LIVE | Gourav Gogoi | Sivsagar | বিজেপি চৰকাৰৰ পৰা কিহৰ হিচাপ বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে?| N18L

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ค. 2024
  • LIVE | Gourav Gogoi | Sivsagar | বিজেপি চৰকাৰৰ পৰা কিহৰ হিচাপ বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে?| N18L
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #gouravgogoi #sivsagar #assamesenews #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/desc-youtube
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk
  • บันเทิง

ความคิดเห็น • 78

  • @JNBoro.123-
    @JNBoro.123- 27 วันที่ผ่านมา +23

    অহা বছৰত আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'ব নাগে।

  • @PriyamChutia
    @PriyamChutia 27 วันที่ผ่านมา +12

    Right 👍

  • @LijaySutradhar-kt4rr
    @LijaySutradhar-kt4rr 27 วันที่ผ่านมา +17

    Gaurav Gogoi zindabad zindabad

  • @travelzindagiblogs8328
    @travelzindagiblogs8328 27 วันที่ผ่านมา +7

    Hasa katha

  • @madhabkalita1143
    @madhabkalita1143 27 วันที่ผ่านมา +2

    Good sir

  • @alimashyam2406
    @alimashyam2406 27 วันที่ผ่านมา +1

    Good👍

  • @lnl6069
    @lnl6069 27 วันที่ผ่านมา +2

    Hoi, Amak hisab lage...🙏🙏

  • @narendradas5609
    @narendradas5609 27 วันที่ผ่านมา +3

    26 t C M of Assam

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 27 วันที่ผ่านมา +5

    গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ গৌৰৱ গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয় গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ

  • @DibakarBarman-z7p
    @DibakarBarman-z7p 23 วันที่ผ่านมา +1

    Good

  • @BabitaPokhrel-so5vb
    @BabitaPokhrel-so5vb 23 วันที่ผ่านมา +1

    Very good ledar gaurv gogoi zindabad next Cm Goruv gogoi zindabad congress party zindabad

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ru 27 วันที่ผ่านมา +2

    Proud of Assam Gairab Gogoi

  • @user-of4yf2pu7w
    @user-of4yf2pu7w 27 วันที่ผ่านมา +10

    Gaurav gogoi👍

  • @sashibhatta5198
    @sashibhatta5198 27 วันที่ผ่านมา +4

    শক্তিশালী বিৰোধীৰো দৰকাৰ শাসনত থকা চৰকাৰ এখনৰ পৰা ৰাইজে কাম সঠিক ৰূপত পোৱাৰ স্বাৰ্থত ৷ সেয়েহে সুবিধা উলিয়াই লৈ গৌৰৱ গগৈ, অখিল গগৈ, দেৱব্ৰত শইকিয়া আদিয়ে হোৱাই-নোহোৱাই বৰ্তমানৰ চৰকাৰৰ কামৰ সমালোচনা কৰি থাকক ৷ হিবি চৰকাৰৰ বাবে সেয়ে হব পেট্ৰোল-ডিজেল আদি ৷ গগৈ সকলে প্ৰয়াত তৰুণ গগৈয়ে তেওঁৰ দিনত কি উন্নয়ন সাধন কৰিছিল সেইবোৰ চোৱাৰ প্ৰয়োজন নাই বুলি ভাবক ৷

  • @user-ot1mn3df5h
    @user-ot1mn3df5h 20 วันที่ผ่านมา +3

    আপুনি নিজ সমষ্টিৰ হিচাপ কেতিয়া দিব ৰাইজক .

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 27 วันที่ผ่านมา +1

    Gourav gogoi zindabad❤

  • @user-ot1mn3df5h
    @user-ot1mn3df5h 20 วันที่ผ่านมา +1

    আপুনি ১০ বছৰৰ কলিয়াবৰৰ হিচাপটো দিয়ক আগতে

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 22 วันที่ผ่านมา

    Right

  • @user-ij4yt6jk4i
    @user-ij4yt6jk4i 22 วันที่ผ่านมา +2

    कांग्रेस🎉❤

  • @RinaBasumatary-xz9rs
    @RinaBasumatary-xz9rs 23 วันที่ผ่านมา +1

    26 prodan montri hobo Gogoi sir Zindabad 🙏

  • @girishchtalukdar2574
    @girishchtalukdar2574 27 วันที่ผ่านมา +1

    Need

  • @myway3433
    @myway3433 23 วันที่ผ่านมา +1

    গৌৰৱ গগৈ জিন্দা বাদ ।

  • @krishnabhatta636
    @krishnabhatta636 19 วันที่ผ่านมา

    ওপৰৰ মালক পদত্যাগ কৰিবলৈ বাধ্য কৰক

  • @GoutomMudoi-qk3zr
    @GoutomMudoi-qk3zr 24 วันที่ผ่านมา +1

    Gorav gogi zindabad

  • @mukutborah4081
    @mukutborah4081 25 วันที่ผ่านมา

    Very good. Gourav gooi. ❤

  • @BanamalibarmanSaru
    @BanamalibarmanSaru 26 วันที่ผ่านมา

    ঘৰ ঘৰ সোমোৱাৰ আছে ঢৰকাৰি টকা একো নিদিলেও হয় ।

  • @BabitaPokhrel-so5vb
    @BabitaPokhrel-so5vb 23 วันที่ผ่านมา

    Very good right sir

  • @padmadharkalita3775
    @padmadharkalita3775 27 วันที่ผ่านมา +1

    সকলো কথাৰহে । কামৰ নহয় ।মুখেৰে নহয় কামেৰে দেখুৱাওক।বোকা চতিয়াবলৈ ৰাইজে ভোট দিয়া নাই

    • @dilkhus3044
      @dilkhus3044 27 วันที่ผ่านมา

      Toi vote disili neki....nai dia jodi mone mone thak

  • @SB.PRIYOMPRIYOM
    @SB.PRIYOMPRIYOM 18 วันที่ผ่านมา

    Gaurav gogoi zindabad 🎉

  • @user-mp2vi7ho2t
    @user-mp2vi7ho2t 27 วันที่ผ่านมา +2

    ১০বছৰৰ কলিয়াবৰৰ হিচাপ কিমান দিলা তুমি নিজে

  • @test-ix9im
    @test-ix9im 24 วันที่ผ่านมา

    Salute to Mr gaurav Gogoi....income kiman korila haituwu lagibo raijok...

  • @gh12138.
    @gh12138. 21 วันที่ผ่านมา

    Congress❤

  • @digantadeka7201
    @digantadeka7201 27 วันที่ผ่านมา

    Cameraman kot gol😂

  • @bitulchutia35
    @bitulchutia35 26 วันที่ผ่านมา

    ভুতৰ আগত কোৱা আপুনাৰ ৮৫০০ কেতিয়া পাৱ ৰাইজে হেইটো কথা কওক আৰু আপুনাৰ আগৰ কলীয়াবৰ হিচাপটো দিয়ক

  • @user-pk5zg7gz4w
    @user-pk5zg7gz4w 27 วันที่ผ่านมา +4

    Gaurabji apunak janauje ajiloike aapuni bahut bhal kam kari aase,gatike aamar akhamar janatai apunak cm hisabe bisare,jiye aapuni aaru bhal kam kari jabaloi anurudh janalu,kinto akhamar janatak kunudin dhukha nidiye jen,aiye mur akha.aapunar bhal kamar karane dhainyabad giyapan kari

  • @Pronobborah-ug8tt
    @Pronobborah-ug8tt 27 วันที่ผ่านมา

    কলিয়াবৰত কি কৰিলে

  • @user-ot1mn3df5h
    @user-ot1mn3df5h 20 วันที่ผ่านมา +1

    BJP Zindabad

  • @bakulboruah2026
    @bakulboruah2026 27 วันที่ผ่านมา +3

    গৌৰৱ গগৈ জিন্দাবাদ

  • @jayantadutta1024
    @jayantadutta1024 27 วันที่ผ่านมา +3

    গৌৰৱ গগৈ আহিছে বিজেপিসকল আঁতৰি দিয়য়য়য়য়য়ককককক

  • @jugeswarphukan9726
    @jugeswarphukan9726 23 วันที่ผ่านมา

    Gorab.assamar.gorab.jindabad

  • @nandeswartaye805
    @nandeswartaye805 23 วันที่ผ่านมา

    নিজ সমষ্টিৰ হিচাপ কেতিয়া দিব ৰাইজক জনোৱা উচিত

    • @user-ij4yt6jk4i
      @user-ij4yt6jk4i 22 วันที่ผ่านมา +1

      Toi BJP r samsa niki

  • @oxomormusic4453
    @oxomormusic4453 24 วันที่ผ่านมา

    কংগ্ৰেছ জিন্দাবাদ

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 27 วันที่ผ่านมา +2

    গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ বিৰোধী জিন্দাবাদ জিন্দাবাদ বিৰোধীৰ চৰকাৰ বহুত প্ৰয়োজন হৈছে

  • @user-uy3jz8oy4n
    @user-uy3jz8oy4n 21 วันที่ผ่านมา

    অই তহত ৩টা জালুক এশ, ২৬ কেজি চবজিৎ কি হব জলা হব জানু মাইকী মাছ।তোৰ কথা মোদি য়ে। শুনিব জানু।

  • @localgamerz9112
    @localgamerz9112 27 วันที่ผ่านมา

    😂

  • @pulinsharma8826
    @pulinsharma8826 27 วันที่ผ่านมา

    বেয়া নাপাব যোৱা 10বছৰত বিজেপিয়ে শিৱসাগৰত কি কি কাম কৰিছিলে তাক লৈ এতিয়া যে উথপথপ। তেতিয়াৰ সাংসদ গৌৰৱ গগৈ লগতে কংগ্ৰেছী নেতা সকলে এই মহা বানপানীত শিৱসাগৰবাসীৰ নিশ্চয় নাজল নাথল অৱস্থাত তেওলোকৰ কিয় সময় নহল খবৰ লবলৈ। দুখ লগা বিষয় যে বিজেপিয়ে এইবিলাক সুৰুঙা ৰাখি টকা পইছা খালে আপোনালোকেও ভাগ পালেনেকি।কিয় এই পৰিস্থিতিত ৰাইজ খনক আভুৱা ভবাই বান পৰিস্থিতিক পযবেক্ষন কৰিছেনে নে ৰাইজক ভাল লগাইছে। সকলো চৰকাৰে এটা পইচাৰ ইপিঠি সিপিঠি।

  • @nabajitchaliha8084
    @nabajitchaliha8084 27 วันที่ผ่านมา

    আপোনালোকও একোজন ৰাইজৰ প্ৰতিনিধি, চৰকাৰৰ লগত সহযোগিতা কৰি ৰাইজক উদ্ধাৰ কৰক। বিতৰ্ক কৰি হিচাপ বিছাৰিলে ৰাইজৰ উন্নয়নৰ নহয়।নহ'লে যোৰহাট সমষ্টি ৰাইজে আপোনাকো ক্ষমা নকৰিব, কাৰণ আপোনাৰৰো দায়িত্ব আছে। আৰু গগৈ ডাঙৰীয়া চৰকাৰৰ বিৰুদ্ধে মাত মাতি থাকিলে ই উন্নয়ন নহয়। যেনে কলিয়াবৰ লোকসভা সমষ্টি।

  • @shantipriyasaikia-fr3sl
    @shantipriyasaikia-fr3sl 27 วันที่ผ่านมา

    Reporter jonor kothabur bhal nalage. Parele alop din tarning labo lagebo

  • @PrashantaDihingia-t2g
    @PrashantaDihingia-t2g 27 วันที่ผ่านมา

    Iidal bikhat fati hubidhabadi

  • @krishnabarman5395
    @krishnabarman5395 27 วันที่ผ่านมา

    To to me Aisa thok nehi

    • @user-lx9tv2qw7y
      @user-lx9tv2qw7y 27 วันที่ผ่านมา

      আগতে কলিয়াবৰ হিচাপ দাখিল কৰক । দৰকাৰ হলে দিব নেকি ? চৰকাৰৰ বদনাম গাই লাভ নাই । মাথো বানপানীত ৰাইজক সহায় কৰক মহাশয় ।

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 27 วันที่ผ่านมา

    বাদ দিয়াহে মিছা কলে কিদাল হব ৷

  • @SanjaySarma-yf1yc
    @SanjaySarma-yf1yc 27 วันที่ผ่านมา +5

    কলিয়াবৰত দহ বছৰে কি কৰিলে হিচাপ দিয়ক?

    • @umamili6576
      @umamili6576 27 วันที่ผ่านมา +3

      তুমি কোন হয় কবলে😂😂

    • @rajennath5788
      @rajennath5788 27 วันที่ผ่านมา +1

      তয়কোন

    • @dipakbaruah8987
      @dipakbaruah8987 27 วันที่ผ่านมา

      ই গোৱৰ আৰু গো মূত্ৰ অলপ বেছিকৈ খাইছে ।

  • @bapandeka
    @bapandeka 27 วันที่ผ่านมา

    70. Basara. Ki. Karila

  • @kumudbaruah2001
    @kumudbaruah2001 27 วันที่ผ่านมา +10

    গৌৰৱ গগৈয়ে বানপানীৰ আচিলালৈ নিৰ্লজ ভাৱে ৰাজনীতিৰ বেহা মেলিছে। চৰকাৰ বিজেপিৰ চৰকাৰৰ লগত সহযোগিতা নকৰি চৰকাৰ খনক আক্রমণৰ লক্ষ্য কৰি লৈছে। লাভ নহব। তেওঁৰ পিতৃ তৰুণ গগৈয়ে হেলিকপ্টাৰৰ পৰাহে বানপানী চাইছিল। বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই এবুকু পানীত নামি বানপীৰিতৰ খবৰ লৈছে। অসমৰ ৰাইজে এইবোৰ নিৰিখ্য়ন কৰি আছে। গৌৰৱ গগৈ বৰ্তমান দ্বিতীয় পাপু হবলৈগৈ আছে।

    • @dipakmahanta28
      @dipakmahanta28 27 วันที่ผ่านมา

      right, tar Bapekor Hisap to agote koribo lage,karone gau gogoi bapekor lgt mili durnitir bishal pahar gorhi goise,iman basor a cm hoi tar bapake ki kori goise,bapek sai putek duyota ake dalal

    • @dipakbaruah8987
      @dipakbaruah8987 27 วันที่ผ่านมา +1

      ঐ কথা অলপ চিন্তা কৰি কোৱা ভাল । অন্ধভক্ত বহুতো দেখিছোঁ ।

    • @apurbabhuyan8121
      @apurbabhuyan8121 27 วันที่ผ่านมา

      ধন্যবাদ, লাখটকীয়া সচা উত্তৰ দিলে 🎉❤

    • @apurbabhuyan8121
      @apurbabhuyan8121 27 วันที่ผ่านมา

      ​@@dipakbaruah8987নিজে কাৰ ভক্ত পিছে?

  • @bhupennath6771
    @bhupennath6771 27 วันที่ผ่านมา +3

    . কলিয়াবৰ সমস্টিত তুমি কি কি কৰিলা সেইটো অসমৰ জনতাক হিচাব দিয়া।

    • @rv7787
      @rv7787 27 วันที่ผ่านมา +5

      BJP samsa toi

    • @Minaramgogoi-xg4qo
      @Minaramgogoi-xg4qo 27 วันที่ผ่านมา +1

      বালৰ কথা উল্লেখ কৰিছ,কাম তোৰ‌ , বাকী বোৰ চাইছ ?

    • @umamili6576
      @umamili6576 27 วันที่ผ่านมา +4

      তুমি কোন হয় 😂😂😂

    • @dipakbaruah8987
      @dipakbaruah8987 27 วันที่ผ่านมา

      দি আছু ৰহ ।

  • @AbhijitLalung-n1y
    @AbhijitLalung-n1y 27 วันที่ผ่านมา +10

    Good 👍

  • @DipakDas-lf5km
    @DipakDas-lf5km 27 วันที่ผ่านมา +4

    Good