোতে হাহোতে চাৰৰ কথা শুনি। ইমান ভাল লাগে চাৰৰ কথা শুনিলে

  • @pratapborthakur8015
    @pratapborthakur8015 ปีที่แล้ว

    Nice

  • @babulali3355
    @babulali3355 ปีที่แล้ว

    ❤❤❤❤❤❤❤

  • @binuphukan3880
    @binuphukan3880 ปีที่แล้ว

    SIR apunar voice to bhupen dar nisina lage

  • @chandanagogoi2299
    @chandanagogoi2299 ปีที่แล้ว +2

    🙏🙏🙏🙏🙏

  • @DipakBharali409
    @DipakBharali409 ปีที่แล้ว

    😊😊❤😊❤😊😊❤😊❤❤😊❤

  • @nivadevi1196
    @nivadevi1196 ปีที่แล้ว +3

    Ski

  • @AmiyaLB
    @AmiyaLB ปีที่แล้ว

    দেউতাকৰ দৰে ৰসিক।

  • @AchiniBoruah
    @AchiniBoruah ปีที่แล้ว

    হাহি হাহি চকুপানী ওলাই গ'ল 😂😂

  • @gitagoswami3129
    @gitagoswami3129 ปีที่แล้ว +1

    চাৰে এটা ভাল কৌতুক নকলে,

  • @Arati622
    @Arati622 ปีที่แล้ว +1

    বহুত ভাল লাগিল।

  • @mridulsaikia2259
    @mridulsaikia2259 ปีที่แล้ว

    Sir🙏🙏

  • @ashmabegum3268
    @ashmabegum3268 ปีที่แล้ว

    Sir🙏🙏🙏