অখিল গগৈৰ যদি অভাৱ নাই দৰমহা গ্ৰহণ কৰিব নালাগে : বিশ্বজিৎ দৈমাৰী

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ก.ค. 2024
  • ▶️মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধি সংবিধানৰ নিয়মাৱলী মতে হয়। কাৰো ব্যক্তিগত কথা মতে নহয়। অখিল গগৈৰ যদি অভাৱ নাই দৰমহা গ্ৰহণ কৰিব নালাগে : বিশ্বজিৎ দৈমাৰী

ความคิดเห็น • 320

  • @djrock5500
    @djrock5500 16 วันที่ผ่านมา +149

    এটো এটা অদক্ষ বিধানসভা অধ্যক্ষ, বিধানসভা অধ্যক্ষ আসনখন সন্মান নাইকীয়া কৰি পেলালে এইটোৱে।

    • @dekhoviralshorts
      @dekhoviralshorts 16 วันที่ผ่านมา +2

      murt maal thakile he

    • @VlogA2Z
      @VlogA2Z 16 วันที่ผ่านมา +1

      aku kam ni eyar.... remote contrl.re solai ase eyak

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 16 วันที่ผ่านมา +62

    গৰমত জনসাধৰনক গছৰ তলত থাকিব দিয়া অধ্যক্ষৰ ঘৰত ২৬ টা AC পাইছিল। এ্ই নেতা জনক OPS বাদ দি NPS দিব লাগে।

  • @rakashdas9087
    @rakashdas9087 16 วันที่ผ่านมา +105

    চোৰ দকাইত যেতিয়া চৰকাৰৰ বৰমুৰিয়া হয় তেতিয়া এই কথা কয়

    • @user-xg6hu8vr7f
      @user-xg6hu8vr7f 16 วันที่ผ่านมา +3

      ১০০ শতাংশ সচাকথা কৈছে।

  • @sanjibbora1789
    @sanjibbora1789 16 วันที่ผ่านมา +69

    অভাৱ ত পৰি অখিল গগৈয়ে দৰমহা বহাৰ কথা কোৱা নাই ,কি ফকতিয়া কথা কৈছে এজন অধক্ষ হৈ।

    • @bkp9774
      @bkp9774 16 วันที่ผ่านมา +13

      ইয়াৰ মূৰত গোবৰ আছে, হেমন্তৰ চোৱা সেলেকা বড়ো কছাৰী এটা ।

    • @user-do5hg6vr7e
      @user-do5hg6vr7e 16 วันที่ผ่านมา +3

      থিক!!

    • @prabinniswari4995
      @prabinniswari4995 16 วันที่ผ่านมา

      boro kachari mak kiba korise neki motherboard😠😠😠😠@bkp9774

  • @phukanalex3509
    @phukanalex3509 16 วันที่ผ่านมา +57

    মহোদয় এই বিলাক আঁচনি বন্ধ কৰি বানপানী ভূমিস্খলন কৰা ৰাস্তা বোৰ ভাল কৰিবলৈ অনুৰোধ জনালো

  • @ArjunRajbongshi-ht2xs
    @ArjunRajbongshi-ht2xs 16 วันที่ผ่านมา +8

    এই ব্যক্তিজনক আচলতে অধ্যক্ষ পদৰ পৰা নিলম্বন কৰিব লাগে।

  • @bolicharanray9127
    @bolicharanray9127 16 วันที่ผ่านมา +26

    আইনগত সুবিধা বোৰ কোনে বনাই লৈছে? মন্ত্ৰী হ'লে লোভী হৈ পৰে মানুহবোৰ।

  • @LetsinfoPvtLtd
    @LetsinfoPvtLtd 16 วันที่ผ่านมา +12

    দৰমহা নালাগে বুলি কেতিয়া কলে ? কেৱল বৃদ্ধি কৰিব নালাগে বুলি কৈছিল অসমৰ স্বাৰ্থত। দৰমহা ৰাইজৰ কৰ ৰ টকা হয় , ৰাইজে দৰমহা বৃদ্ধিৰ বিৰোধী ।

  • @pratuldas6125
    @pratuldas6125 16 วันที่ผ่านมา +24

    দৰমহা বৰাবলৈ আইন কোনে বনায় ? কাৰোবাৰ আটিছে আন কাৰোবাৰ আকৌ নুজুৰিছে I কথাবোৰ হজম কৰিবলৈ বহুত সময় লাগিব I

    • @user-xg6hu8vr7f
      @user-xg6hu8vr7f 16 วันที่ผ่านมา +1

      ২০২৬ ত এইসোপাকে খেদিব লাগে বুজিচে!

  • @manojtalukdar6647
    @manojtalukdar6647 16 วันที่ผ่านมา +12

    মন্ত্ৰী বিধায়ক সকল অভাৱত জুৰুলা সেয়ে ১০১% দৰমহা বঢ়াই লওক 😋😋😋😋😋 সুন্দৰ অতি সুন্দৰ অধ্যক্ষ,😎

  • @anjugogoi6222
    @anjugogoi6222 16 วันที่ผ่านมา +34

    এজন অধ্যক্ষ ৰ কথা মাৰ্জিত হোৱাটো ভাল আগলৈ শিকিব

  • @shahinurofficials
    @shahinurofficials 16 วันที่ผ่านมา +17

    OPS baad di aponalok NPS lowk

  • @kabitasaikia8713
    @kabitasaikia8713 16 วันที่ผ่านมา +12

    চংবিধান বিধানচবা..... 😅😅

    • @Hhttuionde
      @Hhttuionde 16 วันที่ผ่านมา +1

      😂😂😂

  • @jitensarma1210
    @jitensarma1210 16 วันที่ผ่านมา +9

    অসমৰ MLA , Minister কেইজনৰ বাহিৰে কাৰো একো অভাৱ নাই। সেইবাবে তেওঁলোকৰ দৰমহা আৰু ‌বাকী সুবিধা বোৰ মাহে‌ মাহে বঢ়াই থকাটো অতি ভাল কথা হৈছে।

  • @janardanbora2803
    @janardanbora2803 16 วันที่ผ่านมา +6

    গৰম উঠিলে গছৰ তললৈ যাব বুলি কোৱা জনে কি বুজি পাব হয়😅😅😅

  • @user-yu9hd2sq3v
    @user-yu9hd2sq3v 16 วันที่ผ่านมา +6

    এইটো মুখৰ কথা কোনো অথ নাই......

  • @janardanbora2803
    @janardanbora2803 16 วันที่ผ่านมา +7

    তহত বোৰে দৰমহা পাৱ বাহিৰৰ টকা লৰা ছোৱালী পঢ়া শুনাৰ খৰচা মোবাইল ফোন লগতে ৰিচাজ আৰু কি লাগে জনতাই ভোট দি জিকাই ককাই দেও সেই দুখীয়া জনতাক কি দিছে দুখৰ বাহিৰে বস্তুৰ দাম আৰু শেষত গৈ ৰিচাৰ্জ বুৰো দাম বহাই দিলে লাজ নালাগে নে আপোনাৰ দৰে নেতাৰ

  • @abdulmotaleb9598
    @abdulmotaleb9598 16 วันที่ผ่านมา +6

    চুবিদা, চদন এইবিলাক কি কয় হে।

  • @rupakdas099
    @rupakdas099 16 วันที่ผ่านมา +8

    obhong

  • @lightturns9179
    @lightturns9179 16 วันที่ผ่านมา +7

    MLA tu sakori nhoi. So darmaha aru pension kihor babe? Kunu law r kotha nai Iyaat.. Law kune bonaise darmaha hodai borhai thakibor babe? Alop beya lagibo lagisil ai banpanir timeot aibur koriboloio.. Shameless

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 16 วันที่ผ่านมา +1

      আচলতে বিধায়কৰ দৰমহা থাকিবই নালাগে। কেবল বাস ভবনটো ফ্ৰী হব লাগে।

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 16 วันที่ผ่านมา +5

    আপোনালোকৰ ইমান দৰমহা,বানচ পোৱাৰ পিছতো বহুত অভাৱ নহয়নে বাৰু ? অন্যায় কৰি বহুত বেছি টকা ঘটিব যাওঁতে বহুত ডাঙৰ ডাঙৰ বেমাৰ হয় আকৌ , সেই টকা তেনেকৈ য়ে শেষ হয় । অন্যায় মানে Contractual employees ,Musterule employees বোৰক কিমান দৰমহা কমকৈ দি আছে ? তেওঁ লোকৰ অৱস্থা শোচনীয় হৈ গৈছে 😢😢😢

  • @afazulhoque4032
    @afazulhoque4032 16 วันที่ผ่านมา +6

    ইহঁতে সাধাৰণ নাগৰিকৰ কথা কেতিয়াবা ভাবি চাইছেনে । ইহঁতৰ অভাৱ বহুত। পৃথিৱীত চিৰ জীৱন থাকিম বুলি ভাবিছে নেকি। নে মৰিলেও লগত নিম বুলি ভাবিছে?

  • @dhrubajyotideka2405
    @dhrubajyotideka2405 16 วันที่ผ่านมา +5

    অহা বছৰ বিদায় দিম দে তোক

  • @NitumoniBorah123
    @NitumoniBorah123 16 วันที่ผ่านมา +14

    Beperua kotha

  • @nabajitchakraborty6847
    @nabajitchakraborty6847 16 วันที่ผ่านมา +5

    Dagoria ,Apuni ki koi ase ,Akhil G ,koise belegor salary increase koribo lage.

  • @ashutoshchaudhury8359
    @ashutoshchaudhury8359 16 วันที่ผ่านมา +4

    লোকসভা, ৰাজ্যসভা, বিধান সভা, বিধান পৰিষদৰ সদস্য সকলক দৰমহা, পেঞ্চন আদি একোই দিব নালাগে। অকল দৰমহাৰ সলনি এটা ভাট্টা মাথো দিব লাগে যিমান দিন লৈকে তেওঁ লোকে সদস্যপদত থাকিব! দৰমহা, পেঞ্চন আদি দিয়াৰ ফলতেই দূৰ্নীতি, ভ্ৰষ্টাচাৰৰ পথ মুকলি হয়! অকল সৎ, শিক্ষিত্, লোভমুক্ত মানুহৰ হাতত দেশৰ শাসন ভাৰ থাকিব লাগে। দৰমহা, পেঞ্চন আদি বন্ধ হ'লেই সৎ মানুহ বিলাকৰ লোকসভা, বিধানসভা আদিৰ দৰে আইনসভা বিলাকত নিৰ্বাচনৰ মাধ্যমেৰে পঠোৱা সহজ হ'ব।

  • @RiyanKashyab
    @RiyanKashyab 16 วันที่ผ่านมา +17

    Asom loti khuwa bondho

  • @user-do5hg6vr7e
    @user-do5hg6vr7e 16 วันที่ผ่านมา +2

    আপোনালোকৰ অভাব আছে নেকি???আপোনালোকে যে দৰমহা/pension/চুযোগ/চুবিধাবোৰ লৈ আছে??

  • @aidyou6440
    @aidyou6440 16 วันที่ผ่านมา +30

    অসমীয়া কব নজনা মানুহ অসমত speaker হয় লাজ হে লাগে

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 16 วันที่ผ่านมา +1

      পুতলা দেখিছেনে? চাই লওক।

    • @prabinniswari4995
      @prabinniswari4995 16 วันที่ผ่านมา +1

      akhom kon tu4 bapekor neki

  • @assam23
    @assam23 16 วันที่ผ่านมา +8

    কিছুমানে চৰকাৰৰ কাম কৰিও আপোনালোকৰ টেলিফোন বিলটোৰ সমান হে মাননী পাই সিহঁতৰ ঘৰ বিলাক পৰিয়ালটো কেনেদৰে চলে অলপ উপলদ্ধি কৰকচোন। আমাৰ কাৰণে আজি আপোনালোক সেই স্থানত কথাষাৰ মনত ৰাখিব।

  • @promilabora3998
    @promilabora3998 16 วันที่ผ่านมา +1

    Akhil da apunalukor nesena nohoi Oo banpane homoit ja apunalukor nejor pocat gorom huwa kotha vabesa, 🙏🙏

  • @udaychdas
    @udaychdas 16 วันที่ผ่านมา +3

    Dada Angwabadi kahini ki ?

  • @dimbeswarpanging3445
    @dimbeswarpanging3445 15 วันที่ผ่านมา +1

    অধ্যক্ষ ডাঙৰীয়া পাৰে যদি যিকোনো কোম্পানী ৰ বা শ্ৰমিকৰ দৈনিক মজুৰি কিয় বৃদ্দি কৰাৰ কথা কেতিয়াও নাভাবে চৰকাৰে। অকল চৰকাৰী কৰ্মচৰীসকলৰ দৰমহা বৃদ্দি কৰাৰ চিন্তা চৰ্চা কিয় ???? বস্তুু ৰ দাম যেনেকৈ বাঢ়িছে তাৰ তুলনাত বেচৰকাৰী কৰ্মচাৰী বা শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্দি কৰিব লাগে সেইটো মোৰ দাবী। আমাৰ ফালেও সম দৃষ্টি মেলি চাব।

  • @dr.chandanthakuria4525
    @dr.chandanthakuria4525 16 วันที่ผ่านมา

    Language Tu val lagil, subida,

  • @lyricalmusic1105
    @lyricalmusic1105 16 วันที่ผ่านมา +2

    Iyar uprot keitar abhixap ase xi morar agot he gom pabo😂😂

  • @IkramAli-mu7kh
    @IkramAli-mu7kh 16 วันที่ผ่านมา +15

    বিদ্যুৎ বিল বহু বেছি পৰিমাণে বাহৰিছে বিনামূলীয়া বিদ্যুৎ কেতিয়া হব

    • @dumahusoroniya6691
      @dumahusoroniya6691 16 วันที่ผ่านมา

      পাকিস্তানত বহুত কম আহে বিল। আতা কিলোগ্ৰাম ১৮০ পেট্ৰল। ৩২০। আলু ১৪০

    • @IkramAli-mu7kh
      @IkramAli-mu7kh 16 วันที่ผ่านมา

      @@dumahusoroniya6691 ভাৰতৰ কথা কোৱা বেলেগ ৰাজ্যত কিছুমানত বিদ্যুৎ বিল বিনামূলীয়া তাত কেনেকৈ কৰিব পাৰি ইয়াত কিয়নো অলপ কমাই নোৱাৰে

    • @bikashbordoloi6786
      @bikashbordoloi6786 16 วันที่ผ่านมา +1

      ​@@dumahusoroniya6691aal baal kotha koi dilei hol na, electricity bill bahi ase soku d dekha nai. Kona

    • @dumahusoroniya6691
      @dumahusoroniya6691 16 วันที่ผ่านมา

      @@bikashbordoloi6786 pakistan free bule

    • @assameseboy4782
      @assameseboy4782 16 วันที่ผ่านมา

      ​@@dumahusoroniya6691bjpr dadal johora Akhamiya jatir ki hoi aase sua nai future ki akhamr eyai neki paribartan

  • @lalithazarika0110
    @lalithazarika0110 16 วันที่ผ่านมา +1

    দৰমহা বঢ়াই লোৱা।

  • @Adnant732
    @Adnant732 16 วันที่ผ่านมา +1

    Fola khori sini paine?Eman kostot aami jeai asu😊

  • @bhattacharjeeramchiary5107
    @bhattacharjeeramchiary5107 16 วันที่ผ่านมา +1

    হেল্লো অধ্যক্ষ আপোনাৰ অসংকা বেছি হৈছে আপুনি নিজৰ খিনি ভাবি আছে

  • @AbdurRahman-pt4co
    @AbdurRahman-pt4co 16 วันที่ผ่านมา +2

    Nije poisa lo

  • @musicallibrary4149
    @musicallibrary4149 16 วันที่ผ่านมา +1

    আপুনি পেঞ্চন এটা এটা দৰমহা লৈ আছে নে বাৰু ৰাজ্য সভাৰ আৰু বিধায়ক দৰমহা

  • @user-qs5zj4ks5p
    @user-qs5zj4ks5p 16 วันที่ผ่านมา +2

    Vll koi Assamese kotha kobo najane

  • @Sankarjitcreation
    @Sankarjitcreation 16 วันที่ผ่านมา

    এইজন মানুহ সঁচাই বৰ জ্ঞানী

  • @ara2670
    @ara2670 16 วันที่ผ่านมา +1

    U r from Naokata. See the road from baihata Chriali to bangalipara Goreswar road. U are speaker but still u never develop the road why?

  • @tuleswargharphalia3866
    @tuleswargharphalia3866 16 วันที่ผ่านมา +1

    Mr.Rubber stamp of Assam govt.

  • @quizassamasom5144
    @quizassamasom5144 16 วันที่ผ่านมา +2

    Dislike

  • @gogoiready6853
    @gogoiready6853 16 วันที่ผ่านมา +2

    Aiu ki koi nahi uthe... Jonota sewa kribo ahaa😂😂

  • @prasantarai3921
    @prasantarai3921 16 วันที่ผ่านมา +2

    Ezat rakhai katha kaba,,janghalraj nahai.

  • @lalithazarika0110
    @lalithazarika0110 16 วันที่ผ่านมา +1

    Facility bur di manuh burok okomonyo kori tula hoise

  • @prakashtalukdar5565
    @prakashtalukdar5565 16 วันที่ผ่านมา +1

    Ak dom xosa

  • @DIPANKARDAS-pt5co
    @DIPANKARDAS-pt5co 16 วันที่ผ่านมา +1

    News channel ketai manuh napali bisari eibur hudhiboloi...asomiya eta bhalkoi kobo nuware....eibur manuh ahisei garibor tej khabo....

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx 16 วันที่ผ่านมา +1

    আপোনালোকৰ দৰমহা কিয় বৃদ্ধি কৰি আছে । আপোনালোকে দুখীয়াক কি দিছে ? বিধায়ক ডাঙৰীয়া বিজেপি চৰকাৰৰ দিনত আমাক কি দিছে এবাৰ আহি মোৰ ঘৰ চাই যাওক । বিজেপি দলৰ যিসকল বিধায়াকে দৰমহাক লৈ বিৰোধিতা নকৰে, সেইজনেই লুভীয়া হয় ।

  • @AnjanKalita-tq8zn
    @AnjanKalita-tq8zn 16 วันที่ผ่านมา +1

    OPS lage.....

  • @Axomgiyananu
    @Axomgiyananu 16 วันที่ผ่านมา

    বিধানসভাৰ মৰ্যদা নোহোৱা কৰা অধ্যক্ষ এইগৰাকী। নিজৰ কথাৰ গুৰুত্ব নাথাকে বুলি অধ্যক্ষ আসন খনৰ সন্মান আছে, গতিকে আসন খনৰ সন্মানৰ খাতিৰত একো নোকোৱাকৈ থকাটোৱে ভাল।এইজনক আজি চাৰি বছৰে দেখি আহিছোঁ পক্ষপাতিত্ব কৰা অধ্যক্ষ আসনত বঢ়াৰ পিছতো। সেইখন আসন যে বিবেক আৰু বিবেচনা কৰি চলাবৰ‌ বাবে সেইটোৱেই তেওঁ নাজানে।

  • @monowarhussainhussain6082
    @monowarhussainhussain6082 16 วันที่ผ่านมา +2

    Tok lage de besiky dormoha issa mote bare lo dormaha

  • @nripenboruah32
    @nripenboruah32 16 วันที่ผ่านมา +1

    সংবিধানত আনক NPS কৰি ৫বছৰত থাকি নিজেই OPSহোৱা দফাটোপ্ৰকাশ কৰক। ভালকৈ অসমীয়া কলে ভাল লাগিব। ভঙা ভঙা অসমীয়া তাতে বিধান সভাৰ অধ্যক্ষ। অতি সন্মানীয়।

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r 15 วันที่ผ่านมา

    সংবিধানত জনপ্ৰতনিধীয়ে মাক্ষহেকীয়া উচ্ছনিৰিখত ৰ্দমহা লবলৈ আছে নে লাম চাম পাৰিতোষিক লবলৈ সিদ্ধান্ত লোৱা আছে জনতাৰ আগত মুকলি কৰিলে ভাল হয়।ৰ্দমাহাৰ উপৰি নিজৰ সকলো দিশৰ যাৱতীয় খৰছৰ বাবদ বিশেষ ভাট্টা কিয় প্ৰদান কৰা হয়।যিহেতু অসম চৰকাৰৰ বহু ৰাজপত্ৰিত বিষয়াইও সেইসমুহ ৰ্ভাট্টা লাভ কৰা দেখা পোৱা নাযায়।মন্ত্ৰী বিধায়কে নিজেই চৰকাৰ বুলি ভাবি নিজৰ ইচ্ছা অনুযায়ী ৰাইজৰ কৰৰ ধন ভোগ কৰাৰ সিদ্ধান্ত লব নোৱাৰিব।জনসাধাৰণে মত পোষন কৰিব লাগিব।জনতাই কৰৰ বোজাত কোঙা হৈ গৰমত গছৰ তলত বহিব লাগে আৰু বিধায়ক মন্ত্ৰীয়ে জনতাৰ কৰৰ ধনেৰে কোৱাটাৰত ৮-১০ টা কৈ এ চি লগাই শৰীৰ শীতল কৰিব! বাহ কি যে সাংবিধানীক নিয়ম!

  • @user-po7tu3bq2f
    @user-po7tu3bq2f 16 วันที่ผ่านมา +5

    Apunar kotha bilak thoi diyok he

  • @jyotiproshadbhakat1087
    @jyotiproshadbhakat1087 16 วันที่ผ่านมา

    MLA r salary noborale corruption korib.salary borauk but commission kom koi louk aaru kam val koi korok😊😅

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 16 วันที่ผ่านมา +1

    চং বিধান , বিধানচভা এই বোৰ অসমীয়া শব্দ নেকি ? আপোনালোকে আকৌ গৌৰব গগৈ অসমীয়া কব নাজানে বুলি কয় । আপুনি অসমীয়া শুদ্ধ কৈ কব পাৰিছে জানো 😂😂😂

  • @RajuRoy-ho8tp
    @RajuRoy-ho8tp 16 วันที่ผ่านมา +7

    Private job kora khinir selery borabole ki khn asoni bonali

  • @rajukakati4982
    @rajukakati4982 16 วันที่ผ่านมา

    Good reply

  • @nazmulhoque4853
    @nazmulhoque4853 16 วันที่ผ่านมา +7

    Kukurok jimanei diok kom poriboi

  • @AniSha-wx7fe
    @AniSha-wx7fe 16 วันที่ผ่านมา

    আপোনাৰ ব্যৱহাইয়ে আপোনাৰ পৰিচয়।

  • @rajukakati4982
    @rajukakati4982 16 วันที่ผ่านมา

    Thik kotha koise

  • @anjanasom-t4z
    @anjanasom-t4z 16 วันที่ผ่านมา

    দৈমাৰী, তোমালোকে ৰাজনৈতিক ভাষাৰে কথা পাতিব এৰা আৰু নিজকে ৰাইজৰ মাজত কোনো দায়িত্বশীল নেতা প্ৰতিপন্ন কৰিবৰ চেতনা , গাত যদি বৰ অসমৰ মাটিৰ,তেজৰ শক্তি ৰাখিছা তেন্তে বৰ অসমৰ কাৰণে মণিপুৰৰ সাংসদ জনে সংসদত কৰাৰ দৰে ব্যবস্থা লোৱা ।

  • @travellersankar4883
    @travellersankar4883 16 วันที่ผ่านมา

    চৰম কৰিব লাগে আপোনালোকে, নিজেই নিজৰ ইচ্ছা অনুসৰি দৰমহা বঢ়াই লবলৈ। ঠিকাভিত্তিক কৰ্মচাৰী সকলে কিমান কি সুবিধা পাইছে খবৰ কৰিব।

  • @pratikrshyam1888
    @pratikrshyam1888 16 วันที่ผ่านมา

    Aapunar sorkari ghorot 26 ta AC thakiu aapuni obhabi manuh ne? Bah bah manilu dei aapunak 👏 👏 👏

  • @krishnadas9084
    @krishnadas9084 2 วันที่ผ่านมา

    Sir Ami ki korim kiman Pam sorkar por saul paisu kintu alu 40toka baki nkoru Dali torkari kotha

  • @user-gb8yi9id4n
    @user-gb8yi9id4n 16 วันที่ผ่านมา

    আৰু কিমান পাৰে লয় থাক আৰু আমাৰ লাইন বিল কেইতা ৰেহাই দীৱ নোৰাৰে

  • @dipabhagawati2722
    @dipabhagawati2722 16 วันที่ผ่านมา +1

    ,,,,,baki asene

  • @mayurranjan2889
    @mayurranjan2889 16 วันที่ผ่านมา

    This is the difference between qualified MLA AND UNQUALIFIED MLA😅😅😅

  • @KabirAhmed-rl6bv
    @KabirAhmed-rl6bv 16 วันที่ผ่านมา

    30/50 বিঘা খেতের মাটি থাকা মানুজনে এও যদি রেশন কার্ড আরো সরকারি ঘর পায়

  • @lalithazarika0110
    @lalithazarika0110 16 วันที่ผ่านมา +1

    dhoni manuh buror he bule facility ase buli raije koi

  • @bishaldas3964
    @bishaldas3964 16 วันที่ผ่านมา +1

    Ihotor ovab hoise.. comission khur sob bjp t

  • @MujakkirBarbhuiya-uv2xr
    @MujakkirBarbhuiya-uv2xr 16 วันที่ผ่านมา

    Speaker sir mla, minister, chief minister hokolur dormoha beshi lagy but panchayat members hokolur ki dormoha dewar kota ki apunar monot pory na

  • @ankurbaruah5034
    @ankurbaruah5034 16 วันที่ผ่านมา

    Bohiya he

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 16 วันที่ผ่านมา +1

    আইনবোৰ আপোনালোকে নিজে নিজে বনাই লৈছে আৰু কোনে বনাইছে । আৰু বেছি বঢ়োৱা কৈ আইন খন বনাই লক ।😂২০২৬ আগতে এই বোৰ লেঠা মাৰি লক আৰু 😂😂

  • @BikashPatar-nv9ut
    @BikashPatar-nv9ut 16 วันที่ผ่านมา

    এইটো অলগদ্ধ পৰা কিবা ভাল আশা কৰিব পাৰি নেকি

  • @user-zw1sl3zs1s
    @user-zw1sl3zs1s 16 วันที่ผ่านมา

    তহতি জিয়াই থাকিলেই হ'ব।

  • @JakirHussain-hl2lj
    @JakirHussain-hl2lj 16 วันที่ผ่านมา

    মন কী বাত কৈছে মহোদয় ছাৰে জনতাৰ টকাৰে এচ কৰিব লাগে কাৰোবাক নালাগিলে নললে হ'ল নহয়নে

  • @ayubhussain7100
    @ayubhussain7100 16 วันที่ผ่านมา

    Sunibo mon najay akhetor kotha, kanot dore

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 16 วันที่ผ่านมา +1

    আৰু বেছিদিন নাই শ্ৰীলংকাৰ নিচিনা তহতৰ অবস্থা হব।

    • @bkp9774
      @bkp9774 16 วันที่ผ่านมา +1

      শ্ৰী লংকাৰ ৰজা পলাই গৈছিল, ইহঁতক আমি পলাব নিদিওঁ, হালোৱা এচাৰি থিক কৰি থৈছোঁ, ৰাইজ সকলোৱে এচাৰী থিক কৰি ৰাখক ।

  • @AbiCricketNews
    @AbiCricketNews 16 วันที่ผ่านมา

    ককাই মন্ত্ৰী হৈও, নিজৰ দলৰ চৰকাৰ থাকিও যদি আপোনালোকক বৰ্দ্ধিত দৰমহা লাগে। তেতিয়া হ'লে আপুনি অখিল গগৈক নেলাগিব বুলি ভাল কব পাৰিছে 😅😅 এবাৰ নিজে অকলে বজাৰত গৈ চাব তাৰ পাছত ক'ব। পাচে আমাক কোনে দিব বৰ্দ্ধিত পইচা এতিয়া

  • @jamunaray4032
    @jamunaray4032 16 วันที่ผ่านมา

    আপোনালোক লুভীয়া হয়

  • @AbdurRahman-pt4co
    @AbdurRahman-pt4co 16 วันที่ผ่านมา +1

    Aaru keita dim lobo

  • @mukulbhuyan4020
    @mukulbhuyan4020 16 วันที่ผ่านมา

    কাৰবাৰ অভাৱ থাকিলে বুলিয়েই দুজনৰ দৰমহা লব নে কি ?

  • @debasishborah7566
    @debasishborah7566 16 วันที่ผ่านมา +1

    Nps louk

  • @bikash7392
    @bikash7392 16 วันที่ผ่านมา

    Electrricty bill kati dormaha bohai dile kotha aketai hol

  • @Nichannipul123
    @Nichannipul123 16 วันที่ผ่านมา

    Social services diya namot dormaha matha he mare
    Mukhot social services
    Bl social service tuhar
    MLA minister ke gaor manuhe besi social service di ase

  • @latumonibarman9206
    @latumonibarman9206 16 วันที่ผ่านมา

    Amaru obhab ase, salary amaru borai Diya dada

  • @mmrahman6631
    @mmrahman6631 16 วันที่ผ่านมา

    অইন গত বাবে ৰেচন dealer সকলৰ বাবে কিবা নাই নেকি ডাঙৰীয়া ৰেচন dealer সকলৰ পৰিয়াল আছে নে নাই?

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs 16 วันที่ผ่านมา

    সংবিধান ৰক্ষাৰ মূল মানুহ বিশ্বজিৎ অধ্যক্ষ ই শুদ্ধ অসমীয়া নকৈ যে। অধ্যক্ষ কেনেকৈ হল।

  • @jadavgogoi944
    @jadavgogoi944 16 วันที่ผ่านมา

    এইটো এটা কথা ক'ব নজনা মানুহ। ই এনে উচ্চ পদবীত থকাৰ বাবে মুঠেই উপযুক্ত নহয়।

  • @deepanjalideka4276
    @deepanjalideka4276 16 วันที่ผ่านมา

    এওঁ PRC পাব নে নাই?

  • @jibeswarvlogs7896
    @jibeswarvlogs7896 16 วันที่ผ่านมา

    চৰকাৰী চাকৰিয়ালে পেঞ্চন নাপায় ।তেওঁলোকৰ অভাৱ নাই নেকি?

  • @user-mj3ux2of3x
    @user-mj3ux2of3x 16 วันที่ผ่านมา

    আপোনালোকেই বোলে শিক্ষকৰ দৰমহা কমাব খুজিছে।। নিজৰটো কিয় বঢ়াই হয়নে? অংগনাৱাড়ী কৰ্মী, আশাকৰ্মী, স্কুলৰ ৰান্ধনী কেইটাৰ কি অৱস্থা কৰিছে আপোনালোকে? বেলেগৰটো কমিলে বেয়া নালাগে?

  • @tulashisarma3829
    @tulashisarma3829 16 วันที่ผ่านมา

    এওক অৰু ণোদয় দিব লাগে ।
    প্রধানমনত্রী আবাসৰ ঘৰ দিব লাগে।

  • @user-is5ic2ee9q
    @user-is5ic2ee9q 16 วันที่ผ่านมา

    অধ্যক্ষ জনক আয়স্ম্যান কাৰ্ড হোৱাৰ আহ্বান থাকিল।

  • @pankajaxom8521
    @pankajaxom8521 16 วันที่ผ่านมา

    Knowledge Zoro aijon