বিশ্বাসে মিলয় হৰি Part 19 | আজিৰ খণ্ডত দ্বিতীয় স্কন্ধৰ প্ৰথম অধ্যায়:- ভাগৱত-ধৰ্ম্মকথন

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ม.ค. 2025

ความคิดเห็น • 146

  • @padumaninath8941
    @padumaninath8941 18 วันที่ผ่านมา +1

    শত কোটি প্ৰণাম🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @Nijaraphukan9294
    @Nijaraphukan9294 21 วันที่ผ่านมา +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
    দুৰৰ পৰাই আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছু কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @DaisyRaniPatirDoley
    @DaisyRaniPatirDoley 21 วันที่ผ่านมา +4

    কৃষ্ণ কৃষ্ণ!🙏

  • @ItaliDuttaBorah
    @ItaliDuttaBorah 20 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🎉🎉🎉🎉 সুপ্ৰভাত।বৰ ভাল লাগিল।

  • @jyotsnaborah-tp4hc
    @jyotsnaborah-tp4hc 18 วันที่ผ่านมา

    আপোনাক জনাব লৈ আমাৰ ভাষা নাই শব্দৰ অভাৱ। খুব ভাল লাগিল । কৃষ্ণ আই

  • @jugalgogoi173
    @jugalgogoi173 21 วันที่ผ่านมา +1

    প্ৰ্ভূচৰণলৈ সেৱা আগবড়ালো মাধৱ মাধৱ ।🙏🙏🙏🙏

  • @Nezukoxhetia
    @Nezukoxhetia 21 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ 🙏 আই বাপসকল ভক্তি ভৰা প্ৰণিপাত গ্ৰহণ কৰিব 🙏

  • @bipulborah4960
    @bipulborah4960 16 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ..বৰ সুন্দৰ ব্যাখ্যা , তেখেতৰ ভাগৱত বাখ্যা শুনি.. মন প্ৰাণ সাত পৰি গ'ল ! বিনিত বাপৰ দ্বাৰা ভাগৱত বাখ্যা শুনিয়েই থাকিবৰ মন যায়... কৃষ্ণ কৃষ্ণ কৃষ্ণ নমস্কাৰ বাপ ...

  • @Harikrishna63G
    @Harikrishna63G 21 วันที่ผ่านมา +1

    এঞ্জেলা আই আৰু বাপ দুজনা, আই মাতৃ:🙏🙏 কৃষ্ণ কৃষ্ণ 🪷 ৰাম ৰাম 🙏🙏
    🪷🪷🪷জয় গুৰু শংকৰ 🪷🪷🪷

  • @heujjibon9698
    @heujjibon9698 15 วันที่ผ่านมา

    কৃষ্ণ জয় গুৰু শংকৰ ❤

  • @prasantakumarnath9469
    @prasantakumarnath9469 21 วันที่ผ่านมา +3

    কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻🪔🪔 জয় গুৰু শঙ্কৰ মাধৱ 🙏🏻🙏🏻🪔🪔 কৃষ্ণ কৃষ্ণ বাপ আই সমস্তৰে পদঢৰণত সভক্তিৰে প্ৰণাম জনালোঁ 🙏🏻🙏🏻🙏🏻🪔🪔🪔💐, 💐💐🥀🥀🥀 কৃষ্ণ কৃষ্ণ

  • @AmritavBora
    @AmritavBora 21 วันที่ผ่านมา +3

    উস্ কি সুন্দৰ কন্ঠ , কি সুন্দৰ সুৰ , কি সুন্দৰ ব্যাখ্যা। কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏🙏

  • @khagenbaruah1026
    @khagenbaruah1026 21 วันที่ผ่านมา +1

    বিনীত বৰা বাপলৈ প্ৰণাম। এঞ্জেলা চাংমাই আই গৰাকীৰ আধ্যাত্মিক চিন্তা-চেতনা জাগ্ৰত কৰাৰ মধুৰ প্ৰয়াস সফল হওক। কৃষ্ণ।

  • @promodborah3768
    @promodborah3768 21 วันที่ผ่านมา +2

    কৃষ্ণৰ কৃষ্ণৰ বাপ বিণিত বৰা বাপ জনা ভাগৱত বাখ্যা শুনি বৰ হুখি হলো এইদৰেই বাস্তৱ জীৱনৰ কঠোৰ সত্য প্ৰতীয়মান কৰা ভক্ত সকলক হেৱা জনালোঁ ভগৱানে কুশলে ৰাখে য়েন বৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আই মাতৃৰ প্ৰতি সেৱা নিবেদন কৰিলোঁ ❤❤❤❤

  • @manuranjankonwar4346
    @manuranjankonwar4346 18 วันที่ผ่านมา

    🎉ভকতেই পৰম গুৰু

  • @dipaliborgohain-ke3rg
    @dipaliborgohain-ke3rg 21 วันที่ผ่านมา +1

    অতি সুন্দৰ পদক্ষেপ ভাষানাই সেৱা জনাবলৈ কৃষ্ণ বাপ জনাৰ লগতে এন দি ২৪ সকলো লৈকে সেৱা আগবঢ়ালোঁ কৃষ্ণ ।

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 21 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @nirjugogoi2832
    @nirjugogoi2832 21 วันที่ผ่านมา +2

    কৃষ্ণ প্ৰভু ঈশ্বৰ সেৱা জনাইছো প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @KanakMedhi-bz9nb
    @KanakMedhi-bz9nb 16 วันที่ผ่านมา

    Krishna o Hori❤❤❤❤❤

  • @kalpanadas4409
    @kalpanadas4409 21 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ তেজপুৰৰ পৰা চালো

  • @sarumaiborah448
    @sarumaiborah448 22 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰণাম ভকত ভগৱন্তৰ শ্ৰীচৰণত শত সহস্ৰ বাৰ প্ৰণাম জনালো কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jyotiborah7337
    @jyotiborah7337 21 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ সেৱাহে ধৰিছো

  • @tarunmedhi8907
    @tarunmedhi8907 21 วันที่ผ่านมา +1

    ❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🪔 প্ৰনাম বাপ প্ৰভু সেৱা জনালোঁ ❤❤

  • @harichandranath421
    @harichandranath421 21 วันที่ผ่านมา +3

    কৃষ্ণ বাপ সেৱা আগবঢ়ায়ছো 🙏🏼

  • @M17-f5l
    @M17-f5l 14 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ🙏🙏❤❤

  • @ramcharandeka9143
    @ramcharandeka9143 21 วันที่ผ่านมา +1

    Om namah Bhagawate Basudevayah ! Nd 24 t Bhagawate with explanation diya babe Angela Changmaik bhut dhanyawad.

  • @jinuchawrok9178
    @jinuchawrok9178 21 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ বাপজনা 🙏🙏🙏🙏

  • @durlovsaikia-f7i
    @durlovsaikia-f7i 21 วันที่ผ่านมา +1

    ৰাম ৰাম ৰাম হৰি ৰাম ৰাম ৰাম।

  • @rinakalita927
    @rinakalita927 21 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ বাপ জনাক শতকৌটি সেৱা জনালোঁ

  • @manashgogoi8693
    @manashgogoi8693 21 วันที่ผ่านมา +2

    Krishna krishna 🙏

  • @triptikalita5534
    @triptikalita5534 21 วันที่ผ่านมา

    বৰ সুন্দৰ হৈছে আৰু বিনীত বাপ জনাক আন্তৰিক সেৱা জনালো

  • @jinuchawrok9178
    @jinuchawrok9178 21 วันที่ผ่านมา

    কৃষ্ণ । পৰম তৃপ্ত লাভ কৰিছো আই 🙏

  • @KiranNeog-g2b
    @KiranNeog-g2b 20 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ সমস্ত বাপ আই চৰণ কমলত সেৱা জনাই অপেক্ষা কৰিলোঁ পুনৰ অনুষ্ঠান লৈ।

  • @subornaroy9303
    @subornaroy9303 22 วันที่ผ่านมา +1

    ধাৰাবাহিকভাবে এই অধমেভাগবত শবন কৰিছোঁ ।কৃষ্ণ কৃষ্ণ

  • @junmonisaikia1163
    @junmonisaikia1163 20 วันที่ผ่านมา

    বৰ ভাল লাগিল কৃষ্ণ

  • @humonboruah4347
    @humonboruah4347 21 วันที่ผ่านมา

    কৃষ্ণ.. কৃষ্ণ.. প্ৰভূ কৃপা কৰিব আহি থকা দিনবোৰ ভালে ভালে পাৰ হবলৈ.... কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @themedicobrain9399
    @themedicobrain9399 21 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ বাপ জনা প্ৰ্ণাম জনসলো।অতি সুমধুৰ বাখ্যা।আপ্লুত হলো🙏🙏

  • @anjalidutta3807
    @anjalidutta3807 21 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰণত সেৱা আগবঢ়ায়ছো 🙏🙏🙏

  • @HKWorld80
    @HKWorld80 20 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ "

  • @NayanDeka-u9u
    @NayanDeka-u9u 12 วันที่ผ่านมา

    বিনিত বৰাক সদায় লাগে

  • @Sushant0756
    @Sushant0756 21 วันที่ผ่านมา +1

    আমিয়ো নিজকে ধন্যমানিছো 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jayasaharia5055
    @jayasaharia5055 21 วันที่ผ่านมา

    জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ🙏🙏

  • @JibanNath-d7k
    @JibanNath-d7k 21 วันที่ผ่านมา

    অতি ধুনীয়া ব্যাখ্যা। কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ।

  • @ramengohain7411
    @ramengohain7411 21 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
    ৰাম ৰাম ৰাম ৰাম

  • @user-tc1qc8mv9d
    @user-tc1qc8mv9d 21 วันที่ผ่านมา +1

    জয় গুৰু শঙ্কৰ কৃষ্ণ🙏🙏🙏

  • @kalpanahazarika7631
    @kalpanahazarika7631 21 วันที่ผ่านมา +1

    প্ৰথমৰে পৰা ভাগৱত শ্ৰৱণ কৰিবলৈ বিচাৰিছিলো। কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভুজনা সেৱা জনালো সমষ্ট বাপ আই লৈ।

  • @KanakMedhi-bz9nb
    @KanakMedhi-bz9nb 16 วันที่ผ่านมา

    Krishna o Hori

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 21 วันที่ผ่านมา

    বাপ আই সকলো লৈকে সেৱা নিবেদন কৰিছো কৃষ্ণ
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ

  • @ranjangogoi8072
    @ranjangogoi8072 21 วันที่ผ่านมา

    কৃষ্ণ বাপ আই সকল

  • @chandrakantahaloi2116
    @chandrakantahaloi2116 21 วันที่ผ่านมา

    A great step for human being

  • @prabinsaloi7541
    @prabinsaloi7541 21 วันที่ผ่านมา

    ৰাম কৃষ্ণ হৰি ৰাম 🙏🙏 জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏🙏

  • @gangadevi4089
    @gangadevi4089 21 วันที่ผ่านมา

    কৃষ্ণ জয় গুৰু শংকৰ ।

  • @junugogoi8782
    @junugogoi8782 21 วันที่ผ่านมา

    কৃষ্ণ ভগৱন্তই কৰক

  • @PrabinBora-pc5cf
    @PrabinBora-pc5cf 21 วันที่ผ่านมา

    দিব্য দৃষ্টি সম্পন্ন বাপজনালৈ আমাৰ ভক্তিভৰা সেৱা জনালো লগতে বাপ আই সমস্তলৈকো আমাৰ ভক্তিভৰা সেৱা নিবেদিলো। কৃষ্ণ "জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ"

  • @debanandatamuly5480
    @debanandatamuly5480 21 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    ৰাম ৰাম ৰাম
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

  • @ajitdasajitdas-m7z
    @ajitdasajitdas-m7z 21 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ সেৱাভাগি জনালোঁ কৃষ্ণ 🙏

  • @jonamonibordoloi2113
    @jonamonibordoloi2113 21 วันที่ผ่านมา

    🙏🙏 অতি সুন্দৰ লাগিছে ।

  • @sunilrajkhowa579
    @sunilrajkhowa579 10 วันที่ผ่านมา

    কৃষ্ণ

  • @PranabDas-jn1bw
    @PranabDas-jn1bw 18 วันที่ผ่านมา

    🙏🙏🙏🙏🙏

  • @Bijoy-k7q
    @Bijoy-k7q 19 วันที่ผ่านมา

    He probhu# krishna

  • @PurnaSaikia-tj9yr
    @PurnaSaikia-tj9yr 21 วันที่ผ่านมา +1

    ❤❤ কৃষ্ণ কৃষ্ণ ❤❤

  • @jitub762
    @jitub762 21 วันที่ผ่านมา +1

    Jai shree krishna Ram Ram Ram Ram Ram ❤❤❤❤❤

  • @MaramiSaikia-p1o
    @MaramiSaikia-p1o 21 วันที่ผ่านมา

    Krishna 🙏🙏🪔🪔Bap jon.🙏

  • @arunjyotideka6407
    @arunjyotideka6407 21 วันที่ผ่านมา

    ধন্যবাদ বাইদেউ 🙏

  • @bagadbilla452
    @bagadbilla452 21 วันที่ผ่านมา

    কেউগৰাকী বাপ আইলৈ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ক

  • @daisyrabha2343
    @daisyrabha2343 21 วันที่ผ่านมา +1

    Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏🙏🙏🙏🙏🙏❤❤

  • @ankitbordoloi9041
    @ankitbordoloi9041 20 วันที่ผ่านมา

    Krishna krishna

  • @pradipbezbaruah5786
    @pradipbezbaruah5786 21 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ বাপ, সেৱা জনাইছো। কৃষ্ণ

  • @Kuchbhii-gu1uk
    @Kuchbhii-gu1uk 21 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ বাপ আমি সেৱা ধৰিছো কৃষ্ণ

  • @juntihazarika7144
    @juntihazarika7144 21 วันที่ผ่านมา

    কৃষ্ণ 🙏

  • @namitapatar2478
    @namitapatar2478 22 วันที่ผ่านมา

    কৃষ্ণ , অতি সুন্দৰ অনুষ্ঠান

  • @mondeepdrawing3543
    @mondeepdrawing3543 22 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ,🙏🙏🙏

  • @r.ctalukdar1659
    @r.ctalukdar1659 22 วันที่ผ่านมา

    বাপ জনালৈ সেৱা ধৰিলো। ভাগৱত পৰ্যালোচনা সুন্দৰ হৈছে শুভাশীষ থাকিল।
    অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যদা লাভ কৰিছে এতিয়ালৈকে আমি বিদেশী ৰোমান লিপি ৰে লিখা টো এৰিব পৰা নাই। আমাৰ নিজস্ব লিপি আছে গতিকে বিদেশী ৰোমান লিপি ৰে লিখা টো অশোভনীয় দেখা যায় কৃষ্ণ। অপ্ৰিয় হ'লেও সত্য কথা কোৱা হৈছে। অপৰাধ বিনাষন তযু নাম নাৰায়ণ জানি নামে পশিলো শৰণ,,,,,,,,,,,,,,,,,,,,,,, কৃষ্ণ।

  • @jintidas6948
    @jintidas6948 22 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ ।সবাৰে চৰণত ভক্তি ভৰা সেৱা জনালো ।

  • @bharatigayan5035
    @bharatigayan5035 21 วันที่ผ่านมา

    জয় গুৰু শঙ্কৰ 🙏🙏🙏

  • @devajanihandiq
    @devajanihandiq 21 วันที่ผ่านมา

    🙏কৃষ্ণ🙏

  • @AnimaGogoi-y5r
    @AnimaGogoi-y5r 21 วันที่ผ่านมา

    Krishna. Joy guru Sankara ❤❤❤❤

  • @binitachetia3057
    @binitachetia3057 21 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @arunjyotideka6407
    @arunjyotideka6407 21 วันที่ผ่านมา

    Ram ram

  • @MaramiSaikia-p1o
    @MaramiSaikia-p1o 17 วันที่ผ่านมา

    🙏🙏🪔🪔Bap jon.Ram krishña.

  • @ghanakantadeka8760
    @ghanakantadeka8760 21 วันที่ผ่านมา

    Krishna Krishna Ram 🙏🙏🙏

  • @RatulBhuyan-u6o
    @RatulBhuyan-u6o 21 วันที่ผ่านมา

    জয়গুৰ শঙ্কৰ মাধৱ

  • @PankajDeka-p8e
    @PankajDeka-p8e 21 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @nagendas7058
    @nagendas7058 21 วันที่ผ่านมา

    কৃষ্ণ...

  • @monalisaborah9095
    @monalisaborah9095 21 วันที่ผ่านมา

    Krishna Krishna 🙏🏾🙏🏾🙏🏾

  • @bornaligogoi9506
    @bornaligogoi9506 22 วันที่ผ่านมา

    কৃষ্ণ

  • @damayantisaikia2177
    @damayantisaikia2177 21 วันที่ผ่านมา

    Krishna Krishna bapsamast Bhakoti bhara sewa janaisu

  • @JustBangtan2013
    @JustBangtan2013 22 วันที่ผ่านมา

    Krisna krisna probhu

  • @hemalatadas1645
    @hemalatadas1645 21 วันที่ผ่านมา

    Krishna 🙏

  • @rekhagogoi322
    @rekhagogoi322 21 วันที่ผ่านมา

    Krishna bap hatakuti pranipat janalu 🙏.

  • @bhabenrajbonshi8827
    @bhabenrajbonshi8827 21 วันที่ผ่านมา

    Krishna.krishna.krishna.ramramram

  • @Shua_098
    @Shua_098 21 วันที่ผ่านมา

    Prabhu janaloi afuranta sardha aru heya janalu.

  • @jurisaikia8501
    @jurisaikia8501 21 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ।

  • @analata6540
    @analata6540 21 วันที่ผ่านมา

    Krishna Krishna Krishna Krishna

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 15 วันที่ผ่านมา

    এঞ্জেলা নিশ্চয় পঢ়িবাই। শ্ৰদ্ধাই। পৰিৱৰ্তনশীল দেহটোৰ কোনো স্থায়ী নহয়। আধুনিক চিকিৎসা বিজ্ঞানেও তাকে কয়। জীৱ কোষ বিলাকৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলতে প্ৰতি মুহূৰ্ত্ততেই দেহটো পৰিবৰ্তন হৈ থাকে। এই দৰেই দেহটোৰ বূদ্ধি আৰু বুঢ়া কাল হোৱাতো সম্ভৱ হৈছে। কিন্তু দেহটোৰ আৰু মনটোক নানান ভাৱে পৰিবৰ্তন হৈ থকাৰ স্বত্তেও তাত থকা আত্মা টো কিন্তু পৰিবৰ্তন নোহোৱাকৈ সদায় একে দৰেই থাকে। পাৰ্থিৱ বস্তু আৰু অপাথিৱ আত্মাৰ ভিতৰত সেইয়েই পাৰ্থক্য। স্বভাৱতে দেহৰ একেৰাহে পৰিবৰ্তন হৈ থকাৰ বিপৰীতে নিত্য পৱিত্ৰ আত্মা টো কোনো পৰিবৰ্তন নোহোৱাকৈ সদায় একে দৰেই থাকে। কিছুমান সাকাৰ আৰু কিছুমান নিৰাকাৰ ভগৱানৰ অস্তিত্ব স্বীকাৰ কৰা সকলে উভয় তত্ত্বদশীয়েই নিত্য আত্মা আৰু অ নিত্য জড় পদাৰ্থৰ মাজত থকা উক্ত পাৰ্থক্য মানি লৈছে। এই প্ৰসংগ টো ত স্থায়ী সৎ অস্থায়ী অসৎ চেতনা আত্মা আৰু জড় পাৰ্থিৱ পদাৰ্থ বুজায়ছে। সকলো তত্ত্বদশীয়েই সেই দুটা পাৰ্থক্য কথা মানি লৈছে। চেতনা বিশুদ্ধ হ'লে ব্ৰহ্মতেই বিলিন হ'ব পাৰে অহম ব্ৰহ্মাশ্মি বুলি। কিন্তু মায়াৰ ভ্ৰমত মজি দেহ কেই আত্মা জ্ঞান কৰি হাজাৰ হাজাৰ বাৰ জন্ম মৃত্যুৰ বন্ধনৰ চক্ৰত পৰি মুক্তি লাভ হ'ব পৰা নাই। যেতিয়া বিশুদ্ধ চেতনা হৈ ব্ৰহ্মক চিনি পায় সচিদানন্দ হৈ ব্ৰহ্মতেই বিলিন হ'ব তেতিয়া জন্ম মৃত্যুৰ বন্ধনৰ চক্ৰৰ পৰা মুক্ত হৈ ব্ৰহ্মৰেই লগত মিলি যাব পাৰে। গতিকে সৎ সংগীৰ সহায়ত সদাচাৰী হৈ কূষ্ণ ভাৱনাযুক্ত হৈ মুক্তি লাভ কৰিব পাৰি। নমস্কাৰ। প্ৰদীপ গগৈ গুৱাহাটী।

  • @Digantabhuyan-y5h
    @Digantabhuyan-y5h 22 วันที่ผ่านมา +10

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @AnjaliSaikia-m4z
    @AnjaliSaikia-m4z 21 วันที่ผ่านมา

    🙏🙏🙏🙏🙏🙏

  • @prutulchetia4752
    @prutulchetia4752 21 วันที่ผ่านมา

    Krishna krishna bap

  • @pabitradeka4853
    @pabitradeka4853 22 วันที่ผ่านมา

    🙏🙏🙏🙏

  • @rivachiringphukan1440
    @rivachiringphukan1440 21 วันที่ผ่านมา

    কৃৃষ্ণ