১১মহীয়া শিশুৰ মৃত্যুক লৈ উত্তাল JMCH

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ก.ค. 2024
  • ▶️ ১১মহীয়া শিশুৰ মৃত্যুক লৈ উত্তাল JMCH
    ▶️ নাৰ্ছে ভুল বেজী দিয়াৰ বাবেই শিশুটিৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ

ความคิดเห็น • 10

  • @sarbeswarkalita3640
    @sarbeswarkalita3640 17 วันที่ผ่านมา +3

    মোৰ wife ৰ ক্ষেত্ৰত হৈ গৈছিল অনুৰুপ ঘটনা।ঘটনা যোৱা 03/07/2024 তাৰিখ GMCH ত । কিন্তু বেজিৰ ক্ষেত্ৰত নহয় Altrasound ৰ ক্ষেত্ৰত। ডাক্তৰে কৈছিল 57 নম্বৰ বেদ,এজনে লৈ গ'ল 37 নম্বৰ বেদত থকা মোৰ পৰিবাৰক । মই হতবম্ব । অস্ত্ৰোপ্ৰচাৰ কৰাৰ পিছত কিহৰ Altrasound ! ডাক্তৰক গৈ ভালদৰে শুধি ললো কথাখিনি।ডাক্তৰে ক'লে 57 নম্বৰ বেদ। দৌৰি ওলাই আহি Altrasound ৰ বাবে লৈ গৈ থকা পত্নীক ওভোতাই আনিলো।
    ভাগ্য Altrasound হে কৰিব দিছিল।যদি কিবা কাৰণত বেজি দিয়াৰ ক্ষেত্ৰত হ'ল হেঁতেন । ডাক্তৰক সোধা সময়কণো নাপালোঁ হেঁতেন। নাৰ্চে বেজি দিয়ে দিলে হেঁতেন।
    সেইবাবে বেজি,চেলাইন দিব আহিলে নাৰ্চক বেদ নং,ৰোগীৰ নাম ভালদৰে দুই তিনিবাৰ কৈ দিব লাগে।

  • @KrishnaDas-ms3cn
    @KrishnaDas-ms3cn 17 วันที่ผ่านมา +3

    Eyar dai hol chorkar

  • @kritikajs177
    @kritikajs177 17 วันที่ผ่านมา

    Muru hoisile delivered huwe time beji diyet bhul hoy mur akhon vori durbol hoise ,beji thei khini menkha khini geli goisile

  • @rumenabegum6567
    @rumenabegum6567 17 วันที่ผ่านมา +6

    ভঙা আচবাব পুনৰ মেৰামতি হ'ব, কিন্তু ছোৱালী জনী ক মাকে জিৱীত কোলাত পাব নে? ‌সেই ব্যৱস্থা হস্পিটেল কতৃপক্ষই কৰিব পাৰিবনে?

  • @kalpanasarmah4641
    @kalpanasarmah4641 17 วันที่ผ่านมา

    Bohut axare jau medicalole kintu bhi lage jabole.

  • @PutuPhukan-jk3ng
    @PutuPhukan-jk3ng 17 วันที่ผ่านมา +1

    😂😂

    • @ManabjyotiNath-zl5wn
      @ManabjyotiNath-zl5wn 17 วันที่ผ่านมา

      😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @dipankarraj422
    @dipankarraj422 17 วันที่ผ่านมา

    Police Jun doctor a beji deasil tar dengit kukur dore dengit bel loi jailt vorabo lge.kintu ulta dorese vukto vugi poriyalk.Private sambert poixa loi Doctr a kintu Val tretment dea Jena k poixa loi tenakeu Val hoi rugi.

  • @dickykashyap2563
    @dickykashyap2563 17 วันที่ผ่านมา

    Saok Anupam..... chakraborty kotha2 hl je😂