ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
এনে কোৱা জীৱন সংগী পোৱাতো বহুত টান।যত কেৱল ভালপোৱা হে থাকে কাজিয়া নহয়।যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল।সদায় যেন এনেদৰে থাকা🥰
প্ৰেম ভগৱান শ্ৰী কৃষ্ণৰ মানৱ জাতিৰ বাবে আশীৰ্বাদ ৷ যত মানুহে আত্মাৰ পৰা আত্মালৈ প্ৰেমৰ অনুভৱ কৰে অবশ্যে প্ৰেম মানেতো অন্তৰৰ মিলনহে ৷ আমিবোৰে প্ৰেমক শাৰীৰিকৰ ফালে টানি লৈ যাওঁ ৷প্ৰেম সদায় সন্মানীয় ৷৷ জয় শ্ৰী কৃষ্ণ
Hoi dai kisumn r j kaijia I bohut hoi.kisumane aku koi kaijia krile bule morom bahe
@@madhusmitabora7942 কোনে কৈছে কাজিয়া কৰিলে মৰম বাঢ়ে বুলি মই কৰিলো এতিয়া মাত বোল নাই 🙂
@@factzhere81 kajiya korile abhiman barhe
Mur vonti aru voni juwai r story😍😘.. God bless both of you..
মা -দেউতাৰ সন্মতিৰে সৈতে এটা সম্পৰ্ক আগবঢ়ায় নিবলৈ পোৱাটো হয়টো এক সৌভাগ্য ৰ কথা... 💞
যিটো সৌভাগ্য মোৰ ওচৰটো আছে😌
@@dimpimonihazarika287 wow ❤️
আল্লাহ ৰ আশীর্বাদ েমাৰ লগতো আছে
@@dimpimonihazarika287 muru 😇
Muru ase... But mur premika r family a bohut koato diye.
দিপামণি আৰু অসীম তোমালোকৰ যুগ্ম জীৱন সুখৰ হওক ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা
ইমান ধুনীয়া love story এইটো ❤🥺....দাদা জন আৰু বা জনীক লগ পাব ইচ্ছা গৈছৈ 🥺....ইমান pure আপোনালোকৰ relationship টো 😍❤। সদায় কুশলে থাকক আপোনালোক দুজন 😍🤗☺❣️।
Yes.... Bahut dhunia love story ❤❤
Upper Assam ahiba log pai jaba. Tai Dibrugarh district'le biya hoise
If there is respect in an relationship then the relationship get automatically respected ✨❤️..
বহুত সুখী হ'লো আজিৰ এই love story টো শুনি পাহি বা
Very nice সৰু বা আৰু ভিনদেউ ...Happy thaka xodai😘😘
Tmr kunuba relative hoi?
Lots of love deepa. Glad that I was the only roomie of yours. Miss those Duliajan days yaar. God bless you both
Val lagil love story to.... দিথক নহয় দিঠক বুলি লিখকক 😊
Love story Tu শুনি বহুত ভাল লাগিল ☺সদায় ভালে থাকা বা আৰু দাদা 🥰🥰
বহুত বহুত ভাল লাগিল লাভ ষ্টোৰী তহ শুনি পাহি বা । কিবা মনত ভাল লাগিল গল ☺️ . পাহি বা আপোনাৰ মাতটো সঁচাকে বহুত cute হয় 😘😘😘 . আশা কৰোঁ আগলৈকে এই cute মাতটিদি লাভ ষ্টোৰী শুনিবলৈ বাট চাই থাকিম । Thank you pahi ba .
Story to শুনি খুবেই ভাল লাগিল। এনেকুৱা এজন জীৱন সংগী পাব বহুত টান আজিৰ দিনত। সদায় ভালে থাকক। যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ। love from tinsukia ❣️❤️
Emn respectful story 1st time khunilo,,both of you happy married life
Pahi baa aru Bijoy daar voice uff 😘😘😍🥰 vauna sai ahi rati 2.45 ot apunr story Tu huni asu😁
এটি সুন্দৰ আৰু সছা প্ৰেম কাহিনী বহুত ভাল লাগিল সছাকৈ এনেকুৱা এজন জীৱন সংগী পোৱাটো সৌভাগ্যৰ কথা ❤️❤️
Always happy for you Deepa.. Glad that I am also a part of your love story
☺💟
অন্তৰ খন চুই গৈছে । ♡🥺🧤 And love from North Lakhimpur ❣️
অন্তৰ খন চুই গৈছে ❤️ And love from mangaldoi
@@jubileesharma976 same
ভাল লাগিল 💚❤মইয়ো প্রেৰণ কৰিম আপোনালে মনত বহুত আশা আছে পাহি বা ..মোৰ ভাল পোৱা বোৰ সফল হোৱালে ৰৈ আছো💛
Ami tumar love story xuniboloi agrahere toi thakilo😌
Story2 xuni jalous feel korisu because anekuwa family aru anekuwa husband aru iman xohoj life xokolure kopalot nathake
সচাকৈ পাহি বা আপোনাৰ কন্ঠ বহুত ধুনীয়া
Tqq u risika Ba, love story upload diya babe
Tumalok sodai xukhi hua soru ba ru vindeo😘😘😘😘😘😘😘😘😘
ভাল লাগিল storyটো শুনি পাহি বা 💖😊
মই যে বা কৰ্ম সূতে pune থাকো মই আজিও তোমাৰ love story ata xuni he xuu..... pahi baa 2mr voice 💞👍🥰
awww😘😘😘too good...god bless❤️❤️
RED FM love story 💞💞💞💞I Love this show❤ .lot's of love Pahi baa💞💞💞💞😘
Pahibaa,,, bhut bhut val laga apunar matii,,, ru program bur val laga
অনুষ্ঠানটি বাবে বহুত অপেক্ষাৰে ৰৈ থাকো পাহি বা
Bohut vll lgil story tooo ..... Happy married life 🥰🥰🥰
BHT BHT vL lgil pahi ba story tu huni....ru tma r mat wao ki km ...lv u pahi baa......
ৰৈ আছিলোঁ...... pahi ba apuni 🔥🔥🔥
Xsai bht vl lge jdi ma dauta r xonmoti thke vl pwat❤🥺..
বহুত ভাল লাগিল love story তো শুনি ।❣️🙂
বহুত ভাল লাগিল শুনি পাহি বা বহুত দিনৰ মুৰত ভাল story এটা শুনিলো💕
tumalukor love story tuh rj pahi r mukhot huni bor bhal lagil deepa❤
Really love this story❤
ভাল লাগিছে বা
Mon to val lagi gol eman dhunia ❤️ story to pahi ba tumar voiceot
Vall lgil story tu apunaluk duiu jatey hodai vll koi thke takey kamona krisuHappy married life to both of you☺🙏
❤❤val lagile deepa baa ru ashim da.. Best wishes
Expecting more stories in the voice of Pahi ba & Bijay da! 😌❣️ Lots of love!
Bohut val lagise story tu xui pahi baa👌🔥🔥🔥🥰🥰🥰🥰
এটা সফল প্ৰেম.... 😍 😍
Huni bohut vl lagil story tu ......akha koru enykuwa story akou hiniboloi pam
পাহি বা কৰ্ম সূত্ৰ অনুসৰি মই hyderbad t আছোঁ ৰাতি নিজানত আপোনাৰ মুখৰ মাতত ভাঁহি অহা কাহিনী বোৰ মোৰ বাবে প্ৰিয় ..... পাহি বা মোৰ জীৱনটো প্ৰেম আহিছিল অভিমানী তুমি অচিনাকী বতাহ হৈ আহি কিছু দিনৰ বাবে চিনাকিহৈ এজাক অচিনাকী ধুমুহা হৈ মোৰ জীৱনৰ পৰা আঁতৰি গলা আজি তোমাৰ পৰা আঁতৰি অহা এটা বছৰ হল আজি তোমাৰ পৰিচয় দেখি বহুত কষ্ট পাইছোঁ তোমাৰ নতুন জীৱনৰ শুভেচ্ছা জাচিলো...তুমি সুখী হোৱা ৰঞ্জনা... 🥺🥺.......................👈
Natun jibon mne ??
@@jinatalukdar5430 biya hoi gl 🥺🥺
@@assamashim842 oo.🥺...eku ni...premr an 1ta name tyag o nhy janu🙂
Umm hoi 🥺
@@assamashim842 umm😌...
সচাকৈ বহুত ভাল লাগিল।❤
আমাৰ লগত পুৰা মিল আছে এই লাভ ষ্টৰীতো 🥰❤️
Pahi baa bht dinor pst .... Love u pahi ba ♥️😘
Bohot bohot dhuniya lagil😍🥰🥰
Bohut val lagil love story tu xuni❤
The best love story I have ever heard
Nm2r logte kahani2 xklo milise but very nice Pahi baa khassai aponar voice 2 so sweet xext dexi birat vl lagil sai aponak love from no 2 sonajuli Dimakuchi
ReallyThisLoveStory
Bohut dhunia lagila ❤❤
Happy married life......
lots of love from jorhat pahi baa❤️❤️❤️
Congratulations tq bohot val lagile
Love story to tell you so much 💕
Love From Mangaldoi 🥰🤗❣️
🥰😘🥰😘 same our relationship 😘😘 Jitu ❤️ Priyanka
ভাল লাগিল শুনি পাহি বা 💖💖❤️💞
pahi ba tmr Voice ufff ❤️❤️🔥 best wishes ba
ভাল পোৱা বোৰেৰে আগবাঢ়ি যাওঁক বা 🥰
Roi asi lu pahi ba🥰
Baa bohut dhuniya lagel story tu .
বহুত ভাল লাগিল ❤️👌😊
Successful love story
Kaijia nlge vle de😍😍
Love u pahi baa...
Nice love stony💞💞❤️💞💞
বহুত ভাল লাগে শুনি।।।।
It's a amaizing love story ❤❤❤❤😍😍
Lots of love ❤️ pahi baa
It's Fucking awesome story.. :-)Love Love ♥️♥️
Khub dhunuya.. 😌🌼
Lots of love!....Pahi baa♥️🥺
প্ৰেম এনেকুৱা সবলাগে আমাৰ নিচিনা successful
Love from dibrugarh❤️✨
Bht vl lagil ba ...
Val lagil Pahi ba👍💞💞💞
Val lagil😍👍
Beautiful Story ❤️
Love from majuli ❤️
Love from Goalpara 🥰🤗
Love from sadiya 🤗❤️
Love you ❤️👍 you
❤️❤️❤️❤️ Dil par lag geya
Val lagise
very nice pahi baa
Love from Guwahati
So sweet owo💓🌹🌹🌹
Kahinitu huni val lgil 😊😊 i am from duliajan ♥️
Beutiful love story ❤️😍😍
Love from Dhubri 🥰
love..uu.pahi..baa.❤❤❤❤❤.😍😍bhu..dinr.mort..ako..ata.new..love..story..khonilu...apuna..voice..t😃😃😃❤❤❤❤❤❤❤❤
Love from bilasipara
Bohu val lagil huni
Nice 🥰🥰🥰🥰
❤️❤️ so nice love 💕 story for me❤️
এনে কোৱা জীৱন সংগী পোৱাতো বহুত টান।যত কেৱল ভালপোৱা হে থাকে কাজিয়া নহয়।যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল।সদায় যেন এনেদৰে থাকা🥰
প্ৰেম ভগৱান শ্ৰী কৃষ্ণৰ মানৱ জাতিৰ বাবে আশীৰ্বাদ ৷ যত মানুহে আত্মাৰ পৰা আত্মালৈ প্ৰেমৰ অনুভৱ কৰে অবশ্যে প্ৰেম মানেতো অন্তৰৰ মিলনহে ৷ আমিবোৰে প্ৰেমক শাৰীৰিকৰ ফালে টানি লৈ যাওঁ ৷
প্ৰেম সদায় সন্মানীয় ৷৷
জয় শ্ৰী কৃষ্ণ
Hoi dai kisumn r j kaijia I bohut hoi.kisumane aku koi kaijia krile bule morom bahe
@@madhusmitabora7942 কোনে কৈছে কাজিয়া কৰিলে মৰম বাঢ়ে বুলি মই কৰিলো এতিয়া মাত বোল নাই 🙂
@@factzhere81 kajiya korile abhiman barhe
Mur vonti aru voni juwai r story😍😘.. God bless both of you..
মা -দেউতাৰ সন্মতিৰে সৈতে এটা সম্পৰ্ক আগবঢ়ায় নিবলৈ পোৱাটো হয়টো এক সৌভাগ্য ৰ কথা... 💞
যিটো সৌভাগ্য মোৰ ওচৰটো আছে😌
@@dimpimonihazarika287 wow ❤️
আল্লাহ ৰ আশীর্বাদ েমাৰ লগতো আছে
@@dimpimonihazarika287 muru 😇
Muru ase... But mur premika r family a bohut koato diye.
দিপামণি আৰু অসীম তোমালোকৰ যুগ্ম জীৱন সুখৰ হওক ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা
ইমান ধুনীয়া love story এইটো ❤🥺....দাদা জন আৰু বা জনীক লগ পাব ইচ্ছা গৈছৈ 🥺....ইমান pure আপোনালোকৰ relationship টো 😍❤। সদায় কুশলে থাকক আপোনালোক দুজন 😍🤗☺❣️।
Yes.... Bahut dhunia love story ❤❤
Upper Assam ahiba log pai jaba. Tai Dibrugarh district'le biya hoise
If there is respect in an relationship then the relationship get automatically respected ✨❤️..
বহুত সুখী হ'লো আজিৰ এই love story টো শুনি পাহি বা
Very nice সৰু বা আৰু ভিনদেউ ...Happy thaka xodai😘😘
Tmr kunuba relative hoi?
Lots of love deepa. Glad that I was the only roomie of yours. Miss those Duliajan days yaar. God bless you both
Val lagil love story to.... দিথক নহয় দিঠক বুলি লিখকক 😊
Love story Tu শুনি বহুত ভাল লাগিল ☺সদায় ভালে থাকা বা আৰু দাদা 🥰🥰
বহুত বহুত ভাল লাগিল লাভ ষ্টোৰী তহ শুনি পাহি বা । কিবা মনত ভাল লাগিল গল ☺️ . পাহি বা আপোনাৰ মাতটো সঁচাকে বহুত cute হয় 😘😘😘 . আশা কৰোঁ আগলৈকে এই cute মাতটিদি লাভ ষ্টোৰী শুনিবলৈ বাট চাই থাকিম । Thank you pahi ba .
Story to শুনি খুবেই ভাল লাগিল। এনেকুৱা এজন জীৱন সংগী পাব বহুত টান আজিৰ দিনত। সদায় ভালে থাকক। যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ। love from tinsukia ❣️❤️
Emn respectful story 1st time khunilo,,both of you happy married life
Pahi baa aru Bijoy daar voice uff 😘😘😍🥰 vauna sai ahi rati 2.45 ot apunr story Tu huni asu😁
এটি সুন্দৰ আৰু সছা প্ৰেম কাহিনী বহুত ভাল লাগিল সছাকৈ এনেকুৱা এজন জীৱন সংগী পোৱাটো সৌভাগ্যৰ কথা ❤️❤️
Always happy for you Deepa.. Glad that I am also a part of your love story
☺💟
অন্তৰ খন চুই গৈছে । ♡🥺🧤 And love from North Lakhimpur ❣️
অন্তৰ খন চুই গৈছে ❤️ And love from mangaldoi
@@jubileesharma976 same
ভাল লাগিল 💚❤মইয়ো প্রেৰণ কৰিম আপোনালে মনত বহুত আশা আছে পাহি বা ..মোৰ ভাল পোৱা বোৰ সফল হোৱালে ৰৈ আছো💛
Ami tumar love story xuniboloi agrahere toi thakilo😌
Story2 xuni jalous feel korisu because anekuwa family aru anekuwa husband aru iman xohoj life xokolure kopalot nathake
সচাকৈ পাহি বা আপোনাৰ কন্ঠ বহুত ধুনীয়া
Tqq u risika Ba, love story upload diya babe
Tumalok sodai xukhi hua soru ba ru vindeo😘😘😘😘😘😘😘😘😘
ভাল লাগিল storyটো শুনি পাহি বা 💖😊
মই যে বা কৰ্ম সূতে pune থাকো মই আজিও তোমাৰ love story ata xuni he xuu..... pahi baa 2mr voice 💞👍🥰
awww😘😘😘too good...god bless❤️❤️
RED FM love story 💞💞💞💞I Love this show❤ .lot's of love Pahi baa💞💞💞💞😘
Pahibaa,,, bhut bhut val laga apunar matii,,, ru program bur val laga
অনুষ্ঠানটি বাবে বহুত অপেক্ষাৰে ৰৈ থাকো পাহি বা
Bohut vll lgil story tooo ..... Happy married life 🥰🥰🥰
BHT BHT vL lgil pahi ba story tu huni....ru tma r mat wao ki km ...lv u pahi baa......
ৰৈ আছিলোঁ...... pahi ba apuni 🔥🔥🔥
Xsai bht vl lge jdi ma dauta r xonmoti thke vl pwat❤🥺..
বহুত ভাল লাগিল love story তো শুনি ।❣️🙂
বহুত ভাল লাগিল শুনি পাহি বা বহুত দিনৰ মুৰত ভাল story এটা শুনিলো💕
tumalukor love story tuh rj pahi r mukhot huni bor bhal lagil deepa❤
Really love this story❤
ভাল লাগিছে বা
Mon to val lagi gol eman dhunia ❤️ story to pahi ba tumar voiceot
Vall lgil story tu apunaluk duiu jatey hodai vll koi thke takey kamona krisu
Happy married life to both of you☺🙏
❤❤val lagile deepa baa ru ashim da.. Best wishes
Expecting more stories in the voice of Pahi ba & Bijay da! 😌❣️ Lots of love!
Bohut val lagise story tu xui pahi baa👌🔥🔥🔥🥰🥰🥰🥰
এটা সফল প্ৰেম.... 😍 😍
Huni bohut vl lagil story tu ......akha koru enykuwa story akou hiniboloi pam
পাহি বা কৰ্ম সূত্ৰ অনুসৰি মই hyderbad t আছোঁ ৰাতি নিজানত আপোনাৰ মুখৰ মাতত ভাঁহি অহা কাহিনী বোৰ মোৰ বাবে প্ৰিয় ..... পাহি বা মোৰ জীৱনটো প্ৰেম আহিছিল অভিমানী তুমি অচিনাকী বতাহ হৈ আহি কিছু দিনৰ বাবে চিনাকিহৈ এজাক অচিনাকী ধুমুহা হৈ মোৰ জীৱনৰ পৰা আঁতৰি গলা আজি তোমাৰ পৰা আঁতৰি অহা এটা বছৰ হল আজি তোমাৰ পৰিচয় দেখি বহুত কষ্ট পাইছোঁ তোমাৰ নতুন জীৱনৰ শুভেচ্ছা জাচিলো...তুমি সুখী হোৱা ৰঞ্জনা... 🥺🥺.......................👈
Natun jibon mne ??
@@jinatalukdar5430 biya hoi gl 🥺🥺
@@assamashim842 oo.🥺...eku ni...premr an 1ta name tyag o nhy janu🙂
Umm hoi 🥺
@@assamashim842 umm😌...
সচাকৈ বহুত ভাল লাগিল।❤
আমাৰ লগত পুৰা মিল আছে এই লাভ ষ্টৰীতো 🥰❤️
Pahi baa bht dinor pst .... Love u pahi ba ♥️😘
Bohot bohot dhuniya lagil😍🥰🥰
Bohut val lagil love story tu xuni❤
The best love story I have ever heard
Nm2r logte kahani2 xklo milise but very nice Pahi baa khassai aponar voice 2 so sweet xext dexi birat vl lagil sai aponak love from no 2 sonajuli Dimakuchi
Really
This
Love
Story
Bohut dhunia lagila ❤❤
Happy married life......
lots of love from jorhat pahi baa❤️❤️❤️
Congratulations tq bohot val lagile
Love story to tell you so much 💕
Love From Mangaldoi 🥰🤗❣️
🥰😘🥰😘 same our relationship 😘😘 Jitu ❤️ Priyanka
ভাল লাগিল শুনি পাহি বা 💖💖❤️💞
pahi ba tmr Voice ufff ❤️❤️🔥 best wishes ba
ভাল পোৱা বোৰেৰে আগবাঢ়ি যাওঁক বা 🥰
Roi asi lu pahi ba🥰
Baa bohut dhuniya lagel story tu .
বহুত ভাল লাগিল ❤️👌😊
Successful love story
Kaijia nlge vle de😍😍
Love u pahi baa...
Nice love stony💞💞❤️💞💞
বহুত ভাল লাগে শুনি।।।।
It's a amaizing love story ❤❤❤❤😍😍
Lots of love ❤️ pahi baa
It's Fucking awesome story.. :-)
Love Love ♥️♥️