1. Arrest within appropriate sec. under IPC 2. Chargesheet in time 3. Departmental priceeding under service rule 4. Penalty Major/Minor as per inquiry report.
এইজন OC ভাৰ্গভ বৰবৰা গুৱাহাটী পানবজাৰ নিচিনা জগাত কেনেকৈ দায়িত্ব লাভ কৰে ? তেওঁৰ বিৰুদ্ধে বহু অভিযোগ থকাৰ সত্ত্বেও ভাল দায়িত্ব লাভ কৰে । তেওঁ বহুত ভাগ্যৱান ব্যক্তি হয়।
বৰ্খাস্ত হব নালাগে ৷ তেওঁৰ পৰিয়ালে কষ্ট পাব ৷ তেওঁক শুদ্ধ পথলৈ আহিবলৈহে বাধ্য কৰাব লাগে ৷ ভাল শাস্তি এটা কিন্ত দিবই লাগিব ৷ ভাৰ্গৱ বৰবৰাৰ দৰে অভদ্ৰ আৰক্ষী অসমত বহুত আছে ৷ সকলোকে বৰ্খাস্ত কৰিলে বিভাগ অচল হৈ পৰিব ৷ জ্ঞানদীপে ট্ৰেফিক আইন মনাত কিছু অৱহেলা কৰিলে বাবেহে বৰবৰাৰ আসুৰিক স্বভাৱটো সকলোৰে সন্মুখত প্ৰকট হৈ পৰিল ৷
এইজন পুনৰ পুলিচত যোগদান কৰিবলৈ দিলে পুনৰ দুগুণ উৎপাত বাঢ়ি যাব। সময় থাকোতেই উচিৎ বিচাৰ -উচিত শিক্ষা দিব লাগে নহলে পিছলৈ পুলিচৰে মূৰ কামুৰনি হবগৈ। গতিকে মামা উচিৎ বিচাৰ লওক।
ভাল খবৰ ।
মোৰ মনৰ দৃষ্টিৰে---------------যি কম সঁচা কম ।
কংগ্ৰেছৰ পদক্ষেপ সময়উপযোগি আৰু উচিত হৈছে । মই নিজেও কৈ আহিছো নিলম্বন নহয় ব'খাস্ত কৰিব লাগে ।চৰকাৰ এই ক্ষেত্ৰত কঠোৰ হোৱা প্ৰয়োজন । সোপা ঢিলা নীতিৰে আগবাঢ়িলে এনেধৰনৰ ঘটনা হৈয়ে থাকিব ।
Dismiss,no job no power
চাকৰি পৰা খেদিব লাগে তাক
এতিয়াহে কংগ্ৰেছৰ শুভবুদ্ধিৰ উদয় হ'ব যেন লাগিছে।
Pls.correct, ভৰ্গৱ বৰবৰা নহৈ ভাৰগব বৰ্বৰ হে
Thanks A Lot MAMA
Good news,, 👍👍👍👍👍👍👍
Good step👍
Good news
Good 👍👍👍
Yes
Grt koribo lage
Tak etiya jotei pai totei garu piton dibo Lage....
Right
Very good ❤
Taku dingi tepa dibo lage
Valei hol...sagor tar jabo lage.... Good Congress zindabad
1. Arrest within appropriate sec. under IPC 2. Chargesheet in time 3. Departmental priceeding under service rule 4. Penalty Major/Minor as per inquiry report.
Congress zindabaad
Good
Neki nohoi re hobo y lagibo
এইজন OC ভাৰ্গভ বৰবৰা গুৱাহাটী পানবজাৰ নিচিনা জগাত কেনেকৈ দায়িত্ব লাভ কৰে ? তেওঁৰ বিৰুদ্ধে বহু অভিযোগ থকাৰ সত্ত্বেও ভাল দায়িত্ব লাভ কৰে । তেওঁ বহুত ভাগ্যৱান ব্যক্তি হয়।
Borkhasto hb lge
Val kori se
Amar POWERFUL CM mama r sahos asene teuk sakorir pora borkhasta kori criminal or dore treat koribo???
Jodi pare kori delhauk..challenge
Oc fasi dib lage
একো নহয় দে নিজে gym খুলি পেট বচাব পৰিযাল কি দৰে এতিয়াহে বুজিব আনক মাৰিল নিজে হাৰিল 😂😂😂😅😅😅 স্তাম্পিং পাব্লিক good Boling
আইনৰ গাণ্ডীত থকা বেয়া নেকি?
Anekua hade line likhisa Jen barkhasto hole tohotr bht dukh lagibo
He is a killer
Sakori gole moi party khuwam public k
Ki hobo neki hobo lagibo
Jasi karni wasi varni
Eta policetue nak kopahe dhaki thakok oti drpo hoto lonko
Borkhastohobolage
2bin aneke news di sob nai Kiya hoi jabo aeito a hol BJPr khel
Gap tar kori bo lage kela
Jel hol lage 6mah man
বৰ্খাস্ত হব নালাগে ৷ তেওঁৰ পৰিয়ালে কষ্ট পাব ৷ তেওঁক শুদ্ধ পথলৈ আহিবলৈহে বাধ্য কৰাব লাগে ৷ ভাল শাস্তি এটা কিন্ত দিবই লাগিব ৷ ভাৰ্গৱ বৰবৰাৰ দৰে অভদ্ৰ আৰক্ষী অসমত বহুত আছে ৷ সকলোকে বৰ্খাস্ত কৰিলে বিভাগ অচল হৈ পৰিব ৷ জ্ঞানদীপে ট্ৰেফিক আইন মনাত কিছু অৱহেলা কৰিলে বাবেহে বৰবৰাৰ আসুৰিক স্বভাৱটো সকলোৰে সন্মুখত প্ৰকট হৈ পৰিল ৷
এইজন কংগ্ৰেছৰ দিনত পিছ দুৱাৰে চাকৰিত মকৰল হোৱা নিশ্চয়!
Ayetur mukh khon ha boga.kintu vitorot manobio bula bostu tu nai.