Puwati Tora - পুৱতি তৰা | 22th July 2024 | Ep No 115
ฝัง
- เผยแพร่เมื่อ 14 ต.ค. 2024
- Episode No :- 115
---------------------------
#RangTV #PuwatiTora #prideeastentertainments
More Useful Links :
Visit us at: www.rangtv.org
Like us on Facebook: / rangtvofficial
Follow us on Twitter: / rangtv2
Rang TV
অনুক ঘৰ বাহিৰ কৰি দি এতিয়া মাকে পস্তাইছে। ভাল হৈছে।
জিও এ সঁচা কথা কেই কৈছে কোনে কোনে বাৰু জিওক ভাল পাই লাইক এটা কৰি দিবা ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
প্ৰজ্ঞাক কিংচুয়ে এনেও ঠগিব ,,,,, সেই দিন তুলৈ অপেক্ষা,,,,❤❤
বেদ ভনী জনীৰ কথা বহুত ভাল লাগে ❤❤❤❤
প্ৰজ্ঞাই মানে কিংচুক নে ফিংচুক সেইটোক ছপনীয়া কৰাৰ মন মেলিছে।🤣
😂😂😂
কিংচুৰ ভালপোৱা প্ৰজ্ঞা ই ভৱাৰ দৰে 1% অ নহয় কিংচু ভাল ভাৱৰ একেবাৰে নহয় progya ধংস😏😜
জিও নিছিনা ছোৱালী থাকিলে আৰু একো নালাগেঅ ❤❤❤❤
প্ৰজ্ঞা তোমাৰ অসীম সাহস ঘৰ চলাবলৈ ভয় কিয়। অনুভূতিৰ অদম্য সাহস আছিল সেয়েহে ইমান দিনে দেউতাক নোহোৱা ঘৰখন ভালদৰে চলাইছিল।সাহস আছে যদি টকা ঘটিবলৈ ওলাই যোৱা। তেতিয়া হে গম পাম তুমি ঘৰখন কেনেদৰে চলাবা।
প্ৰজ্ঞা মতলমটো হৈছে অনুক বাহিৰ কৰি নিজৰ ভাল পোৱাক ঘৰত সমোৱাই দিয়া এদিন সেই লৰা টোৱে প্ৰজ্ঞাক বৰ্বাত কৰি গুচি যাব 😂চাই থাকক।
আৰু জিও কথা কোৱাৰ কাৰনে মাকৰ মগুজুৰ ঠেক দিলে সেই কাৰণে এইবোৰ কথা কলে কোনে কোনে ভাল পইছা এনেকুৱা কোৱাৰ কাৰনে like দিয়া
Kune kune pothamor pora saise puwati tora like koribo❤❤❤❤
প্ৰিয়মৰ অভিনয়ো ভাল লাগিছে ৷ কিন্ত বেদক প্ৰিয়মে নিজেই হে ভাল থাকিলে বেদক কথাটো কেতিয়াও নজনালে অনুভূতিৰ কথাটো প্ৰিয়মে জানিছিল গতিকে বিয়াখনত কথা দিব লাগিছিল জানো ৰাইজ ৷ ❤❤❤❤
❤❤❤
Jiu tumar ovinoi bor val lage ❤ne ki koi guys🎉🎉🎉❤❤
অনু মাকৰ এতিয়া আৰু ভাল হব কাৰন সৰু জোৱাই আহিব সৰু জোৱাই কাৰনে এটা 😻😻😻😻😻😻
প্ৰিয়ম, বেদই তোমাক বিয়াৰ বাবে ফুলৰ মালা পিন্ধাবলৈ লোৱাৰ সময়লৈকে বেদ কি ভিক্ষাৰী, আনৰ গাড়ী চলোৱা এটা ড্ৰাইভাৰ নাছিল ?? বেদই তোমাক বিয়া নকৰোৱাৰ বাবেহে এইয়া চিনি পালা ! তোমাৰ বেদৰ প্ৰতি থকা আচলতে সেইয়া প্ৰেম নাছিল ......
জীৱনত কাৰ কেতিয়া কি সময় আহে কোনেও ক'ব নোৱাৰে । সেয়েহে অভিভাৱকে ল'ৰা - ছোৱালীৰ বয়স অনুসৰি কাম শিকাব লাগে , উপাৰ্জন কি বস্তু তাক অনুভৱ কৰিব দিবলৈ সুযোগ দিব লাগে । ডিগ্ৰী থাকিলে চাকৰি এটা পাব নে নাপায় তাক সময়েহে কয় ।
You ar right
Right
প্ৰজ্ঞাই বৰ বাহাদুৰি দেখাই আজি ভাল লাগিছে।।। Aihe বেপাৰ কৰিব সুজিছে
কোনে কোনে অপেক্ষা কৰি আছিলা?❤
moi
পুৱাতি তৰা love you❤❤
So nice serial ❤❤❤❤❤❤❤
জিউৰ সুন্দৰ অভিনয় ❤❤❤❤
Bed dar vontik bohut val lage❤
Eat বেদৰ কোনো দুখ নাই,,, কাৰণ bedoi অনুভূতিক হে ভাল পাইছিল প্ৰিয়ম ক নহই,,, প্ৰিয়ম এ কেনেকৈ বেদৰ ইচ্ছা অনুযাযী বিয়াত বহিব পাৰিলে,,,,eat কেৱল priom দেউতাক ৰ e ভুল,,, হই নে nhoi ৰাইজ কৈ যোৱা❤
Bedoi abr goi priyam k biya napatu buli koisile thike asile ..pist ako xi nije biya patim buli kole xeitu bedor vul ..
Nice priyom beautiful
বিন্দু বহোত মৰম লগা ❤️❤️❤️
Jeuu ❤❤❤
প্ৰজ্ঞাক কোনে কোনে বেয়া পোৱা লাইক কমেন্ট কৰা
Jio ❤❤❤❤❤
Puwati tora sai thaka hokole like koribo ❤❤❤❤❤❤
সকলোবোৰ সোনকালে ভাল হোৱাটো কোনে কোনে বিচাৰে?
পজ্ঞা ৰ দাৰা একো কাম নহই তাই কেৱল নিজক চিনি পাই বায়েকে ঘৰ চলাব পাৰে তাই কীয় নোৱাৰে মহাৰাণী
JIU TUMAR ACTING BOHUT DHUNIA ❤❤❤
Jiu❤❤❤❤❤❤😂
Jiu ❤❤❤🎉🎉🎉🎉😢😢
Ffdgf
Jiu
Jiu❤❤
Finally bedo da aru ramanok original koi dekhilu 😅❤❤
Pom baru nayan nirban dar lora nki❤tar acting khub dhunia❤
Jiu r avinoi val hoise
Jiu ru pom k imn morom lge❤😍
Kune Kune Sai val powa eikhon like kora ❤❤
Jiu Joni bor morom loga 💋💋💋
সেই ভিক্ষাৰীটোক পাবলৈকে পাগল হৈ আছে 🤣
Eman time roi asu alp hunkale diboli sesta koribo❤❤❤
প্ৰিয়ম বা ভাল লাগে ❤❤❤
Moja lagil sai ❤❤
Sbu roxi asu bor vl lga sai❤
Hokulu rei ovinoi bohut dhuya hoise . Muk bohut val lage. Apuna lukok val lage ne . Val lage jodi like kora❤❤❤❤
Anubhati❤❤❤❤❤❤
Anuvuti ki disison লব বাৰু এতিয়া 😊❤❤🤔🤔🤔
Nice ❤❤❤
kune kune sai asa atiya like kra ❤
Jiu🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤
Morning sai kune asa like kora ❤
Jio aru pomak bahut Val lage.
Thank youu❤
Nice❤😅😅
Boroxun serial khnu eikhini thait shooting korisil aru etya puwoti tora ❤️😊
এনেকুৱা মাইকীতকৈ মৰাও ভাল
Bohut val lagil❤.
Jiu tumi bhut vl korila bak biyat nbhible koi😊
Nusuwakoi thakibo nuwaru ❤❤
Val lagil
প্ৰিয়মক দুইচৰ লগাই দিব লাগিছিল বেদ দাই 🙄
First comment 😊
Sundor
❤🎉 very nice story
জীও
Xundr ❤❤❤❤❤❤
Oh ❤
Jiur kothabur boor bhal lagise
Finally Raman r entry😂😂😂😂😂😂😂😂
My favourite siriyel.har har mahadev ❤❤
So❤❤❤❤❤❤hape
Xundor ❤❤❤
❤❤❤❤❤❤❤🎉🎉🎉🎉
Jer jer favourite like kri jwa
First like and comment ❤❤
Sun day miss kori asilo
Kune Kune rag anurag ok Miss Kori asa like kora
Pragya ❤❤
Bindu❤❤❤
Moja lagil da😊
right spech
Nice video
Good morning guys❤❤
Nice
Pragya k dekhilei khng uthe
Kune kune sai asea atiya like kora❤
Valli hol Anuvoti Bivanor logot Biya nohol .atiyahe anuvotir val hobbo
Bedor gat dukh nai karon bedoi koisil anuvutik val Pau buli deutar karonehe piamok bia patim buli koisil
❤I like you
Kune kune bed ru anubhuti r biya khn hunkle huatu bisara 😢
Hundor❤
Binuk bar Val lage
এতিয়া হে ৰাস আহিছে ৷
Jiu❤❤❤❤❤❤
Sms kori dile hol anuvuti 😂😂
11:30 kune kune sai asa like kori jaba
লৰা বোৰে ভাবে ছাগে ছোৱালী বোৰ এটা খেলৰ পুটলা বুলি ।
Mur bhut Dari hoigol sabr babe sorry powti hahi ❤❤❤❤❤
আবেগত মানুহে একো সিদ্ধান্ত লব নালাগে ।😒
Pragya ❤❤❤❤❤❤❤❤