জানমণি ফুকন, শোণিত গগৈ, ৰূপম হাতীমূৰীয়া আৰু বিশ্বজিৎ গগৈৰ সৈতে Anupom প্রথম বাৰৰবাবে ব্যতিক্ৰমী ৰূপত
ฝัง
- เผยแพร่เมื่อ 28 ก.ย. 2024
- নমস্কাৰ .....
প্রথম বাৰৰ বাবে সাংস্কৃতিক জগতৰ চাৰিজন উজ্জ্বল নক্ষত্ৰ #AnupomBitupon TH-cam channelৰ মজিয়াত.... ককাইদেউ সকললৈ আমাৰ TH-cam channelৰ ফালৰ পৰা অফুৰন্ত মৰম আৰু শুভ কামনা জ্ঞাপন কৰিছোঁ ।
আপোনালোকৰ আশীৰ্বাদত আজি anupom bitupon TH-cam channelৰ Anupom Borgohain প্রথম বাৰৰ বাবে এক ব্যতিক্ৰমী ৰূপত।
আশা কৰিছোঁ ভিডিওটো আদৰি লব
নমস্কাৰ 🙏🙏🙏🙏🙏
TH-cam-ৰ সামগ্ৰী ..
Boya BYM1 Omnidirectional Lavalier Condenser Microphone with 20ft Audio Cable (Black)......
amzn.to/3m3UfR0
ASUS VivoBook 14 M409DA-EK146T AMD Quad Core Ryzen 5-3500U 14-inch FHD Compact and Light Laptop (8GB RAM/256GB NVMe SSD/Windows 10/Integrated Graphics/FP Reader/1.60 kg), Transparent Silve...
amzn.to/3idjfD3
Canon EOS 90D Digital SLR Camera (Body Only)....
amzn.to/3kd3lcL
Canon EF 70-300mm f/4-5.6L is USM Zoom Lens for Canon Digital SLR Camera (Black)....
amzn.to/2R9JX3C
Canon EOS 1500D 24.1MP Digital SLR Camera (Black) with 18-55 and 55-250mm is II Lens, 16GB Card and Carry Case...
amzn.to/33g25yo
E-Image EI-7050-AA 6ft Tripod Stand Kit with Fluid Head for DSLR Camera Payload 5KG
amzn.to/3bF9yLi
Samsung 80 cm (32 Inches) Wondertainment Series HD Ready LED Smart TV UA32T4340AKXXL (Glossy Black) (2020 Model)
amzn.to/3icaNEk
DJI Ronin-S Handheld Camera Gimbal for DSLR and mirrorless Cameras (Black)....
amzn.to/3hklR0Y
OCTOVA Simpex PRO HD LED TRILITE 3 Soft Led Video Light Softbox Kit with AC Power | TH-cam Videos Shooting, Videography, Portrait, Product Photography, Soft Box Studio Lights,Key,Fill,Rim Back Light....
amzn.to/35hyrvq
Sony SRS-XB12 Wireless Extra Bass Bluetooth Speaker with 16 Hours Battery Life, Waterproof, Dustproof, Rustproof, Speaker wih Mic, Loud Audio for Phone Calls (Black)...
amzn.to/3hedZO8
এনেকুৱা ধৰণৰ অনুস্থান বোৰ মোৰ অতি প্ৰিয়।আপোনালোকৰ প্ৰচেষ্টা সচাকৈ প্ৰসংশীয়।
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
উপভোগ কৰিলো সুব ভাল লাগিল অতি সুন্দৰ অনুষ্ঠান এওঁলোকৰ মহান অবদান বোৰ সদায় জীয়াই থাকক আমাৰ অসমীয়া সমাজত ভগৱানে তেওঁলোকক আৰু দুগুণ শক্তি দিয়ক যেন দুগুণ উছাহেৰে আগুৱাই যাব পাৰে, লগতে ANUPAM BITUPAM Channel অশেষ ধন্যবাদ আপোনালোকেও ইমান কষ্ট কৰি ইমান ধুনীয়া অনুষ্ঠান এটি উপহাৰ দিয়া বাবে।
ধন্যবাদ
Mojaaa biswajit daa apunar dhul,negerai hridoy sui jai
ধন্যবাদ
ভাল লাগিল দেই ।
ধন্যবাদ
আটাইকেইজন য়ে প্রিয় ,,,,বহুত ভাল লাগিল ..বিশেষকৈ জান দাৰ পৰশত প্রান পাই উঠা বিহুনামবোৰ বহুত প্রিয়❤❤
ধন্যবাদ
Hundar.bohut vl lagil
ধন্যবাদ
বহুত ভাল লাগিল অনুষ্ঠানটি চাই..👌
ধন্যবাদ
সুন্দৰ দাদা আজি আপোনাৰ অনুষ্ঠান আমাক বহুতো নেদেখা বিহুৰ লগত জড়িত প্রতিভাবান যুবক- যুবতী দেখিবলৈ পাইছো। আশা কৰো আগলৈ আৰু দেখিবলৈ পাও।।। দাদা পাৰিলে ধেমাজী প্রল্লবী বৰা interview লবছোন বহুত ভাল লাগে
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ । নিশ্চয় চেষ্টা কৰিম আমি পল্লৱী ভণ্টী ৰ interview লবলৈ
@@অনুপমবিতোপন ধন্যবাদ দাদা আপুনি যেন এদিন এইখিনি মনৰ ইচ্ছা পূৰণ কৰিব বুলি আশা থাকিল 🙏🙏🙏🙏
🙏🙏🙏🙏🙏🙏🙏🙏
আটাইকেইজনকে ভাল লাগিছে।।।মিঠা সুৰ মিঠা বাঁহীৰ মাত মিঠা ঢোলৰ মাত ইত্যাদি। সকলোলৈকে মোৰ ফালৰ পৰা আৰ্শীবাদ জনাইছোঁ।আগুৱাই যাওক আপোনালোক।।।তাৰ কামনা কৰিলোঁ।
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Jai aai akhom jai anupam bitupon da.
ধন্যবাদ
কেঁচা মাটিৰ গুণ থকা মানুহ কেইগৰাকী। খুব ভাল লাগিল অনুপম দা।
ধন্যবাদ
মানিছো দেই.... বহুত ভাল লাগিল....এওঁলোকৰ নাম শুনিছিলোঁ... দেখি বহুত ভাল পালো.....
❣❣❣
বহুত ভাল লাগিল ৷
ধন্যবাদ
Akeraahe saalu pura....bohut mozza
ধন্যবাদ
Khub xundor onusthan...gutei keijon Amar moromor Bihuwa
ধন্যবাদ
সুন্দৰ দাদাসকল আৰু আগবাঢ়ি জুৱা।
ধন্যবাদ
Hundor hoise Jan da, ru aguai jauk...
ধন্যবাদ
Khub hundar
ধন্যবাদ
Jan da...dhuniya
ধন্যবাদ
Val lagil dai
ধন্যবাদ
এনেকুৱা অনুষ্ঠান চাবলৈ হে ভাল লাগে 👍👍👍👍👍আগলৈউ চাবলৈ পাম বোলি আশা কৰিলো
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Hundor lagil dada
ধন্যবাদ
অতি সুন্দৰ
ধন্যবাদ
বিছাৰি আছিলো তেঁওলোকক❤❤❤❤❤❤❤❤
হয় নেকি
🍁❤️❤️❤️👌❤️❤️সুন্দৰ ❤️❤️❤️👌❤️❤️🍁
🙏🙏🙏
সুন্দৰ
ধন্যবাদ
Dhunia
#RipamSaikiaEntertainment
ধন্যবাদ
Moza..😀🌹🌹🌹🌷
ধন্যবাদ
Xub xundor onusthan 👌👌👌
ধন্যবাদ
বহুত ভাল লাগে এনেকুৱা পুৰণি বিহু শুনিব পালে,সুন্দৰ হৈছে দাদা
ধন্যবাদ
কি বুলি কম অ' দাদা এনেকুৱা প্ৰগেম বুলি য়ে কলো পালে একো নালাগে অ' দাদা বহুত বহুত ভাল লাগিল সদায় এনেদৰেই জিলিকি থাকে যেন❤❤❤
ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ
Biswa da jui 🔥❤
🔥
Shilpi jibon jipal houk aru ujjal vobishyot kamona korilu
ধন্যবাদ
অতি সুন্দৰ জান মনি দাদাক ছীনী পাও বহুত ভাল লাগে ভৱিষ্যত উজ্জ্বল কামনা কৰীলো
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Khube hundor
ধন্যবাদ
চাৰ অনুষ্ঠানটো চাই বহুতভাল লাগিল
O madhu
Hokoluke val lagil
ধন্যবাদ
আইজৈ নেৰিবা🕺🏼🕺🏼🕺🏼 ভাষা নাই কবলৈ 👏👏👏👏🕺🏼🕺🏼👏
ধন্যবাদ
Bor Val lagil dei dada kijonok
Bohagi oi tumar naam 😘😘😘😘
ৱাও.....👌👌👌👌
Hundor
ধন্যবাদ
Very nice
ধন্যবাদ
সচাকৈ বিহু পকিছে...আমাৰ কাৰণে বিহু বাৰমাহে থাকিব❤
বিহু বলিয়া মই❤
ধন্যবাদ ধন্যবাদ
@@অনুপমবিতোপন 🙏🙏
😃😃
❣️
❤❤❤❤
Moi aapunarlukor gan hunibo pale vta pani aku nalage hodai apunalukor gan huni thakibo mn goi thake
Aapunalukor chennal tu enekoi aaguwai loi goi thakok aajiloike enekuwa chennal uluwa nai jot axomr bihuwa bihuwotik aaguwai loi aanise. Moi aapunak bohut bohut support koru aru moi khokolu bondhu houk ba aan byoktik aapunar chennal tu subscribe koriboloi kou. Moi ejon bihari lora aru moiu dhul bojau bihuk khub val pau aru apuni ei val kaam kora babe moi ful support koru. Tq💐
বহুত ভাল লাগিল। বহুত বহুত ধন্যবাদ। ঈশ্বৰে আপোনাক সদায় কুশলে ৰাখিব
Aami tu thakim dada... Ishware aapunalukok kukhole rakhok imane prarthona. Kio nu aapunalukor dore byokti ai prithibit kho-kho bosor jiyai thakibo lage tetiyahe axomr khavyota kristy jiyai thakibo.🙏
Mur loratuk hikai dibosu apunaluke bihu gaboloi aru dhul bojaboloi .rupom da apuni dhul aru negera hikai dibo sun jaan da apuni 3jone bihu aru negera nam hikai dibo sun .moi apunalukoo vogban dore manu 🙏🙏🙏🙏
Good sivsagar 😘😘😘😘👌
🙏🙏🙏
আমি।গৌৰৱ।অনুভৱ।কৰো।
ধন্যবাদ
Akhom or Jonopriyo Bihuya kaijon.Bihu jogot khonor mur oti k vl loga manju Kaijon.Jan Da peapa Assat delai kin 2
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Nice🥰🥰🥰🙏
ধন্যবাদ
সুন্দৰ
ধন্যবাদ
Aaponaloke axomya sangkristi jiyai rakhib lagib. Agowai jaok aaponaloke tare tare kamanare.
ধন্যবাদ
ৰূপম মোৰ জোৱাই, শোনীত আৰু জানমনী তোমালোক সকলোলৈকে
উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।
চাৰিজনকে একেলগে দেখা পায় বহুত ভাল লাগিলে অনুপম দা……… বিশ্ব দা পৰা নেগেৰা বাদনতো শিকিব বহুত মন আছে…… ইউনিক হয় বহুত ষ্টাইলতো বিশ্ব দা ভাগৰ 😊
ধন্যবাদ ধন্যবাদ
Gutai sari jonok dekhu ekeloge bhtt val lagil.....kokaihtk dekhile hosai bihuti prokit. Orthot jiyai thakbo jen lage.......anupam bitupan youtube channel... dirghojibi houk💚💚💚
ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ
ৰূপম দা,শোণিত দা,জানমণি দা আৰু বিশ্বজিত দা ❤️❤️❤️আপোনালোকৰ প্ৰতি শুভেচ্ছা সদায় আছে 💕💕💕আগবাঢ়ি যাওঁক❣️❣️❣️.... শুভ্ৰজিৎ
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
অনুপম দা আপোনাক ধন্যবাদ এনে অনুষ্ঠান ৰাইজৰ আগলৈ লৈ অহাৰ বাবে।বিশ্ব দাৰ বাদে বাকী কেইজন প্ৰথম বাৰ দেখিছোঁ। লাজ নিজেই পাইছো আচলতে এওঁলোকক এতিয়াও মোৰ দেখাৰ সৌভাগ্য হোৱা নাছিল। প্ৰতিভাৰ ভঁৰাল এটা প্ৰত্যেক জনাই। আৰু বিশ্ব দাৰ কথা নকওঁ। বিশ্ব দাৰ ঢোল আচলতে নাবাজে, গৰজে। বিশ্ব দাৰ ঢোলতেই আচলতে বিহু আহে। আপোনালোক আগবাহক। কেতিয়াবা ঈশ্বৰে মিলালে সাক্ষাৎ হম।
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Anusthan2 sai xsakai bhut amod plo...vl lgla bht aponalukak anka akalga dkha pai xsakai bht vl lgse dai...nasi dilo...
ধন্যবাদ
সুন্দৰ অনুপম দা..... আপোনালোকৰ জৰিয়তে আমি অসমৰ বিভিন্ন ঠাইত থকা বিহুৱা সকলক লগ পাই বহুত ভাল লাগে.....
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@@অনুপমবিতোপন ধন্যবাদ দাদা
🙏🙏🙏
বৰ ধুনীয়া. বিহু বিহু লাগি জায় 😊
Khub hundar ata anusthan agborhale. Anupam bitupan channel tuloi Dhoinyabad thakil logote sariujon hilpiloi akhekh hubhakamona jonaisu.
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
1st comment🤘🤘🤘🤘🤘🤘 jan da.. sunit da.....rupam da... biswa da.... anupam sir.....
😘😘😘😘😘
এইসকল উজ্বল নক্ষত্ৰ সদায় জিলিকি থাকিব অসম আৰু অসমবাসী ৰাইজৰ মাজত।
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Anupom.. Bitupony kister pother. Khon sisti kori siro jugamia koribo paribo mur diho aakha asa..
ধন্যবাদ
চেষ্টা কৰিম আমি
Sariujon ke akeloge dekha pai khub val lagil..... Khub val lagil anusthan2......
ধন্যবাদ
বহুত ভাল লাগিল অনুষ্ঠানটো। আটাইকেইজন বিহুৱাক একেলগে পাই বহুত ভাল লাগিল।আগলৈও এনেধৰণৰ অনুষ্ঠান পাম বুলি আশা ৰাখিলোঁ।
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Excellent voice
Really commendable job for showing Assamese Rich culture at national international level. God help them for more advancing .Heartest regards to all
thank you for your comment
Apunaluke Kerala kochin ot program koribo paribo neki kintu rongmon bihu group plus eikeijon manuh ahile val lagibo
শিৱসাগৰীয়া হিচাপে আমি গৌৰব কৰো আপোনালোকক লৈ।
"জানমণি" এলবামৰ সংগীত পৰিচালক বিমান বৰুৱা , জয়ন্ত সণোৱাল আৰু ভিতালী দাসক এনেদৰে বহাবচোন ৷
চেষ্টা কৰিম আমি
বিহুগীত শিল্পী ভিতালী দাস বাইদেউৰ এটি সাক্ষাৎকাৰ ল'বচোন ৷
চেষ্টা কৰিম আমি
Bihu .naam ba bihu geet buli he koi Niki. Bihu gaan hoi janu?
ধন্যবাদ
Hasakoi dai Aapunalukar TH-cam Channel2 nuhuwa hala aihakalak kunau sini naapala hoi. Aagat kimaan baghaa baghaa bihuwa- bihuwati aajiu kunau sini nupwakoia sargagaami hol. Aapunalukar Channel2 aaru aaguwai jaauk taarai kaamana karilu..👍🙏
কৃষ্ণ 🙏সেৱা জনাইছো। ।
আপোনালোকৰ আশীৰ্বাদ আৰু সহায় সহযোগিতাৰ বাবে আজি এয়া সম্ভৱ হৈছে ।
so nice .amar akhomiya jatir dhirja bahok apunaluk .wish u all sa best
Thank you
Eie group tu kintu jan da mane janmoni phukon please program koribo pariba neki
কৃষ্ণ কৃষ্ণ সুন্দৰ লাগিলে দেই আৰু আগলৈকে এনেকৈ অসমীয়া ভাষা সাস্কিতি জিয়াই ৰিখিব বুলি আশা ৰাখিলোঁ। কৃষ্ণ কৃষ্ণ
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Bondhu... Anupam dak dekhi val lagil.... Eibilak kamor karonei tmr channel2 val lage mur...
Aru kotha eta hudhu dei... Tmi etia kot thaka mane job kun AP... Moi 1st AP hoi... Tmr cantact nmbr2 dibasun
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ । আপোনালোকৰ মৰম চেনেহৰ মাজেৰে আগবাঢ়ি গৈছোঁ । মই দশম অসম আৰক্ষী বাহিনী কাহিলিপাৰা গুৱাহাটী । 7002101476
প্ৰিয় ব্যক্তি কেইজনক একেলগে দেখি ভাল লাগিল।এওঁলোক অসমৰ সম্পদ🙏
ধন্যবাদ
Anupom da pare Jodi uri uri kuruwa bihu git2 bisari upload koribo sun
Bohut bhal lagise gutei guru keijonok akeloge dekha pai
ধন্যবাদ
Bohut Val lagil dada ane koi program di thakile Val lage
ধন্যবাদ
চাৰি ঘাগু একেলগে 👌👌👌
ধন্যবাদ
Milon ki khobor?? Moi sanjiv
Xdai Jen anekoi jiliki thake ai sari nxtr aru Jen axom baxi raijk bihu vl vl upha di jai...❤️❤️❤️❤️❤️❤️
ধন্যবাদ ধন্যবাদ
Xundor poribexon
ধন্যবাদ
Bohut val lagil gaan keyta xuni
Anupamda beya napaba ata Katha bar dukhare atmapraksh Karo amaar bihuwakakalok akhamar nasaniboore like n coment nakare kiya
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
ৰূপম গানটো বহু ত ধূনিয়া হব, শুনিলো
ধন্যবাদ
Eman hundor onushthan.bohut val lagil sai..pise unlike kiyo korile keijonmane take he bohut por bhabi thakilu,...
🙏
Bohut Val lagil eman potiva thoka Maunh Amer majot
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
বিটোপন দা আটাইকেইজন দাদাক আসীবাদ কৰিছো এওঁলোক আগুৱাই জাওক
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
এই কেইজন শিল্পী একেগলে দেখাপাই ভাল লাগিল আগুৱাই যাওক গানৰ ৰ্চচা কৰক তেওঁৰ লোকলৈ আৰ্শীবাদ থাকিল।
ধন্যবাদ
Xasake bhut vl lgise sai... jan dar gan bure hiya sui goise....lvu all of u... apunaluk gute kijn aguyai jauk...
ধন্যবাদ
সুন্দৰ অতি সুন্দৰ সছাকৈ এই চাৰিজন উজ্জল নক্ষত্ৰক একেলগে দেখা পাই ধন্য হলো। তেখেতলোকৰ অৱদান আচলতে কৈ শেষ নহব, তেওঁলোকলৈ আমাৰ হিয়াভৰা শুভেচ্ছা , আগবাঢ়ি যোৱা , শেষত অনুপম বিতুপম চেনেল ধন্যবাদ 🥰
ধন্যবাদ ধন্যবাদ
Bihu jogot khonor Ei sari Jon moharothik ekeloge dekha puar huvagya hol heikon huvagya diar babe bhot bhot dhoinyobaad Anupam daa bitupan daa🥰🥰❤️❤️
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ 🙏🙏🙏🙏
Xosakoi bohut bohut val lagil..dei...
ধন্যবাদ
বৰ সুন্দৰ অনুষ্ঠান এটি আগবঢ়োৱাৰ বাৱে অনুপম /বিতুপন ইউটিউব চেনেলটোলৈ জনালো বহুত বহুত ধন্যবাদ ৷
এনেও বিহু বুলিলে ভালেই লাগে ৷
তাতে আকৌ বিহুক্ষেত্ৰ খনিৰ চাৰিটা উজ্বল নক্ষত্ৰ বেয়া লগাৰ কথাই নাহে ৷
ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ
Bohut val lagil... Mojjaa
ধন্যবাদ
সুন্দৰ মৰমৰ অনুপম ভাইটি। তোমাৰ চেনেল মোৰ অতি প্ৰিয়। এওঁলোক এটা নক্ষত্ৰ। শুভেচ্ছা থাকিল। আৰু আশা কৰিলো। শুভ ৰাত্ৰী 💐💐
ধন্যবাদ ধন্যবাদ ধন্যবাদ
খুবেই ভাল লাগিল পুৰণি পুৰণি বিহু নাম বোৰ শুনিবলৈ পাই
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Hundar hoise. Amar channel #Asomi saba aru
ধন্যবাদ