Moran Bihu 2024 | Nilakshi Neog | Bikram Chawrok| Runu Chawrok | New Moran Song|
ฝัง
- เผยแพร่เมื่อ 11 ม.ค. 2024
- Moran Bihu
Singer : Nilakshi Neog
Music / Mix and Mastering : Bikrom Chawrok
Lyrics / Tune / Collection / Co-singer : Runu Moran Chawrok
Dhol, Taal : Nobert Ranjan Neog
Flute : Montu Neog
Poster and Lyrical : Parthajit Hira
Photography : Shaan Basumatary
Make-up : Abhinash Das - เพลง
❤❤❤ i just loved ur voice
Moran bihu yaa axomot bipllab uniba lokeswar gogoi
গীতটো বৰ ধুনীয়া হৈছে মৰাণৰ পৰা মৰম দিছোঁ 😍 আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ দেই আপোনাক লগতে আপোনাৰ পৰিয়ালৰ সকলো লৈকে ❤❤❤।
মোৰ আটাইতকৈ প্ৰিয় কন্ঠশিল্পী জুবিন দা আৰু নীলাক্ষী বা বহুত বেছি ভাল পাওঁ ❤
Love from UK......I AM BELONGS TO MORAN COMMUNITY
অতি সুন্দৰ বা মৰাণৰ পৰা মৰম যাঁচিলো ❤ লগতে ভোগালী বিহুৰ বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো তোমাৰ লগতে তোমাৰ পৰিয়াল বৰ্গলৈও
ALL time favourite female singer nilakshi ba ❤❤
Moran bihu legend apuni.... Love from kakopothar❤❤❤
মৰান বিহু নীলাক্ষী বাৰ কণ্ঠত খুব বেছেকৈ ভাল পাওঁ।লখিমপুৰৰ পৰা মৰম যাচিলোঁ ❤❤❤
গীতটো বহুতেই ধুনীয়া হৈছে বা কাকপথাৰ পৰা মৰম দিছোঁ, 😘লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনাক লগতে আপোনাৰ পৰিয়ালৰ সকলো লৈকে, My all time favorite singer, ভগৱানে সদায় ভালে কুশলে ৰাখক আপোনাক, বহুত মৰম আপোনালৈ 😘❤️😘এবাৰ মাথোঁ লগ পোৱাৰ আশা আছে মোৰ।
পূৰণি বিহুৰ সোৱাদ পালো বৰ ভাল লাগিছে ৷ আছলতে বৰ্তমান সময়ত এনে বিহুৰ মাদকতা কমিছে দুখ লাগে যিটোৰ কোনো ভেজাল নাথাকে তাক সোৱাদ বিচাৰি নাপায়😭 যদি এই বিহু গীতটি বিভিন্ন বাৰে বজৰুৱা শব্দ মিক্স কৰি বনালে হয় নিশ্চয় সকলোৰে হৃদয়ত স্থান পালে হয় ৷ তথাপিও আমাৰ বাবে এইটো গীত শ্ৰেষ্ঠ লগতে আহিবলগীয়া ৰাংঢালী গীতটোৰ বাবে অপেক্ষা কৰি আছোঁ
Nilakshi ba Always Multi voice Female singer👩🎤
J its real.bihu of assam many thanks to you lokeswar gogoi
All time favourite ❤NILAKHI'S SONG
You are My all time favourite singer nili ba ❤ love from kakojan ❤
তিনিচুকীয়াৰ পৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলো, লগতে ভোগালী বিহুৰ প্ৰতি লক্ষ্য ৰাখি শুভেচ্ছা থাকিল সকলোলৈকে❤❤
😢😢😢😮😅
😊😊😊😊
Hii
মজা লাগিছে, নিলাক্ষী বা'ক ভোগালীবিহুৰ শুভেচ্ছা জনালোঁ,লগতে সমূহ অসমবাসী ৰাইজকো জনালোঁ...টংলাৰ পৰা
গোবাল পাৰা মৰম আৰু শ্রভেছা জ্ঞাপন ❤কৰিলো লগতে ভোগালি❤বিহুৰ শ্রুভেছা থাকিল ❤ সকলোলৈকে বাইদেউ
All time favourite singer ❤from Tinsukia 😍
can someone pls translate these lyrics into Hindi
বহুত ভাল লাগিল বা গানতো শুনি ❤💞গোলাঘাটৰ পৰা মৰম যাচিলো আপোনালৈ✨❤💞
মোৰ প্ৰিয় কণ্ঠশিল্পী নিলাক্ষী বা ❤ চেন্নাই কৰ্মস্থানৰ পৰা মৰম পঠালোঁ❣️❣️
খুব ধুনীয়া হৈছে বা মৰম❤❤
অতি সুন্দৰ
আৰু অসমীয়া নবৰ্ষৰ ভোগালী বিহুৰ শুভেচ্ছা জাচিলো বা
Dhuniya মৰাণ বিহু ❤
Hundor
Mojja
বহুত ভাল লাগে আপোনাক। আৰু আপোনাৰ বিলাক ❤❤
mojaa dei khub vaal lagil,nilakshi neogr geet ketiyau beya habo nuware
Love you baa tumar gan hunile ga room romai jai.....June juney bak vl puwa like kra
I always love moran bihu song❤❤❤❤
Nilakshi ba apunar gaan hunibor korone bat Sai asilu 🎉 pise aji huni bohut val lagile se🎉❤❤ aru bihur hubhesa jasilu ❤
সদায় আপুনি প্ৰিয় থাকিব বা😍😍😍🔥🙏
বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ বা😍🙏
ধুনীয়া ❤❤❤❤
বৰ ভাল লাগিল দেই নীলাক্ষি গীতটো শুনি
Axomor Shreya Ghoshal ❤
So sweet nilakshi baa ❤️
And happy bhogali bihu to you 💐
Voice and so nisc beautiful
ভালে আৰু সুস্থ থাকক বা আপুনি আৰু আগলৈ এনে সুমধুৰ গীত আমাক উপহাৰ দি যাওক 😊😊
সুন্দৰ ❤❤ আইয '.. নেৰিবা। ভাল লাগিল নীলাক্ষী ❤❤ সকলোলৈ উৰুকা,ভোগালী বিহু আৰু মকৰ সংক্ৰান্তীৰ হিয়া ভৰা ওলগ জনালোঁ❤❤
Moran Bihu ❤️
All Time My Favourite Nilakshi Ba ❤
কন্দুৱাই দিব পাৰা কিন্তু তুমি বা।। তোমাৰ কণ্ঠ মানিছোঁ😍😍😍
মৰাণ জনগোষ্ঠীৰ বিহুগীত বুলি কলেই নিভাঁজ এখন গ্ৰাম্য জীৱনৰ ছবি মনলৈ ভাঁহি আহে । সঁচাকৈয়ে বিহুলৈ মনত পৰি যায় । ভাল লাগিল নীলা ।
অতি সুন্দৰ👍👌🥰
মৰাণ গান শুনি ননচাকৈ থাকিব পাৰি নে ❗ তাতে নিলাক্ষী বা কণ্ঠত 😊😊
তামিলনাডুৰ পৰা ,ভোগালী বিহুৰ শুভেচ্ছা জনালো ,,,মোৰ প্ৰিয় গায়িকা ,,,,
All time favourite nilakshi ba❤❤
All time favourite singer 🎉🎉🎉❤
Dhuniya lasgise ❤
Borhiya lagibo dei ketiyake paam
Hundor🌚🔥🔥🔥 moja
Adorable voice.. Love from Pengaree
So beautiful bihu song
Ami tinsukia bakhi apunak loi proud koru baa❤
Ba.....aru...new....song...Pam..buli...akha...thakil😊❤
Ai ganto supar dupar hit hob ❤❤❤❤❤
Hundar❤❤ Val loga gan
I love songs
মজা
কেৰেলা কৰ্মস্থানৰ পৰা মৰম দিলোঁ ❤ লগতে নগাঁওৰ পৰা আপোনাক ভোগালীৰ আগতিয়াকৈ বহুত বহুত শুভেচ্ছা দিলোঁ দেই❤
Mur morom loga ba joni new song xokoluye adori luwa🙏😊❤️
My fvrt nilakshi
সুন্দৰ গীত এটি উপহাৰ দিলা দেই বা অসম বাসী ৰাইজক । মৰাণ বিহু সুৱাদেই বেলেগ ❤️
মৰাণ বিহু অকল মই Nilakshi বাৰ হে ভাল লাগে...বেলেকৰ গান শুনিলে কিবা অকৰা অকৰা লাগে❤❤❤
বহুত বহুত ভাল লাগিল দেই নীলাক্ষী বা।
অতি সুন্দৰ গীত, সুমধুৰ কণ্ঠ।
তাতে আকৌ প্ৰিয় গায়িকাৰ প্ৰিয় গীত।
ভাল নালাগিবইনো কিয়, শুনিলে শুনি থাকিবৰ মন যায়।___❤
Moja
Moran bihu is love ❤
আপোনাৰ মৰাণ বিহু বুলি ক'লে আৰু কবলে লিখিব'লৈ ভাষা নাই বাইদেউ ,অপূৰ্ব । আৰু মোৰ আটাইতকৈ প্ৰিয় বাইদেউ গৰাকী।
My all time favorite singer ❤
অতি সুন্দৰ নীল বা ! নানাচি থাকিব নোৱাৰি 🥰
Moran jinda bad
NICE .
Vani, sundar tmr ujjal vabishyat kamana karilo
Oo ba eman dhuniya lagise
Bohut bohut besi Val lagisr❤❤❤❤❤
Nilakshi ba is best singer 🔥🔥🔥🔥
মৰাণ বিহু নুহুনা লৈকে বিহু বিহু নালাগে ❤❤❤
বহুত সুন্দৰ হৈছে নিলি❤❤
বহুত ধুনীয়া হৈছে বা , আপোনাৰ সুৰত বিহু শুনি আটাইতকৈ ভাল লাগে। 🎉🎉
i lov u nilakshi❤
Love you ba❤ bhut val lage apunak
Kidore bujau baa apunak... Gan tur 7 minutes Murbabe Kom hoise💞💞 apunar konthoi homoyoku jinibo pari
Bohut dhunia hoise 🎉🎉❤❤❤❤❤
All time favourite my love nilakshi ba. Love from dhemaji ❤❤❤❤❤❤❤
অতি সুন্দৰ হৈছে নিলাক্ষী বা ❤❤❤❤❤❤
👌👌👍♥️♥️♥️♥️♥️♥️
Nice ba
সুন্দৰ হৈছে। অভিন্দন জনাইছো।
❤কথাষাৰ হয় তৰাই জকমকাই ৰাতি
অতি সুন্দৰ বা,❤❤❤
Nilakhi ba tumar gan huni bor val pau.
সুন্দৰ হৈছে❤❤
Oti xundor, 35 bosoror aagoloi montu ghuri goise.
❤❤❤❤❤
❤
🥳🥳🥳
❤❤❤❤
Niche song
মৰাণ গান বৰ ভাল লাগে তু মাতত নিলাক্ষী বাই 😊
❤❤❤
arunasolr pora morm jasilu ba❤❤❤